Difference between revisions of "Java/C2/while-loop/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 1: Line 1:
 
 
 
 
 
{| border=1
 
{| border=1
|| ''Time'''
+
|| '''Time'''
 
|| '''Narration'''
 
|| '''Narration'''
  
Line 10: Line 10:
  
 
|-
 
|-
|  00:06
+
| 00:06
 
| এই টিউটোৰিয়ালেত, আপনি while loop আৰু ইয়াৰ ব্যবহাৰ সম্পর্কে শিকিব ।  
 
| এই টিউটোৰিয়ালেত, আপনি while loop আৰু ইয়াৰ ব্যবহাৰ সম্পর্কে শিকিব ।  
  
 
|-
 
|-
|  00:12
+
| 00:12
 
| এই টিউটোৰিয়েলত আমি  
 
| এই টিউটোৰিয়েলত আমি  
 
উবুন্টু 11.10,  
 
উবুন্টু 11.10,  
Line 21: Line 21:
  
 
|-
 
|-
|  00:21
+
| 00:21
 
| এই টিউটোৰিয়েল অনুসৰণ কৰিবলৈ,  '''relational operators in Java''ৰ সম্পর্কে জ্ঞান থাকিব লাগিব  
 
| এই টিউটোৰিয়েল অনুসৰণ কৰিবলৈ,  '''relational operators in Java''ৰ সম্পর্কে জ্ঞান থাকিব লাগিব  
  
 
|-
 
|-
|  00:26     
+
| 00:26     
 
| যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক  
 
| যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক  
  
 
|-
 
|-
|  00:36
+
| 00:36
 
|ইয়াত এইটো while লুপৰ স্ট্রাকচাৰ হয় ।  
 
|ইয়াত এইটো while লুপৰ স্ট্রাকচাৰ হয় ।  
  
 
|-
 
|-
|  00:39
+
| 00:39
 
| ইয়াত দুটা অংশ আছে ।  
 
| ইয়াত দুটা অংশ আছে ।  
  
 
|-
 
|-
|  00:41
+
| 00:41
 
| এটা হল loop running condition আৰু দ্বিতীয়টি হল loop variable.  
 
| এটা হল loop running condition আৰু দ্বিতীয়টি হল loop variable.  
  
 
|-
 
|-
|   00:48
+
| 00:48
 
|  এতিয়া এটা উদাহৰণ চাও। Eclipseঅত যাওক।  
 
|  এতিয়া এটা উদাহৰণ চাও। Eclipseঅত যাওক।  
  
 
|-
 
|-
|   00:55
+
| 00:55
 
| ইয়াত  আমাৰ উচৰত eclipse IDE আছে আাৰু বাকি কোডবোৰৰ বাবে প্ৰয়োজনিয় skeleton আছে   
 
| ইয়াত  আমাৰ উচৰত eclipse IDE আছে আাৰু বাকি কোডবোৰৰ বাবে প্ৰয়োজনিয় skeleton আছে   
  
 
|-
 
|-
|   01:00
+
| 01:00
 
| আমি WhileDemo নামৰ ক্লাস এটা তৈয়াৰ কৰিছো আৰু ইয়াত মেন মেথড যোগ কৰিছো ।  
 
| আমি WhileDemo নামৰ ক্লাস এটা তৈয়াৰ কৰিছো আৰু ইয়াত মেন মেথড যোগ কৰিছো ।  
 
|-
 
|-
|  01:05
+
| 01:05
 
| আমি while লুপ ব্যবহাৰ কৰি 1 পৰা 10 পর্যন্ত সংখয়াবোৰ প্রিন্ট কৰিম। টাইপ কৰক int n = 1।  
 
| আমি while লুপ ব্যবহাৰ কৰি 1 পৰা 10 পর্যন্ত সংখয়াবোৰ প্রিন্ট কৰিম। টাইপ কৰক int n = 1।  
  
Line 60: Line 60:
  
 
|-
 
|-
|  01:21
+
| 01:21
 
| while লিখক, প্রথম বন্ধনীত n লেস দেন অৰ ইকুয়েল টু 10, ধনুর্বন্ধনী খুলক আৰু বন্ধ কৰক।  
 
| while লিখক, প্রথম বন্ধনীত n লেস দেন অৰ ইকুয়েল টু 10, ধনুর্বন্ধনী খুলক আৰু বন্ধ কৰক।  
  
 
|-
 
|-
|  01:33
+
| 01:33
 
| এই কন্ডিশনকে looping running condition বোলা হয়।  
 
| এই কন্ডিশনকে looping running condition বোলা হয়।  
  
 
|-
 
|-
|  01:37
+
| 01:37
 
| ইয়াৰ অর্থ হল, এই কন্ডিশন true হোৱাৰ লৈকে লুপটো চলি থাকিব ।  
 
| ইয়াৰ অর্থ হল, এই কন্ডিশন true হোৱাৰ লৈকে লুপটো চলি থাকিব ।  
  
 
|-
 
|-
|  01:42
+
| 01:42
 
|এই ক্ষেত্রত, nৰ মান 10হত কে কম বা সমান হৈ থকা লৈকে ই চলি থাকিব।  
 
|এই ক্ষেত্রত, nৰ মান 10হত কে কম বা সমান হৈ থকা লৈকে ই চলি থাকিব।  
  
 
|-
 
|-
|   01:47
+
| 01:47
 
| আৰু ই বন্ধ হব যেতিয়া nঅৰ মান 10হতকে ডাঙৰ হব।  
 
| আৰু ই বন্ধ হব যেতিয়া nঅৰ মান 10হতকে ডাঙৰ হব।  
 
|-
 
|-
|   01:53
+
| 01:53
 
|  লুপৰ ভিতৰত, আমি nঅৰ মান প্রিন্ট কৰিম।  
 
|  লুপৰ ভিতৰত, আমি nঅৰ মান প্রিন্ট কৰিম।  
  
 
|-
 
|-
|  01:58
+
| 01:58
 
| System.out.println(n); আৰু তাৰপিছত ইনক্রিমেন্ট n = n + 1;  
 
| System.out.println(n); আৰু তাৰপিছত ইনক্রিমেন্ট n = n + 1;  
  
Line 91: Line 91:
  
 
|-
 
|-
|  02:18
+
| 02:18
 
|তাৰপিছত লুপ কন্ডিশন পৰীক্ষা কৰা হয়।  
 
|তাৰপিছত লুপ কন্ডিশন পৰীক্ষা কৰা হয়।  
 
 
 
 
 
|-
 
|-
|  02:21
+
| 02:21
 
| যিহেতু এইটো true হয়. 2 প্রিন্ট হইছে আৰু nঅৰ মান 3 হইছে।  
 
| যিহেতু এইটো true হয়. 2 প্রিন্ট হইছে আৰু nঅৰ মান 3 হইছে।  
 
|-
 
|-
|  02:25
+
| 02:25
 
|  আৰু এইভাবে 10 প্রিন্ট নোহোৱালৈকে লুপ আগবাঢ়ি থাকে, তাৰ পিছত nঅৰ মান 11 হয় আৰু সেই কন্ডিশন true নহয় আৰু লুপ বন্ধ হব।  
 
|  আৰু এইভাবে 10 প্রিন্ট নোহোৱালৈকে লুপ আগবাঢ়ি থাকে, তাৰ পিছত nঅৰ মান 11 হয় আৰু সেই কন্ডিশন true নহয় আৰু লুপ বন্ধ হব।  
 
 
 
 
 
|-
 
|-
|  02:37
+
| 02:37
 
| সেয়ে এখন কর্মরত কোড দেখি।  
 
| সেয়ে এখন কর্মরত কোড দেখি।  
 
|-
 
|-
|  02:39
+
| 02:39
 
| সংৰক্ষণ কৰক আৰু ৰান কৰক ।  
 
| সংৰক্ষণ কৰক আৰু ৰান কৰক ।  
  
 
|-
 
|-
|  02:47
+
| 02:47
 
|আমি যেনে চাব পাৰো, সংখয়াবোৰ 1 পৰা 10লৈ  প্রিন্ট কৰা  হৈছে।  
 
|আমি যেনে চাব পাৰো, সংখয়াবোৰ 1 পৰা 10লৈ  প্রিন্ট কৰা  হৈছে।  
  
 
|-
 
|-
|  02:52
+
| 02:52
 
| এতিয়া আমি সংখয়াবোৰ 50 পৰা 40 প্রিন্ট কৰিম  
 
| এতিয়া আমি সংখয়াবোৰ 50 পৰা 40 প্রিন্ট কৰিম  
 
|-
 
|-
|  02:58
+
| 02:58
 
| সেয়ে আমি 50অৰ লগত আৰম্ভ কৰিম. n = 1 পৰা n = 50 লৈ পৰিবর্তন কৰক।  
 
| সেয়ে আমি 50অৰ লগত আৰম্ভ কৰিম. n = 1 পৰা n = 50 লৈ পৰিবর্তন কৰক।  
 
|-
 
|-
Line 123: Line 123:
  
 
|-
 
|-
|  03:05
+
| 03:05
 
| অন্য শব্দত, যেতিয়ালৈকে  nঅৰ মান 40অৰ সমান বা তাতকৈ ডাঙৰ থাকে. সেয়ে কন্ডিশনটো nঅৰ মান 40অৰ সমান বা তাতকৈ ডাঙৰ বোলি সলনি কৰক  
 
| অন্য শব্দত, যেতিয়ালৈকে  nঅৰ মান 40অৰ সমান বা তাতকৈ ডাঙৰ থাকে. সেয়ে কন্ডিশনটো nঅৰ মান 40অৰ সমান বা তাতকৈ ডাঙৰ বোলি সলনি কৰক  
  
Line 131: Line 131:
  
 
|-
 
|-
|  03:22
+
| 03:22
 
| সেয়ে n = n + 1 অক n = n - 1লৈ  পৰিবর্তন কৰক।  
 
| সেয়ে n = n + 1 অক n = n - 1লৈ  পৰিবর্তন কৰক।  
 
 
 
 
Line 138: Line 138:
 
| সংৰক্ষণ কৰক আৰু ৰান কৰক। অামি যেনেকৈ দেখিব পাৰো, সংখয়া 50 পৰা 40লৈ প্রিন্ট কৰা হৈছে   
 
| সংৰক্ষণ কৰক আৰু ৰান কৰক। অামি যেনেকৈ দেখিব পাৰো, সংখয়া 50 পৰা 40লৈ প্রিন্ট কৰা হৈছে   
 
|-
 
|-
|  03:42
+
| 03:42
 
| এতিয়া আমি 7অৰ প্রথম 10টা গুণক প্রিন্ট কৰিম ।  
 
| এতিয়া আমি 7অৰ প্রথম 10টা গুণক প্রিন্ট কৰিম ।  
 
|-
 
|-
|  03:48
+
| 03:48
 
| সেইটো কৰিবলৈ , আমি 7 দি আৰম্ভ কৰিম ।  
 
| সেইটো কৰিবলৈ , আমি 7 দি আৰম্ভ কৰিম ।  
  
 
|-
 
|-
|  03:50
+
| 03:50
 
| সেয়ে n = 50 পৰা n = 7 লৈ সলনি কৰক আৰু তাৰ পিছত 70 দ্বাৰা শেষ কৰক।  
 
| সেয়ে n = 50 পৰা n = 7 লৈ সলনি কৰক আৰু তাৰ পিছত 70 দ্বাৰা শেষ কৰক।  
  
 
|-
 
|-
|  03:57
+
| 03:57
 
| কন্ডিশন n লেস দেন অৰ ইকুয়েল টু 70 লৈ সলনি কৰক ।  
 
| কন্ডিশন n লেস দেন অৰ ইকুয়েল টু 70 লৈ সলনি কৰক ।  
  
 
|-
 
|-
|  04:03
+
| 04:03
 
| এইভাবে, আমি নিশ্চিত কৰো যে লুপ 70ত ৰখে   
 
| এইভাবে, আমি নিশ্চিত কৰো যে লুপ 70ত ৰখে   
 
|-
 
|-
|  04:07
+
| 04:07
 
|  সেই গুণবোৰক পাবলৈ, আমি 7 দ্বাৰা লুপ ভ্যাৰিয়েবল ইনক্রিমেন্ট কৰিম।  
 
|  সেই গুণবোৰক পাবলৈ, আমি 7 দ্বাৰা লুপ ভ্যাৰিয়েবল ইনক্রিমেন্ট কৰিম।  
  
 
|-
 
|-
|  04:12
+
| 04:12
 
| সেয়ে n = n - 1 পৰা n = n + 7লৈ সলনি কৰক।  
 
| সেয়ে n = n - 1 পৰা n = n + 7লৈ সলনি কৰক।  
  
 
|-
 
|-
|  04:18
+
| 04:18
 
|  এইভাবে প্রথম 7 প্রিন্ট হয় আৰু তাৰ পিছত n অৰ মান 14 হয়, 14 প্রিন্ট হৈছে আৰু এইভাবে 70 লৈ। সংৰক্ষণ কৰক আৰু ৰান কৰক।
 
|  এইভাবে প্রথম 7 প্রিন্ট হয় আৰু তাৰ পিছত n অৰ মান 14 হয়, 14 প্রিন্ট হৈছে আৰু এইভাবে 70 লৈ। সংৰক্ষণ কৰক আৰু ৰান কৰক।
 
|-
 
|-
|  04:33
+
| 04:33
 
|  আমি যেনে চাব পাৰো, 7অৰ প্রথম 10টা গুণবোৰ প্রিন্ট কৰা হৈছে।  
 
|  আমি যেনে চাব পাৰো, 7অৰ প্রথম 10টা গুণবোৰ প্রিন্ট কৰা হৈছে।  
  
 
|-
 
|-
|  04:43
+
| 04:43
 
|আমি এটা নম্বৰৰ সংখ্যা সমষ্টি পাবলৈ while লুপৰ ব্যবহাৰ কৰিব পাৰো  ।  
 
|আমি এটা নম্বৰৰ সংখ্যা সমষ্টি পাবলৈ while লুপৰ ব্যবহাৰ কৰিব পাৰো  ।  
  
 
|-
 
|-
|  04:47
+
| 04:47
 
| এইটো কেনেকৈ কৰে আমি চাও।  
 
| এইটো কেনেকৈ কৰে আমি চাও।  
 
|-
 
|-
|  04:49
+
| 04:49
 
| প্রথমে মেন মেথড ক্লিয়াৰ কৰো।  
 
| প্রথমে মেন মেথড ক্লিয়াৰ কৰো।  
  
 
|-
 
|-
|  04:54
+
| 04:54
 
| int n = 13876. এইটো এটা সংখ্যা।  
 
| int n = 13876. এইটো এটা সংখ্যা।  
  
Line 190: Line 190:
  
 
|-
 
|-
|  05:18
+
| 05:18
 
|  while লিখক, প্রথম বন্ধনীত n গ্রেটাৰ দেন 0, ধনুর্বন্ধনী খোলক আৰু বন্ধ কৰক ।  
 
|  while লিখক, প্রথম বন্ধনীত n গ্রেটাৰ দেন 0, ধনুর্বন্ধনী খোলক আৰু বন্ধ কৰক ।  
  
 
|-
 
|-
|  05:27
+
| 05:27
 
| এই কন্ডিশন ব্যবহাৰৰ কাৰণ অলপ পিছত স্পষ্ট হয় যাব।  
 
| এই কন্ডিশন ব্যবহাৰৰ কাৰণ অলপ পিছত স্পষ্ট হয় যাব।  
  
 
|-
 
|-
|  05:32
+
| 05:32
 
| সংখ্যায়বোৰৰ সমষ্টি পাবলৈ, প্রথমে সংখ্যাবোৰক পাব লাগিব।  
 
| সংখ্যায়বোৰৰ সমষ্টি পাবলৈ, প্রথমে সংখ্যাবোৰক পাব লাগিব।  
  
 
|-
 
|-
|  05:36
+
| 05:36
 
| এইটো কৰিবলৈ আমি modulo operator ব্যবহাৰ কৰো   
 
| এইটো কৰিবলৈ আমি modulo operator ব্যবহাৰ কৰো   
 
 
 
 
 
|-
 
|-
|  05:40
+
| 05:40
 
| dSum = dSum + (n % 10) লিখক। সেয়ে আমি একক সংখ্যা পালো অাৰু এইটোক dsumলৈ যোগ কৰক।  
 
| dSum = dSum + (n % 10) লিখক। সেয়ে আমি একক সংখ্যা পালো অাৰু এইটোক dsumলৈ যোগ কৰক।  
  
 
|-
 
|-
|   05:52
+
| 05:52
 
|তাৰপিছত একক সংখ্যা মুছে পেলাই আমি ১0 দ্বাৰা ভাগ কৰো  । n = n / 10  
 
|তাৰপিছত একক সংখ্যা মুছে পেলাই আমি ১0 দ্বাৰা ভাগ কৰো  । n = n / 10  
  
Line 222: Line 222:
  
 
|-
 
|-
|   06:22
+
| 06:22
 
| সেয়ে যেনেকৈয়ে লোপটো আগবাঢ়ে, সংখয়াবোৰ আতৰি যায় আৰু শেষত  
 
| সেয়ে যেনেকৈয়ে লোপটো আগবাঢ়ে, সংখয়াবোৰ আতৰি যায় আৰু শেষত  
  
 
|-
 
|-
|  06:28
+
| 06:28
 
|  n 0 হয়। তাৰপিছত n গ্রেটার দেন 0 কন্ডিশন false হবআৰু লুপ ৰখি যাব   
 
|  n 0 হয়। তাৰপিছত n গ্রেটার দেন 0 কন্ডিশন false হবআৰু লুপ ৰখি যাব   
  
Line 234: Line 234:
  
 
|-
 
|-
|  06:42
+
| 06:42
 
|   '''System.out.println(dSum)'''
 
|   '''System.out.println(dSum)'''
  
 
|-
 
|-
|  06:51
+
| 06:51
 
|এখন কর্মরত কোড দেখি। সংরক্ষণ করে রান করুন।  
 
|এখন কর্মরত কোড দেখি। সংরক্ষণ করে রান করুন।  
  
 
|-
 
|-
|  06:59
+
| 06:59
 
|  আমি যেনে দেখিব পাৰো, সংখ্যাৰ সমষ্টি যি 25 হয়, প্রিন্ট কৰা হৈছে।  
 
|  আমি যেনে দেখিব পাৰো, সংখ্যাৰ সমষ্টি যি 25 হয়, প্রিন্ট কৰা হৈছে।  
  
Line 250: Line 250:
  
 
|-  
 
|-  
|   07:16
+
| 07:16
 
| ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে  
 
| ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে  
  
 
|-
 
|-
|  07:20
+
| 07:20
 
|এই টিউটোৰিয়ালেত আমি শিকিছো,  
 
|এই টিউটোৰিয়ালেত আমি শিকিছো,  
 
while loop  
 
while loop  
Line 260: Line 260:
  
 
|-
 
|-
|07:26
+
| 07:26
 
|এই টিউটৰীয়েলৰ বাবে এটা কাৰ্যয, নিম্নলিখিত প্রশ্নটি সমাধান কৰক।  
 
|এই টিউটৰীয়েলৰ বাবে এটা কাৰ্যয, নিম্নলিখিত প্রশ্নটি সমাধান কৰক।  
  
 
|-
 
|-
|  07:29
+
| 07:29
 
| এটা সংখয়া দিয়া আছে,  ইয়াক while লুপ ব্যবহাৰ কৰি বিপৰীত মান গণনা কৰক। উদাহৰণস্বৰূপে: 19435 => 53491.  
 
| এটা সংখয়া দিয়া আছে,  ইয়াক while লুপ ব্যবহাৰ কৰি বিপৰীত মান গণনা কৰক। উদাহৰণস্বৰূপে: 19435 => 53491.  
  
 
|-
 
|-
|07:37
+
| 07:37
 
|spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ  
 
|spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ  
 
তলৰ সংযোগত থকা ভিডিঅ’ চাওক। [http://spoken-tutorial.org/What_is_a_Spoken_Tutorial  ]   কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
 
তলৰ সংযোগত থকা ভিডিঅ’ চাওক। [http://spoken-tutorial.org/What_is_a_Spoken_Tutorial  ]   কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
  
 
|-
 
|-
|  07:45
+
| 07:45
 
|যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
 
|যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
  
Line 281: Line 281:
  
 
|-
 
|-
|  07:57
+
| 07:57
 
| অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
 
| অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
  
Line 289: Line 289:
  
 
|-
 
|-
|  08:07
+
| 08:07
 
|  ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
 
|  ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
  
 
|-
 
|-
|  08:12
+
| 08:12
 
| এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
 
| এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
  
 
|-
 
|-
|  08:17
+
| 08:17
 
|  আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
 
|  আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
  
  
 
|}
 
|}

Revision as of 11:26, 23 June 2014

 

Time Narration
00:02 জাভাত While Loopঅৰ বিশয়ে স্পকেন টিউটোৰিয়ালেলৈ আপনাক স্বাগতম।
 00:06  এই টিউটোৰিয়ালেত, আপনি while loop আৰু ইয়াৰ ব্যবহাৰ সম্পর্কে শিকিব ।
 00:12  এই টিউটোৰিয়েলত আমি

উবুন্টু 11.10, JDK 1.6 আৰু Eclipse 3.7 ব্যবহাৰ কৰিছো।

 00:21  এই টিউটোৰিয়েল অনুসৰণ কৰিবলৈ,  'relational operators in Javaৰ সম্পর্কে জ্ঞান থাকিব লাগিব
 00:26      যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক
 00:36 ইয়াত এইটো while লুপৰ স্ট্রাকচাৰ হয় ।
 00:39 ইয়াত দুটা অংশ আছে ।
 00:41 এটা হল loop running condition আৰু দ্বিতীয়টি হল loop variable.
 00:48   এতিয়া এটা উদাহৰণ চাও। Eclipseঅত যাওক।
 00:55  ইয়াত  আমাৰ উচৰত eclipse IDE আছে আাৰু বাকি কোডবোৰৰ বাবে প্ৰয়োজনিয় skeleton আছে
 01:00  আমি WhileDemo নামৰ ক্লাস এটা তৈয়াৰ কৰিছো আৰু ইয়াত মেন মেথড যোগ কৰিছো ।
 01:05 আমি while লুপ ব্যবহাৰ কৰি 1 পৰা 10 পর্যন্ত সংখয়াবোৰ প্রিন্ট কৰিম। টাইপ কৰক int n = 1।
01:15  এই n ভ্যারিয়েবল আমাৰ লুপ ভ্যাৰিয়েবল হব।
 01:21  while লিখক, প্রথম বন্ধনীত n লেস দেন অৰ ইকুয়েল টু 10, ধনুর্বন্ধনী খুলক আৰু বন্ধ কৰক।
 01:33 এই কন্ডিশনকে looping running condition বোলা হয়।
 01:37 ইয়াৰ অর্থ হল, এই কন্ডিশন true হোৱাৰ লৈকে লুপটো চলি থাকিব ।
 01:42 এই ক্ষেত্রত, nৰ মান 10হত কে কম বা সমান হৈ থকা লৈকে ই চলি থাকিব।
 01:47 আৰু ই বন্ধ হব যেতিয়া nঅৰ মান 10হতকে ডাঙৰ হব।
 01:53   লুপৰ ভিতৰত, আমি nঅৰ মান প্রিন্ট কৰিম।
 01:58  System.out.println(n); আৰু তাৰপিছত ইনক্রিমেন্ট n = n + 1;
02:12 এইভাবে, প্রথমে 1 প্রিন্ট হয় আৰু তাৰপিছত nঅৰ মান 2 হয়।
 02:18 তাৰপিছত লুপ কন্ডিশন পৰীক্ষা কৰা হয়।

 

 02:21 যিহেতু এইটো true হয়. 2 প্রিন্ট হইছে আৰু nঅৰ মান 3 হইছে।
 02:25   আৰু এইভাবে 10 প্রিন্ট নোহোৱালৈকে লুপ আগবাঢ়ি থাকে, তাৰ পিছত nঅৰ মান 11 হয় আৰু সেই কন্ডিশন true নহয় আৰু লুপ বন্ধ হব।

 

 02:37  সেয়ে এখন কর্মরত কোড দেখি।
 02:39  সংৰক্ষণ কৰক আৰু ৰান কৰক ।
 02:47 আমি যেনে চাব পাৰো, সংখয়াবোৰ 1 পৰা 10লৈ  প্রিন্ট কৰা  হৈছে।
 02:52 এতিয়া আমি সংখয়াবোৰ 50 পৰা 40 প্রিন্ট কৰিম
 02:58  সেয়ে আমি 50অৰ লগত আৰম্ভ কৰিম. n = 1 পৰা n = 50 লৈ পৰিবর্তন কৰক।
03:03 আৰু আমি 40 লৈ গৈছো ।
 03:05 অন্য শব্দত, যেতিয়ালৈকে  nঅৰ মান 40অৰ সমান বা তাতকৈ ডাঙৰ থাকে. সেয়ে কন্ডিশনটো nঅৰ মান 40অৰ সমান বা তাতকৈ ডাঙৰ বোলি সলনি কৰক
03:16 আৰু যিহেতু আমি ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যালৈ লুপিং কৰিছো, আমি লুপ ভ্যাৰিয়েবলক ডিক্রিমেন্ট কৰিছো ।
 03:22  সেয়ে n = n + 1 অক n = n - 1লৈ  পৰিবর্তন কৰক।

 

03:27  সংৰক্ষণ কৰক আৰু ৰান কৰক। অামি যেনেকৈ দেখিব পাৰো, সংখয়া 50 পৰা 40লৈ প্রিন্ট কৰা হৈছে 
 03:42 এতিয়া আমি 7অৰ প্রথম 10টা গুণক প্রিন্ট কৰিম ।
 03:48  সেইটো কৰিবলৈ , আমি 7 দি আৰম্ভ কৰিম ।
 03:50 সেয়ে n = 50 পৰা n = 7 লৈ সলনি কৰক আৰু তাৰ পিছত 70 দ্বাৰা শেষ কৰক।
 03:57 কন্ডিশন n লেস দেন অৰ ইকুয়েল টু 70 লৈ সলনি কৰক ।
 04:03 এইভাবে, আমি নিশ্চিত কৰো যে লুপ 70ত ৰখে 
 04:07   সেই গুণবোৰক পাবলৈ, আমি 7 দ্বাৰা লুপ ভ্যাৰিয়েবল ইনক্রিমেন্ট কৰিম।
 04:12 সেয়ে n = n - 1 পৰা n = n + 7লৈ সলনি কৰক।
 04:18   এইভাবে প্রথম 7 প্রিন্ট হয় আৰু তাৰ পিছত n অৰ মান 14 হয়, 14 প্রিন্ট হৈছে আৰু এইভাবে 70 লৈ। সংৰক্ষণ কৰক আৰু ৰান কৰক।
 04:33   আমি যেনে চাব পাৰো, 7অৰ প্রথম 10টা গুণবোৰ প্রিন্ট কৰা হৈছে।
 04:43 আমি এটা নম্বৰৰ সংখ্যা সমষ্টি পাবলৈ while লুপৰ ব্যবহাৰ কৰিব পাৰো  ।
 04:47 এইটো কেনেকৈ কৰে আমি চাও।
 04:49 প্রথমে মেন মেথড ক্লিয়াৰ কৰো।
 04:54 int n = 13876. এইটো এটা সংখ্যা।
05:02     তাৰ পিছত int dSum = 0. digit sumঅৰ বাবে, চিহ্নৰ সৈতে dSum ভ্যাৰিয়েবলত  সংখ্যাৰ সমষ্টি থাকে।
 05:18   while লিখক, প্রথম বন্ধনীত n গ্রেটাৰ দেন 0, ধনুর্বন্ধনী খোলক আৰু বন্ধ কৰক ।
 05:27 এই কন্ডিশন ব্যবহাৰৰ কাৰণ অলপ পিছত স্পষ্ট হয় যাব।
 05:32 সংখ্যায়বোৰৰ সমষ্টি পাবলৈ, প্রথমে সংখ্যাবোৰক পাব লাগিব।
 05:36 এইটো কৰিবলৈ আমি modulo operator ব্যবহাৰ কৰো 

 

 05:40 dSum = dSum + (n % 10) লিখক। সেয়ে আমি একক সংখ্যা পালো অাৰু এইটোক dsumলৈ যোগ কৰক।
 05:52 তাৰপিছত একক সংখ্যা মুছে পেলাই আমি ১0 দ্বাৰা ভাগ কৰো  । n = n / 10
06:08  সেয়ে যেতিয়া লুপটো প্রথমবাৰৰ কাৰনে ৰান হয়, dSum 6 হয় আৰু n 1387 হব।
06:15   অৰুযেতিয়া লুপটো দ্বিতীয়বাৰৰ কাৰনে ৰান হয়, dSum 7 আৰু 6 সমষ্টি হব যি 13 হয়, আৰু n 138 হব।
 06:22 সেয়ে যেনেকৈয়ে লোপটো আগবাঢ়ে, সংখয়াবোৰ আতৰি যায় আৰু শেষত
06:28   n 0 হয়। তাৰপিছত n গ্রেটার দেন 0 কন্ডিশন false হবআৰু লুপ ৰখি যাব 
06:36   সেয়ে এটা প্রিন্ট স্টেটমেন্ট যোগ কৰো
 06:42    System.out.println(dSum)
 06:51 এখন কর্মরত কোড দেখি। সংরক্ষণ করে রান করুন।
 06:59   আমি যেনে দেখিব পাৰো, সংখ্যাৰ সমষ্টি যি 25 হয়, প্রিন্ট কৰা হৈছে।
07:06 এনেধৰনে, এটা while লুপ, যি প্রোগ্রামিংত অধিক মৌলিক নির্মানৰ পৰা এটা হয়, ব্যবহাৰ কৰিব পৰা যায়।
 07:16  ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে
 07:20 এই টিউটোৰিয়ালেত আমি শিকিছো,

while loop আৰু ইয়াৰ ব্যবহাৰ।

07:26 এই টিউটৰীয়েলৰ বাবে এটা কাৰ্যয, নিম্নলিখিত প্রশ্নটি সমাধান কৰক।
 07:29 এটা সংখয়া দিয়া আছে,  ইয়াক while লুপ ব্যবহাৰ কৰি বিপৰীত মান গণনা কৰক। উদাহৰণস্বৰূপে: 19435 => 53491.
07:37 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ

তলৰ সংযোগত থকা ভিডিঅ’ চাওক। [1]   কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে

 07:45 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
07:50   কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.  এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
 07:57 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
08:03   কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
 08:07   ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
 08:12 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
 08:17   আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।


Contributors and Content Editors

Mousumi, Pratik kamble