Koha-Library-Management-System/C2/OPAC/Assamese
From Script | Spoken-Tutorial
| |
|
| 00:01 | How to use OPAC স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:06 | এই টিউট’ৰিয়েলটোত, আমি শিকিম: Search ব্যৱ্হাৰ কৰি item এটা কেনেকৈ বিচৰা হয় |
| 00:13 | আৰু Advance Search ব্যৱ্হাৰ কৰি item এটা বিচাৰিবলৈ |
| 00:18 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো :
Ubuntu Linux OS 16.04 আৰু Koha ভাৰ্চন 16.05 |
| 00:32 | এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ Library Science ৰ জ্ঞান থাকিব লাগিব |
| 00:38 | এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ চিষ্টেমত Koha ইনষ্টল থাকিব লাগিব |
| 00:44 | আৰু, আপোনাৰ Koha ত কামকৰা জ্ঞান থাকিব লাগিব |
| 00:49 | যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত Koha Spoken Tutorial চিৰিজ চাওঁক |
| 00:56 | আৰম্ভ কৰিবলৈ, মই Microbiology ত দুখন কিতাপ বেছিকৈ যোগ কৰিলো |
| 01:02 | এখন লেখক Powar and Daginawala আৰু আনখন লেখক Heritage ৰ সৈতে |
| 01:12 | মোৰ লাইব্ৰেৰীত মুঠতে তিনিখন কিতাপ আছে |
| 01:17 | আগবহাৰ আগতে, আগৰ টিউট’ৰিয়েলত বৰ্ণনা কৰাৰ দৰে আপোনাৰ লাইব্ৰেৰীত নিজৰ পচন্দৰ আৰু দুখন কিতাপ যোগ কৰক |
| 01:27 | আপোনাৰ Web Browser খোলক আৰু লিখক: http://127.0.1.1/8000 |
| 01:39 | এই URL টো ইনষ্টলেচনৰ সময়ত দিয়া port number আৰু domain নামৰ ওপৰত আধাৰিত |
| 01:47 | অনুগ্ৰহ কৰি আপুনি উল্লেখ কৰা ধৰণে লিখক । এতিয়া, Enter টিপক |
| 01:54 | Welcome to Spoken Tutorial Library হ’মপেজটো খুলিছে |
| 02:00 | ওপৰত বাওঁফালে Library catalog পৰা দ্ৰপ-দাউনত, আমি তলৰ অপচনচ চাৰ্চ কৰিব পাৰো: |
| 02:09 | Title, Author , Subject, ISBN , Series আৰু Call number |
| 02:22 | মই Search ফিল্দত Microbiology লিখিম আৰু, ফিল্দৰ সোফালে Go ত ক্লিক কৰক |
| 02:33 | Microbiology শব্দটো থকা সকলো Library items ফলাফলত তালিকাবদ্ধ হৈছে |
| 02:40 | চাৰ্চ ওৱৰ্দৰ সৈতে তালিকাবদ্ধ হোৱা items, পাছত ইউজাৰৰ পচন্দ অনুসৰি চ’ৰ্ত কৰিব পাৰি |
| 02:47 | তাক কৰিবলৈ, তালিকাখনৰ সোফালে যাওঁক আৰু Relevance টেবত ক্লিক কৰক |
| 02:54 | দ্ৰপ-দাউনৰ পৰা, মই Author (A-Z) বাচিম |
| 03:00 | আপুনি নিজৰ প্ৰয়োজন অনুসৰি আন যিকোনো অপচন বাচিব পাৰে |
| 03:06 | Author (A-Z) নিৰ্বাচিত কৰিলে, Authors ৰ এখন তালিকা বৰ্ণৰ ক্ৰমত দৰ্শিত হয় |
| 03:14 | তালিকাবদ্ধ items ৰ টাইটলৰ তলত চাওঁক । ইয়াত, আমি সেই বিশেষ আইতেমৰ উপলদ্ধতাক সকলো লাইব্ৰেৰীত চাব পাৰো |
| 03:26 | গতিকে, কেনেকৈ আমি আমাৰ চাৰ্চক উন্নত ফলাফলৰ বাবে শুধৰাব পাৰো ? |
| 03:31 | আমি বাওঁফালে ‘Refine Your Search' টেবত ক্লিক কৰি তাক কৰিব পাৰো |
| 03:39 | পাছত নিম্ন চেকচনৰ ভিতৰত বিভিন্ন টেবলৈ যাওঁক: Availability, Authors, Item Types আৰু Topics |
| 03:52 | এতিয়া, আহক চাওঁ যদি প্ৰয়োজনীয় সামগ্ৰীটো সাধাৰণ চাৰ্চৰ দ্বাৰা পোৱা নগ’লে কি কৰিব লাগে |
| 04:01 | Search Catalog পৃষ্ঠাটোত, Advanced Search লিংকত ক্লিক কৰক |
| 04:07 | Search for টাইটলৰ সৈতে নতুন পৃষ্ঠা এটা খুলিছে |
| 04:13 | একাধিক দ্ৰপ-দাউন অপচন ব্যৱ্হাৰ কৰি, আমি নিজৰ প্ৰয়োজনীয় সামগ্ৰীৰ বাবে আমাৰ চাৰ্চক ৰিফাইন কৰিব পাৰো |
| 04:21 | বাওঁফালে দ্ৰপ-দাউনৰ পৰা, উপযুক্ত অপচনটো বাচক যেনে:
Keyword, Subject , Title , Author , Publisher, Publisher Location, ISBN আৰু Barcode |
| 04:40 | মই Subject বাচিম আৰু সোফালৰ ফিল্দত, বাওঁফালৰ দ্ৰপ-দাউনৰ পৰা বচা অপচনটোৰ সবিশেষ লিখক |
| 04:51 | মই ইয়াত Microbiology লিখিম |
| 04:55 | দ্বিতীয় দ্ৰপ-দাউন অপচনটো ব্যৱ্হাৰ কৰি, মই Author ত Patel বাচিম |
| 05:03 | তৃতীয় দ্ৰপ-দাউন অপচনটো ব্যৱ্হাৰ কৰি, মই Publisher ত Pearson বাচিম |
| 05:11 | একেটা পৃষ্ঠাত, Item Type চেকচনৰ ভিতৰত অন্য অপচনচ মন কৰক- |
| 05:18 | Book, Reference আৰু Serial |
| 05:23 | অপচনচৰ সৈতে যেনে - Publication date range, Language আৰু Sorting |
| 05:34 | গতিকে, Item Type চেকচনৰ ভিতৰত, মই Books ৰ বাবে ৰেদিঅ’ বুটামত ক্লিক কৰিম |
| 05:41 | মই Publication date range খালি ৰাখিম |
| 05:46 | Language ৰ বাবে দ্ৰপ-দাউনৰ পৰা English বাচক |
| 05:52 | Sorting চেকচনত, Sort by: ৰ বাবে মই Author (A-Z) বাচিম |
| 06:00 | সকলো সবিশেষ ভৰ্ত্তি কৰাৰ পাছত, পৃষ্ঠাটোৰ তলত Search ত ক্লিক কৰক |
| 06:07 | এই পৃষ্ঠাটোত নিম্নলিখিত ধৰণে সকলো আইতেমৰ তালিকা এখন থাকিব:
Subject ত Microbiology, |
| 06:16 | Author ত Patel Arvind H., |
| 06:20 | Publisher ত Pearson |
| 06:23 | এতিয়া,আহক Advanced Search পৃষ্ঠাটোলৈ ঘূৰি যাওঁ আৰু Search for: চেকচনৰ তলত More Options বুটামত ক্লিক কৰো |
| 06:36 | তেনে কৰিলে, Advanced search পৃষ্ঠাটোৰ লেআউত সলনি হয় |
| 06:42 | পুনৰ এবাৰ, প্ৰথম দ্ৰপ-দাউনত, মই Subject বাচিম |
| 06:48 | পাছত মই লিখিম Microbiology |
| 06:52 | এতিয়া অপচনচৰ দ্বিতীয় ৰৌ টোলৈ আহক |
| 06:56 | প্ৰথম দ্ৰপ-দাউনত, মই “and” অপচনক এনেদৰেই ৰাখিম |
| 07:03 | আৰু, সোফালে দ্ৰপ-দাউনত, মই “Author” বাচিম |
| 07:08 | পাছত ইয়াৰ সোফালে, মই লিখিম “Patel” |
| 07:13 | পাছত, অপচনচৰ তৃতীয় ৰৌ টোলৈ আহক । প্ৰথম দ্ৰপ-দাউনত, মই “or” অপচনটো বাচিম |
| 07:22 | আৰু, সোফালে দ্ৰপ-দাউনত, মই “Author” বাচিম |
| 07:28 | পাছত ইয়াৰ সোফালে, মই লিখিম “Heritage” |
| 07:33 | যদি প্ৰয়োজন হয়, আপুনি Item type চেকচনৰ ভিতৰত search অপচনচ বা বাকী থকা অপচনচ ব্যৱ্হাৰ কৰি চাৰ্চক পাছলৈ বিস্তৃত কৰিব পাৰে |
| 07:45 | সকলো সবিশেষ ভৰ্ত্তি কৰাৰ পাছত, চেকচনটোৰ তলত Search বুটামত ক্লিক কৰক |
| 07:52 | এনেদৰেই আমি OPAC ব্যৱ্হাৰ কৰি লাইব্ৰেৰীত আইতেমচ চাৰ্চ কৰিব পাৰো |
| 07:58 | এই টিউট’ৰিয়েলটোৰ সৈতে, আপুনি এতিয়া ইউজাৰ এজনে কেনেকৈ সহজে লাইব্ৰেৰী আইতেম এটাৰ বাবে চাৰ্চ কৰিব পাৰে শিকিলে |
| 08:05 | ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
| 08:08 | আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি শিকিলো Search ব্যৱ্হাৰ কৰি item এটা বিচাৰিবলৈ |
| 08:17 | আৰু Advance Search ব্যৱ্হাৰ কৰি item এটা বিচাৰিবলৈ |
| 08:22 | অনুশিলনীৰ বাবে-
Biology কীৱৰ্দ ব্যৱ্হাৰ কৰি, OPAC ত Journals ৰ তালিকা বিচাৰক |
| 08:30 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
| 08:37 | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
| 08:47 | অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক |
| 08:51 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
| 09:03 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |