Koha-Library-Management-System/C2/Catalog-Serials/Assamese

From Script | Spoken-Tutorial
Revision as of 21:15, 1 March 2019 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 How to catalog Serial subscriptions স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি catalog Serial subscriptions কৰিবলৈ শিকিম
00:14 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো :

Ubuntu Linux Operating System 16.04 আৰু

Koha ভাৰ্চন 16.05

00:27 এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ Library Science ৰ জ্ঞান থাকিব লাগিব
00:33 এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ চিষ্টেমত Koha ইনষ্টল থাকিব লাগিব । আৰু, আপোনাৰ লগতে KohaAdmin এক্সেচ থাকিব লাগিব
00:44 যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত Koha Spoken Tutorial চিৰিজ চাওঁক
00:50 আৰম্ভ কৰাৰ আগতে, আহক আমি বুজো- Serials module কি হয় ?
00:56 Serials module চাবস্ক্ৰিপচন মেনেজ কৰিবলৈ ব্যৱ্হাৰ হয়-

Journals,

01:03 Magazines আৰু Periodicals যি সময়ে সময়ে প্ৰকাশিত হয়
01:10 এই দেম’ত, মই serial publication এটাক catalog কৰিম -

টাইটল- Indian Journal of Microbiology,

01:19 Volume-57,

Number- 1,

Quarterly publication for the month of- Jan to March 2017

01:30 তাক কৰিবলৈ, Superlibrarian username আৰু password ৰে ল’গিন কৰক
01:36 Homepage ত, Cataloging ত ক্লিক কৰক
01:41 পাছত +New record ত ক্লিক কৰক । দ্ৰপ-দাউনৰ পৰা, Serials বাচক
01:49 এটা নতুন পৃষ্ঠা Add MARC record আহিছে
01:54 আহক তলত সবিশেষ ভৰাবলৈ আগবাহো
01:58 মন কৰিব এই পৃষ্ঠাটোত কিছু বাধ্যতামূলক ফিল্দ আছে
02:03 আমোদজনকভাবে, Koha ই কিছু বাধ্যতামূলক ফিল্দৰ বাবে মান স্ব-উৎপন্ন কৰে
02:09 0 to 9 টেবৰ ৰেঞ্জৰ পৰা, আমি টেব zero ৰ পৰা আৰম্ভ কৰিম
02:16 000, LEADER ফিল্দৰ ভিতৰত ক্লিক কৰক । দিফল্টভাবে, Koha ই এই মানটো দেখুৱায়
02:26 পাছত, 005 DATE AND TIME OF LATEST TRANSACTION ফিল্দৰ ভিতৰত ক্লিক কৰক
02:35 Koha ই মোৰ মেচিনৰ বাবে এই মানটো স্ব-উৎপন্ন কৰে
02:40 আপুনি নিজৰ interface ত এটা বেলেগ মান দেখিব
02:44 মই 006 আৰু 007 ৰ বাবে ফিল্দ এৰিম
02:50 যেতিয়া 008 FIXED-LENGTH DATA ELEMENTS--GENERAL INFORMATION ক্লিক কৰা হয়, Koha ই এই মানটো স্ব-উৎপন্ন কৰে
03:01 পাছত, টেব 022 ISSN লৈ যাওঁক
03:06 022 question mark ৰ কাষত দুটা খালি বক্স বিচাৰক
03:12 মন কৰিব যে যেতিয়া আপুনি ? (question mark) ত ক্লিক কৰে তেতিয়া উক্ত tag 022 ৰ বাবে সম্পূৰ্ণ MARC 21 Bibliographic format আহে
03:24 ইয়াত, দুয়োটা indicator অসূচীত
03:28 এতিয়া, আহক Koha interface লৈ ঘূৰি যাওঁ
03:32 গতিকে, মই খালি বক্স দুটাক এৰিম
03:36 পাছত, চাব-ফিল্দ ‘a’ International Standard Serial Number বিচাৰক
03:43 এটা 8 দিজিতৰ Journal ISSN লিখক
03:49 তথাপি, আপুনি catalog কৰিবলৈ বচা JournalISSN টো যোগ কৰিব লাগিব
03:55 মই বাকী ফিল্দসমূহ এৰিম
03:57 আপুনি নিজৰ লাইব্ৰেৰীৰ প্ৰয়োজনীয়্তা অনুসৰি এই ফিল্দসমূহ ভৰাব পাৰে
04:04 পাছত, টেব 040 CATALOGING SOURCE লৈ যাওঁক । 040 ? ওচৰত দুটা খালি বক্স বিচাৰক
04:14 ইয়াত, দুয়োটা indicator অসূচীত
04:18 গতিকে, মই দুয়োটা খালি বক্সক তেনেদৰে এৰিম
04:23 চাব-ফিল্দ c, Transcribing agency লৈ যাওঁক
04:28 Institute/University বা Department ৰ নামটো ইয়াত লিখক
04:34 মই লিখিম IIT Bombay
04:37 এতিয়া টেব 082 DEWEY DECIMAL CLASSIFICATION NUMBER লৈ আহক
04:44 চাব-ফিল্দ ‘a’, Classification number ত লিখক 660.62
04:52 পাছত, পুনৰ ওপৰলৈ যাওঁক আৰু 0 to 9 টেবৰ পৰা, টেব 2 ত ক্লিক কৰক
05:01 পাছত টেব 245 TITLE STATEMENT: লৈ যাওঁক
05:07 খালি বক্স দুটা বিচাৰক 245 ? ৰ ওচৰত । আগতে উল্লেখ কৰাৰ দৰে, যেতিয়া আপুনি ? (question mark) ত ক্লিক কৰে,
05:17 উক্ত tag ৰ বাবে সম্পূৰ্ণ MARC 21 Bibliographic format আহে
05:24 আহক পুনৰ Koha interface লৈ ঘূৰি যাওঁ
05:28 এতিয়া, প্ৰথম খালি বক্সত 0 লিখক । মন কৰিব 0 হৈছে সূচক No Added Entry ৰ বাবে
05:37 লগতে দ্বিতীয় খালি বক্সত 0 লিখক
05:41 দ্বিতীয় সূচকে এটা ন’ন-ফিলিং কেৰেক্তাৰ দৰ্শাই
05:46 মই 0 ভৰালো কাৰণ এই TITLE ৰ ভিতৰত, কোনো ন’ন-ফিলিং কেৰেক্তাৰ নাই
05:54 চাব-ফিল্দ ‘a’ Title ত লিখক :Indian Journal of Microbiology
06:01 আপুনি ইয়াত নিজৰ জাৰ্নেলৰ টাইটল লিখিব পাৰে
06:05 এতিয়া, 260 PUBLICATION, DISTRIBUTION, ETC লৈ যাওঁক
06:11 খালি বক্স দুটা বিচাৰক 260? ৰ ওচৰত
06:17 ইয়াৰ বাবে দুয়োটা সূচক অসূচীত । গতিকে, মই খালি বক্স দুটাক তেনেদৰে এৰিম
06:26 এতিয়া, মই মোৰ কিতাপৰ বাবে সবিশেষ ভৰাম । আপুনি নিজৰ কিতাপ সম্বন্ধীয় সবিশেষ লিখিব পাৰে
06:34 চাব-ফিল্দ ‘a’ Place of publication, distribution etc ত, লিখক New Delhi
06:42 চাব-ফিল্দ ‘b’ Name of publisher, distributor etc ত, লিখক Springer
06:50 চাব-ফিল্দ ‘c’ Date of publication, distribution, etc ত, লিখক 2017
07:00 এতিয়া, পুনৰ ওপৰলৈ যাওঁক আৰু 0 to 9 টেবৰ পৰা, টেব 3 ত ক্লিক কৰক
07:07 এতিয়া, 300 PHYSICAL DESCRIPTION লৈ যাওঁক
07:12 খালি বক্স দুটা বিচাৰক 300 question mark ৰ ওচৰত
07:19 ইয়াৰ বাবে দুয়োটা সূচক অসূচীত । গতিকে, মই খালি বক্স দুটাক তেনেদৰে এৰিম
07:27 চাব-ফিল্দ ‘a’ Extent ৰ বাবে, মই লিখিম 11 v
07:33 মন কৰিব মই এই জাৰ্নেলক 11 v ৰ পৰা চাবস্ক্ৰাইব কৰিছো
07:39 গতিকে, আপুনি নিজৰ জাৰ্নেলৰ অনুসৰি ভৰাব লাগিব
07:43 এতিয়া, 310 CURRENT PUBLICATION FREQUENCY লৈ যাওঁক
07:49 খালি বক্স দুটা বিচাৰক 310 question mark ৰ ওচৰত
07:55 ইয়াৰ বাবে দুয়োটা সূচক অসূচীত । গতিকে, মই খালি বক্স দুটাক তেনেদৰে এৰিম
08:03 CURRENT PUBLICATION FREQUENCY ত ক্লিক কৰক tag টো বিস্তৃত কৰিবলৈ যাতে আমি চাব-ফিল্দচ ভৰাব পাৰো
08:12 চাব-ফিল্দ ‘a’ Current publication frequency ত, মই লিখিম Quarterly
08:22 কাৰণ মোৰ জাৰ্নেল হৈছে এখন তিনিমহীয়া Serial
08:27 যদি আপোনাৰ বেলেগ হয়, যেনে: monthly, bi-monthly etc. তেন্তে তাৰ অনুসৰি ভৰাওঁক
08:34 পাছত, পুনৰ ওপৰলৈ যাওঁক আৰু 0 to 9 টেবৰ পৰা, টেব 6 ত ক্লিক কৰক
08:41 650 SUBJECT ADDED ENTRY--TOPICAL TERM ফিল্দ বিচাৰক
08:47 খালি বক্স দুটা বিচাৰক 650 question mark ৰ ওচৰত । 1 লিখক প্ৰথম খালি বক্সত
08:55 মন কৰিব 1 হৈছে সূচক Primary (Level of subject) ৰ বাবে
09:00 0 লিখক দ্বিতীয় খালি বক্সত
09:04 মন কৰিব 0 হৈছে সূচক Library of Congress Subject Headings (Thesaurus) ৰ বাবে
09:11 পাছত আহে চাব-ফিল্দ ‘a’ Topical term or geographic name as entry element
09:19 ইয়াত, মই চাবজেক্ত হেদিং Microbiology হিচাবে লিখিম
09:24 আপুনি নিজৰ Book বা Serial ৰ বাবে এটা প্ৰাসঙ্গিক চাবজেক্ত হেদিং লিখিব লাগিব
09:31 যদি এটাতকৈ বেছি keyword যোগ কৰিব লাগে তেন্তে, আগৰ টিউট’ৰিয়েল এটাত দৰ্শোৱা ধৰণে, সৰু বুটাম Repeat this Tag ত ক্লিক কৰক
09:42 টেব 650 ৰ দুপ্লিকেত আহিছে
09:47 পুনৰ ওপৰলৈ যাওঁক আৰু 0 to 9 টেবৰ পৰা, টেব 7 ত ক্লিক কৰক
09:54 নতুনকৈ অহা পৃষ্ঠাটোত, টেব 700 ADDED ENTRY--PERSONAL NAME লৈ যাওঁক
10:03 খালি বক্স দুটা বিচাৰক 700 question mark ৰ ওচৰত । 1 লিখক প্ৰথম খালি বক্সত
10:13 মন কৰিব 1 হৈছে সূচক Surname ৰ বাবে
10:18 দ্বিতীয় সূচকক MARC 21 এ অসূচীত কৰে । গতিকে, মই ইয়াক খালি ৰাখিম
10:26 ADDED ENTRY--PERSONAL NAME ত ক্লিক কৰক tag টো বিস্তৃত কৰিবলৈ যাতে আমি চাব-ফিল্দচ ভৰাব পাৰো
10:35 চাব-ফিল্দ ‘a' Personal name ত, এদিতৰৰ নাম লিখক
10:41 আপুনি নিজৰ কিতাপ বা চিৰিয়েল এদিতৰৰ নাম লিখিব লাগিব
10:47 মনত ৰাখিব প্ৰথমে ক’মাৰ সৈতে চাৰনেম আৰু পাছত ফাৰ্ষ্টনেম লিখিবলৈ
10:54 শেষত, 0 to 9 টেবৰ পৰা, টেব 9 ত ক্লিক কৰক
11:00 942 ADDED ENTRY ELEMENTS (KOHA) লৈ যাওঁক
11:06 চাব-ফিল্দ ‘c’: Koha item type লৈ যাওঁক, আৰু দ্ৰপ-দাউনৰ পৰা Serial বাচক
11:15 সকলো সবিশেষ ভৰ্ত্তি কৰাৰ পাছত, পৃষ্ঠাটোৰ বাওঁফালে চুকত Save ত ক্লিক কৰক
11:22 নতুন পৃষ্ঠা এটা আহে মই দিয়া টাইটলৰ সৈতে
11:26 মোৰ ইন্তাৰফেচত, ই কয় Items for Indian Journal of Microbiology
11:33 পাছত, Add item ৰ বাবে, আমাক সবিশেষ ভৰাবলৈ কয় যেনে- Date acquired, Source of acquisition,
11:45 Cost, normal purchase price, Barcode, Cost, replacement price etc.
11:54 মই কিছু সবিশেষ ভৰালো মোৰ লাইব্ৰেৰীৰ অনুসৰি
11:58 আপুনি ভিদিঅটো ৰখাই আপোনাৰ লাইব্ৰেৰীৰ অনুসৰি সবিশেষ ভৰাব পাৰে
12:04 তাৰিখ স্ব-নিৰ্বাচিত কৰিবলৈ Date acquired ফিল্দৰ ভিতৰত ক্লিক কৰক । তথাপি, মন কৰিব তাৰিখ সলাব পাৰি
12:15 যদি আপোনাৰ এটা বিশেষ ফিল্দৰ বাবে তথ্য নাই, তেন্তে তাক খালি ৰাখক
12:21 মনত ৰাখিব দিফল্টভাবে, Koha ই সবিশেষ ভৰ্ত্তি কৰে - Permanent location,
12:29 Current location, Full call number আৰু Koha item type
12:37 অতিৰিক্তভাবে, আপুনি বুটামত ক্লিক কৰিব পাৰে- Add & Duplicate,
12:43 Add multiple copies of this item পৃষ্ঠাটোৰ তলত
12:49 সকলো সবিশেষ ভৰ্ত্তি কৰাৰ পাছত, পৃষ্ঠাটোৰ তলত Add item টেবত ক্লিক কৰক
12:56 আনএটা পৃষ্ঠা আহিছে জাৰ্নেলৰ ভৰ্ত্তি কৰা সবিশেষৰ সৈতে :

Items for Indian Journal of Microbiology

13:05 ইয়াৰ সৈতে আমি ৰেকৰ্ড catalog কৰিলো জাৰ্নেল- Indian Journal of Microbiology by Kalia, V.C. ৰ বাবে
13:15 লাইব্ৰেৰীৰ Biology section ৰ বাবে উচিত সবিশেষৰ সৈতে
13:20 আপুনি এতিয়া Koha ৰ পৰা ল’গ আউত কৰিব পাৰে
13:23 Koha interface ৰ ওপৰত সোফালে চুকলৈ যাওঁক
13:28 Spoken Tutorial Library ত ক্লিক কৰক আৰু দ্ৰপ-দাউনৰ পৰা, Log out বাচক
13:35 ইয়াৰ সৈতে আমি টিউট’ৰিয়েলটোৰ শেষ পালোহি
13:38 আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি Serial subscriptions Catalog কৰিবলৈ শিকিলো
13:48 অনুশিলনী হিচাবে, Journal of Molecular Biology Catalog কৰক
13:54 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
14:01 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে
14:07 অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
14:11 সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক
14:15 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত
14:22 এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
14:27 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9