Koha-Library-Management-System/C2/OPAC/Assamese

From Script | Spoken-Tutorial
Revision as of 19:12, 18 February 2019 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:01 How to use OPAC স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত, আমি শিকিম: Search ব্যৱ্হাৰ কৰি item এটা কেনেকৈ বিচৰা হয়
00:13 আৰু Advance Search ব্যৱ্হাৰ কৰি item এটা বিচাৰিবলৈ
00:18 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো :

Ubuntu Linux OS 16.04 আৰু Koha ভাৰ্চন 16.05

00:32 এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ Library Science ৰ জ্ঞান থাকিব লাগিব
00:38 এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ চিষ্টেমত Koha ইনষ্টল থাকিব লাগিব
00:44 আৰু, আপোনাৰ Koha ত কামকৰা জ্ঞান থাকিব লাগিব
00:49 যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত Koha Spoken Tutorial চিৰিজ চাওঁক
00:56 আৰম্ভ কৰিবলৈ, মই Microbiology ত দুখন কিতাপ বেছিকৈ যোগ কৰিলো
01:02 এখন লেখক Powar and Daginawala আৰু আনখন লেখক Heritage ৰ সৈতে
01:12 মোৰ লাইব্ৰেৰীত মুঠতে তিনিখন কিতাপ আছে
01:17 আগবহাৰ আগতে, আগৰ টিউট’ৰিয়েলত বৰ্ণনা কৰাৰ দৰে আপোনাৰ লাইব্ৰেৰীত নিজৰ পচন্দৰ আৰু দুখন কিতাপ যোগ কৰক
01:27 আপোনাৰ Web Browser খোলক আৰু লিখক: http://127.0.1.1/8000
01:40 এই URL টো ইনষ্টলেচনৰ সময়ত দিয়া port number আৰু domain নামৰ ওপৰত আধাৰিত
01:48 অনুগ্ৰহ কৰি আপুনি উল্লেখ কৰা ধৰণে লিখক । এতিয়া, Enter টিপক
01:55 Welcome to Spoken Tutorial Library হ’মপেজটো খুলিছে
02:01 ওপৰত বাওঁফালে Search ত ক্লিক কৰক
02:06 Library catalog দ্ৰপ-দাউনৰ পৰা Search ফিল্দত, আমি তলৰ অপচনচ চাৰ্চ কৰিব পাৰো:
02:16 Title, Author , Subject, ISBN , Series আৰু Call number
02:28 মই Search ফিল্দত Microbiology লিখিম
02:33 আৰু, ফিল্দৰ সোফালে Go ত ক্লিক কৰক
02:38 Microbiology শব্দটো থকা সকলো Library items ফলাফলত তালিকাবদ্ধ হৈছে
02:45 চাৰ্চ ওৱৰ্দৰ সৈতে তালিকাবদ্ধ হোৱা items, পাছত ইউজাৰৰ পচন্দ অনুসৰি চ’ৰ্ত কৰিব পাৰি
02:52 তাক কৰিবলৈ, তালিকাখনৰ সোফালে যাওঁক আৰু Relevance টেবত ক্লিক কৰক
02:59 দ্ৰপ-দাউনৰ পৰা, মই Author (A-Z) বাচিম
03:05 আপুনি নিজৰ প্ৰয়োজন অনুসৰি আন যিকোনো অপচন বাচিব পাৰে
03:11 Author (A-Z) নিৰ্বাচিত কৰিলে, Authors ৰ এখন তালিকা বৰ্ণৰ ক্ৰমত দৰ্শিত হয়
03:19 তালিকাবদ্ধ items ৰ টাইটলৰ তলত চাওঁক । ইয়াত, আমি সেই বিশেষ আইতেমৰ উপলদ্ধতাক সকলো লাইব্ৰেৰীত চাব পাৰো
03:31 গতিকে, কেনেকৈ আমি আমাৰ চাৰ্চক উন্নত ফলাফলৰ বাবে শুধৰাব পাৰো ?
03:36 আমি বাওঁফালে ‘Refine Your Search' টেবত ক্লিক কৰি তাক কৰিব পাৰো
03:43 পাছত নিম্ন চেকচনৰ ভিতৰত বিভিন্ন টেবলৈ যাওঁক: Availability, Authors, Item Types আৰু Topics
03:57 এতিয়া, আহক চাওঁ যদি প্ৰয়োজনীয় সামগ্ৰীটো সাধাৰণ চাৰ্চৰ দ্বাৰা পোৱা নগ’লে কি কৰিব লাগে
04:06 Search Catalog পৃষ্ঠাটোত, Advanced Search লিংকত ক্লিক কৰক
04:12 Search for টাইটলৰ সৈতে নতুন পৃষ্ঠা এটা খুলিছে
04:18 একাধিক দ্ৰপ-দাউন অপচন ব্যৱ্হাৰ কৰি, আমি নিজৰ প্ৰয়োজনীয় সামগ্ৰীৰ বাবে আমাৰ চাৰ্চক ৰিফাইন কৰিব পাৰো
04:26 বাওঁফালে দ্ৰপ-দাউনৰ পৰা, উপযুক্ত অপচনটো বাচক যেনে:

Keyword, Subject , Title , Author , Publisher, Publisher Location, ISBN আৰু Barcode

04:45 মই Subject বাচিম
04:48 আৰু সোফালৰ ফিল্দত, বাওঁফালৰ দ্ৰপ-দাউনৰ পৰা বচা অপচনটোৰ সবিশেষ লিখক
04:56 মই ইয়াত Microbiology লিখিম
05:00 দ্বিতীয় দ্ৰপ-দাউন অপচনটো ব্যৱ্হাৰ কৰি, মই AuthorPatel বাচিম
05:08 তৃতীয় দ্ৰপ-দাউন অপচনটো ব্যৱ্হাৰ কৰি, মই PublisherPearson বাচিম
05:16 একেটা পৃষ্ঠাত, Item Type চেকচনৰ ভিতৰত অন্য অপচনচ মন কৰক-
05:23 Book,
05:25 Reference
05:27 আৰু Serial
05:29 অপচনচৰ সৈতে যেনে - Publication date range, Language আৰু Sorting
05:40 গতিকে, Item Type চেকচনৰ ভিতৰত, মই Books ৰ বাবে ৰেদিঅ’ বুটামত ক্লিক কৰিম
05:47 মই Publication date range খালি ৰাখিম
05:52 Language ৰ বাবে দ্ৰপ-দাউনৰ পৰা English বাচক
05:57 Sorting চেকচনত, Sort by: ৰ বাবে মই Author (A-Z) বাচিম
06:06 সকলো সবিশেষ ভৰ্ত্তি কৰাৰ পাছত, পৃষ্ঠাটোৰ তলত Search ত ক্লিক কৰক
06:13 এই পৃষ্ঠাটোত নিম্নলিখিত ধৰণে সকলো আইতেমৰ তালিকা এখন থাকিব:

SubjectMicrobiology,

06:22 Author Patel Arvind H.,
06:26 PublisherPearson
06:29 এতিয়া,আহক Advanced Search পৃষ্ঠাটোলৈ ঘূৰি যাওঁ আৰু Search for: চেকচনৰ তলত More Options বুটামত ক্লিক কৰো
06:42 তেনে কৰিলে, Advanced search পৃষ্ঠাটোৰ লেআউত সলনি হয়
06:48 পুনৰ এবাৰ, প্ৰথম দ্ৰপ-দাউনত, মই Subject বাচিম
06:54 পাছত মই লিখিম Microbiology
06:58 এতিয়া অপচনচৰ দ্বিতীয় ৰৌ টোলৈ আহক
07:02 প্ৰথম দ্ৰপ-দাউনত, মই “and” অপচনক এনেদৰেই ৰাখিম
07:09 আৰু, সোফালে দ্ৰপ-দাউনত, মই “Author” বাচিম
07:14 পাছত ইয়াৰ সোফালে, মই লিখিম “Patel”
07:19 পাছত, অপচনচৰ তৃতীয় ৰৌ টোলৈ আহক । প্ৰথম দ্ৰপ-দাউনত, মই “or” অপচনটো বাচিম
07:28 আৰু, সোফালে দ্ৰপ-দাউনত, মই “Author” বাচিম
07:34 পাছত ইয়াৰ সোফালে, মই লিখিম “Heritage”
07:39 সকলো সবিশেষ ভৰ্ত্তি কৰাৰ পাছত, চেকচনটোৰ তলত Search বুটামত ক্লিক কৰক
07:46 যদি প্ৰয়োজন হয়, আপুনি Item type চেকচনৰ ভিতৰত search অপচনচ বা বাকী থকা অপচনচ ব্যৱ্হাৰ কৰি চাৰ্চক পাছলৈ বিস্তৃত কৰিব পাৰে
07:58 এনেদৰেই আমি OPAC ব্যৱ্হাৰ কৰি লাইব্ৰেৰীত আইতেমচ চাৰ্চ কৰিব পাৰো
08:04 এই টিউট’ৰিয়েলটোৰ সৈতে, আপুনি এতিয়া ইউজাৰ এজনে কেনেকৈ সহজে লাইব্ৰেৰী আইতেম এটাৰ বাবে চাৰ্চ কৰিব পাৰে শিকিলে
08:11 ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
08:15 আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি শিকিলো Search ব্যৱ্হাৰ কৰি item এটা বিচাৰিবলৈ
08:24 আৰু Advance Search ব্যৱ্হাৰ কৰি item এটা বিচাৰিবলৈ
08:29 অনুশিলনীৰ বাবে-

Biology কীৱৰ্দ ব্যৱ্হাৰ কৰি, OPACJournals ৰ তালিকা বিচাৰক

08:37 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
08:44 অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
08:54 অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক
08:58 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
09:10 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9