Java/C2/Strings/Assamese

From Script | Spoken-Tutorial
Revision as of 11:09, 23 June 2014 by Pratik kamble (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01   জাভাত স্ট্রিংসৰ কথন টিউটোৰিয়লৈ আপনাক স্বাগতম।
00:05   এই টিউটোৰিয়েলত আপোনি শিকিব কিভাবে
00:08 স্ট্রিংস তৈয়াৰ, যুক্ত আৰু মৌলিক স্ট্রিং অপাৰেশন সম্পাদন কৰা হয় যেনে লোয়াৰ কেস আৰু  আপাড় কেস ৰুপান্তৰিত কৰা 
00:18 এই টিউটোৰিয়েলত আমি 

উবুন্টু সংস্কৰণ 11.10, JDK 1.6 আৰু  Eclipse 3.7.0 ব্যবহাৰ কৰিছো ।

00:26   এই টিউটোৰিয়েলটো অনুসৰণ কৰুতে জাভাত ডেটা টাইপ সম্পর্কে জানিব লাগিব ।
00:32 নহলে, প্রাসঙ্গিক টিউটোৰিয়েলৰ কাৰনে আমাৰ ওয়েবসাইট পৰিদর্শন কৰক ।
00:40  জাভাত স্ট্রিং হল এটা অাখৰৰ অনুক্রম।
00:44 স্ট্রিংসৰ সৈতে আৰম্ভ কৰাৰ আগতে, আমি প্রথমে ক্যাৰেক্টাৰ ডেটা টাইপ চাম ।
00:50 এতিয়া eclipseলৈ  যাও।
00:55    বাকি কোডৰ বাবে আমাৰ উচৰত eclipse IDE আৰু প্রয়োজনীয় skeleton আছে ।
01:00 আমি StringDemo নামৰ ক্লাস তৈয়াৰ কৰিছো আৰু মেন মেথড যুগ কৰিছো ।
01:07  মেন মেথডৰ ভিতৰত লিখুক char star = উদ্ধৃতি চিন্হত asrteicks
01:19 এই স্টেটমেন্টে star নাম আৰু char টাইপৰ সৈতে এটা ভ্যাৰিয়েবল তৈয়াৰ কৰে ।
01:25 ই ঠিক এটা অাক্ষৰ সংৰক্ষণ কৰিব পাৰে 
01:28 কিছো অক্ষৰ ব্যবহাৰ কৰি এটা শব্দ প্রিন্ট কৰা যাওক।
01:33 char লাইনটো আৰু লিখনি খিনি মুছি পেলাওক ,
01:36 char c1 = একক উদ্ধৃতিচিহ্নত c
01:43 char c2 = একক উদ্ধৃতিচিহ্নেত  a
01:49 char c3 = একক উদ্ধৃতিচিহ্নেত r
01:55 car শব্দটি বনাবলৈ আমি তিনিটা অাক্ষৰ তৈয়াৰ কৰিছো 
01:59 এতিয়া এই শব্দটো প্রিন্ট কৰিবলৈ এইবোৰ ব্যবহাৰ কৰো।
02:02  টাইপ কৰক
02:04 System.out.print(c1);
02:12 System.out.print(c2);
02:22 System.out.print(c3);
02:31 লক্ষ্য কৰক যে মই  printৰ পৰিবর্তে println  ব্যবহাৰ কৰিছো যাতে সকলো অাক্ষৰ একেই লাইনতে প্রিন্ট হয়।
02:39 ফাইলটি সংৰক্ষণ আৰু ৰান কৰক ।
02:43 আমি যেনে চাব পাৰো, প্ৰত্যাশা অনুযায়ী ফলাফল প্রদর্শিত হয়
02:46 কিন্তু এই মেথডে অকল শব্দহে প্রিন্ট কৰে, কিন্তু তৈয়াৰ নকৰে 
02:50 শব্দ তৈয়াৰ কৰিবলৈ, আমি String ডেটা টাইপ ব্যবহাৰ কৰো।
02:54 এইটো চেষ্টা কৰো।
02:57  মেন মেথডৰ ভিতৰত সকলোখিনি মুছি পেলাওক আৰু টাইপ কৰক 
03:03 String greet equal to Hello Learner :
03:16 মন কৰক যে  String শব্দটোৰ S আপাৰকেচত আছে।
03:19   আৰু আমি delimiters হিসাবে একক উদ্ধৃতি চিহ্নৰ পৰিবর্তে  ডবল উদ্ধৃতি চিহ্ন ব্যবহাৰ কৰিছো ।
03:25 এই স্টেটমেন্টে greet ভ্যাৰিয়েবল তৈয়াৰ কৰে , তাকো String টাইপৰ ।
03:31 এতিয়া ম্যাসেজটো প্রিন্ট কৰো।
03:33 System.out.println(greet);
03:44 ফাইলটো সংৰক্ষণ কৰক আৰু ৰান কৰক ।
03:51 আমি যেনে দেখিব পাৰো, ম্যাসেজ ভ্যাৰিয়েবলত সংৰক্ষিত হৈছে আৰু এইটো প্রিন্ট কৰা হৈছে
03:57 স্ট্রিংসও জাভাত যোগ কৰিব পাৰি ।
04:00 এতিয়া চাও কিভাবে কৰা যায় ।
04:04  আমি ম্যাসেজৰপৰা Learner মুছি পেলাও।
04:08 আমি নামটো অন্য ভ্যাৰিয়েবলত সংগ্রহ কৰিম ।
04:14   String name equal to “Java”;
04:22 এতিয়া আমি ম্যাসেজ তৈয়াৰ কৰিবলৈ স্ট্রিংস যোগ কৰিব লাগিব।
04:28 String msg equal to greet plus name ;
04:42 প্রিন্ট স্টেটমেন্টত থকা greet  println(greet)ক messageprintln(msg) লৈ পৰিবর্তন কৰক। ফাইলটো সংৰক্ষণ কৰক আৰু ৰান কৰক ।
04:56 আমি দেখিব পাৰো যে আউটপুটে গ্রীটিং আৰু নাম দেখোৱায়।
05:00 কিন্তু তাত সেইবোৰক পৃথক কৰোৱা স্থান নাই।
05:02 সেয়ে এটা স্পেস ক্যাৰেক্টাৰ তৈয়াৰ কৰো ।
05:08  char SPACE = একক উদ্ধৃতি চিহ্নত space
05:17 লক্ষ্য কৰক যে আমি ভ্যাৰিয়েবল নামত সকলো ডাঙৰ অক্ষৰ ব্যবহাৰ কৰিছো যাতে এইটো স্পষ্ট হয়।
05:23 আপোনি বিচৰা মতে এইটো সলনি কৰিব পাৰে।
05:26 এতিয়া ম্যাসেজত স্পেস যোগ কৰা যাওক।
05:29 greet plus SPACE plus name
05:36  ফাইলটো সংৰক্ষণ কৰক আৰু ৰান কৰক ।
05:40 আমি এতিয়া ভাবা ধৰনে আউটপুট স্পষ্টভাবে চাবপাৰো 
05:45 এতিয়া কিছো স্ট্রিং অপাৰেশন দেখা যাওক।
05:50  মই “Hello” শব্দৰ কিছু অাক্ষৰ আৰু “java” শব্দৰ কিছু অাক্ষৰ অাপাৰকেছলৈ পৰিবর্তন কৰিছো।
06:05 প্রায়েই, যেতিয়া ইউজাৰে ইনপুট দিয়ে, মিক্সড কেসত এইধৰনে মানবোৰ থাকে।
06:11   সেয়ে আউটপুট চাবলৈ ফাইলটো ৰান কৰো যাওক।
06:18 আমি যেনে দেখিব লাৰো আউটপুটটো স্পষ্ট নাই
06:22 সেয়ে ইনপুট স্পষ্ট কৰিবলৈ স্ট্রিং মেথড ব্যবহাৰ কৰো 
06:27    type, greet equal to greet.toLowerCase();
06:41 এই স্টেটমেন্টে greet স্ট্রিংৰ প্রতিটো অক্ষৰক লোৱাৰকেছলৈ ৰুপান্তৰিত কৰে।
06:47   name equal to name.toUpperCase();
06:58 এই স্টেটমেন্টে name স্ট্রিংৰ প্রতিটো অক্ষৰক আপাৰকেছলৈ ৰুপান্তৰিত কৰে।
07:03  ফাইলটো সংৰক্ষণ কৰক আৰু ৰান কৰক ।
07:08 আমি যেনে দেখিব পাৰো, স্ট্রিং মেথড ব্যবহাৰ কৰাৰ পিছত আউটপুটখন এতিয়া স্পষ্ট হৈছে ।
07:13 এইভাবে আমি স্ট্রিংবোৰ তৈয়াৰ কৰো আৰু স্ট্রিং অপাৰেশন প্্ৰ্দশন  কৰো.
07:18 আৰু বহুত স্ট্রিং মেথড আছে 
07:19 আমি যেতিয়া জটিল বিষয়েবোৰলৈ যাম তেতিয়া আলোচনা কৰিম।
07:26 ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে
07:29 এই টিউটোৰিয়ালেত আমি শিকিছো,
07:31 স্ট্রিংস তৈয়াৰ কৰা , যুগ কৰা
07:33 আৰু  স্ট্রিং অপাৰেশনবোৰৰ সম্পাদন কৰা যেনে লোয়াৰ কেস আৰু আপাৰ কেসৰ ৰুপান্তৰণ।
07:39  এই টিউটৰীয়েলৰ বাবে এটা কাৰ্যয,
07:41   জাভাত স্ট্রিংৰ concat মেথড সম্পর্কে পঢ়ক। স্ট্রিং যোগ কৰাত  ই কিভাবে ভিন্নতা হয়।
07:50  spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ

তলৰ সংযোগত থকা ভিডিঅ’ চাওক। [1]  

07:55 * কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
07:58

যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।  

08:03  

কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে 

08:05 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
08:07 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে

অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।

08:17  

কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।

08:21   

ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়

08:28

এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।

08:33   

আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।


Contributors and Content Editors

Mousumi, Pratik kamble