Difference between revisions of "Java/C2/Numerical-Datatypes/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
Line 185: Line 185:
  
 
|-
 
|-
|  04:50
+
|04:50
 
| আমি যেনে দেখিব পাৰো, তাত এটা এৰৰ আছে. ইয়াৰ কাৰন হল যে intয়ে খালি ইন্টিজাৰ সংগ্রহ কৰে
 
| আমি যেনে দেখিব পাৰো, তাত এটা এৰৰ আছে. ইয়াৰ কাৰন হল যে intয়ে খালি ইন্টিজাৰ সংগ্রহ কৰে
  
 
|-
 
|-
| 05:00
+
|05:00
 
| দশমিক সংখ্যা সংগ্রহ কৰিবলৈ,  আমি float ব্যবহাৰ কৰিব লাগিব ।  
 
| দশমিক সংখ্যা সংগ্রহ কৰিবলৈ,  আমি float ব্যবহাৰ কৰিব লাগিব ।  
  
 
|-
 
|-
| 05:05
+
|05:05
 
| ডেটা টাইপক floatলৈ সলনি কৰক।  
 
| ডেটা টাইপক floatলৈ সলনি কৰক।  
  
 
|-
 
|-
| 05:10   
+
|05:10   
 
|আৰু মানটোৰ শেষত এটা f যোগ কৰক ।  
 
|আৰু মানটোৰ শেষত এটা f যোগ কৰক ।  
  
 
|-
 
|-
| 05:17
+
|05:17
 
| চেভ কৰক  
 
| চেভ কৰক  
  
 
|-
 
|-
| 05:19
+
|05:19
 
| আমি দেখো যে ইয়াত এটা এৰৰ আছে ।  
 
| আমি দেখো যে ইয়াত এটা এৰৰ আছে ।  
  
 
|-
 
|-
| 05:22
+
|05:22
 
| Control F11 দ্বাৰা এইটোক ৰান কৰক ।  
 
| Control F11 দ্বাৰা এইটোক ৰান কৰক ।  
  
 
|-
 
|-
| 05:29
+
|05:29
 
| আমি যেনে দেখিব পাৰো, দশমিক মান সংগ্রহিত হৈছে আৰু মান প্রিন্ট কৰা হৈছে।  
 
| আমি যেনে দেখিব পাৰো, দশমিক মান সংগ্রহিত হৈছে আৰু মান প্রিন্ট কৰা হৈছে।  
  
 
|-
 
|-
| 05:37
+
|05:37
 
|এতিয়া distance ভ্যাৰিয়েবলেৰ মান পৰিবর্তন কৰা যাওক।  
 
|এতিয়া distance ভ্যাৰিয়েবলেৰ মান পৰিবর্তন কৰা যাওক।  
  
 
|-
 
|-
| 05:46
+
|05:46
 
|ইয়াত দেখোৱাৰ দৰে দশমিক বিন্দুৰ পিছত অনেক সংখ্যা যোগ কৰক।  
 
|ইয়াত দেখোৱাৰ দৰে দশমিক বিন্দুৰ পিছত অনেক সংখ্যা যোগ কৰক।  
  
 
|-
 
|-
|  05:53
+
|05:53
 
| ইয়াক চেভ কৰক আৰু ৰান কৰক  
 
| ইয়াক চেভ কৰক আৰু ৰান কৰক  
 
 
 
 
 
|-
 
|-
| 06:01
+
|06:01
 
| আমি দেখো যে আউটপুট, সংগ্রহ হৈ থকা আউটপুটৰ তুলনাত অলপ ভিন্ন হয়।  
 
| আমি দেখো যে আউটপুট, সংগ্রহ হৈ থকা আউটপুটৰ তুলনাত অলপ ভিন্ন হয়।  
  
 
|-
 
|-
| 06:06
+
|06:06
 
| এইটো ঘটে কাৰণ ফ্লোটিং পইন্ট সংখ্যা নির্ভুলতাৰ এটা সীমা আছে।  
 
| এইটো ঘটে কাৰণ ফ্লোটিং পইন্ট সংখ্যা নির্ভুলতাৰ এটা সীমা আছে।  
  
 
|-
 
|-
| 06:11
+
|06:11
 
| যদি  এইটো সঠিকভাবে সংগ্রহিত হব নোৱাৰে, ই উচৰৰ সম্ভব সংখ্যাক সুসম্পন্ন কৰে।  
 
| যদি  এইটো সঠিকভাবে সংগ্রহিত হব নোৱাৰে, ই উচৰৰ সম্ভব সংখ্যাক সুসম্পন্ন কৰে।  
  
 
|-
 
|-
|  06:18
+
|06:18
 
|  এতিয়া ভ্যাৰিয়েবলৰ নামকৰণৰ নিয়ম বোৰ চাও।  
 
|  এতিয়া ভ্যাৰিয়েবলৰ নামকৰণৰ নিয়ম বোৰ চাও।  
  
 
|-
 
|-
| 06:23
+
|06:23
 
| নামৰ আগত 2 যোগ কৰক ।  
 
| নামৰ আগত 2 যোগ কৰক ।  
  
 
|-
 
|-
| 06:30
+
|06:30
 
| আমি দেখো যে ইয়াত এটা সিনট্যাক্স এৰৰ আছে।  
 
| আমি দেখো যে ইয়াত এটা সিনট্যাক্স এৰৰ আছে।  
 
|-
 
|-
| 06:34
+
|06:34
 
|ইয়াৰ কাৰন হল এটা ভ্যাৰিয়েবলৰ নাম এটা বর্ণমালা বা আন্ডাৰস্কোৰ দ্বাৰা আৰম্ভ হোৱা উচিত।  
 
|ইয়াৰ কাৰন হল এটা ভ্যাৰিয়েবলৰ নাম এটা বর্ণমালা বা আন্ডাৰস্কোৰ দ্বাৰা আৰম্ভ হোৱা উচিত।  
  
 
|-
 
|-
| 06:40
+
|06:40
 
|কিন্তু সাধাৰণতে, ভ্যারৰয়েবলৰ নাম আৰম্ভ কৰোতে আন্ডাৰস্কোৰ ব্যবহাৰ কৰা নহয়   
 
|কিন্তু সাধাৰণতে, ভ্যারৰয়েবলৰ নাম আৰম্ভ কৰোতে আন্ডাৰস্কোৰ ব্যবহাৰ কৰা নহয়   
  
 
|-
 
|-
| 06:45
+
|06:45
 
|এতিয়া ভ্যাৰিয়েবল নামেৰ শেষত '''the number '' সংখ্যাটি যোগ কৰো   
 
|এতিয়া ভ্যাৰিয়েবল নামেৰ শেষত '''the number '' সংখ্যাটি যোগ কৰো   
  
 
|-
 
|-
| 06:55
+
|06:55
 
|আমি দেখো যে ইয়াত কোনো এৰৰ নেই।  
 
|আমি দেখো যে ইয়াত কোনো এৰৰ নেই।  
  
 
|-
 
|-
| 06:59
+
|06:59
 
| এটা ভ্যাৰিয়েবলেত সংখ্যা হব পাৰে কিন্তু আৰ্ভনিত নহয়।  
 
| এটা ভ্যাৰিয়েবলেত সংখ্যা হব পাৰে কিন্তু আৰ্ভনিত নহয়।  
  
 
|-
 
|-
|  07:04
+
|07:04
 
|   এতিয়া নামৰ মাজত এটা  'আন্ডাৰস্কোৰ' যোগ কৰক।  
 
|   এতিয়া নামৰ মাজত এটা  'আন্ডাৰস্কোৰ' যোগ কৰক।  
  
 
|-
 
|-
| 07:15
+
|07:15
 
| আমি দেখো যে ইয়াত কোনো এৰৰ নাই।  
 
| আমি দেখো যে ইয়াত কোনো এৰৰ নাই।  
  
 
|-
 
|-
| 07:17
+
|07:17
 
| যাৰ মানে আন্ডাৰস্কোৰ ভ্যাৰিয়েবল নামত অনুমোদিত।  
 
| যাৰ মানে আন্ডাৰস্কোৰ ভ্যাৰিয়েবল নামত অনুমোদিত।  
  
 
|-
 
|-
| 07:22
+
|07:22
 
| কিন্তু ভ্যাৰিয়েবল নামত অন্য কোনো punctuation যি এটা সিনট্যাক্স এৰৰ বা অন্য এৰৰ দিয়ে।  
 
| কিন্তু ভ্যাৰিয়েবল নামত অন্য কোনো punctuation যি এটা সিনট্যাক্স এৰৰ বা অন্য এৰৰ দিয়ে।  
  
 
|-
 
|-
| 07:28
+
|07:28
 
|এইভাবে যি আপোনি জাভাত ন্যূমেৰিকেল ডেটা সংগ্রহ কৰে ।  
 
|এইভাবে যি আপোনি জাভাত ন্যূমেৰিকেল ডেটা সংগ্রহ কৰে ।  
  
Line 300: Line 300:
  
 
|-
 
|-
|  07:44    
+
|07:44    
 
| আৰু কেনেকৈ  '''numerical data. ''' সংৰক্ষন কৰে   
 
| আৰু কেনেকৈ  '''numerical data. ''' সংৰক্ষন কৰে   
  
 
|-
 
|-
| 07:46
+
|07:46
 
|আমি আৰু শিকিলো '''rules for naming a variable'''
 
|আমি আৰু শিকিলো '''rules for naming a variable'''
  
 
|-
 
|-
| 07:51
+
|07:51
 
| এই টিউটৰীয়েলৰ বাবে এটা কাৰ্য্য  
 
| এই টিউটৰীয়েলৰ বাবে এটা কাৰ্য্য  
  
Line 316: Line 316:
  
 
|-
 
|-
| 07:56
+
|07:56
 
|চাওক কেনেকৈ সেইবোৰ int আৰু floatঅৰ পৰা বেলেগ হয়  
 
|চাওক কেনেকৈ সেইবোৰ int আৰু floatঅৰ পৰা বেলেগ হয়  
  
 
|-
 
|-
| 08:00      
+
|08:00      
 
| জাভাৰ টিউটৰিয়েল বোৰ এই লিন্কত উপলব্ধ  
 
| জাভাৰ টিউটৰিয়েল বোৰ এই লিন্কত উপলব্ধ  
  
 
|-
 
|-
| 08:05         
+
|08:05         
 
|spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ  
 
|spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ  
 
তলৰ সংযোগত থকা ভিডিঅ’ চাওক। [http://spoken-tutorial.org/What_is_a_Spoken_Tutorial  ]  
 
তলৰ সংযোগত থকা ভিডিঅ’ চাওক। [http://spoken-tutorial.org/What_is_a_Spoken_Tutorial  ]  
  
 
|-
 
|-
| 08:11     
+
|08:11     
 
|কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
 
|কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
  
 
|-
 
|-
| 08:14     
+
|08:14     
 
| যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
 
| যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
  
 
|-
 
|-
|  08:20
+
|08:20
 
| কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।  
 
| কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।  
  
 
|-
 
|-
|  08:24    
+
|08:24    
 
| এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
 
| এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
 
অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
 
অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
  
 
|-
 
|-
| 08:35
+
|08:35
 
| কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
 
| কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
  
 
|-
 
|-
| 08:39    
+
|08:39    
 
| ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
 
| ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
  
 
|-
 
|-
|  08:45    
+
|08:45    
 
|এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
 
|এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
  
 
|-
 
|-
|  08:51
+
|08:51
 
| আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
 
| আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
  
  
 
|}
 
|}

Latest revision as of 11:00, 23 June 2014

 

Time Narration
00:01   Javaত  Numerical Datatypesঅৰ স্পকেন টিউটৰিয়েললৈ আপোনাৰলোকক স্ৱাগতম
00:07 এই টিউটৰিয়েলত আমি শিকিম.
00:10 জাভাত উপলব্ধ থকা বিভিন্ন ডেটা টাইপ সম্পর্কে আৰু
00:13  ন্যূমেৰিকেল ডেটা সংগ্রহ কৰুতে কিভাবে তাক  ব্যবহাৰ কৰা হয়।
00:18 এই টিউটৰিয়েলৰ কাৰনে আমি Ubuntu 11.10 JDK 1.6 আৰু Eclipse 3.7.0 বয়ৱহাৰ কৰিম
00:27 এই টিউটোৰিয়েলটো অনুসৰণ কৰোতে, Eclipseত  সহজ জাভা প্রোগ্রাম লেখা আৰু ৰান কৰা সম্পর্কে জানিব লাগিব ।
00:34 যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক
00:42 ইন্টিজাৰ সংগ্রহ কৰোতে ব্যবহৃত ডেটা টাইপকে int বোলা হয়।
00:47 দশমিক সংখ্যা সংগ্রহ কৰোতে ব্যবহৃত ডেটা টাইপকে float বোলা হয়।
00:52 প্ৰথমে ইন্টিজাৰক সংজ্ঞয় কৰো আৰু ব্যবহাৰ কৰো।
01:02 ইয়াত বাকি কোডৰ কাৰনে প্রয়োজনীয় eclipse IDE আৰু স্কেলিটন আছে
01:10 আমি NumericalData নামৰ ক্লাস তৈয়াৰ কৰিছো অৰু ইয়াত মেন মেথড যোগ কৰিছো ।
01:15     এতিয়া এটা সংখ্যা সংগ্রহ কেনেকৈ কৰে, চাও।
01:20  int distance ইকুয়াল টু 28
01:27 এই স্টেটমেন্ট ইন্টিজাৰৰ মান distance নামত সংগ্রহ কৰে।
01:33   distanceঅক ইন্টিজাৰ ভ্যাৰিয়েবল বোলা হয়।
01:37 এতিয়া আমি distanceঅত সংগ্রহ হৈ থকা মান প্রিন্ট কৰিবলৈ distance নামৰ ভ্যাৰিয়েবলটো ব্যবহাৰ কৰিম ।
01:47 System dot out dot println বান্ধনীত distance.
02:01 ই স্টেটমেন্টে distance ভ্যাৰিয়েবলৰ মান প্রিন্ট কৰে।
02:06  ফাইলটি সংৰক্ষণ কৰক আৰু ৰান কৰক ।
02:14  আমি দেখো যে distanceঅত মান 28 সংগ্রহ হৈছে আৰু এইটো প্রিন্ট কৰা হৈছে 
02:21 এতিয়া ভ্যাৰিয়েবলত সংগ্রহিত মানটো পৰিবর্তন কৰো আহক
02:25 ২৮অক ২৪লৈ সলনি কৰক
02:29   সংৰক্ষণ কৰক আৰু ৰান কৰক
02:34  আমি দেখো যে আউটপুট সেইমতে সলনি হৈছে।
02:39 intয়ে নেতিবাচক মানও সংগ্রহ কৰিব পাৰে ।
02:42 ২৪অক  -২৫লৈ সলনি কৰক
02:48 সংৰক্ষণ কৰক আৰু ৰান কৰক
02:56 আমি যেনে দেখিব পাৰো, int টাইপৰ ভ্যারিয়েবলত নেতিবাচক মানও সংগ্রহ কৰিব পৰা যায়।
03:02  int ডেটা টাইপ আমাৰ প্ৰায় প্রোগ্রামিংৰ প্ৰয়োজনৰ কাৰনে  যথেষ্ট।
03:06 কিন্তু ই  এটা সীমা পর্যন্তলৈহে  মান সংগ্রহ কৰিব পাৰে।
03:10 এটা ডাঙৰ মান সংগ্রহ কৰাৰ চেষ্টা কৰি আৰো চাও কি ঘটে।
03:25  আমি যেনে দেখিব পাৰো, সংখ্যাটোৰ তলত এটা ৰঙা লাইন আছে, যি এৰৰ এটা সূচিত কৰে।
03:34  এৰৰ ম্যাসেজে কয়, the number is out of range for a variable of the type int.
03:42 'intয়ে 32 বিট মেমৰি লয় আৰু মাত্র -2 পাৱাৰ 31ৰ পৰা 2 পাৱাৰ 31 পর্যন্ত মান সংগ্রহ কৰে ।
03:49 বৃহৎ সংখ্যা সংগ্রহ কৰিবলৈ, জাভায়ে দীর্ঘ ডেটা টাইপ প্রদান কৰে।
03:54 ইয়াক, এটা ব্হত মান সংগ্রহ কৰিবলৈ ব্যবহাৰ কৰা যাওক
03:59   int ক  longলৈ সলনি কৰক আৰু
04:04 সংখ্যাৰ শেষত এটা ডাঙৰ ফলা L যোগ কৰক 
04:11 Ctrl, S দি সংৰক্ষন কৰক
04:16 আমি দেখো যে তাত কোনো এৰৰ নেই।
04:19 Ctrl, F11 টিপি এইটো ৰান কৰো. মানটো প্রিন্ট কৰা হল।
04:27 আমি দেখিছো যে ডাঙৰ  সংখ্যা দীর্ঘ ভ্যাৰিয়েবলত সংগ্রহ কৰিব পাৰে।
04:32   এতিয়া int ভ্যারিয়েবলত এটা দশমিক সংখ্যা সংগ্রহ কৰো ।
04:37 longক  intলৈ সলনি কৰক আৰু সংখ্যাটো 23.5লৈ সলনি কৰক।
04:50  আমি যেনে দেখিব পাৰো, তাত এটা এৰৰ আছে. ইয়াৰ কাৰন হল যে intয়ে খালি ইন্টিজাৰ সংগ্রহ কৰে
05:00 দশমিক সংখ্যা সংগ্রহ কৰিবলৈ,  আমি float ব্যবহাৰ কৰিব লাগিব ।
05:05 ডেটা টাইপক floatলৈ সলনি কৰক।
05:10  আৰু মানটোৰ শেষত এটা f যোগ কৰক ।
05:17  চেভ কৰক
05:19 আমি দেখো যে ইয়াত এটা এৰৰ আছে ।
05:22 Control F11 দ্বাৰা এইটোক ৰান কৰক ।
05:29  আমি যেনে দেখিব পাৰো, দশমিক মান সংগ্রহিত হৈছে আৰু মান প্রিন্ট কৰা হৈছে।
05:37 এতিয়া distance ভ্যাৰিয়েবলেৰ মান পৰিবর্তন কৰা যাওক।
05:46 ইয়াত দেখোৱাৰ দৰে দশমিক বিন্দুৰ পিছত অনেক সংখ্যা যোগ কৰক।
05:53 ইয়াক চেভ কৰক আৰু ৰান কৰক

 

06:01  আমি দেখো যে আউটপুট, সংগ্রহ হৈ থকা আউটপুটৰ তুলনাত অলপ ভিন্ন হয়।
06:06 এইটো ঘটে কাৰণ ফ্লোটিং পইন্ট সংখ্যা নির্ভুলতাৰ এটা সীমা আছে।
06:11 যদি  এইটো সঠিকভাবে সংগ্রহিত হব নোৱাৰে, ই উচৰৰ সম্ভব সংখ্যাক সুসম্পন্ন কৰে।
06:18   এতিয়া ভ্যাৰিয়েবলৰ নামকৰণৰ নিয়ম বোৰ চাও।
06:23 নামৰ আগত 2 যোগ কৰক ।
06:30  আমি দেখো যে ইয়াত এটা সিনট্যাক্স এৰৰ আছে।
06:34 ইয়াৰ কাৰন হল এটা ভ্যাৰিয়েবলৰ নাম এটা বর্ণমালা বা আন্ডাৰস্কোৰ দ্বাৰা আৰম্ভ হোৱা উচিত।
06:40 কিন্তু সাধাৰণতে, ভ্যারৰয়েবলৰ নাম আৰম্ভ কৰোতে আন্ডাৰস্কোৰ ব্যবহাৰ কৰা নহয় 
06:45 এতিয়া ভ্যাৰিয়েবল নামেৰ শেষত 'the number সংখ্যাটি যোগ কৰো 
06:55 আমি দেখো যে ইয়াত কোনো এৰৰ নেই।
06:59 এটা ভ্যাৰিয়েবলেত সংখ্যা হব পাৰে কিন্তু আৰ্ভনিত নহয়।
07:04   এতিয়া নামৰ মাজত এটা  'আন্ডাৰস্কোৰ' যোগ কৰক।
07:15 আমি দেখো যে ইয়াত কোনো এৰৰ নাই।
07:17 যাৰ মানে আন্ডাৰস্কোৰ ভ্যাৰিয়েবল নামত অনুমোদিত।
07:22 কিন্তু ভ্যাৰিয়েবল নামত অন্য কোনো punctuation যি এটা সিনট্যাক্স এৰৰ বা অন্য এৰৰ দিয়ে।
07:28 এইভাবে যি আপোনি জাভাত ন্যূমেৰিকেল ডেটা সংগ্রহ কৰে ।
07:35 ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে
07:38     এই টিউটৰিয়েলত আমি  বেভিন্ন numerical datatypes. শিকিলো
07:44   আৰু কেনেকৈ  numerical data. সংৰক্ষন কৰে 
07:46 আমি আৰু শিকিলো rules for naming a variable
07:51  এই টিউটৰীয়েলৰ বাবে এটা কাৰ্য্য
07:53 বেলেগ numerical data typesঅৰ বিষয়ে পঢ়ক আৰু
07:56 চাওক কেনেকৈ সেইবোৰ int আৰু floatঅৰ পৰা বেলেগ হয়
08:00     জাভাৰ টিউটৰিয়েল বোৰ এই লিন্কত উপলব্ধ
08:05        spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ

তলৰ সংযোগত থকা ভিডিঅ’ চাওক। [1]

08:11    কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
08:14    যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
08:20 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
08:24   এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে

অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।

08:35  কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
08:39   ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
08:45   এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
08:51  আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।


Contributors and Content Editors

Mousumi, Pratik kamble