KTurtle/C2/Grammar-of-TurtleScript/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00.01 সকলোকে নমস্কাৰ জনালো
00.02 Grammar of TurtleScript in Kturtleলৈ আেপানাক স্বাগতম জনাইছো
00.08 এই টিউটৰিয়েলত, আমি শিকব পাম কেনেকৈ
00.11 Turtle স্ক্ৰীপ্টৰ বয়াকৰণ আৰু 'if'-'else' condition মানে চৰ্ত ৷
00.16 এইটো টিউটৰিয়েল ৰেকৰ্দ কৰিবলৈ আমি ব্যবহাৰ কৰিম Ubuntu Linux OS ভাৰ্চন 12.04 KTurtle ভাৰ্চন 0.8.1 beta.
00.29 আমি ধৰিলৈছো যে আপোনাৰ KTurtle ৰ ওপৰত সাধাৰণ জ্ঞান আেছ ৷
00.35 যদি নাই, সম্পৰ্কীয় টিউটৰিয়েলচৰ কাৰেন, আমাৰ ৱেবচাইত দৰ্শন কৰক http://spoken-tutorial.org
00.40 আহক আমি এটা নতুন KTurtle এপলিকেছন (Application) খোলো ।
00.43 Dash home'ত ক্লিক কৰক ।
00.45 Search bar ত টাইপ কৰক KTurtle.
00.49 KTurtle আইকণত ক্লিক কৰক .
00.52 আমি টাৰ্মিনেল বয়্ৱহাৰ কিৰও KTurtle খুলিব পাৰিম।
00.56 টাৰ্মিনেল খুলিবলৈ আমি এেকলেগ CTRL+ALT+T প্ৰেছ কিৰম ৷
01.01 KTurtle এপলিকেছন (Application) খুিলবৈল KTurtle টাইপ কৰক আৰু এন্টাৰ টিপক।
01.08 আমি প্রথমে চাও TurtleScript
01.11 TurtleScript এটা প্ৰোগ্ৰামিঙ লেঙগুয়েজ (language) হয়।
01.15 বেলেগ বেলেগ কামত ব্যৱহাৰ কৰাৰ কৰেন ইয়াৰ বেলগ বেলেগ শব্দ আৰু চিহ্ন আছে।
01.21 এইটোএ Turtle ক কি কৰিব লাগে কয়
01.25 ' KTurtleGrammar of TurtleScript ত-
01.30 Comments Commands Numbers
01.33 Strings, Variables আৰু
01.36 Boolean values থাকে।
01.38 এতিয়া আমি ছাম এই নং বোৰ ক’ত সংগ্রহ কৰিব পাৰি।
01.42 নং বোৰ -
01.44 Mathematical operators
01.46 Comparison operators আৰু
01.49 মই এতিয়া ভালকৈ দেখিবলৈ প্ৰোগ্ৰাম টেকস্টো জোম (text zoom) কৰিম।
01.54 এতিয়া প্রথমেত ভেৰিয়েবল বোৰ চাম।
01.57 ভেৰিয়েবল কিছুমান শব্দ হয় যি ‘$’ চাইনৰে আৰম্ভ হয়, যেনে $a
02.04 এডিটৰ ভিতৰত সেইেবাৰ বেঙুনীয়া ৰং ত জিলিক উঠিব
02.09 Assignment বয়ৱহাৰ কৰি, equal to (=) কৰিলে এটা ভেৰিয়েবলক তাৰ কনটেন্ট দিয়া হয়
02.14 ভেৰিয়েবলত তাৰ নং থাকিব পাৰে $a=100.
02.20 strings $a=hello বা
02.25 boolean values যিবোৰ সচা বা মিছা হ’ব পাৰে, $a=true
02.32 ভেৰিয়েবল’এ প্ৰোগ্ৰাম শেষ নোহোৱালৈকে তাৰ কনটেন্ট ৰাখি থয় বা যেতিয়ালৈ বেলেগ ৰিএছাইন কৰা নহয়।
02.41 উদাহৰণ স্বৰূপে, আমি কোডটো ধৰিম।
02.44 আহক আমি টাইপ কৰো $a = 2004
02.50 $b = 25
02.55 print $a + $b
03.01 ভেৰিয়েবল 'a' ক value assign কৰা হৈছে 2004
03.06 ভেৰিয়েবল 'b'ক value assign কৰা হৈছে 25
03.10 print কম্মান্দ’এ Turtle’ক আদেশ দিয়ে কেনভাচ (canvas)’ত কিবা লিখিবলৈ।
03.15 print কম্মান্দ’ numbers আৰু strings input হিচাপে লয়।
03.19 print $a + $bTurtleক আদেশ দিয়ে ২টা ভেলো যোগ কৰি কেনভাচ (canvas)’ত ডিস্পলে কৰিবলৈ।
03.29 আমি কোডটো লাহে লাহে চলাম।
03.34 কেনভাচ (canvas) ত ভেলো 2029 দেখুৱাব ৷
03.40 এতিয়া আমি Mathematical Operators চাম।
03.44 Mathematical operators ত থাকিব-

+ (Addition)

- (Subtraction)

* (Multiplication) আৰু

/ (Division)

03.53 মই বৰ্তমানৰ কোড (code) , এদিটৰ (editor) পৰা কাটি দিম আৰু টাইপ কৰিব clear কম্মান্দ আৰু RUN কেনভাচ (canvas) চাফা কৰিবলৈ।
04.01 টেক্সট এদিতৰত (text editor) মোৰ আগতীয়াকৈ প্ৰোগ্ৰাম এটা থাকিব।
04.05 এতিয়া মই কোডটো ব্যাখ্যা কৰিম ৷
04.08 “reset” কম্মান্দ’এ Turtle’ক default পজিছনত (position) চেত কৰি দিয়ে।
04.12 canvassize 200,200এ কেনভাচ (canvas)’ৰ দীৰ্ঘ্যতা আৰু উচ্চতা ঢাৰ্য্য কৰে 200 pixelsলৈ।
04.22 value 1+1টো ভেৰিয়েবল (variable) $add, ত এছাইন কৰা হ’ল ৷
04.26 Value 20-5টো ভেৰিয়েবল (variable)$subtract, ত এছাইন কৰা হ’ল ৷
04.31 value 15 * 2টো ভেৰিয়েবল (variable) $multiply ত এছাইন কৰা হ’ল ৷
04.36 30/30টো ভেৰিয়েবল (variable) $divide. ত এছাইন কৰা হ’ল
04.40 go 10,10’এ Turtleক কেনভাচ (canvas)’ৰ 10 pixels বাও আৰু 10 pixels ওপৰলৈ যাবলৈ আদেশ দিয়ে
04.52 print কম্মান্দ এ ভেৰিয়েবল (variable)টো কেনভাচ (canvas) ত দেখুৱাব।
04.56 মই টেকস্ট এদিটৰ পৰা কোড কপি কৰি KTurtleৰ এদিটৰত পেস্ট কৰিম।
05.03 টিউটৰিয়েলটো ৰখাম আৰু প্ৰোগ্ৰামটো KTurtle এদিটৰত টাইপ কিৰম ৷
05.08 প্ৰোগ্ৰামটাইপ কৰাৰ পিছত টিউটৰিয়েল আকৌ চলাম ৷
05.13 এতিয়া Run বটনত ক্লিক কৰিম আৰু প্ৰোগ্ৰামটো ৰান (run) হব দিম ৷
05.17 যিটো কম্মান্দ একজিকিউট কৰা হৈছে সেয়া এদিটৰত হাইলাইট (highlight) কৰা হয়।
05.22 Turtleএ (value) ভেলো বোৰ কেনভাচ (canvas) ৰ নিৰ্ধাৰিত ঠাইত দেখুৱাব ৷
05.34 ব’লক আমি ১টা সহজ উদাহৰণ চাওcomparison operatorৰ ওপৰত।
05.41 মই বৰ্তমান এডিটৰ’ৰ পৰা কোডটো clear কৰিম মানে কাটিম আৰু clear কম্মান্দ আৰু “Run” টাইপ কৰিম কেনভাচ (canvas) চাফা কৰিবলৈ।
05.49 এতিয়া আমি প্ৰোগ্ৰামটো ভালৈক দেখিবলৈ জোম কৰিম ৷
05.53 আহক টাইপ কৰা
05.55 $answer = 10 > 3
06.03 print $answer
06.09 ইয়াত 10 ক 3 ৰ লগত তুলনা কৰা হৈছ ’greater than’ operator সৈতে
06.14 এই তুলনাৰ (comparison) ফলাফল, boolean value true ৰখা হয়
06.19 variable $answer’ত আৰু value true কেনভাচ (canvas)ত দেখুৱা হব ৷
06.27 আহক এতিয়া কোডটো ৰান (run) কেৰা ৷
06.29 Turtle য়ে Boolean value true বোলি কেনভাচ (canvas) ত দেখুৱাব ৷
06.34 এতিয়া আমি চাম Strings বোৰ এইটো এপলিকেছনত (application) কেনেকৈ কাম কৰে ৷
06.39 Strings বোৰ ভেৰিয়েবলত (variables) নং ৰ নিচিনাকৈ বহাব পাৰি ৷
06.43 Strings বোৰ mathematical বা comparison operators ত ব্যৱহাৰ কৰিব নোৱাৰিব ৷
06.49 Strings বোৰ ৰঙা ৰং ত জিলিক উঠিব ৷
06.53 KTurtle’s এটা বাক্য ডবল কোট্চত (double quotes) থাকিলে string বুলি ধৰি লয়।
07.00 মই এতিয়া এদিটৰৰ পৰা বৰ্তমান কোডটো clear কৰিম মানে কাটিম . টাইপ কৰক clear কম্মান্দ আৰু Run , কেনভাচ (canvas) চফা কৰিবলৈ।
07.08 এতিয়া মই Boolean values বোৰ বাখ্যা কৰিম ।
07.11 তাত অকল ২টা boolean values থাকিব true আৰু false.
07.16 উদাহৰণৰ কাৰনে , আহক কোড টাইপ কৰক।
07.20 $answer = 7<5
07.28 print $answer
07.34 Boolean value false variable $answerত এছাইন কৰা হয় কাৰণ 7 5 তকৈ ডাঙৰ হয়।
07.43 আহক এতিয়া কোডটো ৰান (Run) কৰো ।
07.47 Turtle’এ Boolean value false বুলি কেনভাচ (canvas)’ত দেখোৱায়।
07.51 আহক আমি এতিয়া “if-else” condition মানে স্বৰ্তাৱলী শিকিম.
07.56 ‘if’ conditionটো দেখোৱা হয় যেতিয়া boolean value ‘true’ হ’লে হয়
08.03 ‘else’ conditionটো দেখোৱা হয় যদিহে ‘if’ conditionটো ‘false’ হয়।
08.09 মই বৰ্তমান এডিটৰ’ৰ পৰা কোডটো কাটিম টাইপ কৰক clear আৰু Run কম্মান্দ কেনভাচ (canvas) চফা কৰিবলৈ।
08.17 টেক্সট ফাইল ত আগতী্যাৈক কোড থাকিব ৷
08.21 এইকোডে 4 , 5 আৰু 6 নং ক তুলানা কৰিব আৰু কেনভাচ (canvas)ত অনুক্রমে ফলাফল দেখুৱাব
08.30 এতিয়া মই কোডটো টেক্সট এডিটৰ পৰা কপি (copy) কৰিম আৰু KTurtle এডিটৰত পেস্ট কৰিম
08.36 টিউটৰিয়েল পজ(pause) কৰক আৰু KTurtle এডিটৰ’ত টাইপ কৰক।
08.42 প্ৰোগ্ৰাম লিখা হোৱাৰ পিছত টিউটৰিয়েল আকৌ চলাম।
08.46 আহক আমি কোড টো ৰান (Run) কৰো ৷
08.49 Turtle য়ে 4 আৰু 5 Values ক তুলনা কৰিলে
08.53 কেনভাচ (canvas)’ত ফলাফল দেখোৱাই যে ৪ ৬’তকৈ সৰু হয়।
09.00 আৰু ইয়াৰে সৈতে আমি এই টিউটৰিয়েল সামৰিনলৈ আহিলো।
09.05 আহক সামৰো
09.07 এই টিউটৰিয়েল ত, আমি সিকিলো যে-
09.11 Grammar of Turtle script আৰু
09.14 ‘if-else’ স্বৰ্তাৱলী
09.17 এতিয়া এছাইনমেটৰ ভাগ।
09.19 ইকুৱেছন এটা সমাধান কৰক
09.22 if - else স্বৰতাবলী ব্যবহাৰ কৰি
09.24 Mathematical আৰু comparision operators
09.27 “print” আৰু “go” কম্মান্দ ব্যবহাৰ কৰি ফলাফল দেখুৱা
09.33 assignment সমাধান কৰিবলৈ
09.35 যিকোনো 4 তা নং বাচি লোৱা
09.38 এই ৰেন্দম সখয়াৰ দুটা চেত পুৰণ কৰক
09.42 comparison operators ব্যৱহাৰ কিৰ ফলাফল তুলনা কৰা
09.46 দুতা ফলাফল দেখুৱা
09.49 greater result টো কেনভাচ(canvas) ৰ কেন্দ্রত দেখুৱাই
09.54 আপোনি যিকোনো এটা ইকোৱেছন বাছি লওক
09.59 এই ভিদিওটো চাওক
10.03 ইয়াতে স্পকেন টিউটৰিয়েল প্ৰজেক্টৰ সামৰিণ হয়
10.06 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
10.12 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে :
10.14 শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
10.18 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
10.22 অধিক জনাৰ বাবে, অনুগ্রহ কৰি contact@spoken-tutorial.org ইয়াৈল লিখক
10.30 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ
10.35 ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে
10.43 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব
10.48 এই প্ৰশিক্ষণ প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা যুগ্দান কৰা হইচে.
10.52 মই মৌচুমি মেধি চাইন অফ কৰিচু সহযোগ কৰাৰ কাৰনে ধন্য়বাদ নমস্কাৰ

Contributors and Content Editors

Mousumi, Pratik kamble