Difference between revisions of "Java/C2/Relational-Operations/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 1: Line 1:
 
{| border=1
 
{| border=1
|| ''Time'''
+
|| '''Time'''
 
|| '''Narration'''
 
|| '''Narration'''
  
 
|-
 
|-
| 00:01
+
|00:01
 
|  জাভাত ৰিলেশনেল অপাৰেটৰৰ স্পকেন টিউটোৰিয়েলৈ আপনাক স্বাগতম   
 
|  জাভাত ৰিলেশনেল অপাৰেটৰৰ স্পকেন টিউটোৰিয়েলৈ আপনাক স্বাগতম   
  
 
|-
 
|-
| 00:07
+
|00:07
 
|  এই টিউটোৰিয়েলত আমি শিকিম  
 
|  এই টিউটোৰিয়েলত আমি শিকিম  
  
 
|-
 
|-
| 00:09
+
|00:09
 
|  boolean ডেটা টাইপ  
 
|  boolean ডেটা টাইপ  
 
|-
 
|-
| 00:10
+
|00:10
 
| ৰিলেশনেল অপাৰেটৰ আৰু  
 
| ৰিলেশনেল অপাৰেটৰ আৰু  
 
|-
 
|-
| 00:12
+
|00:12
 
|  ৰিলেশনেল অপাৰেটৰ ব্যবহাৰ কৰি ডেটা কিভাবে তুলনা কৰে   
 
|  ৰিলেশনেল অপাৰেটৰ ব্যবহাৰ কৰি ডেটা কিভাবে তুলনা কৰে   
  
 
|-
 
|-
| 00:17
+
|00:17
 
| এই টিউটোৰিয়েলত আমি   
 
| এই টিউটোৰিয়েলত আমি   
 
উবুন্টু সংস্কৰণ 11.10,  
 
উবুন্টু সংস্কৰণ 11.10,  
Line 29: Line 29:
  
 
|-
 
|-
| 00:26
+
|00:26
 
| এই টিউটোৰিয়েলটো অনুসৰণ কৰুতে জাভাত ডেটা টাইপ সম্পর্কে জানিব লাগিব
 
| এই টিউটোৰিয়েলটো অনুসৰণ কৰুতে জাভাত ডেটা টাইপ সম্পর্কে জানিব লাগিব
  
 
|-
 
|-
| 00:31
+
|00:31
 
| নহলে, প্রাসঙ্গিক টিউটোৰিয়েলৰ কাৰনে আমাৰ ওয়েবসাইট পৰিদর্শন কৰক
 
| নহলে, প্রাসঙ্গিক টিউটোৰিয়েলৰ কাৰনে আমাৰ ওয়েবসাইট পৰিদর্শন কৰক
  
 
|-
 
|-
|  00:39
+
|00:39
 
|  ৰিলেশনেল অপাৰেটৰ কন্ডিশনবোৰ চাবলৈ ব্যবহৃত হয়।  
 
|  ৰিলেশনেল অপাৰেটৰ কন্ডিশনবোৰ চাবলৈ ব্যবহৃত হয়।  
  
 
|-
 
|-
| 00:43
+
|00:43
 
|  তাৰ আউটপুট হৈছে বুলিয়েন ডেটা টাইপেৰ ভ্যাৰিয়েবল।  
 
|  তাৰ আউটপুট হৈছে বুলিয়েন ডেটা টাইপেৰ ভ্যাৰিয়েবল।  
  
 
|-
 
|-
| 00:48
+
|00:48
 
|  এটা বুলিয়েন ডেটা টাইপৰ আকাৰ হৈছে  1 বিট।  
 
|  এটা বুলিয়েন ডেটা টাইপৰ আকাৰ হৈছে  1 বিট।  
  
 
|-
 
|-
| 00:51
+
|00:51
 
|  ই মাত্ৰ  দুটা মানহে সংগ্রহ কৰে।  
 
|  ই মাত্ৰ  দুটা মানহে সংগ্রহ কৰে।  
  
 
|-
 
|-
| 00:54
+
|00:54
 
|   True বা False.  
 
|   True বা False.  
  
 
|-
 
|-
| 00:56
+
|00:56
 
|  কন্ডিশন সঠিক হলে আউটপুট True হয় .  
 
|  কন্ডিশন সঠিক হলে আউটপুট True হয় .  
  
 
|-
 
|-
| 00:59
+
|00:59
 
|  কন্ডিশন সঠিক নহলে আউটপুট False হয় .  
 
|  কন্ডিশন সঠিক নহলে আউটপুট False হয় .  
 
|-
 
|-
|  01:06
+
|01:06
 
|   ইয়াতে উপলব্ধ ৰিলেশনেল অপাৰেটৰৰ এখন তালিকা আছে   
 
|   ইয়াতে উপলব্ধ ৰিলেশনেল অপাৰেটৰৰ এখন তালিকা আছে   
  
 
|-
 
|-
| 01:10
+
|01:10
 
| * গ্রেটাৰ দেন  
 
| * গ্রেটাৰ দেন  
 
|-
 
|-
| 01:12
+
|01:12
 
| * লেস দেন  
 
| * লেস দেন  
 
|-
 
|-
| 01:13   
+
|01:13   
 
| * ইকয়েল টু  
 
| * ইকয়েল টু  
 
|-
 
|-
| 00:14
+
|01:14
 
| * গ্রেটাৰ দেন বা ইকুয়েল টু  
 
| * গ্রেটাৰ দেন বা ইকুয়েল টু  
 
|-
 
|-
| 01:15
+
|01:15
 
| * লেস দেন বা ইকুয়েল টু  
 
| * লেস দেন বা ইকুয়েল টু  
 
|-
 
|-
| 01:17
+
|01:17
 
|  * নট ইকুয়েল টু  
 
|  * নট ইকুয়েল টু  
  
 
|-
 
|-
| 01:19
+
|01:19
 
| আমি তাৰে প্রতিটোক বিস্তাৰত চাম ।  
 
| আমি তাৰে প্রতিটোক বিস্তাৰত চাম ।  
  
Line 99: Line 99:
  
 
|-
 
|-
| 01:33
+
|01:33
 
| আমি BooleanDemo নামৰ ক্লাস তৈয়াৰ কৰিছো আৰু মেন মেথড যুগ কৰিছো।  
 
| আমি BooleanDemo নামৰ ক্লাস তৈয়াৰ কৰিছো আৰু মেন মেথড যুগ কৰিছো।  
  
 
|-
 
|-
| 01:38
+
|01:38
 
| এতিয়া কিছো এক্সপ্রেশন যোগ কৰা যাওক।  
 
| এতিয়া কিছো এক্সপ্রেশন যোগ কৰা যাওক।  
  
 
|-
 
|-
| 01:41   
+
|01:41   
 
|  টাইপ কৰক  boolean b;  
 
|  টাইপ কৰক  boolean b;  
  
 
|-
 
|-
| 01:47
+
|01:47
 
|  boolean কীওয়ার্ডে b ভ্যাৰিয়েবল ডেটা টাইপক boolean হিসাবে ঘোষণা কৰে।  
 
|  boolean কীওয়ার্ডে b ভ্যাৰিয়েবল ডেটা টাইপক boolean হিসাবে ঘোষণা কৰে।  
  
 
|-
 
|-
| 01:53
+
|01:53
 
|  আমি আমাৰ কন্ডিশনৰ ফলাফল b ত সংৰক্ষণ কৰো ।  
 
|  আমি আমাৰ কন্ডিশনৰ ফলাফল b ত সংৰক্ষণ কৰো ।  
  
 
|-
 
|-
|  01:5
+
|01:5
 
|  আমি weight ভ্যাৰিয়েবলক সংজ্ঞা কৰিম আৰু সেই ভ্যাৰিয়েবলক ব্যৱহাৰ কৰি কন্ডিশন এটা চাম ।  
 
|  আমি weight ভ্যাৰিয়েবলক সংজ্ঞা কৰিম আৰু সেই ভ্যাৰিয়েবলক ব্যৱহাৰ কৰি কন্ডিশন এটা চাম ।  
  
 
|-
 
|-
| 02:05
+
|02:05
 
|  '''int weight '''''equal to '''''45;'''
 
|  '''int weight '''''equal to '''''45;'''
  
 
|-
 
|-
| 02:13
+
|02:13
 
| আমি চাম, যদি weightৰ মান 40তকৈ অধিক হয়।  
 
| আমি চাম, যদি weightৰ মান 40তকৈ অধিক হয়।  
  
 
|-
 
|-
| 02:18
+
|02:18
 
|  '''b '''''equal to '''''weight '''''greater than '''''40;'''
 
|  '''b '''''equal to '''''weight '''''greater than '''''40;'''
  
 
|-
 
|-
| 2:28  
+
|2:28  
 
|এই স্টেটমেন্টে চাবলৈ কয় যে যদি ভ্যাৰিয়েবলেৰ মান 40তকৈ অধিক হয় আৰু ফলাফলটো bত সংৰক্ষিত হয়।     
 
|এই স্টেটমেন্টে চাবলৈ কয় যে যদি ভ্যাৰিয়েবলেৰ মান 40তকৈ অধিক হয় আৰু ফলাফলটো bত সংৰক্ষিত হয়।     
  
 
|-
 
|-
| 02:37
+
|02:37
 
|  এতিয়া bৰ মান প্রিন্ট কৰো ।  
 
|  এতিয়া bৰ মান প্রিন্ট কৰো ।  
  
 
|-
 
|-
| 02:41
+
|02:41
 
|  '''System '''''dot '''''out '''''dot '''''println(b);'''
 
|  '''System '''''dot '''''out '''''dot '''''println(b);'''
  
 
|-
 
|-
| 02:49
+
|02:49
 
|  সংৰক্ষণ কৰক আৰু ৰান কৰক।  
 
|  সংৰক্ষণ কৰক আৰু ৰান কৰক।  
  
 
|-
 
|-
|  02:59
+
|02:59
 
|   আমি যেনে চাব পাৰো, আউটপুটটো True হয়.   
 
|   আমি যেনে চাব পাৰো, আউটপুটটো True হয়.   
  
 
|-
 
|-
| 03:02
+
|03:02
 
|  এতিয়া চাও কি হয়, যদি মান 40তকৈ কম হয়   
 
|  এতিয়া চাও কি হয়, যদি মান 40তকৈ কম হয়   
  
 
|-
 
|-
| 03:07
+
|03:07
 
|  weight 30 লৈ পৰিবর্তন কৰক ।  
 
|  weight 30 লৈ পৰিবর্তন কৰক ।  
  
 
|-
 
|-
| 03:12
+
|03:12
 
| সংৰক্ষণ কৰক আৰু ৰান কৰক।  
 
| সংৰক্ষণ কৰক আৰু ৰান কৰক।  
  
 
|-
 
|-
|   03:20
+
|03:20
 
| আমি চাব পাৰো যে, আউটপুটটো আশা কৰা হিচাপে False হয় .  
 
| আমি চাব পাৰো যে, আউটপুটটো আশা কৰা হিচাপে False হয় .  
  
 
|-
 
|-
|  03:24
+
|03:24
 
|  এইভাবে, যদি এটাৰ মান আনটোতকৈ অধিক হয়, তাক চাবলৈ গ্রেটাৰ দেন চিহ্নটো ব্যবহৃত হয়।  
 
|  এইভাবে, যদি এটাৰ মান আনটোতকৈ অধিক হয়, তাক চাবলৈ গ্রেটাৰ দেন চিহ্নটো ব্যবহৃত হয়।  
 
|-
 
|-
| 03:30
+
|03:30
 
|  একেভাবে, যদি এটাৰ মান আনটোতকৈ কম হয়, তাক চাবলৈ লেস দেন চিহ্নটো ব্যবহৃত হয়।
 
|  একেভাবে, যদি এটাৰ মান আনটোতকৈ কম হয়, তাক চাবলৈ লেস দেন চিহ্নটো ব্যবহৃত হয়।
 
|-
 
|-
|  03:37
+
|03:37
 
| গ্রেটাৰ দেন চিহ্নক লেস দেন চিহ্নলৈ সলনি কৰক।  
 
| গ্রেটাৰ দেন চিহ্নক লেস দেন চিহ্নলৈ সলনি কৰক।  
  
 
|-
 
|-
| 03:43
+
|03:43
 
| সেয়ে আমি চাই আছো weightৰ মান 40তকৈ কম হয় নেকি।  
 
| সেয়ে আমি চাই আছো weightৰ মান 40তকৈ কম হয় নেকি।  
  
 
|-
 
|-
| 03:48
+
|03:48
 
| সংৰক্ষণ কৰক আৰু ৰান কৰক।
 
| সংৰক্ষণ কৰক আৰু ৰান কৰক।
  
 
|-
 
|-
|  03:56
+
|03:56
 
|  আমি যেনে চাব পাৰো, আউটপুটটো আশা কৰা হিচাবে True হয়.  
 
|  আমি যেনে চাব পাৰো, আউটপুটটো আশা কৰা হিচাবে True হয়.  
 
|-
 
|-
| 04:01
+
|04:01
 
| এতিয়া weightৰ মান 45লৈ সলনি কৰো আৰু আউটপুটটো চাও  
 
| এতিয়া weightৰ মান 45লৈ সলনি কৰো আৰু আউটপুটটো চাও  
  
 
|-
 
|-
| 04:09  
+
|04:09  
 
|  সংৰক্ষণ কৰক আৰু ৰান কৰক।
 
|  সংৰক্ষণ কৰক আৰু ৰান কৰক।
 
|-
 
|-
|  04:16
+
|04:16
 
| আমি দেখো যে আমি কন্ডিশনৰ কাৰনে False পাইছো  
 
| আমি দেখো যে আমি কন্ডিশনৰ কাৰনে False পাইছো  
  
 
|-
 
|-
| 04:21
+
|04:21
 
| weight < 40 সঠিক নহয়।  
 
| weight < 40 সঠিক নহয়।  
  
 
|-
 
|-
| 04:25
+
|04:25
 
| এতিয়া চাও যে এটাৰ মান আন এটাৰ লগত সমান হোৱাটো কেনেকৈ চাই।  
 
| এতিয়া চাও যে এটাৰ মান আন এটাৰ লগত সমান হোৱাটো কেনেকৈ চাই।  
  
 
|-
 
|-
| 04:31
+
|04:31
 
| সেইটো কৰোতে, আমি '''two equal to symbols.'' ব্যবহাৰ কৰিম ।
 
| সেইটো কৰোতে, আমি '''two equal to symbols.'' ব্যবহাৰ কৰিম ।
  
 
|-
 
|-
| 04:35
+
|04:35
 
| লেস দেন চিহ্নক ডাবল ইকুয়াল টুলৈ সলনি কৰক।  
 
| লেস দেন চিহ্নক ডাবল ইকুয়াল টুলৈ সলনি কৰক।  
  
 
|-
 
|-
| 04:41
+
|04:41
 
|সংৰক্ষণ কৰক আৰু ৰান কৰ
 
|সংৰক্ষণ কৰক আৰু ৰান কৰ
  
 
|-
 
|-
|  04:48
+
|04:48
 
|  আমি যেনে চাব পাৰো, '''আউটপুটটো False হয়, কাৰণ weightৰ মান 40ৰ সমান নহয়।  
 
|  আমি যেনে চাব পাৰো, '''আউটপুটটো False হয়, কাৰণ weightৰ মান 40ৰ সমান নহয়।  
  
 
|-
 
|-
|  04:55
+
|04:55
 
| এতিয়া আমি weightক 40লৈ সলনি কৰো আৰু আউটপুটটো চাও।  
 
| এতিয়া আমি weightক 40লৈ সলনি কৰো আৰু আউটপুটটো চাও।  
  
 
|-
 
|-
| 05:01
+
|05:01
 
| সংৰক্ষণ কৰক আৰু ৰান কৰক।
 
| সংৰক্ষণ কৰক আৰু ৰান কৰক।
  
 
|-
 
|-
|  05:08  
+
|05:08  
 
|  আমি যেনে চাব পাৰো, আউটপুটটো True হয়.  
 
|  আমি যেনে চাব পাৰো, আউটপুটটো True হয়.  
  
 
|-
 
|-
| 05:12
+
|05:12
 
|  এইভাবে, "ডাবল ইকুয়াল টু" সমতা পৰীক্ষণৰ বাবে ব্যবহৃত হয়।  
 
|  এইভাবে, "ডাবল ইকুয়াল টু" সমতা পৰীক্ষণৰ বাবে ব্যবহৃত হয়।  
 
|-
 
|-
| 05:16
+
|05:16
 
| অনুগ্ৰহ কৰি সতর্ক থাকিব কাৰণ মনোহে প্রায়ই সমানতা পৰীক্ষণৰ বাবে '''single equal to'''(একটি সমান চিহ্ন)ব্যবহাৰ কৰে।  
 
| অনুগ্ৰহ কৰি সতর্ক থাকিব কাৰণ মনোহে প্রায়ই সমানতা পৰীক্ষণৰ বাবে '''single equal to'''(একটি সমান চিহ্ন)ব্যবহাৰ কৰে।  
  
 
|-
 
|-
| 05:22
+
|05:22
 
| আৰু এইটোৱে অপ্রয়োজনীয় এৰৰ দিয়ে।  
 
| আৰু এইটোৱে অপ্রয়োজনীয় এৰৰ দিয়ে।  
  
 
|-
 
|-
| 05:26
+
|05:26
 
| তাৰপিছত আমি চাম কেনেকৈ'''less than or equal to.'''পৰিক্ষন কৰে।  
 
| তাৰপিছত আমি চাম কেনেকৈ'''less than or equal to.'''পৰিক্ষন কৰে।  
  
 
|-
 
|-
| 05:30
+
|05:30
 
| সেইটো কৰিবলৈ আমি ইকুয়েল টু চিহ্ন অনুসৰন কৰি এটা লেস দেন চিহ্ন  ব্যবহাৰ কৰিম।  
 
| সেইটো কৰিবলৈ আমি ইকুয়েল টু চিহ্ন অনুসৰন কৰি এটা লেস দেন চিহ্ন  ব্যবহাৰ কৰিম।  
  
 
|-
 
|-
| 05:35
+
|05:35
 
| ডাবল ইকুয়াল টুক লেস দেন ইকুয়াল টুলৈ সলনি কৰক ।  
 
| ডাবল ইকুয়াল টুক লেস দেন ইকুয়াল টুলৈ সলনি কৰক ।  
  
 
|-
 
|-
| 05:42
+
|05:42
 
|সংৰক্ষণ কৰক আৰু ৰান কৰক।  
 
|সংৰক্ষণ কৰক আৰু ৰান কৰক।  
 
|-
 
|-
| 05:50
+
|05:50
 
| আউটপুটটো ভাবা দৰে True হয়.  
 
| আউটপুটটো ভাবা দৰে True হয়.  
  
 
|-
 
|-
| 05:53  
+
|05:53  
 
| এতিয়া লেস দেন চেক কাম কৰিছে নে নাই তাক চাবলৈ weightৰ মান সলনি কৰো।
 
| এতিয়া লেস দেন চেক কাম কৰিছে নে নাই তাক চাবলৈ weightৰ মান সলনি কৰো।
 
|-
 
|-
| 05:59
+
|05:59
 
| 40ক 30লৈ সলনি কৰক।  
 
| 40ক 30লৈ সলনি কৰক।  
  
 
|-
 
|-
| 06:04
+
|06:04
 
| সংৰক্ষণ কৰক আৰু ৰান কৰক।  
 
| সংৰক্ষণ কৰক আৰু ৰান কৰক।  
  
 
|-
 
|-
| 06:14
+
|06:14
 
| আমি দেখো যে, weight 40ৰ সমান নহোৱা সত্বেও আউটপুটটো True পাউ কাৰণ ই 40তকে কম।  
 
| আমি দেখো যে, weight 40ৰ সমান নহোৱা সত্বেও আউটপুটটো True পাউ কাৰণ ই 40তকে কম।  
 
|-
 
|-
| 06:22
+
|06:22
 
| weightৰ মান 40কৈ অধিক হলে কি হয় তাক চাও ।  
 
| weightৰ মান 40কৈ অধিক হলে কি হয় তাক চাও ।  
  
 
|-
 
|-
| 06:27
+
|06:27
 
| সংৰক্ষণ কৰক আৰু ৰান কৰক।    ধৰক 50
 
| সংৰক্ষণ কৰক আৰু ৰান কৰক।    ধৰক 50
 
|-
 
|-
Line 294: Line 294:
  
 
|-
 
|-
| 06:44
+
|06:44
 
| আৰু ই 40তকৈও কম নহয়।  
 
| আৰু ই 40তকৈও কম নহয়।  
  
 
|-  
 
|-  
| 06:48
+
|06:48
 
| একেধৰনে গ্রেটাৰ দেন বা ইকুয়েল টু পৰিক্ষন কৰিবলৈ আমি equal to symbolঅক অনুসৰন কৰি গ্রেটাৰ দেন চিহ্ন ব্যবহাৰ কৰো ।  
 
| একেধৰনে গ্রেটাৰ দেন বা ইকুয়েল টু পৰিক্ষন কৰিবলৈ আমি equal to symbolঅক অনুসৰন কৰি গ্রেটাৰ দেন চিহ্ন ব্যবহাৰ কৰো ।  
  
 
|-
 
|-
| 06:55
+
|06:55
 
| এইটোক চেষ্টা কৰো ।  
 
| এইটোক চেষ্টা কৰো ।  
  
 
|-
 
|-
| 06:57
+
|06:57
 
| লেস দেন ইকুয়েল টুক গ্রেটাৰ দেন ইকুয়েল টু লৈ সলনি কৰক ।  
 
| লেস দেন ইকুয়েল টুক গ্রেটাৰ দেন ইকুয়েল টু লৈ সলনি কৰক ।  
  
 
|-
 
|-
| 07:04
+
|07:04
 
| সংৰক্ষণ কৰক আৰু ৰান কৰক।  
 
| সংৰক্ষণ কৰক আৰু ৰান কৰক।  
  
 
|-
 
|-
| 07:10
+
|07:10
 
| আমি যেনে চাব পাৰো আউটপুটটো ''true '''  হয় কাৰণ weightৰ মান 40 তকৈ ডাঙৰ হয়।  
 
| আমি যেনে চাব পাৰো আউটপুটটো ''true '''  হয় কাৰণ weightৰ মান 40 তকৈ ডাঙৰ হয়।  
 
|-
 
|-
| 07: 16
+
|07: 16
 
| weight ৰ মান 40তকৈ কম মানলৈ সলনি কৰক। ধৰক  30.  
 
| weight ৰ মান 40তকৈ কম মানলৈ সলনি কৰক। ধৰক  30.  
  
 
|-
 
|-
| 07:25
+
|07:25
 
| সংৰক্ষণ কৰক আৰু ৰান কৰক।  
 
| সংৰক্ষণ কৰক আৰু ৰান কৰক।  
  
 
|-
 
|-
| 07:32
+
|07:32
 
| আমি  false পাইছো কাৰণ weightৰ মান 40তকৈ অধিক নহয় আৰু 40 ৰ সমান ও নহয়।  
 
| আমি  false পাইছো কাৰণ weightৰ মান 40তকৈ অধিক নহয় আৰু 40 ৰ সমান ও নহয়।  
  
 
|-
 
|-
| 07:39
+
|07:39
 
| তাৰ পিছত, আমি চাও কেনেকৈ নট ইকুয়েল টুক পৰিক্ষন কৰে।  
 
| তাৰ পিছত, আমি চাও কেনেকৈ নট ইকুয়েল টুক পৰিক্ষন কৰে।  
  
 
|-
 
|-
| 07:46
+
|07:46
 
| এইটো ইকুয়েল টু চিহ্নক অনুসৰন কৰি বিস্ময়বোধক চিনহ্নৰে ব্যবহাৰ কৰি কৰা হয়।  
 
| এইটো ইকুয়েল টু চিহ্নক অনুসৰন কৰি বিস্ময়বোধক চিনহ্নৰে ব্যবহাৰ কৰি কৰা হয়।  
  
 
|-
 
|-
| 07:53
+
|07:53
 
| গ্রেটাৰ দেনক বিস্ময়বোধক চিহ্ন লৈ সলনি কৰক।  
 
| গ্রেটাৰ দেনক বিস্ময়বোধক চিহ্ন লৈ সলনি কৰক।  
  
 
|-  
 
|-  
| 07:59
+
|07:59
 
|সেয়ে এই স্টেটমেন্টে কয় যে weightৰ মান 40ৰ সমান নহয় আৰু ফলাফলটো b ত সংগ্রহ কৰক।
 
|সেয়ে এই স্টেটমেন্টে কয় যে weightৰ মান 40ৰ সমান নহয় আৰু ফলাফলটো b ত সংগ্রহ কৰক।
  
 
|-
 
|-
| 08:08
+
|08:08
 
| সংৰক্ষণ কৰক আৰু ৰান কৰক।  
 
| সংৰক্ষণ কৰক আৰু ৰান কৰক।  
  
 
|-
 
|-
| 08:16
+
|08:16
 
| আমি যেনে চাব পাৰো যে আউটপুটটো True হয় কাৰণ weightৰ মান 40ৰ সমান নহয়।  
 
| আমি যেনে চাব পাৰো যে আউটপুটটো True হয় কাৰণ weightৰ মান 40ৰ সমান নহয়।  
  
 
|-
 
|-
| 08:23
+
|08:23
 
| weightৰ মানক ৪০ লৈ সলনি কৰক আৰু আউটপুটটো  চাওক  
 
| weightৰ মানক ৪০ লৈ সলনি কৰক আৰু আউটপুটটো  চাওক  
  
 
|-
 
|-
| 08:28
+
|08:28
 
| 30ক 40লৈ সলনি কৰক।  
 
| 30ক 40লৈ সলনি কৰক।  
  
 
|-
 
|-
| 08:31
+
|08:31
 
| সংৰক্ষণ কৰক আৰু ৰান কৰক।  
 
| সংৰক্ষণ কৰক আৰু ৰান কৰক।  
  
 
|-
 
|-
| 08:38
+
|08:38
 
| আমি  false পাইছো কাৰণ weight not equal to 40 কন্ডিশন সঠিক নহয়।  
 
| আমি  false পাইছো কাৰণ weight not equal to 40 কন্ডিশন সঠিক নহয়।  
  
 
|-
 
|-
| 08:45
+
|08:45
 
| নট ইকুয়াল টু কন্ডিশনক ইকুয়াল টু কন্ডিশনৰ বিপৰীত হিচাবে ধাৰণা কৰিব পাৰে ।  
 
| নট ইকুয়াল টু কন্ডিশনক ইকুয়াল টু কন্ডিশনৰ বিপৰীত হিচাবে ধাৰণা কৰিব পাৰে ।  
  
 
|-
 
|-
| 08:50
+
|08:50
 
| এইভাবে যি আমি জাভাত ডেটা তুলনা কৰিবলৈ বিভিন্ন ৰিলেশনেল অপাৰেটৰ ব্যবহাৰ কৰো ।  
 
| এইভাবে যি আমি জাভাত ডেটা তুলনা কৰিবলৈ বিভিন্ন ৰিলেশনেল অপাৰেটৰ ব্যবহাৰ কৰো ।  
  
 
|-
 
|-
| 08:58
+
|08:58
 
| ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে  
 
| ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে  
  
 
|-
 
|-
| 09:01
+
|09:01
 
|এই টিউটোৰিয়ালেত আমি boolean ডেটা টাইপৰ বিষয়ে শিকিছো,  
 
|এই টিউটোৰিয়ালেত আমি boolean ডেটা টাইপৰ বিষয়ে শিকিছো,  
  
 
|-
 
|-
| 09:06
+
|09:06
 
| ৰিলেশনেল অপাৰেটৰ আৰু  
 
| ৰিলেশনেল অপাৰেটৰ আৰু  
  
 
|-
 
|-
| 09:08
+
|09:08
 
| ৰিলেশনেল অপাৰেটৰ বয়ৱহাৰ কৰি কেনেকৈ দুটা মানক তুলনি কৰিব পাৰে  
 
| ৰিলেশনেল অপাৰেটৰ বয়ৱহাৰ কৰি কেনেকৈ দুটা মানক তুলনি কৰিব পাৰে  
  
 
|-
 
|-
| 09:13
+
|09:13
 
| এই টিউটৰীয়েলৰ বাবে এটা কাৰ্যয, প্রদর্শিত দুটা এক্সপ্রেশনে সমানতা দেখোৱায় নে, নির্ণয় কৰক   
 
| এই টিউটৰীয়েলৰ বাবে এটা কাৰ্যয, প্রদর্শিত দুটা এক্সপ্রেশনে সমানতা দেখোৱায় নে, নির্ণয় কৰক   
  
 
|-
 
|-
| 09:23
+
|09:23
 
| spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ  
 
| spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ  
  
 
|-
 
|-
| 09:23
+
|09:23
 
| * তলৰ সংযোগত থকা ভিডিঅ’ চাওক। [http://spoken-tutorial.org/What_is_a_Spoken_Tutorial  ]   
 
| * তলৰ সংযোগত থকা ভিডিঅ’ চাওক। [http://spoken-tutorial.org/What_is_a_Spoken_Tutorial  ]   
  
 
|-
 
|-
| 09:28
+
|09:28
 
| * কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
 
| * কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
  
 
|-
 
|-
| 09:31
+
|09:31
 
| * যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
 
| * যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
  
 
|-
 
|-
| 09:36
+
|09:36
 
|  কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
 
|  কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
  
 
|-
 
|-
| 09:38
+
|09:38
 
| কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.  
 
| কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.  
  
 
|-
 
|-
| 09:40
+
|09:40
 
| এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.  
 
| এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.  
 
অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
 
অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
  
 
|-
 
|-
| 09: 50
+
|09: 50
 
| কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
 
| কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
  
 
|-
 
|-
| 09:54
+
|09:54
 
| ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
 
| ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
 
 
 
 
 
|-
 
|-
| 10:00
+
|10:00
 
|  এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
 
|  এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
  
 
|-
 
|-
| 10:05
+
|10:05
 
|  আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
 
|  আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
  
 
|}
 
|}

Revision as of 11:16, 23 June 2014

Time Narration
00:01   জাভাত ৰিলেশনেল অপাৰেটৰৰ স্পকেন টিউটোৰিয়েলৈ আপনাক স্বাগতম 
00:07   এই টিউটোৰিয়েলত আমি শিকিম
00:09   boolean ডেটা টাইপ
00:10 ৰিলেশনেল অপাৰেটৰ আৰু
00:12   ৰিলেশনেল অপাৰেটৰ ব্যবহাৰ কৰি ডেটা কিভাবে তুলনা কৰে 
00:17  এই টিউটোৰিয়েলত আমি 

উবুন্টু সংস্কৰণ 11.10, JDK 1.6 আৰু  Eclipse 3.7.0 ব্যবহাৰ কৰিছো ।

00:26  এই টিউটোৰিয়েলটো অনুসৰণ কৰুতে জাভাত ডেটা টাইপ সম্পর্কে জানিব লাগিব
00:31  নহলে, প্রাসঙ্গিক টিউটোৰিয়েলৰ কাৰনে আমাৰ ওয়েবসাইট পৰিদর্শন কৰক
00:39   ৰিলেশনেল অপাৰেটৰ কন্ডিশনবোৰ চাবলৈ ব্যবহৃত হয়।
00:43   তাৰ আউটপুট হৈছে বুলিয়েন ডেটা টাইপেৰ ভ্যাৰিয়েবল।
00:48   এটা বুলিয়েন ডেটা টাইপৰ আকাৰ হৈছে  1 বিট।
00:51   ই মাত্ৰ  দুটা মানহে সংগ্রহ কৰে।
00:54    True বা False.
00:56   কন্ডিশন সঠিক হলে আউটপুট True হয় .
00:59   কন্ডিশন সঠিক নহলে আউটপুট False হয় .
01:06    ইয়াতে উপলব্ধ ৰিলেশনেল অপাৰেটৰৰ এখন তালিকা আছে 
01:10  * গ্রেটাৰ দেন
01:12  * লেস দেন
01:13   * ইকয়েল টু
01:14  * গ্রেটাৰ দেন বা ইকুয়েল টু
01:15  * লেস দেন বা ইকুয়েল টু
01:17   * নট ইকুয়েল টু
01:19  আমি তাৰে প্রতিটোক বিস্তাৰত চাম ।
01:22  eclipseলৈ যাওক ।
01:27    বাকি কোডৰ বাবে আমাৰ উচৰত eclipse IDE আৰু প্রয়োজনীয় skeleton আছে
01:33  আমি BooleanDemo নামৰ ক্লাস তৈয়াৰ কৰিছো আৰু মেন মেথড যুগ কৰিছো।
01:38  এতিয়া কিছো এক্সপ্রেশন যোগ কৰা যাওক।
01:41    টাইপ কৰক  boolean b;
01:47   boolean কীওয়ার্ডে b ভ্যাৰিয়েবল ডেটা টাইপক boolean হিসাবে ঘোষণা কৰে।
01:53   আমি আমাৰ কন্ডিশনৰ ফলাফল b ত সংৰক্ষণ কৰো ।
01:5   আমি weight ভ্যাৰিয়েবলক সংজ্ঞা কৰিম আৰু সেই ভ্যাৰিয়েবলক ব্যৱহাৰ কৰি কন্ডিশন এটা চাম ।
02:05   int weight equal to 45;
02:13  আমি চাম, যদি weightৰ মান 40তকৈ অধিক হয়।
02:18   b equal to weight greater than 40;
2:28 এই স্টেটমেন্টে চাবলৈ কয় যে যদি ভ্যাৰিয়েবলেৰ মান 40তকৈ অধিক হয় আৰু ফলাফলটো bত সংৰক্ষিত হয়।   
02:37   এতিয়া bৰ মান প্রিন্ট কৰো ।
02:41   System dot out dot println(b);
02:49   সংৰক্ষণ কৰক আৰু ৰান কৰক।
02:59    আমি যেনে চাব পাৰো, আউটপুটটো True হয়. 
03:02   এতিয়া চাও কি হয়, যদি মান 40তকৈ কম হয় 
03:07   weight 30 লৈ পৰিবর্তন কৰক ।
03:12  সংৰক্ষণ কৰক আৰু ৰান কৰক।
03:20  আমি চাব পাৰো যে, আউটপুটটো আশা কৰা হিচাপে False হয় .
03:24   এইভাবে, যদি এটাৰ মান আনটোতকৈ অধিক হয়, তাক চাবলৈ গ্রেটাৰ দেন চিহ্নটো ব্যবহৃত হয়।
03:30   একেভাবে, যদি এটাৰ মান আনটোতকৈ কম হয়, তাক চাবলৈ লেস দেন চিহ্নটো ব্যবহৃত হয়।
03:37 গ্রেটাৰ দেন চিহ্নক লেস দেন চিহ্নলৈ সলনি কৰক।
03:43  সেয়ে আমি চাই আছো weightৰ মান 40তকৈ কম হয় নেকি।
03:48  সংৰক্ষণ কৰক আৰু ৰান কৰক।
03:56   আমি যেনে চাব পাৰো, আউটপুটটো আশা কৰা হিচাবে True হয়.
04:01  এতিয়া weightৰ মান 45লৈ সলনি কৰো আৰু আউটপুটটো চাও
04:09   সংৰক্ষণ কৰক আৰু ৰান কৰক।
04:16  আমি দেখো যে আমি কন্ডিশনৰ কাৰনে False পাইছো
04:21 weight < 40 সঠিক নহয়।
04:25 এতিয়া চাও যে এটাৰ মান আন এটাৰ লগত সমান হোৱাটো কেনেকৈ চাই।
04:31 সেইটো কৰোতে, আমি 'two equal to symbols. ব্যবহাৰ কৰিম ।
04:35 লেস দেন চিহ্নক ডাবল ইকুয়াল টুলৈ সলনি কৰক।
04:41 সংৰক্ষণ কৰক আৰু ৰান কৰ
04:48   আমি যেনে চাব পাৰো, আউটপুটটো False হয়, কাৰণ weightৰ মান 40ৰ সমান নহয়।
04:55  এতিয়া আমি weightক 40লৈ সলনি কৰো আৰু আউটপুটটো চাও।
05:01  সংৰক্ষণ কৰক আৰু ৰান কৰক।
05:08   আমি যেনে চাব পাৰো, আউটপুটটো True হয়.
05:12   এইভাবে, "ডাবল ইকুয়াল টু" সমতা পৰীক্ষণৰ বাবে ব্যবহৃত হয়।
05:16 অনুগ্ৰহ কৰি সতর্ক থাকিব কাৰণ মনোহে প্রায়ই সমানতা পৰীক্ষণৰ বাবে single equal to(একটি সমান চিহ্ন)ব্যবহাৰ কৰে।
05:22 আৰু এইটোৱে অপ্রয়োজনীয় এৰৰ দিয়ে।
05:26 তাৰপিছত আমি চাম কেনেকৈless than or equal to.পৰিক্ষন কৰে।
05:30 সেইটো কৰিবলৈ আমি ইকুয়েল টু চিহ্ন অনুসৰন কৰি এটা লেস দেন চিহ্ন  ব্যবহাৰ কৰিম।
05:35 ডাবল ইকুয়াল টুক লেস দেন ইকুয়াল টুলৈ সলনি কৰক ।
05:42 সংৰক্ষণ কৰক আৰু ৰান কৰক।
05:50 আউটপুটটো ভাবা দৰে True হয়.
05:53 এতিয়া লেস দেন চেক কাম কৰিছে নে নাই তাক চাবলৈ weightৰ মান সলনি কৰো।
05:59 40ক 30লৈ সলনি কৰক।
06:04 সংৰক্ষণ কৰক আৰু ৰান কৰক।
06:14 আমি দেখো যে, weight 40ৰ সমান নহোৱা সত্বেও আউটপুটটো True পাউ কাৰণ ই 40তকে কম।
06:22 weightৰ মান 40কৈ অধিক হলে কি হয় তাক চাও ।
06:27 সংৰক্ষণ কৰক আৰু ৰান কৰক। ধৰক 50
06:39 আমি যেনে চাব পাৰো আউটপুটটো False হয় কাৰণ weightৰ মান 40 ৰ সমান নহয়।
06:44 আৰু ই 40তকৈও কম নহয়।
06:48 একেধৰনে গ্রেটাৰ দেন বা ইকুয়েল টু পৰিক্ষন কৰিবলৈ আমি equal to symbolঅক অনুসৰন কৰি গ্রেটাৰ দেন চিহ্ন ব্যবহাৰ কৰো ।
06:55 এইটোক চেষ্টা কৰো ।
06:57 লেস দেন ইকুয়েল টুক গ্রেটাৰ দেন ইকুয়েল টু লৈ সলনি কৰক ।
07:04 সংৰক্ষণ কৰক আৰু ৰান কৰক।
07:10 আমি যেনে চাব পাৰো আউটপুটটো true '  হয় কাৰণ weightৰ মান 40 তকৈ ডাঙৰ হয়।
07: 16 weight ৰ মান 40তকৈ কম মানলৈ সলনি কৰক। ধৰক  30.
07:25 সংৰক্ষণ কৰক আৰু ৰান কৰক।
07:32 আমি  false পাইছো কাৰণ weightৰ মান 40তকৈ অধিক নহয় আৰু 40 ৰ সমান ও নহয়।
07:39 তাৰ পিছত, আমি চাও কেনেকৈ নট ইকুয়েল টুক পৰিক্ষন কৰে।
07:46 এইটো ইকুয়েল টু চিহ্নক অনুসৰন কৰি বিস্ময়বোধক চিনহ্নৰে ব্যবহাৰ কৰি কৰা হয়।
07:53 গ্রেটাৰ দেনক বিস্ময়বোধক চিহ্ন লৈ সলনি কৰক।
07:59 সেয়ে এই স্টেটমেন্টে কয় যে weightৰ মান 40ৰ সমান নহয় আৰু ফলাফলটো b ত সংগ্রহ কৰক।
08:08 সংৰক্ষণ কৰক আৰু ৰান কৰক।
08:16 আমি যেনে চাব পাৰো যে আউটপুটটো True হয় কাৰণ weightৰ মান 40ৰ সমান নহয়।
08:23 weightৰ মানক ৪০ লৈ সলনি কৰক আৰু আউটপুটটো  চাওক
08:28 30ক 40লৈ সলনি কৰক।
08:31 সংৰক্ষণ কৰক আৰু ৰান কৰক।
08:38 আমি  false পাইছো কাৰণ weight not equal to 40 কন্ডিশন সঠিক নহয়।
08:45 নট ইকুয়াল টু কন্ডিশনক ইকুয়াল টু কন্ডিশনৰ বিপৰীত হিচাবে ধাৰণা কৰিব পাৰে ।
08:50 এইভাবে যি আমি জাভাত ডেটা তুলনা কৰিবলৈ বিভিন্ন ৰিলেশনেল অপাৰেটৰ ব্যবহাৰ কৰো ।
08:58  ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে
09:01 এই টিউটোৰিয়ালেত আমি boolean ডেটা টাইপৰ বিষয়ে শিকিছো,
09:06 ৰিলেশনেল অপাৰেটৰ আৰু
09:08 ৰিলেশনেল অপাৰেটৰ বয়ৱহাৰ কৰি কেনেকৈ দুটা মানক তুলনি কৰিব পাৰে
09:13 এই টিউটৰীয়েলৰ বাবে এটা কাৰ্যয, প্রদর্শিত দুটা এক্সপ্রেশনে সমানতা দেখোৱায় নে, নির্ণয় কৰক 
09:23 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ
09:23 * তলৰ সংযোগত থকা ভিডিঅ’ চাওক। [1]   
09:28 * কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
09:31 * যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
09:36   কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
09:38 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.  
09:40 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.

অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।

09: 50 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
09:54 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়

 

10:00   এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
10:05   আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble