Difference between revisions of "Java/C2/Numerical-Datatypes/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 2: Line 2:
  
 
{| border=1
 
{| border=1
|| ''Time'''
+
|| '''Time'''
 
|| '''Narration'''
 
|| '''Narration'''
  
 
|-
 
|-
|   00:01
+
|00:01
 
|  Javaত  Numerical Datatypesঅৰ স্পকেন টিউটৰিয়েললৈ আপোনাৰলোকক স্ৱাগতম  
 
|  Javaত  Numerical Datatypesঅৰ স্পকেন টিউটৰিয়েললৈ আপোনাৰলোকক স্ৱাগতম  
  
 
|-
 
|-
| 00:07
+
|00:07
 
| এই টিউটৰিয়েলত আমি শিকিম.
 
| এই টিউটৰিয়েলত আমি শিকিম.
  
 
|-
 
|-
| 00:10
+
|00:10
 
| জাভাত উপলব্ধ থকা বিভিন্ন ডেটা টাইপ সম্পর্কে আৰু
 
| জাভাত উপলব্ধ থকা বিভিন্ন ডেটা টাইপ সম্পর্কে আৰু
 
|-
 
|-
| 00:13
+
|00:13
 
| ন্যূমেৰিকেল ডেটা সংগ্রহ কৰুতে কিভাবে তাক  ব্যবহাৰ কৰা হয়।  
 
| ন্যূমেৰিকেল ডেটা সংগ্রহ কৰুতে কিভাবে তাক  ব্যবহাৰ কৰা হয়।  
  
 
|-
 
|-
| 00:18
+
|00:18
 
|এই টিউটৰিয়েলৰ কাৰনে আমি  Ubuntu 11.10 '''JDK 1.6''' আৰু Eclipse 3.7.0 বয়ৱহাৰ কৰিম  
 
|এই টিউটৰিয়েলৰ কাৰনে আমি  Ubuntu 11.10 '''JDK 1.6''' আৰু Eclipse 3.7.0 বয়ৱহাৰ কৰিম  
  
 
|-
 
|-
|  00:27
+
|00:27
 
|এই টিউটোৰিয়েলটো অনুসৰণ কৰোতে, Eclipseত  সহজ জাভা প্রোগ্রাম লেখা আৰু ৰান কৰা সম্পর্কে জানিব লাগিব ।  
 
|এই টিউটোৰিয়েলটো অনুসৰণ কৰোতে, Eclipseত  সহজ জাভা প্রোগ্রাম লেখা আৰু ৰান কৰা সম্পর্কে জানিব লাগিব ।  
  
 
|-
 
|-
| 00:34
+
|00:34
 
|যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক  
 
|যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক  
  
 
|-
 
|-
| 00:42
+
|00:42
 
| ইন্টিজাৰ সংগ্রহ কৰোতে ব্যবহৃত ডেটা টাইপকে int বোলা হয়।  
 
| ইন্টিজাৰ সংগ্রহ কৰোতে ব্যবহৃত ডেটা টাইপকে int বোলা হয়।  
  
 
|-
 
|-
| 00:47
+
|00:47
 
| দশমিক সংখ্যা সংগ্রহ কৰোতে ব্যবহৃত ডেটা টাইপকে float বোলা হয়।  
 
| দশমিক সংখ্যা সংগ্রহ কৰোতে ব্যবহৃত ডেটা টাইপকে float বোলা হয়।  
  
 
|-
 
|-
| 00:52
+
|00:52
 
| প্ৰথমে ইন্টিজাৰক সংজ্ঞয় কৰো আৰু ব্যবহাৰ কৰো।  
 
| প্ৰথমে ইন্টিজাৰক সংজ্ঞয় কৰো আৰু ব্যবহাৰ কৰো।  
  
 
|-
 
|-
|  01:02
+
|01:02
 
|ইয়াত বাকি কোডৰ কাৰনে প্রয়োজনীয় eclipse IDE আৰু স্কেলিটন আছে  
 
|ইয়াত বাকি কোডৰ কাৰনে প্রয়োজনীয় eclipse IDE আৰু স্কেলিটন আছে  
  
 
|-
 
|-
|  01:10
+
|01:10
 
| আমি NumericalData নামৰ ক্লাস তৈয়াৰ কৰিছো অৰু ইয়াত মেন মেথড যোগ কৰিছো ।  
 
| আমি NumericalData নামৰ ক্লাস তৈয়াৰ কৰিছো অৰু ইয়াত মেন মেথড যোগ কৰিছো ।  
  
 
|-
 
|-
| 01:15      
+
|01:15      
 
|এতিয়া এটা সংখ্যা সংগ্রহ কেনেকৈ কৰে, চাও।
 
|এতিয়া এটা সংখ্যা সংগ্রহ কেনেকৈ কৰে, চাও।
  
 
|-
 
|-
| 01:20
+
|01:20
 
| int distance ইকুয়াল টু 28  
 
| int distance ইকুয়াল টু 28  
  
 
|-
 
|-
| 01:27
+
|01:27
 
| এই স্টেটমেন্ট ইন্টিজাৰৰ মান distance নামত সংগ্রহ কৰে।  
 
| এই স্টেটমেন্ট ইন্টিজাৰৰ মান distance নামত সংগ্রহ কৰে।  
  
 
|-
 
|-
|  01:33
+
|01:33
 
|  distanceঅক ইন্টিজাৰ ভ্যাৰিয়েবল বোলা হয়।  
 
|  distanceঅক ইন্টিজাৰ ভ্যাৰিয়েবল বোলা হয়।  
  
 
|-
 
|-
| 01:37
+
|01:37
 
| এতিয়া আমি distanceঅত সংগ্রহ হৈ থকা মান প্রিন্ট কৰিবলৈ distance নামৰ ভ্যাৰিয়েবলটো ব্যবহাৰ কৰিম ।  
 
| এতিয়া আমি distanceঅত সংগ্রহ হৈ থকা মান প্রিন্ট কৰিবলৈ distance নামৰ ভ্যাৰিয়েবলটো ব্যবহাৰ কৰিম ।  
  
 
|-
 
|-
| 01:47
+
|01:47
 
| System dot out dot println বান্ধনীত distance.  
 
| System dot out dot println বান্ধনীত distance.  
  
 
|-
 
|-
| 02:01
+
|02:01
 
|ই স্টেটমেন্টে distance ভ্যাৰিয়েবলৰ মান প্রিন্ট কৰে।  
 
|ই স্টেটমেন্টে distance ভ্যাৰিয়েবলৰ মান প্রিন্ট কৰে।  
  
 
|-
 
|-
| 02:06
+
|02:06
 
| ফাইলটি সংৰক্ষণ কৰক আৰু ৰান কৰক ।  
 
| ফাইলটি সংৰক্ষণ কৰক আৰু ৰান কৰক ।  
  
 
|-
 
|-
| 02:14  
+
|02:14  
 
| আমি দেখো যে distanceঅত মান 28 সংগ্রহ হৈছে আৰু এইটো প্রিন্ট কৰা হৈছে   
 
| আমি দেখো যে distanceঅত মান 28 সংগ্রহ হৈছে আৰু এইটো প্রিন্ট কৰা হৈছে   
  
 
|-
 
|-
| 02:21
+
|02:21
 
|এতিয়া ভ্যাৰিয়েবলত সংগ্রহিত মানটো পৰিবর্তন কৰো আহক  
 
|এতিয়া ভ্যাৰিয়েবলত সংগ্রহিত মানটো পৰিবর্তন কৰো আহক  
  
 
|-
 
|-
| 02:25
+
|02:25
 
| ২৮অক ২৪লৈ সলনি কৰক  
 
| ২৮অক ২৪লৈ সলনি কৰক  
  
 
|-
 
|-
|  02:29
+
|02:29
 
|  সংৰক্ষণ কৰক আৰু ৰান কৰক  
 
|  সংৰক্ষণ কৰক আৰু ৰান কৰক  
  
 
|-
 
|-
|  02:34
+
|02:34
 
| আমি দেখো যে আউটপুট সেইমতে সলনি হৈছে।  
 
| আমি দেখো যে আউটপুট সেইমতে সলনি হৈছে।  
  
 
|-
 
|-
| 02:39
+
|02:39
 
| intয়ে নেতিবাচক মানও সংগ্রহ কৰিব পাৰে ।  
 
| intয়ে নেতিবাচক মানও সংগ্রহ কৰিব পাৰে ।  
  
 
|-
 
|-
| 02:42
+
|02:42
 
| ২৪অক  -২৫লৈ সলনি কৰক  
 
| ২৪অক  -২৫লৈ সলনি কৰক  
  
 
|-
 
|-
|  02:48
+
|02:48
 
| সংৰক্ষণ কৰক আৰু ৰান কৰক  
 
| সংৰক্ষণ কৰক আৰু ৰান কৰক  
  
 
|-
 
|-
| 02:56
+
|02:56
 
| আমি যেনে দেখিব পাৰো, int টাইপৰ ভ্যারিয়েবলত নেতিবাচক মানও সংগ্রহ কৰিব পৰা যায়।  
 
| আমি যেনে দেখিব পাৰো, int টাইপৰ ভ্যারিয়েবলত নেতিবাচক মানও সংগ্রহ কৰিব পৰা যায়।  
  
 
|-
 
|-
|  03:02
+
|03:02
 
| int ডেটা টাইপ আমাৰ প্ৰায় প্রোগ্রামিংৰ প্ৰয়োজনৰ কাৰনে  যথেষ্ট।  
 
| int ডেটা টাইপ আমাৰ প্ৰায় প্রোগ্রামিংৰ প্ৰয়োজনৰ কাৰনে  যথেষ্ট।  
  
 
|-
 
|-
| 03:06  
+
|03:06  
 
|কিন্তু ই  এটা সীমা পর্যন্তলৈহে  মান সংগ্রহ কৰিব পাৰে।  
 
|কিন্তু ই  এটা সীমা পর্যন্তলৈহে  মান সংগ্রহ কৰিব পাৰে।  
  
 
|-
 
|-
| 03:10
+
|03:10
 
| এটা ডাঙৰ মান সংগ্রহ কৰাৰ চেষ্টা কৰি আৰো চাও কি ঘটে।  
 
| এটা ডাঙৰ মান সংগ্রহ কৰাৰ চেষ্টা কৰি আৰো চাও কি ঘটে।  
  
 
|-
 
|-
|  03:25
+
|03:25
 
| আমি যেনে দেখিব পাৰো, সংখ্যাটোৰ তলত এটা ৰঙা লাইন আছে, যি এৰৰ এটা সূচিত কৰে।  
 
| আমি যেনে দেখিব পাৰো, সংখ্যাটোৰ তলত এটা ৰঙা লাইন আছে, যি এৰৰ এটা সূচিত কৰে।  
  
 
|-
 
|-
| 03:34
+
|03:34
 
| এৰৰ ম্যাসেজে কয়, the number is out of range for a variable of the type int.  
 
| এৰৰ ম্যাসেজে কয়, the number is out of range for a variable of the type int.  
  
 
|-
 
|-
| 03:42
+
|03:42
 
| 'intয়ে 32 বিট মেমৰি লয় আৰু মাত্র -2 পাৱাৰ 31ৰ পৰা 2 পাৱাৰ 31 পর্যন্ত মান সংগ্রহ কৰে ।  
 
| 'intয়ে 32 বিট মেমৰি লয় আৰু মাত্র -2 পাৱাৰ 31ৰ পৰা 2 পাৱাৰ 31 পর্যন্ত মান সংগ্রহ কৰে ।  
  
 
|-
 
|-
|  03:49
+
|03:49
 
|বৃহৎ সংখ্যা সংগ্রহ কৰিবলৈ, জাভায়ে দীর্ঘ ডেটা টাইপ প্রদান কৰে।  
 
|বৃহৎ সংখ্যা সংগ্রহ কৰিবলৈ, জাভায়ে দীর্ঘ ডেটা টাইপ প্রদান কৰে।  
  
 
|-
 
|-
| 03:54  
+
|03:54  
 
| ইয়াক, এটা ব্হত মান সংগ্রহ কৰিবলৈ ব্যবহাৰ কৰা যাওক
 
| ইয়াক, এটা ব্হত মান সংগ্রহ কৰিবলৈ ব্যবহাৰ কৰা যাওক
  
 
|-
 
|-
| 03:59
+
|03:59
 
|  '''int '''ক  '''long'''লৈ সলনি কৰক আৰু  
 
|  '''int '''ক  '''long'''লৈ সলনি কৰক আৰু  
  
 
|-
 
|-
| 04:04
+
|04:04
 
| সংখ্যাৰ শেষত এটা ডাঙৰ ফলা L যোগ কৰক   
 
| সংখ্যাৰ শেষত এটা ডাঙৰ ফলা L যোগ কৰক   
  
 
|-
 
|-
| 04:11
+
|04:11
 
|''' Ctrl, S''' দি সংৰক্ষন কৰক  
 
|''' Ctrl, S''' দি সংৰক্ষন কৰক  
  
 
|-
 
|-
| 04:16
+
|04:16
 
| আমি দেখো যে তাত কোনো এৰৰ নেই।  
 
| আমি দেখো যে তাত কোনো এৰৰ নেই।  
  
 
|-
 
|-
| 04:19
+
|04:19
 
|Ctrl, F11 টিপি এইটো ৰান কৰো. মানটো প্রিন্ট কৰা হল।  
 
|Ctrl, F11 টিপি এইটো ৰান কৰো. মানটো প্রিন্ট কৰা হল।  
  
 
|-
 
|-
| 04:27
+
|04:27
 
| আমি দেখিছো যে ডাঙৰ  সংখ্যা দীর্ঘ ভ্যাৰিয়েবলত সংগ্রহ কৰিব পাৰে।  
 
| আমি দেখিছো যে ডাঙৰ  সংখ্যা দীর্ঘ ভ্যাৰিয়েবলত সংগ্রহ কৰিব পাৰে।  
  
 
|-
 
|-
|  04:32
+
|04:32
 
|  এতিয়া int ভ্যারিয়েবলত এটা দশমিক সংখ্যা সংগ্রহ কৰো ।  
 
|  এতিয়া int ভ্যারিয়েবলত এটা দশমিক সংখ্যা সংগ্রহ কৰো ।  
  
 
|-
 
|-
| 04:37
+
|04:37
 
| longক  intলৈ সলনি কৰক আৰু সংখ্যাটো 23.5লৈ সলনি কৰক।  
 
| longক  intলৈ সলনি কৰক আৰু সংখ্যাটো 23.5লৈ সলনি কৰক।  
  

Revision as of 10:58, 23 June 2014

 

Time Narration
00:01   Javaত  Numerical Datatypesঅৰ স্পকেন টিউটৰিয়েললৈ আপোনাৰলোকক স্ৱাগতম
00:07 এই টিউটৰিয়েলত আমি শিকিম.
00:10 জাভাত উপলব্ধ থকা বিভিন্ন ডেটা টাইপ সম্পর্কে আৰু
00:13  ন্যূমেৰিকেল ডেটা সংগ্রহ কৰুতে কিভাবে তাক  ব্যবহাৰ কৰা হয়।
00:18 এই টিউটৰিয়েলৰ কাৰনে আমি Ubuntu 11.10 JDK 1.6 আৰু Eclipse 3.7.0 বয়ৱহাৰ কৰিম
00:27 এই টিউটোৰিয়েলটো অনুসৰণ কৰোতে, Eclipseত  সহজ জাভা প্রোগ্রাম লেখা আৰু ৰান কৰা সম্পর্কে জানিব লাগিব ।
00:34 যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক
00:42 ইন্টিজাৰ সংগ্রহ কৰোতে ব্যবহৃত ডেটা টাইপকে int বোলা হয়।
00:47 দশমিক সংখ্যা সংগ্রহ কৰোতে ব্যবহৃত ডেটা টাইপকে float বোলা হয়।
00:52 প্ৰথমে ইন্টিজাৰক সংজ্ঞয় কৰো আৰু ব্যবহাৰ কৰো।
01:02 ইয়াত বাকি কোডৰ কাৰনে প্রয়োজনীয় eclipse IDE আৰু স্কেলিটন আছে
01:10 আমি NumericalData নামৰ ক্লাস তৈয়াৰ কৰিছো অৰু ইয়াত মেন মেথড যোগ কৰিছো ।
01:15     এতিয়া এটা সংখ্যা সংগ্রহ কেনেকৈ কৰে, চাও।
01:20  int distance ইকুয়াল টু 28
01:27 এই স্টেটমেন্ট ইন্টিজাৰৰ মান distance নামত সংগ্রহ কৰে।
01:33   distanceঅক ইন্টিজাৰ ভ্যাৰিয়েবল বোলা হয়।
01:37 এতিয়া আমি distanceঅত সংগ্রহ হৈ থকা মান প্রিন্ট কৰিবলৈ distance নামৰ ভ্যাৰিয়েবলটো ব্যবহাৰ কৰিম ।
01:47 System dot out dot println বান্ধনীত distance.
02:01 ই স্টেটমেন্টে distance ভ্যাৰিয়েবলৰ মান প্রিন্ট কৰে।
02:06  ফাইলটি সংৰক্ষণ কৰক আৰু ৰান কৰক ।
02:14  আমি দেখো যে distanceঅত মান 28 সংগ্রহ হৈছে আৰু এইটো প্রিন্ট কৰা হৈছে 
02:21 এতিয়া ভ্যাৰিয়েবলত সংগ্রহিত মানটো পৰিবর্তন কৰো আহক
02:25 ২৮অক ২৪লৈ সলনি কৰক
02:29   সংৰক্ষণ কৰক আৰু ৰান কৰক
02:34  আমি দেখো যে আউটপুট সেইমতে সলনি হৈছে।
02:39 intয়ে নেতিবাচক মানও সংগ্রহ কৰিব পাৰে ।
02:42 ২৪অক  -২৫লৈ সলনি কৰক
02:48 সংৰক্ষণ কৰক আৰু ৰান কৰক
02:56 আমি যেনে দেখিব পাৰো, int টাইপৰ ভ্যারিয়েবলত নেতিবাচক মানও সংগ্রহ কৰিব পৰা যায়।
03:02  int ডেটা টাইপ আমাৰ প্ৰায় প্রোগ্রামিংৰ প্ৰয়োজনৰ কাৰনে  যথেষ্ট।
03:06 কিন্তু ই  এটা সীমা পর্যন্তলৈহে  মান সংগ্রহ কৰিব পাৰে।
03:10 এটা ডাঙৰ মান সংগ্রহ কৰাৰ চেষ্টা কৰি আৰো চাও কি ঘটে।
03:25  আমি যেনে দেখিব পাৰো, সংখ্যাটোৰ তলত এটা ৰঙা লাইন আছে, যি এৰৰ এটা সূচিত কৰে।
03:34  এৰৰ ম্যাসেজে কয়, the number is out of range for a variable of the type int.
03:42 'intয়ে 32 বিট মেমৰি লয় আৰু মাত্র -2 পাৱাৰ 31ৰ পৰা 2 পাৱাৰ 31 পর্যন্ত মান সংগ্রহ কৰে ।
03:49 বৃহৎ সংখ্যা সংগ্রহ কৰিবলৈ, জাভায়ে দীর্ঘ ডেটা টাইপ প্রদান কৰে।
03:54 ইয়াক, এটা ব্হত মান সংগ্রহ কৰিবলৈ ব্যবহাৰ কৰা যাওক
03:59   int ক  longলৈ সলনি কৰক আৰু
04:04 সংখ্যাৰ শেষত এটা ডাঙৰ ফলা L যোগ কৰক 
04:11 Ctrl, S দি সংৰক্ষন কৰক
04:16 আমি দেখো যে তাত কোনো এৰৰ নেই।
04:19 Ctrl, F11 টিপি এইটো ৰান কৰো. মানটো প্রিন্ট কৰা হল।
04:27 আমি দেখিছো যে ডাঙৰ  সংখ্যা দীর্ঘ ভ্যাৰিয়েবলত সংগ্রহ কৰিব পাৰে।
04:32   এতিয়া int ভ্যারিয়েবলত এটা দশমিক সংখ্যা সংগ্রহ কৰো ।
04:37 longক  intলৈ সলনি কৰক আৰু সংখ্যাটো 23.5লৈ সলনি কৰক।
  04:50  আমি যেনে দেখিব পাৰো, তাত এটা এৰৰ আছে. ইয়াৰ কাৰন হল যে intয়ে খালি ইন্টিজাৰ সংগ্রহ কৰে
05:00 দশমিক সংখ্যা সংগ্রহ কৰিবলৈ,  আমি float ব্যবহাৰ কৰিব লাগিব ।
05:05 ডেটা টাইপক floatলৈ সলনি কৰক।
05:10  আৰু মানটোৰ শেষত এটা f যোগ কৰক ।
05:17  চেভ কৰক
05:19 আমি দেখো যে ইয়াত এটা এৰৰ আছে ।
05:22 Control F11 দ্বাৰা এইটোক ৰান কৰক ।
05:29  আমি যেনে দেখিব পাৰো, দশমিক মান সংগ্রহিত হৈছে আৰু মান প্রিন্ট কৰা হৈছে।
05:37 এতিয়া distance ভ্যাৰিয়েবলেৰ মান পৰিবর্তন কৰা যাওক।
05:46 ইয়াত দেখোৱাৰ দৰে দশমিক বিন্দুৰ পিছত অনেক সংখ্যা যোগ কৰক।
  05:53 ইয়াক চেভ কৰক আৰু ৰান কৰক

 

06:01  আমি দেখো যে আউটপুট, সংগ্রহ হৈ থকা আউটপুটৰ তুলনাত অলপ ভিন্ন হয়।
06:06 এইটো ঘটে কাৰণ ফ্লোটিং পইন্ট সংখ্যা নির্ভুলতাৰ এটা সীমা আছে।
06:11 যদি  এইটো সঠিকভাবে সংগ্রহিত হব নোৱাৰে, ই উচৰৰ সম্ভব সংখ্যাক সুসম্পন্ন কৰে।
  06:18   এতিয়া ভ্যাৰিয়েবলৰ নামকৰণৰ নিয়ম বোৰ চাও।
06:23 নামৰ আগত 2 যোগ কৰক ।
06:30  আমি দেখো যে ইয়াত এটা সিনট্যাক্স এৰৰ আছে।
06:34 ইয়াৰ কাৰন হল এটা ভ্যাৰিয়েবলৰ নাম এটা বর্ণমালা বা আন্ডাৰস্কোৰ দ্বাৰা আৰম্ভ হোৱা উচিত।
06:40 কিন্তু সাধাৰণতে, ভ্যারৰয়েবলৰ নাম আৰম্ভ কৰোতে আন্ডাৰস্কোৰ ব্যবহাৰ কৰা নহয় 
06:45 এতিয়া ভ্যাৰিয়েবল নামেৰ শেষত 'the number সংখ্যাটি যোগ কৰো 
06:55 আমি দেখো যে ইয়াত কোনো এৰৰ নেই।
06:59 এটা ভ্যাৰিয়েবলেত সংখ্যা হব পাৰে কিন্তু আৰ্ভনিত নহয়।
  07:04   এতিয়া নামৰ মাজত এটা  'আন্ডাৰস্কোৰ' যোগ কৰক।
07:15 আমি দেখো যে ইয়াত কোনো এৰৰ নাই।
07:17 যাৰ মানে আন্ডাৰস্কোৰ ভ্যাৰিয়েবল নামত অনুমোদিত।
07:22 কিন্তু ভ্যাৰিয়েবল নামত অন্য কোনো punctuation যি এটা সিনট্যাক্স এৰৰ বা অন্য এৰৰ দিয়ে।
07:28 এইভাবে যি আপোনি জাভাত ন্যূমেৰিকেল ডেটা সংগ্রহ কৰে ।
07:35 ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে
07:38     এই টিউটৰিয়েলত আমি  বেভিন্ন numerical datatypes. শিকিলো
  07:44   আৰু কেনেকৈ  numerical data. সংৰক্ষন কৰে 
07:46 আমি আৰু শিকিলো rules for naming a variable
07:51  এই টিউটৰীয়েলৰ বাবে এটা কাৰ্য্য
07:53 বেলেগ numerical data typesঅৰ বিষয়ে পঢ়ক আৰু
07:56 চাওক কেনেকৈ সেইবোৰ int আৰু floatঅৰ পৰা বেলেগ হয়
08:00     জাভাৰ টিউটৰিয়েল বোৰ এই লিন্কত উপলব্ধ
08:05        spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ

তলৰ সংযোগত থকা ভিডিঅ’ চাওক। [1]

08:11    কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
08:14    যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
  08:20 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
  08:24   এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে

অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।

08:35  কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
 08:39   ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
  08:45   এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
  08:51  আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।


Contributors and Content Editors

Mousumi, Pratik kamble