Jmol-Application/C4/Proteins-and-Macromolecules/Assamese

From Script | Spoken-Tutorial
Revision as of 16:24, 14 January 2015 by Anamika (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

JMOL Proteins আৰু Macromolecules

Time Narration
00:01 Proteins আৰু Macromolecules এৰ টিউটোৰিয়েললৈ আপোনাক স্বাগতম।
00:06 এই টিউটোৰিয়েলত আমি শিকিম:
00:09 Protein Data Bankৰ (PDB) পৰা প্রোটিনৰ গঠন লোড কৰা।
00:13 PDB ডাটাবেসৰ পৰা .pdb ফাইল ডাউনলোড কৰা।
00:18 বিভিন্ন ফৰম্যাটত প্রোটিনৰ মাধ্যমিক গঠন প্রদর্শন কৰা।
00:24 হাইড্রোজেন বন্ড আৰু ডাইসালফাইড বন্ড লক্ষনীয় কৰা।
00:29 এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ Jmol অ্যাপ্লিকেশন উইন্ডোৰ পৰা মৌলিক অপাৰেশনৰ সম্পর্কে জানিব লাগিব।
00:37 নহলে, নিম্নলিখিত লিঙ্কৰ পৰা প্রাসঙ্গিক টিউটোৰিয়েল চাওক।
00:42 টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ
00:46 উবুন্টু OS সংস্কৰণ 12.04,
00:50 Jmol সংস্কৰণ 12.2.2
00:54 জাভা সংস্কৰণ 7 আৰু
00:57 মোজিলা ফায়াৰফক্স ব্রাউজাৰ 22.0 ব্যবহাৰ কৰিছো।
01:02 Jmol এপলিকেছন বয়ৱহাৰ কৰি ডাঙৰ জৈব অণুৰ গাঠনিক যেনে
01:06 Proteins আৰু macromolecules
01:10 Nucleic acids ,DNA আৰু RNA
01:13 Crystal structures আৰু Polymersৰ বিশ্লেষণ কৰিব পাৰি.
01:19 ইয়াত আমি এটা নতুন Jmol উইন্ডো খুলিছো।
01:24 জৈব অণুৰ 3D গঠন, ডাটাবেসৰ পৰা প্রত্যক্ষভাবে ডাউনলোড কৰি চাব পাৰি।
01:29 এইটো কৰিবলৈ, File মেনুত গৈ, Get PDB ত টিপক।
01:36 Input ডায়ালগ বাক্স পর্দাত খোলে।
01:40 আমি Input বাক্সত, নির্দিষ্ট প্রোটিনৰ বাবে চাৰি অাক্ষৰৰ PDB কোড লিখিব লাগিব।
01:48 এই কোড Protein Data Bank (PDB) ওয়েবসাইটত পোৱা যাব।
01:53 এইটো হল Protein Data Bank এৰ ওয়েব পেজ।
01:57 ইয়াত জৈব অণু সম্পর্কে তথ্য আছে, যেনে প্রোটিন আৰু নিউক্লিক অ্যাসিড।
02:04 উদহৰন হিচাবে, এতিয়া PDB ওয়েবসাইটৰ পৰা Pancreatic Enzyme Insulin এৰ PDB কোড বিছাৰিবলৈ চেষ্টা কৰো।
02:13 সার্চ বাক্সত প্রোটিনৰ নাম লিখক Human Insulin. কীবোর্ডত Enter কী টিপক।
02:24 এতিয়া, প্রদর্শিত ওয়েব পেজত,তললৈ স্ক্রোল কৰক।
02:28 PDB কোডৰ সৈতে পৰিচিত Human Insulin এৰ গঠনৰ তালিকা পর্দাত প্রদর্শিত হয়।
02:36 এতিয়া Human Insulin এৰ সৈতে 4EX1 কোড নির্বাচন কৰক।
02:44 প্রোটিনৰ নামত টিপক।
02:47  গঠনৰ সকলো বিবৰণৰ সৈতে এটা উইন্ডো খোলে।
02:52 ইয়াত
02:54 Primary Citation
02:56 Molecular Description আৰু
02:58 Structure Validation ৰ তথয়বোৰ এই পাঠত উপলব্ধ হয়।
03:02 আমি .pdb ফাইল হিসাবে প্রোটিনৰ গঠন সংৰক্ষণ কৰি তাক Jmol3D মোডত দেখিব পাৰি।
03:12 এতিয়া পৃষ্ঠাৰ উপৰৰ সো ফালৰ কোণত অবস্থিত Download Files লিঙ্কত টিপক।
03:20 ড্রপ ডাউন মেনুৰ পৰা PDB file (gz) বিকল্প নির্বাচন কৰক।
03:28 পর্দাত এটা ডায়লগ বাক্স খোলে।
03:32 Save file নির্বাচন কৰক।
03:35 এতিয়া OK বোতামত টিপক।
03:39 প্রোটিনৰ গঠনটো  Downloads ফোল্ডাৰত 4EX1.pdb.gz হিসাবে সংৰক্ষিত হব।
03:51 একেইভাবে, আপোনি বিভিন্ন প্রোটিনৰ প্রয়োজনীয় .pdb ফাইল ডাউনলোড কৰি তাক পৃথক ফাইলত সংৰক্ষণ কৰিব পাৰিব।
04:02 এতিয়া, ইনসুলিনৰ 3D গঠনটো চাবলৈ Jmol উইন্ডোলৈ যাওক।
04:09 ইন্টাৰনেট থাকিলে Jmol প্যানেলত প্রোটিনৰ গঠনটো ডাউনলোড কৰিব পাৰিব।
04:15 টেক্সট বাক্সত চাৰি অাক্ষৰৰ PDB কোড “4EX1” লিখক আৰু OK বোতামত টিপক।
04:25 আপোনি ইন্টাৰনেটৰ সৈতে যুক্ত নাথাকিলে টুল বাৰত Open a File আইকনত টিপক।
04:34 প্যানেলত এটা ডায়লগ বাক্স খোলে।
04:38 4EX1.pdb.gz ফাইলৰ স্থানলৈ যাওক অর্থাৎ Downloads ফোল্ডাৰলৈ।
04:47 Downloads ফোল্ডাৰ নির্বাচন কৰি Open বোতামত টিপক।
04:52 4EX1.pdb.gz ফাইল নির্বাচন কৰি Open বোতামত টিপক।
05:00 পর্দাত ইনসুলিনৰ 3D গঠনটো খোলে।
05:05 প্যানেলত প্রোটিনৰ ডিফল্ট ডিসপ্লে হল, "Ball and Stick".
05:12 প্যানেলত হাইড্রোজেন পৰমাণু নোহোৱাকৈ প্রোটিনৰ মডেল দেখোৱা হয়।
05:17 হাইড্রোজেন পৰমাণুৰ সৈতে মডেল প্রদর্শন কৰিবলৈ model kit মেনু খুলক।
05:23 add hydrogens ত গৈ স্ক্রোল কৰি এইটোত টিপক।
05:28 এতিয়া মডেলটো প্যানেলত হাইড্রোজেন পৰমাণু সহ প্ৰৰ্দশন হয়।
05:33 প্রোটিনৰ গঠনটোত পানীৰ অণুও দেখায়।
05:38 পানীৰ অণু লোকোৱাবলৈ, নিম্ন পদক্ষেপ অনুসৰণ কৰক।
05:43 প্রথমে পপ আপ মেনু খুলি Select লৈ যাওক।
05:48 সাব মেনুৰ পৰা, Hetero নির্বাচন কৰি "All Water" বিকল্পত টিপক।
05:55 আকৌ এবাৰ পপ আপ মেনু খুলি Style লৈ যাওক আৰু "CPK spacefill" বিকল্পত টিপক।
06:05 এইটোৱে  সকলো পানীৰ অনুক CPK Spacefill ডিসপ্লেলৈ ৰুপান্তৰ কৰিব।
06:11 আকৌ এবাৰ পপ আপ মেনু খুলি Style ত স্ক্রোল কৰি Atoms লৈ যাওক আৰু Off বিকল্পত টিপক।
06:22 এতিয়া প্যানেলত পানীৰ অণু নোহোৱাকৈ ইনসুলিনৰ গঠন আছে।
06:27 ইয়াৰ পিছত বিভিন্ন ফৰম্যাটত প্রোটিনৰ সেকেন্ডাৰী গঠন প্রদর্শন কৰা শিকো।
06:35 পপ আপ মেনু খুলক
06:37 Select বিকল্পলৈ যাওক।
06:39 Protein লৈ স্ক্রোল কৰি All বিকল্পত টিপক।
06:44 আকৌ এবাৰ পপ আপ মেনু খুলি Style ত স্ক্রোল কৰি Scheme লৈ যাওক।
06:50 এটা সাব মেনু খোলে যত বিকল্পবোৰ হল CPK Spacefill, Ball and Stick, Sticks, Wireframe, cartoon, trace ইত্যাদি।
07:02 সাব মেনুৰ পৰা Cartoon বিকল্পত টিপক।
07:07 এইটোৱে প্রোটিনৰ সেকেন্ডাৰী গঠন প্রদর্শন কৰে যেনে helices, random coils, strands, sheets ইত্যাদি।
07:17 আৰো ডিসপ্লে বিকল্পেৰ বাবে,
07:19 পপ আপ মেনু খুলি Style ত স্ক্রোল কৰি Structures লৈ যাওক।
07:25 এতিয়া প্রোটিনৰ সেকেন্ডাৰী গঠন প্রদর্শন কৰাৰ আৰো কিছো বিকল্প দেখো।
07:31 উদাহৰণ স্বৰুপে Strands বিকল্পত টিপক।
07:35 প্রোটিন এতিয়া প্যানেলত Strands ৰুপত প্রদর্শিত হৈছে।
07:40 ডিসপ্লেৰ ৰঙ পৰিবর্তন কৰিবলৈ, পপ আপ মেনু খুলক। Color লৈ স্ক্রোল কৰি Atoms নির্বাচন কৰি Blue বিকল্পত টিপক।
07:52 প্যানেলৰ ৰঙত পৰিবর্তনবোৰ লক্ষ্য কৰক।
07:56 গঠনটো Ball-and-stick ডিসপ্লেলৈ পূনৰায় ৰুপান্তৰিত কৰিবলৈ,
07:59 পপ আপ মেনু খোলক,  নির্বাচন কৰক Style তাৰপিছত Scheme নির্বাচন কৰি  Ball and stick বিকল্পত টিপক।
08:08 আমি প্ৰটিণ মডেলত থকা হাইড্রোজেন বন্ড আৰু ডাই-সালফাইড বন্ডও লক্ষনীয় কৰিব পাৰো।
08:14 হাইড্রোজেন বন্ড প্রদর্শন কৰিবলৈ পপ আপ মেনু খুলক আৰু  Style লৈ স্ক্রোল কৰি Hydrogen Bonds বিকল্পলৈ যাওক।
08:25 ইয়াত পপ আপ মেনুত হাইড্রোজেন বন্ডৰ নিম্ন বৈশিষ্ট্য আছে যেনে:
08:30 Calculate, Set Hydrogen Bonds Side Chain.
08:35 Set Hydrogen Bonds in the Backbone. আৰু ইয়াৰ উচৰত বন্ডৰ ঘনত্ব পৰিবর্তন কৰাৰ বিকল্প আছে।
08:42 মডেলত হাইড্রোজেন বন্ড দেখিবলৈ Calculate বিকল্পত টিপক।
08:47 হাইড্রোজেন বন্ড বগা আৰু ৰঙা দীর্ঘ ড্যাশ হিসাবে প্রদর্শিত হৈছে।
08:53 হাইড্রোজেন বন্ডৰ ঘনত্ব পৰিবর্তন কৰাৰ বাবে পপ আপ মেনুৰ পৰা 0.10 A বিকল্পত টিপক।
09:02 এতিয়া প্যানেলত ঘন হাইড্রোজেন বন্ড দেখিব পাৰো।
09:06 আমি হাইড্রোজেন বন্ডৰ ৰঙ ও সলনি কৰিব পাৰো।
09:11 পপ আপ মেনুৰ পৰা তলত থকা Color লৈ স্ক্রোল কৰি Hydrogen Bonds ত গৈ  Orange বিকল্পত টিপক।
09:20 পেনেলত, সকলো হাইড্রোজেন বন্ড কমলা ৰঙত আছে।
09:25 ডাইসালফাইড বন্ড আৰু সালফাৰ পৰমাণু মডেলত হালধীয়া ৰঙত দেখা হৈছে।
09:31 ডাইসালফাইড বন্ড পৰিবর্তন কৰিবলৈ পপ মেনুত Disulfide Bonds বিকল্প খুলক।
09:38 আপোনাৰ পছন্দমতে বিকল্পত টিপক যেনে style, color ইত্যাদি। ( size and color).
09:44 একেইভাবে বিভিন্ন এনজাইমৰ .pdb ফাইল খুলি তাৰ 3D গঠনটো চাওক।
09:51 সংক্ষেপে, এই টিউটোৰিয়েলত শিকিছো:
09:57 Protein Data Bank (PDB) পৰা প্রোটিনৰ গঠন লোড কৰা।
10:00 ডাটাবেসৰ পৰা .pdb ফাইল ডাউনলোড কৰা।
10:05 PDB কোড ব্যবহাৰ কৰি  ইনসুলিনৰ 3D গঠন দেখা।
10:10 পানীৰ অণু নোহোৱাকৈ প্রোটিনৰ গঠন দেখা।
10:14 বিভিন্ন ফৰম্যাটত সেকেন্ডাৰী গঠন দেখা
10:17 হাইড্রোজেন আৰু ডাইসালফাইড বন্ডক লক্ষনীয় কৰা।
10:22 এতিয়া
10:24 PDB ডাটাবেসৰ পৰা হিউম্যান হিমোগ্লোবিনৰ .pdb ফাইল ডাউনলোড কৰক।
10:31 Cartoon ডিসপ্লেত সেকেন্ডাৰী গঠন দেখোৱাওক।
10:35 প্রোটিনৰ "Porphyrin" (পৰফিৰিন) ইউনিট লক্ষনীয় কৰক।
10:39 PDB কোডেৰ বাবে নিম্ন লিঙ্কত যাওক।
10:42 এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক। http://spoken-tutorial.org/What_is_a_Spoken_ Tutorial
10:46 স্পোকেন টিউটোৰিয়াল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
10:50 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
10:55 স্পোকেন টিউটোৰিয়াল প্ৰকল্পৰ দলটিয়ে
10:57 স্পোকেন টিউটোৰিয়াল সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
11:01 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
11:06 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি 'contact@spoken-tutorial.org এই ঠিকনাত লিখক।
11:13 স্পোকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
11:18 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
11:25 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
11:31 আই. আই. টী বম্বে ৰ পৰা মই অনামিকা মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ

Contributors and Content Editors

Anamika, Mousumi