Koha-Library-Management-System/C2/Catalog-Serials/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | How to catalog Serial subscriptions স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:07 | এই টিউট’ৰিয়েলটোত, আমি catalog Serial subscriptions কৰিবলৈ শিকিম |
| 00:14 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো :
Ubuntu Linux Operating System 16.04 আৰু Koha ভাৰ্চন 16.05 |
| 00:27 | এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ Library Science ৰ জ্ঞান থাকিব লাগিব |
| 00:33 | এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ চিষ্টেমত Koha ইনষ্টল থাকিব লাগিব । আৰু, আপোনাৰ লগতে Koha ত Admin এক্সেচ থাকিব লাগিব |
| 00:44 | যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত Koha Spoken Tutorial চিৰিজ চাওঁক |
| 00:50 | আৰম্ভ কৰাৰ আগতে, আহক আমি বুজো- Serials module কি হয় ? |
| 00:56 | Serials module চাবস্ক্ৰিপচন মেনেজ কৰিবলৈ ব্যৱ্হাৰ হয়-
Journals, |
| 01:03 | Magazines আৰু Periodicals যি সময়ে সময়ে প্ৰকাশিত হয় |
| 01:10 | এই দেম’ত, মই serial publication এটাক catalog কৰিম -
টাইটল- Indian Journal of Microbiology, |
| 01:19 | Volume-57,
Number- 1, Quarterly publication for the month of- Jan to March 2017 |
| 01:30 | তাক কৰিবলৈ, Superlibrarian username আৰু password ৰে ল’গিন কৰক |
| 01:36 | Homepage ত, Cataloging ত ক্লিক কৰক |
| 01:41 | পাছত +New record ত ক্লিক কৰক । দ্ৰপ-দাউনৰ পৰা, Serials বাচক |
| 01:49 | এটা নতুন পৃষ্ঠা Add MARC record আহিছে |
| 01:54 | আহক তলত সবিশেষ ভৰাবলৈ আগবাহো |
| 01:58 | মন কৰিব এই পৃষ্ঠাটোত কিছু বাধ্যতামূলক ফিল্দ আছে |
| 02:03 | আমোদজনকভাবে, Koha ই কিছু বাধ্যতামূলক ফিল্দৰ বাবে মান স্ব-উৎপন্ন কৰে |
| 02:09 | 0 to 9 টেবৰ ৰেঞ্জৰ পৰা, আমি টেব zero ৰ পৰা আৰম্ভ কৰিম |
| 02:16 | 000, LEADER ফিল্দৰ ভিতৰত ক্লিক কৰক । দিফল্টভাবে, Koha ই এই মানটো দেখুৱায় |
| 02:26 | পাছত, 005 DATE AND TIME OF LATEST TRANSACTION ফিল্দৰ ভিতৰত ক্লিক কৰক |
| 02:35 | Koha ই মোৰ মেচিনৰ বাবে এই মানটো স্ব-উৎপন্ন কৰে |
| 02:40 | আপুনি নিজৰ interface ত এটা বেলেগ মান দেখিব |
| 02:44 | মই 006 আৰু 007 ৰ বাবে ফিল্দ এৰিম |
| 02:50 | যেতিয়া 008 FIXED-LENGTH DATA ELEMENTS--GENERAL INFORMATION ক্লিক কৰা হয়, Koha ই এই মানটো স্ব-উৎপন্ন কৰে |
| 03:01 | পাছত, টেব 022 ISSN লৈ যাওঁক |
| 03:06 | 022 question mark ৰ কাষত দুটা খালি বক্স বিচাৰক |
| 03:12 | মন কৰিব যে যেতিয়া আপুনি ? (question mark) ত ক্লিক কৰে তেতিয়া উক্ত tag 022 ৰ বাবে সম্পূৰ্ণ MARC 21 Bibliographic format আহে |
| 03:24 | ইয়াত, দুয়োটা indicator অসূচীত |
| 03:28 | এতিয়া, আহক Koha interface লৈ ঘূৰি যাওঁ |
| 03:32 | গতিকে, মই খালি বক্স দুটাক এৰিম |
| 03:36 | পাছত, চাব-ফিল্দ ‘a’ International Standard Serial Number বিচাৰক |
| 03:43 | এটা 8 দিজিতৰ Journal ISSN লিখক |
| 03:49 | তথাপি, আপুনি catalog কৰিবলৈ বচা Journal ৰ ISSN টো যোগ কৰিব লাগিব |
| 03:55 | মই বাকী ফিল্দসমূহ এৰিম |
| 03:57 | আপুনি নিজৰ লাইব্ৰেৰীৰ প্ৰয়োজনীয়্তা অনুসৰি এই ফিল্দসমূহ ভৰাব পাৰে |
| 04:04 | পাছত, টেব 040 CATALOGING SOURCE লৈ যাওঁক । 040 ? ওচৰত দুটা খালি বক্স বিচাৰক |
| 04:14 | ইয়াত, দুয়োটা indicator অসূচীত |
| 04:18 | গতিকে, মই দুয়োটা খালি বক্সক তেনেদৰে এৰিম |
| 04:23 | চাব-ফিল্দ c, Transcribing agency লৈ যাওঁক |
| 04:28 | Institute/University বা Department ৰ নামটো ইয়াত লিখক |
| 04:34 | মই লিখিম IIT Bombay |
| 04:37 | এতিয়া টেব 082 DEWEY DECIMAL CLASSIFICATION NUMBER লৈ আহক |
| 04:44 | চাব-ফিল্দ ‘a’, Classification number ত লিখক 660.62 |
| 04:52 | পাছত, পুনৰ ওপৰলৈ যাওঁক আৰু 0 to 9 টেবৰ পৰা, টেব 2 ত ক্লিক কৰক |
| 05:01 | পাছত টেব 245 TITLE STATEMENT: লৈ যাওঁক |
| 05:07 | খালি বক্স দুটা বিচাৰক 245 ? ৰ ওচৰত । আগতে উল্লেখ কৰাৰ দৰে, যেতিয়া আপুনি ? (question mark) ত ক্লিক কৰে, |
| 05:17 | উক্ত tag ৰ বাবে সম্পূৰ্ণ MARC 21 Bibliographic format আহে |
| 05:24 | আহক পুনৰ Koha interface লৈ ঘূৰি যাওঁ |
| 05:28 | এতিয়া, প্ৰথম খালি বক্সত 0 লিখক । মন কৰিব 0 হৈছে সূচক No Added Entry ৰ বাবে |
| 05:37 | লগতে দ্বিতীয় খালি বক্সত 0 লিখক |
| 05:41 | দ্বিতীয় সূচকে এটা ন’ন-ফিলিং কেৰেক্তাৰ দৰ্শাই |
| 05:46 | মই 0 ভৰালো কাৰণ এই TITLE ৰ ভিতৰত, কোনো ন’ন-ফিলিং কেৰেক্তাৰ নাই |
| 05:54 | চাব-ফিল্দ ‘a’ Title ত লিখক :Indian Journal of Microbiology |
| 06:01 | আপুনি ইয়াত নিজৰ জাৰ্নেলৰ টাইটল লিখিব পাৰে |
| 06:05 | এতিয়া, 260 PUBLICATION, DISTRIBUTION, ETC লৈ যাওঁক |
| 06:11 | খালি বক্স দুটা বিচাৰক 260? ৰ ওচৰত |
| 06:17 | ইয়াৰ বাবে দুয়োটা সূচক অসূচীত । গতিকে, মই খালি বক্স দুটাক তেনেদৰে এৰিম |
| 06:26 | এতিয়া, মই মোৰ কিতাপৰ বাবে সবিশেষ ভৰাম । আপুনি নিজৰ কিতাপ সম্বন্ধীয় সবিশেষ লিখিব পাৰে |
| 06:34 | চাব-ফিল্দ ‘a’ Place of publication, distribution etc ত, লিখক New Delhi |
| 06:42 | চাব-ফিল্দ ‘b’ Name of publisher, distributor etc ত, লিখক Springer |
| 06:50 | চাব-ফিল্দ ‘c’ Date of publication, distribution, etc ত, লিখক 2017 |
| 07:00 | এতিয়া, পুনৰ ওপৰলৈ যাওঁক আৰু 0 to 9 টেবৰ পৰা, টেব 3 ত ক্লিক কৰক |
| 07:07 | এতিয়া, 300 PHYSICAL DESCRIPTION লৈ যাওঁক |
| 07:12 | খালি বক্স দুটা বিচাৰক 300 question mark ৰ ওচৰত |
| 07:19 | ইয়াৰ বাবে দুয়োটা সূচক অসূচীত । গতিকে, মই খালি বক্স দুটাক তেনেদৰে এৰিম |
| 07:27 | চাব-ফিল্দ ‘a’ Extent ৰ বাবে, মই লিখিম 11 v |
| 07:33 | মন কৰিব মই এই জাৰ্নেলক 11 v ৰ পৰা চাবস্ক্ৰাইব কৰিছো |
| 07:39 | গতিকে, আপুনি নিজৰ জাৰ্নেলৰ অনুসৰি ভৰাব লাগিব |
| 07:43 | এতিয়া, 310 CURRENT PUBLICATION FREQUENCY লৈ যাওঁক |
| 07:49 | খালি বক্স দুটা বিচাৰক 310 question mark ৰ ওচৰত |
| 07:55 | ইয়াৰ বাবে দুয়োটা সূচক অসূচীত । গতিকে, মই খালি বক্স দুটাক তেনেদৰে এৰিম |
| 08:03 | CURRENT PUBLICATION FREQUENCY ত ক্লিক কৰক tag টো বিস্তৃত কৰিবলৈ যাতে আমি চাব-ফিল্দচ ভৰাব পাৰো |
| 08:12 | চাব-ফিল্দ ‘a’ Current publication frequency ত, মই লিখিম Quarterly |
| 08:22 | কাৰণ মোৰ জাৰ্নেল হৈছে এখন তিনিমহীয়া Serial |
| 08:27 | যদি আপোনাৰ বেলেগ হয়, যেনে: monthly, bi-monthly etc. তেন্তে তাৰ অনুসৰি ভৰাওঁক |
| 08:34 | পাছত, পুনৰ ওপৰলৈ যাওঁক আৰু 0 to 9 টেবৰ পৰা, টেব 6 ত ক্লিক কৰক |
| 08:41 | 650 SUBJECT ADDED ENTRY--TOPICAL TERM ফিল্দ বিচাৰক |
| 08:47 | খালি বক্স দুটা বিচাৰক 650 question mark ৰ ওচৰত । 1 লিখক প্ৰথম খালি বক্সত |
| 08:55 | মন কৰিব 1 হৈছে সূচক Primary (Level of subject) ৰ বাবে |
| 09:00 | 0 লিখক দ্বিতীয় খালি বক্সত |
| 09:04 | মন কৰিব 0 হৈছে সূচক Library of Congress Subject Headings (Thesaurus) ৰ বাবে |
| 09:11 | পাছত আহে চাব-ফিল্দ ‘a’ Topical term or geographic name as entry element |
| 09:19 | ইয়াত, মই চাবজেক্ত হেদিং Microbiology হিচাবে লিখিম |
| 09:24 | আপুনি নিজৰ Book বা Serial ৰ বাবে এটা প্ৰাসঙ্গিক চাবজেক্ত হেদিং লিখিব লাগিব |
| 09:31 | যদি এটাতকৈ বেছি keyword যোগ কৰিব লাগে তেন্তে, আগৰ টিউট’ৰিয়েল এটাত দৰ্শোৱা ধৰণে, সৰু বুটাম Repeat this Tag ত ক্লিক কৰক |
| 09:42 | টেব 650 ৰ দুপ্লিকেত আহিছে |
| 09:47 | পুনৰ ওপৰলৈ যাওঁক আৰু 0 to 9 টেবৰ পৰা, টেব 7 ত ক্লিক কৰক |
| 09:54 | নতুনকৈ অহা পৃষ্ঠাটোত, টেব 700 ADDED ENTRY--PERSONAL NAME লৈ যাওঁক |
| 10:03 | খালি বক্স দুটা বিচাৰক 700 question mark ৰ ওচৰত । 1 লিখক প্ৰথম খালি বক্সত |
| 10:13 | মন কৰিব 1 হৈছে সূচক Surname ৰ বাবে |
| 10:18 | দ্বিতীয় সূচকক MARC 21 এ অসূচীত কৰে । গতিকে, মই ইয়াক খালি ৰাখিম |
| 10:26 | ADDED ENTRY--PERSONAL NAME ত ক্লিক কৰক tag টো বিস্তৃত কৰিবলৈ যাতে আমি চাব-ফিল্দচ ভৰাব পাৰো |
| 10:35 | চাব-ফিল্দ ‘a' Personal name ত, এদিতৰৰ নাম লিখক |
| 10:41 | আপুনি নিজৰ কিতাপ বা চিৰিয়েল এদিতৰৰ নাম লিখিব লাগিব |
| 10:47 | মনত ৰাখিব প্ৰথমে ক’মাৰ সৈতে চাৰনেম আৰু পাছত ফাৰ্ষ্টনেম লিখিবলৈ |
| 10:54 | শেষত, 0 to 9 টেবৰ পৰা, টেব 9 ত ক্লিক কৰক |
| 11:00 | 942 ADDED ENTRY ELEMENTS (KOHA) লৈ যাওঁক |
| 11:06 | চাব-ফিল্দ ‘c’: Koha item type লৈ যাওঁক, আৰু দ্ৰপ-দাউনৰ পৰা Serial বাচক |
| 11:15 | সকলো সবিশেষ ভৰ্ত্তি কৰাৰ পাছত, পৃষ্ঠাটোৰ বাওঁফালে চুকত Save ত ক্লিক কৰক |
| 11:22 | নতুন পৃষ্ঠা এটা আহে মই দিয়া টাইটলৰ সৈতে |
| 11:26 | মোৰ ইন্তাৰফেচত, ই কয় Items for Indian Journal of Microbiology |
| 11:33 | পাছত, Add item ৰ বাবে, আমাক সবিশেষ ভৰাবলৈ কয় যেনে- Date acquired, Source of acquisition, |
| 11:45 | Cost, normal purchase price, Barcode, Cost, replacement price etc. |
| 11:54 | মই কিছু সবিশেষ ভৰালো মোৰ লাইব্ৰেৰীৰ অনুসৰি |
| 11:58 | আপুনি ভিদিঅটো ৰখাই আপোনাৰ লাইব্ৰেৰীৰ অনুসৰি সবিশেষ ভৰাব পাৰে |
| 12:04 | তাৰিখ স্ব-নিৰ্বাচিত কৰিবলৈ Date acquired ফিল্দৰ ভিতৰত ক্লিক কৰক । তথাপি, মন কৰিব তাৰিখ সলাব পাৰি |
| 12:15 | যদি আপোনাৰ এটা বিশেষ ফিল্দৰ বাবে তথ্য নাই, তেন্তে তাক খালি ৰাখক |
| 12:21 | মনত ৰাখিব দিফল্টভাবে, Koha ই সবিশেষ ভৰ্ত্তি কৰে - Permanent location, |
| 12:29 | Current location, Full call number আৰু Koha item type |
| 12:37 | অতিৰিক্তভাবে, আপুনি বুটামত ক্লিক কৰিব পাৰে- Add & Duplicate, |
| 12:43 | Add multiple copies of this item পৃষ্ঠাটোৰ তলত |
| 12:49 | সকলো সবিশেষ ভৰ্ত্তি কৰাৰ পাছত, পৃষ্ঠাটোৰ তলত Add item টেবত ক্লিক কৰক |
| 12:56 | আনএটা পৃষ্ঠা আহিছে জাৰ্নেলৰ ভৰ্ত্তি কৰা সবিশেষৰ সৈতে :
Items for Indian Journal of Microbiology |
| 13:05 | ইয়াৰ সৈতে আমি ৰেকৰ্ড catalog কৰিলো জাৰ্নেল- Indian Journal of Microbiology by Kalia, V.C. ৰ বাবে |
| 13:15 | লাইব্ৰেৰীৰ Biology section ৰ বাবে উচিত সবিশেষৰ সৈতে |
| 13:20 | আপুনি এতিয়া Koha ৰ পৰা ল’গ আউত কৰিব পাৰে |
| 13:23 | Koha interface ৰ ওপৰত সোফালে চুকলৈ যাওঁক |
| 13:28 | Spoken Tutorial Library ত ক্লিক কৰক আৰু দ্ৰপ-দাউনৰ পৰা, Log out বাচক |
| 13:35 | ইয়াৰ সৈতে আমি টিউট’ৰিয়েলটোৰ শেষ পালোহি |
| 13:38 | আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি Serial subscriptions Catalog কৰিবলৈ শিকিলো |
| 13:48 | অনুশিলনী হিচাবে, Journal of Molecular Biology Catalog কৰক |
| 13:54 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
| 14:01 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে |
| 14:07 | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
| 14:11 | সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক |
| 14:15 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত |
| 14:22 | এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
| 14:27 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |