Java/C2/while-loop/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search

 

Time Narration
00:02 জাভাত While Loopঅৰ বিশয়ে স্পকেন টিউটোৰিয়ালেলৈ আপনাক স্বাগতম।
00:06  এই টিউটোৰিয়ালেত, আপনি while loop আৰু ইয়াৰ ব্যবহাৰ সম্পর্কে শিকিব ।
00:12  এই টিউটোৰিয়েলত আমি

উবুন্টু 11.10, JDK 1.6 আৰু Eclipse 3.7 ব্যবহাৰ কৰিছো।

00:21  এই টিউটোৰিয়েল অনুসৰণ কৰিবলৈ,  'relational operators in Javaৰ সম্পর্কে জ্ঞান থাকিব লাগিব
00:26      যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক
00:36 ইয়াত এইটো while লুপৰ স্ট্রাকচাৰ হয় ।
00:39 ইয়াত দুটা অংশ আছে ।
00:41 এটা হল loop running condition আৰু দ্বিতীয়টি হল loop variable.
00:48   এতিয়া এটা উদাহৰণ চাও। Eclipseঅত যাওক।
00:55  ইয়াত  আমাৰ উচৰত eclipse IDE আছে আাৰু বাকি কোডবোৰৰ বাবে প্ৰয়োজনিয় skeleton আছে
01:00  আমি WhileDemo নামৰ ক্লাস এটা তৈয়াৰ কৰিছো আৰু ইয়াত মেন মেথড যোগ কৰিছো ।
01:05 আমি while লুপ ব্যবহাৰ কৰি 1 পৰা 10 পর্যন্ত সংখয়াবোৰ প্রিন্ট কৰিম। টাইপ কৰক int n = 1।
01:15  এই n ভ্যারিয়েবল আমাৰ লুপ ভ্যাৰিয়েবল হব।
01:21  while লিখক, প্রথম বন্ধনীত n লেস দেন অৰ ইকুয়েল টু 10, ধনুর্বন্ধনী খুলক আৰু বন্ধ কৰক।
01:33 এই কন্ডিশনকে looping running condition বোলা হয়।
01:37 ইয়াৰ অর্থ হল, এই কন্ডিশন true হোৱাৰ লৈকে লুপটো চলি থাকিব ।
01:42 এই ক্ষেত্রত, nৰ মান 10হত কে কম বা সমান হৈ থকা লৈকে ই চলি থাকিব।
01:47 আৰু ই বন্ধ হব যেতিয়া nঅৰ মান 10হতকে ডাঙৰ হব।
01:53   লুপৰ ভিতৰত, আমি nঅৰ মান প্রিন্ট কৰিম।
01:58  System.out.println(n); আৰু তাৰপিছত ইনক্রিমেন্ট n = n + 1;
02:12 এইভাবে, প্রথমে 1 প্রিন্ট হয় আৰু তাৰপিছত nঅৰ মান 2 হয়।
02:18 তাৰপিছত লুপ কন্ডিশন পৰীক্ষা কৰা হয়।

 

02:21 যিহেতু এইটো true হয়. 2 প্রিন্ট হইছে আৰু nঅৰ মান 3 হইছে।
02:25   আৰু এইভাবে 10 প্রিন্ট নোহোৱালৈকে লুপ আগবাঢ়ি থাকে, তাৰ পিছত nঅৰ মান 11 হয় আৰু সেই কন্ডিশন true নহয় আৰু লুপ বন্ধ হব।

 

02:37  সেয়ে এখন কর্মরত কোড দেখি।
02:39  সংৰক্ষণ কৰক আৰু ৰান কৰক ।
02:47 আমি যেনে চাব পাৰো, সংখয়াবোৰ 1 পৰা 10লৈ  প্রিন্ট কৰা  হৈছে।
02:52 এতিয়া আমি সংখয়াবোৰ 50 পৰা 40 প্রিন্ট কৰিম
02:58  সেয়ে আমি 50অৰ লগত আৰম্ভ কৰিম. n = 1 পৰা n = 50 লৈ পৰিবর্তন কৰক।
03:03 আৰু আমি 40 লৈ গৈছো ।
03:05 অন্য শব্দত, যেতিয়ালৈকে  nঅৰ মান 40অৰ সমান বা তাতকৈ ডাঙৰ থাকে. সেয়ে কন্ডিশনটো nঅৰ মান 40অৰ সমান বা তাতকৈ ডাঙৰ বোলি সলনি কৰক
03:16 আৰু যিহেতু আমি ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যালৈ লুপিং কৰিছো, আমি লুপ ভ্যাৰিয়েবলক ডিক্রিমেন্ট কৰিছো ।
03:22  সেয়ে n = n + 1 অক n = n - 1লৈ  পৰিবর্তন কৰক।

 

03:27  সংৰক্ষণ কৰক আৰু ৰান কৰক। অামি যেনেকৈ দেখিব পাৰো, সংখয়া 50 পৰা 40লৈ প্রিন্ট কৰা হৈছে 
03:42 এতিয়া আমি 7অৰ প্রথম 10টা গুণক প্রিন্ট কৰিম ।
03:48  সেইটো কৰিবলৈ , আমি 7 দি আৰম্ভ কৰিম ।
03:50 সেয়ে n = 50 পৰা n = 7 লৈ সলনি কৰক আৰু তাৰ পিছত 70 দ্বাৰা শেষ কৰক।
03:57 কন্ডিশন n লেস দেন অৰ ইকুয়েল টু 70 লৈ সলনি কৰক ।
04:03 এইভাবে, আমি নিশ্চিত কৰো যে লুপ 70ত ৰখে 
04:07   সেই গুণবোৰক পাবলৈ, আমি 7 দ্বাৰা লুপ ভ্যাৰিয়েবল ইনক্রিমেন্ট কৰিম।
04:12 সেয়ে n = n - 1 পৰা n = n + 7লৈ সলনি কৰক।
04:18   এইভাবে প্রথম 7 প্রিন্ট হয় আৰু তাৰ পিছত n অৰ মান 14 হয়, 14 প্রিন্ট হৈছে আৰু এইভাবে 70 লৈ। সংৰক্ষণ কৰক আৰু ৰান কৰক।
04:33   আমি যেনে চাব পাৰো, 7অৰ প্রথম 10টা গুণবোৰ প্রিন্ট কৰা হৈছে।
04:43 আমি এটা নম্বৰৰ সংখ্যা সমষ্টি পাবলৈ while লুপৰ ব্যবহাৰ কৰিব পাৰো  ।
04:47 এইটো কেনেকৈ কৰে আমি চাও।
04:49 প্রথমে মেন মেথড ক্লিয়াৰ কৰো।
04:54 int n = 13876. এইটো এটা সংখ্যা।
05:02     তাৰ পিছত int dSum = 0. digit sumঅৰ বাবে, চিহ্নৰ সৈতে dSum ভ্যাৰিয়েবলত  সংখ্যাৰ সমষ্টি থাকে।
05:18   while লিখক, প্রথম বন্ধনীত n গ্রেটাৰ দেন 0, ধনুর্বন্ধনী খোলক আৰু বন্ধ কৰক ।
05:27 এই কন্ডিশন ব্যবহাৰৰ কাৰণ অলপ পিছত স্পষ্ট হয় যাব।
05:32 সংখ্যায়বোৰৰ সমষ্টি পাবলৈ, প্রথমে সংখ্যাবোৰক পাব লাগিব।
05:36 এইটো কৰিবলৈ আমি modulo operator ব্যবহাৰ কৰো 

 

05:40 dSum = dSum + (n % 10) লিখক। সেয়ে আমি একক সংখ্যা পালো অাৰু এইটোক dsumলৈ যোগ কৰক।
05:52 তাৰপিছত একক সংখ্যা মুছে পেলাই আমি ১0 দ্বাৰা ভাগ কৰো  । n = n / 10
06:08  সেয়ে যেতিয়া লুপটো প্রথমবাৰৰ কাৰনে ৰান হয়, dSum 6 হয় আৰু n 1387 হব।
06:15   অৰুযেতিয়া লুপটো দ্বিতীয়বাৰৰ কাৰনে ৰান হয়, dSum 7 আৰু 6 সমষ্টি হব যি 13 হয়, আৰু n 138 হব।
06:22 সেয়ে যেনেকৈয়ে লোপটো আগবাঢ়ে, সংখয়াবোৰ আতৰি যায় আৰু শেষত
06:28   n 0 হয়। তাৰপিছত n গ্রেটার দেন 0 কন্ডিশন false হবআৰু লুপ ৰখি যাব 
06:36   সেয়ে এটা প্রিন্ট স্টেটমেন্ট যোগ কৰো
06:42    System.out.println(dSum)
06:51 এখন কর্মরত কোড দেখি। সংরক্ষণ করে রান করুন।
06:59   আমি যেনে দেখিব পাৰো, সংখ্যাৰ সমষ্টি যি 25 হয়, প্রিন্ট কৰা হৈছে।
07:06 এনেধৰনে, এটা while লুপ, যি প্রোগ্রামিংত অধিক মৌলিক নির্মানৰ পৰা এটা হয়, ব্যবহাৰ কৰিব পৰা যায়।
07:16  ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে
07:20 এই টিউটোৰিয়ালেত আমি শিকিছো,

while loop আৰু ইয়াৰ ব্যবহাৰ।

07:26 এই টিউটৰীয়েলৰ বাবে এটা কাৰ্যয, নিম্নলিখিত প্রশ্নটি সমাধান কৰক।
07:29 এটা সংখয়া দিয়া আছে,  ইয়াক while লুপ ব্যবহাৰ কৰি বিপৰীত মান গণনা কৰক। উদাহৰণস্বৰূপে: 19435 => 53491.
07:37 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ

তলৰ সংযোগত থকা ভিডিঅ’ চাওক। [1]   কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে

07:45 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
07:50   কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.  এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
07:57 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
08:03   কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
08:07   ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
08:12 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
08:17   আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।


Contributors and Content Editors

Mousumi, Pratik kamble