Koha-Library-Management-System/C3/Convert-Excel-to-MARC/Assamese

From Script | Spoken-Tutorial
Revision as of 21:50, 1 March 2019 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 Excel data Marc 21 format লৈ পৰিবৰ্তন কৰাৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:09 এই টিউট’ৰিয়েলটোত, আমি 64-bit Windows মেচিন এটাত Excel data Marc 21 format লৈ পৰিবৰ্তন কৰিবলৈ শিকিম
00:19 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো : Windows 10 Pro আৰু Firefox web browser
00:29 এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, শিকাৰুসকল Library Science ৰ সৈতে পৰিচিত হ’ব লাগিব
00:35 আগবহাৰ আগতে, অনুগ্ৰহ কৰি আপোনাৰ মেচিনত নিম্নখিনি থকাটো নিশ্বিত কৰক-

Windows 10, 8 বা 7,

00:45 যিকোনো ওৱেব ব্ৰাউজাৰ । যেনে: Internet Explorer, Firefox বা Google Chrome
00:53 একেটা চিৰিজত আগতে, আমি DesktopMarcEdit 7 ইনষ্টল কৰিছিলো
01:00 একেটা MarcEdit 7 খোলক আইকনত দাব’ল-ক্লিক কৰি
01:07 MarcEdit 7.0.250 By Terry Reese নামৰ উইন্দ’ এখন আহিছে
01:15 বিচাৰক আৰু Export Tab Delimited Text টেবত ক্লিক কৰক
01:21 Source File ফিল্দৰ ভিতৰত, folder এটাৰ বাবে আইকন বিচাৰক
01:27 source file হৈছে এটা Excel file যাক আমি .mrk ফৰ্মেতলৈ পৰিবৰ্তন কৰিছো
01:34 Folder ৰ বাবে এই আইকনত ক্লিক কৰক আৰু Excel ফাইলৰ বাবে File name ফিল্দত ব্ৰ’জ কৰক
01:42 File name ৰ কাষত দ্ৰপ-দাউনত ক্লিক কৰক
01:46 যদি আপোনাৰ Microsoft Excel 97/2000/XP/2003 (.xls) আছে তেন্তে Excel File(*.xls) ফৰ্মেত বাচক
02:03 আৰু যদি আপোনাৰ, Microsoft Excel 2007/2010/2013 XML(.xlsx) আছে তেন্তে Excel File(*.xlsx) ফৰ্মেত বাচক
02:21 যিহেতু মোৰ .(dot)xlsx ফাইল আছে, মই বাচিম Excel XML File(*.xlsx)
02:32 পাছত, বাওঁফালৰ ফ’ল্দাৰচলৈ যাওঁক আৰু ফ’ল্দাৰ্টো বাচক য’ত আপোনাৰ Excel file টো ছেভ আছে
02:40 মই বাচিছো Downloads কাৰণ তাত মই মোৰ Excel file টো ছেভ কৰিছো
02:47 গতিকে, Downloads ফ’ল্দাৰৰ পৰা, মই বাচিলো TestData.xlsx
02:55 যেতিয়া TestData.xlsx ফাইলটো বচা হয়, ই File name ফিল্দত দৰ্শিত হয়
03:04 এতিয়া, উইন্দ’ৰ তলত Open বুটামত ক্লিক কৰক
03:09 একেখন উইন্দ’ পুনৰ আহে Source File ৰ সৈতে C:\Users\spoken\Downloads\TestData.xlsx
03:21 এতিয়া, Output File ৰ কাষত ফ’ল্দাৰ আইকনত ক্লিক কৰক
03:27 তাক কৰিলে, Save File উইন্দ’ আহে আমাক File name ভৰাবলৈ সুধি
03:34 একেখন উইন্দ’ত, মই বাওঁফালে অৱস্থিত Downloads ফ’ল্দাৰত ক্লিক কৰিম । আৰু, File name: TestData হিচাবে লিখিম
03:46 এতিয়া পৃষ্ঠাটোৰ তলত Save বুটামত ক্লিক কৰক
03:51 একেখন উইন্দ’ পুনৰ আহে । Output file ফিল্দে দেখুৱায়: C:\Users\spoken\Downloads\TestData.mrk
04:06 মন কৰিব Excel Sheet Name: Sheet1 স্বয়ংক্ৰিয়ভাবে নিৰ্বাচিত হয় MarcEdit 7 ৰ দ্বাৰা । তথাপি, এই sheet নামটো সলাব পাৰি
04:20 Options চেকচনৰ ভিতৰত, চেক-বক্স UTF-8 Encoded নিৰ্বাচিত কৰে MarcEdit 7 এ দিফল্টভাবে
04:32 একেখন উইন্দ’ৰ সোফালে Next বুটামত ক্লিক কৰক
04:37 পুনৰ এখন নতুন উইন্দ’, MarcEdit Delimited Text Translator আহিছে । হেদিঙে কয় Data Snapshot
04:48 এই উইন্দ’ত Excel file টোত কৰা এনত্ৰিচৰ অনুসৰি সকলো field সবিশেষ থাকিব
04:55 আমি Fields ৰ ৰেঞ্জ 0 to 8 আৰু অধিক সিহতৰ সম্বন্ধীয় মানৰ সৈতে দেখিম
05:03 উদাহৰণস্বৰূপে, মোৰ মেচিনত Field 0 ৰ এটা মান আছে 978-3-319-47238-6 (ISBN)
05:17 আপুনি এটা বেলেগ মান দেখিব পাৰে আপোনাৰ Excel sheet অনুসৰি
05:22 DataSnapshot চেকচনৰ ভিতৰত, Settings চেকচনটো বিচাৰক
05:28 Select টেবলৈ যাওঁক আৰু দ্ৰপ-দাউনৰ পৰা Field 0 বাচক
05:35 ইয়াৰ সৈতে আমি Koha MARC Tags ৰ সৈতে Excel datamapping কৰিম
05:43 মনত ৰাখিব, আপুনি customize কৰিব পাৰে Map To: আৰু Indicators
05:49 তথাপি, Fields আৰু Subfield Codes Koha MARC Tag অনুসৰি হোৱাটো দৰকাৰ
05:58 MARC Tags ৰ অধিক তথ্যৰ বাবে, অফিচিয়েল Library of Congress চাইতৰ লিংকটো চাওঁক
06:07 ব্ৰ’জাৰত, এই URL লিখক আৰু search ত ক্লিক কৰক
06:15 মনত ৰাখিব ফিল্দত ভৰোৱা Map To: মানসমূহ এই চিৰিজৰ আগৰ টিউট’ৰিয়েল এটাৰ পৰা লোৱা হৈছে
06:24 মই Map To: ফিল্দত লিখিম 020$a
06:31 এই ক্ৰম আপোনাৰ Excel data অনুসৰি সলনি হ’ব
06:36 মই Indicators: আৰু Term. Punctuation: তেনেদৰেই ৰাখিম
06:42 তথাপি, আপুনি এই ফিল্দচ Koha MARC Tags ৰ নিৰ্দেশ অনুসৰি ভৰাব পাৰে
06:49 পাছৰটো হৈছে চেক-বক্স Constant Data ৰ বাবে
06:54 ইয়াক ক্লিক কৰক যদি আপুনি প্ৰতিটো এনত্ৰিৰ দাতা ফিল্দত একেটা তথ্য map কৰিব বিচাৰে, delimited টেকস্ত দ’কোমেন্তটোত
07:04 Repeatable subfield ক্লিক কৰক যদি আপুনি একেটা subfield ৰিপিত কৰিব বিচাৰে
07:10 পাছত, Add Argument বুটামত ক্লিক কৰক
07:15 তাক কৰিলে, 0 020$a 0 মানটো Arguments চেকচনৰ ভিতৰত ফিল্দত আহে
07:25 একেদৰে, আহক আন সকলো ফিল্দচ মেপ কৰো
07:30 Settings চেকচনৰ ভিতৰত, Select লৈ যাওঁক । দ্ৰপ-দাউনৰ পৰা, Field 1 বাচক
07:39 Map To ৰ বাবে ফিল্দত, লিখক: 080$a
07:46 এতিয়া, Add Argument বুটামত ক্লিক কৰক
07:50 তাক কৰিলে, 1 080$a 0 মানটো Arguments চেকচনৰ ভিতৰত ফিল্দত আহে
08:01 Select টেবৰ ভিতৰত, দ্ৰপ-দাউনৰ পৰা, Field 2 বাচক
08:07 Map To ৰ বাবে ফিল্দত, লিখক: 100$a
08:13 Indicators ৰ বাবে ফিল্দত, লিখক 1
08:17 মন কৰিব 1 হৈছে প্ৰথম সূচক tag 100 ৰ আৰু ই subfield ‘a’ ৰ বাবে Surname ক দৰ্শাই
08:28 একেদৰে, সকলো ফিল্দৰ মেপিং সম্পূৰ্ণ কৰক Field 13 লৈকে Select ৰ ভিতৰত দ্ৰপ-দাউনত দেখুৱা ধৰণে
08:39 প্ৰতিটো ফিল্দৰ কাষত আপ আৰু দাউন এৰ’চ মন কৰক
08:44 আপুনি ইয়াক দৰ্শিত হোৱা মানৰ ক্ৰমক সলাবলৈ ব্যৱহাৰ কৰিব পাৰে
08:50 Arguments চেকচনৰ ভিতৰত, বিভিন্ন sub-fields ৰ লগত কমন Tags জইন কৰিব লাগিব
08:58 তাৰ বাবে, নিম্নদৰে কৰক- কমন টেগচ বাচক উদাহৰণ 245$a আৰু 245$c ৰ বাবে
09:09 পাছত কমন টেগচত ৰাইত-ক্লিক কৰক আৰু দ্ৰপ-দাউনৰ পৰা Join Items বাচক
09:17 ই একে ধৰণৰ ফিল্দচৰ এটা গ্ৰোপ বনাব
09:23 মন কৰিব * (asterisk symbol) নিৰ্বাচিত Tags ৰ আগতে দৰ্শিত হ’ব
09:29 * asterisk symbol এ সূচাই যে কমন tags এতিয়া জইন হ’ল
09:35 বিকল্পভাবে, আপুনি fields ৰ মেপিং কৰিব পাৰে Auto Generate টেবত ক্লিক কৰি 0 ৰ পৰা 13 ফিল্দৰ সম্বন্ধীয় মানসমূহ import কৰিবলৈ, Arguments ৰ বাবে প্ৰদান কৰা ফিল্দত
09:52 তথাপি, মই মেপিং মেনুৱেলি কৰিলো । গতিকে, মই Auto Generate অপচনত ক্লিক নকৰো
09:59 পাছত আমি চাৰিটা অপচন দেখিছো
10:02 প্ৰথমটো হৈছে Save Template
10:06 ইয়াক ব্যৱ্হাৰ কৰক যদি আপুনি একেটা মেপিং ভবিষ্যতত ব্যৱ্হাৰ কৰিব বিচাৰে
10:12 saved template ব্যৱ্হৃত হ’ব যদি আপুনি দেতা পৰিবৰ্তনত কিবা অসুবিধাৰ সন্মুখিন হয়
10:20 যদি আমি Save Template অপচনটো বাচো, তেন্তে আমাক ইয়াৰ নাম এটা দিবলৈ আৰু ইয়াক ছেভ কৰিবলৈ দাইৰেক্তৰিটো সূচীত কৰিবলৈ সুধিব
10:31 ই ছেভ হ’ব .mrd file হিচাবে
10:36 এই template ভবিষ্যতত এক্সেচ কৰক উইন্দ’খনৰ সোফালে “Load Template” ক্লিক কৰি
10:44 দ্বিতীয় অপচন হৈছে Sort Fields
10:48 তৃতীয় অপচন হৈছে Calculate common nonfiling data
10:54 চতুৰ্থ অপচন হৈছে Ignore Header Row
10:58 ইয়াত ক্লিক কৰক, যদি আপোনাৰ এটা হেদাৰ আছে Excel sheet ত আৰু আপুনি হেদিং অৱজ্ঞা কৰিব লাগে
11:05 ইয়াৰ মাজত, Sort Fields আৰু Calculate common nonfiling data MarcEdit 7 এ স্ব-নিৰ্বাচিত কৰে
11:15 মই তাক তেনেদৰে এৰিম
11:18 এতিয়া, মই চেক-বক্স চেক কৰিম Save Template আৰু Ignore Header Row ৰ বাবে
11:26 পাছত, পৃষ্ঠাটোৰ ওপৰত সোফালে চুকত Finish টেব বিচাৰক আৰু ক্লিক কৰক
11:34 তাক কৰিলে, Save File উইন্দ’ আহে, আমাক File name টো ভৰাবলৈ সুধি
11:41 একেখন উইন্দ’ত, মই বাওঁফালে অৱস্থিত Downloads ফ’ল্দাৰত ক্লিক কৰিম
11:48 আৰু, File name ৰ বাবে ফিল্দত, মই লিখিম TestData
11:54 এতিয়া, পৃষ্ঠাটোৰ তলত Save বুটামত ক্লিক কৰক
11:59 এখন প’প-আপ উইন্দ’ আহিছে বাৰ্তাৰ সৈতে: Process has been finished. Records saved to: C:\Users\Spoken\Download\TestData.mrk
12:14 এই দাইল’গ-বক্সৰ তলত Ok বুটামত ক্লিক কৰক
12:19 ইয়াৰ সৈতে, .mrk file নিৰ্দেশিত স্থানত সফলভাবে ছেভ কৰা হ’ল যি হৈছে Downloads ফ’ল্দাৰ
12:29 এটা নতুন পৃষ্ঠা MarcEdit 7.0.250 By Terry Reese আহিছে । MarcEditor আইকনটো বিচাৰক আৰু ক্লিক কৰক
12:42 এটা নতুন পৃষ্ঠা MarcEditor আহিছে । মেইন মেনুত, ফাইলত ক্লিক কৰক আৰু দ্ৰপ-দাউনৰ পৰা Open বাচক
12:55 এখন উইন্দ’ Open File আহিছে TestData.mrk ফাইলটো দেখুৱাই
13:02 TestData.mrk ফাইলটো ক্লিক কৰক আৰু বাচক
13:07 File name ফিল্দত দৰ্শিত হ’ব
13:11 এতিয়া উইন্দ’খনৰ তলত Open ত ক্লিক কৰক
13:16 আন এখন উইন্দ’ MarcEditor: TestData.mrk আহিছে সকলো সবিশেষৰ সৈতে
13:24 একেখন উইন্দ’ত, মেইন মেনুৰ পৰা, ফাইলত ক্লিক কৰক
13:29 এতিয়া, দ্ৰপ-দাউনৰ পৰা Compile File into MARC বাচক
13:35 আন এখন নতুন উইন্দ’ Save File আহিছে
13:39 ইয়াত, File Name: বিচাৰক আৰু ফিল্দত উপযুক্ত নামটো লিখক
13:46 মই লিখিম TestData
13:50 Koha ই দিফল্টভাবে, Save as type: ফিল্দত MARC Files (*.mrc) বাচে
14:00 এতিয়া, উইন্দ’খনৰ তলত অৱস্থিত Save বুটামত ক্লিক কৰক
14:06 তাক কৰিলে, একেখন উইন্দ’ৰ তলত, আপুনি দেখিব 5 records processed in 0.166228 seconds
14:19 কাৰণ মই মাত্ৰ 5 records ইম্প’ৰ্ত কৰিছো । আপুনি এটা বেলেগ সংখ্যাৰ ৰেকৰ্ড আৰু প্ৰচেচ সময় দেখিব আপোনাৰ দেতা অনুসৰি
14:29 ইয়াৰ সৈতে, আমি আমাৰ লাইব্ৰেৰীৰ Excel dataMarc 21 format লৈ সফলভাবে পৰিবৰ্তন কৰিলো
14:37 Marc 21 format হৈছে দেতা cataloging আৰু ইম্প’ৰ্ত কৰিবলৈ Koha ত ব্যৱ্হৃত standard ফৰ্মেত
14:46 এতিয়া, এই উইন্দ’ বন্ধ কৰক । তাক কৰিবলৈ, ওপৰত সোফালে চুকলৈ যাওঁক আৰু Close বুটামত ক্লিক কৰক
14:55 আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি 64-bit Windows মেচিন এটাত Excel data Marc 21 format লৈ পৰিবৰ্তন কৰিবলৈ শিকিলো
15:08 অনুশিলনী: Excel ত 10 records ৰ এখন তালিকা প্ৰস্তুত কৰক আৰু সেই ৰেকৰ্ডচ MarcEdit 7 ব্যৱ্হাৰ কৰি MARC লৈ পৰিবৰ্তন কৰক
15:20 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
15:27 অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
15:35 সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক
15:39 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত
15:45 এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
15:50 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9