Java/C2/while-loop/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:02 | জাভাত While Loopঅৰ বিশয়ে স্পকেন টিউটোৰিয়ালেলৈ আপনাক স্বাগতম। |
00:06 | এই টিউটোৰিয়ালেত, আপনি while loop আৰু ইয়াৰ ব্যবহাৰ সম্পর্কে শিকিব । |
00:12 | এই টিউটোৰিয়েলত আমি
উবুন্টু 11.10, JDK 1.6 আৰু Eclipse 3.7 ব্যবহাৰ কৰিছো। |
00:21 | এই টিউটোৰিয়েল অনুসৰণ কৰিবলৈ, 'relational operators in Javaৰ সম্পর্কে জ্ঞান থাকিব লাগিব |
00:26 | যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক |
00:36 | ইয়াত এইটো while লুপৰ স্ট্রাকচাৰ হয় । |
00:39 | ইয়াত দুটা অংশ আছে । |
00:41 | এটা হল loop running condition আৰু দ্বিতীয়টি হল loop variable. |
00:48 | এতিয়া এটা উদাহৰণ চাও। Eclipseঅত যাওক। |
00:55 | ইয়াত আমাৰ উচৰত eclipse IDE আছে আাৰু বাকি কোডবোৰৰ বাবে প্ৰয়োজনিয় skeleton আছে |
01:00 | আমি WhileDemo নামৰ ক্লাস এটা তৈয়াৰ কৰিছো আৰু ইয়াত মেন মেথড যোগ কৰিছো । |
01:05 | আমি while লুপ ব্যবহাৰ কৰি 1 পৰা 10 পর্যন্ত সংখয়াবোৰ প্রিন্ট কৰিম। টাইপ কৰক int n = 1। |
01:15 | এই n ভ্যারিয়েবল আমাৰ লুপ ভ্যাৰিয়েবল হব। |
01:21 | while লিখক, প্রথম বন্ধনীত n লেস দেন অৰ ইকুয়েল টু 10, ধনুর্বন্ধনী খুলক আৰু বন্ধ কৰক। |
01:33 | এই কন্ডিশনকে looping running condition বোলা হয়। |
01:37 | ইয়াৰ অর্থ হল, এই কন্ডিশন true হোৱাৰ লৈকে লুপটো চলি থাকিব । |
01:42 | এই ক্ষেত্রত, nৰ মান 10হত কে কম বা সমান হৈ থকা লৈকে ই চলি থাকিব। |
01:47 | আৰু ই বন্ধ হব যেতিয়া nঅৰ মান 10হতকে ডাঙৰ হব। |
01:53 | লুপৰ ভিতৰত, আমি nঅৰ মান প্রিন্ট কৰিম। |
01:58 | System.out.println(n); আৰু তাৰপিছত ইনক্রিমেন্ট n = n + 1; |
02:12 | এইভাবে, প্রথমে 1 প্রিন্ট হয় আৰু তাৰপিছত nঅৰ মান 2 হয়। |
02:18 | তাৰপিছত লুপ কন্ডিশন পৰীক্ষা কৰা হয়।
|
02:21 | যিহেতু এইটো true হয়. 2 প্রিন্ট হইছে আৰু nঅৰ মান 3 হইছে। |
02:25 | আৰু এইভাবে 10 প্রিন্ট নোহোৱালৈকে লুপ আগবাঢ়ি থাকে, তাৰ পিছত nঅৰ মান 11 হয় আৰু সেই কন্ডিশন true নহয় আৰু লুপ বন্ধ হব।
|
02:37 | সেয়ে এখন কর্মরত কোড দেখি। |
02:39 | সংৰক্ষণ কৰক আৰু ৰান কৰক । |
02:47 | আমি যেনে চাব পাৰো, সংখয়াবোৰ 1 পৰা 10লৈ প্রিন্ট কৰা হৈছে। |
02:52 | এতিয়া আমি সংখয়াবোৰ 50 পৰা 40 প্রিন্ট কৰিম |
02:58 | সেয়ে আমি 50অৰ লগত আৰম্ভ কৰিম. n = 1 পৰা n = 50 লৈ পৰিবর্তন কৰক। |
03:03 | আৰু আমি 40 লৈ গৈছো । |
03:05 | অন্য শব্দত, যেতিয়ালৈকে nঅৰ মান 40অৰ সমান বা তাতকৈ ডাঙৰ থাকে. সেয়ে কন্ডিশনটো nঅৰ মান 40অৰ সমান বা তাতকৈ ডাঙৰ বোলি সলনি কৰক |
03:16 | আৰু যিহেতু আমি ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যালৈ লুপিং কৰিছো, আমি লুপ ভ্যাৰিয়েবলক ডিক্রিমেন্ট কৰিছো । |
03:22 | সেয়ে n = n + 1 অক n = n - 1লৈ পৰিবর্তন কৰক।
|
03:27 | সংৰক্ষণ কৰক আৰু ৰান কৰক। অামি যেনেকৈ দেখিব পাৰো, সংখয়া 50 পৰা 40লৈ প্রিন্ট কৰা হৈছে |
03:42 | এতিয়া আমি 7অৰ প্রথম 10টা গুণক প্রিন্ট কৰিম । |
03:48 | সেইটো কৰিবলৈ , আমি 7 দি আৰম্ভ কৰিম । |
03:50 | সেয়ে n = 50 পৰা n = 7 লৈ সলনি কৰক আৰু তাৰ পিছত 70 দ্বাৰা শেষ কৰক। |
03:57 | কন্ডিশন n লেস দেন অৰ ইকুয়েল টু 70 লৈ সলনি কৰক । |
04:03 | এইভাবে, আমি নিশ্চিত কৰো যে লুপ 70ত ৰখে |
04:07 | সেই গুণবোৰক পাবলৈ, আমি 7 দ্বাৰা লুপ ভ্যাৰিয়েবল ইনক্রিমেন্ট কৰিম। |
04:12 | সেয়ে n = n - 1 পৰা n = n + 7লৈ সলনি কৰক। |
04:18 | এইভাবে প্রথম 7 প্রিন্ট হয় আৰু তাৰ পিছত n অৰ মান 14 হয়, 14 প্রিন্ট হৈছে আৰু এইভাবে 70 লৈ। সংৰক্ষণ কৰক আৰু ৰান কৰক। |
04:33 | আমি যেনে চাব পাৰো, 7অৰ প্রথম 10টা গুণবোৰ প্রিন্ট কৰা হৈছে। |
04:43 | আমি এটা নম্বৰৰ সংখ্যা সমষ্টি পাবলৈ while লুপৰ ব্যবহাৰ কৰিব পাৰো । |
04:47 | এইটো কেনেকৈ কৰে আমি চাও। |
04:49 | প্রথমে মেন মেথড ক্লিয়াৰ কৰো। |
04:54 | int n = 13876. এইটো এটা সংখ্যা। |
05:02 | তাৰ পিছত int dSum = 0. digit sumঅৰ বাবে, চিহ্নৰ সৈতে dSum ভ্যাৰিয়েবলত সংখ্যাৰ সমষ্টি থাকে। |
05:18 | while লিখক, প্রথম বন্ধনীত n গ্রেটাৰ দেন 0, ধনুর্বন্ধনী খোলক আৰু বন্ধ কৰক । |
05:27 | এই কন্ডিশন ব্যবহাৰৰ কাৰণ অলপ পিছত স্পষ্ট হয় যাব। |
05:32 | সংখ্যায়বোৰৰ সমষ্টি পাবলৈ, প্রথমে সংখ্যাবোৰক পাব লাগিব। |
05:36 | এইটো কৰিবলৈ আমি modulo operator ব্যবহাৰ কৰো
|
05:40 | dSum = dSum + (n % 10) লিখক। সেয়ে আমি একক সংখ্যা পালো অাৰু এইটোক dsumলৈ যোগ কৰক। |
05:52 | তাৰপিছত একক সংখ্যা মুছে পেলাই আমি ১0 দ্বাৰা ভাগ কৰো । n = n / 10 |
06:08 | সেয়ে যেতিয়া লুপটো প্রথমবাৰৰ কাৰনে ৰান হয়, dSum 6 হয় আৰু n 1387 হব। |
06:15 | অৰুযেতিয়া লুপটো দ্বিতীয়বাৰৰ কাৰনে ৰান হয়, dSum 7 আৰু 6 সমষ্টি হব যি 13 হয়, আৰু n 138 হব। |
06:22 | সেয়ে যেনেকৈয়ে লোপটো আগবাঢ়ে, সংখয়াবোৰ আতৰি যায় আৰু শেষত |
06:28 | n 0 হয়। তাৰপিছত n গ্রেটার দেন 0 কন্ডিশন false হবআৰু লুপ ৰখি যাব |
06:36 | সেয়ে এটা প্রিন্ট স্টেটমেন্ট যোগ কৰো |
06:42 | System.out.println(dSum) |
06:51 | এখন কর্মরত কোড দেখি। সংরক্ষণ করে রান করুন। |
06:59 | আমি যেনে দেখিব পাৰো, সংখ্যাৰ সমষ্টি যি 25 হয়, প্রিন্ট কৰা হৈছে। |
07:06 | এনেধৰনে, এটা while লুপ, যি প্রোগ্রামিংত অধিক মৌলিক নির্মানৰ পৰা এটা হয়, ব্যবহাৰ কৰিব পৰা যায়। |
07:16 | ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে |
07:20 | এই টিউটোৰিয়ালেত আমি শিকিছো,
while loop আৰু ইয়াৰ ব্যবহাৰ। |
07:26 | এই টিউটৰীয়েলৰ বাবে এটা কাৰ্যয, নিম্নলিখিত প্রশ্নটি সমাধান কৰক। |
07:29 | এটা সংখয়া দিয়া আছে, ইয়াক while লুপ ব্যবহাৰ কৰি বিপৰীত মান গণনা কৰক। উদাহৰণস্বৰূপে: 19435 => 53491. |
07:37 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ
তলৰ সংযোগত থকা ভিডিঅ’ চাওক। [1] কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
07:45 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
07:50 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
07:57 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
08:03 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
08:07 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
08:12 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
08:17 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
|