Java/C2/Relational-Operations/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | জাভাত ৰিলেশনেল অপাৰেটৰৰ স্পকেন টিউটোৰিয়েলৈ আপনাক স্বাগতম |
| 00:07 | এই টিউটোৰিয়েলত আমি শিকিম |
| 00:09 | boolean ডেটা টাইপ |
| 00:10 | ৰিলেশনেল অপাৰেটৰ আৰু |
| 00:12 | ৰিলেশনেল অপাৰেটৰ ব্যবহাৰ কৰি ডেটা কিভাবে তুলনা কৰে |
| 00:17 | এই টিউটোৰিয়েলত আমি
উবুন্টু সংস্কৰণ 11.10, JDK 1.6 আৰু Eclipse 3.7.0 ব্যবহাৰ কৰিছো । |
| 00:26 | এই টিউটোৰিয়েলটো অনুসৰণ কৰুতে জাভাত ডেটা টাইপ সম্পর্কে জানিব লাগিব |
| 00:31 | নহলে, প্রাসঙ্গিক টিউটোৰিয়েলৰ কাৰনে আমাৰ ওয়েবসাইট পৰিদর্শন কৰক |
| 00:39 | ৰিলেশনেল অপাৰেটৰ কন্ডিশনবোৰ চাবলৈ ব্যবহৃত হয়। |
| 00:43 | তাৰ আউটপুট হৈছে বুলিয়েন ডেটা টাইপেৰ ভ্যাৰিয়েবল। |
| 00:48 | এটা বুলিয়েন ডেটা টাইপৰ আকাৰ হৈছে 1 বিট। |
| 00:51 | ই মাত্ৰ দুটা মানহে সংগ্রহ কৰে। |
| 00:54 | True বা False. |
| 00:56 | কন্ডিশন সঠিক হলে আউটপুট True হয় . |
| 00:59 | কন্ডিশন সঠিক নহলে আউটপুট False হয় . |
| 01:06 | ইয়াতে উপলব্ধ ৰিলেশনেল অপাৰেটৰৰ এখন তালিকা আছে |
| 01:10 | গ্রেটাৰ দেন |
| 01:12 | লেস দেন |
| 01:13 | ইকয়েল টু |
| 01:14 | গ্রেটাৰ দেন বা ইকুয়েল টু |
| 01:15 | লেস দেন বা ইকুয়েল টু |
| 01:17 | নট ইকুয়েল টু |
| 01:19 | আমি তাৰে প্রতিটোক বিস্তাৰত চাম । |
| 01:22 | eclipseলৈ যাওক । |
| 01:27 | বাকি কোডৰ বাবে আমাৰ উচৰত eclipse IDE আৰু প্রয়োজনীয় skeleton আছে |
| 01:33 | আমি BooleanDemo নামৰ ক্লাস তৈয়াৰ কৰিছো আৰু মেন মেথড যুগ কৰিছো। |
| 01:38 | এতিয়া কিছো এক্সপ্রেশন যোগ কৰা যাওক। |
| 01:41 | টাইপ কৰক boolean b; |
| 01:47 | boolean কীওয়ার্ডে b ভ্যাৰিয়েবল ডেটা টাইপক boolean হিসাবে ঘোষণা কৰে। |
| 01:53 | আমি আমাৰ কন্ডিশনৰ ফলাফল b ত সংৰক্ষণ কৰো । |
| 01:56 | আমি weight ভ্যাৰিয়েবলক সংজ্ঞা কৰিম আৰু সেই ভ্যাৰিয়েবলক ব্যৱহাৰ কৰি কন্ডিশন এটা চাম । |
| 02:05 | int weight equal to 45; |
| 02:13 | আমি চাম, যদি weightৰ মান 40তকৈ অধিক হয়। |
| 02:18 | b equal to weight greater than 40; |
| 02:28 | এই স্টেটমেন্টে চাবলৈ কয় যে যদি ভ্যাৰিয়েবলেৰ মান 40তকৈ অধিক হয় আৰু ফলাফলটো bত সংৰক্ষিত হয়। |
| 02:37 | এতিয়া bৰ মান প্রিন্ট কৰো । |
| 02:41 | System dot out dot println(b); |
| 02:49 | সংৰক্ষণ কৰক আৰু ৰান কৰক। |
| 02:59 | আমি যেনে চাব পাৰো, আউটপুটটো True হয়. |
| 03:02 | এতিয়া চাও কি হয়, যদি মান 40তকৈ কম হয় |
| 03:07 | weight 30 লৈ পৰিবর্তন কৰক । |
| 03:12 | সংৰক্ষণ কৰক আৰু ৰান কৰক। |
| 03:20 | আমি চাব পাৰো যে, আউটপুটটো আশা কৰা হিচাপে False হয় . |
| 03:24 | এইভাবে, যদি এটাৰ মান আনটোতকৈ অধিক হয়, তাক চাবলৈ গ্রেটাৰ দেন চিহ্নটো ব্যবহৃত হয়। |
| 03:30 | একেভাবে, যদি এটাৰ মান আনটোতকৈ কম হয়, তাক চাবলৈ লেস দেন চিহ্নটো ব্যবহৃত হয়। |
| 03:37 | গ্রেটাৰ দেন চিহ্নক লেস দেন চিহ্নলৈ সলনি কৰক। |
| 03:43 | সেয়ে আমি চাই আছো weightৰ মান 40তকৈ কম হয় নেকি। |
| 03:48 | সংৰক্ষণ কৰক আৰু ৰান কৰক। |
| 03:56 | আমি যেনে চাব পাৰো, আউটপুটটো আশা কৰা হিচাবে True হয়. |
| 04:01 | এতিয়া weightৰ মান 45লৈ সলনি কৰো আৰু আউটপুটটো চাও |
| 04:09 | সংৰক্ষণ কৰক আৰু ৰান কৰক। |
| 04:16 | আমি দেখো যে আমি কন্ডিশনৰ কাৰনে False পাইছো |
| 04:21 | weight < 40 সঠিক নহয়। |
| 04:25 | এতিয়া চাও যে এটাৰ মান আন এটাৰ লগত সমান হোৱাটো কেনেকৈ চাই। |
| 04:31 | সেইটো কৰোতে, আমি 'two equal to symbols. ব্যবহাৰ কৰিম । |
| 04:35 | লেস দেন চিহ্নক ডাবল ইকুয়াল টুলৈ সলনি কৰক। |
| 04:41 | সংৰক্ষণ কৰক আৰু ৰান কৰ |
| 04:48 | আমি যেনে চাব পাৰো, আউটপুটটো False হয়, কাৰণ weightৰ মান 40ৰ সমান নহয়। |
| 04:55 | এতিয়া আমি weightক 40লৈ সলনি কৰো আৰু আউটপুটটো চাও। |
| 05:01 | সংৰক্ষণ কৰক আৰু ৰান কৰক। |
| 05:08 | আমি যেনে চাব পাৰো, আউটপুটটো True হয়. |
| 05:12 | এইভাবে, "ডাবল ইকুয়াল টু" সমতা পৰীক্ষণৰ বাবে ব্যবহৃত হয়। |
| 05:16 | অনুগ্ৰহ কৰি সতর্ক থাকিব কাৰণ মনোহে প্রায়ই সমানতা পৰীক্ষণৰ বাবে single equal to(একটি সমান চিহ্ন)ব্যবহাৰ কৰে। |
| 05:22 | আৰু এইটোৱে অপ্রয়োজনীয় এৰৰ দিয়ে। |
| 05:26 | তাৰপিছত আমি চাম কেনেকৈless than or equal to.পৰিক্ষন কৰে। |
| 05:30 | সেইটো কৰিবলৈ আমি ইকুয়েল টু চিহ্ন অনুসৰন কৰি এটা লেস দেন চিহ্ন ব্যবহাৰ কৰিম। |
| 05:35 | ডাবল ইকুয়াল টুক লেস দেন ইকুয়াল টুলৈ সলনি কৰক । |
| 05:42 | সংৰক্ষণ কৰক আৰু ৰান কৰক। |
| 05:50 | আউটপুটটো ভাবা দৰে True হয়. |
| 05:53 | এতিয়া লেস দেন চেক কাম কৰিছে নে নাই তাক চাবলৈ weightৰ মান সলনি কৰো। |
| 05:59 | 40ক 30লৈ সলনি কৰক। |
| 06:04 | সংৰক্ষণ কৰক আৰু ৰান কৰক। |
| 06:14 | আমি দেখো যে, weight 40ৰ সমান নহোৱা সত্বেও আউটপুটটো True পাউ কাৰণ ই 40তকে কম। |
| 06:22 | weightৰ মান 40কৈ অধিক হলে কি হয় তাক চাও । |
| 06:27 | সংৰক্ষণ কৰক আৰু ৰান কৰক। ধৰক 50 |
| 06:39 | আমি যেনে চাব পাৰো আউটপুটটো False হয় কাৰণ weightৰ মান 40 ৰ সমান নহয়। |
| 06:44 | আৰু ই 40তকৈও কম নহয়। |
| 06:48 | একেধৰনে গ্রেটাৰ দেন বা ইকুয়েল টু পৰিক্ষন কৰিবলৈ আমি equal to symbolঅক অনুসৰন কৰি গ্রেটাৰ দেন চিহ্ন ব্যবহাৰ কৰো । |
| 06:55 | এইটোক চেষ্টা কৰো । |
| 06:57 | লেস দেন ইকুয়েল টুক গ্রেটাৰ দেন ইকুয়েল টু লৈ সলনি কৰক । |
| 07:04 | সংৰক্ষণ কৰক আৰু ৰান কৰক। |
| 07:10 | আমি যেনে চাব পাৰো আউটপুটটো true ' হয় কাৰণ weightৰ মান 40 তকৈ ডাঙৰ হয়। |
| 07:16 | weight ৰ মান 40তকৈ কম মানলৈ সলনি কৰক। ধৰক 30. |
| 07:25 | সংৰক্ষণ কৰক আৰু ৰান কৰক। |
| 07:32 | আমি false পাইছো কাৰণ weightৰ মান 40তকৈ অধিক নহয় আৰু 40 ৰ সমান ও নহয়। |
| 07:39 | তাৰ পিছত, আমি চাও কেনেকৈ নট ইকুয়েল টুক পৰিক্ষন কৰে। |
| 07:46 | এইটো ইকুয়েল টু চিহ্নক অনুসৰন কৰি বিস্ময়বোধক চিনহ্নৰে ব্যবহাৰ কৰি কৰা হয়। |
| 07:53 | গ্রেটাৰ দেনক বিস্ময়বোধক চিহ্ন লৈ সলনি কৰক। |
| 07:59 | সেয়ে এই স্টেটমেন্টে কয় যে weightৰ মান 40ৰ সমান নহয় আৰু ফলাফলটো b ত সংগ্রহ কৰক। |
| 08:08 | সংৰক্ষণ কৰক আৰু ৰান কৰক। |
| 08:16 | আমি যেনে চাব পাৰো যে আউটপুটটো True হয় কাৰণ weightৰ মান 40ৰ সমান নহয়। |
| 08:23 | weightৰ মানক ৪০ লৈ সলনি কৰক আৰু আউটপুটটো চাওক |
| 08:28 | 30ক 40লৈ সলনি কৰক। |
| 08:31 | সংৰক্ষণ কৰক আৰু ৰান কৰক। |
| 08:38 | আমি false পাইছো কাৰণ weight not equal to 40 কন্ডিশন সঠিক নহয়। |
| 08:45 | নট ইকুয়াল টু কন্ডিশনক ইকুয়াল টু কন্ডিশনৰ বিপৰীত হিচাবে ধাৰণা কৰিব পাৰে । |
| 08:50 | এইভাবে যি আমি জাভাত ডেটা তুলনা কৰিবলৈ বিভিন্ন ৰিলেশনেল অপাৰেটৰ ব্যবহাৰ কৰো । |
| 08:58 | ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে |
| 09:01 | এই টিউটোৰিয়ালেত আমি boolean ডেটা টাইপৰ বিষয়ে শিকিছো, |
| 09:06 | ৰিলেশনেল অপাৰেটৰ আৰু |
| 09:08 | ৰিলেশনেল অপাৰেটৰ বয়ৱহাৰ কৰি কেনেকৈ দুটা মানক তুলনি কৰিব পাৰে |
| 09:13 | এই টিউটৰীয়েলৰ বাবে এটা কাৰ্যয, প্রদর্শিত দুটা এক্সপ্রেশনে সমানতা দেখোৱায় নে, নির্ণয় কৰক |
| 09:23 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ |
| 09:23 | তলৰ সংযোগত থকা ভিডিঅ’ চাওক। [1] |
| 09:28 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
| 09:31 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
| 09:36 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
| 09:38 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. |
| 09:40 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
| 09:50 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
| 09:54 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
| 10:00 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
| 10:05 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |