Koha-Library-Management-System/C3/Convert-Excel-to-MARC/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | Excel data ক Marc 21 format লৈ পৰিবৰ্তন কৰাৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:09 | এই টিউট’ৰিয়েলটোত, আমি 64-bit Windows মেচিন এটাত Excel data ক Marc 21 format লৈ পৰিবৰ্তন কৰিবলৈ শিকিম |
| 00:19 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো : Windows 10 Pro আৰু Firefox web browser |
| 00:29 | এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, শিকাৰুসকল Library Science ৰ সৈতে পৰিচিত হ’ব লাগিব |
| 00:35 | আগবহাৰ আগতে, অনুগ্ৰহ কৰি আপোনাৰ মেচিনত নিম্নখিনি থকাটো নিশ্বিত কৰক-
Windows 10, 8 বা 7, |
| 00:45 | যিকোনো ওৱেব ব্ৰাউজাৰ । যেনে: Internet Explorer, Firefox বা Google Chrome |
| 00:53 | একেটা চিৰিজত আগতে, আমি Desktop ত MarcEdit 7 ইনষ্টল কৰিছিলো |
| 01:00 | একেটা MarcEdit 7 খোলক আইকনত দাব’ল-ক্লিক কৰি |
| 01:07 | MarcEdit 7.0.250 By Terry Reese নামৰ উইন্দ’ এখন আহিছে |
| 01:15 | বিচাৰক আৰু Export Tab Delimited Text টেবত ক্লিক কৰক |
| 01:21 | Source File ফিল্দৰ ভিতৰত, folder এটাৰ বাবে আইকন বিচাৰক |
| 01:27 | source file হৈছে এটা Excel file যাক আমি .mrk ফৰ্মেতলৈ পৰিবৰ্তন কৰিছো |
| 01:34 | Folder ৰ বাবে এই আইকনত ক্লিক কৰক আৰু Excel ফাইলৰ বাবে File name ফিল্দত ব্ৰ’জ কৰক |
| 01:42 | File name ৰ কাষত দ্ৰপ-দাউনত ক্লিক কৰক |
| 01:46 | যদি আপোনাৰ Microsoft Excel 97/2000/XP/2003 (.xls) আছে তেন্তে Excel File(*.xls) ফৰ্মেত বাচক |
| 02:03 | আৰু যদি আপোনাৰ, Microsoft Excel 2007/2010/2013 XML(.xlsx) আছে তেন্তে Excel File(*.xlsx) ফৰ্মেত বাচক |
| 02:21 | যিহেতু মোৰ .(dot)xlsx ফাইল আছে, মই বাচিম Excel XML File(*.xlsx) |
| 02:32 | পাছত, বাওঁফালৰ ফ’ল্দাৰচলৈ যাওঁক আৰু ফ’ল্দাৰ্টো বাচক য’ত আপোনাৰ Excel file টো ছেভ আছে |
| 02:40 | মই বাচিছো Downloads কাৰণ তাত মই মোৰ Excel file টো ছেভ কৰিছো |
| 02:47 | গতিকে, Downloads ফ’ল্দাৰৰ পৰা, মই বাচিলো TestData.xlsx |
| 02:55 | যেতিয়া TestData.xlsx ফাইলটো বচা হয়, ই File name ফিল্দত দৰ্শিত হয় |
| 03:04 | এতিয়া, উইন্দ’ৰ তলত Open বুটামত ক্লিক কৰক |
| 03:09 | একেখন উইন্দ’ পুনৰ আহে Source File ৰ সৈতে C:\Users\spoken\Downloads\TestData.xlsx |
| 03:21 | এতিয়া, Output File ৰ কাষত ফ’ল্দাৰ আইকনত ক্লিক কৰক |
| 03:27 | তাক কৰিলে, Save File উইন্দ’ আহে আমাক File name ভৰাবলৈ সুধি |
| 03:34 | একেখন উইন্দ’ত, মই বাওঁফালে অৱস্থিত Downloads ফ’ল্দাৰত ক্লিক কৰিম । আৰু, File name: TestData হিচাবে লিখিম |
| 03:46 | এতিয়া পৃষ্ঠাটোৰ তলত Save বুটামত ক্লিক কৰক |
| 03:51 | একেখন উইন্দ’ পুনৰ আহে । Output file ফিল্দে দেখুৱায়: C:\Users\spoken\Downloads\TestData.mrk |
| 04:06 | মন কৰিব Excel Sheet Name: Sheet1 স্বয়ংক্ৰিয়ভাবে নিৰ্বাচিত হয় MarcEdit 7 ৰ দ্বাৰা । তথাপি, এই sheet নামটো সলাব পাৰি |
| 04:20 | Options চেকচনৰ ভিতৰত, চেক-বক্স UTF-8 Encoded নিৰ্বাচিত কৰে MarcEdit 7 এ দিফল্টভাবে |
| 04:32 | একেখন উইন্দ’ৰ সোফালে Next বুটামত ক্লিক কৰক |
| 04:37 | পুনৰ এখন নতুন উইন্দ’, MarcEdit Delimited Text Translator আহিছে । হেদিঙে কয় Data Snapshot |
| 04:48 | এই উইন্দ’ত Excel file টোত কৰা এনত্ৰিচৰ অনুসৰি সকলো field সবিশেষ থাকিব |
| 04:55 | আমি Fields ৰ ৰেঞ্জ 0 to 8 আৰু অধিক সিহতৰ সম্বন্ধীয় মানৰ সৈতে দেখিম |
| 05:03 | উদাহৰণস্বৰূপে, মোৰ মেচিনত Field 0 ৰ এটা মান আছে 978-3-319-47238-6 (ISBN) |
| 05:17 | আপুনি এটা বেলেগ মান দেখিব পাৰে আপোনাৰ Excel sheet অনুসৰি |
| 05:22 | DataSnapshot চেকচনৰ ভিতৰত, Settings চেকচনটো বিচাৰক |
| 05:28 | Select টেবলৈ যাওঁক আৰু দ্ৰপ-দাউনৰ পৰা Field 0 বাচক |
| 05:35 | ইয়াৰ সৈতে আমি Koha MARC Tags ৰ সৈতে Excel data ৰ mapping কৰিম |
| 05:43 | মনত ৰাখিব, আপুনি customize কৰিব পাৰে Map To: আৰু Indicators |
| 05:49 | তথাপি, Fields আৰু Subfield Codes Koha MARC Tag অনুসৰি হোৱাটো দৰকাৰ |
| 05:58 | MARC Tags ৰ অধিক তথ্যৰ বাবে, অফিচিয়েল Library of Congress চাইতৰ লিংকটো চাওঁক |
| 06:07 | ব্ৰ’জাৰত, এই URL লিখক আৰু search ত ক্লিক কৰক |
| 06:15 | মনত ৰাখিব ফিল্দত ভৰোৱা Map To: মানসমূহ এই চিৰিজৰ আগৰ টিউট’ৰিয়েল এটাৰ পৰা লোৱা হৈছে |
| 06:24 | মই Map To: ফিল্দত লিখিম 020$a |
| 06:31 | এই ক্ৰম আপোনাৰ Excel data অনুসৰি সলনি হ’ব |
| 06:36 | মই Indicators: আৰু Term. Punctuation: তেনেদৰেই ৰাখিম |
| 06:42 | তথাপি, আপুনি এই ফিল্দচ Koha MARC Tags ৰ নিৰ্দেশ অনুসৰি ভৰাব পাৰে |
| 06:49 | পাছৰটো হৈছে চেক-বক্স Constant Data ৰ বাবে |
| 06:54 | ইয়াক ক্লিক কৰক যদি আপুনি প্ৰতিটো এনত্ৰিৰ দাতা ফিল্দত একেটা তথ্য map কৰিব বিচাৰে, delimited টেকস্ত দ’কোমেন্তটোত |
| 07:04 | Repeatable subfield ক্লিক কৰক যদি আপুনি একেটা subfield ৰিপিত কৰিব বিচাৰে |
| 07:10 | পাছত, Add Argument বুটামত ক্লিক কৰক |
| 07:15 | তাক কৰিলে, 0 020$a 0 মানটো Arguments চেকচনৰ ভিতৰত ফিল্দত আহে |
| 07:25 | একেদৰে, আহক আন সকলো ফিল্দচ মেপ কৰো |
| 07:30 | Settings চেকচনৰ ভিতৰত, Select লৈ যাওঁক । দ্ৰপ-দাউনৰ পৰা, Field 1 বাচক |
| 07:39 | Map To ৰ বাবে ফিল্দত, লিখক: 080$a |
| 07:46 | এতিয়া, Add Argument বুটামত ক্লিক কৰক |
| 07:50 | তাক কৰিলে, 1 080$a 0 মানটো Arguments চেকচনৰ ভিতৰত ফিল্দত আহে |
| 08:01 | Select টেবৰ ভিতৰত, দ্ৰপ-দাউনৰ পৰা, Field 2 বাচক |
| 08:07 | Map To ৰ বাবে ফিল্দত, লিখক: 100$a |
| 08:13 | Indicators ৰ বাবে ফিল্দত, লিখক 1 |
| 08:17 | মন কৰিব 1 হৈছে প্ৰথম সূচক tag 100 ৰ আৰু ই subfield ‘a’ ৰ বাবে Surname ক দৰ্শাই |
| 08:28 | একেদৰে, সকলো ফিল্দৰ মেপিং সম্পূৰ্ণ কৰক Field 13 লৈকে Select ৰ ভিতৰত দ্ৰপ-দাউনত দেখুৱা ধৰণে |
| 08:39 | প্ৰতিটো ফিল্দৰ কাষত আপ আৰু দাউন এৰ’চ মন কৰক |
| 08:44 | আপুনি ইয়াক দৰ্শিত হোৱা মানৰ ক্ৰমক সলাবলৈ ব্যৱহাৰ কৰিব পাৰে |
| 08:50 | Arguments চেকচনৰ ভিতৰত, বিভিন্ন sub-fields ৰ লগত কমন Tags জইন কৰিব লাগিব |
| 08:58 | তাৰ বাবে, নিম্নদৰে কৰক- কমন টেগচ বাচক উদাহৰণ 245$a আৰু 245$c ৰ বাবে |
| 09:09 | পাছত কমন টেগচত ৰাইত-ক্লিক কৰক আৰু দ্ৰপ-দাউনৰ পৰা Join Items বাচক |
| 09:17 | ই একে ধৰণৰ ফিল্দচৰ এটা গ্ৰোপ বনাব |
| 09:23 | মন কৰিব * (asterisk symbol) নিৰ্বাচিত Tags ৰ আগতে দৰ্শিত হ’ব |
| 09:29 | * asterisk symbol এ সূচাই যে কমন tags এতিয়া জইন হ’ল |
| 09:35 | বিকল্পভাবে, আপুনি fields ৰ মেপিং কৰিব পাৰে Auto Generate টেবত ক্লিক কৰি 0 ৰ পৰা 13 ফিল্দৰ সম্বন্ধীয় মানসমূহ import কৰিবলৈ, Arguments ৰ বাবে প্ৰদান কৰা ফিল্দত |
| 09:52 | তথাপি, মই মেপিং মেনুৱেলি কৰিলো । গতিকে, মই Auto Generate অপচনত ক্লিক নকৰো |
| 09:59 | পাছত আমি চাৰিটা অপচন দেখিছো |
| 10:02 | প্ৰথমটো হৈছে Save Template |
| 10:06 | ইয়াক ব্যৱ্হাৰ কৰক যদি আপুনি একেটা মেপিং ভবিষ্যতত ব্যৱ্হাৰ কৰিব বিচাৰে |
| 10:12 | saved template ব্যৱ্হৃত হ’ব যদি আপুনি দেতা পৰিবৰ্তনত কিবা অসুবিধাৰ সন্মুখিন হয় |
| 10:20 | যদি আমি Save Template অপচনটো বাচো, তেন্তে আমাক ইয়াৰ নাম এটা দিবলৈ আৰু ইয়াক ছেভ কৰিবলৈ দাইৰেক্তৰিটো সূচীত কৰিবলৈ সুধিব |
| 10:31 | ই ছেভ হ’ব .mrd file হিচাবে |
| 10:36 | এই template ভবিষ্যতত এক্সেচ কৰক উইন্দ’খনৰ সোফালে “Load Template” ক্লিক কৰি |
| 10:44 | দ্বিতীয় অপচন হৈছে Sort Fields |
| 10:48 | তৃতীয় অপচন হৈছে Calculate common nonfiling data |
| 10:54 | চতুৰ্থ অপচন হৈছে Ignore Header Row |
| 10:58 | ইয়াত ক্লিক কৰক, যদি আপোনাৰ এটা হেদাৰ আছে Excel sheet ত আৰু আপুনি হেদিং অৱজ্ঞা কৰিব লাগে |
| 11:05 | ইয়াৰ মাজত, Sort Fields আৰু Calculate common nonfiling data MarcEdit 7 এ স্ব-নিৰ্বাচিত কৰে |
| 11:15 | মই তাক তেনেদৰে এৰিম |
| 11:18 | এতিয়া, মই চেক-বক্স চেক কৰিম Save Template আৰু Ignore Header Row ৰ বাবে |
| 11:26 | পাছত, পৃষ্ঠাটোৰ ওপৰত সোফালে চুকত Finish টেব বিচাৰক আৰু ক্লিক কৰক |
| 11:34 | তাক কৰিলে, Save File উইন্দ’ আহে, আমাক File name টো ভৰাবলৈ সুধি |
| 11:41 | একেখন উইন্দ’ত, মই বাওঁফালে অৱস্থিত Downloads ফ’ল্দাৰত ক্লিক কৰিম |
| 11:48 | আৰু, File name ৰ বাবে ফিল্দত, মই লিখিম TestData |
| 11:54 | এতিয়া, পৃষ্ঠাটোৰ তলত Save বুটামত ক্লিক কৰক |
| 11:59 | এখন প’প-আপ উইন্দ’ আহিছে বাৰ্তাৰ সৈতে: Process has been finished. Records saved to: C:\Users\Spoken\Download\TestData.mrk |
| 12:14 | এই দাইল’গ-বক্সৰ তলত Ok বুটামত ক্লিক কৰক |
| 12:19 | ইয়াৰ সৈতে, .mrk file নিৰ্দেশিত স্থানত সফলভাবে ছেভ কৰা হ’ল যি হৈছে Downloads ফ’ল্দাৰ |
| 12:29 | এটা নতুন পৃষ্ঠা MarcEdit 7.0.250 By Terry Reese আহিছে । MarcEditor আইকনটো বিচাৰক আৰু ক্লিক কৰক |
| 12:42 | এটা নতুন পৃষ্ঠা MarcEditor আহিছে । মেইন মেনুত, ফাইলত ক্লিক কৰক আৰু দ্ৰপ-দাউনৰ পৰা Open বাচক |
| 12:55 | এখন উইন্দ’ Open File আহিছে TestData.mrk ফাইলটো দেখুৱাই |
| 13:02 | TestData.mrk ফাইলটো ক্লিক কৰক আৰু বাচক |
| 13:07 | ই File name ফিল্দত দৰ্শিত হ’ব |
| 13:11 | এতিয়া উইন্দ’খনৰ তলত Open ত ক্লিক কৰক |
| 13:16 | আন এখন উইন্দ’ MarcEditor: TestData.mrk আহিছে সকলো সবিশেষৰ সৈতে |
| 13:24 | একেখন উইন্দ’ত, মেইন মেনুৰ পৰা, ফাইলত ক্লিক কৰক |
| 13:29 | এতিয়া, দ্ৰপ-দাউনৰ পৰা Compile File into MARC বাচক |
| 13:35 | আন এখন নতুন উইন্দ’ Save File আহিছে |
| 13:39 | ইয়াত, File Name: বিচাৰক আৰু ফিল্দত উপযুক্ত নামটো লিখক |
| 13:46 | মই লিখিম TestData |
| 13:50 | Koha ই দিফল্টভাবে, Save as type: ফিল্দত MARC Files (*.mrc) বাচে |
| 14:00 | এতিয়া, উইন্দ’খনৰ তলত অৱস্থিত Save বুটামত ক্লিক কৰক |
| 14:06 | তাক কৰিলে, একেখন উইন্দ’ৰ তলত, আপুনি দেখিব 5 records processed in 0.166228 seconds |
| 14:19 | কাৰণ মই মাত্ৰ 5 records ইম্প’ৰ্ত কৰিছো । আপুনি এটা বেলেগ সংখ্যাৰ ৰেকৰ্ড আৰু প্ৰচেচ সময় দেখিব আপোনাৰ দেতা অনুসৰি |
| 14:29 | ইয়াৰ সৈতে, আমি আমাৰ লাইব্ৰেৰীৰ Excel data ক Marc 21 format লৈ সফলভাবে পৰিবৰ্তন কৰিলো |
| 14:37 | Marc 21 format হৈছে দেতা cataloging আৰু ইম্প’ৰ্ত কৰিবলৈ Koha ত ব্যৱ্হৃত standard ফৰ্মেত |
| 14:46 | এতিয়া, এই উইন্দ’ বন্ধ কৰক । তাক কৰিবলৈ, ওপৰত সোফালে চুকলৈ যাওঁক আৰু Close বুটামত ক্লিক কৰক |
| 14:55 | আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি 64-bit Windows মেচিন এটাত Excel data ক Marc 21 format লৈ পৰিবৰ্তন কৰিবলৈ শিকিলো |
| 15:08 | অনুশিলনী: Excel ত 10 records ৰ এখন তালিকা প্ৰস্তুত কৰক আৰু সেই ৰেকৰ্ডচ MarcEdit 7 ব্যৱ্হাৰ কৰি MARC লৈ পৰিবৰ্তন কৰক |
| 15:20 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
| 15:27 | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
| 15:35 | সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক |
| 15:39 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত |
| 15:45 | এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
| 15:50 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |