Java/C2/Relational-Operations/Assamese

From Script | Spoken-Tutorial
Revision as of 17:26, 22 January 2014 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

 {| border=1 || Time' || Narration |- | 00:01 |  জাভাত ৰিলেশনেল অপাৰেটৰৰ স্পকেন টিউটোৰিয়েলৈ আপনাক স্বাগতম।  |- |  00:07 |   এই টিউটোৰিয়েলত আমি শিকিম

|- | 00:09 |  boolean ডেটা টাইপ |- | 00:10 | ৰিলেশনেল অপাৰেটৰ আৰু |- | 00:12 |  ৰিলেশনেল অপাৰেটৰ ব্যবহাৰ কৰি ডেটা কিভাবে তুলনা কৰে 

|- |  00:17 | এই টিউটোৰিয়েলত আমি  উবুন্টু সংস্কৰণ 11.10, JDK 1.6 আৰু  Eclipse 3.7.0 ব্যবহাৰ কৰিছো ।

|- | 00:26 | এই টিউটোৰিয়েলটো অনুসৰণ কৰুতে জাভাত ডেটা টাইপ সম্পর্কে জানিব লাগিব

|- | 00:31 | নহলে, প্রাসঙ্গিক টিউটোৰিয়েলৰ কাৰনে আমাৰ ওয়েবসাইট পৰিদর্শন কৰক

|- |  00:39 |  ৰিলেশনেল অপাৰেটৰ কন্ডিশনবোৰ চাবলৈ ব্যবহৃত হয়।

|- | 00:43 |   তাৰ আউটপুট হৈছে বুলিয়েন ডেটা টাইপেৰ ভ্যাৰিয়েবল।

|- | 00:48 |  এটা বুলিয়েন ডেটা টাইপৰ আকাৰ হৈছে  1 বিট।

|- | 00:51 |  ই মাত্ৰ  দুটা মানহে সংগ্রহ কৰে।

|- | 00:54 |   True বা False.

|- | 00:56 |  কন্ডিশন সঠিক হলে আউটপুট True হয় .

|- | 00:59 |  কন্ডিশন সঠিক নহলে আউটপুট False হয় . |- |  01:06 |   ইয়াতে উপলব্ধ ৰিলেশনেল অপাৰেটৰৰ এখন তালিকা আছে 

|- | 01:10 | * গ্রেটাৰ দেন |- | 01:12 | * লেস দেন |- | 01:13  | * ইকয়েল টু |- | 00:14 | * গ্রেটাৰ দেন বা ইকুয়েল টু |- | 01:15 | * লেস দেন বা ইকুয়েল টু |- | 01:17 |  * নট ইকুয়েল টু

|- | 01:19 | আমি তাৰে প্রতিটোক বিস্তাৰত চাম ।

|- |01:22 | eclipseলৈ যাওক ।

|- |01:27  |  বাকি কোডৰ বাবে আমাৰ উচৰত eclipse IDE আৰু প্রয়োজনীয় skeleton আছে

|- | 01:33 | আমি BooleanDemo নামৰ ক্লাস তৈয়াৰ কৰিছো আৰু মেন মেথড যুগ কৰিছো।

|- | 01:38 | এতিয়া কিছো এক্সপ্রেশন যোগ কৰা যাওক।

|- | 01:41  |  টাইপ কৰক  boolean b;

|- | 01:47 |  boolean কীওয়ার্ডে b ভ্যাৰিয়েবল ডেটা টাইপক boolean হিসাবে ঘোষণা কৰে।

|- | 01:53 |  আমি আমাৰ কন্ডিশনৰ ফলাফল b ত সংৰক্ষণ কৰো ।

|- |   01:5 |  আমি weight ভ্যাৰিয়েবলক সংজ্ঞা কৰিম আৰু সেই ভ্যাৰিয়েবলক ব্যৱহাৰ কৰি কন্ডিশন এটা চাম ।

|- | 02:05 |  int weight equal to 45;

|- | 02:13 | আমি চাম, যদি weightৰ মান 40তকৈ অধিক হয়।

|- | 02:18 |  b equal to weight greater than 40;

|- | এই স্টেটমেন্টে চাবলৈ কয় যে যদি ভ্যাৰিয়েবলেৰ মান 40তকৈ অধিক হয় আৰু ফলাফলটো bত সংৰক্ষিত হয়।    |- | 02:37 |  এতিয়া bৰ মান প্রিন্ট কৰো ।

|- | 02:41 |  System dot out dot println(b);

|- | 02:49 |  সংৰক্ষণ কৰক আৰু ৰান কৰক।

|- |  02:59 |   আমি যেনে চাব পাৰো, আউটপুটটো True হয়. 

|- | 03:02 |  এতিয়া চাও কি হয়, যদি মান 40তকৈ কম হয় 

|- | 03:07 |  weight 30 লৈ পৰিবর্তন কৰক ।

|- | 03:12 | সংৰক্ষণ কৰক আৰু ৰান কৰক।

|- |   03:20 | আমি চাব পাৰো যে, আউটপুটটো আশা কৰা হিচাপে False হয় .

|- |  03:24 |  এইভাবে, যদি এটাৰ মান আনটোতকৈ অধিক হয়, তাক চাবলৈ গ্রেটাৰ দেন চিহ্নটো ব্যবহৃত হয়। |- | 03:30 |  একেভাবে, যদি এটাৰ মান আনটোতকৈ কম হয়, তাক চাবলৈ লেস দেন চিহ্নটো ব্যবহৃত হয়। |- |  03:37 | গ্রেটাৰ দেন চিহ্নক লেস দেন চিহ্নলৈ সলনি কৰক।

|- | 03:43 | সেয়ে আমি চাই আছো weightৰ মান 40তকৈ কম হয় নেকি। $$$$$$$$$$$

|- | 03:48 | সংৰক্ষণ কৰক আৰু ৰান কৰক।

|- |  03:56 |  আমি যেনে চাব পাৰো, আউটপুটটো আশা কৰা হিচাবে True হয়. |- | 04:01 | এতিয়া weightৰ মান 45লৈ সলনি কৰো আৰু আউটপুটটো চাও

|- | 04:09 |  সংৰক্ষণ কৰক আৰু ৰান কৰক। |- |  04:16 | আমি দেখো যে আমি কন্ডিশনৰ কাৰনে False পাইছো

|- | 04:21 | weight < 40 সঠিক নহয়।

|- | 04:25 | এতিয়া চাও যে এটাৰ মান আন এটাৰ লগত সমান হোৱাটো কেনেকৈ চাই। **********

|- | 04:31 | সেইটো কৰোতে, আমি 'two equal to symbols. ব্যবহাৰ কৰিম ।

|- | 04:35 | লেস দেন চিহ্নক ডাবল ইকুয়াল টুলৈ সলনি কৰক।

|- | 04:41 |সংৰক্ষণ কৰক আৰু ৰান কৰ

|- |  04:48 |  আমি যেনে চাব পাৰো, আউটপুটটো False হয়, কাৰণ weightৰ মান 40ৰ সমান নহয়।

|- |  04:55 | এতিয়া আমি weightক 40লৈ সলনি কৰো আৰু আউটপুটটো চাও।

|- | 05:01 | সংৰক্ষণ কৰক আৰু ৰান কৰক।

|- |  05:08 |  আমি যেনে চাব পাৰো, আউটপুটটো True হয়.

|- | 05:12 |  এইভাবে, "ডাবল ইকুয়াল টু" সমতা পৰীক্ষণৰ বাবে ব্যবহৃত হয়। |- | 05:16 | অনুগ্ৰহ কৰি সতর্ক থাকিব কাৰণ মনোহে প্রায়ই সমানতা পৰীক্ষণৰ বাবে single equal to(একটি সমান চিহ্ন)ব্যবহাৰ কৰে।

|- | 05:22 | আৰু এইটোৱে অপ্রয়োজনীয় এৰৰ দিয়ে।

|- | 05:26 | তাৰপিছত আমি চাম কেনেকৈless than or equal to.পৰিক্ষন কৰে।

|- | 05:30 | সেইটো কৰিবলৈ আমি ইকুয়েল টু চিহ্ন অনুসৰন কৰি এটা লেস দেন চিহ্ন  ব্যবহাৰ কৰিম।

|- | 05:35 | ডাবল ইকুয়াল টুক লেস দেন ইকুয়াল টুলৈ সলনি কৰক ।

|- | 05:42 |সংৰক্ষণ কৰক আৰু ৰান কৰক। |- | 05:50 | আউটপুটটো ভাবা দৰে True হয়.

|- | 05:53 | এতিয়া লেস দেন চেক কাম কৰিছে নে নাই তাক চাবলৈ weightৰ মান সলনি কৰো। **********

|- | 05:59 | 40ক 30লৈ সলনি কৰক।

|- | 06:04 | সংৰক্ষণ কৰক আৰু ৰান কৰক।

|- | 06:14 | আমি দেখো যে, weight 40ৰ সমান নহোৱা সত্বেও আউটপুটটো True পাউ কাৰণ ই 40তকে কম। |- | 06:22 | weightৰ মান 40কৈ অধিক হলে কি হয় তাক চাও ।

|- | 06:274 | সংৰক্ষণ কৰক আৰু ৰান কৰক। ধৰক 50 |- | 06:39 |আমি যেনে চাব পাৰো আউটপুটটো False হয় কাৰণ weightৰ মান 40 ৰ সমান নহয়।

|- | 06:44 | আৰু ই 40তকৈও কম নহয়।

|- | 06:48 | একেধৰনে গ্রেটাৰ দেন বা ইকুয়েল টু পৰিক্ষন কৰিবলৈ আমি equal to symbolঅক অনুসৰন কৰি গ্রেটাৰ দেন চিহ্ন ব্যবহাৰ কৰো ।

|- | 06:55 | এইটোক চেষ্টা কৰো ।

|- | 06:57 | লেস দেন ইকুয়েল টুক গ্রেটাৰ দেন ইকুয়েল টু লৈ সলনি কৰক ।

|- | 07:04 | সংৰক্ষণ কৰক আৰু ৰান কৰক।

|- | 07:10 | আমি যেনে চাব পাৰো আউটপুটটো true '  হয় কাৰণ weightৰ মান 40 তকৈ ডাঙৰ হয়। |- | 07: 16 | weight ৰ মান 40তকৈ কম মানলৈ সলনি কৰক। ধৰক  30.

|- | 07:25 | সংৰক্ষণ কৰক আৰু ৰান কৰক।

|- | 07:32 | আমি  false পাইছো কাৰণ weightৰ মান 40তকৈ অধিক নহয় আৰু 40 ৰ সমান ও নহয়।

|- | 07:39 | তাৰ পিছত, আমি চাও কেনেকৈ নট ইকুয়েল টুক পৰিক্ষন কৰে।

|- | 07:46 | এইটো ইকুয়েল টু চিহ্নক অনুসৰন কৰি বিস্ময়বোধক চিনহ্নৰে ব্যবহাৰ কৰি কৰা হয়।

|- | 07:53 | গ্রেটাৰ দেনক বিস্ময়বোধক চিহ্ন লৈ সলনি কৰক।

|- | 07:59 |সেয়ে এই স্টেটমেন্টে কয় যে weightৰ মান 40ৰ সমান নহয় আৰু ফলাফলটো b ত সংগ্রহ কৰক।

|- | 08:08 | সংৰক্ষণ কৰক আৰু ৰান কৰক।

|- | 08:16 | আমি যেনে চাব পাৰো যে আউটপুটটো True হয় কাৰণ weightৰ মান 40ৰ সমান নহয়।

|- | 08:23 | weightৰ মানক ৪০ লৈ সলনি কৰক আৰু আউটপুটটো  চাওক

|- | 08:28 | 30ক 40লৈ সলনি কৰক।

|- | 08:31 | সংৰক্ষণ কৰক আৰু ৰান কৰক।

|- | 08:38 | আমি  false পাইছো কাৰণ weight not equal to 40 কন্ডিশন সঠিক নহয়।

|- | 08:45 | নট ইকুয়াল টু কন্ডিশনক ইকুয়াল টু কন্ডিশনৰ বিপৰীত হিচাবে ধাৰণা কৰিব পাৰে ।

|- | 08:50 | এইভাবে যি আমি জাভাত ডেটা তুলনা কৰিবলৈ বিভিন্ন ৰিলেশনেল অপাৰেটৰ ব্যবহাৰ কৰো ।

|- | 08:58 | ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে

|- | 09:01 |এই টিউটোৰিয়ালেত আমি boolean ডেটা টাইপৰ বিষয়ে শিকিছো,

|- | 09:06 | ৰিলেশনেল অপাৰেটৰ আৰু

|- | 09:08 | ৰিলেশনেল অপাৰেটৰ বয়ৱহাৰ কৰি কেনেকৈ দুটা মানক তুলনি কৰিব পাৰে

|- | 09:13 | এই টিউটৰীয়েলৰ বাবে এটা কাৰ্যয, প্রদর্শিত দুটা এক্সপ্রেশনে সমানতা দেখোৱায় নে, নির্ণয় কৰক 

|- | 09:23 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ

|- | 09:23 | * তলৰ সংযোগত থকা ভিডিঅ’ চাওক। [1]   

|- | 09:28 | * কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে

|- | 09:31 | * যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।

|- | 09:36 |  কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে

|- | 09:38 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.  

|- | 09:40 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।

|- | 09: 50 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।

|- | 09:54 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়   |- | 10:00 |  এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।

|- | 10:05 |  আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

|}

Contributors and Content Editors

Mousumi, Pratik kamble