Java/C2/Instance-fields/Assamese

From Script | Spoken-Tutorial
Revision as of 21:39, 30 March 2014 by Mousumi (Talk | contribs)

Jump to: navigation, search
Time' Narration
00:00 "নমস্কাৰ দৰসক সকল"
00:02 ' জাভা ইন্সটান্স ফিল্ডৰ উপৰত স্পকেন টিউটৰিয়েললৈ আপোনাক স্বাগতম
00:06 "এই টিউটৰিয়েলত আমি সিকিম ইন্সটান্স ফিল্ডৰ ওপৰত ক্লাচ এটাৰ ইন্সটান্স ফিল্ডক একচেচ কৰিবলৈ

ইন্সটান্স ফিল্ডৰ বাবে মডিফাইয়াৰ আৰু ইন্সটান্স ফিল্ড কিয় বোলা হয়"

00:18 ইয়াত আমি - 00:20 উবুন্টু সংস্করণ 11.10 - 00:22 JDK 1.6 - 00:24 আৰু ইক্লিপছ আইডিই 3.7.0 বয়ৱহাৰ কৰিছো - 00:27 এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপুনি জাভাত


- 00:30 ইক্লিপছ বয়ৱহাৰ কৰি ক্লাছ এটা তৈয়াৰ কৰা জনা আৱসয়ক



- 00:36 অপুনি ক্লাছৰ বাবে অবজেক্ট এটা তৈয়াৰ কৰা জনাও আৱসয়ক নহলে, প্ৰাসঙ্গিক টিউটোৰিলৰ বাবে আমাৰ ওয়েবসাইট পৰিদৰসন কৰক

( ' HTTP  :/ / ' www.spoken ' - ' tutorial.org )


- 00:43 আমি জানো যে অবজেক্টে তাৰ একক অৱস্থা ফিল্ডত সঙৰক্ষন কৰে



- 00:48 এই ফিল্ডবোৰ ' স্ট্যাটিক ' কিৱর্ড নোহোৱাকৈ ঘোষণা কৰা হয়



- 00:51 আমি আগৰ টিউটোৰিয়েলত স্ট্যাটিক ফিল্ডৰ বিষয়ে সিকিম



- 00:55 ' ননস্ট্যাটিক ফিল্ডক ইনস্ট্যান্সেৰ ভেরিয়েবল বা ' ' ইনস্ট্যান্স ফিল্ড ' বুলিও কোৱা হয়





- 01:01 এতিয়া আমি ইতিমধ্যে তৈয়াৰ কৰা স্টোডেন্ট ক্লাছলৈ ওভতি জাও



- 01:09 roll_no ' আৰু নেম ' এই ক্লাছৰ ইন্সটেন্স ফিল্ড হয়



- 01:15 এতিয়া আমি সিকিম এই ফিল্ডবোৰ কেনেকে এক্সেস কৰে


01:18 তাৰ বাবে আমি ইতিমধ্যে তৈয়াৰ কৰা TestStudent ক্লাছক খুলু



- 01:27 আমি দ্বিতিয় অবজেক্টটো তৈয়াৰ কৰিবলৈ স্টেতমেন্টটো অতৰাই দিব পাৰু



- 01:33 আমি ' println ' স্টেতমেন্টটো অতৰুৱাম



- 01:41 এতিয়া আমি roll_no আৰু ' স্টুডেন্ট ক্লাচ ইয়ুচিঙ স্টুড ১ ৰ নেম আৰু ডট অপাৰেটৰক এক্ছেছ কৰিম



- 01:49 সেয়ে তাৰ বাবে লিখক সিস্টেম ডট আউট ডট println ব্ৰেকেটত আৰু ডবল উদ্ধৃতিত দ ৰোল নঙ ইজ ... তাৰপিছত প্লাস ' stud1 ডট ' অপছনৰ পৰা roll_no বাছক "" এন্টাৰ টিপক " "সেমিকোলন



- 02:15 পিছৰ লাইনত লিখক সিস্টেম ডট ' আউট ' ডট " println 'ব্ৰেকেটত আৰু ডবল উদ্ধৃতিত " দ নেম ইছ , প্লাস ' stud1 ডট নেম 'বাছক "" এন্টাৰ টিপক" তাৰপিছত " সেমিকোলন



- 02:39 ছৰি" এতিয়া, 'TestStudent.java ' ফাইলটোক সংৰক্ষণ কৰক' আৰু ৰান কৰক ' সেয়ে Ctrl , এছ আৰু Ctrl , F11 টিপক.


- 02:48 আমি এনেধৰনৰ আওতপুট পাও



- 02:51 ' দ ৰোল নম্বর ইজ 0


- 02:53 ' দ নেম ইজ নাল . '


- 03:00 ইয়াৰ কাৰন হল জে ' আমি কোনো এটা মানলৈ ভেৰিয়েবলবোৰক ইনিসিয়েলাইজ কৰা নাই



- 03:05 ' জাভাত ফিল্ডত যিকোনো মান থাকিব নৱাৰে



- 03:09 অবজেক্টৰ বাবে ' মেমৰি' এলকেট কৰাৰ পাছত ' ফিল্ডটো ' নাল বা ' জিৰলৈ ইনিসিয়েলাইজ কৰা হৈছে



- 03:15 এই কামটো কন্চট্ৰাকটৰ দাৰা কৰা হৈছে



- 03:18 আমি আৰু আগৰ টিউটেৰিয়েলত কন্চট্ৰাকটৰৰ বিসয়ে সিকিম


- 03:21 এতিয়া আমি ফিল্ডক ইনিসিয়েলাইজ কৰু আৰু আউটপুটটো ছাও



- 03:27 সেই লিখক, ' int roll_no = 50 ' পিছৰ লাইনত "স্ট্রিং নেম= ' ডবল উদ্ধৃতিত ৰাজু ' .


- 03:42 এতিয়া, ' ফাইলটো সংরক্ষণ কৰক আৰো ' ৰান কৰক Ctrl এছ আৰু Ctrl F11 টিপক



- 03:50 আমি আসানুৰূপে আউতপোটটো ' দ ৰোল নম্বৰ ইস 50 বুলি পাও


- 03:54 'দ নেম ইজ ৰাজু


- 03:56 ইয়াৰ কাৰন হল যে আমি স্টোডেন্ট ক্লাচত ভেৰিয়েবলছ বোৰক ইনিসিয়েলাইজ কৰিছো




- 04:04 আমি ছাব পাৰু যে ফিল্ডট কোনো মডিফাইয়াৰ বা ডিফাউল্ট মডিফাইয়াৰ নাই



- 04:10 ক্ৰিয়েটিঙ ক্লাছেছত বিবেচনা কৰা মডিফাইয়াৰক আকৌ এবাৰ কল কৰা যাই



- 04:14 আমি ফিল্ডছবোৰ এক্ছেছ কৰিব পাৰো কাৰন ' Student.java ' আৰু ' TestStudent.java একে ' প্যাকেজত আছে



- 04:22 আমি ছাব পাৰু যে সেইবোৰ একেই ' ডিফল্ট প্যাকেজত ' আছে



- 04:30 আমি পিছৰ টিউটোৰিয়েলত ' প্যাকেজচৰ ' বিষয়ে সিকিম


- 04:34 আমি এতিয়া মডিফায়াৰক প্রাইভেটলৈ ' সলনি কৰো



- 04:37 সেয়ে ফিল্ডক ঘোষনা কৰাৰ আগত প্রাইভেট ' লিখক. সেয়ে টাইপ কৰক ' প্ৰাইভেট int- ৰোল নং = 50"



- 04:48 পাছৰ লাইনত লিখক ' প্ৰাইভেট স্ট্রিং নেম" = ৰাজু


- 04:53 এতিয়া' Student.java ফাইলটো ' সংৰক্ষন কৰক


- 05:00 আমি দেখো যে ' TestStudent.java ' এৰৰ পাইছো 05:05 মাউসটো এৰৰ চিম্বললৈ লৈ যাওক



- 05:08 ই কয় যে ' দ ফিল্ড স্টোডেন্ট ডট ৰোল নঙ ইজ নট ভিজিবল



- 05:12 এন্ড ' দ ফিল্ড স্টোডেন্ট ডট নেম ইজ নট ভিজিবল



- 05:16 ইয়াৰ কাৰন হল যে প্রাইভেট ফেজবোৰ কেবল নিজৰ ক্লাছত হে এক্সেছ কৰিব পাৰি


- 05:23 আপোনি ' স্টোডেন্ট ক্লাছৰ পৰা' ' roll_no আৰু ' নেম এক্সেছ কৰিবলৈ চেষ্টা কৰিব পাৰে



- 05:27 আপোনি দেখিব যে কোনো এৰৰ নোহোয়াকে হিহতক এক্ছেছ কৰিব পাৰে




- 05:32 এতিয়া আমি মডিফায়াৰক প্ৰটেকটেড ইয়ালৈ সলনি কৰো


- 05:52 এতিয়া ফাইলতো সংৰক্ষণ কৰক আৰু প্রোগ্রামটো ৰান কৰক


- 06:00 আমি কনসোলত ' আউটপুট ' দেখু ' দ ৰোল নঙ ইজ 50 "" দ নেম ইজ ৰাজু


- 06:07 'ইয়াৰ কাৰন প্ৰটেকটেড ফেজবোৰ একে পেকেজতে এক্সেস কৰিব পাৰি


- 06:17 এতিয়া চাও ' ইনস্ট্যান্সে ফিল্ড ' কিয় কোৱা হয়


- 06:22 ইনস্ট্যান্সে ফিল্ড কোৱা হয় কাৰন ক্লাছৰ প্ৰতিটো ইনস্ট্যান্সেৰ মানবোৰ একক হয়



- 06:29 বেলেগ শব্দত কবলৈ গলে ক্লাচৰ প্ৰতিটো অব্জেক্টৰ একক ভেলো থাকিব


- 06:34 এতিয়া ' TestStudent ক্লাছলৈ' যোৱা যাওক



- 06:43 ইয়াত আমি Student ক্লাছৰ আৰু এটা অব্জেক্ট তৈয়াৰ কৰিম



- 06:50 - 07:06 আমি এতিয়া ' TestStudent ক্লাছত থকা দুয়োটা অব্জেক্টক ইনিসিয়েলাইজ কৰো



- 07:18 পিছৰ লাইনত লিখক ' stud1 ডট সেলেক্ট ' roll_no এন্টাৰ টিপক = 20 " " সেমিকোলন "



- 07:32 পিছৰ লাইনত টাইপ কৰক ' stud1 ' ডট নেম চেলেক্ট কৰক এন্টাৰ প্রেস কৰক = ডবল কটচত' রামু সেমিকোলন এন্টাৰ টিপক



- 07:54 এইয়া আমি প্ৰথম অব্জেক্টৰ বাবে ফিলদপ ইনিসিয়েলাইজ কৰিছো


- 07:58



- 08:02 সেয়ে লিখক ' stud2 ' ' ডট সেলেক্ট ' roll_no সেলেক্ট কৰক = 30 সেমিকোলন



- 08:15 পিছৰ লাইন ' stud2 ' ডট নেম চেলেক্ট কৰক " = ডবল উদ্ধৃতিত "Shyamu সেমিকোলন এন্টাৰ টিপক



- 08:34 এতিয়া ' println স্টেটমেন্টৰ পিচত , টাইপ কৰক ' সিস্টেম ডট' " আউট ' ডট ' println ব্ৰেকেটত ডবল উদ্ধৃতিত 'দ ৰোল নঙ ইজ, + stud2 ডট সেলেক্ট " roll_no ' বাচক আৰু সেমিকোলন



- 09:03 ' সিস্টেম ডট ' আউট ডট ' println ব্ৰেকেটত আৰু ডবল উদ্ধৃতিত ' দ নেম ইজ , প্লাস ' stud2 ডট নেম বাছক আৰু সেমিকোলন



- 09:28 এতিয়া , ফাইলটো ' সংরক্ষণ ' আৰু ৰান কৰক " Ctrl , এস আৰু ' Ctrl, F11 কি টিপক


- 09:38 দ Roll_no ইজ '20 , দ নেম ইজ ৰামু roll_no ইজ '30 ' ,দ নেম ইজ shyamu |



- 09:47 ইয়াত দোয়োটা ' stud1 আৰু ' stud2 য়ে দুয়োটা ভিন্ন অব্জেক্ট দেখোয়াইছে



- 09:52 ইয়াৰ মানে যে দোয়োটা অব্জেক্টৰ বেলেগ ভেলো আছে



- 09:56 আমি সেইটূ ইয়াত দেখিব পাৰো



- 09:57 প্রথম অবজেক্টত মান 20 আৰু ৰামো আছে



- 10:02 দ্বিতীয় অবজেক্টত মান 30 আৰু shyamu আছে


- 10:09 এতিয়া আৰু এটা অব্জেক্ট তৈয়াৰ কৰা হক



- 10:13 সেয়ে লিখক ' স্টুডেন্ট স্পেস ' stud3 = নিও স্পেস "স্টুডেন্ট ' ব্ৰেকেটত "" অপেনিং আৰু ক্লচিঙ ব্ৰেকেট সেমিকলন



- 10:36 আমি এতিয়া তৃতীয় অব্জেক্ট টোৰ মান প্রিন্ট কৰিম


- 10:44 সেয়ে লিখক ' সিস্টেম ডট ' আউট ডট '' println ব্ৰেকেটত আৰু ডবল উদ্ধৃতিত দ roll_no ইজ, ' ' প্লাস stud3 ডট সেলেক্ট roll_no সেমিকোলন - 11:09 - 11:29 সেয়ে Ctrl , এস আৰু ' Ctrl , F11 টিপক


- 11:36 আমি দেখিব পাৰো যে তৃতীয় অব্জেক্টত মান' ' 50 আৰু ' ৰাজু আছে


- 11:46 ইয়াৰ কাৰন হল যে আমি স্টুডেন্ট ক্লাচৰ ফিল্ডক ' মান 50 আৰু ' ৰাজুলৈ ইনিসিয়েলাইজ কৰিছিলো - 11:54 এতিয়া তৃতীয় অব্জেক্টৰ বাবে, ফিল্ডক ডি ইনিসিয়েলাইজ কৰো আৰু আওটপোটটো ছাও - 12:02 সেয়ে এই টিউটোৰিয়েলত আমি সিকিলো


- 12:05 ইন্সটান্স ফিল্ডৰ বিষয়ে - 12:07 ডট অপাৰেটৰ ব্যবহাৰ কৰি ফিল্ডক এক্সেস কৰা,


- 12:11 আত্ম মূল্যায়নৰ বাবে


- 12:13 নামৰ অবজেক্ট এটাইতিমধয়ে তৈয়াৰ হোৱা টেস্ট এম্প্লয়ি ক্লাচত emp2 ৰ তৈয়াৰ কক


- 12:18 তাৰ পিছত ডট অপাৰেটৰ বয়ৱহাৰ কৰি দূয়োটা অবজেক্টৰ মান ইনিসিয়েলাইজ কৰক - 12:23 প্ৰথম অবজেক্টৰ বাবে মান 55 আৰু Priya বয়ৱহাৰ কৰক


- 12:27 দ্বিতীয় অবজেক্টৰ বাবে মান হিছাপে 45 আৰু Sandeep বয়ৱহাৰ কৰক - 12:31 আউটপুটত দুয়োটা অবজেক্টৰ মান দেখুওৱাক - 12:34 স্পকেন টিওটৰিয়েলৰ বিষয়ে অধিক জানিবলৈ - 12:37 তলৰ সঙযোগত থকা ভিডিওটো চাওকস্পকেন টিওটৰিয়েল - 12:40


- 12:43


- 12:47 স্পকেন টিওটৰিয়েলৰ প্ৰযেক্টৰ দলটিয়ে - 12:49 - 12:52 - 12:56 অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি contact@spoken_tutorial.org এই ঠিকনাত লিখক - 13:01 - 13:05 ই ভাৰত চৰকাৰৰ MHRD ৰ ICT ৰ মাধয়মেৰে ৰাষ্ট্ৰীয় শিক্ষা মিচনৰ দ্বাৰা সমৰথিত হয় - 13:11 এই মিচন সম্পৰকত অধিক তথয় - 13:09 - 13:22

যোগদানৰ বাবে ধনয়বাদ |

Contributors and Content Editors

Mousumi, Pratik kamble