Difference between revisions of "Java/C2/For-Loop/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with '{| border=1 || ''Time''' || '''Narration''' |- | 00:02 | জাভাত '''for loop''' ৰ স্পকেন টিউটোৰিয়েলে আপনাক স্বা…')
 
Line 1: Line 1:
 
{| border=1
 
{| border=1
|| ''Time'''
+
|| '''Time'''
 
|| '''Narration'''
 
|| '''Narration'''
 
|-
 
|-

Revision as of 11:30, 23 June 2014

Time Narration
00:02 জাভাত for loop ৰ স্পকেন টিউটোৰিয়েলে আপনাক স্বাগতম
00:07 এই টিউটোৰিয়েলত আমি শিকিম, জাভাত কেনেকৈ for loop বয়ৱহাৰ কৰে
00:12 এই টিউটোৰিয়েলত আমি

উবুন্টু 11.10, JDK 1.6 আৰু Eclipse 3.7 ব্যবহাৰ কৰিছো।

00:24 এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ জাভাত relational operators আৰু if statement' ৰ ওপৰত আপোনাৰ জ্ঞান থাকিব লাগিব
00:32 যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক (http://www.spoken-tutorial.org)
00:40 ইয়াত for loopৰ চিন্তেক্চ আছে
00:44 ই initialization, loop condition আৰু incrementৰে গঠিত .
00:51 তাৰ পিছত ইয়াত ব্লক কাৰনে আছে যি দেখোৱায় থাকে যেতিয়ালকে loop condition সচা (true.) হয়
01:00 Now, let us try out an example in Eclipse.

এতিয়া Eclipse.ত এটা উদাহৰন চেস্টা কৰা যাওক

01:04 সেয়ে Eclipse. লৈ যাওক
01:07 আমাৰ উচৰত ইতিমধেয় ForLoopDemo'. নামৰ class আছে
01:12 main methodৰ ভিতৰত for loop যোগ কৰা যাওক
01:17 সেয়ে main functionৰ ভিতৰত টাইপ কৰক int i semicolon
01:24 তাৰ পিছত for বানদ্ধনীত ( parenthesis) i equal to 0 semicolon i less than 10 semicolon i equal to i plus 1.
01:45 এই স্টেটমেন্টে লুপটো কিভাবে উন্নতি হৈ আছে সেয়া সিদ্ধান্ত লয়.
01:53 লুপৰ বাবে আৰম্ভনি চৰ্ত হৈছে i =0
01:58 এই চৰ্তয়ে সক্রিয়া কৰিবলৈ variableক অনুমতি দিয়ে
02:05 লুপৰ চলি থকা চৰ্ত হৈছে i<10
02:09 যদি চ্ত টো সচা হয় তেনেহলে for block প্্ৰ্দশন কৰা হব
02:14 নহবা ইয়াক মন কৰা নাজাব
02:17 তাৰ মানে যেতিয়া i ১০কৈ সমান বা বেছি হয়, ব্লকটো প্ৰদৰ্শন কৰা নহয়
02:25 তাৰ পিছত i= i+1 কয় যে কেভাবে loop variable সলনি হব
02:32 ইয়াত i ৰ মান ০ সৈতে আৰম্ভ হয়
02:35 ই যেতিয়ালৈকে ১০ হৈ থাকে ই লুপৰ প্ৰতিটো iteration মানে পুনৰাবৃত্তিৰ কাৰনে ই ১ ৰে বাঢ়ি থাকে
02:42 এতিয়া iৰ সৈতে কিছো কৰো
02:46 সেয়ে কাৰ্ড়ী ব্ৰেকেট খোলক আৰু বন্ধ কৰক
02:49 কাৰ্ড়ী ব্ৰেকেটৰ ভিতৰত টাইপ কৰক System dot out dot println and print i into i.
03:06 ই 0 পৰা 9 ৰ লৈকে প্ৰতিটোৰ সংখয়াৰ বর্গক প্ৰীন্ট কৰক
03:11 এতিয়া আউটপুত চোৱা যাওক
03:13 সেয়ে প্ৰগ্ৰামটো সংৰক্ষন কৰক আৰু ৰান কৰক
03:17 অামি যেনে চাব পাৰো, লুপটো সংখয়া ০ পৰা ৯ৰ লৈকে ৰান কৰে
03:23 সংখয়াটোৰ বৰ্গ প্ৰতোটো (iteration) পুনৰাবৃত্তিত প্ৰন্টীত কৰা হৈছে
03:28 এতিয়া সকলো 2 অঙ্ক সংখ্যাবোৰক প্রিন্ট কৰা যাওক যি ৩ বা ৫ৰ গুণিতক হয়
03:37 সেয়ে 'i ত মান 10 পৰা 99 হব লাগিব
03:42 সেয়ে i equal to 0 পৰা i equal to 10. লৈ সলনি কৰক
03:48 অাৰু i less than 10 পৰা i less than 100লৈ সলনি কৰক
03:54 তাৰপিছত কাৰ্ড়লী ব্ৰেকেটত যদি ই ৩ বা ৫ৰ গুণিতক হয় অামি সেই সংখয়া হে প্ৰীন্ট কৰিম
04:03 সেয়ে টাইপ কৰক
04:04 if ব্ৰেকেটত i mod 3 double equal to 0 or ব্ৰেকেটত i mod 5 double equal to 0.
04:32 এই স্টেটমেন্টে প্ৰশিক্ষন কৰে যে i ৩ বা ৫ৰে বিভাজ্য হয় নে নহয়
04:38 তাৰ পিছত কাৰ্ড়লী ব্ৰেকেটত আমি i ৰ মান প্ৰীন্ট কৰিম
04:50 এতিয়া আউটপুত চোৱা যাওক
04:52 সেয়ে প্ৰগ্ৰামটো সংৰক্ষন আৰু ৰান কৰক
04:56 আমি চাব পাৰো যে সংখয়া বোৰ ৩ বা ৫ ৰ গুনিতক হয় . এইভাবে আমি জাভাত for loop বয়ৱহাৰ কৰো
05:11 ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে
05:14 এই টিউটোৰীয়েলত আমি শিকিছো : জাভাত কেনেকৈ for loop বয়ৱহাৰ কৰা হয়
05:20 কাৰ্যয় বাবে, তিনিটা অঙ্ক সংখ্যাক Armstrong Number বোলা হয় যদি ই ইয়াৰ সংখয়াৰ কিউবৰ যোগফল সমান হয়
05:29 উদাগৰন স্বৰুপে 153 is equal to 1 cube plus 5 cube plus 3 cube.
05:36 এনেধৰনৰ সকলো 3 অঙ্ক সংখ্যা বিচাৰক
05:40 স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ,
05: 42 এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।

spoken-tuitorial.org/what is a spoken-tuitorial?

05:49 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে.

যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।

05:56 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে

কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে

06:01 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
06:04 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
06:10 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। আৰু

ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়

06:20 ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
06:28 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

অংশগ্রহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble