Koha-Library-Management-System/C2/Create-a-SuperLibrarian/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
Narration
00:01 কেনেকৈ Superlibrarian এটা বনোৱা হয় তাৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত, আমি শিকিম - Patron category এটা যোগ কৰিবলৈ,
00:11 Patron এটা বনাবলৈ,
00:14 Superlibrarian এটা বনাবলৈ আৰু
00:17 এটা নিৰ্দিষ্ট ম’দিউলৰ বাবে Staff এটাক এক্সেচ দিবলৈ
00:22 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো :

Ubuntu Linux OS 16.04 আৰু Koha ভাৰ্চন 16.05

00:35 এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, শিক্ষাৰ্থীৰ Library Science ৰ জ্ঞান থাকিব লাগিব
00:42 এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ চিষ্টেমত Koha ইনষ্টল থাকিব লাগিব
00:48 আৰু, আপোনাৰ লগতে KohaAdmin এক্সেচ থাকিব লাগিব
00:53 অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি এই ওৱেবচাইতত Koha Spoken Tutorial চিৰিজ চাওঁক
01:00 আহক Patron category এটা যোগ কৰিবলৈ শিকি আৰম্ভ কৰো
01:05 database administrator username আৰু password ব্যৱ্হাৰ কৰি Koha ত ল’গিন কৰক
01:13 Koha Administration ত ক্লিক কৰক
01:18 Patrons and circulation ৰ ভিতৰত, Patron categories ত ক্লিক কৰক
01:24 এটা নতুন পৃষ্ঠা Patron categories খুলিছে
01:28 New Category ত ক্লিক কৰক
01:31 এটা নতুন পৃষ্ঠা, New category খুলিছে, আমাক কিছু সবিশেষ ভৰাবলৈ সুধি
01:38 আগতে উল্লেখ কৰাৰ দৰে, মন কৰিব যে ৰঙাকৈ মাৰ্ক কৰা ফিল্দসমূহ বাধ্যতামূলক
01:45 মই ইয়াত কিছু সবিশেষ ভৰাইছো । তেনেদৰে কৰক
01:51 Category type: ৰ বাবে দ্ৰপ-দাউন লিষ্টৰ পৰা Staff বাচক
01:57 Branches limitation: ৰ বাবে All Branches বাচক
02:02 পাছত, পৃষ্ঠাটোৰ তলত Save ত ক্লিক কৰক
02:07 আমি ভৰোৱা category নামটো, Patron categories পৃষ্ঠাটোত দৰ্শিত হৈছে
02:14 মোৰ ক্ষেত্ৰত, ই কয় Library Staff
02:19 ইয়াৰ সৈতে, Patron Category এটা বনিলে
02:23 পাছত, আমি Patron এটা যোগ কৰিবলৈ শিকিম
02:28 ওপৰত বাওঁফালে চুকত Home ত ক্লিক কৰক
02:32 Koha homepage দাইল’গ বক্স এটাৰ সৈতে খুলিছে যি আমাক Create a Patron কয়
02:39 Patron এটা বনোৱাতো বাধ্যতামূলক । অন্যথা database administrator ৰোলত, Koha ৰ কিছু অংশই কাম নকৰিব
02:50 দাইল’গ- বক্সত সোধাৰ দৰে, Create Patron ত ক্লিক কৰক
02:56 বিকল্পভাবে, আপুনি Koha home pagePatrons ত ক্লিক কৰিব পাৰে
03:02 মই Create Patron ত ক্লিক কৰিম
03:06 নতুন পৃষ্ঠা এটা খুলিছে । New Patron টেবত ক্লিক কৰক
03:12 দ্ৰপ-দাউনৰ পৰা, মই Library Staff বাচিম
03:17 এটা নতুন পৃষ্ঠা - Add patron (Library Staff), খুলিছে
03:22 এতিয়া, বিভিন্ন চেকচনৰ ভিতৰত দৰকাৰী সবিশেষ ভৰাওঁক যেনে:

Patron identity,

Main address,

Contact ইত্যাদি

03:34 মই ইয়াত দৰ্শিত ধৰণে কিছু সবিশেষ ভৰাইছো
03:39 যদি আপোনাৰ ইয়াৰ যিকোনো ফিল্দৰ তথ্য নাই, তেন্তে তাক খালি ৰাখক
03:47 ভিদিঅ’টো ৰখাওঁক আৰু সকলো সবিশেষ ভৰাই পুনৰ চলাওঁক
03:53 Library management চেকচনৰ ভিতৰত, Card Number ফিল্দটো বিচাৰক
04:01 মন কৰিব যে নাম্বাৰ 1 টো Koha ৰ দ্বাৰা স্ব-উৎপন্ন হৈছে
04:07 গতিকে, আপোনাৰ Koha interface ত এটা বেলেগ নাম্বাৰ দেখিব
04:13 পাছৰটো হৈছে Library
04:16 দ্ৰপ-দাউনৰ পৰা, মই Spoken Tutorial Library বাচিম
04:21 মনত ৰাখিব: Spoken Tutorial Library এই চিৰিজত আগতে বনোৱা হৈছিল
04:28 যদি আপুনি এটা বেলেগ নাম দিছে, তেন্তে ইয়াত সেই নামটো বাচক
04:34 Category ৰ বাবে, মই দ্ৰপ-দাউনৰ পৰা Library Staff বাচিম
04:40 OPAC/Staff login চেকচনৰ ভিতৰত, Username আৰু Password দিয়ক
04:47 প্ৰতিটো নতুন ইউজাৰে এটা নতুন Username আৰু Password বনোৱা উচিত
04:53 মই Username দিম Bella হিচাবে,
04:57 Password library হিচাবে
05:00 পুনৰ, Confirm password: ফিল্দত একেটা পাচৱৰ্দ দিয়ক
05:06 এই ইউজাৰনেম আৰু পাচৱৰ্দ মনত ৰাখিব
05:10 ই কিছু সময়ৰ পাছত Staff ক অধিকাৰ/অনুমতি দিবলৈ ব্যৱহৃত হ’ব
05:17 সকলো সবিশেষ ভৰোৱাৰ পাছত, পৃষ্ঠাটোৰ ওপৰলৈ গৈ Save ত ক্লিক কৰক
05:25 Patron আৰু card number নামৰ নতুন পৃষ্ঠা এটা খুলিছে
05:31 এই ক্ষেত্ৰত, আগতে ভৰোৱাৰ দৰে, পৃষ্ঠাটোত card number 1 ৰ সৈতে Ms Bella Tony হিচাবে Patron আছে
05:41 চেকচনসমূহ এদিত কৰিবলৈ, Edit টেবত ক্লিক কৰক, যি উক্ত চেকচনৰ তলত অৱস্থিত
05:49 এতিয়া আমি Patrons ক অনুমতি দিবলৈ শিকিম
05:55 একেটা পৃষ্ঠাত, More টেবটো বিচাৰক আৰু Set Permissions ত ক্লিক কৰক
06:03 Set permissions for Bella Tony টাইটলৰ সৈতে নতুন পৃষ্ঠা এটা খুলিছে
06:09 (superlibrarian) Access to all librarian functions চেক-বক্সত ক্লিক কৰক
06:16 পাছত পৃষ্ঠাটোৰ তলত Save ত ক্লিক কৰক
06:21 এতিয়া, Superlibrarian Ms Bella Tony এ সকলো library function ৰ এক্সেচ পালে
06:30 এই superlibrarian একাউন্টৰ সৈতে, আমি Staff ক অনুমতি দিব পাৰো
06:37 গতিকে, ই Koha Library Management System ত এটা অতি গুৰুত্বপূৰ্ণ ভূমিকা হয়
06:43 এতিয়া আহক শিকো এটা বিশেষ module ৰ বাবে Staff ক কেনেকৈ এক্সেচ দিয়া হয়
06:50 আপোনাৰ বৰ্তমান চেচনৰ পৰা Database administrative user হিচাবে ল’গ-আউত কৰক
06:56 তাক কৰিবলৈ, ওপৰত সোফালে চুকলৈ যাওঁক আৰু No Library Set ত ক্লিক কৰক
07:03 দ্ৰপ-দাউনৰ পৰা, Log out ত ক্লিক কৰক
07:08 এতিয়া, Superlibrarian account ৰে ল’গিন কৰক
07:13 Superlibrarian এ কোনো Staff ক অন্য কিবা module এক্সেচ কৰিবলৈ অধিকাৰ বা অনুমতি দিব পাৰে
07:22 উদাহৰণস্বৰূপে - Cataloging module, Circulation module,
07:27 Serial Control, Acquisition ইত্যাদি
07:32 আগতে দৰ্শোৱা ধৰণে Patron এটা বনাওঁক
07:36 New Patron টেবত ক্লিক কৰক । দ্ৰপ-দাউনৰ পৰা, Library Staff বাচক
07:43 SalutationMs বাচক । SurnameSamruddhi দিয়ক
07:51 Category ৰ বাবে, দ্ৰপ-দাউনৰ পৰা Library Staff বাচক
07:57 অন্য কোনো অপচন নাবাচিব
08:01 OPAC/Staff login চেকচনৰ ভিতৰত, ইউজাৰনেমত Samruddhi আৰু পাচৱৰ্দত patron দিয়ক
08:13 পুনৰ, Confirm password ফিল্দত একেটা পাচৱৰ্দ দিয়ক
08:19 এই ইউজাৰনেম আৰু পাচৱৰ্দ মনত ৰাখিব যিহেতু staff হিচাবে পাছত ল’গিন কৰিবলৈ ই ব্যৱহৃত হ’ব
08:27 সকলো সবিশেষ ভৰোৱাৰ পাছত, পৃষ্ঠাটোৰ ওপৰত Save ত ক্লিক কৰক
08:34 এতিয়া, এই বিশেষ Patron ক অনুমতি দিয়ক
08:39 More টেবলৈ যাওঁক আৰু Set Permissions ত ক্লিক কৰক
08:45 Set permissions for Samruddhi টাইটলৰ সৈতে নতুন পৃষ্ঠা এটা খুলিছে
08:52 এইটো হৈছে আমি বনোৱা Patron টোৰ নাম
08:57 (circulate) Check out and check in items চেক-বক্সটোত ক্লিক কৰক
09:04 পাছত (catalogue) Required for staff login চেক-বক্সটোত ক্লিক কৰক
09:12 লগতে (borrowers) Add, modify and view patron information তো ক্লিক কৰক
09:19 পাছত, ইয়াত প্লাচ চিহ্নত ক্লিক কৰক
09:24 reserveforothers Place and modify holds for patrons ত ক্লিক কৰক
09:31 পাছত, Edit catalog টেবটোলৈ আহক
09:35 প্লাচ চিহ্নত ক্লিক কৰক আৰু (editcatalogue) Edit catalog (Modify bibliographic/holdings data) ত ক্লিক কৰক
09:46 পাছত, Acquisition টেবটোলৈ আহক । প্লাচ চিহ্নত ক্লিক কৰক আৰু (acquisition) Acquisition and/or suggestion management ত ক্লিক কৰক
09:59 পাছত, tool টেবৰ বাবে, ইয়াত প্লাচ চিহ্নত ক্লিক কৰক
10:05 আৰু (batch_upload_patron_images) Upload patron images in a batch or one at a time ত ক্লিক কৰক
10:16 পাছত, (edit_patrons) Perform batch modification of patrons ত ক্লিক কৰক
10:24 লগতে, (import_patrons) Import patron data বাচক
10:30 পাছত, লগতে Edit authorities ত ক্লিক কৰক
10:36 পাছত, (reports), Allow access to the reports module টেবটোলৈ আহক
10:43 প্লাচ চিহ্নত ক্লিক কৰক আৰু (execute _reports) Execute SQL reports বাচক
10:52 পাছত পৃষ্ঠাটোৰ তলত Save ত ক্লিক কৰক
10:57 ইয়াৰ সৈতে আমি Ms. Samruddhi নামৰ Library Staff ক সকলো দৰকাৰী অধিকাৰ দিলো
11:06 এতিয়া, superlibrarian একাউন্টৰ পৰা ল’গ-আউত কৰক
11:11 তাক কৰিবলৈ, ওপৰত সোফালে চুকলৈ যাওঁক । spoken tutorial library ত ক্লিক কৰক, দ্ৰপ-দাউনৰ পৰা Log out ত ক্লিক কৰক
11:23 ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
11:27 আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি শিকিলো :
11:33 Patron category এটা যোগ কৰিবলৈ,

Patron এটা বনাবলৈ,

11:39 Superlibrarian এটা বনাবলৈ, বিশিষ্ট module এটাৰ বাবে Staff ক এক্সেচ দিবলৈ
11:47 অনুশিলনীৰ বাবে - এটা নতুন Patron Category- 'Research Scholar’ যোগ কৰক
11:54 Superlibrarian ৰ বাবে অনুশিলনী: তলৰ ভুমিকাৰ বাবে নতুন Staff এটা যোগ কৰক-
12:01 সকলো Cataloging rights অন্তৰ্ভুক্ত কৰক,

আৰু সকলো Acquisition rights যোগ কৰক

12:09 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
12:17 অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
12:28 অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক
12:32 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
12:45 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9