Java/C2/Strings/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | জাভাত স্ট্রিংসৰ কথন টিউটোৰিয়লৈ আপনাক স্বাগতম। |
| 00:05 | এই টিউটোৰিয়েলত আপোনি শিকিব কিভাবে |
| 00:08 | স্ট্রিংস তৈয়াৰ, যুক্ত আৰু মৌলিক স্ট্রিং অপাৰেশন সম্পাদন কৰা হয় যেনে লোয়াৰ কেস আৰু আপাড় কেস ৰুপান্তৰিত কৰা |
| 00:18 | এই টিউটোৰিয়েলত আমি
উবুন্টু সংস্কৰণ 11.10, JDK 1.6 আৰু Eclipse 3.7.0 ব্যবহাৰ কৰিছো । |
| 00:26 | এই টিউটোৰিয়েলটো অনুসৰণ কৰুতে জাভাত ডেটা টাইপ সম্পর্কে জানিব লাগিব । |
| 00:32 | নহলে, প্রাসঙ্গিক টিউটোৰিয়েলৰ কাৰনে আমাৰ ওয়েবসাইট পৰিদর্শন কৰক । |
| 00:40 | জাভাত স্ট্রিং হল এটা অাখৰৰ অনুক্রম। |
| 00:44 | স্ট্রিংসৰ সৈতে আৰম্ভ কৰাৰ আগতে, আমি প্রথমে ক্যাৰেক্টাৰ ডেটা টাইপ চাম । |
| 00:50 | এতিয়া eclipseলৈ যাও। |
| 00:55 | বাকি কোডৰ বাবে আমাৰ উচৰত eclipse IDE আৰু প্রয়োজনীয় skeleton আছে । |
| 01:00 | আমি StringDemo নামৰ ক্লাস তৈয়াৰ কৰিছো আৰু মেন মেথড যুগ কৰিছো । |
| 01:07 | মেন মেথডৰ ভিতৰত লিখুক char star = উদ্ধৃতি চিন্হত asrteicks |
| 01:19 | এই স্টেটমেন্টে star নাম আৰু char টাইপৰ সৈতে এটা ভ্যাৰিয়েবল তৈয়াৰ কৰে । |
| 01:25 | ই ঠিক এটা অাক্ষৰ সংৰক্ষণ কৰিব পাৰে |
| 01:28 | কিছো অক্ষৰ ব্যবহাৰ কৰি এটা শব্দ প্রিন্ট কৰা যাওক। |
| 01:33 | char লাইনটো আৰু লিখনি খিনি মুছি পেলাওক , |
| 01:36 | char c1 = একক উদ্ধৃতিচিহ্নত c |
| 01:43 | char c2 = একক উদ্ধৃতিচিহ্নেত a |
| 01:49 | char c3 = একক উদ্ধৃতিচিহ্নেত r |
| 01:55 | car শব্দটি বনাবলৈ আমি তিনিটা অাক্ষৰ তৈয়াৰ কৰিছো |
| 01:59 | এতিয়া এই শব্দটো প্রিন্ট কৰিবলৈ এইবোৰ ব্যবহাৰ কৰো। |
| 02:02 | টাইপ কৰক |
| 02:04 | System.out.print(c1); |
| 02:12 | System.out.print(c2); |
| 02:22 | System.out.print(c3); |
| 02:31 | লক্ষ্য কৰক যে মই printৰ পৰিবর্তে println ব্যবহাৰ কৰিছো যাতে সকলো অাক্ষৰ একেই লাইনতে প্রিন্ট হয়। |
| 02:39 | ফাইলটি সংৰক্ষণ আৰু ৰান কৰক । |
| 02:43 | আমি যেনে চাব পাৰো, প্ৰত্যাশা অনুযায়ী ফলাফল প্রদর্শিত হয় |
| 02:46 | কিন্তু এই মেথডে অকল শব্দহে প্রিন্ট কৰে, কিন্তু তৈয়াৰ নকৰে |
| 02:50 | শব্দ তৈয়াৰ কৰিবলৈ, আমি String ডেটা টাইপ ব্যবহাৰ কৰো। |
| 02:54 | এইটো চেষ্টা কৰো। |
| 02:57 | মেন মেথডৰ ভিতৰত সকলোখিনি মুছি পেলাওক আৰু টাইপ কৰক |
| 03:03 | String greet equal to Hello Learner : |
| 03:16 | মন কৰক যে String শব্দটোৰ S আপাৰকেচত আছে। |
| 03:19 | আৰু আমি delimiters হিসাবে একক উদ্ধৃতি চিহ্নৰ পৰিবর্তে ডবল উদ্ধৃতি চিহ্ন ব্যবহাৰ কৰিছো । |
| 03:25 | এই স্টেটমেন্টে greet ভ্যাৰিয়েবল তৈয়াৰ কৰে , তাকো String টাইপৰ । |
| 03:31 | এতিয়া ম্যাসেজটো প্রিন্ট কৰো। |
| 03:33 | System.out.println(greet); |
| 03:44 | ফাইলটো সংৰক্ষণ কৰক আৰু ৰান কৰক । |
| 03:51 | আমি যেনে দেখিব পাৰো, ম্যাসেজ ভ্যাৰিয়েবলত সংৰক্ষিত হৈছে আৰু এইটো প্রিন্ট কৰা হৈছে |
| 03:57 | স্ট্রিংসও জাভাত যোগ কৰিব পাৰি । |
| 04:00 | এতিয়া চাও কিভাবে কৰা যায় । |
| 04:04 | আমি ম্যাসেজৰপৰা Learner মুছি পেলাও। |
| 04:08 | আমি নামটো অন্য ভ্যাৰিয়েবলত সংগ্রহ কৰিম । |
| 04:14 | String name equal to “Java”; |
| 04:22 | এতিয়া আমি ম্যাসেজ তৈয়াৰ কৰিবলৈ স্ট্রিংস যোগ কৰিব লাগিব। |
| 04:28 | String msg equal to greet plus name ; |
| 04:42 | প্রিন্ট স্টেটমেন্টত থকা greet println(greet)ক messageprintln(msg) লৈ পৰিবর্তন কৰক। ফাইলটো সংৰক্ষণ কৰক আৰু ৰান কৰক । |
| 04:56 | আমি দেখিব পাৰো যে আউটপুটে গ্রীটিং আৰু নাম দেখোৱায়। |
| 05:00 | কিন্তু তাত সেইবোৰক পৃথক কৰোৱা স্থান নাই। |
| 05:02 | সেয়ে এটা স্পেস ক্যাৰেক্টাৰ তৈয়াৰ কৰো । |
| 05:08 | char SPACE = একক উদ্ধৃতি চিহ্নত space |
| 05:17 | লক্ষ্য কৰক যে আমি ভ্যাৰিয়েবল নামত সকলো ডাঙৰ অক্ষৰ ব্যবহাৰ কৰিছো যাতে এইটো স্পষ্ট হয়। |
| 05:23 | আপোনি বিচৰা মতে এইটো সলনি কৰিব পাৰে। |
| 05:26 | এতিয়া ম্যাসেজত স্পেস যোগ কৰা যাওক। |
| 05:29 | greet plus SPACE plus name |
| 05:36 | ফাইলটো সংৰক্ষণ কৰক আৰু ৰান কৰক । |
| 05:40 | আমি এতিয়া ভাবা ধৰনে আউটপুট স্পষ্টভাবে চাবপাৰো |
| 05:45 | এতিয়া কিছো স্ট্রিং অপাৰেশন দেখা যাওক। |
| 05:50 | মই “Hello” শব্দৰ কিছু অাক্ষৰ আৰু “java” শব্দৰ কিছু অাক্ষৰ অাপাৰকেছলৈ পৰিবর্তন কৰিছো। |
| 06:05 | প্রায়েই, যেতিয়া ইউজাৰে ইনপুট দিয়ে, মিক্সড কেসত এইধৰনে মানবোৰ থাকে। |
| 06:11 | সেয়ে আউটপুট চাবলৈ ফাইলটো ৰান কৰো যাওক। |
| 06:18 | আমি যেনে দেখিব লাৰো আউটপুটটো স্পষ্ট নাই |
| 06:22 | সেয়ে ইনপুট স্পষ্ট কৰিবলৈ স্ট্রিং মেথড ব্যবহাৰ কৰো |
| 06:27 | type, greet equal to greet.toLowerCase(); |
| 06:41 | এই স্টেটমেন্টে greet স্ট্রিংৰ প্রতিটো অক্ষৰক লোৱাৰকেছলৈ ৰুপান্তৰিত কৰে। |
| 06:47 | name equal to name.toUpperCase(); |
| 06:58 | এই স্টেটমেন্টে name স্ট্রিংৰ প্রতিটো অক্ষৰক আপাৰকেছলৈ ৰুপান্তৰিত কৰে। |
| 07:03 | ফাইলটো সংৰক্ষণ কৰক আৰু ৰান কৰক । |
| 07:08 | আমি যেনে দেখিব পাৰো, স্ট্রিং মেথড ব্যবহাৰ কৰাৰ পিছত আউটপুটখন এতিয়া স্পষ্ট হৈছে । |
| 07:13 | এইভাবে আমি স্ট্রিংবোৰ তৈয়াৰ কৰো আৰু স্ট্রিং অপাৰেশন প্্ৰ্দশন কৰো. |
| 07:18 | আৰু বহুত স্ট্রিং মেথড আছে |
| 07:19 | আমি যেতিয়া জটিল বিষয়েবোৰলৈ যাম তেতিয়া আলোচনা কৰিম। |
| 07:26 | ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে |
| 07:29 | এই টিউটোৰিয়ালেত আমি শিকিছো, |
| 07:31 | স্ট্রিংস তৈয়াৰ কৰা , যুগ কৰা |
| 07:33 | আৰু স্ট্রিং অপাৰেশনবোৰৰ সম্পাদন কৰা যেনে লোয়াৰ কেস আৰু আপাৰ কেসৰ ৰুপান্তৰণ। |
| 07:39 | এই টিউটৰীয়েলৰ বাবে এটা কাৰ্যয, |
| 07:41 | জাভাত স্ট্রিংৰ concat মেথড সম্পর্কে পঢ়ক। স্ট্রিং যোগ কৰাত ই কিভাবে ভিন্নতা হয়। |
| 07:50 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ
তলৰ সংযোগত থকা ভিডিঅ’ চাওক। [1] |
| 07:55 | * কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
| 07:58 |
যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
| 08:03 |
কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
| 08:05 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. |
| 08:07 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
| 08:17 |
কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
| 08:21 |
ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
| 08:28 |
এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
| 08:33 |
আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
|