Koha-Library-Management-System/C3/Import-MARC-to-Koha/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | Import MARC file into Koha স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:07 | এই টিউট’ৰিয়েলটোত, আমি KOHA ত MARC file এটা import কৰিবলৈ আৰু OPAC ত ইম্প’ৰ্ত কৰা দাতা চাৰ্চ কৰিবলৈ শিকিম |
00:20 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো:
Ubuntu Linux OS 16.04 |
00:28 | Koha ভাৰ্চন 16.05 আৰু Firefox Web browser |
00:36 | আপুনি নিজৰ পচন্দৰ অন্য যিকোনো ওৱেব ব্ৰাউজাৰ ব্যৱ্হাৰ কৰিব পাৰে |
00:41 | এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, শিকাৰুসকল Library Science ৰ সৈতে পৰিচিত হ’ব লাগিব |
00:47 | এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ চিষ্টেমত Koha ইনষ্টল থাকিব লাগিব । আৰু, আপোনাৰ লগতে Koha ত Admin এক্সেচ থাকিব লাগিব |
00:58 | যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত Koha Spoken Tutorial চিৰিজ চাওঁক |
01:05 | Koha ত ৰেকৰ্ডচ ইম্প’ৰ্ত কৰাক দুটা ষ্টেপত কৰা হয়:
Stage MARC records for import আৰু Manage staged records |
01:18 | আৰম্ভ কৰিবলৈ, আহক আমাৰ Superlibrarian এক্সেচৰ সৈতে Koha ত ল’গিন কৰো |
01:24 | Home page ত, Tools ত ক্লিক কৰক |
01:28 | নতুন পৃষ্ঠা এটা আহিছে । Catalog চেকচনৰ ভিতৰত, Stage MARC records for import ত ক্লিক কৰক |
01:40 | Stage MARC records for import টাইটলৰ সৈতে নতুন পৃষ্ঠা এটা আহিছে |
01:46 | Stage records into the reservoir চেকচনলৈ যাওঁক |
01:51 | ইয়াত, Select the file to stage ৰ ওচৰত Browse... ত ক্লিক কৰক |
01:58 | File Upload উইন্দ’ এখন আহিছে । পাছত Downloads ফ’ল্দাৰলৈ যাওঁক |
02:06 | ইয়াত, TestData.mrc নামৰ ফাইলটো বিচাৰক |
02:12 | মনত ৰাখিব, আমি আগৰ টিউট’ৰিয়েল এটাত TestData.mrc ফাইল বনাইছিলো |
02:20 | TestData.mrc ফাইলটো বাচক, যদি ইতিমধ্যে নিৰ্বাচিত হোৱা নাই । আৰু পৃষ্ঠাটোৰ তলত Open বুটামত ক্লিক কৰক |
02:32 | একেটা পৃষ্ঠাত, আপুনি Browse টেবৰ ওচৰত, TestData.mrc নামৰ ফাইলটো দেখিব |
02:43 | এতিয়া, পৃষ্ঠাটোৰ তলত Upload file বুটামত ক্লিক কৰক |
02:49 | আমি Upload progress bar ব্ৰাউন ৰঙত দেখিম |
02:55 | আপল’দ 100% লৈকে সম্পূৰ্ণ হোৱাৰ পাছত, আমাক কিছু সবিশেষ ভৰাবলৈ কোৱা হয় |
03:03 | প্ৰথমে, Comments about this file ৰ বাবে ফিল্দটো ভৰাওঁক |
03:09 | ই আপল’দ কৰা ফাইলটো KOHA ত চিনাক্ত কৰিবলৈ উপযোগী হয় |
03:14 | মই Book Data ভৰাম |
03:18 | পাছৰটো হৈছে Record type । ইয়াত, Koha ই দিফল্টভাবে, Bibliographic বাচে |
03:26 | একেদৰে, Character encoding ৰ বাবে, Koha ই দিফল্টভাবে UTF-8 (Default) বাচে |
03:35 | পাছত, Look for existing records in catalog? চেকচনলৈ আহক |
03:41 | এই চেকচনৰ ভিতৰত, Record matching rule: লৈ যাওঁক । Koha ই দিফল্টভাবে, Do not look for matching records বাচে |
03:51 | যদি আপুনি উপলদ্ধ ৰেকৰ্ডচ মিলাব বিচাৰে, দ্ৰপ-দাউনৰ পৰা আন এটা অপচন বাচক যি হৈছে ISBN/ISSN number |
04:04 | এতিয়া আমি Action if matching record found লৈ আহো |
04:09 | Koha ই দিফল্টভাবে, Replace existing record with incoming record বাচে |
04:16 | পাছত Action if no match is found আহে । Koha ই দিফল্টভাবে, Add incoming record বাচে |
04:25 | পাছত, আমি Check for embedded item record data? চেকচনলৈ আহো । ইয়াত দুটা অপচন আছে, Yes আৰু No |
04:37 | Koha ই দিফল্টভাবে, Yes বাচে |
04:41 | How to process items ৰ বাবে, Koha ই দিফল্টভাবে, Always add items বাচে |
04:48 | তাত লগতে অন্য অপচনো আছে । আপুনি নিজৰ প্ৰয়োজন অনুসৰি ইয়াৰ যিকোনো অপচন বাচিব পাৰে |
04:56 | পৃষ্ঠাটোৰ তলত Stage for import বুটামত ক্লিক কৰক । আপুনি নীলা ৰঙৰ বাৰত “Job progress” দেখিব |
05:06 | যেতিয়া প্ৰগ্ৰেচ 100% লৈকে সম্পূৰ্ণ হয়, Stage MARC records for import হেদিঙৰ সৈতে নতুন পৃষ্ঠা এটা আহে |
05:17 | মন কৰিব যে এতিয়া আমি সফলভাবে দাতাটো ইম্প’ৰ্ত কৰিলো যি আমাৰ Excel sheet ত আছিলে |
05:25 | ইয়াত নিম্ন সবিশেষ আছে |
05:28 | মন কৰিব যে আপোনাৰ .mrc দাতা অনুসৰি Koha interface ত এটা বেলেগ মান দেখিব |
05:36 | একেটা পৃষ্ঠাত, টাইটলৰ ওপৰত, আপুনি দুটা অপচন দেখিব:
Stage MARC records আৰু Manage staged records |
05:48 | মন কৰিব যে মই Stage MARC records ত ক্লিক নকৰো যিহেতু মই ইতিমধ্যে Excel ফাইলটো ইম্প’ৰ্ত কৰিলো যি হৈছে TestData |
06:00 | যদি আপুনি অন্য যিকোনো ফাইল ইম্প’ৰ্ত কৰিব লাগে তেন্তে Stage MARC records ত ক্লিক কৰক আৰু আগতে উল্লেখ কৰা দৰে ষ্টেপসমূহ অনুসৰণ কৰক |
06:11 | পাছত, আমি KOHA Catalog ত ইম্প’ৰ্ত কৰা ৰেকৰ্ডচ মেনেজ কৰিব লাগিব । গতিকে, Manage staged records ত ক্লিক কৰক |
06:22 | নতুন উইন্দ’ এখন আহিছে Manage staged MARC records › Batch 6 |
06:30 | এই পৃষ্ঠাত, Koha ই ইয়াত দৰ্শিত মানৰ সৈতে তলৰ fields ভৰায় |
06:37 | আৰু তলৰ fields ৰ বাবে, Koha ই দিফল্টভাবে, দ্ৰপ-দাউনৰ পৰা এই এনত্ৰিসমূহ বাচে |
06:45 | কিন্তু, নিজৰ প্ৰয়োজন অনুসৰি আপুনি এই এনত্ৰিসমূহ সিহতৰ দ্ৰপ-দাউনৰ পৰা সলাব পাৰে |
06:52 | পাছত Apply different matching rules নামৰ বুটাম আছে |
06:57 | আপুনি দাতাবেচত ৰেকৰ্ডচৰ দুপ্লিকেচনক ত্যাগ কৰিবলৈ এই বুটামত ক্লিক কৰিব পাৰে । মই এই বুটামটো এৰিম আৰু আগবাহিম |
07:09 | এতিয়া, Add new bibliographic records into this framework বিচাৰক । আৰু দ্ৰপ-দাউনৰ পৰা, মই BOOKS বাচিম |
07:20 | পুনৰ, আপুনি নিজৰ প্ৰয়োজন অনুসৰি বাচিব পাৰে |
07:25 | এতিয়া, মই Import this batch into the catalog টেবত ক্লিক কৰিম |
07:32 | তথাপি, ক্লিক কৰাৰ আগতে আমি Citation চেকচনৰ দ্বাৰা যাম |
07:37 | অনুগ্ৰহ কৰি বিশেষ সংখ্যাসমূহক মন কৰিব । আপুনি আমি Excel ৰ পৰা ইম্প’ৰ্ত কৰা সবিশেষৰ সৈতে বেলেগ সংখ্যা এটা দেখিব |
07:48 | এতিয়া, আমি তলত Import this batch into the catalog নামৰ বুটামত ক্লিক কৰিম |
07:55 | যেতিয়া আমি তাক কৰো, Job progress bar আহে |
08:00 | যেতিয়া প্ৰগ্ৰেচ 100% লৈকে সম্পূৰ্ণ হয়, নতুন পৃষ্ঠা এটা আহে |
08:06 | Manage staged MARC records › Batch 6 হেদিং আৰু নিম্ন সবিশেষৰ সৈতে যাক আগতে ভৰোৱা হৈছিল |
08:16 | আপোনাৰ import ক undo কৰাটো সম্ভৱ । যদিহে ইম্প’ৰ্ত কৰা দাতাত আপুনি ভুল এটা পায়, ইয়াক শুধৰাবলৈ নিম্ন ধৰণে কৰক |
08:27 | চেকচনটোৰ তলত Undo import into catalog টেবত ক্লিক কৰক |
08:34 | মই ইয়াত ক্লিক নকৰো |
08:37 | পাছৰটো হৈছে Completed import of records |
08:42 | ইয়াত, আপুনি records added, updated এনেদৰে সবিশেষ দেখিব |
08:49 | পাছত আপুনি ইম্প’ৰ্ত কৰা সবিশেষৰ সৈতে Citation চেকচনটো দেখিব |
08:56 | এবাৰ ইম্প’ৰ্তটো সম্পূৰ্ণ হ’লে, নতুন ৰেকৰ্ডলৈ লিংক এটা আহিব |
09:02 | ই ইম্প’ৰ্ত হোৱা প্ৰতিটো Citation ৰ সোফালে দৰ্শিত হয় |
09:08 | এতিয়া, আমি Catalog ত টাইটলসমূহ যোগ হ’ল নে নাই তাক সুনিশ্বিত কৰিম |
09:15 | তাক কৰিবলৈ, একেটা পৃষ্ঠাৰ ওপৰত, Search the catalog ৰ বাবে ফিল্দ বিচাৰক |
09:22 | মই এতিয়া Koha ত ৰেকৰ্ডচৰ ইম্প’ৰ্তক সুনিশ্বিত কৰিবলৈ সৰু পৰীক্ষা এটা কৰিম |
09:29 | গতিকে, মই Citation চেকচনত ইম্প’ৰ্ত কৰা ৰেকৰ্ডৰ পৰা এটা টাইটল লিখিম |
09:37 | পাছত, field ৰ সোফালে Submit বুটামত ক্লিক কৰক |
09:43 | এটা নতুন পৃষ্ঠা আহিছে- Inorganic chemistry Housecroft, Catherine E |
09:50 | Koha ই চাৰ্চ কৰা Title ৰ ফলাফল দেখুৱাই, যি প্ৰমাণ কৰে যে records সঠিকভাবে ইম্প’ৰ্ত হৈছে |
09:58 | ইয়াৰ সৈতে, আমি Koha লৈ MARC ইম্প’ৰ্ত কৰি সম্পূৰ্ণ কৰিলো |
10:04 | আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি KOHA ত MARC file এটা import কৰিবলৈ আৰু OPAC ত ইম্প’ৰ্ত কৰা দাতা চাৰ্চ কৰিবলৈ শিকিলো |
10:17 | অনুশিলনীৰ বাবে- MARC ৰ 10 records ব্যৱ্হাৰ কৰক যাক আগৰ টিউট’ৰিয়েল এটাত পৰিবৰ্তন কৰা হৈছিল আৰু সিহতক KOHA ত ইম্প’ৰ্ত কৰক |
10:29 | সংকেত: অনুগ্ৰহ কৰি Conversion of Excel data to Marc 21 format টিউট’ৰিয়েলটো চাওঁক |
10:37 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
10:45 | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
10:55 | অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক |
10:59 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
11:10 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |