KTouch/S1/Getting-Started-with-Ktouch/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 নমস্কাৰ দৰ্শক সকল. KTouch পৰিচয় সম্পৰ্কীয় স্পকেন টিওটৰীয়েল লৈ স্বাগতম ।
00:04 এই শিক্ষণত আমি KTouch অৰু KTouch interfaceৰ বিশয়ে শিকিম
00:10 আপুনি শিকিব
00:11 কম্পিউটাৰ কিবৰ্দত জি ইংৰাজি আখৰ আসে তাক কেনেকৈ স্পস্ট , বেগে আৰু নিপুন ভাবে টাইপ কৰিব পাৰে
00:18 আপুনি আৰু শিকিব
00:20 যেতিয়াই আপুনি টাইপ কৰে কিবৰ্দ নোচোৱাকে কেনেকৈ টাইপ কৰিব
00:24 KTouch কি হয়?
00:27 KTouch এতা টাইপিঙ টিউটৰ হয়. ই আপুনাক শিকায় যে কেনেকৈ অনলাইন সবাঁদাত্মক কিবৰ্দ বৱহাৰ কৰি টাইপ কৰে.
00:33 আপুনি অপুনাৰ নিজৰ গতিৰ মতে টাইপিঙ শিকিব পাৰে
00:36 আপুনি লাহে লাহে বিশুধ্বতাৰে অপুনাৰ টাইপিঙৰ চ্পীদ বঢ়াব পাৰে
00:43 কেটাছত অপুনাৰ অভয়াসৰ কাৰনে লেকছ্ৰ্চ (lectures) বা টাইপিঙৰ নমুনা বিভিন্ন ধৰনৰ কথিনতাত আছে
00:50 ইয়াত আমি অপাৰেটিং চিষ্টেম হিচাপে উবুন্টো লিনাক্চ 11.10 আৰু কেটাছ ভাৰ্চন 1.7.1 ব্যৱহাৰ কৰিছোঁ।
00:59 আপুনি Ubuntu Software Centre ব্যৱহাৰ কৰি কেটাছ স্থাপন কৰিব পাৰে
01:03 Ubuntu Software Centreঅৰ উপৰত অধিক জানিবলৈ এইটো ৱেবচাইত উবুন্টু লিনাক্চ চাওক
01:11 ব'লক Ktouch খোলো
01:13 প্ৰথমে দেছ হমত ক্লিক কৰক যি অপুনাৰ কমপিউতাৰ দেক্চটপত উপৰৰ বাও কুনত গোল বাটন আছে
01:21 ছাৰ্চ বাকচত প্ৰদৰ্শিত হয়
01:24 ছাৰ্চ বাকচত KTouch টাইপ কৰক
01:28 ছাৰ্চ বাকচৰ তলত KTouch আইকন দেখুৱাই. ইয়াত ক্লিক কৰক.
01:34 KTouch ৱিন্দো প্ৰদৰ্শিত হয়
01:36 বিকল্প ৰুপে আপুনি টাৰমিনেলৰ বয়ৱহাৰ কৰি KTouch খোলিব পাৰে
01:41 টাৰমিনেল খোলিবলৈ CTRL ALT আৰু T একেলগে টিপক
01:47 KTouch খোলিবলৈ টাৰমিনেলত কমান্দ টাইপ কৰক আৰু এন্টাৰ টিপক
01:55 এতিয়া আমি নিজকে KTouch interfaceঅৰ লগত পৰিচয় হও
01:59 মুখয় মেনুত File, Training, Settings, আৰু Help মেনুবুৰ আছে
02:06 টাইপিঙৰ অভয়াসৰ কাৰনে Start New Sessionঅত ক্লিক কৰক
02:11 টাইপিঙ কৰাৰ সময়ত ৰখিবলৈ Pause Sessionত ক্লিক কৰক
02:14 আপুনাৰ টাইপিঙৰ গতি জানিবলৈ Lecture Statisticsঅত ক্লিক কৰক
02:19 টাইপিং কৰি থাকোতে বৱহাৰ কৰা কিচ বুৰৰ ক্ষেতৰত Level য়ে যতিলতা দেখোৱাই.
02:27 Speed য়ে দৰ্শাই যে এক মিনিটত আপোনি কিমান আখৰ টাইপ কৰিব পাৰে
02:32 Correctness সঁকেতে টাইপিংৰ বিশুদ্ধতা দেখোৱাই
02:39 New Characters in This Level ফিল্দত আখৰবোৰক দেখোৱাই, যি অাপুনি বাচি থোৱা যেগাখিনিত অভয়াস কৰা আৱশয়ক
02:47 Teacher’s Line সেই আখৰবোৰক দেখোৱাই, যাক টাইপ কৰিব লাগে
02:51 Student’s Line আখৰবোৰক দেখোৱাই, যি কিবৰ্দ বয়ৱহাৰ কৰি আপুনাৰ দ্ৱাৰা টাইপ কৰা হয়
02:58 কিবৰ্দ কেন্দত প্ৰদৰ্শিত হয়
03:02 কিবৰ্দ প্ৰথম লাইন, সংখয়া , বিশেষ আখৰ আৰু বেকস্পেচ দেখুৱাই
03:09 টাইপ কৰা আখৰবোৰক মচিবলৈ Backspace টিপক
03:13 কিবৰ্দ দ্বিতিয় লাইনত ৰ্বনমালা, কিচু বিশেষ আখৰ আৰু টেব আচে
03:20 কিবৰ্দৰ তৃতিয় লাইনত ৰ্বনমালা, colon, semicolon আৰু Caps lock আছে
03:28 টাইপ কৰাৰ সময়ত পিচৰ লাইনত যাবলৈ Enter টিপক
03:33 ডাঙৰ আখৰত লিখিবলৈ Caps Lock টিপক
03:37 কিবৰ্দ চতুৰ্থ লাইনত ৰ্বনমালা, কিচু বিশেষ আখৰ আৰু shift কি আছে
03:45 ডাঙৰ আখৰত টাইপ কৰিবলৈ যিকুনু এটা ৰ্বনমালাক Shiftঅৰ সৈতে টিপক
03:52 কিৰ উপৰত দিয়া আখৰবুৰক টাইপ কৰিবলৈ Shift কিক যিকুনু বেলেগ কিৰ এটা সৈতে টিপক
03:59 উদাহৰন শ্বৰুপে ওপৰত ১ সংখয়া থকা বাটনত exclamation চিণ্হ আছে . exclamation চিণ্হটু টাইপ কৰিবলৈ Shift কিৰ সৈতে 1 টিপক
04:11 কিবৰ্দৰ পাচ নম্বৰ লাইনত Ctrl, Alt, আৰু Function কিচ আছে . ইয়াত স্পেচ বাৰু আছে
04:20 এতিয়া চাও যে যদি KTouch keyboard, laptop keyboard, আৰু desktop keyboard ইয়াৰ মাজত কোনো ভিন্নতা আছে
04:29 মন কৰক যে KTouch keyboard আৰু laptop আৰু desktop keyboardঅত বয়ৱহাৰ হোৱা keyboard একে হয়
04:36 এতিয়া keyboardত নিজৰ আঙুলিৰ সঠিক স্থানত বহোৱা চাওক
04:41 এইটো স্লাইদ্চ চাওক
04:42 ই আঙুলিবুৰ আৰু ইয়াৰ নাম দেখুৱায়
04:46 বাওৰ পৰা সু ফালৰ আঙুলিবুৰক

Little finger (কণিস্ঠ আঙুলী),


04:51 Ring finger (অনামিকা আঙুলী),

Middle finger (মধ্যমা আঙুলী),

04:54 Index finger (তর্জনী আঙুলী), আৰু

Thumb finger(বুড়া আঙুলী), বুলি কোৱা হয়

04:59 নিজৰ কিবৰ্দত, নিজৰ বাও হাত খন কিবৰ্দৰ বাও ফালে ৰাখক
05:03 এইতু সুন্নিচ্চিত কৰি লওক যে সৰু আঙুলি টো ‘A’ আখৰ উপৰত থাকে
05:07 অনামিকা ‘S’ আখৰ উপৰত থাকে
05:10 মধয়মা ‘D’ আখৰ উপৰত থাকে
05:13 তৰ্জনি ‘F’ আখৰ উপৰত থাকে
05:17 এতিয়া কিবৰ্দত, নিজৰ সো হাত খন কিবৰ্দৰ সো ফালে ৰাখক
05:20 এইতু সুন্নিচ্চিত কৰি লওক যে সৰু আঙুলি টো কলন / চেমি কলনত থাকে
05:25 অনামিকা ‘L’ আখৰ উপৰত থাকে
05:28 মধয়মা ‘K’ আখৰ উপৰত থাকে
05:30 তৰ্জনি ‘J’ আখৰ উপৰত থাকে
05:34 স্পেচ বাৰক টিপিবলৈ আপুনাৰ সো আঙুলিৰ বয়ৱহাৰ কৰক
05:37 প্ৰথম বাৰ যেতিয়া আপুনি কেটাছ খোলিব টিচ্চাৰ্চ লাইন দিফল্ট টেকস্তত দৰ্শায়
05:44 এইতু টেকস্ত নিৰ্দেশক সুচিবদ্ধ কৰায় যে কেনেকৈ (lecture) লেকছ্ৰ্চ বাচি লয় অৰু কেনেকৈ পাঠবুৰৰ টাইপিঙ আৰম্ভ কৰে
05:51 এই টিউটৰিয়েলৰ উদ্দেশৰ কাৰনে আমি দিফল্ট টেকস্ত টাইপ কৰা এৰিব পাৰো আৰু (lecture) লেকছ্ৰ্চ বাচক
05:57 বাৰু, আপুনি এই টিউটৰিয়েলটোক ৰখাব পাৰে আৰু দিফল্ট টেকস্ত টাইপ কৰিব পাৰে.
06:02 এতিয়া পাঠবুৰক টাইপ কৰিবলৈ (lecture) লেকছ্ৰ্চ বাচক.
06:07 মুখয় মেনুৰ পৰা file বাচক অৰু Open Lectureঅত ক্লীক কৰক
06:12 Select Training Lecture File- ‘K Touch’ দায়লগ বক্চ ওলায়
06:17 ফল্দাৰ পাঠত ব্ৰাওজ কৰক Root->usr->share->kde4->apps->KTouch
06:31 english.ktouch.xml বাচক আৰু Openঅত ক্লীক কৰক।
06:36 মন কৰক যে টিচ্চাৰ্চ লাইনে এতিয়া আখৰবুৰক অনয় এটা সমুহক দৰ্শায়
06:41 এতিয়া টাইপিঙ আৰম্ভ কৰক
06:43 দিফল্ট ৰুপত Level 1 নিৰ্ধাৰিত হয় আৰু Speed শূণয় লৈ নিৰ্ধাৰিত হয়
06:49 এই লেভেলত থকা নতুন আখৰ খিনি প্ৰৰ্দশিত হয় যাক আমি এই লেভেলত শিকিম
06:55 মন কৰক যে কাৰ্চাৰ ডাল স্তুদেন্তচ লাইনত আচে
06:58 নিজৰ কিবৰ্দৰ বয়ৱহাৰ কৰি টিচ্চাৰ্চ লাইনত প্ৰৰ্দশিত আখৰবুৰক টাইপ কৰক
07:09 মন কৰক জেতিয়াই আপুনি টাইপ কৰে কেৰেক্টাৰ (character) বুৰ স্তূদেনট্চ লাইনত প্ৰদৰ্শিত হয়
07:14 এতিয়া স্পীদ ফীল্দত চাওক
07:16 জেতিায়াই আপুনি টাইপ কৰে, সংখয়া আপুনাৰ টাইপ কৰাৰ গতিৰ ওপৰত নিৰ্ভৰ কৰি হে বাঢ়ে বা কমে
07:22 যদি আপুনি টাইপ কৰা বন্ধ কৰে তেনেহলে গনণা কমি যাব
07:25 এতিয়া সংখয়া সাঠ আৰু আট টাইপ কৰক
07:31 স্তূদেনট্চ লাইন ৰঙা হৈ গল
07:34 কিয়? কাৰন আমি ভুল টাইপ কৰিছো বা টাইপিঙত কিবা ভুল আছে .
07:40 ইয়াক মুহাৰী দিয়ক আৰু টাইপিঙ পুৰা কৰক
07:56 যেতিয়াই আপুনি লাইনৰ শেষত পাই, পিছৰ লাইনত যাবলৈ এন্টাৰ টিপক
08:02 মন কৰক যে, টিচ্চাৰ্চ লাইন এতিয়া টাইপ কৰিবলৈ আখৰৰ বেলেগ সমুহ দৰ্শায়
08:07 স্তূদেনট্চ লাইনত টাইপ কৰা টেকস্ট বুৰ পৰিস্কাৰ হৈ গল
08:11 এতিয়া চাও আমি কিমান শুদ্ধ টাইপ কৰিচো
08:14 Correctness ফিল্দে আপুনাৰ টাইপঙৰ বিশুদ্ধতাৰ শতকৰা দেখুৱায়. উহাহৰন স্ৱৰুপে, ই ৮০ শতাংশ দেখুৱায়
08:23 আমি আমাৰ প্ৰথম টাইপঙ পাঠ পুৰা কৰি ললো
08:26 প্ৰথমে কম গতিৰে ভালকৈ টাইপ কৰিবলৈ, এইতো এটা শুদ্ধ পদ্ধতি হয়
08:31 যেতিয়াই এবাৰ আমি ভুল নোহোৱাকৈ ভালকৈ টাইপ কৰিব শিকি লম, আমি আমাৰ টাইপিঙৰ গতি বঢ়াব পাৰিম
08:37 এটা নতুন টাইপিঙৰ চেছন আৰম্ভ কৰক
08:40 Start New Session অত ক্লিক কৰক.
08:42 Start New Training Session- ‘K Touch’ দাইলগ বক্চত Start from first level অত ক্লিক কৰক.
08:50 আপুনি কি দেখা পাইছে
08:52 টিচ্চাৰ্চ লাইনত ক্লিক কৰক
08:55 স্তূদেনট্চ লাইনৰ সকলো আখৰ খিনি চাফ হল আৰু খালী হল
09:00 টাইপিঙ আৰম্ভ কৰক
09:05 অভয়াস কৰাৰ সময়ত, হব পাৰে আপুনি ৰখিব পাৰে আৰু পিছত আকৌ আৰম্ভ কৰিব পাৰে.
09:09 আপুনি আপুনাৰ চেছন কেনেকৈ ৰখাব
09:12 Pause Sessionঅত ক্লীক কৰক
09:14 মন কৰক যে গতি কম হুৱা নাই
09:17 স্মৰন কৰক যে যেতিয়া আমি প্ৰথম চেছনক নৰখোৱাকৈ টাইপিঙ ৰখাও তেতিয়া ই কম হৈ যায়
09:23 আকৌ এবাৰ টাইপিঙ কৰিবলৈ টিচ্চাৰ্চ লাইনত দেখোৱাৰ দৰে পৰৰ্ৱতি কেৰেক্টাৰ বা শব্দ লিখক
09:39 আমি এইবাৰ টাইপিঙ পুৰা কৰি লও, আমি Correctness ফিল্দ শুদ্ধতা চাব পাৰো
09:46 ইয়াতে আমি কেটাছৰ এই টিউটৰীয়েলৰ সামৰনিত আহিছো
09:50 এই টিউটৰীয়েলত আমি কেটাছৰ বিষয়ে শিকিলো
09:59 টিচ্চাৰ্চ লাইনত চাই টাইপ কৰক আৰু আপুনাৰ প্ৰথম টাইপিঙ চেছন পুৰ্ণ কৰক
10:04 ইয়াতে আপুনাৰ কাৰনে এটা কাৰ্যয় আছে
10:06 কেটাছ খোলক. লেভেল ১ত টাইপিঙ চেছন পুৰ্ণ কৰক. এই লেভেলৰ লগত টাইপিঙৰ অভয়াস কৰক
10:13 কী বুৰৰ কাৰনে শুদ্ধ আঙুলীৰ বয়ৱহাৰ কৰা মনত ৰাখক
10:18 তলৰ সংযোগত থকা ভিডিঅটো চাওক। কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
10:24 যদি আপোনাৰ বেন্দৱিথ ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰিও চাব পাৰে।
10:28 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
10:37 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
10:43 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
10:47 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
10:55 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
11:06 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya