Difference between revisions of "Koha-Library-Management-System/C3/Import-MARC-to-Koha/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with " {|border=1 |Time |Narration |- | 00:01 | '''Import MARC file into Koha''' স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |- | 0...")
 
 
Line 9: Line 9:
  
 
|-
 
|-
| 00:06
+
| 00:07
 
|  এই টিউট’ৰিয়েলটোত, আমি '''KOHA''' ত '''MARC file''' এটা '''import''' কৰিবলৈ আৰু '''OPAC''' ত ইম্প’ৰ্ত কৰা দাতা চাৰ্চ কৰিবলৈ শিকিম
 
|  এই টিউট’ৰিয়েলটোত, আমি '''KOHA''' ত '''MARC file''' এটা '''import''' কৰিবলৈ আৰু '''OPAC''' ত ইম্প’ৰ্ত কৰা দাতা চাৰ্চ কৰিবলৈ শিকিম
  
 
|-
 
|-
| 00:15
+
| 00:20
 
|  এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো:   
 
|  এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো:   
 
'''Ubuntu Linux OS 16.04'''
 
'''Ubuntu Linux OS 16.04'''
  
 
|-
 
|-
| 00:22
+
| 00:28
 
| '''Koha ভাৰ্চন 16.05''' আৰু '''Firefox Web browser'''
 
| '''Koha ভাৰ্চন 16.05''' আৰু '''Firefox Web browser'''
  
 
|-
 
|-
| 00:29
+
| 00:36
 
|  আপুনি নিজৰ পচন্দৰ অন্য যিকোনো ওৱেব ব্ৰাউজাৰ ব্যৱ্হাৰ কৰিব পাৰে  
 
|  আপুনি নিজৰ পচন্দৰ অন্য যিকোনো ওৱেব ব্ৰাউজাৰ ব্যৱ্হাৰ কৰিব পাৰে  
  
 
|-
 
|-
| 00:33
+
| 00:41
 
|  এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, শিকাৰুসকল '''Library Science''' ৰ সৈতে পৰিচিত হ’ব লাগিব
 
|  এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, শিকাৰুসকল '''Library Science''' ৰ সৈতে পৰিচিত হ’ব লাগিব
  
 
|-
 
|-
| 00:39
+
| 00:47
 
|  এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ চিষ্টেমত '''Koha''' ইনষ্টল থাকিব লাগিব । আৰু, আপোনাৰ লগতে '''Koha''' ত '''Admin''' এক্সেচ থাকিব লাগিব
 
|  এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ চিষ্টেমত '''Koha''' ইনষ্টল থাকিব লাগিব । আৰু, আপোনাৰ লগতে '''Koha''' ত '''Admin''' এক্সেচ থাকিব লাগিব
  
 
|-
 
|-
| 00:48
+
| 00:58
 
|  যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত '''Koha Spoken Tutorial''' চিৰিজ চাওঁক
 
|  যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত '''Koha Spoken Tutorial''' চিৰিজ চাওঁক
  
 
|-
 
|-
| 00:56
+
| 01:05
 
| '''Koha''' ত ৰেকৰ্ডচ ইম্প’ৰ্ত কৰাক দুটা ষ্টেপত কৰা হয়:
 
| '''Koha''' ত ৰেকৰ্ডচ ইম্প’ৰ্ত কৰাক দুটা ষ্টেপত কৰা হয়:
  
Line 44: Line 44:
  
 
|-
 
|-
| 01:06
+
| 01:18
 
| আৰম্ভ কৰিবলৈ, আহক আমাৰ  '''Superlibrarian''' এক্সেচৰ সৈতে '''Koha''' ত ল’গিন কৰো
 
| আৰম্ভ কৰিবলৈ, আহক আমাৰ  '''Superlibrarian''' এক্সেচৰ সৈতে '''Koha''' ত ল’গিন কৰো
  
 
|-
 
|-
|01:13
+
|01:24
 
| '''Home page''' ত, '''Tools''' ত ক্লিক কৰক
 
| '''Home page''' ত, '''Tools''' ত ক্লিক কৰক
  
 
|-
 
|-
| 01:17
+
| 01:28
 
| নতুন পৃষ্ঠা এটা আহিছে । '''Catalog''' চেকচনৰ ভিতৰত, '''Stage MARC records for import''' ত ক্লিক কৰক
 
| নতুন পৃষ্ঠা এটা আহিছে । '''Catalog''' চেকচনৰ ভিতৰত, '''Stage MARC records for import''' ত ক্লিক কৰক
  
 
|-
 
|-
| 01:27
+
| 01:40
 
| '''Stage MARC records for import''' টাইটলৰ সৈতে নতুন পৃষ্ঠা এটা আহিছে
 
| '''Stage MARC records for import''' টাইটলৰ সৈতে নতুন পৃষ্ঠা এটা আহিছে
  
 
|-
 
|-
| 01:33
+
| 01:46
 
| '''Stage records into the reservoir''' চেকচনলৈ যাওঁক
 
| '''Stage records into the reservoir''' চেকচনলৈ যাওঁক
  
 
|-
 
|-
| 01:38
+
| 01:51
 
| ইয়াত, '''Select the file to stage''' ৰ ওচৰত '''Browse...''' ত ক্লিক কৰক
 
| ইয়াত, '''Select the file to stage''' ৰ ওচৰত '''Browse...''' ত ক্লিক কৰক
  
 
|-
 
|-
| 01:46
+
| 01:58
| পাছত '''Downloads''' ফ’ল্দাৰলৈ যাওঁক । '''File Upload''' উইন্দ’ এখন আহিছে
+
| '''File Upload''' উইন্দ’ এখন আহিছে পাছত '''Downloads''' ফ’ল্দাৰলৈ যাওঁক
  
 
|-
 
|-
| 01:52
+
| 02:06
 
| ইয়াত, '''TestData.mrc''' নামৰ ফাইলটো বিচাৰক
 
| ইয়াত, '''TestData.mrc''' নামৰ ফাইলটো বিচাৰক
  
 
|-
 
|-
| 01:58
+
| 02:12
 
|  মনত ৰাখিব, আমি আগৰ টিউট’ৰিয়েল এটাত '''TestData.mrc''' ফাইল বনাইছিলো  
 
|  মনত ৰাখিব, আমি আগৰ টিউট’ৰিয়েল এটাত '''TestData.mrc''' ফাইল বনাইছিলো  
  
 
|-
 
|-
| 02:05
+
| 02:20
 
| '''TestData.mrc''' ফাইলটো বাচক, যদি ইতিমধ্যে নিৰ্বাচিত হোৱা নাই । আৰু পৃষ্ঠাটোৰ তলত '''Open''' বুটামত ক্লিক কৰক
 
| '''TestData.mrc''' ফাইলটো বাচক, যদি ইতিমধ্যে নিৰ্বাচিত হোৱা নাই । আৰু পৃষ্ঠাটোৰ তলত '''Open''' বুটামত ক্লিক কৰক
  
 
|-
 
|-
| 02:17
+
| 02:32
 
| একেটা পৃষ্ঠাত, আপুনি '''Browse''' টেবৰ ওচৰত, '''TestData.mrc''' নামৰ ফাইলটো দেখিব
 
| একেটা পৃষ্ঠাত, আপুনি '''Browse''' টেবৰ ওচৰত, '''TestData.mrc''' নামৰ ফাইলটো দেখিব
  
 
|-
 
|-
| 02:28
+
| 02:43
 
| এতিয়া, পৃষ্ঠাটোৰ তলত '''Upload file''' বুটামত ক্লিক কৰক
 
| এতিয়া, পৃষ্ঠাটোৰ তলত '''Upload file''' বুটামত ক্লিক কৰক
  
 
|-
 
|-
| 02:33
+
| 02:49
 
| আমি '''Upload progress bar''' ব্ৰাউন ৰঙত দেখিম
 
| আমি '''Upload progress bar''' ব্ৰাউন ৰঙত দেখিম
  
 
|-
 
|-
|  02:38
+
|  02:55
 
|  আপল’দ '''100%''' লৈকে সম্পূৰ্ণ হোৱাৰ পাছত, আমাক কিছু সবিশেষ ভৰাবলৈ কোৱা হয়
 
|  আপল’দ '''100%''' লৈকে সম্পূৰ্ণ হোৱাৰ পাছত, আমাক কিছু সবিশেষ ভৰাবলৈ কোৱা হয়
  
 
|-
 
|-
02:45
+
03:03
 
|  প্ৰথমে, '''Comments about this file''' ৰ বাবে ফিল্দটো ভৰাওঁক
 
|  প্ৰথমে, '''Comments about this file''' ৰ বাবে ফিল্দটো ভৰাওঁক
  
 
|-
 
|-
| 02:50
+
| 03:09
 
|  ই আপল’দ কৰা ফাইলটো '''KOHA''' ত চিনাক্ত কৰিবলৈ উপযোগী হয়
 
|  ই আপল’দ কৰা ফাইলটো '''KOHA''' ত চিনাক্ত কৰিবলৈ উপযোগী হয়
  
 
|-
 
|-
| 02:55
+
| 03:14
 
|  মই '''Book Data''' ভৰাম
 
|  মই '''Book Data''' ভৰাম
  
 
|-
 
|-
| 02:58
+
| 03:18
 
|  পাছৰটো হৈছে '''Record type''' । ইয়াত, '''Koha''' ই দিফল্টভাবে, '''Bibliographic''' বাচে
 
|  পাছৰটো হৈছে '''Record type''' । ইয়াত, '''Koha''' ই দিফল্টভাবে, '''Bibliographic''' বাচে
  
 
|-
 
|-
|  03:04
+
|  03:26
 
|  একেদৰে, '''Character encoding''' ৰ বাবে, '''Koha''' ই দিফল্টভাবে '''UTF-8 (Default)''' বাচে
 
|  একেদৰে, '''Character encoding''' ৰ বাবে, '''Koha''' ই দিফল্টভাবে '''UTF-8 (Default)''' বাচে
  
 
|-
 
|-
| 03:13
+
| 03:35
 
|  পাছত, '''Look for existing records in catalog?''' চেকচনলৈ আহক
 
|  পাছত, '''Look for existing records in catalog?''' চেকচনলৈ আহক
  
 
|-
 
|-
|  03:18
+
|  03:41
 
|  এই চেকচনৰ ভিতৰত, '''Record matching rule:''' লৈ যাওঁক । '''Koha''' ই দিফল্টভাবে, '''Do not look for matching records''' বাচে
 
|  এই চেকচনৰ ভিতৰত, '''Record matching rule:''' লৈ যাওঁক । '''Koha''' ই দিফল্টভাবে, '''Do not look for matching records''' বাচে
  
 
|-
 
|-
| 03:27
+
| 03:51
 
|  যদি আপুনি উপলদ্ধ ৰেকৰ্ডচ মিলাব বিচাৰে, দ্ৰপ-দাউনৰ পৰা আন এটা অপচন বাচক যি হৈছে '''ISBN/ISSN number'''
 
|  যদি আপুনি উপলদ্ধ ৰেকৰ্ডচ মিলাব বিচাৰে, দ্ৰপ-দাউনৰ পৰা আন এটা অপচন বাচক যি হৈছে '''ISBN/ISSN number'''
  
 
|-
 
|-
| 03:40
+
| 04:04
 
|  এতিয়া আমি '''Action if matching record found''' লৈ আহো
 
|  এতিয়া আমি '''Action if matching record found''' লৈ আহো
  
 
|-
 
|-
| 03:45
+
| 04:09
 
|  '''Koha''' ই দিফল্টভাবে, '''Replace existing record with incoming record''' বাচে
 
|  '''Koha''' ই দিফল্টভাবে, '''Replace existing record with incoming record''' বাচে
  
 
|-
 
|-
03:51
+
04:16
 
|  পাছত '''Action if no match is found''' আহে । '''Koha''' ই দিফল্টভাবে, '''Add incoming record''' বাচে
 
|  পাছত '''Action if no match is found''' আহে । '''Koha''' ই দিফল্টভাবে, '''Add incoming record''' বাচে
  
 
|-
 
|-
03:59
+
04:25
 
|  পাছত, আমি '''Check for embedded item record data?''' চেকচনলৈ আহো । ইয়াত দুটা অপচন আছে, '''Yes ''' আৰু '''No'''
 
|  পাছত, আমি '''Check for embedded item record data?''' চেকচনলৈ আহো । ইয়াত দুটা অপচন আছে, '''Yes ''' আৰু '''No'''
  
 
|-
 
|-
| 04:09
+
| 04:37
 
| '''Koha''' ই দিফল্টভাবে, '''Yes''' বাচে
 
| '''Koha''' ই দিফল্টভাবে, '''Yes''' বাচে
  
 
|-
 
|-
|  04:13
+
|  04:41
 
|  '''How to process items''' ৰ বাবে, '''Koha''' ই দিফল্টভাবে, '''Always add items''' বাচে
 
|  '''How to process items''' ৰ বাবে, '''Koha''' ই দিফল্টভাবে, '''Always add items''' বাচে
  
 
|-
 
|-
|  04:21
+
|  04:48
 
|  তাত লগতে অন্য অপচনো আছে । আপুনি নিজৰ প্ৰয়োজন অনুসৰি ইয়াৰ যিকোনো অপচন বাচিব পাৰে
 
|  তাত লগতে অন্য অপচনো আছে । আপুনি নিজৰ প্ৰয়োজন অনুসৰি ইয়াৰ যিকোনো অপচন বাচিব পাৰে
  
 
|-
 
|-
|  04:28
+
|  04:56
 
|  পৃষ্ঠাটোৰ তলত '''Stage for import''' বুটামত ক্লিক কৰক । আপুনি নীলা ৰঙৰ বাৰত '''“Job progress”''' দেখিব
 
|  পৃষ্ঠাটোৰ তলত '''Stage for import''' বুটামত ক্লিক কৰক । আপুনি নীলা ৰঙৰ বাৰত '''“Job progress”''' দেখিব
  
 
|-
 
|-
| 04:37
+
| 05:06
 
|  যেতিয়া প্ৰগ্ৰেচ '''100%''' লৈকে সম্পূৰ্ণ হয়, '''Stage MARC records for import''' হেদিঙৰ সৈতে নতুন পৃষ্ঠা এটা আহে
 
|  যেতিয়া প্ৰগ্ৰেচ '''100%''' লৈকে সম্পূৰ্ণ হয়, '''Stage MARC records for import''' হেদিঙৰ সৈতে নতুন পৃষ্ঠা এটা আহে
  
 
|-
 
|-
| 04:47
+
| 05:17
 
|  মন কৰিব যে এতিয়া আমি সফলভাবে দাতাটো ইম্প’ৰ্ত কৰিলো যি আমাৰ '''Excel sheet''' ত আছিলে
 
|  মন কৰিব যে এতিয়া আমি সফলভাবে দাতাটো ইম্প’ৰ্ত কৰিলো যি আমাৰ '''Excel sheet''' ত আছিলে
  
 
|-
 
|-
04:56
+
05:25
 
|  ইয়াত নিম্ন সবিশেষ আছে
 
|  ইয়াত নিম্ন সবিশেষ আছে
  
 
|-
 
|-
04:59
+
05:28
 
|  মন কৰিব যে আপোনাৰ '''.mrc''' দাতা অনুসৰি '''Koha interface''' ত এটা বেলেগ মান দেখিব
 
|  মন কৰিব যে আপোনাৰ '''.mrc''' দাতা অনুসৰি '''Koha interface''' ত এটা বেলেগ মান দেখিব
  
 
|-
 
|-
|  05:07
+
|  05:36
 
|  একেটা পৃষ্ঠাত, টাইটলৰ ওপৰত, আপুনি দুটা অপচন দেখিব:
 
|  একেটা পৃষ্ঠাত, টাইটলৰ ওপৰত, আপুনি দুটা অপচন দেখিব:
  
Line 186: Line 186:
  
 
|-
 
|-
|  05:18
+
|  05:48
 
|  মন কৰিব যে মই '''Stage MARC records''' ত ক্লিক নকৰো যিহেতু মই ইতিমধ্যে '''Excel''' ফাইলটো ইম্প’ৰ্ত কৰিলো যি হৈছে '''TestData'''
 
|  মন কৰিব যে মই '''Stage MARC records''' ত ক্লিক নকৰো যিহেতু মই ইতিমধ্যে '''Excel''' ফাইলটো ইম্প’ৰ্ত কৰিলো যি হৈছে '''TestData'''
  
 
|-
 
|-
05:28
+
06:00
 
|  যদি আপুনি অন্য যিকোনো ফাইল ইম্প’ৰ্ত কৰিব লাগে তেন্তে '''Stage MARC records''' ত ক্লিক কৰক আৰু আগতে উল্লেখ কৰা দৰে ষ্টেপসমূহ অনুসৰণ কৰক
 
|  যদি আপুনি অন্য যিকোনো ফাইল ইম্প’ৰ্ত কৰিব লাগে তেন্তে '''Stage MARC records''' ত ক্লিক কৰক আৰু আগতে উল্লেখ কৰা দৰে ষ্টেপসমূহ অনুসৰণ কৰক
  
 
|-
 
|-
05:38
+
06:11
 
|  পাছত, আমি '''KOHA Catalog''' ত ইম্প’ৰ্ত কৰা ৰেকৰ্ডচ মেনেজ কৰিব লাগিব । গতিকে, '''Manage staged records''' ত ক্লিক কৰক
 
|  পাছত, আমি '''KOHA Catalog''' ত ইম্প’ৰ্ত কৰা ৰেকৰ্ডচ মেনেজ কৰিব লাগিব । গতিকে, '''Manage staged records''' ত ক্লিক কৰক
  
 
|-
 
|-
| 05:49
+
| 06:22
 
|  নতুন উইন্দ’ এখন আহিছে '''Manage staged MARC records › Batch 6'''
 
|  নতুন উইন্দ’ এখন আহিছে '''Manage staged MARC records › Batch 6'''
  
 
|-
 
|-
| 05:56
+
| 06:30
 
|  এই পৃষ্ঠাত, '''Koha''' ই ইয়াত দৰ্শিত মানৰ সৈতে তলৰ '''fields''' ভৰায়
 
|  এই পৃষ্ঠাত, '''Koha''' ই ইয়াত দৰ্শিত মানৰ সৈতে তলৰ '''fields''' ভৰায়
  
 
|-
 
|-
|  06:03
+
|  06:37
 
|  আৰু তলৰ '''fields''' ৰ বাবে, '''Koha''' ই দিফল্টভাবে, দ্ৰপ-দাউনৰ পৰা এই এনত্ৰিসমূহ বাচে
 
|  আৰু তলৰ '''fields''' ৰ বাবে, '''Koha''' ই দিফল্টভাবে, দ্ৰপ-দাউনৰ পৰা এই এনত্ৰিসমূহ বাচে
  
 
|-
 
|-
|  06:10
+
|  06:45
 
|  কিন্তু, নিজৰ প্ৰয়োজন অনুসৰি আপুনি এই এনত্ৰিসমূহ সিহতৰ দ্ৰপ-দাউনৰ পৰা সলাব পাৰে
 
|  কিন্তু, নিজৰ প্ৰয়োজন অনুসৰি আপুনি এই এনত্ৰিসমূহ সিহতৰ দ্ৰপ-দাউনৰ পৰা সলাব পাৰে
  
 
|-
 
|-
| 06:17
+
| 06:52
 
|  পাছত '''Apply different matching rules''' নামৰ বুটাম আছে
 
|  পাছত '''Apply different matching rules''' নামৰ বুটাম আছে
  
 
|-
 
|-
| 06:23
+
| 06:57
 
|  আপুনি দাতাবেচত ৰেকৰ্ডচৰ দুপ্লিকেচনক ত্যাগ কৰিবলৈ এই বুটামত ক্লিক কৰিব পাৰে । মই এই বুটামটো এৰিম আৰু আগবাহিম
 
|  আপুনি দাতাবেচত ৰেকৰ্ডচৰ দুপ্লিকেচনক ত্যাগ কৰিবলৈ এই বুটামত ক্লিক কৰিব পাৰে । মই এই বুটামটো এৰিম আৰু আগবাহিম
  
 
|-
 
|-
06:32
+
07:09
 
|  এতিয়া, '''Add new bibliographic records into this framework''' বিচাৰক । আৰু দ্ৰপ-দাউনৰ পৰা, মই '''BOOKS''' বাচিম
 
|  এতিয়া, '''Add new bibliographic records into this framework''' বিচাৰক । আৰু দ্ৰপ-দাউনৰ পৰা, মই '''BOOKS''' বাচিম
  
 
|-
 
|-
| 06:43
+
| 07:20
 
| পুনৰ, আপুনি নিজৰ প্ৰয়োজন অনুসৰি বাচিব পাৰে
 
| পুনৰ, আপুনি নিজৰ প্ৰয়োজন অনুসৰি বাচিব পাৰে
  
 
|-
 
|-
06:47
+
07:25
|  এতিয়া, '''section Manage staged MARC records Batch 6''' লৈ আহক । মই তলত '''Import this batch into the catalog''' টেবত ক্লিক কৰিম
+
|  এতিয়া, মই '''Import this batch into the catalog''' টেবত ক্লিক কৰিম
  
 
|-
 
|-
|  07:01
+
|  07:32
 
|  তথাপি, ক্লিক কৰাৰ আগতে আমি '''Citation''' চেকচনৰ দ্বাৰা যাম
 
|  তথাপি, ক্লিক কৰাৰ আগতে আমি '''Citation''' চেকচনৰ দ্বাৰা যাম
  
 
|-
 
|-
|  07:06
+
|  07:37
 
|  অনুগ্ৰহ কৰি বিশেষ সংখ্যাসমূহক মন কৰিব । আপুনি আমি '''Excel''' ৰ পৰা ইম্প’ৰ্ত কৰা সবিশেষৰ সৈতে বেলেগ সংখ্যা এটা দেখিব
 
|  অনুগ্ৰহ কৰি বিশেষ সংখ্যাসমূহক মন কৰিব । আপুনি আমি '''Excel''' ৰ পৰা ইম্প’ৰ্ত কৰা সবিশেষৰ সৈতে বেলেগ সংখ্যা এটা দেখিব
  
 
|-
 
|-
|  07:17
+
|  07:48
 
|  এতিয়া, আমি তলত '''Import this batch into the catalog''' নামৰ বুটামত ক্লিক কৰিম
 
|  এতিয়া, আমি তলত '''Import this batch into the catalog''' নামৰ বুটামত ক্লিক কৰিম
  
 
|-
 
|-
|  07:25
+
|  07:55
 
|  যেতিয়া আমি তাক কৰো, '''Job progress bar''' আহে
 
|  যেতিয়া আমি তাক কৰো, '''Job progress bar''' আহে
  
 
|-
 
|-
| 07:29
+
| 08:00
 
| যেতিয়া প্ৰগ্ৰেচ '''100%''' লৈকে সম্পূৰ্ণ হয়, নতুন পৃষ্ঠা এটা আহে
 
| যেতিয়া প্ৰগ্ৰেচ '''100%''' লৈকে সম্পূৰ্ণ হয়, নতুন পৃষ্ঠা এটা আহে
  
 
|-
 
|-
| 07:35
+
| 08:06
 
|  '''Manage staged MARC records › Batch 6''' হেদিং আৰু নিম্ন সবিশেষৰ সৈতে যাক আগতে ভৰোৱা হৈছিল
 
|  '''Manage staged MARC records › Batch 6''' হেদিং আৰু নিম্ন সবিশেষৰ সৈতে যাক আগতে ভৰোৱা হৈছিল
  
 
|-
 
|-
07:46
+
08:16
 
|  আপোনাৰ '''import''' ক '''undo''' কৰাটো সম্ভৱ । যদিহে ইম্প’ৰ্ত কৰা দাতাত আপুনি ভুল এটা পায়, ইয়াক শুধৰাবলৈ নিম্ন ধৰণে কৰক
 
|  আপোনাৰ '''import''' ক '''undo''' কৰাটো সম্ভৱ । যদিহে ইম্প’ৰ্ত কৰা দাতাত আপুনি ভুল এটা পায়, ইয়াক শুধৰাবলৈ নিম্ন ধৰণে কৰক
  
 
|-
 
|-
| 07:56
+
| 08:27
 
|  চেকচনটোৰ তলত '''Undo import into catalog''' টেবত ক্লিক কৰক
 
|  চেকচনটোৰ তলত '''Undo import into catalog''' টেবত ক্লিক কৰক
  
 
|-
 
|-
|  08:02
+
|  08:34
 
|  মই ইয়াত ক্লিক নকৰো
 
|  মই ইয়াত ক্লিক নকৰো
  
 
|-
 
|-
| 08:05
+
| 08:37
 
|  পাছৰটো হৈছে '''Completed import of records'''
 
|  পাছৰটো হৈছে '''Completed import of records'''
  
 
|-
 
|-
|08:09
+
|08:42
 
|  ইয়াত, আপুনি '''records added, updated''' এনেদৰে সবিশেষ দেখিব
 
|  ইয়াত, আপুনি '''records added, updated''' এনেদৰে সবিশেষ দেখিব
  
 
|-
 
|-
| 08:15
+
| 08:49
 
|  পাছত আপুনি ইম্প’ৰ্ত কৰা সবিশেষৰ সৈতে '''Citation''' চেকচনটো দেখিব
 
|  পাছত আপুনি ইম্প’ৰ্ত কৰা সবিশেষৰ সৈতে '''Citation''' চেকচনটো দেখিব
  
 
|-
 
|-
|  08:22
+
|  08:56
 
|  এবাৰ ইম্প’ৰ্তটো সম্পূৰ্ণ হ’লে, নতুন ৰেকৰ্ডলৈ লিংক এটা আহিব
 
|  এবাৰ ইম্প’ৰ্তটো সম্পূৰ্ণ হ’লে, নতুন ৰেকৰ্ডলৈ লিংক এটা আহিব
  
 
|-
 
|-
| 08:29
+
| 09:02
 
| ই ইম্প’ৰ্ত হোৱা প্ৰতিটো '''Citation''' ৰ সোফালে দৰ্শিত হয়
 
| ই ইম্প’ৰ্ত হোৱা প্ৰতিটো '''Citation''' ৰ সোফালে দৰ্শিত হয়
  
 
|-
 
|-
08:35
+
09:08
 
|  এতিয়া, আমি '''Catalog''' ত টাইটলসমূহ যোগ হ’ল নে নাই তাক সুনিশ্বিত কৰিম
 
|  এতিয়া, আমি '''Catalog''' ত টাইটলসমূহ যোগ হ’ল নে নাই তাক সুনিশ্বিত কৰিম
  
 
|-
 
|-
| 08:40
+
| 09:15
 
|  তাক কৰিবলৈ, একেটা পৃষ্ঠাৰ ওপৰত, '''Search the catalog''' ৰ বাবে ফিল্দ বিচাৰক
 
|  তাক কৰিবলৈ, একেটা পৃষ্ঠাৰ ওপৰত, '''Search the catalog''' ৰ বাবে ফিল্দ বিচাৰক
  
 
|-
 
|-
| 08:48
+
| 09:22
 
|  মই এতিয়া '''Koha''' ত ৰেকৰ্ডচৰ ইম্প’ৰ্তক সুনিশ্বিত কৰিবলৈ সৰু পৰীক্ষা এটা কৰিম
 
|  মই এতিয়া '''Koha''' ত ৰেকৰ্ডচৰ ইম্প’ৰ্তক সুনিশ্বিত কৰিবলৈ সৰু পৰীক্ষা এটা কৰিম
  
 
|-
 
|-
| 08:55
+
| 09:29
 
|  গতিকে, মই '''Citation''' চেকচনত ইম্প’ৰ্ত কৰা ৰেকৰ্ডৰ পৰা এটা টাইটল লিখিম
 
|  গতিকে, মই '''Citation''' চেকচনত ইম্প’ৰ্ত কৰা ৰেকৰ্ডৰ পৰা এটা টাইটল লিখিম
  
 
|-
 
|-
| 09:02
+
| 09:37
 
|  পাছত, '''field''' ৰ সোফালে '''Submit''' বুটামত ক্লিক কৰক
 
|  পাছত, '''field''' ৰ সোফালে '''Submit''' বুটামত ক্লিক কৰক
  
 
|-
 
|-
|  09:07
+
|  09:43
 
|  এটা নতুন পৃষ্ঠা আহিছে- '''Inorganic chemistry Housecroft, Catherine E'''
 
|  এটা নতুন পৃষ্ঠা আহিছে- '''Inorganic chemistry Housecroft, Catherine E'''
  
 
|-
 
|-
|  09:15
+
|  09:50
 
|  '''Koha''' ই চাৰ্চ কৰা '''Title''' ৰ ফলাফল দেখুৱাই, যি প্ৰমাণ কৰে যে '''records''' সঠিকভাবে ইম্প’ৰ্ত হৈছে
 
|  '''Koha''' ই চাৰ্চ কৰা '''Title''' ৰ ফলাফল দেখুৱাই, যি প্ৰমাণ কৰে যে '''records''' সঠিকভাবে ইম্প’ৰ্ত হৈছে
  
 
|-
 
|-
|  09:22
+
|  09:58
 
|  ইয়াৰ সৈতে, আমি '''Koha''' লৈ '''MARC''' ইম্প’ৰ্ত কৰি সম্পূৰ্ণ কৰিলো
 
|  ইয়াৰ সৈতে, আমি '''Koha''' লৈ '''MARC''' ইম্প’ৰ্ত কৰি সম্পূৰ্ণ কৰিলো
  
 
|-
 
|-
| 09:28
+
| 10:04
 
|  আহক মূলভাব চাওঁ  । এই টিউট’ৰিয়েলটোত, আমি '''KOHA''' ত '''MARC file''' এটা '''import''' কৰিবলৈ আৰু '''OPAC''' ত ইম্প’ৰ্ত কৰা দাতা চাৰ্চ কৰিবলৈ শিকিলো
 
|  আহক মূলভাব চাওঁ  । এই টিউট’ৰিয়েলটোত, আমি '''KOHA''' ত '''MARC file''' এটা '''import''' কৰিবলৈ আৰু '''OPAC''' ত ইম্প’ৰ্ত কৰা দাতা চাৰ্চ কৰিবলৈ শিকিলো
  
 
|-
 
|-
09:41
+
10:17
 
|  অনুশিলনীৰ বাবে- '''MARC''' ৰ 10 '''records''' ব্যৱ্হাৰ কৰক যাক আগৰ টিউট’ৰিয়েল এটাত পৰিবৰ্তন কৰা হৈছিল আৰু সিহতক '''KOHA''' ত ইম্প’ৰ্ত কৰক  
 
|  অনুশিলনীৰ বাবে- '''MARC''' ৰ 10 '''records''' ব্যৱ্হাৰ কৰক যাক আগৰ টিউট’ৰিয়েল এটাত পৰিবৰ্তন কৰা হৈছিল আৰু সিহতক '''KOHA''' ত ইম্প’ৰ্ত কৰক  
  
 
|-
 
|-
| 09:51
+
| 10:29
 
| সংকেত: অনুগ্ৰহ কৰি '''Conversion of Excel data to Marc 21 format''' টিউট’ৰিয়েলটো চাওঁক
 
| সংকেত: অনুগ্ৰহ কৰি '''Conversion of Excel data to Marc 21 format''' টিউট’ৰিয়েলটো চাওঁক
  
 
|-
 
|-
| 09:59
+
| 10:37
 
| তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল ('''Spoken Tutorial''') প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
 
| তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল ('''Spoken Tutorial''') প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
  
 
|-
 
|-
| 10:05
+
| 10:45
 
| স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
 
| স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
  
 
|-
 
|-
| 10:13
+
| 10:55
 
| অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক
 
| অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক
  
 
|-
 
|-
| 10:18
+
| 10:59
 
| স্প’কেন টিউট’ৰিয়েল প্ৰকল্প '''NMEICT, MHRD,''' ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
 
| স্প’কেন টিউট’ৰিয়েল প্ৰকল্প '''NMEICT, MHRD,''' ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
  
 
|-
 
|-
| 10:29
+
| 11:10
 
| মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ  
 
| মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ  
  
 
|}
 
|}

Latest revision as of 20:20, 22 February 2019

Time Narration
00:01 Import MARC file into Koha স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি KOHAMARC file এটা import কৰিবলৈ আৰু OPAC ত ইম্প’ৰ্ত কৰা দাতা চাৰ্চ কৰিবলৈ শিকিম
00:20 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো:

Ubuntu Linux OS 16.04

00:28 Koha ভাৰ্চন 16.05 আৰু Firefox Web browser
00:36 আপুনি নিজৰ পচন্দৰ অন্য যিকোনো ওৱেব ব্ৰাউজাৰ ব্যৱ্হাৰ কৰিব পাৰে
00:41 এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, শিকাৰুসকল Library Science ৰ সৈতে পৰিচিত হ’ব লাগিব
00:47 এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ চিষ্টেমত Koha ইনষ্টল থাকিব লাগিব । আৰু, আপোনাৰ লগতে KohaAdmin এক্সেচ থাকিব লাগিব
00:58 যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত Koha Spoken Tutorial চিৰিজ চাওঁক
01:05 Koha ত ৰেকৰ্ডচ ইম্প’ৰ্ত কৰাক দুটা ষ্টেপত কৰা হয়:

Stage MARC records for import আৰু Manage staged records

01:18 আৰম্ভ কৰিবলৈ, আহক আমাৰ Superlibrarian এক্সেচৰ সৈতে Koha ত ল’গিন কৰো
01:24 Home page ত, Tools ত ক্লিক কৰক
01:28 নতুন পৃষ্ঠা এটা আহিছে । Catalog চেকচনৰ ভিতৰত, Stage MARC records for import ত ক্লিক কৰক
01:40 Stage MARC records for import টাইটলৰ সৈতে নতুন পৃষ্ঠা এটা আহিছে
01:46 Stage records into the reservoir চেকচনলৈ যাওঁক
01:51 ইয়াত, Select the file to stage ৰ ওচৰত Browse... ত ক্লিক কৰক
01:58 File Upload উইন্দ’ এখন আহিছে । পাছত Downloads ফ’ল্দাৰলৈ যাওঁক
02:06 ইয়াত, TestData.mrc নামৰ ফাইলটো বিচাৰক
02:12 মনত ৰাখিব, আমি আগৰ টিউট’ৰিয়েল এটাত TestData.mrc ফাইল বনাইছিলো
02:20 TestData.mrc ফাইলটো বাচক, যদি ইতিমধ্যে নিৰ্বাচিত হোৱা নাই । আৰু পৃষ্ঠাটোৰ তলত Open বুটামত ক্লিক কৰক
02:32 একেটা পৃষ্ঠাত, আপুনি Browse টেবৰ ওচৰত, TestData.mrc নামৰ ফাইলটো দেখিব
02:43 এতিয়া, পৃষ্ঠাটোৰ তলত Upload file বুটামত ক্লিক কৰক
02:49 আমি Upload progress bar ব্ৰাউন ৰঙত দেখিম
02:55 আপল’দ 100% লৈকে সম্পূৰ্ণ হোৱাৰ পাছত, আমাক কিছু সবিশেষ ভৰাবলৈ কোৱা হয়
03:03 প্ৰথমে, Comments about this file ৰ বাবে ফিল্দটো ভৰাওঁক
03:09 ই আপল’দ কৰা ফাইলটো KOHA ত চিনাক্ত কৰিবলৈ উপযোগী হয়
03:14 মই Book Data ভৰাম
03:18 পাছৰটো হৈছে Record type । ইয়াত, Koha ই দিফল্টভাবে, Bibliographic বাচে
03:26 একেদৰে, Character encoding ৰ বাবে, Koha ই দিফল্টভাবে UTF-8 (Default) বাচে
03:35 পাছত, Look for existing records in catalog? চেকচনলৈ আহক
03:41 এই চেকচনৰ ভিতৰত, Record matching rule: লৈ যাওঁক । Koha ই দিফল্টভাবে, Do not look for matching records বাচে
03:51 যদি আপুনি উপলদ্ধ ৰেকৰ্ডচ মিলাব বিচাৰে, দ্ৰপ-দাউনৰ পৰা আন এটা অপচন বাচক যি হৈছে ISBN/ISSN number
04:04 এতিয়া আমি Action if matching record found লৈ আহো
04:09 Koha ই দিফল্টভাবে, Replace existing record with incoming record বাচে
04:16 পাছত Action if no match is found আহে । Koha ই দিফল্টভাবে, Add incoming record বাচে
04:25 পাছত, আমি Check for embedded item record data? চেকচনলৈ আহো । ইয়াত দুটা অপচন আছে, Yes আৰু No
04:37 Koha ই দিফল্টভাবে, Yes বাচে
04:41 How to process items ৰ বাবে, Koha ই দিফল্টভাবে, Always add items বাচে
04:48 তাত লগতে অন্য অপচনো আছে । আপুনি নিজৰ প্ৰয়োজন অনুসৰি ইয়াৰ যিকোনো অপচন বাচিব পাৰে
04:56 পৃষ্ঠাটোৰ তলত Stage for import বুটামত ক্লিক কৰক । আপুনি নীলা ৰঙৰ বাৰত “Job progress” দেখিব
05:06 যেতিয়া প্ৰগ্ৰেচ 100% লৈকে সম্পূৰ্ণ হয়, Stage MARC records for import হেদিঙৰ সৈতে নতুন পৃষ্ঠা এটা আহে
05:17 মন কৰিব যে এতিয়া আমি সফলভাবে দাতাটো ইম্প’ৰ্ত কৰিলো যি আমাৰ Excel sheet ত আছিলে
05:25 ইয়াত নিম্ন সবিশেষ আছে
05:28 মন কৰিব যে আপোনাৰ .mrc দাতা অনুসৰি Koha interface ত এটা বেলেগ মান দেখিব
05:36 একেটা পৃষ্ঠাত, টাইটলৰ ওপৰত, আপুনি দুটা অপচন দেখিব:

Stage MARC records আৰু Manage staged records

05:48 মন কৰিব যে মই Stage MARC records ত ক্লিক নকৰো যিহেতু মই ইতিমধ্যে Excel ফাইলটো ইম্প’ৰ্ত কৰিলো যি হৈছে TestData
06:00 যদি আপুনি অন্য যিকোনো ফাইল ইম্প’ৰ্ত কৰিব লাগে তেন্তে Stage MARC records ত ক্লিক কৰক আৰু আগতে উল্লেখ কৰা দৰে ষ্টেপসমূহ অনুসৰণ কৰক
06:11 পাছত, আমি KOHA Catalog ত ইম্প’ৰ্ত কৰা ৰেকৰ্ডচ মেনেজ কৰিব লাগিব । গতিকে, Manage staged records ত ক্লিক কৰক
06:22 নতুন উইন্দ’ এখন আহিছে Manage staged MARC records › Batch 6
06:30 এই পৃষ্ঠাত, Koha ই ইয়াত দৰ্শিত মানৰ সৈতে তলৰ fields ভৰায়
06:37 আৰু তলৰ fields ৰ বাবে, Koha ই দিফল্টভাবে, দ্ৰপ-দাউনৰ পৰা এই এনত্ৰিসমূহ বাচে
06:45 কিন্তু, নিজৰ প্ৰয়োজন অনুসৰি আপুনি এই এনত্ৰিসমূহ সিহতৰ দ্ৰপ-দাউনৰ পৰা সলাব পাৰে
06:52 পাছত Apply different matching rules নামৰ বুটাম আছে
06:57 আপুনি দাতাবেচত ৰেকৰ্ডচৰ দুপ্লিকেচনক ত্যাগ কৰিবলৈ এই বুটামত ক্লিক কৰিব পাৰে । মই এই বুটামটো এৰিম আৰু আগবাহিম
07:09 এতিয়া, Add new bibliographic records into this framework বিচাৰক । আৰু দ্ৰপ-দাউনৰ পৰা, মই BOOKS বাচিম
07:20 পুনৰ, আপুনি নিজৰ প্ৰয়োজন অনুসৰি বাচিব পাৰে
07:25 এতিয়া, মই Import this batch into the catalog টেবত ক্লিক কৰিম
07:32 তথাপি, ক্লিক কৰাৰ আগতে আমি Citation চেকচনৰ দ্বাৰা যাম
07:37 অনুগ্ৰহ কৰি বিশেষ সংখ্যাসমূহক মন কৰিব । আপুনি আমি Excel ৰ পৰা ইম্প’ৰ্ত কৰা সবিশেষৰ সৈতে বেলেগ সংখ্যা এটা দেখিব
07:48 এতিয়া, আমি তলত Import this batch into the catalog নামৰ বুটামত ক্লিক কৰিম
07:55 যেতিয়া আমি তাক কৰো, Job progress bar আহে
08:00 যেতিয়া প্ৰগ্ৰেচ 100% লৈকে সম্পূৰ্ণ হয়, নতুন পৃষ্ঠা এটা আহে
08:06 Manage staged MARC records › Batch 6 হেদিং আৰু নিম্ন সবিশেষৰ সৈতে যাক আগতে ভৰোৱা হৈছিল
08:16 আপোনাৰ importundo কৰাটো সম্ভৱ । যদিহে ইম্প’ৰ্ত কৰা দাতাত আপুনি ভুল এটা পায়, ইয়াক শুধৰাবলৈ নিম্ন ধৰণে কৰক
08:27 চেকচনটোৰ তলত Undo import into catalog টেবত ক্লিক কৰক
08:34 মই ইয়াত ক্লিক নকৰো
08:37 পাছৰটো হৈছে Completed import of records
08:42 ইয়াত, আপুনি records added, updated এনেদৰে সবিশেষ দেখিব
08:49 পাছত আপুনি ইম্প’ৰ্ত কৰা সবিশেষৰ সৈতে Citation চেকচনটো দেখিব
08:56 এবাৰ ইম্প’ৰ্তটো সম্পূৰ্ণ হ’লে, নতুন ৰেকৰ্ডলৈ লিংক এটা আহিব
09:02 ই ইম্প’ৰ্ত হোৱা প্ৰতিটো Citation ৰ সোফালে দৰ্শিত হয়
09:08 এতিয়া, আমি Catalog ত টাইটলসমূহ যোগ হ’ল নে নাই তাক সুনিশ্বিত কৰিম
09:15 তাক কৰিবলৈ, একেটা পৃষ্ঠাৰ ওপৰত, Search the catalog ৰ বাবে ফিল্দ বিচাৰক
09:22 মই এতিয়া Koha ত ৰেকৰ্ডচৰ ইম্প’ৰ্তক সুনিশ্বিত কৰিবলৈ সৰু পৰীক্ষা এটা কৰিম
09:29 গতিকে, মই Citation চেকচনত ইম্প’ৰ্ত কৰা ৰেকৰ্ডৰ পৰা এটা টাইটল লিখিম
09:37 পাছত, field ৰ সোফালে Submit বুটামত ক্লিক কৰক
09:43 এটা নতুন পৃষ্ঠা আহিছে- Inorganic chemistry Housecroft, Catherine E
09:50 Koha ই চাৰ্চ কৰা Title ৰ ফলাফল দেখুৱাই, যি প্ৰমাণ কৰে যে records সঠিকভাবে ইম্প’ৰ্ত হৈছে
09:58 ইয়াৰ সৈতে, আমি Koha লৈ MARC ইম্প’ৰ্ত কৰি সম্পূৰ্ণ কৰিলো
10:04 আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি KOHAMARC file এটা import কৰিবলৈ আৰু OPAC ত ইম্প’ৰ্ত কৰা দাতা চাৰ্চ কৰিবলৈ শিকিলো
10:17 অনুশিলনীৰ বাবে- MARC ৰ 10 records ব্যৱ্হাৰ কৰক যাক আগৰ টিউট’ৰিয়েল এটাত পৰিবৰ্তন কৰা হৈছিল আৰু সিহতক KOHA ত ইম্প’ৰ্ত কৰক
10:29 সংকেত: অনুগ্ৰহ কৰি Conversion of Excel data to Marc 21 format টিউট’ৰিয়েলটো চাওঁক
10:37 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
10:45 অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
10:55 অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক
10:59 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
11:10 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9