Java/C2/Instance-fields/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:00 | নমস্কাৰ দৰ্শক সকল |
00:02 | জাভা Instance field (ইন্সটান্স ফিল্ডৰ) উপৰত স্পকেন টিউটৰিয়েললৈ আপোনাক স্বাগতম |
00:06 | "এই টিউটৰিয়েলত আমি সিকিম Instance field (ইন্সটান্স ফিল্ডৰ) ওপৰত ক্লাচ এটাৰ Instance field (ইন্সটান্স ফিল্ডক) একচেচ কৰিবলৈ
ইন্সটান্স ফিল্ডৰ বাবে মডিফাইয়াৰ আৰু ইন্সটান্স ফিল্ড কিয় বোলা হয়" |
00:18 | ইয়াত আমি |
00:20 | উবুন্টু সংস্কৰণ 11.10 |
00:22 | JDK 1.6 |
00:24 | আৰু Eclipse IDE (ইক্লিপছ আইডিই) 3.7.0 বয়ৱহাৰ কৰিছো |
00:27 | এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ |
00:30 | আপুনি জাভাত (java) Eclipse (ইক্লিপছ) বয়ৱহাৰ কৰি (ক্লাছ)class এটা তৈয়াৰ কৰা জনা আৱসয়ক |
00:36 | অপুনি ক্লাছৰ বাবে অবজেক্ট এটা তৈয়াৰ কৰা জনাও আৱসয়ক নহলে, প্ৰাসঙ্গিক টিউটোৰিলৰ বাবে আমাৰ ওয়েবসাইট পৰিদৰসন কৰক
( ' HTTP :/ / ' www.spoken ' - ' tutorial.org ) |
00:43 | আমি জানো যে অবজেক্টে তাৰ একক অৱস্থা ফিল্ডত (fields) সঙৰক্ষন কৰে |
00:48 | এই ফিল্ডবোৰ ' static (স্ট্যাটিক) ' কিৱর্ড নোহোৱাকৈ ঘোষণা কৰা হয় |
00:51 | আমি আগৰ টিউটোৰিয়েলত static fields (স্ট্যাটিক ফিল্ডৰ) বিষয়ে সিকিম |
00:55 | 'Non-static fields(ননস্ট্যাটিক ফিল্ডক) ইনস্ট্যান্সেৰ ভেরিয়েবল (instance variables) বা ' ' ইনস্ট্যান্স ফিল্ড (instance fields)' বুলিও কোৱা হয় |
01:01 | এতিয়া আমি ইতিমধ্যে তৈয়াৰ কৰা স্টোডেন্ট ক্লাছলৈ (Student class) ওভতি জাও |
01:09 | roll_no ' আৰু name ' এই ক্লাছৰ ইন্সটেন্স ফিল্ড হয় |
01:15 | এতিয়া আমি সিকিম এই ফিল্ডবোৰ কেনেকে এক্সেস কৰে |
01:18 | তাৰ বাবে আমি ইতিমধ্যে তৈয়াৰ কৰা TestStudent ক্লাছক খুলু |
01:27 | আমি দ্বিতিয় অবজেক্টটো তৈয়াৰ কৰিবলৈ স্টেতমেন্টটো অতৰাই দিব পাৰু |
01:33 | আমি ' println ' স্টেতমেন্টটো অতৰুৱাম |
01:41 | এতিয়া আমি name আৰু dot operator বয়ৱহাৰ কৰি স্টুডেন্ট ক্লাচৰ roll_no আৰু stud1 ফীল্দ বোৰ এক্ছেছ কৰিম |
01:49 | সেয়ে তাৰ বাবে লিখক 'system dot ' out dot ' println ব্ৰেকেটত আৰু ডবল উদ্ধৃতিত The roll number is ,তাৰপিছত plus ' stud1 dot' অপছনৰ পৰা roll_no বাছক "" এন্টাৰ টিপক " "সেমিকোলন |
02:15 | পিছৰ লাইনত লিখক 'system dot ' out dot ' println 'ব্ৰেকেটত আৰু ডবল উদ্ধৃতিত " The name is , plus ' stud1 dot name 'বাছক "" এন্টাৰ টিপক" তাৰপিছত " সেমিকোলন |
02:39 | এতিয়া, 'TestStudent.java ' ফাইলটোক সংৰক্ষণ কৰক' আৰু ৰান কৰক ' সেয়ে Ctrl , s আৰু Ctrl , F11 টিপক. |
02:48 | আমি এনেধৰনৰ আওতপুট পাও |
02:51 | 'The roll number is 0 |
02:53 | The name is null. . ' |
03:00 | ইয়াৰ কাৰন হল জে ' আমি কোনো এটা মানলৈ ভেৰিয়েবলবোৰক ইনিসিয়েলাইজ কৰা নাই |
03:05 | ' জাভাত ফিল্ডত যিকোনো মান থাকিব নৱাৰে |
03:09 | অবজেক্টৰ বাবে ' মেমৰি' এলকেট কৰাৰ পাছত ' ফিল্ডটো ' (null or zero) নাল বা ' জিৰলৈ ইনিসিয়েলাইজ কৰা হৈছে |
03:15 | এই কামটো constructor (কন্চট্ৰাকটৰ) দাৰা কৰা হৈছে |
03:18 | আমি আৰু আগৰ টিউটেৰিয়েলত কন্চট্ৰাকটৰৰ (constructor) বিসয়ে সিকিম |
03:21 | এতিয়া আমি ফিল্ডক ইনিসিয়েলাইজ কৰু আৰু আউটপুটটো ছাও |
03:27 | সেই লিখক, ' int roll_no = 50 ' পিছৰ লাইনত "(স্ট্রিং নেম) string name e= ' ডবল উদ্ধৃতিত Raju (ৰাজু) ' . |
03:42 | এতিয়া, ' ফাইলটো সংৰক্ষণ কৰক আৰো ' ৰান কৰক Ctrl s আৰু Ctrl F11 টিপক |
03:50 | আমি আসানুৰূপে আউতপোটটো ' The roll number is 50 বুলি পাও |
03:54 | The name is Raju. |
03:56 | ইয়াৰ কাৰন হল যে আমি (স্টোডেন্ট ক্লাচত)Student class ভেৰিয়েবলছ বোৰক ইনিসিয়েলাইজ কৰিছো |
04:04 | আমি ছাব পাৰু যে ফিল্ডট কোনো মডিফাইয়াৰ বা ডিফাউল্ট মডিফাইয়াৰ (modifier or default modifier) নাই |
04:10 | Creating Classes (ক্ৰিয়েটিঙ ক্লাছেছত) বিবেচনা কৰা modifiers (মডিফাইয়াৰক) আকৌ এবাৰ কল কৰা যাই |
04:14 | আমি ফিল্ডছবোৰ এক্ছেছ কৰিব পাৰো কাৰন ' Student.java ' আৰু ' TestStudent.java একে ' প্যাকেজত আছে |
04:22 | আমি ছাব পাৰু যে সেইবোৰ একেই ' default package (ডিফল্ট প্যাকেজত) ' আছে |
04:30 | আমি পিছৰ টিউটোৰিয়েলত ' প্যাকেজচৰ (packages)' বিষয়ে সিকিম |
04:34 | আমি এতিয়া মডিফায়াৰক প্রাইভেটলৈ (private)' সলনি কৰো |
04:37 | সেয়ে ফিল্ডক ঘোষনা কৰাৰ আগত প্রাইভেট (private) ' লিখক. সেয়ে টাইপ কৰক 'private int roll no=50. |
04:48 | পাছৰ লাইনত লিখক ' private string name =Raju. |
04:53 | এতিয়া' Student.java ফাইলটো ' সংৰক্ষন কৰক |
05:00 | আমি দেখো যে ' TestStudent.java ' এৰৰ পাইছো |
05:05 | মাউসটো এৰৰ চিম্বললৈ লৈ যাওক |
05:08 | ই কয় যে ' The field Student dot roll number is not visible. |
05:12 | এন্ড 'The field Student dot name is not visible. |
05:16 | ইয়াৰ কাৰন হল যে প্রাইভেট ফেজবোৰ কেবল নিজৰ ক্লাছত হে এক্সেছ কৰিব পাৰি |
05:23 | আপোনি ' স্টোডেন্ট ক্লাছৰ পৰা' ' roll_no আৰু ' name এক্সেছ কৰিবলৈ চেষ্টা কৰিব পাৰে |
05:27 | আপোনি দেখিব যে কোনো এৰৰ নোহোয়াকে হিহতক এক্ছেছ কৰিব পাৰে |
05:32 | এতিয়া আমি মডিফায়াৰক (modifier) প্ৰটেকটেড (protected) ইয়ালৈ সলনি কৰো |
05:52 | এতিয়া ফাইলতো সংৰক্ষণ কৰক আৰু প্রোগ্রামটো ৰান কৰক |
06:00 | আমি কনসোলত ' আউটপুট দেখু ' The Roll no is 50 the name is Raju. |
06:07 | 'ইয়াৰ কাৰন প্ৰটেকটেড ফেজবোৰ একে পেকেজতে এক্সেস কৰিব পাৰি |
06:17 | এতিয়া চাও ' ইনস্ট্যান্সে ফিল্ড ' কিয় কোৱা হয় |
06:22 | ইনস্ট্যান্সে ফিল্ড কোৱা হয় কাৰন ক্লাছৰ প্ৰতিটো ইনস্ট্যান্সেৰ মানবোৰ একক হয় |
06:29 | বেলেগ শব্দত কবলৈ গলে ক্লাচৰ প্ৰতিটো অব্জেক্টৰ একক ভেলো থাকিব |
06:34 | এতিয়া ' TestStudent ক্লাছলৈ' যোৱা যাওক |
06:43 | ইয়াত আমি Student ক্লাছৰ আৰু এটা অব্জেক্ট তৈয়াৰ কৰিম |
06:50 | সেই পিছৰ লাইনত লিকখ ' Student স্পেস ' stud2 = ' নিউ স্পেস ' Student , অপেনিং আৰু ক্লচিঙ ব্ৰেকেট " চেমিকলন |
07:06 | আমি এতিয়া ' TestStudent ক্লাছত থকা দুয়োটা অব্জেক্টক ইনিসিয়েলাইজ কৰো |
07:18 | পিছৰ লাইনত লিখক ' stud1 ডট সেলেক্ট ' roll_no এন্টাৰ টিপক = 20 " " সেমিকোলন " |
07:32 | পিছৰ লাইনত টাইপ কৰক ' stud1 ' dot name চেলেক্ট কৰক এন্টাৰ প্রেস কৰক = ডবল কটচত' রামু সেমিকোলন এন্টাৰ টিপক |
07:54 | এইয়া আমি প্ৰথম অব্জেক্টৰ বাবে ফিলদপ ইনিসিয়েলাইজ কৰিছো |
07:58 | এতিয়া আমি দ্বীতিয় অব্জেক্টৰ বাব ফিলটো ইনিছিয়েলাইজ কৰিম |
08:02 | সেয়ে লিখক ' stud2 ' ' dot সেলেক্ট ' roll_no সেলেক্ট কৰক = 30 সেমিকোলন |
08:15 | পিছৰ লাইন ' stud2 ' dot name চেলেক্ট কৰক " = ডবল উদ্ধৃতিত "Shyamu সেমিকোলন এন্টাৰ টিপক |
08:34 | এতিয়া ' println স্টেটমেন্টৰ পিচত , টাইপ কৰক 'system dot ' out dot ' println ব্ৰেকেটত ডবল উদ্ধৃতিত 'The roll number is, plus stud2' dot সেলেক্ট " roll_no ' বাচক আৰু সেমিকোলন |
09:03 | 'system dot ' out dot ' println ' ব্ৰেকেটত আৰু ডবল উদ্ধৃতিত ' The name is, plus stud2 dot name বাছক আৰু সেমিকোলন |
09:28 | এতিয়া , ফাইলটো ' সংৰক্ষণ ' আৰু ৰান কৰক " Ctrl , s আৰু ' Ctrl, F11 কি টিপক |
09:38 | The roll_no is 20, The name is' Ramu roll_no is 30, name is shyamu. |
09:47 | ইয়াত দোয়োটা ' stud1 আৰু ' stud2 য়ে দুয়োটা ভিন্ন অব্জেক্ট দেখোয়াইছে |
09:52 | ইয়াৰ মানে যে দোয়োটা অব্জেক্টৰ বেলেগ ভেলো আছে |
09:56 | আমি সেইটূ ইয়াত দেখিব পাৰো |
09:57 | প্রথম অবজেক্টত মান 20 আৰু ৰামো আছে |
10:02 | দ্বিতীয় অবজেক্টত মান 30 আৰু shyamu আছে |
10:09 | এতিয়া আৰু এটা অব্জেক্ট তৈয়াৰ কৰা হক |
10:13 | সেয়ে লিখক ' Student স্পেস ' stud3 = new স্পেস "Student ' ব্ৰেকেটত "" অপেনিং আৰু ক্লচিঙ ব্ৰেকেট সেমিকলন |
10:36 | আমি এতিয়া তৃতীয় অব্জেক্ট টোৰ মান প্রিন্ট কৰিম |
10:44 | সেয়ে লিখক 'system dot ' out dot '' println ব্ৰেকেটত আৰু ডবল উদ্ধৃতিত the roll_no is, ' ' plus stud3 dot সেলেক্ট roll_no সেমিকোলন |
11:09 | পিছৰ লাইন টাইপ কৰক 'system dot ' out dot '' println ব্ৰেকেটত আৰু ডবল উদ্ধৃতিত the name is , plus ' stud3 dot ' name সেমিকোলন |
11:29 | এতিয়া ফাইলটো 'ছেভ ' আৰু "ৰান" কৰক '. সেয়ে Ctrl s আৰু ' Ctrl F11 টিপক |
11:36 | আমি দেখিব পাৰো যে তৃতীয় অব্জেক্টত মান' ' 50 আৰু ' Raju আছে |
11:46 | ইয়াৰ কাৰন হল যে আমি Student(স্টুডেন্ট) ক্লাচৰ ফিল্ডক ' মান 50 আৰু ' Raju (ৰাজুলৈ) ইনিসিয়েলাইজ কৰিছিলো |
11:54 | এতিয়া তৃতীয় অব্জেক্টৰ বাবে, ফিল্ডক ডি ইনিসিয়েলাইজ কৰো আৰু আওটপোটটো ছাও |
12:02 | সেয়ে এই টিউটোৰিয়েলত আমি সিকিলো |
12:05 | instance fields (ইন্সটান্স ফিল্ড)ৰ বিষয়ে |
12:07 | dot operator (ডট অপাৰেটৰ) ব্যবহাৰ কৰি ফিল্ডক এক্সেস কৰা, |
12:11 | আত্ম মূল্যায়নৰ বাবে |
12:13 | ইতিমধয়ে তৈয়াৰ হোৱা টেস্ট এম্প্লয়ি ক্লাচত emp2 ৰ নামৰ অবজেক্ট এটা তৈয়াৰ কক |
12:18 | তাৰ পিছত ডট অপাৰেটৰ বয়ৱহাৰ কৰি দূয়োটা অবজেক্টৰ মান ইনিসিয়েলাইজ কৰক |
12:23 | প্ৰথম অবজেক্টৰ বাবে মান 55 আৰু Priya বয়ৱহাৰ কৰক |
12:27 | দ্বিতীয় অবজেক্টৰ বাবে মান হিছাপে 45 আৰু Sandeep বয়ৱহাৰ কৰক |
12:31 | আউটপুটত দুয়োটা অবজেক্টৰ মান দেখুওৱাক |
12:34 | স্পকেন টিওটৰিয়েলৰ বিষয়ে অধিক জানিবলৈ |
12:37 | তলৰ সঙযোগত থকা ভিডিওটো চাওকস্পকেন টিওটৰিয়েল |
12:40 | প্ৰজেক্টৰ সাৰাংস ইয়াতে আছে |
12:43 | যদি আপোনাৰ বেন্ডৱিট্ত ভাল নহয় তেনেহলে ইয়াক ডাওনলড কৰিও ছাব পাৰে |
12:47 | স্পকেন টিওটৰিয়েলৰ প্ৰযেক্টৰ দলটিয়ে |
12:49 | স্পকেন টিওটৰিয়েলৰ সহায়েৰে কৰমশালা আদি অনুস্থিত কৰে |
12:52 | এটা অনলাইন পৰিক্ষাত উত্তিৰন হোৱা সকলক প্ৰমান পত্ৰ প্ৰদান কৰে |
12:56 | অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি contact@spoken_tutorial.org এই ঠিকনাত লিখক |
13:01 | স্পকেন টিওটৰিয়েল প্ৰজেক্ট talk to a teacher প্ৰজেক্টৰ এটা অংগ |
13:05 | ই ভাৰত চৰকাৰৰ MHRD ৰ ICT ৰ মাধয়মেৰে ৰাষ্ট্ৰীয় শিক্ষা মিচনৰ দ্বাৰা সমৰথিত হয় |
13:11 | এই মিচন সম্পৰকত অধিক তথয় |
13:19 | ইয়াতে এই টিউটৰিয়েল সামৰনী পৰিছে |
13:22 | এই পাঠটো অৰুন পাঠকৰ দ্ৱাৰা কৰা হৈছে, IIT Bombay ৰ পৰা মই মৌচূমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো
যোগদানৰ বাবে ধনয়বাদ | |