Java/C2/Switch-Case/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:02 | জাভাত Switch case ৰ উপৰত স্পকেন টিউটৰিয়েললৈ আপোনাৰলোকক স্ৱাগতম |
| 00:06 | এই টিউটৰিয়েলত আপোনি জাভাত Switch case construct বয়ৱহাৰ কেনেকৈ কৰে, তাক শিকিব |
| 00:11 | এই টিউটৰিয়েলৰ কাৰনে আমি Ubuntu 11.10, JDK 1.6 আৰু Eclipse 3.7.0 বয়ৱহাৰ কৰিম |
| 00:21 | এই টিউটৰিয়েলটোৰ কাৰনে জাভাত if else statementৰ বিষয়ে আপোনি জানিব লাগিব |
| 00:25 | যদি নাজানে তেনেহলে এই বিষয়ে সঠিক টিউটৰিয়েল আমাৰ ৱেবচাইটত চাওক |
| 00:32 | variableৰ মানৰ ওপৰত ভিত্তি কৰি এটা switch case কর্ম সঞ্চালন কৰিবলৈ বয়ৱহাৰ কৰা যায় |
| 00:39 | ইয়াত switch case statementৰ বাবে চেন্টেক্চ আছে |
| 00:44 | এতিয়া এইটোক চোৱা যাওক |
| 00:47 | মই ইতিমধেয় Eclipse খোলিছো |
| 00:49 | মই এটা SwitchCaseDemo. নামৰ ক্লাচ এটা তৈয়াৰ কৰিছো |
| 00:53 | এতিয়া আমি কিছো variables যোগ কৰো |
| 00:57 | মেইন মেথদৰ ভিতৰত আমি type intৰ variable day তৈয়াৰ কৰিছো |
| 01:02 | সেয়ে মেইন মেথদৰ ভিতৰত লিখক int day আৰু আমি ইয়াক equal to' 3 semi-colon বুলি এটা মান দিব পাৰে |
| 01:12 | এতিয়া type String.ৰ variable dNameৰ এটা নিৰ্মিত কৰো |
| 01:18 | String dName আমি ইয়াক linitialize কৰিব পাৰো |
| 01:25 | ইয়াত এটা সপ্তাহৰ দিনবোৰৰ নাম বোৰ ৰাখিবলৈ dName এটা ভেৰিয়েবল হয় |
| 01:34 | 'day য়ে day number সংৰক্ষন কৰে |
| 01:36 | এতিয়া আমি switch case statement টাইপ কৰিম. সেয়ে পিছৰ লাইন লিখক |
| 01:43 | switch বনদ্ধনিত day , তাৰ পিছত curly brackets খোলক ... এন্টাৰ টিপক |
| 01:52 | এই statementতে বোজায় যে সেই কেচটোৰ কাৰনে কোনটো ভেৰিয়েবল বিবেচনাৰ অধীনত আছে |
| 01:59 | পিছৰ লাইনত লিখক |
| 02:01 | case 0 colon |
| 02:04 | পিছৰ লাইনত লিখক dName equal to double quotesত Sunday semicolon |
| 02:14 | তাৰ পিছত পিছৰ লাইন লিখক break |
| 02:17 | এই statementতে কয় যে যদি সেই দিনটো ০ হয় তেন্তে dNameক Sundayলৈ নির্ধাৰণ কৰা আবশ্যক |
| 02:26 | মন কৰক যে প্ৰতিটো কেচ মানে স্থলৰ অন্তত break' statement বয়ৱহাৰ কৰা আবশ্যক |
| 02:31 | break' statement নোহোৱাত switch-case য়ে জটিল ফ্যাশনত ফাংশন কৰে |
| 02:35 | ই পৰৱৰ্তি টিউটৰিয়েলত সংজ্ঞায়িত কৰা হব |
| 02:40 | একেধৰনে বাকী স্থলখিনিকো টাইপ কৰা হব |
| 02:45 | পিছৰ লাইন টাইপ কৰক case 1 colon |
| 02:50 | পিছৰ লাইন dName equal to double quotesত Monday semicolon |
| 02:56 | পিছৰ লাইন টাইপ কৰক break |
| 02:58 | তাৰ পিছত টাইপ কৰক case 2 colon |
| 03:01 | পিছৰ লাইন dName equal to Tuesday তাৰ পিছত semicolon |
| 03:06 | পিছৰ লাইন টাইপ কৰক break |
| 03:08 | তাৰ পিছত পিছৰ লাইন case 3 colon |
| 03:12 | পিছৰ লাইন টাইপ কৰক dName equal to double quotesত Wednesday তাৰ পিছত semicolon |
| 03:18 | পিছৰ লাইন টাইপ কৰক break |
| 03:20 | তাৰ পিছত case 4 colon |
| 03:24 | পিছৰ লাইন dName equal to double quotesত Thursday তাৰপিছত semicolon |
| 03:32 | তাৰপিছত break |
| 03:34 | তাৰ পিছত পিছৰ লাইন টাইপ কৰকcase 5 colon |
| 03:37 | dName equal to double quotesত Friday তাৰ পিছত semicolon |
| 03:41 | তাৰ পিছত break ' |
| 03:43 | তাৰ পিছত case 6 colon |
| 03:47 | পিছৰ লাইন টাইপ কৰক dName equal to double quotesত Saturday তাৰ পিছত semicolon |
| 03:55 | তাৰ পিছত টাইপ কৰক break semicolon case 6 colon |
| 03:59 | তাৰ পিছত brackets বন্ধ কৰক |
| 04:03 | এতিয়া এটা print statement যোগ কৰা যাওক আৰু ক্রিয়াত কোড বোৰ চাও. |
| 04:07 | সেয়ে পিছৰ লাইন টাইপ কৰক System dot out dot println bracketsত dName তাৰ পিছত semicolon. |
| 04:16 | এতিয়া ফাইলটো সংৰক্ষন কৰক আৰু ৰান কৰক |
| 04:20 | এতিয়া Ctrl S আৰু Ctrl F11 keys টিপক |
| 04:25 | আমি আউটপোট হিচাবে Wednesday পাও যি case 3লৈ সংশ্লিষ্ট কৰা হয়. |
| 04:31 | এতিয়া দিনৰ মান টো সলনি কৰা যাওক আৰু ফলাফলটো চোৱা যাওক |
| 04:35 | সেয়ে 3 পৰা 0 লৈ সলনি কৰক |
| 04:38 | এতিয়া ফাইলটো সংৰক্ষন কৰক আৰু ৰান কৰক |
| 04:40 | আমি যেনে চাব পাৰো , সেই আউটপুতো Sunday হয় যি case 0 লৈ সংশ্লিষ্ট কৰা হয়. |
| 04:46 | এতিয়া কি, যদি মানটোলৈ সংশ্লিষ্ট হোৱা কোনো কেচ নাই . সেয়ে দেখা যাওক |
| 04:52 | দিনৰ মানটো equal to -1 লৈ সলনি কৰক . ফাইলটো সংৰক্ষন কৰক আৰু ৰান কৰক |
| 04:58 | আমি যেনে চাব পাৰো, তাত কোনো আউটপুত নাই |
| 05:01 | কিন্তু এইটো ভাল হব যদি অনয় সকলো মানৰ বাবে অামাৰ উচৰত এটা কেচ আছে |
| 05:06 | সেইটো কৰা default keyword বয়ৱহাৰ কৰি |
| 05:09 | সেয়ে শেষৰ কেচৰ পিছত লিখক |
| 05:12 | default colon |
| 05:14 | পিছৰ লাইনত dName equal to double quotesত Wrong Choice তাৰ পিছত semicolon |
| 05:24 | পিছৰ লাইনত break semicolon |
| 05:27 | আমি case default বুলি নকও |
| 05:30 | মন কৰক যে আমি কেবল default কি ৱৰ্দ বয়ৱহাৰ কৰো |
| 05:34 | এতিয়া কদটো ৰান কৰো . সেয়ে ফাইলটো সংৰক্ষন কৰক আৰু ৰান কৰক |
| 05:38 | আমি যেনে চাব পাৰো সেই দিফল্ট কেচটো প্ৰৰ্দশন কৰা হৈছে আৰু লাগতিয়াল মেচেজ Wrong choice প্ৰীন্ট কৰা হৈছে |
| 05:45 | অনয় কোনো এটা মানৰ লগত চেস্টা কৰা যাওক |
| 05:48 | -1'ৰ পৰা 15 লৈ সলনি কৰক |
| 05:51 | আমি যেনে চাব পাৰো, আকৌ সেই দিফল্ট কেচটো প্ৰৰ্দশন কৰা হৈছে |
| 05:57 | এতিয়া যদি আমি break statement অতৰুৱাই দিও তেতিয়া কি ঘটে চাও |
| 06:01 | সেয়ে day = 15 পৰা day = 4লৈ সলনি কৰা যাওক |
| 06:07 | day =4ৰ বাবে সংশ্লিষ্ট break statement অতৰুৱাওক |
| 06:12 | এতিয়া সংৰক্ষন আৰু ৰান কৰক |
| 06:15 | যদিও কেচটো 4 হয়, আমি আউটপোটতো Friday হিচাবে পাও আৰু Thursday নহয় |
| 06:20 | switch case কাম কৰা পদ্ধতিৰ কাৰনে |
| 06:24 | প্ৰথমে দিনটোৰা মান ০ সৈতে তুলনা কৰা |
| 06:29 | তাৰপিছত ১ৰ সৈতে তাৰ পিছত ২ ৰ সৈতে আৰু সেয়ে সকলো সম্ভাব্না কেচৰ সৈতে |
| 06:34 | যেতিয়া এটা match মানে সমকক্ষতা পোৱা হয়, ই matchৰ পিছত সকলো কেচ প্ৰৰ্দশন কৰে |
| 06:42 | আমাৰ ক্ষেত্ৰত ই কেচ ৪ৰ পিছত কেচ ৫ প্ৰৰ্দশন কৰে |
| 06:47 | তাৰ পিছত ই ৰখি যায়, case 5ত থকা break statementৰ কাৰনে |
| 06:53 | সেইটোক বাধা দিবলৈ আমি প্ৰতি ক্ষেত্ৰতে 'break statement যোগ কৰিব লাগিব |
| 06:57 | এতিয়া আমি অতৰুৱা break statement টো যোগ কৰা যাওক |
| 07:00 | সেয়ে টাইপ কৰক break semicolon. |
| 07:05 | এতিয়া কদটো ৰান কৰা যাওক |
| 07:08 | আমি যেনে চাব পাৰো , এতিয়া হে case 4 প্ৰৰ্দশন কৰা হয় |
| 07:13 | নিয়ম হিচাবে, এৰৰ বোৰক বাধা দিবলৈ প্ৰতিটো ক্ষেত্ৰতে break statement বয়ৱহাৰ কৰিবলৈ মনত ৰাখিব |
| 07:20 | ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে |
| 07:22 | এই টিউটৰীয়েলত আমি switch case construct কেনেকৈ বয়ৱহাৰ কৰে আৰু break statement. কেনেকৈ বয়ৱহাৰ কৰে, শিকিলো |
| 07:30 | এই টিউটৰীয়েলৰ কাৰনে এটা কাৰ্য্, এটা প্ৰগ্ৰাম লিখক যত নাম আৰু লিঙ্গ ভেৰিয়াবল হিচাবে আছে . switch case statement বয়ৱহাৰ কৰক যিয়ে “Hello Mr....” পুৰুষৰ কাৰনে আৰু “Hello Ms...” মহিলাৰ কাৰনে প্ৰীন্ট কৰে |
| 07:44 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
| 07:53 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
| 07:58 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
| 08:06 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
| 08:12 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
| 08:17 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
| 08:22 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
| 08:31 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |