KTouch/S1/Getting-Started-with-Ktouch/Assamese

From Script | Spoken-Tutorial
Revision as of 17:19, 17 December 2013 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00.00 KTouch পৰিচয় সম্পৰ্কীয় স্পকেন টিওটৰীয়েল ৈল স্বাগতম ।
00.04 এই শিক্ষণত আমি KTouch অৰু KTouch interfaceৰ বিশয়ে শিকিম
00.10 অপুনি শিকিব
00.11 কম্পিউটাৰ কিবৰদত জি ইংৰাজি আখৰ আসে তাক কেনেকৈ স্পস্ট , বেগে আৰু নিপুন ভাবে টাইপ কৰিব পাৰে


00.18 অপুনি আৰু শিকিব


00.20 জেতিয়াই আপুনি টাইপ কৰে কিবৰদ নুসুৱাকে কেনেকৈ টাইপ কৰিব


00.24 KTouch কি হয়?
00.27 KTouch এতা টাইপিং টিউটৰ হয়. ই আপুনাক শিকায় যে কেনেকৈ অনলাইন সবাঁদাত্মক কিবদৰ বৱহাৰ কৰি টাইপ কৰে .
00.33 আপুনি অপুনাৰ নিজৰ গতিৰ মতে টাইপিং শিকিব পাৰে
00.36 আপুনি লাহে লাহে বিশুধ্বতাৰে অপুনাৰ টাইপিংৰ চ্পীদ বঢ়াব পাৰে
00.43 কেটাছত অপুনাৰ অভয়াসৰ কাৰনে lectures বা টাইপিংৰ নমুনা বি১ভিন্ন ধৰনৰ কথিনতাত আচে
00.50 ইয়াত আমি অপাৰেটিং চিষ্টেম হিচাপে Ubuntu Linux 11.104 আৰু কেটাছ version1.7.1 ব্যৱহাৰ কৰিছোঁ।
00.59 আপুনি Ubuntu Software Centre ব্যৱহাৰ কৰি কেটাছ স্থাপন কৰিব পাৰে
01.03 Ubuntu Software Centreঅৰ উপৰত অধিক জানিবলৈ এইটো ৱেবচাইত উবুন্টু লিনাক্চ চাওক
01.11 ব'লক কেটাছ খোলো
01.13 প্ৰথমে দেছ হমত ক্লিক কৰক যি অপুনাৰ কমপিউতাৰ দেক্চটপত উপৰৰ বাও কুনত গোল বাটন আচে
01.21 ছাৰ্চ বাকচ প্ৰদৰ্শিত হয়
01.24 ছাৰ্চ বাকচত KTouch টাইপ কৰক
01.28 ছাৰ্চ বাকচৰ তলত KTouch আইকন দেখুৱাই
01.34 KTouch ভিদিঅ প্ৰদৰ্শিত হয়
01.36 বিকল্প ৰুপে আপুনি টাৰমিনেলৰ বৱহাৰ কৰি KTouch খোলিব পাৰে
01.41 টাৰমিনেল খোলিবলৈ CTRL আৰু ALTআৰু T একেঠগে টিপক
01.47 KTouch খোলিবলৈ টাৰমিনেলত কমান্দ টাইপ কৰক আৰু এন্টাৰ টিপক
01.55 এতিয়া আমি নিজকে KTouch interfacঅৰ লগত পৰিচয় হও
01.59 মুখয় মেনুত File, Training, Settings, আৰু Help মেনুবুৰ আছে
02.06 টাইপিংৰ অভয়াসৰ কাৰনে Start New Sessionঅত ক্লিক কৰক
02.11 টাইপিং কৰাৰ সময়ত ৰখিবলৈ Pause Sessionত ক্লিক কৰক
02.14 আপুনাৰ টাইপিংৰ গতি জানিবলৈ Lecture Statisticsঅত ক্লিক কৰক
02.19 Level য়ে জতিলতা ________ দেখোৱাই, টাইপিং কৰি থাকোতে বৱহাৰ কৰা কিচ বুৰ
02.27 Speed য়ে দৰ্শাই যে এক মিনিটত আপোনি কিমান আখৰ টাইপ কৰিব পাৰে
02.32 Correctness সঁকেতে টাইপিংৰ বিশুদ্ধতা দেখোৱাই 02.39 New Characters in This Level ফিল্দ আখৰবোৰক দেখোৱাই, যি অাপুনি বাচি থোৱা যেগাখিনিত অভয়াস কৰা আৱশয়ক
02.47 Teacher’s Line সেই

আখৰবোৰক দেখোৱাই, যাক টাইপ কৰিব লাগে


02.51 Student’s Line আখৰবোৰক দেখোৱাই, যি কিবৰ্দৰ বয়ৱহাৰ কৰি আপুনাৰ দ্ৱাৰা টাইপ কৰা হয়
02.58 কিবৰ্দ কেন্দত প্ৰদৰ্শিত হয়
03.02 কিবৰ্দৰ প্ৰথম লাইন, সংখয়া , বিশেষ আখৰ আৰু বেকস্পেচ দেখুৱাই
03.09 টাইপ কৰা আখৰবোৰক মচিবলৈ Backspace টিপক

Contributors and Content Editors

Mousumi, PoojaMoolya