Difference between revisions of "Koha-Library-Management-System/C2/Create-a-SuperLibrarian/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border =1 | <center>'''Time'''</center> | <center>'''Narration'''</center> |- | 00:01 | কেনেকৈ '''Superlibrarian''' এটা বনোৱা হয় তা...")
 
 
Line 30: Line 30:
  
 
|-
 
|-
| 00:34
+
| 00:35
 
| এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, শিক্ষাৰ্থীৰ '''Library Science''' ৰ জ্ঞান থাকিব লাগিব
 
| এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, শিক্ষাৰ্থীৰ '''Library Science''' ৰ জ্ঞান থাকিব লাগিব
  
 
|-
 
|-
| 00:40
+
| 00:42
 
| এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ চিষ্টেমত '''Koha''' ইনষ্টল থাকিব লাগিব
 
| এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ চিষ্টেমত '''Koha''' ইনষ্টল থাকিব লাগিব
  
 
|-
 
|-
| 00:46
+
| 00:48
 
| আৰু, আপোনাৰ লগতে '''Koha''' ত '''Admin''' এক্সেচ থাকিব লাগিব
 
| আৰু, আপোনাৰ লগতে '''Koha''' ত '''Admin''' এক্সেচ থাকিব লাগিব
  
 
|-
 
|-
| 00:51
+
| 00:53
 
| অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি এই ওৱেবচাইতত '''Koha Spoken Tutorial''' চিৰিজ চাওঁক
 
| অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি এই ওৱেবচাইতত '''Koha Spoken Tutorial''' চিৰিজ চাওঁক
  
 
|-
 
|-
| 00:58
+
| 01:00
 
| আহক '''Patron category''' এটা যোগ কৰিবলৈ শিকি আৰম্ভ কৰো   
 
| আহক '''Patron category''' এটা যোগ কৰিবলৈ শিকি আৰম্ভ কৰো   
  
 
|-
 
|-
| 01:03
+
| 01:05
 
| '''database administrator username''' আৰু '''password''' ব্যৱ্হাৰ কৰি '''Koha''' ত ল’গিন কৰক
 
| '''database administrator username''' আৰু '''password''' ব্যৱ্হাৰ কৰি '''Koha''' ত ল’গিন কৰক
  
 
|-
 
|-
| 01:11
+
| 01:13
 
| '''Koha Administration''' ত ক্লিক কৰক
 
| '''Koha Administration''' ত ক্লিক কৰক
  
 
|-
 
|-
| 01:15
+
| 01:18
 
| '''Patrons and circulation''' ৰ ভিতৰত, '''Patron categories''' ত ক্লিক কৰক
 
| '''Patrons and circulation''' ৰ ভিতৰত, '''Patron categories''' ত ক্লিক কৰক
  
 
|-
 
|-
| 01:21
+
| 01:24
 
| এটা নতুন পৃষ্ঠা '''Patron categories''' খুলিছে
 
| এটা নতুন পৃষ্ঠা '''Patron categories''' খুলিছে
  
 
|-
 
|-
| 01:25
+
| 01:28
 
| '''New Category''' ত ক্লিক কৰক
 
| '''New Category''' ত ক্লিক কৰক
  
 
|-
 
|-
| 01:28
+
| 01:31
 
| এটা নতুন পৃষ্ঠা, '''New category''' খুলিছে, আমাক কিছু সবিশেষ ভৰাবলৈ সুধি
 
| এটা নতুন পৃষ্ঠা, '''New category''' খুলিছে, আমাক কিছু সবিশেষ ভৰাবলৈ সুধি
  
 
|-
 
|-
| 01:35
+
| 01:38
 
| আগতে উল্লেখ কৰাৰ দৰে, মন কৰিব যে ৰঙাকৈ মাৰ্ক কৰা ফিল্দসমূহ বাধ্যতামূলক
 
| আগতে উল্লেখ কৰাৰ দৰে, মন কৰিব যে ৰঙাকৈ মাৰ্ক কৰা ফিল্দসমূহ বাধ্যতামূলক
  
 
|-
 
|-
| 01:41
+
| 01:45
 
| মই ইয়াত কিছু সবিশেষ ভৰাইছো । তেনেদৰে কৰক
 
| মই ইয়াত কিছু সবিশেষ ভৰাইছো । তেনেদৰে কৰক
  
 
|-
 
|-
| 01:47
+
| 01:51
 
| '''Category type:''' ৰ বাবে দ্ৰপ-দাউন লিষ্টৰ পৰা '''Staff''' বাচক
 
| '''Category type:''' ৰ বাবে দ্ৰপ-দাউন লিষ্টৰ পৰা '''Staff''' বাচক
  
 
|-
 
|-
| 01:53
+
| 01:57
 
| '''Branches limitation:''' ৰ বাবে '''All Branches''' বাচক
 
| '''Branches limitation:''' ৰ বাবে '''All Branches''' বাচক
  
 
|-
 
|-
| 01:58
+
| 02:02
 
| পাছত, পৃষ্ঠাটোৰ তলত '''Save''' ত ক্লিক কৰক
 
| পাছত, পৃষ্ঠাটোৰ তলত '''Save''' ত ক্লিক কৰক
  
 
|-
 
|-
| 02:03
+
| 02:07
 
| আমি ভৰোৱা '''category''' নামটো, '''Patron categories''' পৃষ্ঠাটোত দৰ্শিত হৈছে
 
| আমি ভৰোৱা '''category''' নামটো, '''Patron categories''' পৃষ্ঠাটোত দৰ্শিত হৈছে
  
 
|-
 
|-
| 02:09
+
| 02:14
 
| মোৰ ক্ষেত্ৰত, ই কয় '''Library Staff'''
 
| মোৰ ক্ষেত্ৰত, ই কয় '''Library Staff'''
  
 
|-
 
|-
| 02:13
+
| 02:19
 
| ইয়াৰ সৈতে, '''Patron Category''' এটা বনিলে
 
| ইয়াৰ সৈতে, '''Patron Category''' এটা বনিলে
  
 
|-
 
|-
| 02:17
+
| 02:23
 
| পাছত, আমি '''Patron''' এটা যোগ কৰিবলৈ শিকিম
 
| পাছত, আমি '''Patron''' এটা যোগ কৰিবলৈ শিকিম
  
 
|-
 
|-
| 02:21
+
| 02:28
 
| ওপৰত বাওঁফালে চুকত '''Home''' ত ক্লিক কৰক
 
| ওপৰত বাওঁফালে চুকত '''Home''' ত ক্লিক কৰক
  
 
|-
 
|-
|02:25
+
|02:32
 
|'''Koha homepage''' দাইল’গ বক্স এটাৰ সৈতে খুলিছে যি আমাক '''Create a Patron''' কয়
 
|'''Koha homepage''' দাইল’গ বক্স এটাৰ সৈতে খুলিছে যি আমাক '''Create a Patron''' কয়
  
 
|-
 
|-
|02:32
+
|02:39
 
|'''Patron''' এটা বনোৱাতো বাধ্যতামূলক । অন্যথা '''database administrator''' ৰোলত, '''Koha''' ৰ কিছু অংশই কাম নকৰিব
 
|'''Patron''' এটা বনোৱাতো বাধ্যতামূলক । অন্যথা '''database administrator''' ৰোলত, '''Koha''' ৰ কিছু অংশই কাম নকৰিব
  
 
|-
 
|-
|02:42
+
|02:50
 
|দাইল’গ- বক্সত সোধাৰ দৰে, '''Create Patron''' ত ক্লিক কৰক
 
|দাইল’গ- বক্সত সোধাৰ দৰে, '''Create Patron''' ত ক্লিক কৰক
  
 
|-
 
|-
| 02:48
+
| 02:56
 
| বিকল্পভাবে, আপুনি '''Koha home page''' ত '''Patrons''' ত ক্লিক কৰিব পাৰে
 
| বিকল্পভাবে, আপুনি '''Koha home page''' ত '''Patrons''' ত ক্লিক কৰিব পাৰে
  
 
|-
 
|-
|02:54
+
|03:02
 
|মই '''Create Patron''' ত ক্লিক কৰিম
 
|মই '''Create Patron''' ত ক্লিক কৰিম
  
 
|-
 
|-
|02:58
+
|03:06
 
|নতুন পৃষ্ঠা এটা খুলিছে । '''New Patron''' টেবত ক্লিক কৰক
 
|নতুন পৃষ্ঠা এটা খুলিছে । '''New Patron''' টেবত ক্লিক কৰক
  
 
|-
 
|-
| 03:04
+
| 03:12
 
| দ্ৰপ-দাউনৰ পৰা, মই '''Library Staff''' বাচিম
 
| দ্ৰপ-দাউনৰ পৰা, মই '''Library Staff''' বাচিম
  
 
|-
 
|-
| 03:09
+
| 03:17
 
| এটা নতুন পৃষ্ঠা - '''Add patron (Library Staff)''', খুলিছে
 
| এটা নতুন পৃষ্ঠা - '''Add patron (Library Staff)''', খুলিছে
  
 
|-
 
|-
| 03:14
+
| 03:22
 
| এতিয়া, বিভিন্ন চেকচনৰ ভিতৰত দৰকাৰী সবিশেষ ভৰাওঁক যেনে:
 
| এতিয়া, বিভিন্ন চেকচনৰ ভিতৰত দৰকাৰী সবিশেষ ভৰাওঁক যেনে:
  
Line 156: Line 156:
  
 
|-
 
|-
|03:26
+
|03:34
 
| মই ইয়াত দৰ্শিত ধৰণে কিছু সবিশেষ ভৰাইছো
 
| মই ইয়াত দৰ্শিত ধৰণে কিছু সবিশেষ ভৰাইছো
  
 
|-
 
|-
| 03:31
+
| 03:39
 
| যদি আপোনাৰ ইয়াৰ যিকোনো ফিল্দৰ তথ্য নাই, তেন্তে তাক খালি ৰাখক
 
| যদি আপোনাৰ ইয়াৰ যিকোনো ফিল্দৰ তথ্য নাই, তেন্তে তাক খালি ৰাখক
  
 
|-
 
|-
| 03:38
+
| 03:47
 
| ভিদিঅ’টো ৰখাওঁক আৰু সকলো সবিশেষ ভৰাই পুনৰ চলাওঁক
 
| ভিদিঅ’টো ৰখাওঁক আৰু সকলো সবিশেষ ভৰাই পুনৰ চলাওঁক
  
 
|-
 
|-
|03:44
+
|03:53
 
|'''Library management''' চেকচনৰ ভিতৰত, '''Card Number''' ফিল্দটো বিচাৰক
 
|'''Library management''' চেকচনৰ ভিতৰত, '''Card Number''' ফিল্দটো বিচাৰক
  
 
|-
 
|-
| 03:51
+
| 04:01
 
| মন কৰিব যে নাম্বাৰ '''1''' টো '''Koha''' ৰ দ্বাৰা স্ব-উৎপন্ন হৈছে
 
| মন কৰিব যে নাম্বাৰ '''1''' টো '''Koha''' ৰ দ্বাৰা স্ব-উৎপন্ন হৈছে
  
 
|-
 
|-
| 03:56
+
| 04:07
 
| গতিকে, আপোনাৰ '''Koha interface''' ত এটা বেলেগ নাম্বাৰ দেখিব
 
| গতিকে, আপোনাৰ '''Koha interface''' ত এটা বেলেগ নাম্বাৰ দেখিব
  
 
|-
 
|-
| 04:02
+
| 04:13
 
|পাছৰটো হৈছে '''Library'''
 
|পাছৰটো হৈছে '''Library'''
  
 
|-
 
|-
| 04:05
+
| 04:16
 
| দ্ৰপ-দাউনৰ পৰা, মই '''Spoken Tutorial Library''' বাচিম
 
| দ্ৰপ-দাউনৰ পৰা, মই '''Spoken Tutorial Library''' বাচিম
  
 
|-
 
|-
| 04:10
+
| 04:21
 
| মনত ৰাখিব: '''Spoken Tutorial Library''' এই চিৰিজত আগতে বনোৱা হৈছিল
 
| মনত ৰাখিব: '''Spoken Tutorial Library''' এই চিৰিজত আগতে বনোৱা হৈছিল
  
 
|-
 
|-
| 04:17
+
| 04:28
 
| যদি আপুনি এটা বেলেগ নাম দিছে, তেন্তে ইয়াত সেই নামটো বাচক
 
| যদি আপুনি এটা বেলেগ নাম দিছে, তেন্তে ইয়াত সেই নামটো বাচক
  
 
|-
 
|-
|04:22
+
|04:34
 
|'''Category''' ৰ বাবে, মই দ্ৰপ-দাউনৰ পৰা '''Library Staff''' বাচিম
 
|'''Category''' ৰ বাবে, মই দ্ৰপ-দাউনৰ পৰা '''Library Staff''' বাচিম
  
 
|-
 
|-
|04:27
+
|04:40
 
|'''OPAC/Staff login''' চেকচনৰ ভিতৰত, '''Username''' আৰু '''Password''' দিয়ক
 
|'''OPAC/Staff login''' চেকচনৰ ভিতৰত, '''Username''' আৰু '''Password''' দিয়ক
  
 
|-
 
|-
| 04:34
+
| 04:47
 
| প্ৰতিটো নতুন ইউজাৰে এটা নতুন '''Username''' আৰু '''Password''' বনোৱা উচিত
 
| প্ৰতিটো নতুন ইউজাৰে এটা নতুন '''Username''' আৰু '''Password''' বনোৱা উচিত
  
 
|-
 
|-
| 04:40
+
| 04:53
 
| মই '''Username''' দিম '''Bella''' হিচাবে,
 
| মই '''Username''' দিম '''Bella''' হিচাবে,
  
 
|-
 
|-
| 04:43
+
| 04:57
 
| '''Password''' '''library''' হিচাবে
 
| '''Password''' '''library''' হিচাবে
  
 
|-
 
|-
|04:46
+
|05:00
 
|পুনৰ, '''Confirm password:''' ফিল্দত একেটা পাচৱৰ্দ দিয়ক  
 
|পুনৰ, '''Confirm password:''' ফিল্দত একেটা পাচৱৰ্দ দিয়ক  
  
 
|-
 
|-
|04:52
+
|05:06
 
|এই ইউজাৰনেম আৰু পাচৱৰ্দ মনত ৰাখিব
 
|এই ইউজাৰনেম আৰু পাচৱৰ্দ মনত ৰাখিব
  
 
|-
 
|-
| 04:56
+
|05:10
 
| ই কিছু সময়ৰ পাছত '''Staff''' ক অধিকাৰ/অনুমতি দিবলৈ ব্যৱহৃত হ’ব
 
| ই কিছু সময়ৰ পাছত '''Staff''' ক অধিকাৰ/অনুমতি দিবলৈ ব্যৱহৃত হ’ব
  
 
|-
 
|-
|05:02
+
|05:17
 
|সকলো সবিশেষ ভৰোৱাৰ পাছত, পৃষ্ঠাটোৰ ওপৰলৈ গৈ '''Save''' ত ক্লিক কৰক
 
|সকলো সবিশেষ ভৰোৱাৰ পাছত, পৃষ্ঠাটোৰ ওপৰলৈ গৈ '''Save''' ত ক্লিক কৰক
  
 
|-
 
|-
|05:09
+
|05:25
 
|'''Patron''' আৰু '''card number''' নামৰ নতুন পৃষ্ঠা এটা খুলিছে
 
|'''Patron''' আৰু '''card number''' নামৰ নতুন পৃষ্ঠা এটা খুলিছে
  
 
|-
 
|-
| 05:15
+
|05:31
 
| এই ক্ষেত্ৰত, আগতে ভৰোৱাৰ দৰে, পৃষ্ঠাটোত '''card number 1''' ৰ সৈতে '''Ms Bella Tony''' হিচাবে '''Patron''' আছে
 
| এই ক্ষেত্ৰত, আগতে ভৰোৱাৰ দৰে, পৃষ্ঠাটোত '''card number 1''' ৰ সৈতে '''Ms Bella Tony''' হিচাবে '''Patron''' আছে
  
 
|-
 
|-
|05:24
+
|05:41
 
|চেকচনসমূহ এদিত কৰিবলৈ, '''Edit''' টেবত ক্লিক কৰক, যি উক্ত চেকচনৰ তলত অৱস্থিত
 
|চেকচনসমূহ এদিত কৰিবলৈ, '''Edit''' টেবত ক্লিক কৰক, যি উক্ত চেকচনৰ তলত অৱস্থিত
  
 
|-
 
|-
|05:32
+
|05:49
 
|এতিয়া আমি '''Patrons''' ক অনুমতি দিবলৈ শিকিম
 
|এতিয়া আমি '''Patrons''' ক অনুমতি দিবলৈ শিকিম
  
 
|-
 
|-
|05:36
+
|05:55
 
|একেটা পৃষ্ঠাত, '''More''' টেবটো বিচাৰক আৰু '''Set Permissions''' ত ক্লিক কৰক
 
|একেটা পৃষ্ঠাত, '''More''' টেবটো বিচাৰক আৰু '''Set Permissions''' ত ক্লিক কৰক
  
 
|-
 
|-
|05:44
+
|06:03
 
|'''Set permissions for Bella Tony''' টাইটলৰ সৈতে নতুন পৃষ্ঠা এটা খুলিছে
 
|'''Set permissions for Bella Tony''' টাইটলৰ সৈতে নতুন পৃষ্ঠা এটা খুলিছে
  
 
|-
 
|-
|05:51
+
|06:09
 
|'''(superlibrarian) Access to all librarian functions''' চেক-বক্সত ক্লিক কৰক
 
|'''(superlibrarian) Access to all librarian functions''' চেক-বক্সত ক্লিক কৰক
  
 
|-
 
|-
|05:58
+
|06:16
 
|পাছত পৃষ্ঠাটোৰ তলত '''Save''' ত ক্লিক কৰক
 
|পাছত পৃষ্ঠাটোৰ তলত '''Save''' ত ক্লিক কৰক
  
 
|-
 
|-
|06:03
+
|06:21
 
|এতিয়া, '''Superlibrarian Ms Bella Tony''' এ সকলো '''library function''' ৰ এক্সেচ পালে
 
|এতিয়া, '''Superlibrarian Ms Bella Tony''' এ সকলো '''library function''' ৰ এক্সেচ পালে
  
 
|-
 
|-
|06:12
+
|06:30
 
|এই '''superlibrarian''' একাউন্টৰ সৈতে, আমি '''Staff''' ক অনুমতি দিব পাৰো
 
|এই '''superlibrarian''' একাউন্টৰ সৈতে, আমি '''Staff''' ক অনুমতি দিব পাৰো
  
 
|-
 
|-
| 06:19
+
| 06:37
 
| গতিকে, ই '''Koha Library Management System''' ত এটা অতি গুৰুত্বপূৰ্ণ ভূমিকা হয়
 
| গতিকে, ই '''Koha Library Management System''' ত এটা অতি গুৰুত্বপূৰ্ণ ভূমিকা হয়
  
 
|-
 
|-
|06:25
+
|06:43
 
|এতিয়া আহক শিকো এটা বিশেষ '''module''' ৰ বাবে '''Staff''' ক কেনেকৈ এক্সেচ দিয়া হয়
 
|এতিয়া আহক শিকো এটা বিশেষ '''module''' ৰ বাবে '''Staff''' ক কেনেকৈ এক্সেচ দিয়া হয়
  
 
|-
 
|-
|06:31
+
|06:50
 
|আপোনাৰ বৰ্তমান চেচনৰ পৰা '''Database administrative user''' হিচাবে ল’গ-আউত কৰক
 
|আপোনাৰ বৰ্তমান চেচনৰ পৰা '''Database administrative user''' হিচাবে ল’গ-আউত কৰক
  
 
|-
 
|-
| 06:36
+
| 06:56
 
| তাক কৰিবলৈ, ওপৰত সোফালে চুকলৈ যাওঁক আৰু '''No Library Set''' ত ক্লিক কৰক
 
| তাক কৰিবলৈ, ওপৰত সোফালে চুকলৈ যাওঁক আৰু '''No Library Set''' ত ক্লিক কৰক
  
 
|-
 
|-
| 06:43
+
| 07:03
 
| দ্ৰপ-দাউনৰ পৰা, '''Log out''' ত ক্লিক কৰক
 
| দ্ৰপ-দাউনৰ পৰা, '''Log out''' ত ক্লিক কৰক
  
 
|-
 
|-
|06:47
+
|07:08
 
|এতিয়া, '''Superlibrarian account''' ৰে ল’গিন কৰক
 
|এতিয়া, '''Superlibrarian account''' ৰে ল’গিন কৰক
  
 
|-
 
|-
|06:52
+
|07:13
 
|'''Superlibrarian''' এ কোনো '''Staff''' ক অন্য কিবা '''module''' এক্সেচ কৰিবলৈ অধিকাৰ বা অনুমতি দিব পাৰে
 
|'''Superlibrarian''' এ কোনো '''Staff''' ক অন্য কিবা '''module''' এক্সেচ কৰিবলৈ অধিকাৰ বা অনুমতি দিব পাৰে
  
 
|-
 
|-
| 07:00
+
| 07:22
 
| উদাহৰণস্বৰূপে - '''Cataloging module''',  '''Circulation module''',
 
| উদাহৰণস্বৰূপে - '''Cataloging module''',  '''Circulation module''',
  
 
|-
 
|-
| 07:05
+
| 07:27
 
| '''Serial Control''', '''Acquisition''' ইত্যাদি
 
| '''Serial Control''', '''Acquisition''' ইত্যাদি
  
 
|-
 
|-
|07:10
+
|07:32
 
|আগতে দৰ্শোৱা ধৰণে '''Patron''' এটা বনাওঁক
 
|আগতে দৰ্শোৱা ধৰণে '''Patron''' এটা বনাওঁক
  
 
|-
 
|-
| 07:14
+
| 07:36
 
| '''New Patron''' টেবত ক্লিক কৰক । দ্ৰপ-দাউনৰ পৰা, '''Library Staff''' বাচক
 
| '''New Patron''' টেবত ক্লিক কৰক । দ্ৰপ-দাউনৰ পৰা, '''Library Staff''' বাচক
  
 
|-
 
|-
| 07:21
+
| 07:43
 
| '''Salutation''' ত '''Ms''' বাচক । '''Surname''' ত  '''Samruddhi''' দিয়ক
 
| '''Salutation''' ত '''Ms''' বাচক । '''Surname''' ত  '''Samruddhi''' দিয়ক
  
 
|-
 
|-
|07:29
+
|07:51
 
|'''Category''' ৰ বাবে, দ্ৰপ-দাউনৰ পৰা '''Library Staff''' বাচক
 
|'''Category''' ৰ বাবে, দ্ৰপ-দাউনৰ পৰা '''Library Staff''' বাচক
  
 
|-
 
|-
| 07:35
+
| 07:57
 
| অন্য কোনো অপচন নাবাচিব
 
| অন্য কোনো অপচন নাবাচিব
  
 
|-
 
|-
|07:39
+
|08:01
|'''OPAC/Staff login''' চেকচনৰ ভিতৰত
+
|'''OPAC/Staff login''' চেকচনৰ ভিতৰত, ইউজাৰনেমত '''Samruddhi''' আৰু পাচৱৰ্দত '''patron''' দিয়ক
  
 
|-
 
|-
| 07:43
+
|08:13
| ইউজাৰনেমত '''Samruddhi''' আৰু পাচৱৰ্দত '''patron''' দিয়ক
+
 
+
|-
+
|07:51
+
 
|পুনৰ, '''Confirm password''' ফিল্দত একেটা পাচৱৰ্দ দিয়ক
 
|পুনৰ, '''Confirm password''' ফিল্দত একেটা পাচৱৰ্দ দিয়ক
  
 
|-
 
|-
|07:57
+
|08:19
 
|এই ইউজাৰনেম আৰু পাচৱৰ্দ মনত ৰাখিব যিহেতু '''staff''' হিচাবে পাছত ল’গিন কৰিবলৈ ই ব্যৱহৃত হ’ব
 
|এই ইউজাৰনেম আৰু পাচৱৰ্দ মনত ৰাখিব যিহেতু '''staff''' হিচাবে পাছত ল’গিন কৰিবলৈ ই ব্যৱহৃত হ’ব
  
 
|-
 
|-
|08:05
+
|08:27
 
|সকলো সবিশেষ ভৰোৱাৰ পাছত, পৃষ্ঠাটোৰ ওপৰত '''Save''' ত ক্লিক কৰক
 
|সকলো সবিশেষ ভৰোৱাৰ পাছত, পৃষ্ঠাটোৰ ওপৰত '''Save''' ত ক্লিক কৰক
  
 
|-
 
|-
|08:12
+
|08:34
 
|এতিয়া, এই বিশেষ '''Patron''' ক অনুমতি দিয়ক
 
|এতিয়া, এই বিশেষ '''Patron''' ক অনুমতি দিয়ক
  
 
|-
 
|-
|08:16
+
|08:39
 
|'''More''' টেবলৈ যাওঁক আৰু '''Set Permissions''' ত ক্লিক কৰক
 
|'''More''' টেবলৈ যাওঁক আৰু '''Set Permissions''' ত ক্লিক কৰক
  
 
|-
 
|-
|08:22
+
|08:45
 
|'''Set permissions for Samruddhi''' টাইটলৰ সৈতে নতুন পৃষ্ঠা এটা খুলিছে
 
|'''Set permissions for Samruddhi''' টাইটলৰ সৈতে নতুন পৃষ্ঠা এটা খুলিছে
  
 
|-
 
|-
| 08:28
+
| 08:52
 
| এইটো হৈছে আমি বনোৱা '''Patron''' টোৰ নাম
 
| এইটো হৈছে আমি বনোৱা '''Patron''' টোৰ নাম
  
 
|-
 
|-
|08:32
+
|08:57
 
|'''(circulate) Check out and check in items''' চেক-বক্সটোত ক্লিক কৰক
 
|'''(circulate) Check out and check in items''' চেক-বক্সটোত ক্লিক কৰক
  
 
|-
 
|-
|08:38
+
|09:04
 
|পাছত '''(catalogue) Required for staff login''' চেক-বক্সটোত ক্লিক কৰক
 
|পাছত '''(catalogue) Required for staff login''' চেক-বক্সটোত ক্লিক কৰক
  
 
|-
 
|-
|08:46
+
|09:12
 
|লগতে '''(borrowers) Add, modify and view patron information''' তো ক্লিক কৰক
 
|লগতে '''(borrowers) Add, modify and view patron information''' তো ক্লিক কৰক
  
 
|-
 
|-
|08:52
+
|09:19
 
|পাছত, ইয়াত প্লাচ চিহ্নত ক্লিক কৰক
 
|পাছত, ইয়াত প্লাচ চিহ্নত ক্লিক কৰক
  
 
|-
 
|-
| 08:56
+
| 09:24
 
| '''reserveforothers Place and modify holds for patrons''' ত ক্লিক কৰক
 
| '''reserveforothers Place and modify holds for patrons''' ত ক্লিক কৰক
  
 
|-
 
|-
| 09:03
+
| 09:31
 
| পাছত, '''Edit catalog''' টেবটোলৈ আহক
 
| পাছত, '''Edit catalog''' টেবটোলৈ আহক
  
 
|-
 
|-
| 09:07
+
| 09:35
 
| প্লাচ চিহ্নত ক্লিক কৰক আৰু '''(editcatalogue) Edit catalog (Modify bibliographic/holdings data)''' ত ক্লিক কৰক
 
| প্লাচ চিহ্নত ক্লিক কৰক আৰু '''(editcatalogue) Edit catalog (Modify bibliographic/holdings data)''' ত ক্লিক কৰক
  
 
|-
 
|-
|09:17
+
|09:46
 
|পাছত, '''Acquisition''' টেবটোলৈ আহক । প্লাচ চিহ্নত ক্লিক কৰক আৰু '''(acquisition) Acquisition and/or suggestion management''' ত ক্লিক কৰক
 
|পাছত, '''Acquisition''' টেবটোলৈ আহক । প্লাচ চিহ্নত ক্লিক কৰক আৰু '''(acquisition) Acquisition and/or suggestion management''' ত ক্লিক কৰক
  
 
|-
 
|-
|09:30
+
|09:59
 
|পাছত, '''tool''' টেবৰ বাবে, ইয়াত প্লাচ চিহ্নত ক্লিক কৰক  
 
|পাছত, '''tool''' টেবৰ বাবে, ইয়াত প্লাচ চিহ্নত ক্লিক কৰক  
  
 
|-
 
|-
| 09:36
+
| 10:05
 
| আৰু '''(batch_upload_patron_images) Upload patron images in a batch or one at a time''' ত ক্লিক কৰক
 
| আৰু '''(batch_upload_patron_images) Upload patron images in a batch or one at a time''' ত ক্লিক কৰক
  
 
|-
 
|-
|09:47
+
|10:16
 
|পাছত, '''(edit_patrons) Perform batch modification of patrons''' ত ক্লিক কৰক
 
|পাছত, '''(edit_patrons) Perform batch modification of patrons''' ত ক্লিক কৰক
  
 
|-
 
|-
|09:55
+
|10:24
 
|লগতে, '''(import_patrons) Import patron data''' বাচক
 
|লগতে, '''(import_patrons) Import patron data''' বাচক
  
 
|-
 
|-
|10:01
+
|10:30
 
|পাছত, লগতে '''Edit authorities''' ত ক্লিক কৰক
 
|পাছত, লগতে '''Edit authorities''' ত ক্লিক কৰক
  
 
|-
 
|-
|10:07
+
|10:36
 
|পাছত, '''(reports), Allow access to the reports module''' টেবটোলৈ আহক  
 
|পাছত, '''(reports), Allow access to the reports module''' টেবটোলৈ আহক  
  
 
|-
 
|-
| 10:14
+
| 10:43
 
|প্লাচ চিহ্নত ক্লিক কৰক আৰু '''(execute _reports) Execute SQL reports''' বাচক
 
|প্লাচ চিহ্নত ক্লিক কৰক আৰু '''(execute _reports) Execute SQL reports''' বাচক
  
 
|-
 
|-
|10:23
+
|10:52
 
|পাছত পৃষ্ঠাটোৰ তলত '''Save''' ত ক্লিক কৰক
 
|পাছত পৃষ্ঠাটোৰ তলত '''Save''' ত ক্লিক কৰক
  
 
|-
 
|-
|10:28
+
|10:57
 
|ইয়াৰ সৈতে আমি '''Ms. Samruddhi''' নামৰ '''Library Staff''' ক সকলো দৰকাৰী অধিকাৰ দিলো  
 
|ইয়াৰ সৈতে আমি '''Ms. Samruddhi''' নামৰ '''Library Staff''' ক সকলো দৰকাৰী অধিকাৰ দিলো  
  
 
|-
 
|-
|10:37
+
|11:06
 
|এতিয়া, '''superlibrarian''' একাউন্টৰ পৰা ল’গ-আউত কৰক  
 
|এতিয়া, '''superlibrarian''' একাউন্টৰ পৰা ল’গ-আউত কৰক  
  
 
|-
 
|-
| 10:42
+
| 11:11
 
| তাক কৰিবলৈ, ওপৰত সোফালে চুকলৈ যাওঁক । '''spoken tutorial library''' ত ক্লিক কৰক, দ্ৰপ-দাউনৰ পৰা '''Log out''' ত ক্লিক কৰক
 
| তাক কৰিবলৈ, ওপৰত সোফালে চুকলৈ যাওঁক । '''spoken tutorial library''' ত ক্লিক কৰক, দ্ৰপ-দাউনৰ পৰা '''Log out''' ত ক্লিক কৰক
  
 
|-
 
|-
|10:54
+
|11:23
 
|ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি  
 
|ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি  
  
 
|-
 
|-
|10:58
+
|11:27
 
|আহক মূলভাব চাওঁ  । এই টিউট’ৰিয়েলটোত, আমি শিকিলো :
 
|আহক মূলভাব চাওঁ  । এই টিউট’ৰিয়েলটোত, আমি শিকিলো :
  
 
|-
 
|-
| 11:03
+
| 11:33
 
|  '''Patron category''' এটা যোগ কৰিবলৈ,
 
|  '''Patron category''' এটা যোগ কৰিবলৈ,
  
Line 454: Line 450:
  
 
|-
 
|-
| 11:08
+
| 11:39
 
|  '''Superlibrarian''' এটা বনাবলৈ, বিশিষ্ট '''module''' এটাৰ বাবে '''Staff''' ক এক্সেচ দিবলৈ
 
|  '''Superlibrarian''' এটা বনাবলৈ, বিশিষ্ট '''module''' এটাৰ বাবে '''Staff''' ক এক্সেচ দিবলৈ
  
 
|-
 
|-
|11:16
+
|11:47
 
|অনুশিলনীৰ বাবে - এটা নতুন '''Patron Category- 'Research Scholar’''' যোগ কৰক
 
|অনুশিলনীৰ বাবে - এটা নতুন '''Patron Category- 'Research Scholar’''' যোগ কৰক
  
 
|-
 
|-
|11:23
+
|11:54
 
|'''Superlibrarian''' ৰ বাবে অনুশিলনী: তলৰ ভুমিকাৰ বাবে নতুন '''Staff''' এটা যোগ কৰক-
 
|'''Superlibrarian''' ৰ বাবে অনুশিলনী: তলৰ ভুমিকাৰ বাবে নতুন '''Staff''' এটা যোগ কৰক-
  
 
|-
 
|-
| 11:30
+
| 12:01
 
|সকলো '''Cataloging rights''' অন্তৰ্ভুক্ত কৰক,
 
|সকলো '''Cataloging rights''' অন্তৰ্ভুক্ত কৰক,
  
Line 472: Line 468:
  
 
|-
 
|-
| 11:37
+
| 12:09
 
|তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল ('''Spoken Tutorial''') প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক  
 
|তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল ('''Spoken Tutorial''') প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক  
  
 
|-
 
|-
| 11:45
+
| 12:17
 
| স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
 
| স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
  
 
|-
 
|-
|11:56
+
|12:28
 
| অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক
 
| অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক
  
 
|-
 
|-
| 12:00
+
| 12:32
 
| স্প’কেন টিউট’ৰিয়েল প্ৰকল্প '''NMEICT, MHRD,''' ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ  
 
| স্প’কেন টিউট’ৰিয়েল প্ৰকল্প '''NMEICT, MHRD,''' ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ  
  
 
|-
 
|-
|12:12
+
|12:45
 
|মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ  
 
|মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ  
  
 
|}
 
|}

Latest revision as of 18:27, 22 February 2019

Time
Narration
00:01 কেনেকৈ Superlibrarian এটা বনোৱা হয় তাৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত, আমি শিকিম - Patron category এটা যোগ কৰিবলৈ,
00:11 Patron এটা বনাবলৈ,
00:14 Superlibrarian এটা বনাবলৈ আৰু
00:17 এটা নিৰ্দিষ্ট ম’দিউলৰ বাবে Staff এটাক এক্সেচ দিবলৈ
00:22 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো :

Ubuntu Linux OS 16.04 আৰু Koha ভাৰ্চন 16.05

00:35 এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, শিক্ষাৰ্থীৰ Library Science ৰ জ্ঞান থাকিব লাগিব
00:42 এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ চিষ্টেমত Koha ইনষ্টল থাকিব লাগিব
00:48 আৰু, আপোনাৰ লগতে KohaAdmin এক্সেচ থাকিব লাগিব
00:53 অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি এই ওৱেবচাইতত Koha Spoken Tutorial চিৰিজ চাওঁক
01:00 আহক Patron category এটা যোগ কৰিবলৈ শিকি আৰম্ভ কৰো
01:05 database administrator username আৰু password ব্যৱ্হাৰ কৰি Koha ত ল’গিন কৰক
01:13 Koha Administration ত ক্লিক কৰক
01:18 Patrons and circulation ৰ ভিতৰত, Patron categories ত ক্লিক কৰক
01:24 এটা নতুন পৃষ্ঠা Patron categories খুলিছে
01:28 New Category ত ক্লিক কৰক
01:31 এটা নতুন পৃষ্ঠা, New category খুলিছে, আমাক কিছু সবিশেষ ভৰাবলৈ সুধি
01:38 আগতে উল্লেখ কৰাৰ দৰে, মন কৰিব যে ৰঙাকৈ মাৰ্ক কৰা ফিল্দসমূহ বাধ্যতামূলক
01:45 মই ইয়াত কিছু সবিশেষ ভৰাইছো । তেনেদৰে কৰক
01:51 Category type: ৰ বাবে দ্ৰপ-দাউন লিষ্টৰ পৰা Staff বাচক
01:57 Branches limitation: ৰ বাবে All Branches বাচক
02:02 পাছত, পৃষ্ঠাটোৰ তলত Save ত ক্লিক কৰক
02:07 আমি ভৰোৱা category নামটো, Patron categories পৃষ্ঠাটোত দৰ্শিত হৈছে
02:14 মোৰ ক্ষেত্ৰত, ই কয় Library Staff
02:19 ইয়াৰ সৈতে, Patron Category এটা বনিলে
02:23 পাছত, আমি Patron এটা যোগ কৰিবলৈ শিকিম
02:28 ওপৰত বাওঁফালে চুকত Home ত ক্লিক কৰক
02:32 Koha homepage দাইল’গ বক্স এটাৰ সৈতে খুলিছে যি আমাক Create a Patron কয়
02:39 Patron এটা বনোৱাতো বাধ্যতামূলক । অন্যথা database administrator ৰোলত, Koha ৰ কিছু অংশই কাম নকৰিব
02:50 দাইল’গ- বক্সত সোধাৰ দৰে, Create Patron ত ক্লিক কৰক
02:56 বিকল্পভাবে, আপুনি Koha home pagePatrons ত ক্লিক কৰিব পাৰে
03:02 মই Create Patron ত ক্লিক কৰিম
03:06 নতুন পৃষ্ঠা এটা খুলিছে । New Patron টেবত ক্লিক কৰক
03:12 দ্ৰপ-দাউনৰ পৰা, মই Library Staff বাচিম
03:17 এটা নতুন পৃষ্ঠা - Add patron (Library Staff), খুলিছে
03:22 এতিয়া, বিভিন্ন চেকচনৰ ভিতৰত দৰকাৰী সবিশেষ ভৰাওঁক যেনে:

Patron identity,

Main address,

Contact ইত্যাদি

03:34 মই ইয়াত দৰ্শিত ধৰণে কিছু সবিশেষ ভৰাইছো
03:39 যদি আপোনাৰ ইয়াৰ যিকোনো ফিল্দৰ তথ্য নাই, তেন্তে তাক খালি ৰাখক
03:47 ভিদিঅ’টো ৰখাওঁক আৰু সকলো সবিশেষ ভৰাই পুনৰ চলাওঁক
03:53 Library management চেকচনৰ ভিতৰত, Card Number ফিল্দটো বিচাৰক
04:01 মন কৰিব যে নাম্বাৰ 1 টো Koha ৰ দ্বাৰা স্ব-উৎপন্ন হৈছে
04:07 গতিকে, আপোনাৰ Koha interface ত এটা বেলেগ নাম্বাৰ দেখিব
04:13 পাছৰটো হৈছে Library
04:16 দ্ৰপ-দাউনৰ পৰা, মই Spoken Tutorial Library বাচিম
04:21 মনত ৰাখিব: Spoken Tutorial Library এই চিৰিজত আগতে বনোৱা হৈছিল
04:28 যদি আপুনি এটা বেলেগ নাম দিছে, তেন্তে ইয়াত সেই নামটো বাচক
04:34 Category ৰ বাবে, মই দ্ৰপ-দাউনৰ পৰা Library Staff বাচিম
04:40 OPAC/Staff login চেকচনৰ ভিতৰত, Username আৰু Password দিয়ক
04:47 প্ৰতিটো নতুন ইউজাৰে এটা নতুন Username আৰু Password বনোৱা উচিত
04:53 মই Username দিম Bella হিচাবে,
04:57 Password library হিচাবে
05:00 পুনৰ, Confirm password: ফিল্দত একেটা পাচৱৰ্দ দিয়ক
05:06 এই ইউজাৰনেম আৰু পাচৱৰ্দ মনত ৰাখিব
05:10 ই কিছু সময়ৰ পাছত Staff ক অধিকাৰ/অনুমতি দিবলৈ ব্যৱহৃত হ’ব
05:17 সকলো সবিশেষ ভৰোৱাৰ পাছত, পৃষ্ঠাটোৰ ওপৰলৈ গৈ Save ত ক্লিক কৰক
05:25 Patron আৰু card number নামৰ নতুন পৃষ্ঠা এটা খুলিছে
05:31 এই ক্ষেত্ৰত, আগতে ভৰোৱাৰ দৰে, পৃষ্ঠাটোত card number 1 ৰ সৈতে Ms Bella Tony হিচাবে Patron আছে
05:41 চেকচনসমূহ এদিত কৰিবলৈ, Edit টেবত ক্লিক কৰক, যি উক্ত চেকচনৰ তলত অৱস্থিত
05:49 এতিয়া আমি Patrons ক অনুমতি দিবলৈ শিকিম
05:55 একেটা পৃষ্ঠাত, More টেবটো বিচাৰক আৰু Set Permissions ত ক্লিক কৰক
06:03 Set permissions for Bella Tony টাইটলৰ সৈতে নতুন পৃষ্ঠা এটা খুলিছে
06:09 (superlibrarian) Access to all librarian functions চেক-বক্সত ক্লিক কৰক
06:16 পাছত পৃষ্ঠাটোৰ তলত Save ত ক্লিক কৰক
06:21 এতিয়া, Superlibrarian Ms Bella Tony এ সকলো library function ৰ এক্সেচ পালে
06:30 এই superlibrarian একাউন্টৰ সৈতে, আমি Staff ক অনুমতি দিব পাৰো
06:37 গতিকে, ই Koha Library Management System ত এটা অতি গুৰুত্বপূৰ্ণ ভূমিকা হয়
06:43 এতিয়া আহক শিকো এটা বিশেষ module ৰ বাবে Staff ক কেনেকৈ এক্সেচ দিয়া হয়
06:50 আপোনাৰ বৰ্তমান চেচনৰ পৰা Database administrative user হিচাবে ল’গ-আউত কৰক
06:56 তাক কৰিবলৈ, ওপৰত সোফালে চুকলৈ যাওঁক আৰু No Library Set ত ক্লিক কৰক
07:03 দ্ৰপ-দাউনৰ পৰা, Log out ত ক্লিক কৰক
07:08 এতিয়া, Superlibrarian account ৰে ল’গিন কৰক
07:13 Superlibrarian এ কোনো Staff ক অন্য কিবা module এক্সেচ কৰিবলৈ অধিকাৰ বা অনুমতি দিব পাৰে
07:22 উদাহৰণস্বৰূপে - Cataloging module, Circulation module,
07:27 Serial Control, Acquisition ইত্যাদি
07:32 আগতে দৰ্শোৱা ধৰণে Patron এটা বনাওঁক
07:36 New Patron টেবত ক্লিক কৰক । দ্ৰপ-দাউনৰ পৰা, Library Staff বাচক
07:43 SalutationMs বাচক । SurnameSamruddhi দিয়ক
07:51 Category ৰ বাবে, দ্ৰপ-দাউনৰ পৰা Library Staff বাচক
07:57 অন্য কোনো অপচন নাবাচিব
08:01 OPAC/Staff login চেকচনৰ ভিতৰত, ইউজাৰনেমত Samruddhi আৰু পাচৱৰ্দত patron দিয়ক
08:13 পুনৰ, Confirm password ফিল্দত একেটা পাচৱৰ্দ দিয়ক
08:19 এই ইউজাৰনেম আৰু পাচৱৰ্দ মনত ৰাখিব যিহেতু staff হিচাবে পাছত ল’গিন কৰিবলৈ ই ব্যৱহৃত হ’ব
08:27 সকলো সবিশেষ ভৰোৱাৰ পাছত, পৃষ্ঠাটোৰ ওপৰত Save ত ক্লিক কৰক
08:34 এতিয়া, এই বিশেষ Patron ক অনুমতি দিয়ক
08:39 More টেবলৈ যাওঁক আৰু Set Permissions ত ক্লিক কৰক
08:45 Set permissions for Samruddhi টাইটলৰ সৈতে নতুন পৃষ্ঠা এটা খুলিছে
08:52 এইটো হৈছে আমি বনোৱা Patron টোৰ নাম
08:57 (circulate) Check out and check in items চেক-বক্সটোত ক্লিক কৰক
09:04 পাছত (catalogue) Required for staff login চেক-বক্সটোত ক্লিক কৰক
09:12 লগতে (borrowers) Add, modify and view patron information তো ক্লিক কৰক
09:19 পাছত, ইয়াত প্লাচ চিহ্নত ক্লিক কৰক
09:24 reserveforothers Place and modify holds for patrons ত ক্লিক কৰক
09:31 পাছত, Edit catalog টেবটোলৈ আহক
09:35 প্লাচ চিহ্নত ক্লিক কৰক আৰু (editcatalogue) Edit catalog (Modify bibliographic/holdings data) ত ক্লিক কৰক
09:46 পাছত, Acquisition টেবটোলৈ আহক । প্লাচ চিহ্নত ক্লিক কৰক আৰু (acquisition) Acquisition and/or suggestion management ত ক্লিক কৰক
09:59 পাছত, tool টেবৰ বাবে, ইয়াত প্লাচ চিহ্নত ক্লিক কৰক
10:05 আৰু (batch_upload_patron_images) Upload patron images in a batch or one at a time ত ক্লিক কৰক
10:16 পাছত, (edit_patrons) Perform batch modification of patrons ত ক্লিক কৰক
10:24 লগতে, (import_patrons) Import patron data বাচক
10:30 পাছত, লগতে Edit authorities ত ক্লিক কৰক
10:36 পাছত, (reports), Allow access to the reports module টেবটোলৈ আহক
10:43 প্লাচ চিহ্নত ক্লিক কৰক আৰু (execute _reports) Execute SQL reports বাচক
10:52 পাছত পৃষ্ঠাটোৰ তলত Save ত ক্লিক কৰক
10:57 ইয়াৰ সৈতে আমি Ms. Samruddhi নামৰ Library Staff ক সকলো দৰকাৰী অধিকাৰ দিলো
11:06 এতিয়া, superlibrarian একাউন্টৰ পৰা ল’গ-আউত কৰক
11:11 তাক কৰিবলৈ, ওপৰত সোফালে চুকলৈ যাওঁক । spoken tutorial library ত ক্লিক কৰক, দ্ৰপ-দাউনৰ পৰা Log out ত ক্লিক কৰক
11:23 ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
11:27 আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি শিকিলো :
11:33 Patron category এটা যোগ কৰিবলৈ,

Patron এটা বনাবলৈ,

11:39 Superlibrarian এটা বনাবলৈ, বিশিষ্ট module এটাৰ বাবে Staff ক এক্সেচ দিবলৈ
11:47 অনুশিলনীৰ বাবে - এটা নতুন Patron Category- 'Research Scholar’ যোগ কৰক
11:54 Superlibrarian ৰ বাবে অনুশিলনী: তলৰ ভুমিকাৰ বাবে নতুন Staff এটা যোগ কৰক-
12:01 সকলো Cataloging rights অন্তৰ্ভুক্ত কৰক,

আৰু সকলো Acquisition rights যোগ কৰক

12:09 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
12:17 অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
12:28 অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক
12:32 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
12:45 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9