KTurtle/C2/Grammar-of-TurtleScript/Assamese

From Script | Spoken-Tutorial
Revision as of 14:58, 30 October 2013 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Visual Cue Narration
00.01 সকেলােক নমস্্কাৰ জনােলা
00.02 Grammar of TurtleScript in Kturtle. Tutorial should be there ৈল আেপানাক স্বাগত্ম জেনাবা ৈহেছ
00.08 In this tutorial, আিম িশিকব পাম েকেনেক


00.11 Turtle script ৰ বয়াকৰণ আৰু 'if'-'else' চৰ্ত ৷
00.16 এইটো tutorial record কিৰবৈল আিম ব্যবহাৰ কিৰম Ubuntu Linux OS version. 12.04. KTurtle version. 0.8.1 beta.
00.29 আমি ধৰিলৈছো যে আপোনাৰ KTurtle ৰ ওপৰত সাধাৰণ জ্ঞান আেছ ৷
00.35 যদি নাই, সম্পৰ্কীয় tutorials ৰ কাৰেন, আমাৰ website দৰ্শন কৰক http://spoken-tutorial.org
00.40 আহক আমি খোলো এটা নতুন KTurtle Application।
00.43 Click কৰক Dash home'ত।'
00.45 Search bar ত type কৰক KTurtle.
00.49 Click কৰক KTurtle icon’ত.
00.52 আমি Terminal. বয়্ৱহাৰ কিৰও KTurtle খুলিব পাৰিম।
00.56 Terminal. খুিলবৈল আিম এেকলেগ CTRL+ALT+T Press কিৰম ৷
01.01 KTurtle Application খুিলবৈল KTurtle type কৰক আৰু enter টিপক।
01.08 আহা প্রথম চাও TurtleScript
01.11 TurtleScript এটা programming language হয়।
01.15 বেলেগ বেলেগ কামত ব্যৱহাৰ কৰাৰ কৰেন ইয়াৰ েবেলগ েবেলগ শব্দ আৰু চিহ্ন আছে।
01.21 এইটোএ Turtle ক িক কিৰব লােগ কয়
01.25 ' KTurtleGrammar of TurtleScript ত থাকে-
01.30 Comments
01.31 Commands


01.32 Numbers


01.33 Strings


01.34 Variables আৰু
01.36 Boolean values।
01.38 এতিয়া আমি ছাম এই নং বোৰ ক’ত সংগ্রহ কৰিব পাৰি।
01.42 নং বোৰ সংগ্রহ কৰিব পাৰি-
01.44 Mathematical operators
01.46 Comparison operators আৰু
01.49 Variables
01.50 মই এতিয়া text zoom কৰিম ভালকৈ দেখিবলৈ।
01.54 এতিয়া প্রথমেত variables. েবাৰ চাম।
01.57 Variables কিছুমান শব্দ হয় যি ‘$’ sign’ৰে আৰম্ভ হয়, যেনে $a।
02.04 editor ৰ িভতৰত েসইেবাৰ েবঙুনীয়া ৰং ত িজিলিক উিঠব ৷
02.09 Assignment, equal to (=), কৰিলে এটা variable’ক তাৰ content দিয়া হয়।
02.14 Variables ত নং থাকিব পাৰে $a=100.
02.20 strings $a=hello বা
02.25 boolean values যিবোৰ সচা বা মিছা হ’ব পাৰে, $a=true
02.32 Variable’এ program শেষ নোহোৱালৈকে তাৰ contents ৰাখি থয় বা যেতিয়ালৈ বেলেগ reassign কৰা নহয়।
02.41 উদাহৰণ স্বৰূপে, আমি code. েটা ধিৰম।
02.44 আহা আমি type কেৰা $a = 2004
02.50 $b = 25
02.55 print $a + $b
03.01 Variable 'a' value assign কৰা হৈছে 2004.
03.06 Variable 'b' value assign কৰা হৈছে 25
03.10 print command’এ Turtle’ক আদেশ দিয়ে canvas’ত কিবা লিখিবলৈ।
03.15 print command’ numbers আৰু strings input হিচাপে লয়।
03.19 print $a + $bTurtleক আদেশ দিয়ে ২টা values যোগ কৰি canvas’ত display কৰিবলৈ।
03.29 আমি code েটা লাহে লাহে চলাম।
03.34 canvas ত Value 2029 েদখুৱাব ৷
03.40 এতিয়া আমি Mathematical Operators. চাম।
03.44 Mathematical operators ত থািকব-
  • + (Addition)
  • - (Subtraction)
  • * (Multiplcation) আৰু
  • / (Division)
03.53 মই বৰ্তমানৰ code, editor’ৰ পৰা কাটি দিম আৰু type কৰিব clear command আৰু RUN canvas চাফা কৰিবলৈ।
04.01 text editor. ত মোৰ আগতীয়াকৈ program এটা থািকব।
04.05 এতিয়া মই code েটা ব্যাখ্যা কিৰম ৷
04.08 “reset” command’এ Turtle’ক default position’ত set কৰি দিয়ে।
04.12 canvassize 200,200এ canvas’ৰ দীৰ্ঘ্যতা আৰু উচ্চতা ঢাৰ্য্য কৰে 200 pixelsলৈ।
04.22 value 1+1 েটা variable $add, ত assign কৰা হ’ল ৷
04.26 Value 20-5 েটা variable $subtract, ত assign কৰা হ’ল ৷
04.31 value 15 * 2 েটা variable $multiply. ত assign কৰা হ’ল ৷
04.36 30/30 েটা variable $divide. ত assign কৰা হ’ল
04.40 go 10,10’এ Turtleক canvas’ৰ ১০pixels বাও আৰু ১০ pixels ওপৰলৈ যাবলৈ আদেশ দিয়ে
04.52 print command এ varible েটা canvas ত েদখুৱাব।
04.56 মই text editor’ৰ পৰা code copy কৰি KTurtleৰ editor’ত paste কৰিম।
05.03 Tutorial েটা ৰখাম আৰু program েটা KTurtle editor. ত type কিৰম ৷
05.08 program type কৰাৰ িপছত tutorial আকৌ চলাম ৷


05.13 এতিয়া Run button’ত click কিৰম আৰু program েটা run হব িদম ৷
05.17 যিটো Command execute কৰা হৈছে সেয়া editor’ত highlight কৰা হয়।
05.22 Turtleএ value েবাৰ canvas ৰ নিৰ্ধাৰিত ঠাইত দেখুৱাব. ৷
05.34 ব’লক আমি ১টা সহজ উদাহৰণ চাওcomparison operatorৰ ওপৰত।


05.41 মই বৰ্তমান code কাটিম editor’ৰ পৰা আৰু clear command আৰু “Run” type কৰিম canvas চফা কৰিবলৈ।
05.49 এতিয়া আমি program েটা zoom কিৰম ভালৈক েদিখবৈল ৷


05.53 আহা type কেৰা


05.55 $answer = 10 > 3
06.03 print $answer
06.09 ইয়াত 10 ক 3 ৰ লগত তুলনা কৰা ৈহেছ ’greater than’ operator. ৰৈসেত
06.14 এই comparison’ৰ ফলাফল, boolean value true ৰখা হয়
06.19 variable $answer’ত আৰু value true is canvas.ত দেখুৱা হব ৷
06.27 আহা এতিয়া code েটা run কেৰা ৷
06.29 Turtle য়ে Boolean value true ক canvas ত েদখুৱাব ৷.
06.34 এতিয়া আমি চাম Strings েবােৰ এইেটা application ত েকেনৈক কাম কেৰ ৷
06.39 Strings বোৰ variables ত নং ৰ িনিচনাৈক বহাব পািৰ ৷
06.43 Strings েবাৰ mathematical or comparison operators ত ব্যৱহাৰ কিৰব েনাৱািৰ ৷
06.49 Strings েবাৰ ৰঙা ৰং ত িজিলিক উিঠব ৷
06.53 KTurtle’s এটা বাক্য double quotes’ত থাকিলে string বুলি ধৰি লয়।
07.00 মই এতিয়া বৰ্তমান code কাটিম editor.type ’ৰ পৰা clear command আৰু Run type কৰি, canvas চফা কৰিবলৈ।
07.08 এতিয়া মই Boolean values.বোৰ বাখ্যা কৰিম ।
07.11 তাত অকল ২টা boolean values থািকব true আৰু false.
07.16 উদাহৰণৰ কাৰনে , আহা code type কেৰা।


07.20 $answer = 7<5
07.28 print $answer
07.34 Boolean value false variable $answerত assign কৰা হয় কাৰণ because ৭ ৫তকৈ ডাঙৰ হয়।
07.43 আহা এতিয়া code েটা Run কেৰা ।
07.47 Turtle’এ Boolean value false বুলি canvas’ত দেখোৱায়।
07.51 আহা আমি এতিয়া “if-else” স্বৰ্তাৱলী শিকিম...
07.56 ‘if’ condition execute হয় boolean value ‘true’ হ’লেহে।
08.03 ‘else’ condition execute যদিহে ‘if’ condition ‘false’ হয়।
08.09 মই বৰ্তমান code কাটিম editor’ৰ পৰা. type কৰক clear আৰু Run command canvas চফা কৰিবলৈ।
08.17 text file ত আগতী্যাৈক code থািকব ৷
08.21 এইcode েয় 4 , 5 and 6 নং ক তুলানা কিৰব আৰু canvas.ত অনুক্রমে ফলাফল দেখুৱাব ৷
08.30 এিতয়া মই code েটা text editor ৰ পৰা copy কৰিম আৰু KTurtle editor. ত paste কৰিমি ৷
08.36 Tutorial pause কৰক আৰু KTurtle editor’ত type কৰক।
08.42 program িলখা েহাৱাৰ িপছত tutorial আকৌ চলাম।
08.46 আহা আমি code েটা Run কেৰা ৷৷
08.49 Turtle েয় 4 and 5. Values ক তুলনা কিৰেল
08.53 canvas’ত ফলাফল দেখোৱাই যে ৪ ৬’তকৈ সৰু হয়।
09.00 আৰু ইয়াৰে সৈতে আমি tutorial. সামৰিন ৈল আিহল।


09.05 আহা সামৰো
09.07 এই tutorial ত, আমি সিকিলো যে-
09.11 Grammar of Turtle script আৰু
09.14 ‘if-else’ স্বৰ্তাৱলী
09.17 এতিয়া assignment’ৰ ভাগ।
09.19 Solve an equation using
09.22 if - else স্বৰতাবলী
09.24 Mathematical and comparision operators
09.27 Display the results using “print” and “go” commands. ব্যবহাৰ কৰি ফলাফল দেখুৱা
09.33 assignment সমাধান কিৰবৈল
09.35 যিকোনো 4 তা নং বািচ েলাৱা
09.38 এই 4 তা ন্ং পূৰণ কৰা
09.42 comparison operators ব্যহাৰ কিৰ ফলাফল তুলনা কৰা
09.46 দুতা ফলাফল দে খুৱা
09.49 greater result েটাat canvas ৰ কেন্দ্র ত দেখুৱা
09.54 You can choose any equation which you like.
09.59 http://spoken-tutorial.org/What is a Spoken Tutorial URL ত থকা video চৱা
10.03 ইয়াত Spoken Tutorial project ৰ সামৰিণ হয়
10.06 If you do not have good bandwidth, you can download and watch it
10.12 The Spoken Tutorial Project Team :
10.14 Conducts workshops using spoken tutorials
10.18 Gives certificates to those who pass an online test
10.22 অধিক জনাৰ বাবে, অনুগ্রহ কৰি ইয়াৈল িলখক contact@spoken-tutorial.org
10.30 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ
10.35 ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে
1043 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব
10.48 এই প্ৰশিক্ষণ ITfC Bangaluru দ্ৱ্ৰৰা যুগ্দান কৰা হইচে.


10.52 মই মৌচুমি মেধি চাইন অফ কৰিচু সহযোগ কৰাৰ কাৰনে ধন্য়বাদ নমস্কাৰ

Contributors and Content Editors

Mousumi, Pratik kamble