Java/C2/Instance-fields/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 নমস্কাৰ দৰ্শক সকল
00:02 জাভা Instance field (ইন্সটান্স ফিল্ডৰ) উপৰত স্পকেন টিউটৰিয়েললৈ আপোনাক স্বাগতম
00:06 "এই টিউটৰিয়েলত আমি সিকিম Instance field (ইন্সটান্স ফিল্ডৰ) ওপৰত ক্লাচ এটাৰ Instance field (ইন্সটান্স ফিল্ডক) একচেচ কৰিবলৈ

ইন্সটান্স ফিল্ডৰ বাবে মডিফাইয়াৰ আৰু ইন্সটান্স ফিল্ড কিয় বোলা হয়"

00:18 ইয়াত আমি
00:20 উবুন্টু সংস্কৰণ 11.10
00:22 JDK 1.6
00:24 আৰু Eclipse IDE (ইক্লিপছ আইডিই) 3.7.0 বয়ৱহাৰ কৰিছো
00:27 এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ
00:30 আপুনি জাভাত (java) Eclipse (ইক্লিপছ) বয়ৱহাৰ কৰি (ক্লাছ)class এটা তৈয়াৰ কৰা জনা আৱসয়ক
00:36 অপুনি ক্লাছৰ বাবে অবজেক্ট এটা তৈয়াৰ কৰা জনাও আৱসয়ক নহলে, প্ৰাসঙ্গিক টিউটোৰিলৰ বাবে আমাৰ ওয়েবসাইট পৰিদৰসন কৰক

( ' HTTP  :/ / ' www.spoken ' - ' tutorial.org )

00:43 আমি জানো যে অবজেক্টে তাৰ একক অৱস্থা ফিল্ডত (fields) সঙৰক্ষন কৰে
00:48 এই ফিল্ডবোৰ ' static (স্ট্যাটিক) ' কিৱর্ড নোহোৱাকৈ ঘোষণা কৰা হয়
00:51 আমি আগৰ টিউটোৰিয়েলত static fields (স্ট্যাটিক ফিল্ডৰ) বিষয়ে সিকিম
00:55 'Non-static fields(ননস্ট্যাটিক ফিল্ডক) ইনস্ট্যান্সেৰ ভেরিয়েবল (instance variables) বা ' ' ইনস্ট্যান্স ফিল্ড (instance fields)' বুলিও কোৱা হয়
01:01 এতিয়া আমি ইতিমধ্যে তৈয়াৰ কৰা স্টোডেন্ট ক্লাছলৈ (Student class) ওভতি জাও
01:09 roll_no ' আৰু name ' এই ক্লাছৰ ইন্সটেন্স ফিল্ড হয়
01:15 এতিয়া আমি সিকিম এই ফিল্ডবোৰ কেনেকে এক্সেস কৰে
01:18 তাৰ বাবে আমি ইতিমধ্যে তৈয়াৰ কৰা TestStudent ক্লাছক খুলু
01:27 আমি দ্বিতিয় অবজেক্টটো তৈয়াৰ কৰিবলৈ স্টেতমেন্টটো অতৰাই দিব পাৰু
01:33 আমি ' println ' স্টেতমেন্টটো অতৰুৱাম
01:41 এতিয়া আমি name আৰু dot operator বয়ৱহাৰ কৰি স্টুডেন্ট ক্লাচৰ roll_no আৰু stud1 ফীল্দ বোৰ এক্ছেছ কৰিম
01:49 সেয়ে তাৰ বাবে লিখক 'system dot ' out dot ' println ব্ৰেকেটত আৰু ডবল উদ্ধৃতিত The roll number is ,তাৰপিছত plus ' stud1 dot' অপছনৰ পৰা roll_no বাছক "" এন্টাৰ টিপক " "সেমিকোলন
02:15 পিছৰ লাইনত লিখক 'system dot ' out dot ' println 'ব্ৰেকেটত আৰু ডবল উদ্ধৃতিত " The name is , plus ' stud1 dot name 'বাছক "" এন্টাৰ টিপক" তাৰপিছত " সেমিকোলন
02:39 এতিয়া, 'TestStudent.java ' ফাইলটোক সংৰক্ষণ কৰক' আৰু ৰান কৰক ' সেয়ে Ctrl , s আৰু Ctrl , F11 টিপক.
02:48 আমি এনেধৰনৰ আওতপুট পাও
02:51 'The roll number is 0
02:53 The name is null. . '
03:00 ইয়াৰ কাৰন হল জে ' আমি কোনো এটা মানলৈ ভেৰিয়েবলবোৰক ইনিসিয়েলাইজ কৰা নাই
03:05 ' জাভাত ফিল্ডত যিকোনো মান থাকিব নৱাৰে
03:09 অবজেক্টৰ বাবে ' মেমৰি' এলকেট কৰাৰ পাছত ' ফিল্ডটো ' (null or zero) নাল বা ' জিৰলৈ ইনিসিয়েলাইজ কৰা হৈছে
03:15 এই কামটো constructor (কন্চট্ৰাকটৰ) দাৰা কৰা হৈছে
03:18 আমি আৰু আগৰ টিউটেৰিয়েলত কন্চট্ৰাকটৰৰ (constructor) বিসয়ে সিকিম
03:21 এতিয়া আমি ফিল্ডক ইনিসিয়েলাইজ কৰু আৰু আউটপুটটো ছাও
03:27 সেই লিখক, ' int roll_no = 50 ' পিছৰ লাইনত "(স্ট্রিং নেম) string name e= ' ডবল উদ্ধৃতিত Raju (ৰাজু) ' .
03:42 এতিয়া, ' ফাইলটো সংৰক্ষণ কৰক আৰো ' ৰান কৰক Ctrl s আৰু Ctrl F11 টিপক
03:50 আমি আসানুৰূপে আউতপোটটো ' The roll number is 50 বুলি পাও
03:54 The name is Raju.
03:56 ইয়াৰ কাৰন হল যে আমি (স্টোডেন্ট ক্লাচত)Student class ভেৰিয়েবলছ বোৰক ইনিসিয়েলাইজ কৰিছো
04:04 আমি ছাব পাৰু যে ফিল্ডট কোনো মডিফাইয়াৰ বা ডিফাউল্ট মডিফাইয়াৰ (modifier or default modifier) নাই
04:10 Creating Classes (ক্ৰিয়েটিঙ ক্লাছেছত) বিবেচনা কৰা modifiers (মডিফাইয়াৰক) আকৌ এবাৰ কল কৰা যাই
04:14 আমি ফিল্ডছবোৰ এক্ছেছ কৰিব পাৰো কাৰন ' Student.java ' আৰু ' TestStudent.java একে ' প্যাকেজত আছে
04:22 আমি ছাব পাৰু যে সেইবোৰ একেই ' default package (ডিফল্ট প্যাকেজত) ' আছে
04:30 আমি পিছৰ টিউটোৰিয়েলত ' প্যাকেজচৰ (packages)' বিষয়ে সিকিম
04:34 আমি এতিয়া মডিফায়াৰক প্রাইভেটলৈ (private)' সলনি কৰো
04:37 সেয়ে ফিল্ডক ঘোষনা কৰাৰ আগত প্রাইভেট (private) ' লিখক. সেয়ে টাইপ কৰক 'private int roll no=50.
04:48 পাছৰ লাইনত লিখক ' private string name =Raju.
04:53 এতিয়া' Student.java ফাইলটো ' সংৰক্ষন কৰক
05:00 আমি দেখো যে ' TestStudent.java ' এৰৰ পাইছো
05:05 মাউসটো এৰৰ চিম্বললৈ লৈ যাওক
05:08 ই কয় যে ' The field Student dot roll number is not visible.
05:12 এন্ড 'The field Student dot name is not visible.
05:16 ইয়াৰ কাৰন হল যে প্রাইভেট ফেজবোৰ কেবল নিজৰ ক্লাছত হে এক্সেছ কৰিব পাৰি
05:23 আপোনি ' স্টোডেন্ট ক্লাছৰ পৰা' ' roll_no আৰু ' name এক্সেছ কৰিবলৈ চেষ্টা কৰিব পাৰে
05:27 আপোনি দেখিব যে কোনো এৰৰ নোহোয়াকে হিহতক এক্ছেছ কৰিব পাৰে
05:32 এতিয়া আমি মডিফায়াৰক (modifier) প্ৰটেকটেড (protected) ইয়ালৈ সলনি কৰো
05:52 এতিয়া ফাইলতো সংৰক্ষণ কৰক আৰু প্রোগ্রামটো ৰান কৰক
06:00 আমি কনসোলত ' আউটপুট দেখু ' The Roll no is 50 the name is Raju.
06:07 'ইয়াৰ কাৰন প্ৰটেকটেড ফেজবোৰ একে পেকেজতে এক্সেস কৰিব পাৰি
06:17 এতিয়া চাও ' ইনস্ট্যান্সে ফিল্ড ' কিয় কোৱা হয়
06:22 ইনস্ট্যান্সে ফিল্ড কোৱা হয় কাৰন ক্লাছৰ প্ৰতিটো ইনস্ট্যান্সেৰ মানবোৰ একক হয়
06:29 বেলেগ শব্দত কবলৈ গলে ক্লাচৰ প্ৰতিটো অব্জেক্টৰ একক ভেলো থাকিব
06:34 এতিয়া ' TestStudent ক্লাছলৈ' যোৱা যাওক
06:43 ইয়াত আমি Student ক্লাছৰ আৰু এটা অব্জেক্ট তৈয়াৰ কৰিম
06:50 সেই পিছৰ লাইনত লিকখ ' Student স্পেস ' stud2 = ' নিউ স্পেস ' Student , অপেনিং আৰু ক্লচিঙ ব্ৰেকেট " চেমিকলন
07:06 আমি এতিয়া ' TestStudent ক্লাছত থকা দুয়োটা অব্জেক্টক ইনিসিয়েলাইজ কৰো
07:18 পিছৰ লাইনত লিখক ' stud1 ডট সেলেক্ট ' roll_no এন্টাৰ টিপক = 20 " " সেমিকোলন "
07:32 পিছৰ লাইনত টাইপ কৰক ' stud1 ' dot name চেলেক্ট কৰক এন্টাৰ প্রেস কৰক = ডবল কটচত' রামু সেমিকোলন এন্টাৰ টিপক
07:54 এইয়া আমি প্ৰথম অব্জেক্টৰ বাবে ফিলদপ ইনিসিয়েলাইজ কৰিছো
07:58 এতিয়া আমি দ্বীতিয় অব্জেক্টৰ বাব ফিলটো ইনিছিয়েলাইজ কৰিম
08:02 সেয়ে লিখক ' stud2 ' ' dot সেলেক্ট ' roll_no সেলেক্ট কৰক = 30 সেমিকোলন
08:15 পিছৰ লাইন ' stud2 ' dot name চেলেক্ট কৰক " = ডবল উদ্ধৃতিত "Shyamu সেমিকোলন এন্টাৰ টিপক
08:34 এতিয়া ' println স্টেটমেন্টৰ পিচত , টাইপ কৰক 'system dot ' out dot ' println ব্ৰেকেটত ডবল উদ্ধৃতিত 'The roll number is, plus stud2' dot সেলেক্ট " roll_no ' বাচক আৰু সেমিকোলন
09:03 'system dot ' out dot ' println ' ব্ৰেকেটত আৰু ডবল উদ্ধৃতিত ' The name is, plus stud2 dot name বাছক আৰু সেমিকোলন
09:28 এতিয়া , ফাইলটো ' সংৰক্ষণ ' আৰু ৰান কৰক " Ctrl , s আৰু ' Ctrl, F11 কি টিপক
09:38 The roll_no is 20, The name is' Ramu roll_no is 30, name is shyamu.
09:47 ইয়াত দোয়োটা ' stud1 আৰু ' stud2 য়ে দুয়োটা ভিন্ন অব্জেক্ট দেখোয়াইছে
09:52 ইয়াৰ মানে যে দোয়োটা অব্জেক্টৰ বেলেগ ভেলো আছে
09:56 আমি সেইটূ ইয়াত দেখিব পাৰো
09:57 প্রথম অবজেক্টত মান 20 আৰু ৰামো আছে
10:02 দ্বিতীয় অবজেক্টত মান 30 আৰু shyamu আছে
10:09 এতিয়া আৰু এটা অব্জেক্ট তৈয়াৰ কৰা হক
10:13 সেয়ে লিখক ' Student স্পেস ' stud3 = new স্পেস "Student ' ব্ৰেকেটত "" অপেনিং আৰু ক্লচিঙ ব্ৰেকেট সেমিকলন
10:36 আমি এতিয়া তৃতীয় অব্জেক্ট টোৰ মান প্রিন্ট কৰিম
10:44 সেয়ে লিখক 'system dot ' out dot '' println ব্ৰেকেটত আৰু ডবল উদ্ধৃতিত the roll_no is, ' ' plus stud3 dot সেলেক্ট roll_no সেমিকোলন
11:09 পিছৰ লাইন টাইপ কৰক 'system dot ' out dot '' println ব্ৰেকেটত আৰু ডবল উদ্ধৃতিত the name is , plus ' stud3 dot ' name সেমিকোলন
11:29 এতিয়া ফাইলটো 'ছেভ ' আৰু "ৰান" কৰক '. সেয়ে Ctrl s আৰু ' Ctrl F11 টিপক
11:36 আমি দেখিব পাৰো যে তৃতীয় অব্জেক্টত মান' ' 50 আৰু ' Raju আছে
11:46 ইয়াৰ কাৰন হল যে আমি Student(স্টুডেন্ট) ক্লাচৰ ফিল্ডক ' মান 50 আৰু ' Raju (ৰাজুলৈ) ইনিসিয়েলাইজ কৰিছিলো
11:54 এতিয়া তৃতীয় অব্জেক্টৰ বাবে, ফিল্ডক ডি ইনিসিয়েলাইজ কৰো আৰু আওটপোটটো ছাও
12:02 সেয়ে এই টিউটোৰিয়েলত আমি সিকিলো
12:05 instance fields (ইন্সটান্স ফিল্ড)ৰ বিষয়ে
12:07 dot operator (ডট অপাৰেটৰ) ব্যবহাৰ কৰি ফিল্ডক এক্সেস কৰা,
12:11 আত্ম মূল্যায়নৰ বাবে
12:13 ইতিমধয়ে তৈয়াৰ হোৱা টেস্ট এম্প্লয়ি ক্লাচত emp2 ৰ নামৰ অবজেক্ট এটা তৈয়াৰ কক
12:18 তাৰ পিছত ডট অপাৰেটৰ বয়ৱহাৰ কৰি দূয়োটা অবজেক্টৰ মান ইনিসিয়েলাইজ কৰক
12:23 প্ৰথম অবজেক্টৰ বাবে মান 55 আৰু Priya বয়ৱহাৰ কৰক
12:27 দ্বিতীয় অবজেক্টৰ বাবে মান হিছাপে 45 আৰু Sandeep বয়ৱহাৰ কৰক
12:31 আউটপুটত দুয়োটা অবজেক্টৰ মান দেখুওৱাক
12:34 স্পকেন টিওটৰিয়েলৰ বিষয়ে অধিক জানিবলৈ
12:37 তলৰ সঙযোগত থকা ভিডিওটো চাওকস্পকেন টিওটৰিয়েল
12:40 প্ৰজেক্টৰ সাৰাংস ইয়াতে আছে
12:43 যদি আপোনাৰ বেন্ডৱিট্ত ভাল নহয় তেনেহলে ইয়াক ডাওনলড কৰিও ছাব পাৰে
12:47 স্পকেন টিওটৰিয়েলৰ প্ৰযেক্টৰ দলটিয়ে
12:49 স্পকেন টিওটৰিয়েলৰ সহায়েৰে কৰমশালা আদি অনুস্থিত কৰে
12:52 এটা অনলাইন পৰিক্ষাত উত্তিৰন হোৱা সকলক প্ৰমান পত্ৰ প্ৰদান কৰে
12:56 অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি contact@spoken_tutorial.org এই ঠিকনাত লিখক
13:01 স্পকেন টিওটৰিয়েল প্ৰজেক্ট talk to a teacher প্ৰজেক্টৰ এটা অংগ
13:05 ই ভাৰত চৰকাৰৰ MHRD ৰ ICT ৰ মাধয়মেৰে ৰাষ্ট্ৰীয় শিক্ষা মিচনৰ দ্বাৰা সমৰথিত হয়
13:11 এই মিচন সম্পৰকত অধিক তথয়
13:19 ইয়াতে এই টিউটৰিয়েল সামৰনী পৰিছে
13:22 এই পাঠটো অৰুন পাঠকৰ দ্ৱাৰা কৰা হৈছে, IIT Bombay ৰ পৰা মই মৌচূমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো

যোগদানৰ বাবে ধনয়বাদ |

Contributors and Content Editors

Mousumi, Pratik kamble