Java/C2/Numerical-Datatypes/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | Javaত Numerical Datatypesঅৰ স্পকেন টিউটৰিয়েললৈ আপোনাৰলোকক স্ৱাগতম |
00:07 | এই টিউটৰিয়েলত আমি শিকিম. |
00:10 | জাভাত উপলব্ধ থকা বিভিন্ন ডেটা টাইপ সম্পর্কে আৰু |
00:13 | ন্যূমেৰিকেল ডেটা সংগ্রহ কৰুতে কিভাবে তাক ব্যবহাৰ কৰা হয়। |
00:18 | এই টিউটৰিয়েলৰ কাৰনে আমি Ubuntu 11.10 JDK 1.6 আৰু Eclipse 3.7.0 বয়ৱহাৰ কৰিম |
00:27 | এই টিউটোৰিয়েলটো অনুসৰণ কৰোতে, Eclipseত সহজ জাভা প্রোগ্রাম লেখা আৰু ৰান কৰা সম্পর্কে জানিব লাগিব । |
00:34 | যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক |
00:42 | ইন্টিজাৰ সংগ্রহ কৰোতে ব্যবহৃত ডেটা টাইপকে int বোলা হয়। |
00:47 | দশমিক সংখ্যা সংগ্রহ কৰোতে ব্যবহৃত ডেটা টাইপকে float বোলা হয়। |
00:52 | প্ৰথমে ইন্টিজাৰক সংজ্ঞয় কৰো আৰু ব্যবহাৰ কৰো। |
01:02 | ইয়াত বাকি কোডৰ কাৰনে প্রয়োজনীয় eclipse IDE আৰু স্কেলিটন আছে |
01:10 | আমি NumericalData নামৰ ক্লাস তৈয়াৰ কৰিছো অৰু ইয়াত মেন মেথড যোগ কৰিছো । |
01:15 | এতিয়া এটা সংখ্যা সংগ্রহ কেনেকৈ কৰে, চাও। |
01:20 | int distance ইকুয়াল টু 28 |
01:27 | এই স্টেটমেন্ট ইন্টিজাৰৰ মান distance নামত সংগ্রহ কৰে। |
01:33 | distanceঅক ইন্টিজাৰ ভ্যাৰিয়েবল বোলা হয়। |
01:37 | এতিয়া আমি distanceঅত সংগ্রহ হৈ থকা মান প্রিন্ট কৰিবলৈ distance নামৰ ভ্যাৰিয়েবলটো ব্যবহাৰ কৰিম । |
01:47 | System dot out dot println বান্ধনীত distance. |
02:01 | ই স্টেটমেন্টে distance ভ্যাৰিয়েবলৰ মান প্রিন্ট কৰে। |
02:06 | ফাইলটি সংৰক্ষণ কৰক আৰু ৰান কৰক । |
02:14 | আমি দেখো যে distanceঅত মান 28 সংগ্রহ হৈছে আৰু এইটো প্রিন্ট কৰা হৈছে |
02:21 | এতিয়া ভ্যাৰিয়েবলত সংগ্রহিত মানটো পৰিবর্তন কৰো আহক |
02:25 | ২৮অক ২৪লৈ সলনি কৰক |
02:29 | সংৰক্ষণ কৰক আৰু ৰান কৰক |
02:34 | আমি দেখো যে আউটপুট সেইমতে সলনি হৈছে। |
02:39 | intয়ে নেতিবাচক মানও সংগ্রহ কৰিব পাৰে । |
02:42 | ২৪অক -২৫লৈ সলনি কৰক |
02:48 | সংৰক্ষণ কৰক আৰু ৰান কৰক |
02:56 | আমি যেনে দেখিব পাৰো, int টাইপৰ ভ্যারিয়েবলত নেতিবাচক মানও সংগ্রহ কৰিব পৰা যায়। |
03:02 | int ডেটা টাইপ আমাৰ প্ৰায় প্রোগ্রামিংৰ প্ৰয়োজনৰ কাৰনে যথেষ্ট। |
03:06 | কিন্তু ই এটা সীমা পর্যন্তলৈহে মান সংগ্রহ কৰিব পাৰে। |
03:10 | এটা ডাঙৰ মান সংগ্রহ কৰাৰ চেষ্টা কৰি আৰো চাও কি ঘটে। |
03:25 | আমি যেনে দেখিব পাৰো, সংখ্যাটোৰ তলত এটা ৰঙা লাইন আছে, যি এৰৰ এটা সূচিত কৰে। |
03:34 | এৰৰ ম্যাসেজে কয়, the number is out of range for a variable of the type int. |
03:42 | 'intয়ে 32 বিট মেমৰি লয় আৰু মাত্র -2 পাৱাৰ 31ৰ পৰা 2 পাৱাৰ 31 পর্যন্ত মান সংগ্রহ কৰে । |
03:49 | বৃহৎ সংখ্যা সংগ্রহ কৰিবলৈ, জাভায়ে দীর্ঘ ডেটা টাইপ প্রদান কৰে। |
03:54 | ইয়াক, এটা ব্হত মান সংগ্রহ কৰিবলৈ ব্যবহাৰ কৰা যাওক |
03:59 | int ক longলৈ সলনি কৰক আৰু |
04:04 | সংখ্যাৰ শেষত এটা ডাঙৰ ফলা L যোগ কৰক |
04:11 | Ctrl, S দি সংৰক্ষন কৰক |
04:16 | আমি দেখো যে তাত কোনো এৰৰ নেই। |
04:19 | Ctrl, F11 টিপি এইটো ৰান কৰো. মানটো প্রিন্ট কৰা হল। |
04:27 | আমি দেখিছো যে ডাঙৰ সংখ্যা দীর্ঘ ভ্যাৰিয়েবলত সংগ্রহ কৰিব পাৰে। |
04:32 | এতিয়া int ভ্যারিয়েবলত এটা দশমিক সংখ্যা সংগ্রহ কৰো । |
04:37 | longক intলৈ সলনি কৰক আৰু সংখ্যাটো 23.5লৈ সলনি কৰক। |
04:50 | আমি যেনে দেখিব পাৰো, তাত এটা এৰৰ আছে. ইয়াৰ কাৰন হল যে intয়ে খালি ইন্টিজাৰ সংগ্রহ কৰে |
05:00 | দশমিক সংখ্যা সংগ্রহ কৰিবলৈ, আমি float ব্যবহাৰ কৰিব লাগিব । |
05:05 | ডেটা টাইপক floatলৈ সলনি কৰক। |
05:10 | আৰু মানটোৰ শেষত এটা f যোগ কৰক । |
05:17 | চেভ কৰক |
05:19 | আমি দেখো যে ইয়াত এটা এৰৰ আছে । |
05:22 | Control F11 দ্বাৰা এইটোক ৰান কৰক । |
05:29 | আমি যেনে দেখিব পাৰো, দশমিক মান সংগ্রহিত হৈছে আৰু মান প্রিন্ট কৰা হৈছে। |
05:37 | এতিয়া distance ভ্যাৰিয়েবলেৰ মান পৰিবর্তন কৰা যাওক। |
05:46 | ইয়াত দেখোৱাৰ দৰে দশমিক বিন্দুৰ পিছত অনেক সংখ্যা যোগ কৰক। |
05:53 | ইয়াক চেভ কৰক আৰু ৰান কৰক
|
06:01 | আমি দেখো যে আউটপুট, সংগ্রহ হৈ থকা আউটপুটৰ তুলনাত অলপ ভিন্ন হয়। |
06:06 | এইটো ঘটে কাৰণ ফ্লোটিং পইন্ট সংখ্যা নির্ভুলতাৰ এটা সীমা আছে। |
06:11 | যদি এইটো সঠিকভাবে সংগ্রহিত হব নোৱাৰে, ই উচৰৰ সম্ভব সংখ্যাক সুসম্পন্ন কৰে। |
06:18 | এতিয়া ভ্যাৰিয়েবলৰ নামকৰণৰ নিয়ম বোৰ চাও। |
06:23 | নামৰ আগত 2 যোগ কৰক । |
06:30 | আমি দেখো যে ইয়াত এটা সিনট্যাক্স এৰৰ আছে। |
06:34 | ইয়াৰ কাৰন হল এটা ভ্যাৰিয়েবলৰ নাম এটা বর্ণমালা বা আন্ডাৰস্কোৰ দ্বাৰা আৰম্ভ হোৱা উচিত। |
06:40 | কিন্তু সাধাৰণতে, ভ্যারৰয়েবলৰ নাম আৰম্ভ কৰোতে আন্ডাৰস্কোৰ ব্যবহাৰ কৰা নহয় |
06:45 | এতিয়া ভ্যাৰিয়েবল নামেৰ শেষত 'the number সংখ্যাটি যোগ কৰো |
06:55 | আমি দেখো যে ইয়াত কোনো এৰৰ নেই। |
06:59 | এটা ভ্যাৰিয়েবলেত সংখ্যা হব পাৰে কিন্তু আৰ্ভনিত নহয়। |
07:04 | এতিয়া নামৰ মাজত এটা 'আন্ডাৰস্কোৰ' যোগ কৰক। |
07:15 | আমি দেখো যে ইয়াত কোনো এৰৰ নাই। |
07:17 | যাৰ মানে আন্ডাৰস্কোৰ ভ্যাৰিয়েবল নামত অনুমোদিত। |
07:22 | কিন্তু ভ্যাৰিয়েবল নামত অন্য কোনো punctuation যি এটা সিনট্যাক্স এৰৰ বা অন্য এৰৰ দিয়ে। |
07:28 | এইভাবে যি আপোনি জাভাত ন্যূমেৰিকেল ডেটা সংগ্রহ কৰে । |
07:35 | ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে |
07:38 | এই টিউটৰিয়েলত আমি বেভিন্ন numerical datatypes. শিকিলো |
07:44 | আৰু কেনেকৈ numerical data. সংৰক্ষন কৰে |
07:46 | আমি আৰু শিকিলো rules for naming a variable |
07:51 | এই টিউটৰীয়েলৰ বাবে এটা কাৰ্য্য |
07:53 | বেলেগ numerical data typesঅৰ বিষয়ে পঢ়ক আৰু |
07:56 | চাওক কেনেকৈ সেইবোৰ int আৰু floatঅৰ পৰা বেলেগ হয় |
08:00 | জাভাৰ টিউটৰিয়েল বোৰ এই লিন্কত উপলব্ধ |
08:05 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ
তলৰ সংযোগত থকা ভিডিঅ’ চাওক। [1] |
08:11 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
08:14 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
08:20 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
08:24 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
08:35 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
08:39 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
08:45 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
08:51 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
|