Jmol-Application/C4/Proteins-and-Macromolecules/Assamese
From Script | Spoken-Tutorial
JMOL Proteins আৰু Macromolecules
Time | Narration |
00:01 | নমস্কাৰ দৰ্শক সকল.Proteins আৰু Macromolecules এৰ টিউটোৰিয়েললৈ আপোনাক স্বাগতম। |
00:06 | এই টিউটোৰিয়েলত আমি শিকিম: |
00:09 | Protein Data Bankৰ (PDB) পৰা প্রোটিনৰ গঠন লোড কৰা। |
00:13 | PDB ডাটাবেসৰ পৰা .pdb ফাইল ডাউনলোড কৰা। |
00:18 | বিভিন্ন ফৰম্যাটত প্রোটিনৰ মাধ্যমিক গঠন প্রদর্শন কৰা। |
00:24 | হাইড্রোজেন বন্ড আৰু ডাইসালফাইড বন্ড লক্ষনীয় কৰা। |
00:29 | এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ Jmol অ্যাপ্লিকেশন উইন্ডোৰ পৰা মৌলিক অপাৰেশনৰ সম্পর্কে জানিব লাগিব। |
00:37 | নহলে, নিম্নলিখিত লিঙ্কৰ পৰা প্রাসঙ্গিক টিউটোৰিয়েল চাওক। |
00:42 | টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ |
00:46 | উবুন্টু OS সংস্কৰণ 12.04, |
00:50 | Jmol সংস্কৰণ 12.2.2 |
00:54 | জাভা সংস্কৰণ 7 আৰু |
00:57 | মোজিলা ফায়াৰফক্স ব্রাউজাৰ 22.0 ব্যবহাৰ কৰিছো। |
01:02 | Jmol এপলিকেছন বয়ৱহাৰ কৰি ডাঙৰ জৈব অণুৰ গাঠনিক যেনে |
01:06 | Proteins আৰু macromolecules |
01:10 | Nucleic acids ,DNA আৰু RNA |
01:13 | Crystal structures আৰু Polymersৰ বিশ্লেষণ কৰিব পাৰি. |
01:19 | ইয়াত আমি এটা নতুন Jmol উইন্ডো খুলিছো। |
01:24 | জৈব অণুৰ 3D গঠন, ডাটাবেসৰ পৰা প্রত্যক্ষভাবে ডাউনলোড কৰি চাব পাৰি। |
01:29 | এইটো কৰিবলৈ, File মেনুত গৈ, Get PDB ত টিপক। |
01:36 | Input ডায়ালগ বাক্স পর্দাত খোলে। |
01:40 | আমি Input বাক্সত, নির্দিষ্ট প্রোটিনৰ বাবে চাৰি অাক্ষৰৰ PDB কোড লিখিব লাগিব। |
01:48 | এই কোড Protein Data Bank (PDB) ওয়েবসাইটত পোৱা যাব। |
01:53 | এইটো হল Protein Data Bank এৰ ওয়েব পেজ। |
01:57 | ইয়াত জৈব অণু সম্পর্কে তথ্য আছে, যেনে প্রোটিন আৰু নিউক্লিক অ্যাসিড। |
02:04 | উদহৰন হিচাবে, এতিয়া PDB ওয়েবসাইটৰ পৰা Pancreatic Enzyme Insulin এৰ PDB কোড বিছাৰিবলৈ চেষ্টা কৰো। |
02:13 | সার্চ বাক্সত প্রোটিনৰ নাম লিখক Human Insulin. কীবোর্ডত Enter কী টিপক। |
02:24 | এতিয়া, প্রদর্শিত ওয়েব পেজত,তললৈ স্ক্রোল কৰক। |
02:28 | PDB কোডৰ সৈতে পৰিচিত Human Insulin এৰ গঠনৰ তালিকা পর্দাত প্রদর্শিত হয়। |
02:36 | এতিয়া Human Insulin এৰ সৈতে 4EX1 কোড নির্বাচন কৰক। |
02:44 | প্রোটিনৰ নামত টিপক। |
02:47 | গঠনৰ সকলো বিবৰণৰ সৈতে এটা উইন্ডো খোলে। |
02:52 | ইয়াত |
02:54 | Primary Citation |
02:56 | Molecular Description আৰু |
02:58 | Structure Validation ৰ তথয়বোৰ এই পাঠত উপলব্ধ হয়। |
03:02 | আমি .pdb ফাইল হিসাবে প্রোটিনৰ গঠন সংৰক্ষণ কৰি তাক Jmol ত 3D মোডত দেখিব পাৰি। |
03:12 | এতিয়া পৃষ্ঠাৰ উপৰৰ সো ফালৰ কোণত অবস্থিত Download Files লিঙ্কত টিপক। |
03:20 | ড্রপ ডাউন মেনুৰ পৰা PDB file (gz) বিকল্প নির্বাচন কৰক। |
03:28 | পর্দাত এটা ডায়লগ বাক্স খোলে। |
03:32 | Save file নির্বাচন কৰক। |
03:35 | এতিয়া OK বোতামত টিপক। |
03:39 | প্রোটিনৰ গঠনটো Downloads ফোল্ডাৰত 4EX1.pdb.gz হিসাবে সংৰক্ষিত হব। |
03:51 | একেইভাবে, আপোনি বিভিন্ন প্রোটিনৰ প্রয়োজনীয় .pdb ফাইল ডাউনলোড কৰি তাক পৃথক ফাইলত সংৰক্ষণ কৰিব পাৰিব। |
04:02 | এতিয়া, ইনসুলিনৰ 3D গঠনটো চাবলৈ Jmol উইন্ডোলৈ যাওক। |
04:09 | ইন্টাৰনেট থাকিলে Jmol প্যানেলত প্রোটিনৰ গঠনটো ডাউনলোড কৰিব পাৰিব। |
04:15 | টেক্সট বাক্সত চাৰি অাক্ষৰৰ PDB কোড “4EX1” লিখক আৰু OK বোতামত টিপক। |
04:25 | আপোনি ইন্টাৰনেটৰ সৈতে যুক্ত নাথাকিলে টুল বাৰত Open a File আইকনত টিপক। |
04:34 | প্যানেলত এটা ডায়লগ বাক্স খোলে। |
04:38 | 4EX1.pdb.gz ফাইলৰ স্থানলৈ যাওক অর্থাৎ Downloads ফোল্ডাৰলৈ। |
04:47 | Downloads ফোল্ডাৰ নির্বাচন কৰি Open বোতামত টিপক। |
04:52 | 4EX1.pdb.gz ফাইল নির্বাচন কৰি Open বোতামত টিপক। |
05:00 | পর্দাত ইনসুলিনৰ 3D গঠনটো খোলে। |
05:05 | প্যানেলত প্রোটিনৰ ডিফল্ট ডিসপ্লে হল, "Ball and Stick". |
05:12 | প্যানেলত হাইড্রোজেন পৰমাণু নোহোৱাকৈ প্রোটিনৰ মডেল দেখোৱা হয়। |
05:17 | হাইড্রোজেন পৰমাণুৰ সৈতে মডেল প্রদর্শন কৰিবলৈ model kit মেনু খুলক। |
05:23 | add hydrogens ত গৈ স্ক্রোল কৰি এইটোত টিপক। |
05:28 | এতিয়া মডেলটো প্যানেলত হাইড্রোজেন পৰমাণু সহ প্ৰৰ্দশন হয়। |
05:33 | প্রোটিনৰ গঠনটোত পানীৰ অণুও দেখায়। |
05:38 | পানীৰ অণু লোকোৱাবলৈ, নিম্ন পদক্ষেপ অনুসৰণ কৰক। |
05:43 | প্রথমে পপ আপ মেনু খুলি Select লৈ যাওক। |
05:48 | সাব মেনুৰ পৰা, Hetero নির্বাচন কৰি "All Water" বিকল্পত টিপক। |
05:55 | আকৌ এবাৰ পপ আপ মেনু খুলি Style লৈ যাওক আৰু "CPK spacefill" বিকল্পত টিপক। |
06:05 | এইটোৱে সকলো পানীৰ অনুক CPK Spacefill ডিসপ্লেলৈ ৰুপান্তৰ কৰিব। |
06:11 | আকৌ এবাৰ পপ আপ মেনু খুলি Style ত স্ক্রোল কৰি Atoms লৈ যাওক আৰু Off বিকল্পত টিপক। |
06:22 | এতিয়া প্যানেলত পানীৰ অণু নোহোৱাকৈ ইনসুলিনৰ গঠন আছে। |
06:27 | ইয়াৰ পিছত বিভিন্ন ফৰম্যাটত প্রোটিনৰ সেকেন্ডাৰী গঠন প্রদর্শন কৰা শিকো। |
06:35 | পপ আপ মেনু খুলক |
06:37 | Select বিকল্পলৈ যাওক। |
06:39 | Protein লৈ স্ক্রোল কৰি All বিকল্পত টিপক। |
06:44 | আকৌ এবাৰ পপ আপ মেনু খুলি Style ত স্ক্রোল কৰি Scheme লৈ যাওক। |
06:50 | এটা সাব মেনু খোলে যত বিকল্পবোৰ হল CPK Spacefill, Ball and Stick, Sticks, Wireframe, cartoon, trace ইত্যাদি। |
07:02 | সাব মেনুৰ পৰা Cartoon বিকল্পত টিপক। |
07:07 | এইটোৱে প্রোটিনৰ সেকেন্ডাৰী গঠন প্রদর্শন কৰে যেনে helices, random coils, strands, sheets ইত্যাদি। |
07:17 | আৰো ডিসপ্লে বিকল্পৰ বাবে, |
07:19 | পপ আপ মেনু খুলি Style ত স্ক্রোল কৰি Structures লৈ যাওক। |
07:25 | এতিয়া প্রোটিনৰ সেকেন্ডাৰী গঠন প্রদর্শন কৰাৰ আৰো কিছো বিকল্প দেখো। |
07:31 | উদাহৰণ স্বৰুপে Strands বিকল্পত টিপক। |
07:35 | প্রোটিন এতিয়া প্যানেলত Strands ৰুপত প্রদর্শিত হৈছে। |
07:40 | ডিসপ্লেৰ ৰঙ পৰিবর্তন কৰিবলৈ, পপ আপ মেনু খুলক। Color লৈ স্ক্রোল কৰি Atoms নির্বাচন কৰি Blue বিকল্পত টিপক। |
07:52 | প্যানেলৰ ৰঙত পৰিবর্তনবোৰ লক্ষ্য কৰক। |
07:56 | গঠনটো Ball-and-stick ডিসপ্লেলৈ পূনৰায় ৰুপান্তৰিত কৰিবলৈ, |
07:59 | পপ আপ মেনু খোলক, নির্বাচন কৰক Style তাৰপিছত Scheme নির্বাচন কৰি Ball and stick বিকল্পত টিপক। |
08:08 | আমি প্ৰটিণ মডেলত থকা হাইড্রোজেন বন্ড আৰু ডাই-সালফাইড বন্ডও লক্ষনীয় কৰিব পাৰো। |
08:14 | হাইড্রোজেন বন্ড প্রদর্শন কৰিবলৈ পপ আপ মেনু খুলক আৰু Style লৈ স্ক্রোল কৰি Hydrogen Bonds বিকল্পলৈ যাওক। |
08:25 | ইয়াত পপ আপ মেনুত হাইড্রোজেন বন্ডৰ নিম্ন বৈশিষ্ট্য আছে যেনে: |
08:30 | Calculate, Set Hydrogen Bonds Side Chain. |
08:35 | Set Hydrogen Bonds in the Backbone. আৰু ইয়াৰ উচৰত বন্ডৰ ঘনত্ব পৰিবর্তন কৰাৰ বিকল্প আছে। |
08:42 | মডেলত হাইড্রোজেন বন্ড দেখিবলৈ Calculate বিকল্পত টিপক। |
08:47 | হাইড্রোজেন বন্ড বগা আৰু ৰঙা দীর্ঘ ড্যাশ হিসাবে প্রদর্শিত হৈছে। |
08:53 | হাইড্রোজেন বন্ডৰ ঘনত্ব পৰিবর্তন কৰাৰ বাবে পপ আপ মেনুৰ পৰা 0.10 A বিকল্পত টিপক। |
09:02 | এতিয়া প্যানেলত ঘন হাইড্রোজেন বন্ড দেখিব পাৰো। |
09:06 | আমি হাইড্রোজেন বন্ডৰ ৰঙ ও সলনি কৰিব পাৰো। |
09:11 | পপ আপ মেনুৰ পৰা তলত থকা Color লৈ স্ক্রোল কৰি Hydrogen Bonds ত গৈ Orange বিকল্পত টিপক। |
09:20 | পেনেলত, সকলো হাইড্রোজেন বন্ড কমলা ৰঙত আছে। |
09:25 | ডাইসালফাইড বন্ড আৰু সালফাৰ পৰমাণু মডেলত হালধীয়া ৰঙত দেখা হৈছে। |
09:31 | ডাইসালফাইড বন্ড পৰিবর্তন কৰিবলৈ পপ মেনুত Disulfide Bonds বিকল্প খুলক। |
09:38 | আপোনাৰ পছন্দমতে বিকল্পত টিপক যেনে style, color ইত্যাদি। |
09:44 | একেইভাবে বিভিন্ন এনজাইমৰ .pdb ফাইল খুলি তাৰ 3D গঠনটো চাওক। |
09:51 | সংক্ষেপে, এই টিউটোৰিয়েলত শিকিছো: |
09:57 | Protein Data Bank (PDB) পৰা প্রোটিনৰ গঠন লোড কৰা। |
10:00 | ডাটাবেসৰ পৰা .pdb ফাইল ডাউনলোড কৰা। |
10:05 | PDB কোড ব্যবহাৰ কৰি ইনসুলিনৰ 3D গঠন দেখা। |
10:10 | পানীৰ অণু নোহোৱাকৈ প্রোটিনৰ গঠন দেখা। |
10:14 | বিভিন্ন ফৰম্যাটত সেকেন্ডাৰী গঠন দেখা |
10:17 | হাইড্রোজেন আৰু ডাইসালফাইড বন্ডক লক্ষনীয় কৰা। |
10:22 | এতিয়া |
10:24 | PDB ডাটাবেসৰ পৰা হিউম্যান হিমোগ্লোবিনৰ .pdb ফাইল ডাউনলোড কৰক। |
10:31 | Cartoon ডিসপ্লেত সেকেন্ডাৰী গঠন দেখোৱাওক। |
10:35 | প্রোটিনৰ "Porphyrin" (পৰফিৰিন) ইউনিট লক্ষনীয় কৰক। |
10:39 | PDB কোডৰ বাবে নিম্ন লিঙ্কত যাওক। |
10:42 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক। http://spoken-tutorial.org/What_is_a_Spoken_ Tutorial |
10:46 | স্পোকেন টিউটোৰিয়াল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
10:50 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
10:55 | স্পোকেন টিউটোৰিয়াল প্ৰকল্পৰ দলটিয়ে |
10:57 | স্পোকেন টিউটোৰিয়াল সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. |
11:01 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. |
11:06 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি 'contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
11:13 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
11:18 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
11:25 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
11:31 | আই. আই. টী বম্বে ৰ পৰা মই অনামিকা মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ |