Difference between revisions of "Java/C2/Strings/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with '{| border=1 || ''Time''' || '''Narration''' |- | 00:01 |  জাভাত স্ট্রিংসৰ কথন টিউটোৰিয়লৈ আপনাক স্বাগ…')
 
 
Line 1: Line 1:
 
{| border=1
 
{| border=1
|| ''Time'''
+
|| '''Time'''
 
|| '''Narration'''
 
|| '''Narration'''
 
|-
 
|-
| 00:01
+
|00:01
 
|  জাভাত স্ট্রিংসৰ কথন টিউটোৰিয়লৈ আপনাক স্বাগতম।  
 
|  জাভাত স্ট্রিংসৰ কথন টিউটোৰিয়লৈ আপনাক স্বাগতম।  
 
|-
 
|-
|  00:05
+
|00:05
 
|  এই টিউটোৰিয়েলত আপোনি শিকিব কিভাবে  
 
|  এই টিউটোৰিয়েলত আপোনি শিকিব কিভাবে  
 
|-
 
|-
|  00:08
+
|00:08
 
| স্ট্রিংস তৈয়াৰ, যুক্ত আৰু মৌলিক স্ট্রিং অপাৰেশন সম্পাদন কৰা হয় যেনে লোয়াৰ কেস আৰু  আপাড় কেস ৰুপান্তৰিত কৰা   
 
| স্ট্রিংস তৈয়াৰ, যুক্ত আৰু মৌলিক স্ট্রিং অপাৰেশন সম্পাদন কৰা হয় যেনে লোয়াৰ কেস আৰু  আপাড় কেস ৰুপান্তৰিত কৰা   
 
|-
 
|-
|  00:18
+
|00:18
 
|এই টিউটোৰিয়েলত আমি   
 
|এই টিউটোৰিয়েলত আমি   
 
উবুন্টু সংস্কৰণ 11.10,  
 
উবুন্টু সংস্কৰণ 11.10,  
Line 19: Line 19:
  
 
|-
 
|-
|  00:26
+
|00:26
 
|  এই টিউটোৰিয়েলটো অনুসৰণ কৰুতে জাভাত ডেটা টাইপ সম্পর্কে জানিব লাগিব ।  
 
|  এই টিউটোৰিয়েলটো অনুসৰণ কৰুতে জাভাত ডেটা টাইপ সম্পর্কে জানিব লাগিব ।  
  
 
|-
 
|-
|  00:32
+
|00:32
 
| নহলে, প্রাসঙ্গিক টিউটোৰিয়েলৰ কাৰনে আমাৰ ওয়েবসাইট পৰিদর্শন কৰক ।  
 
| নহলে, প্রাসঙ্গিক টিউটোৰিয়েলৰ কাৰনে আমাৰ ওয়েবসাইট পৰিদর্শন কৰক ।  
 
|-
 
|-
| 00:40  
+
|00:40  
 
| জাভাত স্ট্রিং হল এটা অাখৰৰ অনুক্রম।  
 
| জাভাত স্ট্রিং হল এটা অাখৰৰ অনুক্রম।  
  
 
|-
 
|-
|  00:44
+
|00:44
 
|স্ট্রিংসৰ সৈতে আৰম্ভ কৰাৰ আগতে, আমি প্রথমে ক্যাৰেক্টাৰ ডেটা টাইপ চাম ।  
 
|স্ট্রিংসৰ সৈতে আৰম্ভ কৰাৰ আগতে, আমি প্রথমে ক্যাৰেক্টাৰ ডেটা টাইপ চাম ।  
  
 
|-
 
|-
|  00:50
+
|00:50
 
| এতিয়া eclipseলৈ  যাও।  
 
| এতিয়া eclipseলৈ  যাও।  
 
|-
 
|-
Line 41: Line 41:
  
 
|-
 
|-
|  01:00
+
|01:00
 
| আমি StringDemo নামৰ ক্লাস তৈয়াৰ কৰিছো আৰু মেন মেথড যুগ কৰিছো ।  
 
| আমি StringDemo নামৰ ক্লাস তৈয়াৰ কৰিছো আৰু মেন মেথড যুগ কৰিছো ।  
 
|-
 
|-
|  01:07
+
|01:07
 
| মেন মেথডৰ ভিতৰত লিখুক char star = উদ্ধৃতি চিন্হত asrteicks  
 
| মেন মেথডৰ ভিতৰত লিখুক char star = উদ্ধৃতি চিন্হত asrteicks  
 
|-
 
|-
Line 51: Line 51:
  
 
|-
 
|-
|  01:25
+
|01:25
 
| ই ঠিক এটা অাক্ষৰ সংৰক্ষণ কৰিব পাৰে   
 
| ই ঠিক এটা অাক্ষৰ সংৰক্ষণ কৰিব পাৰে   
  
 
|-
 
|-
|  01:28
+
|01:28
 
| কিছো অক্ষৰ ব্যবহাৰ কৰি এটা শব্দ প্রিন্ট কৰা যাওক।  
 
| কিছো অক্ষৰ ব্যবহাৰ কৰি এটা শব্দ প্রিন্ট কৰা যাওক।  
 
|-
 
|-
| 01:33
+
|01:33
 
| char লাইনটো আৰু লিখনি খিনি মুছি পেলাওক ,  
 
| char লাইনটো আৰু লিখনি খিনি মুছি পেলাওক ,  
 
|-
 
|-
|  01:36
+
|01:36
 
| char c1 = একক উদ্ধৃতিচিহ্নত c  
 
| char c1 = একক উদ্ধৃতিচিহ্নত c  
 
|-
 
|-
|  01:43
+
|01:43
 
| char c2 = একক উদ্ধৃতিচিহ্নেত  a  
 
| char c2 = একক উদ্ধৃতিচিহ্নেত  a  
 
|-
 
|-
|  01:49
+
|01:49
 
|char c3 = একক উদ্ধৃতিচিহ্নেত r  
 
|char c3 = একক উদ্ধৃতিচিহ্নেত r  
 
|-
 
|-
|  01:55
+
|01:55
 
| car শব্দটি বনাবলৈ আমি তিনিটা অাক্ষৰ তৈয়াৰ কৰিছো   
 
| car শব্দটি বনাবলৈ আমি তিনিটা অাক্ষৰ তৈয়াৰ কৰিছো   
  
 
|-
 
|-
|  01:59
+
|01:59
 
| এতিয়া এই শব্দটো প্রিন্ট কৰিবলৈ এইবোৰ ব্যবহাৰ কৰো।  
 
| এতিয়া এই শব্দটো প্রিন্ট কৰিবলৈ এইবোৰ ব্যবহাৰ কৰো।  
 
|-
 
|-
|  02:02
+
|02:02
 
| টাইপ কৰক  
 
| টাইপ কৰক  
  
 
|-
 
|-
|  02:04
+
|02:04
 
| '''System.out.print(c1);'''
 
| '''System.out.print(c1);'''
  
 
|-
 
|-
|  02:12
+
|02:12
 
| '''System.out.print(c2);'''
 
| '''System.out.print(c2);'''
  
 
|-
 
|-
|  02:22
+
|02:22
 
| '''System.out.print(c3);'''
 
| '''System.out.print(c3);'''
  
 
|-
 
|-
|  02:31
+
|02:31
 
| লক্ষ্য কৰক যে মই  printৰ পৰিবর্তে println  ব্যবহাৰ কৰিছো যাতে সকলো অাক্ষৰ একেই লাইনতে প্রিন্ট হয়।  
 
| লক্ষ্য কৰক যে মই  printৰ পৰিবর্তে println  ব্যবহাৰ কৰিছো যাতে সকলো অাক্ষৰ একেই লাইনতে প্রিন্ট হয়।  
  
 
|-
 
|-
|  02:39
+
|02:39
 
| ফাইলটি সংৰক্ষণ আৰু ৰান কৰক ।  
 
| ফাইলটি সংৰক্ষণ আৰু ৰান কৰক ।  
  
 
|-
 
|-
|  02:43
+
|02:43
 
| আমি যেনে চাব পাৰো, প্ৰত্যাশা অনুযায়ী ফলাফল প্রদর্শিত হয়
 
| আমি যেনে চাব পাৰো, প্ৰত্যাশা অনুযায়ী ফলাফল প্রদর্শিত হয়
  
 
|-
 
|-
|  02:46
+
|02:46
 
| কিন্তু এই মেথডে অকল শব্দহে প্রিন্ট কৰে, কিন্তু তৈয়াৰ নকৰে   
 
| কিন্তু এই মেথডে অকল শব্দহে প্রিন্ট কৰে, কিন্তু তৈয়াৰ নকৰে   
  
 
|-
 
|-
|  02:50
+
|02:50
 
| শব্দ তৈয়াৰ কৰিবলৈ, আমি String ডেটা টাইপ ব্যবহাৰ কৰো।  
 
| শব্দ তৈয়াৰ কৰিবলৈ, আমি String ডেটা টাইপ ব্যবহাৰ কৰো।  
  
 
|-
 
|-
|  02:54
+
|02:54
 
| এইটো চেষ্টা কৰো।  
 
| এইটো চেষ্টা কৰো।  
 
|-
 
|-
|  02:57
+
|02:57
 
| মেন মেথডৰ ভিতৰত সকলোখিনি মুছি পেলাওক আৰু টাইপ কৰক   
 
| মেন মেথডৰ ভিতৰত সকলোখিনি মুছি পেলাওক আৰু টাইপ কৰক   
  
 
|-
 
|-
|  03:03
+
|03:03
 
| ''' String greet '''''equal to '''''Hello Learner ''''':
 
| ''' String greet '''''equal to '''''Hello Learner ''''':
  
 
|-
 
|-
|  03:16
+
|03:16
 
|মন কৰক যে  String শব্দটোৰ S আপাৰকেচত আছে।  
 
|মন কৰক যে  String শব্দটোৰ S আপাৰকেচত আছে।  
  
 
|-
 
|-
|  03:19
+
|03:19
 
|   আৰু আমি delimiters হিসাবে একক উদ্ধৃতি চিহ্নৰ পৰিবর্তে  ডবল উদ্ধৃতি চিহ্ন ব্যবহাৰ কৰিছো ।  
 
|   আৰু আমি delimiters হিসাবে একক উদ্ধৃতি চিহ্নৰ পৰিবর্তে  ডবল উদ্ধৃতি চিহ্ন ব্যবহাৰ কৰিছো ।  
 
|-
 
|-
|  03:25
+
|03:25
 
|এই স্টেটমেন্টে greet ভ্যাৰিয়েবল তৈয়াৰ কৰে , তাকো String টাইপৰ ।  
 
|এই স্টেটমেন্টে greet ভ্যাৰিয়েবল তৈয়াৰ কৰে , তাকো String টাইপৰ ।  
  
 
|-
 
|-
|  03:31
+
|03:31
 
| এতিয়া ম্যাসেজটো প্রিন্ট কৰো।  
 
| এতিয়া ম্যাসেজটো প্রিন্ট কৰো।  
 
|-
 
|-
|  03:33
+
|03:33
 
| '''System.out.println(greet);'''
 
| '''System.out.println(greet);'''
  
 
|-
 
|-
|  03:44
+
|03:44
 
|ফাইলটো সংৰক্ষণ কৰক আৰু ৰান কৰক ।  
 
|ফাইলটো সংৰক্ষণ কৰক আৰু ৰান কৰক ।  
 
|-
 
|-
|  03:51
+
|03:51
 
| আমি যেনে দেখিব পাৰো, ম্যাসেজ ভ্যাৰিয়েবলত সংৰক্ষিত হৈছে আৰু এইটো প্রিন্ট কৰা হৈছে  
 
| আমি যেনে দেখিব পাৰো, ম্যাসেজ ভ্যাৰিয়েবলত সংৰক্ষিত হৈছে আৰু এইটো প্রিন্ট কৰা হৈছে  
  
 
|-
 
|-
|  03:57
+
|03:57
 
| স্ট্রিংসও জাভাত যোগ কৰিব পাৰি ।  
 
| স্ট্রিংসও জাভাত যোগ কৰিব পাৰি ।  
  
 
|-
 
|-
|  04:00
+
|04:00
 
| এতিয়া চাও কিভাবে কৰা যায় ।  
 
| এতিয়া চাও কিভাবে কৰা যায় ।  
 
|-
 
|-
|  04:04
+
|04:04
 
| আমি ম্যাসেজৰপৰা Learner মুছি পেলাও।  
 
| আমি ম্যাসেজৰপৰা Learner মুছি পেলাও।  
 
|-
 
|-
|  04:08
+
|04:08
 
| আমি নামটো অন্য ভ্যাৰিয়েবলত সংগ্রহ কৰিম ।  
 
| আমি নামটো অন্য ভ্যাৰিয়েবলত সংগ্রহ কৰিম ।  
 
|-
 
|-
|   04:14
+
|04:14
 
|  '''String name '''''equal to '''''“Java”;'''
 
|  '''String name '''''equal to '''''“Java”;'''
  
 
|-
 
|-
|  04:22
+
|04:22
 
| এতিয়া আমি ম্যাসেজ তৈয়াৰ কৰিবলৈ স্ট্রিংস যোগ কৰিব লাগিব।  
 
| এতিয়া আমি ম্যাসেজ তৈয়াৰ কৰিবলৈ স্ট্রিংস যোগ কৰিব লাগিব।  
  
 
|-
 
|-
|  04:28
+
|04:28
 
| '''String msg '''''equal to '''''greet '''''plus '''''name ; '''
 
| '''String msg '''''equal to '''''greet '''''plus '''''name ; '''
  
 
|-
 
|-
|  04:42
+
|04:42
 
| প্রিন্ট স্টেটমেন্টত থকা greet  println(greet)ক message'''println(msg)''' লৈ পৰিবর্তন কৰক। ফাইলটো সংৰক্ষণ কৰক আৰু ৰান কৰক ।  
 
| প্রিন্ট স্টেটমেন্টত থকা greet  println(greet)ক message'''println(msg)''' লৈ পৰিবর্তন কৰক। ফাইলটো সংৰক্ষণ কৰক আৰু ৰান কৰক ।  
  
 
|-
 
|-
|  04:56
+
|04:56
 
| আমি দেখিব পাৰো যে আউটপুটে গ্রীটিং আৰু নাম দেখোৱায়।  
 
| আমি দেখিব পাৰো যে আউটপুটে গ্রীটিং আৰু নাম দেখোৱায়।  
 
|-
 
|-
|  05:00
+
|05:00
 
| কিন্তু তাত সেইবোৰক পৃথক কৰোৱা স্থান নাই।  
 
| কিন্তু তাত সেইবোৰক পৃথক কৰোৱা স্থান নাই।  
 
|-
 
|-
|  05:02
+
|05:02
 
| সেয়ে এটা স্পেস ক্যাৰেক্টাৰ তৈয়াৰ কৰো ।  
 
| সেয়ে এটা স্পেস ক্যাৰেক্টাৰ তৈয়াৰ কৰো ।  
  
 
|-
 
|-
|  05:08
+
|05:08
 
| char SPACE = একক উদ্ধৃতি চিহ্নত space  
 
| char SPACE = একক উদ্ধৃতি চিহ্নত space  
  
 
|-
 
|-
|  05:17
+
|05:17
 
| লক্ষ্য কৰক যে আমি ভ্যাৰিয়েবল নামত সকলো ডাঙৰ অক্ষৰ ব্যবহাৰ কৰিছো যাতে এইটো স্পষ্ট হয়।  
 
| লক্ষ্য কৰক যে আমি ভ্যাৰিয়েবল নামত সকলো ডাঙৰ অক্ষৰ ব্যবহাৰ কৰিছো যাতে এইটো স্পষ্ট হয়।  
  
 
|-
 
|-
|  05:23
+
|05:23
 
| আপোনি বিচৰা মতে এইটো সলনি কৰিব পাৰে।  
 
| আপোনি বিচৰা মতে এইটো সলনি কৰিব পাৰে।  
  
 
|-
 
|-
|  05:26
+
|05:26
 
| এতিয়া ম্যাসেজত স্পেস যোগ কৰা যাওক।  
 
| এতিয়া ম্যাসেজত স্পেস যোগ কৰা যাওক।  
  
 
|-
 
|-
|  05:29
+
|05:29
 
| '''greet '''''plus '''''SPACE '''''plus '''''name'''
 
| '''greet '''''plus '''''SPACE '''''plus '''''name'''
  
 
|-
 
|-
|  05:36
+
|05:36
 
| ফাইলটো সংৰক্ষণ কৰক আৰু ৰান কৰক ।  
 
| ফাইলটো সংৰক্ষণ কৰক আৰু ৰান কৰক ।  
 
|-
 
|-
|  05:40
+
|05:40
 
| আমি এতিয়া ভাবা ধৰনে আউটপুট স্পষ্টভাবে চাবপাৰো   
 
| আমি এতিয়া ভাবা ধৰনে আউটপুট স্পষ্টভাবে চাবপাৰো   
  
 
|-
 
|-
|  05:45
+
|05:45
 
| এতিয়া কিছো স্ট্রিং অপাৰেশন দেখা যাওক।  
 
| এতিয়া কিছো স্ট্রিং অপাৰেশন দেখা যাওক।  
 
|-
 
|-
|   05:50
+
|05:50
 
| মই “Hello” শব্দৰ কিছু অাক্ষৰ আৰু “java” শব্দৰ কিছু অাক্ষৰ অাপাৰকেছলৈ পৰিবর্তন কৰিছো।  
 
| মই “Hello” শব্দৰ কিছু অাক্ষৰ আৰু “java” শব্দৰ কিছু অাক্ষৰ অাপাৰকেছলৈ পৰিবর্তন কৰিছো।  
  
 
|-
 
|-
|  06:05
+
|06:05
 
| প্রায়েই, যেতিয়া ইউজাৰে ইনপুট দিয়ে, মিক্সড কেসত এইধৰনে মানবোৰ থাকে।  
 
| প্রায়েই, যেতিয়া ইউজাৰে ইনপুট দিয়ে, মিক্সড কেসত এইধৰনে মানবোৰ থাকে।  
  
 
|-
 
|-
|  06:11
+
|06:11
 
|  সেয়ে আউটপুট চাবলৈ ফাইলটো ৰান কৰো যাওক।  
 
|  সেয়ে আউটপুট চাবলৈ ফাইলটো ৰান কৰো যাওক।  
  
 
|-
 
|-
|  06:18
+
|06:18
 
| আমি যেনে দেখিব লাৰো আউটপুটটো স্পষ্ট নাই  
 
| আমি যেনে দেখিব লাৰো আউটপুটটো স্পষ্ট নাই  
  
 
|-
 
|-
|  06:22
+
|06:22
 
| সেয়ে ইনপুট স্পষ্ট কৰিবলৈ স্ট্রিং মেথড ব্যবহাৰ কৰো   
 
| সেয়ে ইনপুট স্পষ্ট কৰিবলৈ স্ট্রিং মেথড ব্যবহাৰ কৰো   
 
|-
 
|-
|  06:27
+
|06:27
 
|   type, '''greet '''''equal to '''''greet.toLowerCase();'''
 
|   type, '''greet '''''equal to '''''greet.toLowerCase();'''
  
 
|-
 
|-
|  06:41
+
|06:41
 
| এই স্টেটমেন্টে greet স্ট্রিংৰ প্রতিটো অক্ষৰক লোৱাৰকেছলৈ ৰুপান্তৰিত কৰে।  
 
| এই স্টেটমেন্টে greet স্ট্রিংৰ প্রতিটো অক্ষৰক লোৱাৰকেছলৈ ৰুপান্তৰিত কৰে।  
 
|-
 
|-
|  06:47
+
|06:47
 
|  '''name '''''equal to '''''name.toUpperCase();'''
 
|  '''name '''''equal to '''''name.toUpperCase();'''
  
 
|-
 
|-
|  06:58
+
|06:58
 
| এই স্টেটমেন্টে name স্ট্রিংৰ প্রতিটো অক্ষৰক আপাৰকেছলৈ ৰুপান্তৰিত কৰে।  
 
| এই স্টেটমেন্টে name স্ট্রিংৰ প্রতিটো অক্ষৰক আপাৰকেছলৈ ৰুপান্তৰিত কৰে।  
  
 
|-
 
|-
|  07:03
+
|07:03
 
| ফাইলটো সংৰক্ষণ কৰক আৰু ৰান কৰক ।  
 
| ফাইলটো সংৰক্ষণ কৰক আৰু ৰান কৰক ।  
 
|-
 
|-
|  07:08
+
|07:08
 
| আমি যেনে দেখিব পাৰো, স্ট্রিং মেথড ব্যবহাৰ কৰাৰ পিছত আউটপুটখন এতিয়া স্পষ্ট হৈছে ।  
 
| আমি যেনে দেখিব পাৰো, স্ট্রিং মেথড ব্যবহাৰ কৰাৰ পিছত আউটপুটখন এতিয়া স্পষ্ট হৈছে ।  
 
|-
 
|-
| 07:13
+
|07:13
 
|এইভাবে আমি স্ট্রিংবোৰ তৈয়াৰ কৰো আৰু স্ট্রিং অপাৰেশন প্্ৰ্দশন  কৰো.  
 
|এইভাবে আমি স্ট্রিংবোৰ তৈয়াৰ কৰো আৰু স্ট্রিং অপাৰেশন প্্ৰ্দশন  কৰো.  
  
 
|-
 
|-
|  07:18
+
|07:18
 
| আৰু বহুত স্ট্রিং মেথড আছে   
 
| আৰু বহুত স্ট্রিং মেথড আছে   
 
|-
 
|-
|  07:19
+
|07:19
 
|আমি যেতিয়া জটিল বিষয়েবোৰলৈ যাম তেতিয়া আলোচনা কৰিম।  
 
|আমি যেতিয়া জটিল বিষয়েবোৰলৈ যাম তেতিয়া আলোচনা কৰিম।  
 
|-
 
|-
| 07:26
+
|07:26
 
| ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে  
 
| ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে  
  
 
|-
 
|-
|  07:29
+
|07:29
 
| এই টিউটোৰিয়ালেত আমি শিকিছো,  
 
| এই টিউটোৰিয়ালেত আমি শিকিছো,  
  
 
|-
 
|-
|  07:31
+
|07:31
 
| স্ট্রিংস তৈয়াৰ কৰা , যুগ কৰা  
 
| স্ট্রিংস তৈয়াৰ কৰা , যুগ কৰা  
  
 
|-
 
|-
|  07:33
+
|07:33
 
|আৰু  স্ট্রিং অপাৰেশনবোৰৰ সম্পাদন কৰা যেনে লোয়াৰ কেস আৰু আপাৰ কেসৰ ৰুপান্তৰণ।  
 
|আৰু  স্ট্রিং অপাৰেশনবোৰৰ সম্পাদন কৰা যেনে লোয়াৰ কেস আৰু আপাৰ কেসৰ ৰুপান্তৰণ।  
 
|-
 
|-
|  07:39
+
|07:39
 
| এই টিউটৰীয়েলৰ বাবে এটা কাৰ্যয,  
 
| এই টিউটৰীয়েলৰ বাবে এটা কাৰ্যয,  
  
 
|-
 
|-
|  07:41
+
|07:41
 
|  জাভাত স্ট্রিংৰ concat মেথড সম্পর্কে পঢ়ক। স্ট্রিং যোগ কৰাত  ই কিভাবে ভিন্নতা হয়।  
 
|  জাভাত স্ট্রিংৰ concat মেথড সম্পর্কে পঢ়ক। স্ট্রিং যোগ কৰাত  ই কিভাবে ভিন্নতা হয়।  
  
 
|-
 
|-
|  07:50
+
|07:50
 
| spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ  
 
| spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ  
 
তলৰ সংযোগত থকা ভিডিঅ’ চাওক। [http://spoken-tutorial.org/What_is_a_Spoken_Tutorial  ]    
 
তলৰ সংযোগত থকা ভিডিঅ’ চাওক। [http://spoken-tutorial.org/What_is_a_Spoken_Tutorial  ]    
 
|-
 
|-
|  07:55
+
|07:55
 
| * কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে  
 
| * কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে  
  
 
|-
 
|-
|  07:58
+
|07:58
 
|  
 
|  
 
যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
 
যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
 
 
 
 
 
|-
 
|-
|  08:03
+
|08:03
 
|   
 
|   
 
কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে 
 
কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে 
  
 
|-
 
|-
|  08:05
+
|08:05
 
| কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.  
 
| কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.  
  
 
|-
 
|-
|  08:07
+
|08:07
 
| এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
 
| এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
 
অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
 
অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
 
|-
 
|-
|  08:17
+
|08:17
 
|   
 
|   
 
কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
 
কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
  
 
|-
 
|-
|  08:21     
+
|08:21     
 
|  
 
|  
 
ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
 
ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
  
 
|-
 
|-
|  08:28
+
|08:28
 
|  
 
|  
 
এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
 
এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
  
 
|-
 
|-
|  08:33  
+
|08:33  
 
|    
 
|    
 
আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
 
আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Latest revision as of 11:09, 23 June 2014

Time Narration
00:01   জাভাত স্ট্রিংসৰ কথন টিউটোৰিয়লৈ আপনাক স্বাগতম।
00:05   এই টিউটোৰিয়েলত আপোনি শিকিব কিভাবে
00:08 স্ট্রিংস তৈয়াৰ, যুক্ত আৰু মৌলিক স্ট্রিং অপাৰেশন সম্পাদন কৰা হয় যেনে লোয়াৰ কেস আৰু  আপাড় কেস ৰুপান্তৰিত কৰা 
00:18 এই টিউটোৰিয়েলত আমি 

উবুন্টু সংস্কৰণ 11.10, JDK 1.6 আৰু  Eclipse 3.7.0 ব্যবহাৰ কৰিছো ।

00:26   এই টিউটোৰিয়েলটো অনুসৰণ কৰুতে জাভাত ডেটা টাইপ সম্পর্কে জানিব লাগিব ।
00:32 নহলে, প্রাসঙ্গিক টিউটোৰিয়েলৰ কাৰনে আমাৰ ওয়েবসাইট পৰিদর্শন কৰক ।
00:40  জাভাত স্ট্রিং হল এটা অাখৰৰ অনুক্রম।
00:44 স্ট্রিংসৰ সৈতে আৰম্ভ কৰাৰ আগতে, আমি প্রথমে ক্যাৰেক্টাৰ ডেটা টাইপ চাম ।
00:50 এতিয়া eclipseলৈ  যাও।
00:55    বাকি কোডৰ বাবে আমাৰ উচৰত eclipse IDE আৰু প্রয়োজনীয় skeleton আছে ।
01:00 আমি StringDemo নামৰ ক্লাস তৈয়াৰ কৰিছো আৰু মেন মেথড যুগ কৰিছো ।
01:07  মেন মেথডৰ ভিতৰত লিখুক char star = উদ্ধৃতি চিন্হত asrteicks
01:19 এই স্টেটমেন্টে star নাম আৰু char টাইপৰ সৈতে এটা ভ্যাৰিয়েবল তৈয়াৰ কৰে ।
01:25 ই ঠিক এটা অাক্ষৰ সংৰক্ষণ কৰিব পাৰে 
01:28 কিছো অক্ষৰ ব্যবহাৰ কৰি এটা শব্দ প্রিন্ট কৰা যাওক।
01:33 char লাইনটো আৰু লিখনি খিনি মুছি পেলাওক ,
01:36 char c1 = একক উদ্ধৃতিচিহ্নত c
01:43 char c2 = একক উদ্ধৃতিচিহ্নেত  a
01:49 char c3 = একক উদ্ধৃতিচিহ্নেত r
01:55 car শব্দটি বনাবলৈ আমি তিনিটা অাক্ষৰ তৈয়াৰ কৰিছো 
01:59 এতিয়া এই শব্দটো প্রিন্ট কৰিবলৈ এইবোৰ ব্যবহাৰ কৰো।
02:02  টাইপ কৰক
02:04 System.out.print(c1);
02:12 System.out.print(c2);
02:22 System.out.print(c3);
02:31 লক্ষ্য কৰক যে মই  printৰ পৰিবর্তে println  ব্যবহাৰ কৰিছো যাতে সকলো অাক্ষৰ একেই লাইনতে প্রিন্ট হয়।
02:39 ফাইলটি সংৰক্ষণ আৰু ৰান কৰক ।
02:43 আমি যেনে চাব পাৰো, প্ৰত্যাশা অনুযায়ী ফলাফল প্রদর্শিত হয়
02:46 কিন্তু এই মেথডে অকল শব্দহে প্রিন্ট কৰে, কিন্তু তৈয়াৰ নকৰে 
02:50 শব্দ তৈয়াৰ কৰিবলৈ, আমি String ডেটা টাইপ ব্যবহাৰ কৰো।
02:54 এইটো চেষ্টা কৰো।
02:57  মেন মেথডৰ ভিতৰত সকলোখিনি মুছি পেলাওক আৰু টাইপ কৰক 
03:03 String greet equal to Hello Learner :
03:16 মন কৰক যে  String শব্দটোৰ S আপাৰকেচত আছে।
03:19   আৰু আমি delimiters হিসাবে একক উদ্ধৃতি চিহ্নৰ পৰিবর্তে  ডবল উদ্ধৃতি চিহ্ন ব্যবহাৰ কৰিছো ।
03:25 এই স্টেটমেন্টে greet ভ্যাৰিয়েবল তৈয়াৰ কৰে , তাকো String টাইপৰ ।
03:31 এতিয়া ম্যাসেজটো প্রিন্ট কৰো।
03:33 System.out.println(greet);
03:44 ফাইলটো সংৰক্ষণ কৰক আৰু ৰান কৰক ।
03:51 আমি যেনে দেখিব পাৰো, ম্যাসেজ ভ্যাৰিয়েবলত সংৰক্ষিত হৈছে আৰু এইটো প্রিন্ট কৰা হৈছে
03:57 স্ট্রিংসও জাভাত যোগ কৰিব পাৰি ।
04:00 এতিয়া চাও কিভাবে কৰা যায় ।
04:04  আমি ম্যাসেজৰপৰা Learner মুছি পেলাও।
04:08 আমি নামটো অন্য ভ্যাৰিয়েবলত সংগ্রহ কৰিম ।
04:14   String name equal to “Java”;
04:22 এতিয়া আমি ম্যাসেজ তৈয়াৰ কৰিবলৈ স্ট্রিংস যোগ কৰিব লাগিব।
04:28 String msg equal to greet plus name ;
04:42 প্রিন্ট স্টেটমেন্টত থকা greet  println(greet)ক messageprintln(msg) লৈ পৰিবর্তন কৰক। ফাইলটো সংৰক্ষণ কৰক আৰু ৰান কৰক ।
04:56 আমি দেখিব পাৰো যে আউটপুটে গ্রীটিং আৰু নাম দেখোৱায়।
05:00 কিন্তু তাত সেইবোৰক পৃথক কৰোৱা স্থান নাই।
05:02 সেয়ে এটা স্পেস ক্যাৰেক্টাৰ তৈয়াৰ কৰো ।
05:08  char SPACE = একক উদ্ধৃতি চিহ্নত space
05:17 লক্ষ্য কৰক যে আমি ভ্যাৰিয়েবল নামত সকলো ডাঙৰ অক্ষৰ ব্যবহাৰ কৰিছো যাতে এইটো স্পষ্ট হয়।
05:23 আপোনি বিচৰা মতে এইটো সলনি কৰিব পাৰে।
05:26 এতিয়া ম্যাসেজত স্পেস যোগ কৰা যাওক।
05:29 greet plus SPACE plus name
05:36  ফাইলটো সংৰক্ষণ কৰক আৰু ৰান কৰক ।
05:40 আমি এতিয়া ভাবা ধৰনে আউটপুট স্পষ্টভাবে চাবপাৰো 
05:45 এতিয়া কিছো স্ট্রিং অপাৰেশন দেখা যাওক।
05:50  মই “Hello” শব্দৰ কিছু অাক্ষৰ আৰু “java” শব্দৰ কিছু অাক্ষৰ অাপাৰকেছলৈ পৰিবর্তন কৰিছো।
06:05 প্রায়েই, যেতিয়া ইউজাৰে ইনপুট দিয়ে, মিক্সড কেসত এইধৰনে মানবোৰ থাকে।
06:11   সেয়ে আউটপুট চাবলৈ ফাইলটো ৰান কৰো যাওক।
06:18 আমি যেনে দেখিব লাৰো আউটপুটটো স্পষ্ট নাই
06:22 সেয়ে ইনপুট স্পষ্ট কৰিবলৈ স্ট্রিং মেথড ব্যবহাৰ কৰো 
06:27    type, greet equal to greet.toLowerCase();
06:41 এই স্টেটমেন্টে greet স্ট্রিংৰ প্রতিটো অক্ষৰক লোৱাৰকেছলৈ ৰুপান্তৰিত কৰে।
06:47   name equal to name.toUpperCase();
06:58 এই স্টেটমেন্টে name স্ট্রিংৰ প্রতিটো অক্ষৰক আপাৰকেছলৈ ৰুপান্তৰিত কৰে।
07:03  ফাইলটো সংৰক্ষণ কৰক আৰু ৰান কৰক ।
07:08 আমি যেনে দেখিব পাৰো, স্ট্রিং মেথড ব্যবহাৰ কৰাৰ পিছত আউটপুটখন এতিয়া স্পষ্ট হৈছে ।
07:13 এইভাবে আমি স্ট্রিংবোৰ তৈয়াৰ কৰো আৰু স্ট্রিং অপাৰেশন প্্ৰ্দশন  কৰো.
07:18 আৰু বহুত স্ট্রিং মেথড আছে 
07:19 আমি যেতিয়া জটিল বিষয়েবোৰলৈ যাম তেতিয়া আলোচনা কৰিম।
07:26 ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে
07:29 এই টিউটোৰিয়ালেত আমি শিকিছো,
07:31 স্ট্রিংস তৈয়াৰ কৰা , যুগ কৰা
07:33 আৰু  স্ট্রিং অপাৰেশনবোৰৰ সম্পাদন কৰা যেনে লোয়াৰ কেস আৰু আপাৰ কেসৰ ৰুপান্তৰণ।
07:39  এই টিউটৰীয়েলৰ বাবে এটা কাৰ্যয,
07:41   জাভাত স্ট্রিংৰ concat মেথড সম্পর্কে পঢ়ক। স্ট্রিং যোগ কৰাত  ই কিভাবে ভিন্নতা হয়।
07:50  spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ

তলৰ সংযোগত থকা ভিডিঅ’ চাওক। [1]  

07:55 * কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
07:58

যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।  

08:03  

কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে 

08:05 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
08:07 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে

অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।

08:17  

কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।

08:21   

ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়

08:28

এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।

08:33   

আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।


Contributors and Content Editors

Mousumi, Pratik kamble