Difference between revisions of "Koha-Library-Management-System/C2/OPAC/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border=1 | <center>'''Time'''</center> | <center>'''Narration'''</center> |- | 00:01 |'''How to use OPAC''' স্প’কেন টিউট’ৰিয়েলটো...")
 
Line 58: Line 58:
  
|-
 
|-
| 01:40
+
| 01:39
 
|এই '''URL''' টো ইনষ্টলেচনৰ সময়ত দিয়া '''port number''' আৰু '''domain''' নামৰ ওপৰত আধাৰিত
 
|এই '''URL''' টো ইনষ্টলেচনৰ সময়ত দিয়া '''port number''' আৰু '''domain''' নামৰ ওপৰত আধাৰিত
  
|-
 
|-
| 01:48
+
| 01:47
 
| অনুগ্ৰহ কৰি আপুনি উল্লেখ কৰা ধৰণে লিখক । এতিয়া, '''Enter''' টিপক
 
| অনুগ্ৰহ কৰি আপুনি উল্লেখ কৰা ধৰণে লিখক । এতিয়া, '''Enter''' টিপক
  
|-
 
|-
|01:55
+
|01:54
 
|'''Welcome to Spoken Tutorial Library''' হ’মপেজটো খুলিছে
 
|'''Welcome to Spoken Tutorial Library''' হ’মপেজটো খুলিছে
  
|-
 
|-
| 02:01
+
| 02:00
| ওপৰত বাওঁফালে '''Search''' ত ক্লিক কৰক
+
| ওপৰত বাওঁফালে '''Library catalog''' পৰা দ্ৰপ-দাউনত, আমি তলৰ অপচনচ চাৰ্চ কৰিব পাৰো:
  
|-
 
|-
|02:06
+
| 02:09
| '''Library catalog''' দ্ৰপ-দাউনৰ পৰা '''Search''' ফিল্দত, আমি তলৰ অপচনচ চাৰ্চ কৰিব পাৰো:
+
 
+
|-
+
| 02:16
+
 
| '''Title''',  '''Author ''',  '''Subject''',  '''ISBN ''',  '''Series''' আৰু '''Call number'''
 
| '''Title''',  '''Author ''',  '''Subject''',  '''ISBN ''',  '''Series''' আৰু '''Call number'''
  
|-
 
|-
| 02:28
+
| 02:22
| মই '''Search''' ফিল্দত '''Microbiology''' লিখিম
+
| মই '''Search''' ফিল্দত '''Microbiology''' লিখিম আৰু, ফিল্দৰ সোফালে ''' Go ''' ত ক্লিক কৰক
  
|-
 
|-
 
| 02:33
 
| 02:33
|আৰু, ফিল্দৰ সোফালে ''' Go ''' ত ক্লিক কৰক
 
|-
 
| 02:38
 
| '''Microbiology''' শব্দটো থকা সকলো '''Library items''' ফলাফলত তালিকাবদ্ধ হৈছে
 
| '''Microbiology''' শব্দটো থকা সকলো '''Library items''' ফলাফলত তালিকাবদ্ধ হৈছে
  
|-
 
|-
|02:45
+
|02:40
 
|চাৰ্চ ওৱৰ্দৰ সৈতে তালিকাবদ্ধ হোৱা '''items''', পাছত ইউজাৰৰ পচন্দ অনুসৰি চ’ৰ্ত কৰিব পাৰি  
 
|চাৰ্চ ওৱৰ্দৰ সৈতে তালিকাবদ্ধ হোৱা '''items''', পাছত ইউজাৰৰ পচন্দ অনুসৰি চ’ৰ্ত কৰিব পাৰি  
  
|-
 
|-
| 02:52
+
| 02:47
 
| তাক কৰিবলৈ, তালিকাখনৰ সোফালে যাওঁক আৰু '''Relevance''' টেবত ক্লিক কৰক
 
| তাক কৰিবলৈ, তালিকাখনৰ সোফালে যাওঁক আৰু '''Relevance''' টেবত ক্লিক কৰক
  
|-
 
|-
| 02:59
+
| 02:54
 
|দ্ৰপ-দাউনৰ পৰা, মই '''Author (A-Z)''' বাচিম
 
|দ্ৰপ-দাউনৰ পৰা, মই '''Author (A-Z)''' বাচিম
  
|-
 
|-
| 03:05
+
| 03:00
 
|আপুনি নিজৰ প্ৰয়োজন অনুসৰি আন যিকোনো অপচন বাচিব পাৰে
 
|আপুনি নিজৰ প্ৰয়োজন অনুসৰি আন যিকোনো অপচন বাচিব পাৰে
  
|-
 
|-
| 03:11
+
| 03:06
 
| '''Author (A-Z)''' নিৰ্বাচিত কৰিলে, '''Authors''' ৰ এখন তালিকা বৰ্ণৰ ক্ৰমত দৰ্শিত হয়
 
| '''Author (A-Z)''' নিৰ্বাচিত কৰিলে, '''Authors''' ৰ এখন তালিকা বৰ্ণৰ ক্ৰমত দৰ্শিত হয়
  
|-
 
|-
| 03:19
+
| 03:14
 
| তালিকাবদ্ধ '''items''' ৰ টাইটলৰ তলত চাওঁক । ইয়াত, আমি সেই বিশেষ আইতেমৰ উপলদ্ধতাক সকলো লাইব্ৰেৰীত চাব পাৰো
 
| তালিকাবদ্ধ '''items''' ৰ টাইটলৰ তলত চাওঁক । ইয়াত, আমি সেই বিশেষ আইতেমৰ উপলদ্ধতাক সকলো লাইব্ৰেৰীত চাব পাৰো
  
|-
 
|-
| 03:31
+
| 03:26
 
| গতিকে, কেনেকৈ আমি আমাৰ চাৰ্চক উন্নত ফলাফলৰ বাবে শুধৰাব পাৰো ?  
 
| গতিকে, কেনেকৈ আমি আমাৰ চাৰ্চক উন্নত ফলাফলৰ বাবে শুধৰাব পাৰো ?  
  
|-
 
|-
| 03:36
+
| 03:31
 
|আমি বাওঁফালে '''‘Refine Your Search'''' টেবত ক্লিক কৰি তাক কৰিব পাৰো  
 
|আমি বাওঁফালে '''‘Refine Your Search'''' টেবত ক্লিক কৰি তাক কৰিব পাৰো  
  
|-
 
|-
| 03:43
+
| 03:39
 
|পাছত নিম্ন চেকচনৰ ভিতৰত বিভিন্ন টেবলৈ যাওঁক:  '''Availability''',  '''Authors''',  '''Item Types''' আৰু  '''Topics'''
 
|পাছত নিম্ন চেকচনৰ ভিতৰত বিভিন্ন টেবলৈ যাওঁক:  '''Availability''',  '''Authors''',  '''Item Types''' আৰু  '''Topics'''
  
|-
 
|-
| 03:57
+
| 03:52
 
| এতিয়া, আহক চাওঁ যদি প্ৰয়োজনীয় সামগ্ৰীটো সাধাৰণ চাৰ্চৰ দ্বাৰা পোৱা নগ’লে কি কৰিব লাগে
 
| এতিয়া, আহক চাওঁ যদি প্ৰয়োজনীয় সামগ্ৰীটো সাধাৰণ চাৰ্চৰ দ্বাৰা পোৱা নগ’লে কি কৰিব লাগে
  
|-
 
|-
| 04:06
+
| 04:01
 
| '''Search Catalog''' পৃষ্ঠাটোত, '''Advanced Search''' লিংকত ক্লিক কৰক
 
| '''Search Catalog''' পৃষ্ঠাটোত, '''Advanced Search''' লিংকত ক্লিক কৰক
  
|-
 
|-
| 04:12
+
| 04:07
 
| '''Search for''' টাইটলৰ সৈতে নতুন পৃষ্ঠা এটা খুলিছে
 
| '''Search for''' টাইটলৰ সৈতে নতুন পৃষ্ঠা এটা খুলিছে
  
|-
 
|-
| 04:18
+
| 04:13
 
|একাধিক দ্ৰপ-দাউন অপচন ব্যৱ্হাৰ কৰি, আমি নিজৰ প্ৰয়োজনীয় সামগ্ৰীৰ বাবে আমাৰ চাৰ্চক ৰিফাইন কৰিব পাৰো
 
|একাধিক দ্ৰপ-দাউন অপচন ব্যৱ্হাৰ কৰি, আমি নিজৰ প্ৰয়োজনীয় সামগ্ৰীৰ বাবে আমাৰ চাৰ্চক ৰিফাইন কৰিব পাৰো
  
|-
 
|-
| 04:26
+
| 04:21
 
| বাওঁফালে দ্ৰপ-দাউনৰ পৰা, উপযুক্ত অপচনটো বাচক যেনে:
 
| বাওঁফালে দ্ৰপ-দাউনৰ পৰা, উপযুক্ত অপচনটো বাচক যেনে:
  
Line 152: Line 144:
  
|-
 
|-
| 04:45
+
| 04:40
| মই '''Subject''' বাচিম
+
| মই '''Subject''' বাচিম আৰু সোফালৰ ফিল্দত, বাওঁফালৰ দ্ৰপ-দাউনৰ পৰা বচা অপচনটোৰ সবিশেষ লিখক
  
|-
 
|-
| 04:48
+
| 04:51
| আৰু সোফালৰ ফিল্দত, বাওঁফালৰ দ্ৰপ-দাউনৰ পৰা বচা অপচনটোৰ সবিশেষ লিখক
+
 
+
|-
+
| 04:56
+
 
| মই ইয়াত '''Microbiology''' লিখিম
 
| মই ইয়াত '''Microbiology''' লিখিম
  
|-
 
|-
| 05:00
+
| 04:55
 
| দ্বিতীয় দ্ৰপ-দাউন অপচনটো ব্যৱ্হাৰ কৰি, মই  '''Author''' ত '''Patel''' বাচিম
 
| দ্বিতীয় দ্ৰপ-দাউন অপচনটো ব্যৱ্হাৰ কৰি, মই  '''Author''' ত '''Patel''' বাচিম
  
|-
 
|-
| 05:08
+
| 05:03
 
| তৃতীয় দ্ৰপ-দাউন অপচনটো ব্যৱ্হাৰ কৰি, মই  '''Publisher''' ত '''Pearson''' বাচিম
 
| তৃতীয় দ্ৰপ-দাউন অপচনটো ব্যৱ্হাৰ কৰি, মই  '''Publisher''' ত '''Pearson''' বাচিম
  
|-
 
|-
| 05:16
+
| 05:11
 
| একেটা পৃষ্ঠাত, '''Item Type''' চেকচনৰ ভিতৰত অন্য অপচনচ মন কৰক-
 
| একেটা পৃষ্ঠাত, '''Item Type''' চেকচনৰ ভিতৰত অন্য অপচনচ মন কৰক-
  
|-
 
|-
| 05:23
+
| 05:18
| '''Book''',
+
| '''Book''', '''Reference''' আৰু '''Serial'''
  
|-
 
|-
| 05:25
+
| 05:23
| '''Reference'''
+
 
+
|-
+
| 05:27
+
| আৰু '''Serial'''
+
 
+
|-
+
| 05:29
+
 
| অপচনচৰ সৈতে যেনে -  '''Publication date range''',  '''Language''' আৰু '''Sorting'''
 
| অপচনচৰ সৈতে যেনে -  '''Publication date range''',  '''Language''' আৰু '''Sorting'''
  
|-
 
|-
| 05:40
+
| 05:34
 
| গতিকে, '''Item Type''' চেকচনৰ ভিতৰত, মই '''Books''' ৰ বাবে ৰেদিঅ’ বুটামত ক্লিক কৰিম
 
| গতিকে, '''Item Type''' চেকচনৰ ভিতৰত, মই '''Books''' ৰ বাবে ৰেদিঅ’ বুটামত ক্লিক কৰিম
  
|-
 
|-
| 05:47
+
| 05:41
 
| মই '''Publication date range''' খালি ৰাখিম
 
| মই '''Publication date range''' খালি ৰাখিম
  
|-
 
|-
| 05:52
+
| 05:46
 
| ''' Language ''' ৰ বাবে দ্ৰপ-দাউনৰ পৰা ''' English ''' বাচক
 
| ''' Language ''' ৰ বাবে দ্ৰপ-দাউনৰ পৰা ''' English ''' বাচক
  
|-
 
|-
| 05:57
+
| 05:52
 
| '''Sorting''' চেকচনত, '''Sort by:''' ৰ বাবে মই '''Author (A-Z)''' বাচিম
 
| '''Sorting''' চেকচনত, '''Sort by:''' ৰ বাবে মই '''Author (A-Z)''' বাচিম
  
|-
 
|-
| 06:06
+
| 06:00
 
| সকলো সবিশেষ ভৰ্ত্তি কৰাৰ পাছত, পৃষ্ঠাটোৰ তলত '''Search''' ত ক্লিক কৰক
 
| সকলো সবিশেষ ভৰ্ত্তি কৰাৰ পাছত, পৃষ্ঠাটোৰ তলত '''Search''' ত ক্লিক কৰক
  
|-
 
|-
| 06:13
+
| 06:07
 
|এই পৃষ্ঠাটোত নিম্নলিখিত ধৰণে সকলো আইতেমৰ তালিকা এখন থাকিব:
 
|এই পৃষ্ঠাটোত নিম্নলিখিত ধৰণে সকলো আইতেমৰ তালিকা এখন থাকিব:
  
Line 218: Line 198:
  
|-
 
|-
| 06:22
+
| 06:16
 
|'''Author ''' ত ''' Patel  Arvind H.''',
 
|'''Author ''' ত ''' Patel  Arvind H.''',
  
|-
 
|-
| 06:26
+
| 06:20
 
| '''Publisher''' ত '''Pearson'''
 
| '''Publisher''' ত '''Pearson'''
  
|-
 
|-
| 06:29
+
| 06:23
 
| এতিয়া,আহক '''Advanced Search''' পৃষ্ঠাটোলৈ ঘূৰি যাওঁ আৰু '''Search for:''' চেকচনৰ তলত '''More Options''' বুটামত ক্লিক কৰো
 
| এতিয়া,আহক '''Advanced Search''' পৃষ্ঠাটোলৈ ঘূৰি যাওঁ আৰু '''Search for:''' চেকচনৰ তলত '''More Options''' বুটামত ক্লিক কৰো
  
|-
 
|-
| 06:42
+
| 06:36
 
|তেনে কৰিলে, '''Advanced search''' পৃষ্ঠাটোৰ লেআউত সলনি হয়
 
|তেনে কৰিলে, '''Advanced search''' পৃষ্ঠাটোৰ লেআউত সলনি হয়
  
|-
 
|-
| 06:48
+
| 06:42
 
| পুনৰ এবাৰ, প্ৰথম দ্ৰপ-দাউনত, মই '''Subject''' বাচিম  
 
| পুনৰ এবাৰ, প্ৰথম দ্ৰপ-দাউনত, মই '''Subject''' বাচিম  
  
|-
 
|-
| 06:54
+
| 06:48
 
|পাছত মই লিখিম '''Microbiology'''
 
|পাছত মই লিখিম '''Microbiology'''
  
|-
 
|-
|06:58
+
|06:52
 
| এতিয়া অপচনচৰ দ্বিতীয় ৰৌ টোলৈ আহক
 
| এতিয়া অপচনচৰ দ্বিতীয় ৰৌ টোলৈ আহক
  
|-
 
|-
| 07:02
+
| 06:56
 
|প্ৰথম দ্ৰপ-দাউনত, মই '''“and”''' অপচনক এনেদৰেই ৰাখিম
 
|প্ৰথম দ্ৰপ-দাউনত, মই '''“and”''' অপচনক এনেদৰেই ৰাখিম
  
|-
 
|-
| 07:09
+
| 07:03
 
| আৰু, সোফালে দ্ৰপ-দাউনত, মই '''“Author”''' বাচিম
 
| আৰু, সোফালে দ্ৰপ-দাউনত, মই '''“Author”''' বাচিম
  
|-
 
|-
| 07:14
+
| 07:08
 
| পাছত ইয়াৰ সোফালে, মই লিখিম '''“Patel”'''
 
| পাছত ইয়াৰ সোফালে, মই লিখিম '''“Patel”'''
  
|-
 
|-
| 07:19
+
| 07:13
 
| পাছত, অপচনচৰ তৃতীয় ৰৌ টোলৈ আহক । প্ৰথম দ্ৰপ-দাউনত, মই '''“or”''' অপচনটো বাচিম
 
| পাছত, অপচনচৰ তৃতীয় ৰৌ টোলৈ আহক । প্ৰথম দ্ৰপ-দাউনত, মই '''“or”''' অপচনটো বাচিম
  
|-
 
|-
|07:28
+
|07:22
 
| আৰু, সোফালে দ্ৰপ-দাউনত, মই '''“Author”''' বাচিম
 
| আৰু, সোফালে দ্ৰপ-দাউনত, মই '''“Author”''' বাচিম
  
|-
 
|-
|07:34
+
|07:28
 
| পাছত ইয়াৰ সোফালে, মই লিখিম '''“Heritage”'''
 
| পাছত ইয়াৰ সোফালে, মই লিখিম '''“Heritage”'''
  
|-
 
|-
| 07:39
+
| 07:33
| সকলো সবিশেষ ভৰ্ত্তি কৰাৰ পাছত, চেকচনটোৰ তলত '''Search''' বুটামত ক্লিক কৰক
+
| যদি প্ৰয়োজন হয়, আপুনি '''Item type''' চেকচনৰ ভিতৰত '''search''' অপচনচ বা বাকী থকা অপচনচ ব্যৱ্হাৰ কৰি চাৰ্চক পাছলৈ বিস্তৃত কৰিব পাৰে
  
|-
 
|-
| 07:46
+
| 07:45

| 07:58
+
| 07:52
 
| এনেদৰেই আমি '''OPAC''' ব্যৱ্হাৰ কৰি লাইব্ৰেৰীত আইতেমচ চাৰ্চ কৰিব পাৰো
 
| এনেদৰেই আমি '''OPAC''' ব্যৱ্হাৰ কৰি লাইব্ৰেৰীত আইতেমচ চাৰ্চ কৰিব পাৰো
  
|-
 
|-
|08:04
+
|07:58
 
| এই টিউট’ৰিয়েলটোৰ সৈতে, আপুনি এতিয়া ইউজাৰ এজনে কেনেকৈ সহজে লাইব্ৰেৰী আইতেম এটাৰ বাবে চাৰ্চ কৰিব পাৰে শিকিলে
 
| এই টিউট’ৰিয়েলটোৰ সৈতে, আপুনি এতিয়া ইউজাৰ এজনে কেনেকৈ সহজে লাইব্ৰেৰী আইতেম এটাৰ বাবে চাৰ্চ কৰিব পাৰে শিকিলে
  
|-
 
|-
| 08:11
+
| 08:05
 
| ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি  
 
| ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি  
  
|-
 
|-
| 08:15
+
| 08:08
 
| আহক মূলভাব চাওঁ  । এই টিউট’ৰিয়েলটোত, আমি শিকিলো '''Search''' ব্যৱ্হাৰ কৰি '''item''' এটা বিচাৰিবলৈ  
 
| আহক মূলভাব চাওঁ  । এই টিউট’ৰিয়েলটোত, আমি শিকিলো '''Search''' ব্যৱ্হাৰ কৰি '''item''' এটা বিচাৰিবলৈ  
  
|-
 
|-
| 08:24
+
| 08:17
 
| আৰু '''Advance Search''' ব্যৱ্হাৰ কৰি '''item''' এটা বিচাৰিবলৈ
 
| আৰু '''Advance Search''' ব্যৱ্হাৰ কৰি '''item''' এটা বিচাৰিবলৈ
  
|-
 
|-
| 08:29
+
| 08:22
 
| অনুশিলনীৰ বাবে-
 
| অনুশিলনীৰ বাবে-
  
Line 304: Line 284:
  
|-
 
|-
| 08:37
+
| 08:30
 
|তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল ('''Spoken Tutorial''') প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
 
|তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল ('''Spoken Tutorial''') প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
  
|-
 
|-
| 08:44
+
| 08:37
 
| স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
 
| স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
  
|-
 
|-
| 08:54
+
| 08:47
 
| অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক
 
| অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক
  
|-
 
|-
| 08:58
+
| 08:51
 
|  স্প’কেন টিউট’ৰিয়েল প্ৰকল্প '''NMEICT, MHRD,''' ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
 
|  স্প’কেন টিউট’ৰিয়েল প্ৰকল্প '''NMEICT, MHRD,''' ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
  
|-
 
|-
|  09:10
+
|  09:03
 
|  মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ  
 
|  মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ  
  
|}
 
|}

Latest revision as of 19:18, 22 February 2019

Time
Narration
00:01 How to use OPAC স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত, আমি শিকিম: Search ব্যৱ্হাৰ কৰি item এটা কেনেকৈ বিচৰা হয়
00:13 আৰু Advance Search ব্যৱ্হাৰ কৰি item এটা বিচাৰিবলৈ
00:18 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো :

Ubuntu Linux OS 16.04 আৰু Koha ভাৰ্চন 16.05

00:32 এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ Library Science ৰ জ্ঞান থাকিব লাগিব
00:38 এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ চিষ্টেমত Koha ইনষ্টল থাকিব লাগিব
00:44 আৰু, আপোনাৰ Koha ত কামকৰা জ্ঞান থাকিব লাগিব
00:49 যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত Koha Spoken Tutorial চিৰিজ চাওঁক
00:56 আৰম্ভ কৰিবলৈ, মই Microbiology ত দুখন কিতাপ বেছিকৈ যোগ কৰিলো
01:02 এখন লেখক Powar and Daginawala আৰু আনখন লেখক Heritage ৰ সৈতে
01:12 মোৰ লাইব্ৰেৰীত মুঠতে তিনিখন কিতাপ আছে
01:17 আগবহাৰ আগতে, আগৰ টিউট’ৰিয়েলত বৰ্ণনা কৰাৰ দৰে আপোনাৰ লাইব্ৰেৰীত নিজৰ পচন্দৰ আৰু দুখন কিতাপ যোগ কৰক
01:27 আপোনাৰ Web Browser খোলক আৰু লিখক: http://127.0.1.1/8000
01:39 এই URL টো ইনষ্টলেচনৰ সময়ত দিয়া port number আৰু domain নামৰ ওপৰত আধাৰিত
01:47 অনুগ্ৰহ কৰি আপুনি উল্লেখ কৰা ধৰণে লিখক । এতিয়া, Enter টিপক
01:54 Welcome to Spoken Tutorial Library হ’মপেজটো খুলিছে
02:00 ওপৰত বাওঁফালে Library catalog পৰা দ্ৰপ-দাউনত, আমি তলৰ অপচনচ চাৰ্চ কৰিব পাৰো:
02:09 Title, Author , Subject, ISBN , Series আৰু Call number
02:22 মই Search ফিল্দত Microbiology লিখিম আৰু, ফিল্দৰ সোফালে Go ত ক্লিক কৰক
02:33 Microbiology শব্দটো থকা সকলো Library items ফলাফলত তালিকাবদ্ধ হৈছে
02:40 চাৰ্চ ওৱৰ্দৰ সৈতে তালিকাবদ্ধ হোৱা items, পাছত ইউজাৰৰ পচন্দ অনুসৰি চ’ৰ্ত কৰিব পাৰি
02:47 তাক কৰিবলৈ, তালিকাখনৰ সোফালে যাওঁক আৰু Relevance টেবত ক্লিক কৰক
02:54 দ্ৰপ-দাউনৰ পৰা, মই Author (A-Z) বাচিম
03:00 আপুনি নিজৰ প্ৰয়োজন অনুসৰি আন যিকোনো অপচন বাচিব পাৰে
03:06 Author (A-Z) নিৰ্বাচিত কৰিলে, Authors ৰ এখন তালিকা বৰ্ণৰ ক্ৰমত দৰ্শিত হয়
03:14 তালিকাবদ্ধ items ৰ টাইটলৰ তলত চাওঁক । ইয়াত, আমি সেই বিশেষ আইতেমৰ উপলদ্ধতাক সকলো লাইব্ৰেৰীত চাব পাৰো
03:26 গতিকে, কেনেকৈ আমি আমাৰ চাৰ্চক উন্নত ফলাফলৰ বাবে শুধৰাব পাৰো ?
03:31 আমি বাওঁফালে ‘Refine Your Search' টেবত ক্লিক কৰি তাক কৰিব পাৰো
03:39 পাছত নিম্ন চেকচনৰ ভিতৰত বিভিন্ন টেবলৈ যাওঁক: Availability, Authors, Item Types আৰু Topics
03:52 এতিয়া, আহক চাওঁ যদি প্ৰয়োজনীয় সামগ্ৰীটো সাধাৰণ চাৰ্চৰ দ্বাৰা পোৱা নগ’লে কি কৰিব লাগে
04:01 Search Catalog পৃষ্ঠাটোত, Advanced Search লিংকত ক্লিক কৰক
04:07 Search for টাইটলৰ সৈতে নতুন পৃষ্ঠা এটা খুলিছে
04:13 একাধিক দ্ৰপ-দাউন অপচন ব্যৱ্হাৰ কৰি, আমি নিজৰ প্ৰয়োজনীয় সামগ্ৰীৰ বাবে আমাৰ চাৰ্চক ৰিফাইন কৰিব পাৰো
04:21 বাওঁফালে দ্ৰপ-দাউনৰ পৰা, উপযুক্ত অপচনটো বাচক যেনে:

Keyword, Subject , Title , Author , Publisher, Publisher Location, ISBN আৰু Barcode

04:40 মই Subject বাচিম আৰু সোফালৰ ফিল্দত, বাওঁফালৰ দ্ৰপ-দাউনৰ পৰা বচা অপচনটোৰ সবিশেষ লিখক
04:51 মই ইয়াত Microbiology লিখিম
04:55 দ্বিতীয় দ্ৰপ-দাউন অপচনটো ব্যৱ্হাৰ কৰি, মই AuthorPatel বাচিম
05:03 তৃতীয় দ্ৰপ-দাউন অপচনটো ব্যৱ্হাৰ কৰি, মই PublisherPearson বাচিম
05:11 একেটা পৃষ্ঠাত, Item Type চেকচনৰ ভিতৰত অন্য অপচনচ মন কৰক-
05:18 Book, Reference আৰু Serial
05:23 অপচনচৰ সৈতে যেনে - Publication date range, Language আৰু Sorting
05:34 গতিকে, Item Type চেকচনৰ ভিতৰত, মই Books ৰ বাবে ৰেদিঅ’ বুটামত ক্লিক কৰিম
05:41 মই Publication date range খালি ৰাখিম
05:46 Language ৰ বাবে দ্ৰপ-দাউনৰ পৰা English বাচক
05:52 Sorting চেকচনত, Sort by: ৰ বাবে মই Author (A-Z) বাচিম
06:00 সকলো সবিশেষ ভৰ্ত্তি কৰাৰ পাছত, পৃষ্ঠাটোৰ তলত Search ত ক্লিক কৰক
06:07 এই পৃষ্ঠাটোত নিম্নলিখিত ধৰণে সকলো আইতেমৰ তালিকা এখন থাকিব:

SubjectMicrobiology,

06:16 Author Patel Arvind H.,
06:20 PublisherPearson
06:23 এতিয়া,আহক Advanced Search পৃষ্ঠাটোলৈ ঘূৰি যাওঁ আৰু Search for: চেকচনৰ তলত More Options বুটামত ক্লিক কৰো
06:36 তেনে কৰিলে, Advanced search পৃষ্ঠাটোৰ লেআউত সলনি হয়
06:42 পুনৰ এবাৰ, প্ৰথম দ্ৰপ-দাউনত, মই Subject বাচিম
06:48 পাছত মই লিখিম Microbiology
06:52 এতিয়া অপচনচৰ দ্বিতীয় ৰৌ টোলৈ আহক
06:56 প্ৰথম দ্ৰপ-দাউনত, মই “and” অপচনক এনেদৰেই ৰাখিম
07:03 আৰু, সোফালে দ্ৰপ-দাউনত, মই “Author” বাচিম
07:08 পাছত ইয়াৰ সোফালে, মই লিখিম “Patel”
07:13 পাছত, অপচনচৰ তৃতীয় ৰৌ টোলৈ আহক । প্ৰথম দ্ৰপ-দাউনত, মই “or” অপচনটো বাচিম
07:22 আৰু, সোফালে দ্ৰপ-দাউনত, মই “Author” বাচিম
07:28 পাছত ইয়াৰ সোফালে, মই লিখিম “Heritage”
07:33 যদি প্ৰয়োজন হয়, আপুনি Item type চেকচনৰ ভিতৰত search অপচনচ বা বাকী থকা অপচনচ ব্যৱ্হাৰ কৰি চাৰ্চক পাছলৈ বিস্তৃত কৰিব পাৰে
07:45 সকলো সবিশেষ ভৰ্ত্তি কৰাৰ পাছত, চেকচনটোৰ তলত Search বুটামত ক্লিক কৰক
07:52 এনেদৰেই আমি OPAC ব্যৱ্হাৰ কৰি লাইব্ৰেৰীত আইতেমচ চাৰ্চ কৰিব পাৰো
07:58 এই টিউট’ৰিয়েলটোৰ সৈতে, আপুনি এতিয়া ইউজাৰ এজনে কেনেকৈ সহজে লাইব্ৰেৰী আইতেম এটাৰ বাবে চাৰ্চ কৰিব পাৰে শিকিলে
08:05 ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
08:08 আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি শিকিলো Search ব্যৱ্হাৰ কৰি item এটা বিচাৰিবলৈ
08:17 আৰু Advance Search ব্যৱ্হাৰ কৰি item এটা বিচাৰিবলৈ
08:22 অনুশিলনীৰ বাবে-

Biology কীৱৰ্দ ব্যৱ্হাৰ কৰি, OPACJournals ৰ তালিকা বিচাৰক

08:30 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
08:37 অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
08:47 অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক
08:51 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
09:03 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9