Java/C2/For-Loop/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:02 | জাভাত for loop ৰ স্পকেন টিউটোৰিয়েলে আপনাক স্বাগতম |
00:07 | এই টিউটোৰিয়েলত আমি শিকিম, জাভাত কেনেকৈ for loop বয়ৱহাৰ কৰে |
00:12 | এই টিউটোৰিয়েলত আমি
উবুন্টু 11.10, JDK 1.6 আৰু Eclipse 3.7 ব্যবহাৰ কৰিছো। |
00:24 | এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ জাভাত relational operators আৰু if statement' ৰ ওপৰত আপোনাৰ জ্ঞান থাকিব লাগিব |
00:32 | যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক (http://www.spoken-tutorial.org) |
00:40 | ইয়াত for loopৰ চিন্তেক্চ আছে |
00:44 | ই initialization, loop condition আৰু incrementৰে গঠিত . |
00:51 | তাৰ পিছত ইয়াত ব্লক কাৰনে আছে যি দেখোৱায় থাকে যেতিয়ালকে loop condition সচা (true.) হয় |
01:00 | Now, let us try out an example in Eclipse.
এতিয়া Eclipse.ত এটা উদাহৰন চেস্টা কৰা যাওক |
01:04 | সেয়ে Eclipse. লৈ যাওক |
01:07 | আমাৰ উচৰত ইতিমধেয় ForLoopDemo'. নামৰ class আছে |
01:12 | main methodৰ ভিতৰত for loop যোগ কৰা যাওক |
01:17 | সেয়ে main functionৰ ভিতৰত টাইপ কৰক int i semicolon |
01:24 | তাৰ পিছত for বানদ্ধনীত ( parenthesis) i equal to 0 semicolon i less than 10 semicolon i equal to i plus 1. |
01:45 | এই স্টেটমেন্টে লুপটো কিভাবে উন্নতি হৈ আছে সেয়া সিদ্ধান্ত লয়. |
01:53 | লুপৰ বাবে আৰম্ভনি চৰ্ত হৈছে i =0 |
01:58 | এই চৰ্তয়ে সক্রিয়া কৰিবলৈ variableক অনুমতি দিয়ে |
02:05 | লুপৰ চলি থকা চৰ্ত হৈছে i<10 |
02:09 | যদি চ্ত টো সচা হয় তেনেহলে for block প্্ৰ্দশন কৰা হব |
02:14 | নহবা ইয়াক মন কৰা নাজাব |
02:17 | তাৰ মানে যেতিয়া i ১০কৈ সমান বা বেছি হয়, ব্লকটো প্ৰদৰ্শন কৰা নহয় |
02:25 | তাৰ পিছত i= i+1 কয় যে কেভাবে loop variable সলনি হব |
02:32 | ইয়াত i ৰ মান ০ সৈতে আৰম্ভ হয় |
02:35 | ই যেতিয়ালৈকে ১০ হৈ থাকে ই লুপৰ প্ৰতিটো iteration মানে পুনৰাবৃত্তিৰ কাৰনে ই ১ ৰে বাঢ়ি থাকে |
02:42 | এতিয়া iৰ সৈতে কিছো কৰো |
02:46 | সেয়ে কাৰ্ড়ী ব্ৰেকেট খোলক আৰু বন্ধ কৰক |
02:49 | কাৰ্ড়ী ব্ৰেকেটৰ ভিতৰত টাইপ কৰক System dot out dot println and print i into i. |
03:06 | ই 0 পৰা 9 ৰ লৈকে প্ৰতিটোৰ সংখয়াৰ বর্গক প্ৰীন্ট কৰক |
03:11 | এতিয়া আউটপুত চোৱা যাওক |
03:13 | সেয়ে প্ৰগ্ৰামটো সংৰক্ষন কৰক আৰু ৰান কৰক |
03:17 | অামি যেনে চাব পাৰো, লুপটো সংখয়া ০ পৰা ৯ৰ লৈকে ৰান কৰে |
03:23 | সংখয়াটোৰ বৰ্গ প্ৰতোটো (iteration) পুনৰাবৃত্তিত প্ৰন্টীত কৰা হৈছে |
03:28 | এতিয়া সকলো 2 অঙ্ক সংখ্যাবোৰক প্রিন্ট কৰা যাওক যি ৩ বা ৫ৰ গুণিতক হয় |
03:37 | সেয়ে 'i ত মান 10 পৰা 99 হব লাগিব |
03:42 | সেয়ে i equal to 0 পৰা i equal to 10. লৈ সলনি কৰক |
03:48 | অাৰু i less than 10 পৰা i less than 100লৈ সলনি কৰক |
03:54 | তাৰপিছত কাৰ্ড়লী ব্ৰেকেটত যদি ই ৩ বা ৫ৰ গুণিতক হয় অামি সেই সংখয়া হে প্ৰীন্ট কৰিম |
04:03 | সেয়ে টাইপ কৰক |
04:04 | if ব্ৰেকেটত i mod 3 double equal to 0 or ব্ৰেকেটত i mod 5 double equal to 0. |
04:32 | এই স্টেটমেন্টে প্ৰশিক্ষন কৰে যে i ৩ বা ৫ৰে বিভাজ্য হয় নে নহয় |
04:38 | তাৰ পিছত কাৰ্ড়লী ব্ৰেকেটত আমি i ৰ মান প্ৰীন্ট কৰিম |
04:50 | এতিয়া আউটপুত চোৱা যাওক |
04:52 | সেয়ে প্ৰগ্ৰামটো সংৰক্ষন আৰু ৰান কৰক |
04:56 | আমি চাব পাৰো যে সংখয়া বোৰ ৩ বা ৫ ৰ গুনিতক হয় . এইভাবে আমি জাভাত for loop বয়ৱহাৰ কৰো |
05:11 | ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে |
05:14 | এই টিউটোৰীয়েলত আমি শিকিছো : জাভাত কেনেকৈ for loop বয়ৱহাৰ কৰা হয় |
05:20 | কাৰ্যয় বাবে, তিনিটা অঙ্ক সংখ্যাক Armstrong Number বোলা হয় যদি ই ইয়াৰ সংখয়াৰ কিউবৰ যোগফল সমান হয় |
05:29 | উদাগৰন স্বৰুপে 153 is equal to 1 cube plus 5 cube plus 3 cube. |
05:36 | এনেধৰনৰ সকলো 3 অঙ্ক সংখ্যা বিচাৰক |
05:40 | স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, |
05:42 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
spoken-tuitorial.org/what is a spoken-tuitorial? |
05:49 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে.
যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
05:56 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে |
06:01 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. |
06:04 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
06:10 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। আৰু
ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
06:20 | ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
06:28 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
অংশগ্রহনৰ বাবে ধন্যবাদ। |