Java/C2/Errors-and-Debugging-in-Eclipse/Assamese

From Script | Spoken-Tutorial
Revision as of 10:55, 23 June 2014 by Pratik kamble (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 Eclipseঅৰ বয়ৱহাৰ কৰি  Errors and Debugging"অৰ  উপৰত স্পকেন টিউটৰিয়েললৈ আপোনাৰলোকক স্ৱাগতম
00:07 এই টিউটৰিয়েলত আমি শিকিম.
00:10 এটা সহজ 'জাভা' প্রোগ্রাম লেখাৰ সময়ত সম্ভব এৰৰ কি হয়,
00:14 এৰৰ মানে ভুল কিভাবে চিহ্নিত কৰে আৰু  Eclipse ব্যবহাৰ কৰি তাক কেনেকৈ সংশোধন কৰে।

 

00:20 এই টিউটৰিয়েলৰ কাৰনে আমি Ubuntu 11.10 আৰু  Eclipse 3.7.0  বয়ৱহাৰ কৰিম
00:27 এই টিউটৰিয়েলটো পালন কৰিবলৈ আপোনি জানিব লাগিব
00:30 Eclipse অত কেনেকৈ  Java Program স্ৰস্টি আৰু ৰান কৰে
00:33 যদি নাজানে তেনেহলে সঠিক টিউটৰিয়েল আমাৰ ৱেবচাইটত চাওক
00:41 এটা সহজ 'জাভা প্রোগ্রাম' ত কিছু এৰৰ যেনে 
00:45 অনুপস্থিত সেমিকোলন (;)
00:47 মেছেজৰ চাৰিউকাষে অনুপস্থিত ডবল উদ্ধৃতি(" ") 
00:50 ফাইল নেম আৰু ক্লাস নিমৰ অসমানতা আৰু
00:52 প্রিন্ট স্টেটমেন্টটো সৰু হাতৰ আখৰত লিখা
00:55 আমি এটা প্রোগ্রাম লিখিম আৰু তাৰপিছত প্রতিটোক এৰৰ বনাও আৰু চাও Eclipseত কি ​​হয়।
01:04  ইয়াতে Eclipse IDE আছে আৰু এই প্রকল্প HelloWorld টিউটোৰিয়েলৰ কাৰনে ব্যবহৃত হয়।
01:11 আমাৰ প্রকল্পত এটা নতুন ক্লাস তৈয়াৰ কৰিম আৰু ব্যবহাৰ কৰো.  New  Class. আমি ক্লাসক নাম দিও "ErrorFree" আৰু method stubs " public static void main" নির্বাচন কৰক।
01:37 মিনিমাইজ কৰো। কমেন্টবোৰ মছি পেলাওক আৰু সেই এৰৰবোৰক প্রিন্ট স্টেটমেন্ট যোগ কৰক।
02:23 Eclipseঅত যিদাল লাইনত এৰৰ আছে তাক  red cross mark   দ্বাৰা বাও মার্জিনত নির্দেশিত হব।
02:35 এই ক্ষেত্রত System.out.println লাইনত এৰৰ আছে অৰু সেয়ে তাত  red cross mark দেখোৱাইছে।
02:44  এৰৰ তালিকাবোৰ cross markৰ ওপৰত  মাউচটো ৰখাত দেখোৱাই।
02:51 প্ৰদৰ্শিত প্ৰথম এৰৰ হৈছে  syntax এৰৰ , semi-colon ভৰাওক ব্লক স্টেতমেন্ট বোৰ সম্পুৰ্ণ কৰিবলৈ
02:58 ইয়াৰ কাৰন আমি প্ৰগ্ৰামৰ প্ৰতিটো স্তেটমেন্ট চেমিকলনৰ সৈতে অন্ত কৰিব লাগিব
03:03 সেয়ে, স্তেটমেন্টৰ শেষত  semicolon অন্তৰ্ভুত্ত কৰো
03:08 ফাইলটো Ctrl sৰে দি সংৰক্ষন কৰক 

 

03:16 মন কৰক যে  যেতিয়াই আমি semi-colon যোগ দি আৰু ফাইল টো চেভ মানে সংৰক্ষন কৰো, তেতিয়া প্ৰথম এৰৰ টো গুচি যায়

 

03:21 এতিয়া খালী এটা এৰৰ আছে যি কয় hello world cannot be resolved to a variable,  যাৰ মানে কনচলত যিকোনো মেছেজ প্ৰদৰ্শিত কৰা. মেছেজটো double quotesঅত অন্তভুৰ্ত্ত কৰিব লাগিব
03:37 quotes নহলে, Javaয়ে HelloWorld অক variableঅৰ নাম বুলি ভাবে
03:41  মেছেজৰ আগত আৰু পিছত double quotes যোগ কৰা যাওক
03:55 Ctrl s চেভ কৰিবলৈ, আমি দেখিছো যে red cross mark গুচি গল আৰু প্ৰগ্ৰামটো এৰৰ মুত্ত. সেয়ে প্ৰগ্ৰামটো ৰান কৰো আৰু চাও কি হয়
04:10 'Java applications  হিচাপে ৰান কৰক

 

04:15 আমি দেখিছো যে মেছেজ কনছলত প্ৰীন্ট কৰা হৈছে
04:22 এতিয়া পিছৰ এৰৰ চাও
04:25 এইটো file name and class name   অসমানতাৰ কাৰণে ঘটে
04:29 এইটো Eclipseত  সাধাৰণতে  নঘটে।
04:31 এইটোৰ কাৰণ হল, আমি এটা ফাইল তৈয়াৰ কৰিবলৈ New Class wizard ব্যবহাৰ কৰো আৰু  eclipseয়ে
04:39 ফাইল এটা স্বয়ংক্রিয়ভাবে তৈয়াৰ কৰে
04:41  কিন্তু আমি যদি Eclipseৰ বাহিৰত Java file এটা তৈয়াৰ কৰো আৰু প্রকল্পত  যোগ কৰো,  সেখিনিতে এৰৰ হোৱা সম্ভাবনা আছে।
04:47 সেয়ে  ক্লাস নেম পৰিবর্তন কৰি, এৰৰ উদ্দীপিত কৰা যাওক।
04:59 যিহেতু জাভা কেস সংবেদনশীল হয় , এতিয়া  ক্লাস নেম আৰু ফাইল নেম মিল নাখায়
05:09 লক্ষ্য কৰক যে, বাও মার্জিনত 'red cross চিহ্ন আছে।
05:14 আৰু এৰৰ ম্যাসেজ দেখাইছে " The public type errorfree must be defined in its own file."

 

05:20 আৰু মন কৰক যে errorfree শব্দটি ৰঙা ৰঙত আন্ডাৰলাইন কৰা আছে।

 

05:29  জাভায়ে বুদ্ধিশালী সংশোধন প্রস্তাবিত কৰে আৰু ইয়াত 2টা সংশোধন উপলব্ধ।
05:35   প্ৰথম টো হল rename compilation unit to errorfree java 
05:39 দ্বীতিয় টো হল  'rename  the  type to errorfree .
05:43 আমি চাই থকা সংশোধন হৈছে দ্বিতীয়টো আৰু আমি দেখো যে যেতিয়াই আপোনি ফাইলটোক পুনৰ নাম  দিয়ে,  ক্লাসটো  errorfree হয়, ইয়াত এৰৰ অনুপস্থিত হয়।
06:03 পিছৰ এৰৰটো প্রিন্ট স্টেটমেন্টেত ভুল লেখাৰ কাৰণে ঘটে।
06:09 ডাঙৰ ফলা Sটোক  সৰু ফলা s দ্বাৰা প্রতিস্থাপিত কৰো ।
06:15 আমি দেখিছো যে সেইখিনিত red-cross চিহ্ন আছে।
06:18 এটা এৰৰ মেছেজে কয়  system cannot be resolved.
06:23 ইয়াৰ মানে জাভায়ে system নামৰ  এটা  ক্লাস বা অবজেক্ট বা এটা ভ্যাৰিয়েবলৰ আশা কৰিছে ।
06:28 কিন্তু কোডত system অবজেক্টেৰ নিচিনা একো নাই।
06:33 সেয়ে সম্ভব সংশোধন বোৰ দেখা যাওক
06:39 তাত 11 টা সংশোধনবোৰ আছে, ইয়াৰ পৰা,  আমি যি সংশোধন চাই আছো সেই টো হৈছে অষ্টম বিকল্পটো।
06:48 'System' লৈ সলনি কৰক (java.lang)
06:58 আমি দেখিব পাৰো যে যেতিয়াই আমি ডাঙৰফলা S টোলৈ সলনি কৰো, এৰৰটো অনুপস্থিত হয়।
07:06  এনেদৰে যি আপোনি জাভাত Eclipse ব্যবহাৰ কৰি  এৰৰ চিহ্নিত কৰে আৰু  শুধৰনি কৰে।
07:15      ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে
07:18 এই টিউটৰীয়েলত আমি দেখিলো
07:20 এটা জাভা প্রোগ্রাম লিখোতে সাধাৰনতে এৰৰ বোৰ কি হয় আৰো

 

07:23 Eclipse ব্যবহাৰ কৰি কিভাবে সিহতক চিহ্নিত আৰু সংশোধন / শুধৰনি কৰে।
07:30 এই টিউটৰীয়েলৰ কাৰনে এটা  কাৰ্য্, তলত দিয়াৰ দৰে কদত এৰৰ বোৰ বিচাৰক আৰু সংশোধন কৰক 
07:39 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ
07:42 তলৰ সংযোগত থকা ভিডিঅ’ চাওক। কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
07:48 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
07:53  কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
07:57 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
08:07 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
08:11 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
08:17 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
08:23 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble