Difference between revisions of "Java/C2/Switch-Case/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with '  {| border=1 || ''Time''' || '''Narration''' |- |  00:02 |  জাভাত Switch case ৰ উপৰত স্পকেন টিউটৰিয়েললৈ আপোন…')
 
Line 1: Line 1:
 
{| border=1
 
{| border=1
|| ''Time'''
+
|| '''Time'''
 
|| '''Narration'''
 
|| '''Narration'''
  
|-
 
|-
|  00:02
+
|00:02
 
|  জাভাত Switch case ৰ উপৰত স্পকেন টিউটৰিয়েললৈ আপোনাৰলোকক স্ৱাগতম
 
|  জাভাত Switch case ৰ উপৰত স্পকেন টিউটৰিয়েললৈ আপোনাৰলোকক স্ৱাগতম
 
|-
 
|-
|  00:06
+
|00:06
 
|  এই টিউটৰিয়েলত আপোনি জাভাত Switch case construct বয়ৱহাৰ কেনেকৈ কৰে, তাক শিকিব  
 
|  এই টিউটৰিয়েলত আপোনি জাভাত Switch case construct বয়ৱহাৰ কেনেকৈ কৰে, তাক শিকিব  
 
|-
 
|-
|  00:11
+
|00:11
 
|  এই টিউটৰিয়েলৰ কাৰনে আমি Ubuntu 11.10, JDK 1.6''' আৰু Eclipse 3.7.0 বয়ৱহাৰ কৰিম
 
|  এই টিউটৰিয়েলৰ কাৰনে আমি Ubuntu 11.10, JDK 1.6''' আৰু Eclipse 3.7.0 বয়ৱহাৰ কৰিম
 
|-
 
|-
|  00:21  
+
|00:21  
 
| এই টিউটৰিয়েলটোৰ কাৰনে জাভাত  if else statementৰ বিষয়ে আপোনি জানিব লাগিব  
 
| এই টিউটৰিয়েলটোৰ কাৰনে জাভাত  if else statementৰ বিষয়ে আপোনি জানিব লাগিব  
 
|-
 
|-
|  00:25
+
|00:25
 
| যদি নাজানে তেনেহলে এই বিষয়ে  সঠিক টিউটৰিয়েল আমাৰ ৱেবচাইটত চাওক  
 
| যদি নাজানে তেনেহলে এই বিষয়ে  সঠিক টিউটৰিয়েল আমাৰ ৱেবচাইটত চাওক  
  
|-
 
|-
|  00:32
+
|00:32
 
|   variableৰ মানৰ ওপৰত ভিত্তি কৰি এটা switch case কর্ম সঞ্চালন কৰিবলৈ বয়ৱহাৰ কৰা যায়  
 
|   variableৰ মানৰ ওপৰত ভিত্তি কৰি এটা switch case কর্ম সঞ্চালন কৰিবলৈ বয়ৱহাৰ কৰা যায়  
 
|-
 
|-
|  00:39  
+
|00:39  
 
| ইয়াত '''switch case statement'''ৰ বাবে চেন্টেক্চ আছে  
 
| ইয়াত '''switch case statement'''ৰ বাবে চেন্টেক্চ আছে  
  
|-
 
|-
|  00:44
+
|00:44
 
|  এতিয়া এইটোক চোৱা যাওক  
 
|  এতিয়া এইটোক চোৱা যাওক  
  
|-
 
|-
|   00:47
+
|00:47
 
|  মই ইতিমধেয় '''Eclipse''' খোলিছো  
 
|  মই ইতিমধেয় '''Eclipse''' খোলিছো  
  
|-
 
|-
|  00:49
+
|00:49
 
| মই এটা '''SwitchCaseDemo.''' নামৰ ক্লাচ এটা তৈয়াৰ কৰিছো  
 
| মই এটা '''SwitchCaseDemo.''' নামৰ ক্লাচ এটা তৈয়াৰ কৰিছো  
  
|-
 
|-
|  00:53
+
|00:53
 
|  এতিয়া আমি কিছো variables যোগ কৰো  
 
|  এতিয়া আমি কিছো variables যোগ কৰো  
  
|-
 
|-
|  00:57
+
|00:57
 
|  মেইন মেথদৰ ভিতৰত আমি type '''int'''ৰ '''variable day''' তৈয়াৰ কৰিছো  
 
|  মেইন মেথদৰ ভিতৰত আমি type '''int'''ৰ '''variable day''' তৈয়াৰ কৰিছো  
  
|-
 
|-
|  01:02
+
|01:02
 
|সেয়ে মেইন মেথদৰ ভিতৰত লিখক '' int day ''' আৰু আমি ইয়াক '''equal to''' '''3''' semi-colon বুলি এটা মান দিব পাৰে   
 
|সেয়ে মেইন মেথদৰ ভিতৰত লিখক '' int day ''' আৰু আমি ইয়াক '''equal to''' '''3''' semi-colon বুলি এটা মান দিব পাৰে   
  
|-
 
|-
|  01:12
+
|01:12
 
| এতিয়া type '''String.'''ৰ '''variable dName'''ৰ এটা নিৰ্মিত কৰো  
 
| এতিয়া type '''String.'''ৰ '''variable dName'''ৰ এটা নিৰ্মিত কৰো  
  
|-
 
|-
|  01:18
+
|01:18
 
| String dName আমি ইয়াক linitialize কৰিব পাৰো  
 
| String dName আমি ইয়াক linitialize কৰিব পাৰো  
  
|-     
 
|-     
| 01:25
+
|01:25
 
| ইয়াত এটা সপ্তাহৰ দিনবোৰৰ নাম বোৰ ৰাখিবলৈ ''dName এটা ভেৰিয়েবল হয়    
 
| ইয়াত এটা সপ্তাহৰ দিনবোৰৰ নাম বোৰ ৰাখিবলৈ ''dName এটা ভেৰিয়েবল হয়    
  
|-
 
|-
|  01:34
+
|01:34
 
| '''day''  য়ে  '''day number''' সংৰক্ষন কৰে  
 
| '''day''  য়ে  '''day number''' সংৰক্ষন কৰে  
  
|-
 
|-
|  01:36
+
|01:36
 
| এতিয়া আমি ''switch case statement টাইপ কৰিম. সেয়ে পিছৰ লাইন লিখক  
 
| এতিয়া আমি ''switch case statement টাইপ কৰিম. সেয়ে পিছৰ লাইন লিখক  
  
|-
 
|-
|  01:43
+
|01:43
 
|  '''switch '''বনদ্ধনিত ''' day , '''তাৰ পিছত curly brackets খোলক ... এন্টাৰ টিপক  
 
|  '''switch '''বনদ্ধনিত ''' day , '''তাৰ পিছত curly brackets খোলক ... এন্টাৰ টিপক  
  
|-
 
|-
|  01:52
+
|01:52
 
|  এই statementতে বোজায় যে সেই কেচটোৰ কাৰনে কোনটো ভেৰিয়েবল বিবেচনাৰ অধীনত আছে  
 
|  এই statementতে বোজায় যে সেই কেচটোৰ কাৰনে কোনটো ভেৰিয়েবল বিবেচনাৰ অধীনত আছে  
 
|-
 
|-
|  01:59
+
|01:59
 
| পিছৰ লাইনত লিখক  
 
| পিছৰ লাইনত লিখক  
  
|-
 
|-
|  02:01
+
|02:01
 
| '''case 0 '''''colon''
 
| '''case 0 '''''colon''
  
|-
 
|-
|  02:04
+
|02:04
 
|পিছৰ লাইনত লিখক   '''dName '''''equal to double quotesত ''''' Sunday '''''semicolon''
 
|পিছৰ লাইনত লিখক   '''dName '''''equal to double quotesত ''''' Sunday '''''semicolon''
 
|-
 
|-
|  02:14
+
|02:14
 
| তাৰ পিছত পিছৰ লাইন লিখক ''break '''''  
 
| তাৰ পিছত পিছৰ লাইন লিখক ''break '''''  
  
|-
 
|-
|  02:17
+
|02:17
 
| এই statementতে কয় যে যদি সেই দিনটো ০ হয় তেন্তে   '''dName'''ক  '''Sunday'''লৈ নির্ধাৰণ কৰা আবশ্যক
 
| এই statementতে কয় যে যদি সেই দিনটো ০ হয় তেন্তে   '''dName'''ক  '''Sunday'''লৈ নির্ধাৰণ কৰা আবশ্যক
  
|-
 
|-
|  02:26
+
|02:26
 
| মন কৰক যে  প্ৰতিটো কেচ  মানে স্থলৰ অন্তত ''break''' statement বয়ৱহাৰ কৰা আবশ্যক
 
| মন কৰক যে  প্ৰতিটো কেচ  মানে স্থলৰ অন্তত ''break''' statement বয়ৱহাৰ কৰা আবশ্যক
 
|-
 
|-
|  02:31
+
|02:31
 
| ''break''' statement নোহোৱাত switch-case য়ে জটিল ফ্যাশনত ফাংশন কৰে   
 
| ''break''' statement নোহোৱাত switch-case য়ে জটিল ফ্যাশনত ফাংশন কৰে   
  
|-
 
|-
|  02:35
+
|02:35
 
| ই পৰৱৰ্তি টিউটৰিয়েলত সংজ্ঞায়িত কৰা হব  
 
| ই পৰৱৰ্তি টিউটৰিয়েলত সংজ্ঞায়িত কৰা হব  
 
|-
 
|-
|  02:40
+
|02:40
 
|   একেধৰনে বাকী স্থলখিনিকো টাইপ কৰা হব  
 
|   একেধৰনে বাকী স্থলখিনিকো টাইপ কৰা হব  
  
|-
 
|-
| 02:45
+
|02:45
 
|  পিছৰ লাইন টাইপ কৰক '''case 1 '''''colon''
 
|  পিছৰ লাইন টাইপ কৰক '''case 1 '''''colon''
 
|-
 
|-
| 02:50
+
|02:50
 
| পিছৰ লাইন '''dName '''''equal to double quotesত''''' Monday '''''semicolon''
 
| পিছৰ লাইন '''dName '''''equal to double quotesত''''' Monday '''''semicolon''
 
|-
 
|-
| 02:56
+
|02:56
 
|পিছৰ লাইন টাইপ কৰক '''break '''
 
|পিছৰ লাইন টাইপ কৰক '''break '''
 
|-
 
|-
| 02:58
+
|02:58
 
|তাৰ পিছত টাইপ কৰক '''case 2 '''''colon''
 
|তাৰ পিছত টাইপ কৰক '''case 2 '''''colon''
 
|-
 
|-
| 03:01
+
|03:01
 
|পিছৰ লাইন '''dName '''''equal to  ''''' Tuesday ''''' তাৰ পিছত  semicolon''
 
|পিছৰ লাইন '''dName '''''equal to  ''''' Tuesday ''''' তাৰ পিছত  semicolon''
 
|-
 
|-
| 03:06
+
|03:06
 
| পিছৰ লাইন টাইপ কৰক '''break '''
 
| পিছৰ লাইন টাইপ কৰক '''break '''
 
|-
 
|-
| 03:08
+
|03:08
 
| তাৰ পিছত পিছৰ লাইন '''case 3 '''''colon''
 
| তাৰ পিছত পিছৰ লাইন '''case 3 '''''colon''
 
|-
 
|-
| 03:12
+
|03:12
 
| পিছৰ লাইন টাইপ কৰক '''dName '''''equal to double quotesত''''' Wednesday ''''' তাৰ পিছত semicolon''
 
| পিছৰ লাইন টাইপ কৰক '''dName '''''equal to double quotesত''''' Wednesday ''''' তাৰ পিছত semicolon''
 
|-
 
|-
| 03:18
+
|03:18
 
|পিছৰ লাইন টাইপ কৰক '''break '''
 
|পিছৰ লাইন টাইপ কৰক '''break '''
 
|-
 
|-
| 03:20
+
|03:20
 
| তাৰ পিছত '''case 4  '''''colon''
 
| তাৰ পিছত '''case 4  '''''colon''
 
|-
 
|-
| 03:24
+
|03:24
 
|পিছৰ লাইন '''dName '''''equal to double quotesত''''' Thursday '''''তাৰপিছত semicolon''
 
|পিছৰ লাইন '''dName '''''equal to double quotesত''''' Thursday '''''তাৰপিছত semicolon''
 
|-
 
|-
| 03:32
+
|03:32
 
|তাৰপিছত '''break '''
 
|তাৰপিছত '''break '''
 
|-
 
|-
| 03:24
+
|03:24
 
| তাৰ পিছত পিছৰ লাইন টাইপ কৰক'''case 5 '''''colon''
 
| তাৰ পিছত পিছৰ লাইন টাইপ কৰক'''case 5 '''''colon''
  
|-
 
|-
| 03:37
+
|03:37
 
| '''dName '''''equal to double quotesত''''' Friday '''''তাৰ পিছত semicolon''
 
| '''dName '''''equal to double quotesত''''' Friday '''''তাৰ পিছত semicolon''
  
|-
 
|-
| 03:41
+
|03:41
 
| তাৰ পিছত ''break '''  
 
| তাৰ পিছত ''break '''  
 
|-
 
|-
| 03:43
+
|03:43
 
| তাৰ পিছত ''' case 6 '''''colon''
 
| তাৰ পিছত ''' case 6 '''''colon''
  
|-
 
|-
| 03:47
+
|03:47
 
| পিছৰ লাইন টাইপ কৰক '''dName '''''equal to double quotesত''''' Saturday '''''তাৰ পিছত semicolon''
 
| পিছৰ লাইন টাইপ কৰক '''dName '''''equal to double quotesত''''' Saturday '''''তাৰ পিছত semicolon''
 
|-
 
|-
| 03:55
+
|03:55
 
|তাৰ পিছত টাইপ কৰক  '''break ''' semicolon
 
|তাৰ পিছত টাইপ কৰক  '''break ''' semicolon
 
 ''' case 6 '''''colon''   
 
 ''' case 6 '''''colon''   
 
|-
 
|-
| 03:59
+
|03:59
 
| তাৰ পিছত brackets বন্ধ কৰক  
 
| তাৰ পিছত brackets বন্ধ কৰক  
  
|-
 
|-
| 04:03
+
|04:03
 
|  এতিয়া এটা print statement যোগ কৰা যাওক আৰু ক্রিয়াত কোড বোৰ চাও.
 
|  এতিয়া এটা print statement যোগ কৰা যাওক আৰু ক্রিয়াত কোড বোৰ চাও.
 
|-
 
|-
|   04:07
+
|04:07
 
|  সেয়ে পিছৰ লাইন টাইপ কৰক '''System '''''dot '''''out '''''dot '''''println '''''bracketsত '''''dName ''''' তাৰ পিছত semicolon.''
 
|  সেয়ে পিছৰ লাইন টাইপ কৰক '''System '''''dot '''''out '''''dot '''''println '''''bracketsত '''''dName ''''' তাৰ পিছত semicolon.''
 
|-
 
|-
|  04:16
+
|04:16
 
| এতিয়া ফাইলটো সংৰক্ষন কৰক আৰু ৰান কৰক  
 
| এতিয়া ফাইলটো সংৰক্ষন কৰক আৰু ৰান কৰক  
  
|-
 
|-
|  04:20
+
|04:20
 
| এতিয়া Ctrl S আৰু Ctrl F11 keys টিপক  
 
| এতিয়া Ctrl S আৰু Ctrl F11 keys টিপক  
 
|-
 
|-
|  04:25
+
|04:25
 
|  আমি আউটপোট হিচাবে '''Wednesday''' পাও যি case '''3'''লৈ সংশ্লিষ্ট কৰা হয়.''  
 
|  আমি আউটপোট হিচাবে '''Wednesday''' পাও যি case '''3'''লৈ সংশ্লিষ্ট কৰা হয়.''  
 
|-
 
|-
|  04:31
+
|04:31
 
| এতিয়া দিনৰ মান টো সলনি কৰা যাওক আৰু ফলাফলটো চোৱা যাওক  
 
| এতিয়া দিনৰ মান টো সলনি কৰা যাওক আৰু ফলাফলটো চোৱা যাওক  
 
|-
 
|-
| 04:35
+
|04:35
 
|  সেয়ে '''3''' পৰা  '''0''' লৈ সলনি কৰক  
 
|  সেয়ে '''3''' পৰা  '''0''' লৈ সলনি কৰক  
 
|-
 
|-
|  04:38  
+
|04:38  
 
| এতিয়া ফাইলটো সংৰক্ষন কৰক আৰু ৰান কৰক  
 
| এতিয়া ফাইলটো সংৰক্ষন কৰক আৰু ৰান কৰক  
 
|-
 
|-
|  04:40
+
|04:40
 
| আমি যেনে চাব পাৰো , সেই আউটপুতো  '''Sunday''' হয় যি case '''0''' লৈ সংশ্লিষ্ট কৰা হয়.''  
 
| আমি যেনে চাব পাৰো , সেই আউটপুতো  '''Sunday''' হয় যি case '''0''' লৈ সংশ্লিষ্ট কৰা হয়.''  
  
|-
 
|-
|  04:46
+
|04:46
 
| এতিয়া কি, যদি মানটোলৈ সংশ্লিষ্ট হোৱা কোনো কেচ নাই . সেয়ে দেখা যাওক  
 
| এতিয়া কি, যদি মানটোলৈ সংশ্লিষ্ট হোৱা কোনো কেচ নাই . সেয়ে দেখা যাওক  
  
|-
 
|-
| 04 :52
+
|04 :52
 
|  দিনৰ মানটো equal to -1 লৈ সলনি কৰক . ফাইলটো সংৰক্ষন কৰক আৰু ৰান কৰক   
 
|  দিনৰ মানটো equal to -1 লৈ সলনি কৰক . ফাইলটো সংৰক্ষন কৰক আৰু ৰান কৰক   
 
|-
 
|-
|  04:58
+
|04:58
 
| আমি যেনে চাব পাৰো, তাত কোনো আউটপুত নাই  
 
| আমি যেনে চাব পাৰো, তাত কোনো আউটপুত নাই  
 
|-
 
|-
|  05:01
+
|05:01
 
| কিন্তু এইটো ভাল হব যদি অনয় সকলো মানৰ বাবে  অামাৰ উচৰত এটা কেচ আছে  
 
| কিন্তু এইটো ভাল হব যদি অনয় সকলো মানৰ বাবে  অামাৰ উচৰত এটা কেচ আছে  
  
|-
 
|-
|  05:06
+
|05:06
 
| সেইটো কৰা '''default''' keyword বয়ৱহাৰ কৰি  
 
| সেইটো কৰা '''default''' keyword বয়ৱহাৰ কৰি  
 
|-
 
|-
|   05:09
+
|05:09
 
|সেয়ে শেষৰ কেচৰ পিছত লিখক  
 
|সেয়ে শেষৰ কেচৰ পিছত লিখক  
  
|-
 
|-
|  05:12
+
|05:12
 
| '''default '''''colon''
 
| '''default '''''colon''
  
|-
 
|-
| 05:14  
+
|05:14  
 
|পিছৰ লাইনত '''dName '''''equal to double quotesত '''''Wrong Choice''''' তাৰ পিছত semicolon''
 
|পিছৰ লাইনত '''dName '''''equal to double quotesত '''''Wrong Choice''''' তাৰ পিছত semicolon''
 
|-
 
|-
| 05:24  
+
|05:24  
 
|পিছৰ লাইনত  '''break '''''semicolon''
 
|পিছৰ লাইনত  '''break '''''semicolon''
 
|-
 
|-
|  05:27
+
|05:27
 
| আমি  '''case default''' বুলি নকও   
 
| আমি  '''case default''' বুলি নকও   
  
|-
 
|-
|  05:30  
+
|05:30  
 
| মন কৰক যে আমি  কেবল '''default''' কি ৱৰ্দ বয়ৱহাৰ কৰো  
 
| মন কৰক যে আমি  কেবল '''default''' কি ৱৰ্দ বয়ৱহাৰ কৰো  
  
|-
 
|-
|  05:34
+
|05:34
 
| এতিয়া কদটো ৰান কৰো . সেয়ে ফাইলটো সংৰক্ষন কৰক আৰু ৰান কৰক  
 
| এতিয়া কদটো ৰান কৰো . সেয়ে ফাইলটো সংৰক্ষন কৰক আৰু ৰান কৰক  
 
|-
 
|-
|  05:38
+
|05:38
 
| আমি যেনে চাব পাৰো সেই দিফল্ট কেচটো প্ৰৰ্দশন কৰা হৈছে আৰু লাগতিয়াল মেচেজ '''Wrong choice'''  প্ৰীন্ট কৰা হৈছে  
 
| আমি যেনে চাব পাৰো সেই দিফল্ট কেচটো প্ৰৰ্দশন কৰা হৈছে আৰু লাগতিয়াল মেচেজ '''Wrong choice'''  প্ৰীন্ট কৰা হৈছে  
  
|-
 
|-
|  05:45
+
|05:45
 
| অনয় কোনো এটা মানৰ লগত চেস্টা কৰা যাওক  
 
| অনয় কোনো এটা মানৰ লগত চেস্টা কৰা যাওক  
 
|-
 
|-
| 05:48
+
|05:48
 
|  ''-1'''ৰ পৰা  '''15''' লৈ সলনি কৰক  
 
|  ''-1'''ৰ পৰা  '''15''' লৈ সলনি কৰক  
 
|-
 
|-
|  05:51
+
|05:51
 
| আমি যেনে চাব পাৰো, আকৌ সেই দিফল্ট কেচটো প্ৰৰ্দশন কৰা হৈছে
 
| আমি যেনে চাব পাৰো, আকৌ সেই দিফল্ট কেচটো প্ৰৰ্দশন কৰা হৈছে
 
|-
 
|-
| 05:57
+
|05:57
 
|   এতিয়া যদি আমি break statement অতৰুৱাই দিও তেতিয়া কি ঘটে চাও  
 
|   এতিয়া যদি আমি break statement অতৰুৱাই দিও তেতিয়া কি ঘটে চাও  
 
|-
 
|-
| 06:01
+
|06:01
 
| সেয়ে '''day = 15''' পৰা '''day = 4'''লৈ সলনি কৰা যাওক  
 
| সেয়ে '''day = 15''' পৰা '''day = 4'''লৈ সলনি কৰা যাওক  
  
|-
 
|-
|  06:07     
+
|06:07     
 
|   '''day =4'''ৰ বাবে সংশ্লিষ্ট break statement অতৰুৱাওক  
 
|   '''day =4'''ৰ বাবে সংশ্লিষ্ট break statement অতৰুৱাওক  
 
|-
 
|-
|  06:12
+
|06:12
 
|  এতিয়া সংৰক্ষন আৰু ৰান কৰক  
 
|  এতিয়া সংৰক্ষন আৰু ৰান কৰক  
 
|-
 
|-
|  06:15
+
|06:15
 
| যদিও কেচটো 4 হয়, আমি আউটপোটতো ''' Friday''' হিচাবে পাও আৰু '''Thursday''' নহয়  
 
| যদিও কেচটো 4 হয়, আমি আউটপোটতো ''' Friday''' হিচাবে পাও আৰু '''Thursday''' নহয়  
 
|-
 
|-
|  06:20
+
|06:20
 
|  switch case কাম কৰা পদ্ধতিৰ কাৰনে   
 
|  switch case কাম কৰা পদ্ধতিৰ কাৰনে   
  
|-
 
|-
|  06:24
+
|06:24
 
| প্ৰথমে দিনটোৰা মান ০ সৈতে তুলনা কৰা  
 
| প্ৰথমে দিনটোৰা মান ০ সৈতে তুলনা কৰা  
  
|-
 
|-
|  06:29
+
|06:29
 
| তাৰপিছত ১ৰ সৈতে তাৰ পিছত ২ ৰ সৈতে আৰু সেয়ে সকলো সম্ভাব্না  কেচৰ সৈতে  
 
| তাৰপিছত ১ৰ সৈতে তাৰ পিছত ২ ৰ সৈতে আৰু সেয়ে সকলো সম্ভাব্না  কেচৰ সৈতে  
  
|-
 
|-
|  06:34
+
|06:34
 
|  যেতিয়া এটা match মানে সমকক্ষতা পোৱা হয়, ই matchৰ পিছত সকলো কেচ প্ৰৰ্দশন কৰে  
 
|  যেতিয়া এটা match মানে সমকক্ষতা পোৱা হয়, ই matchৰ পিছত সকলো কেচ প্ৰৰ্দশন কৰে  
 
|-
 
|-
|  06:42
+
|06:42
 
| আমাৰ ক্ষেত্ৰত ই কেচ ৪ৰ পিছত কেচ ৫ প্ৰৰ্দশন কৰে  
 
| আমাৰ ক্ষেত্ৰত ই কেচ ৪ৰ পিছত কেচ ৫ প্ৰৰ্দশন কৰে  
  
|-
 
|-
|  06:47
+
|06:47
 
| তাৰ পিছত ই ৰখি যায়, case 5ত থকা break statementৰ কাৰনে  
 
| তাৰ পিছত ই ৰখি যায়, case 5ত থকা break statementৰ কাৰনে  
 
|-
 
|-
|  06:53
+
|06:53
 
|সেইটোক বাধা দিবলৈ আমি প্ৰতি ক্ষেত্ৰতে 'break''' statement যোগ কৰিব লাগিব   
 
|সেইটোক বাধা দিবলৈ আমি প্ৰতি ক্ষেত্ৰতে 'break''' statement যোগ কৰিব লাগিব   
 
|-
 
|-
| 06:57
+
|06:57
 
| এতিয়া আমি অতৰুৱা break statement টো যোগ কৰা যাওক  
 
| এতিয়া আমি অতৰুৱা break statement টো যোগ কৰা যাওক  
  
|-
 
|-
|  07:00
+
|07:00
 
| সেয়ে টাইপ কৰক ''' break '''''semicolon.''
 
| সেয়ে টাইপ কৰক ''' break '''''semicolon.''
  
|-
 
|-
|  07:05
+
|07:05
 
| এতিয়া কদটো ৰান কৰা যাওক  
 
| এতিয়া কদটো ৰান কৰা যাওক  
 
|-
 
|-
|  07:08
+
|07:08
 
|  আমি যেনে চাব পাৰো , এতিয়া হে '''case 4''' প্ৰৰ্দশন কৰা হয়  
 
|  আমি যেনে চাব পাৰো , এতিয়া হে '''case 4''' প্ৰৰ্দশন কৰা হয়  
  
|-
 
|-
|  07:13
+
|07:13
 
| নিয়ম হিচাবে, এৰৰ বোৰক বাধা দিবলৈ প্ৰতিটো ক্ষেত্ৰতে '''break''' statement  বয়ৱহাৰ কৰিবলৈ মনত ৰাখিব   
 
| নিয়ম হিচাবে, এৰৰ বোৰক বাধা দিবলৈ প্ৰতিটো ক্ষেত্ৰতে '''break''' statement  বয়ৱহাৰ কৰিবলৈ মনত ৰাখিব   
  
|-
 
|-
| 07:20
+
|07:20
 
|  ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে  
 
|  ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে  
  
|-
 
|-
|  07:22
+
|07:22
 
| এই টিউটৰীয়েলত আমি switch case construct কেনেকৈ বয়ৱহাৰ কৰে আৰু break statement.'''  কেনেকৈ বয়ৱহাৰ কৰে,  শিকিলো  
 
| এই টিউটৰীয়েলত আমি switch case construct কেনেকৈ বয়ৱহাৰ কৰে আৰু break statement.'''  কেনেকৈ বয়ৱহাৰ কৰে,  শিকিলো  
  
|-
 
|-
| 07:30
+
|07:30
 
|  এই টিউটৰীয়েলৰ কাৰনে এটা  কাৰ্য্, এটা প্ৰগ্ৰাম লিখক যত নাম আৰু লিঙ্গ ভেৰিয়াবল হিচাবে আছে . switch case statement বয়ৱহাৰ কৰক যিয়ে  “Hello Mr....” পুৰুষৰ কাৰনে আৰু “Hello Ms...” মহিলাৰ কাৰনে প্ৰীন্ট কৰে
 
|   07:44
+
|07:44
 
| spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
 
| spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
 
|-
 
|-
|  07:53
+
|07:53
 
| যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
 
| যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
  
|-
 
|-
|  07:58
+
|07:58
 
|  কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
 
|  কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
  
|-
 
|-
|  08:06
+
|08:06
 
| অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
 
| অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
  
|-
 
|-
|   08:12
+
|08:12
 
|কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
 
|কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
  
|-
 
|-
|  08:17
+
|08:17
 
| ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
 
| ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
  
|-
 
|-
|  08:22
+
|08:22
 
| এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
 
| এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
  
|-
 
|-
|  08:31
+
|08:31
 
|  আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
 
|  আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
  
|}
 
|}

Revision as of 11:21, 23 June 2014

Time Narration
00:02   জাভাত Switch case ৰ উপৰত স্পকেন টিউটৰিয়েললৈ আপোনাৰলোকক স্ৱাগতম
00:06   এই টিউটৰিয়েলত আপোনি জাভাত Switch case construct বয়ৱহাৰ কেনেকৈ কৰে, তাক শিকিব
00:11   এই টিউটৰিয়েলৰ কাৰনে আমি Ubuntu 11.10, JDK 1.6 আৰু Eclipse 3.7.0 বয়ৱহাৰ কৰিম
00:21 এই টিউটৰিয়েলটোৰ কাৰনে জাভাত  if else statementৰ বিষয়ে আপোনি জানিব লাগিব
00:25 যদি নাজানে তেনেহলে এই বিষয়ে  সঠিক টিউটৰিয়েল আমাৰ ৱেবচাইটত চাওক
00:32    variableৰ মানৰ ওপৰত ভিত্তি কৰি এটা switch case কর্ম সঞ্চালন কৰিবলৈ বয়ৱহাৰ কৰা যায়
00:39 ইয়াত switch case statementৰ বাবে চেন্টেক্চ আছে
00:44 এতিয়া এইটোক চোৱা যাওক
00:47   মই ইতিমধেয় Eclipse খোলিছো
00:49 মই এটা SwitchCaseDemo. নামৰ ক্লাচ এটা তৈয়াৰ কৰিছো
00:53 এতিয়া আমি কিছো variables যোগ কৰো
00:57   মেইন মেথদৰ ভিতৰত আমি type intvariable day তৈয়াৰ কৰিছো
01:02 সেয়ে মেইন মেথদৰ ভিতৰত লিখক int day আৰু আমি ইয়াক equal to' 3 semi-colon বুলি এটা মান দিব পাৰে 
01:12 এতিয়া type String.variable dNameৰ এটা নিৰ্মিত কৰো
01:18 String dName আমি ইয়াক linitialize কৰিব পাৰো
01:25 ইয়াত এটা সপ্তাহৰ দিনবোৰৰ নাম বোৰ ৰাখিবলৈ dName এটা ভেৰিয়েবল হয়  
01:34  'day  য়ে  day number সংৰক্ষন কৰে
01:36 এতিয়া আমি switch case statement টাইপ কৰিম. সেয়ে পিছৰ লাইন লিখক
01:43   switch বনদ্ধনিত day , তাৰ পিছত curly brackets খোলক ... এন্টাৰ টিপক
01:52   এই statementতে বোজায় যে সেই কেচটোৰ কাৰনে কোনটো ভেৰিয়েবল বিবেচনাৰ অধীনত আছে
01:59  পিছৰ লাইনত লিখক
02:01 case 0 colon
02:04 পিছৰ লাইনত লিখক   dName equal to double quotesত Sunday semicolon
02:14 তাৰ পিছত পিছৰ লাইন লিখক break
02:17 এই statementতে কয় যে যদি সেই দিনটো ০ হয় তেন্তে   dNameক  Sundayলৈ নির্ধাৰণ কৰা আবশ্যক
02:26 মন কৰক যে  প্ৰতিটো কেচ  মানে স্থলৰ অন্তত break' statement বয়ৱহাৰ কৰা আবশ্যক
02:31 break' statement নোহোৱাত switch-case য়ে জটিল ফ্যাশনত ফাংশন কৰে 
02:35 ই পৰৱৰ্তি টিউটৰিয়েলত সংজ্ঞায়িত কৰা হব
02:40    একেধৰনে বাকী স্থলখিনিকো টাইপ কৰা হব
02:45   পিছৰ লাইন টাইপ কৰক case 1 colon
02:50 পিছৰ লাইন dName equal to double quotesত Monday semicolon
02:56 পিছৰ লাইন টাইপ কৰক break
02:58 তাৰ পিছত টাইপ কৰক case 2 colon
03:01 পিছৰ লাইন dName equal to  Tuesday তাৰ পিছত  semicolon
03:06 পিছৰ লাইন টাইপ কৰক break
03:08 তাৰ পিছত পিছৰ লাইন case 3 colon
03:12 পিছৰ লাইন টাইপ কৰক dName equal to double quotesত Wednesday তাৰ পিছত semicolon
03:18 পিছৰ লাইন টাইপ কৰক break
03:20  তাৰ পিছত case 4  colon
03:24 পিছৰ লাইন dName equal to double quotesত Thursday তাৰপিছত semicolon
03:32 তাৰপিছত break
03:24 তাৰ পিছত পিছৰ লাইন টাইপ কৰকcase 5 colon
03:37 dName equal to double quotesত Friday তাৰ পিছত semicolon
03:41 তাৰ পিছত break '
03:43 তাৰ পিছত case 6 colon
03:47  পিছৰ লাইন টাইপ কৰক dName equal to double quotesত Saturday তাৰ পিছত semicolon
03:55 তাৰ পিছত টাইপ কৰক  break semicolon

  case 6 colon 

03:59 তাৰ পিছত brackets বন্ধ কৰক
04:03   এতিয়া এটা print statement যোগ কৰা যাওক আৰু ক্রিয়াত কোড বোৰ চাও.
04:07   সেয়ে পিছৰ লাইন টাইপ কৰক System dot out dot println bracketsত dName তাৰ পিছত semicolon.
04:16 এতিয়া ফাইলটো সংৰক্ষন কৰক আৰু ৰান কৰক
04:20 এতিয়া Ctrl S আৰু Ctrl F11 keys টিপক
04:25   আমি আউটপোট হিচাবে Wednesday পাও যি case 3লৈ সংশ্লিষ্ট কৰা হয়.
04:31 এতিয়া দিনৰ মান টো সলনি কৰা যাওক আৰু ফলাফলটো চোৱা যাওক
04:35   সেয়ে 3 পৰা  0 লৈ সলনি কৰক
04:38 এতিয়া ফাইলটো সংৰক্ষন কৰক আৰু ৰান কৰক
04:40 আমি যেনে চাব পাৰো , সেই আউটপুতো  Sunday হয় যি case 0 লৈ সংশ্লিষ্ট কৰা হয়.
04:46 এতিয়া কি, যদি মানটোলৈ সংশ্লিষ্ট হোৱা কোনো কেচ নাই . সেয়ে দেখা যাওক
04 :52   দিনৰ মানটো equal to -1 লৈ সলনি কৰক . ফাইলটো সংৰক্ষন কৰক আৰু ৰান কৰক 
04:58 আমি যেনে চাব পাৰো, তাত কোনো আউটপুত নাই
05:01 কিন্তু এইটো ভাল হব যদি অনয় সকলো মানৰ বাবে  অামাৰ উচৰত এটা কেচ আছে
05:06 সেইটো কৰা default keyword বয়ৱহাৰ কৰি
05:09 সেয়ে শেষৰ কেচৰ পিছত লিখক
05:12 default colon
05:14 পিছৰ লাইনত dName equal to double quotesত Wrong Choice তাৰ পিছত semicolon
05:24 পিছৰ লাইনত  break semicolon
05:27 আমি  case default বুলি নকও 
05:30 মন কৰক যে আমি  কেবল default কি ৱৰ্দ বয়ৱহাৰ কৰো
05:34 এতিয়া কদটো ৰান কৰো . সেয়ে ফাইলটো সংৰক্ষন কৰক আৰু ৰান কৰক

05:38 আমি যেনে চাব পাৰো সেই দিফল্ট কেচটো প্ৰৰ্দশন কৰা হৈছে আৰু লাগতিয়াল মেচেজ Wrong choice  প্ৰীন্ট কৰা হৈছে
05:45 অনয় কোনো এটা মানৰ লগত চেস্টা কৰা যাওক
05:48   -1'ৰ পৰা  15 লৈ সলনি কৰক
05:51 আমি যেনে চাব পাৰো, আকৌ সেই দিফল্ট কেচটো প্ৰৰ্দশন কৰা হৈছে
05:57    এতিয়া যদি আমি break statement অতৰুৱাই দিও তেতিয়া কি ঘটে চাও
06:01  সেয়ে day = 15 পৰা day = 4লৈ সলনি কৰা যাওক
06:07       day =4ৰ বাবে সংশ্লিষ্ট break statement অতৰুৱাওক
06:12   এতিয়া সংৰক্ষন আৰু ৰান কৰক
06:15 যদিও কেচটো 4 হয়, আমি আউটপোটতো Friday হিচাবে পাও আৰু Thursday নহয়
06:20   switch case কাম কৰা পদ্ধতিৰ কাৰনে 
06:24 প্ৰথমে দিনটোৰা মান ০ সৈতে তুলনা কৰা
06:29 তাৰপিছত ১ৰ সৈতে তাৰ পিছত ২ ৰ সৈতে আৰু সেয়ে সকলো সম্ভাব্না  কেচৰ সৈতে
06:34   যেতিয়া এটা match মানে সমকক্ষতা পোৱা হয়, ই matchৰ পিছত সকলো কেচ প্ৰৰ্দশন কৰে
06:42 আমাৰ ক্ষেত্ৰত ই কেচ ৪ৰ পিছত কেচ ৫ প্ৰৰ্দশন কৰে
06:47 তাৰ পিছত ই ৰখি যায়, case 5ত থকা break statementৰ কাৰনে
06:53 সেইটোক বাধা দিবলৈ আমি প্ৰতি ক্ষেত্ৰতে 'break statement যোগ কৰিব লাগিব 
06:57  এতিয়া আমি অতৰুৱা break statement টো যোগ কৰা যাওক
07:00 সেয়ে টাইপ কৰক break semicolon.
07:05 এতিয়া কদটো ৰান কৰা যাওক
07:08   আমি যেনে চাব পাৰো , এতিয়া হে case 4 প্ৰৰ্দশন কৰা হয়
07:13 নিয়ম হিচাবে, এৰৰ বোৰক বাধা দিবলৈ প্ৰতিটো ক্ষেত্ৰতে break statement  বয়ৱহাৰ কৰিবলৈ মনত ৰাখিব 
07:20   ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে
07:22 এই টিউটৰীয়েলত আমি switch case construct কেনেকৈ বয়ৱহাৰ কৰে আৰু break statement.  কেনেকৈ বয়ৱহাৰ কৰে,  শিকিলো
07:30   এই টিউটৰীয়েলৰ কাৰনে এটা  কাৰ্য্, এটা প্ৰগ্ৰাম লিখক যত নাম আৰু লিঙ্গ ভেৰিয়াবল হিচাবে আছে . switch case statement বয়ৱহাৰ কৰক যিয়ে  “Hello Mr....” পুৰুষৰ কাৰনে আৰু “Hello Ms...” মহিলাৰ কাৰনে প্ৰীন্ট কৰে
07:44 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
07:53 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
07:58   কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
08:06 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
08:12 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
08:17 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
08:22 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
08:31   আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble