Java/C2/Relational-Operations/Assamese

From Script | Spoken-Tutorial
Revision as of 11:16, 23 June 2014 by Pratik kamble (Talk | contribs)

Jump to: navigation, search
Time Narration
00:01   জাভাত ৰিলেশনেল অপাৰেটৰৰ স্পকেন টিউটোৰিয়েলৈ আপনাক স্বাগতম 
00:07   এই টিউটোৰিয়েলত আমি শিকিম
00:09   boolean ডেটা টাইপ
00:10 ৰিলেশনেল অপাৰেটৰ আৰু
00:12   ৰিলেশনেল অপাৰেটৰ ব্যবহাৰ কৰি ডেটা কিভাবে তুলনা কৰে 
00:17  এই টিউটোৰিয়েলত আমি 

উবুন্টু সংস্কৰণ 11.10, JDK 1.6 আৰু  Eclipse 3.7.0 ব্যবহাৰ কৰিছো ।

00:26  এই টিউটোৰিয়েলটো অনুসৰণ কৰুতে জাভাত ডেটা টাইপ সম্পর্কে জানিব লাগিব
00:31  নহলে, প্রাসঙ্গিক টিউটোৰিয়েলৰ কাৰনে আমাৰ ওয়েবসাইট পৰিদর্শন কৰক
00:39   ৰিলেশনেল অপাৰেটৰ কন্ডিশনবোৰ চাবলৈ ব্যবহৃত হয়।
00:43   তাৰ আউটপুট হৈছে বুলিয়েন ডেটা টাইপেৰ ভ্যাৰিয়েবল।
00:48   এটা বুলিয়েন ডেটা টাইপৰ আকাৰ হৈছে  1 বিট।
00:51   ই মাত্ৰ  দুটা মানহে সংগ্রহ কৰে।
00:54    True বা False.
00:56   কন্ডিশন সঠিক হলে আউটপুট True হয় .
00:59   কন্ডিশন সঠিক নহলে আউটপুট False হয় .
01:06    ইয়াতে উপলব্ধ ৰিলেশনেল অপাৰেটৰৰ এখন তালিকা আছে 
01:10  * গ্রেটাৰ দেন
01:12  * লেস দেন
01:13   * ইকয়েল টু
01:14  * গ্রেটাৰ দেন বা ইকুয়েল টু
01:15  * লেস দেন বা ইকুয়েল টু
01:17   * নট ইকুয়েল টু
01:19  আমি তাৰে প্রতিটোক বিস্তাৰত চাম ।
01:22  eclipseলৈ যাওক ।
01:27    বাকি কোডৰ বাবে আমাৰ উচৰত eclipse IDE আৰু প্রয়োজনীয় skeleton আছে
01:33  আমি BooleanDemo নামৰ ক্লাস তৈয়াৰ কৰিছো আৰু মেন মেথড যুগ কৰিছো।
01:38  এতিয়া কিছো এক্সপ্রেশন যোগ কৰা যাওক।
01:41    টাইপ কৰক  boolean b;
01:47   boolean কীওয়ার্ডে b ভ্যাৰিয়েবল ডেটা টাইপক boolean হিসাবে ঘোষণা কৰে।
01:53   আমি আমাৰ কন্ডিশনৰ ফলাফল b ত সংৰক্ষণ কৰো ।
01:5   আমি weight ভ্যাৰিয়েবলক সংজ্ঞা কৰিম আৰু সেই ভ্যাৰিয়েবলক ব্যৱহাৰ কৰি কন্ডিশন এটা চাম ।
02:05   int weight equal to 45;
02:13  আমি চাম, যদি weightৰ মান 40তকৈ অধিক হয়।
02:18   b equal to weight greater than 40;
2:28 এই স্টেটমেন্টে চাবলৈ কয় যে যদি ভ্যাৰিয়েবলেৰ মান 40তকৈ অধিক হয় আৰু ফলাফলটো bত সংৰক্ষিত হয়।   
02:37   এতিয়া bৰ মান প্রিন্ট কৰো ।
02:41   System dot out dot println(b);
02:49   সংৰক্ষণ কৰক আৰু ৰান কৰক।
02:59    আমি যেনে চাব পাৰো, আউটপুটটো True হয়. 
03:02   এতিয়া চাও কি হয়, যদি মান 40তকৈ কম হয় 
03:07   weight 30 লৈ পৰিবর্তন কৰক ।
03:12  সংৰক্ষণ কৰক আৰু ৰান কৰক।
03:20  আমি চাব পাৰো যে, আউটপুটটো আশা কৰা হিচাপে False হয় .
03:24   এইভাবে, যদি এটাৰ মান আনটোতকৈ অধিক হয়, তাক চাবলৈ গ্রেটাৰ দেন চিহ্নটো ব্যবহৃত হয়।
03:30   একেভাবে, যদি এটাৰ মান আনটোতকৈ কম হয়, তাক চাবলৈ লেস দেন চিহ্নটো ব্যবহৃত হয়।
03:37 গ্রেটাৰ দেন চিহ্নক লেস দেন চিহ্নলৈ সলনি কৰক।
03:43  সেয়ে আমি চাই আছো weightৰ মান 40তকৈ কম হয় নেকি।
03:48  সংৰক্ষণ কৰক আৰু ৰান কৰক।
03:56   আমি যেনে চাব পাৰো, আউটপুটটো আশা কৰা হিচাবে True হয়.
04:01  এতিয়া weightৰ মান 45লৈ সলনি কৰো আৰু আউটপুটটো চাও
04:09   সংৰক্ষণ কৰক আৰু ৰান কৰক।
04:16  আমি দেখো যে আমি কন্ডিশনৰ কাৰনে False পাইছো
04:21 weight < 40 সঠিক নহয়।
04:25 এতিয়া চাও যে এটাৰ মান আন এটাৰ লগত সমান হোৱাটো কেনেকৈ চাই।
04:31 সেইটো কৰোতে, আমি 'two equal to symbols. ব্যবহাৰ কৰিম ।
04:35 লেস দেন চিহ্নক ডাবল ইকুয়াল টুলৈ সলনি কৰক।
04:41 সংৰক্ষণ কৰক আৰু ৰান কৰ
04:48   আমি যেনে চাব পাৰো, আউটপুটটো False হয়, কাৰণ weightৰ মান 40ৰ সমান নহয়।
04:55  এতিয়া আমি weightক 40লৈ সলনি কৰো আৰু আউটপুটটো চাও।
05:01  সংৰক্ষণ কৰক আৰু ৰান কৰক।
05:08   আমি যেনে চাব পাৰো, আউটপুটটো True হয়.
05:12   এইভাবে, "ডাবল ইকুয়াল টু" সমতা পৰীক্ষণৰ বাবে ব্যবহৃত হয়।
05:16 অনুগ্ৰহ কৰি সতর্ক থাকিব কাৰণ মনোহে প্রায়ই সমানতা পৰীক্ষণৰ বাবে single equal to(একটি সমান চিহ্ন)ব্যবহাৰ কৰে।
05:22 আৰু এইটোৱে অপ্রয়োজনীয় এৰৰ দিয়ে।
05:26 তাৰপিছত আমি চাম কেনেকৈless than or equal to.পৰিক্ষন কৰে।
05:30 সেইটো কৰিবলৈ আমি ইকুয়েল টু চিহ্ন অনুসৰন কৰি এটা লেস দেন চিহ্ন  ব্যবহাৰ কৰিম।
05:35 ডাবল ইকুয়াল টুক লেস দেন ইকুয়াল টুলৈ সলনি কৰক ।
05:42 সংৰক্ষণ কৰক আৰু ৰান কৰক।
05:50 আউটপুটটো ভাবা দৰে True হয়.
05:53 এতিয়া লেস দেন চেক কাম কৰিছে নে নাই তাক চাবলৈ weightৰ মান সলনি কৰো।
05:59 40ক 30লৈ সলনি কৰক।
06:04 সংৰক্ষণ কৰক আৰু ৰান কৰক।
06:14 আমি দেখো যে, weight 40ৰ সমান নহোৱা সত্বেও আউটপুটটো True পাউ কাৰণ ই 40তকে কম।
06:22 weightৰ মান 40কৈ অধিক হলে কি হয় তাক চাও ।
06:27 সংৰক্ষণ কৰক আৰু ৰান কৰক। ধৰক 50
06:39 আমি যেনে চাব পাৰো আউটপুটটো False হয় কাৰণ weightৰ মান 40 ৰ সমান নহয়।
06:44 আৰু ই 40তকৈও কম নহয়।
06:48 একেধৰনে গ্রেটাৰ দেন বা ইকুয়েল টু পৰিক্ষন কৰিবলৈ আমি equal to symbolঅক অনুসৰন কৰি গ্রেটাৰ দেন চিহ্ন ব্যবহাৰ কৰো ।
06:55 এইটোক চেষ্টা কৰো ।
06:57 লেস দেন ইকুয়েল টুক গ্রেটাৰ দেন ইকুয়েল টু লৈ সলনি কৰক ।
07:04 সংৰক্ষণ কৰক আৰু ৰান কৰক।
07:10 আমি যেনে চাব পাৰো আউটপুটটো true '  হয় কাৰণ weightৰ মান 40 তকৈ ডাঙৰ হয়।
07: 16 weight ৰ মান 40তকৈ কম মানলৈ সলনি কৰক। ধৰক  30.
07:25 সংৰক্ষণ কৰক আৰু ৰান কৰক।
07:32 আমি  false পাইছো কাৰণ weightৰ মান 40তকৈ অধিক নহয় আৰু 40 ৰ সমান ও নহয়।
07:39 তাৰ পিছত, আমি চাও কেনেকৈ নট ইকুয়েল টুক পৰিক্ষন কৰে।
07:46 এইটো ইকুয়েল টু চিহ্নক অনুসৰন কৰি বিস্ময়বোধক চিনহ্নৰে ব্যবহাৰ কৰি কৰা হয়।
07:53 গ্রেটাৰ দেনক বিস্ময়বোধক চিহ্ন লৈ সলনি কৰক।
07:59 সেয়ে এই স্টেটমেন্টে কয় যে weightৰ মান 40ৰ সমান নহয় আৰু ফলাফলটো b ত সংগ্রহ কৰক।
08:08 সংৰক্ষণ কৰক আৰু ৰান কৰক।
08:16 আমি যেনে চাব পাৰো যে আউটপুটটো True হয় কাৰণ weightৰ মান 40ৰ সমান নহয়।
08:23 weightৰ মানক ৪০ লৈ সলনি কৰক আৰু আউটপুটটো  চাওক
08:28 30ক 40লৈ সলনি কৰক।
08:31 সংৰক্ষণ কৰক আৰু ৰান কৰক।
08:38 আমি  false পাইছো কাৰণ weight not equal to 40 কন্ডিশন সঠিক নহয়।
08:45 নট ইকুয়াল টু কন্ডিশনক ইকুয়াল টু কন্ডিশনৰ বিপৰীত হিচাবে ধাৰণা কৰিব পাৰে ।
08:50 এইভাবে যি আমি জাভাত ডেটা তুলনা কৰিবলৈ বিভিন্ন ৰিলেশনেল অপাৰেটৰ ব্যবহাৰ কৰো ।
08:58  ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে
09:01 এই টিউটোৰিয়ালেত আমি boolean ডেটা টাইপৰ বিষয়ে শিকিছো,
09:06 ৰিলেশনেল অপাৰেটৰ আৰু
09:08 ৰিলেশনেল অপাৰেটৰ বয়ৱহাৰ কৰি কেনেকৈ দুটা মানক তুলনি কৰিব পাৰে
09:13 এই টিউটৰীয়েলৰ বাবে এটা কাৰ্যয, প্রদর্শিত দুটা এক্সপ্রেশনে সমানতা দেখোৱায় নে, নির্ণয় কৰক 
09:23 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ
09:23 * তলৰ সংযোগত থকা ভিডিঅ’ চাওক। [1]   
09:28 * কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
09:31 * যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
09:36   কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
09:38 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.  
09:40 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.

অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।

09: 50 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
09:54 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়

 

10:00   এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
10:05   আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble