Koha-Library-Management-System/C3/Import-MARC-to-Koha/Assamese

From Script | Spoken-Tutorial
Revision as of 19:22, 18 February 2019 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 Import MARC file into Koha স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত, আমি KOHAMARC file এটা import কৰিবলৈ আৰু OPAC ত ইম্প’ৰ্ত কৰা দাতা চাৰ্চ কৰিবলৈ শিকিম
00:15 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো:

Ubuntu Linux OS 16.04

00:22 Koha ভাৰ্চন 16.05 আৰু Firefox Web browser
00:29 আপুনি নিজৰ পচন্দৰ অন্য যিকোনো ওৱেব ব্ৰাউজাৰ ব্যৱ্হাৰ কৰিব পাৰে
00:33 এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, শিকাৰুসকল Library Science ৰ সৈতে পৰিচিত হ’ব লাগিব
00:39 এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ চিষ্টেমত Koha ইনষ্টল থাকিব লাগিব । আৰু, আপোনাৰ লগতে KohaAdmin এক্সেচ থাকিব লাগিব
00:48 যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত Koha Spoken Tutorial চিৰিজ চাওঁক
00:56 Koha ত ৰেকৰ্ডচ ইম্প’ৰ্ত কৰাক দুটা ষ্টেপত কৰা হয়:

Stage MARC records for import আৰু Manage staged records

01:06 আৰম্ভ কৰিবলৈ, আহক আমাৰ Superlibrarian এক্সেচৰ সৈতে Koha ত ল’গিন কৰো
01:13 Home page ত, Tools ত ক্লিক কৰক
01:17 নতুন পৃষ্ঠা এটা আহিছে । Catalog চেকচনৰ ভিতৰত, Stage MARC records for import ত ক্লিক কৰক
01:27 Stage MARC records for import টাইটলৰ সৈতে নতুন পৃষ্ঠা এটা আহিছে
01:33 Stage records into the reservoir চেকচনলৈ যাওঁক
01:38 ইয়াত, Select the file to stage ৰ ওচৰত Browse... ত ক্লিক কৰক
01:46 পাছত Downloads ফ’ল্দাৰলৈ যাওঁক । File Upload উইন্দ’ এখন আহিছে
01:52 ইয়াত, TestData.mrc নামৰ ফাইলটো বিচাৰক
01:58 মনত ৰাখিব, আমি আগৰ টিউট’ৰিয়েল এটাত TestData.mrc ফাইল বনাইছিলো
02:05 TestData.mrc ফাইলটো বাচক, যদি ইতিমধ্যে নিৰ্বাচিত হোৱা নাই । আৰু পৃষ্ঠাটোৰ তলত Open বুটামত ক্লিক কৰক
02:17 একেটা পৃষ্ঠাত, আপুনি Browse টেবৰ ওচৰত, TestData.mrc নামৰ ফাইলটো দেখিব
02:28 এতিয়া, পৃষ্ঠাটোৰ তলত Upload file বুটামত ক্লিক কৰক
02:33 আমি Upload progress bar ব্ৰাউন ৰঙত দেখিম
02:38 আপল’দ 100% লৈকে সম্পূৰ্ণ হোৱাৰ পাছত, আমাক কিছু সবিশেষ ভৰাবলৈ কোৱা হয়
02:45 প্ৰথমে, Comments about this file ৰ বাবে ফিল্দটো ভৰাওঁক
02:50 ই আপল’দ কৰা ফাইলটো KOHA ত চিনাক্ত কৰিবলৈ উপযোগী হয়
02:55 মই Book Data ভৰাম
02:58 পাছৰটো হৈছে Record type । ইয়াত, Koha ই দিফল্টভাবে, Bibliographic বাচে
03:04 একেদৰে, Character encoding ৰ বাবে, Koha ই দিফল্টভাবে UTF-8 (Default) বাচে
03:13 পাছত, Look for existing records in catalog? চেকচনলৈ আহক
03:18 এই চেকচনৰ ভিতৰত, Record matching rule: লৈ যাওঁক । Koha ই দিফল্টভাবে, Do not look for matching records বাচে
03:27 যদি আপুনি উপলদ্ধ ৰেকৰ্ডচ মিলাব বিচাৰে, দ্ৰপ-দাউনৰ পৰা আন এটা অপচন বাচক যি হৈছে ISBN/ISSN number
03:40 এতিয়া আমি Action if matching record found লৈ আহো
03:45 Koha ই দিফল্টভাবে, Replace existing record with incoming record বাচে
03:51 পাছত Action if no match is found আহে । Koha ই দিফল্টভাবে, Add incoming record বাচে
03:59 পাছত, আমি Check for embedded item record data? চেকচনলৈ আহো । ইয়াত দুটা অপচন আছে, Yes আৰু No
04:09 Koha ই দিফল্টভাবে, Yes বাচে
04:13 How to process items ৰ বাবে, Koha ই দিফল্টভাবে, Always add items বাচে
04:21 তাত লগতে অন্য অপচনো আছে । আপুনি নিজৰ প্ৰয়োজন অনুসৰি ইয়াৰ যিকোনো অপচন বাচিব পাৰে
04:28 পৃষ্ঠাটোৰ তলত Stage for import বুটামত ক্লিক কৰক । আপুনি নীলা ৰঙৰ বাৰত “Job progress” দেখিব
04:37 যেতিয়া প্ৰগ্ৰেচ 100% লৈকে সম্পূৰ্ণ হয়, Stage MARC records for import হেদিঙৰ সৈতে নতুন পৃষ্ঠা এটা আহে
04:47 মন কৰিব যে এতিয়া আমি সফলভাবে দাতাটো ইম্প’ৰ্ত কৰিলো যি আমাৰ Excel sheet ত আছিলে
04:56 ইয়াত নিম্ন সবিশেষ আছে
04:59 মন কৰিব যে আপোনাৰ .mrc দাতা অনুসৰি Koha interface ত এটা বেলেগ মান দেখিব
05:07 একেটা পৃষ্ঠাত, টাইটলৰ ওপৰত, আপুনি দুটা অপচন দেখিব:

Stage MARC records আৰু Manage staged records

05:18 মন কৰিব যে মই Stage MARC records ত ক্লিক নকৰো যিহেতু মই ইতিমধ্যে Excel ফাইলটো ইম্প’ৰ্ত কৰিলো যি হৈছে TestData
05:28 যদি আপুনি অন্য যিকোনো ফাইল ইম্প’ৰ্ত কৰিব লাগে তেন্তে Stage MARC records ত ক্লিক কৰক আৰু আগতে উল্লেখ কৰা দৰে ষ্টেপসমূহ অনুসৰণ কৰক
05:38 পাছত, আমি KOHA Catalog ত ইম্প’ৰ্ত কৰা ৰেকৰ্ডচ মেনেজ কৰিব লাগিব । গতিকে, Manage staged records ত ক্লিক কৰক
05:49 নতুন উইন্দ’ এখন আহিছে Manage staged MARC records › Batch 6
05:56 এই পৃষ্ঠাত, Koha ই ইয়াত দৰ্শিত মানৰ সৈতে তলৰ fields ভৰায়
06:03 আৰু তলৰ fields ৰ বাবে, Koha ই দিফল্টভাবে, দ্ৰপ-দাউনৰ পৰা এই এনত্ৰিসমূহ বাচে
06:10 কিন্তু, নিজৰ প্ৰয়োজন অনুসৰি আপুনি এই এনত্ৰিসমূহ সিহতৰ দ্ৰপ-দাউনৰ পৰা সলাব পাৰে
06:17 পাছত Apply different matching rules নামৰ বুটাম আছে
06:23 আপুনি দাতাবেচত ৰেকৰ্ডচৰ দুপ্লিকেচনক ত্যাগ কৰিবলৈ এই বুটামত ক্লিক কৰিব পাৰে । মই এই বুটামটো এৰিম আৰু আগবাহিম
06:32 এতিয়া, Add new bibliographic records into this framework বিচাৰক । আৰু দ্ৰপ-দাউনৰ পৰা, মই BOOKS বাচিম
06:43 পুনৰ, আপুনি নিজৰ প্ৰয়োজন অনুসৰি বাচিব পাৰে
06:47 এতিয়া, section Manage staged MARC records Batch 6 লৈ আহক । মই তলত Import this batch into the catalog টেবত ক্লিক কৰিম
07:01 তথাপি, ক্লিক কৰাৰ আগতে আমি Citation চেকচনৰ দ্বাৰা যাম
07:06 অনুগ্ৰহ কৰি বিশেষ সংখ্যাসমূহক মন কৰিব । আপুনি আমি Excel ৰ পৰা ইম্প’ৰ্ত কৰা সবিশেষৰ সৈতে বেলেগ সংখ্যা এটা দেখিব
07:17 এতিয়া, আমি তলত Import this batch into the catalog নামৰ বুটামত ক্লিক কৰিম
07:25 যেতিয়া আমি তাক কৰো, Job progress bar আহে
07:29 যেতিয়া প্ৰগ্ৰেচ 100% লৈকে সম্পূৰ্ণ হয়, নতুন পৃষ্ঠা এটা আহে
07:35 Manage staged MARC records › Batch 6 হেদিং আৰু নিম্ন সবিশেষৰ সৈতে যাক আগতে ভৰোৱা হৈছিল
07:46 আপোনাৰ importundo কৰাটো সম্ভৱ । যদিহে ইম্প’ৰ্ত কৰা দাতাত আপুনি ভুল এটা পায়, ইয়াক শুধৰাবলৈ নিম্ন ধৰণে কৰক
07:56 চেকচনটোৰ তলত Undo import into catalog টেবত ক্লিক কৰক
08:02 মই ইয়াত ক্লিক নকৰো
08:05 পাছৰটো হৈছে Completed import of records
08:09 ইয়াত, আপুনি records added, updated এনেদৰে সবিশেষ দেখিব
08:15 পাছত আপুনি ইম্প’ৰ্ত কৰা সবিশেষৰ সৈতে Citation চেকচনটো দেখিব
08:22 এবাৰ ইম্প’ৰ্তটো সম্পূৰ্ণ হ’লে, নতুন ৰেকৰ্ডলৈ লিংক এটা আহিব
08:29 ই ইম্প’ৰ্ত হোৱা প্ৰতিটো Citation ৰ সোফালে দৰ্শিত হয়
08:35 এতিয়া, আমি Catalog ত টাইটলসমূহ যোগ হ’ল নে নাই তাক সুনিশ্বিত কৰিম
08:40 তাক কৰিবলৈ, একেটা পৃষ্ঠাৰ ওপৰত, Search the catalog ৰ বাবে ফিল্দ বিচাৰক
08:48 মই এতিয়া Koha ত ৰেকৰ্ডচৰ ইম্প’ৰ্তক সুনিশ্বিত কৰিবলৈ সৰু পৰীক্ষা এটা কৰিম
08:55 গতিকে, মই Citation চেকচনত ইম্প’ৰ্ত কৰা ৰেকৰ্ডৰ পৰা এটা টাইটল লিখিম
09:02 পাছত, field ৰ সোফালে Submit বুটামত ক্লিক কৰক
09:07 এটা নতুন পৃষ্ঠা আহিছে- Inorganic chemistry Housecroft, Catherine E
09:15 Koha ই চাৰ্চ কৰা Title ৰ ফলাফল দেখুৱাই, যি প্ৰমাণ কৰে যে records সঠিকভাবে ইম্প’ৰ্ত হৈছে
09:22 ইয়াৰ সৈতে, আমি Koha লৈ MARC ইম্প’ৰ্ত কৰি সম্পূৰ্ণ কৰিলো
09:28 আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি KOHAMARC file এটা import কৰিবলৈ আৰু OPAC ত ইম্প’ৰ্ত কৰা দাতা চাৰ্চ কৰিবলৈ শিকিলো
09:41 অনুশিলনীৰ বাবে- MARC ৰ 10 records ব্যৱ্হাৰ কৰক যাক আগৰ টিউট’ৰিয়েল এটাত পৰিবৰ্তন কৰা হৈছিল আৰু সিহতক KOHA ত ইম্প’ৰ্ত কৰক
09:51 সংকেত: অনুগ্ৰহ কৰি Conversion of Excel data to Marc 21 format টিউট’ৰিয়েলটো চাওঁক
09:59 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
10:05 অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
10:13 অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক
10:18 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
10:29 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9