Java/C2/Errors-and-Debugging-in-Eclipse/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | Eclipseঅৰ বয়ৱহাৰ কৰি Errors and Debugging"অৰ উপৰত স্পকেন টিউটৰিয়েললৈ আপোনাৰলোকক স্ৱাগতম |
00:07 | এই টিউটৰিয়েলত আমি শিকিম. |
00:10 | এটা সহজ 'জাভা' প্রোগ্রাম লেখাৰ সময়ত সম্ভব এৰৰ কি হয়, |
00:14 | এৰৰ মানে ভুল কিভাবে চিহ্নিত কৰে আৰু Eclipse ব্যবহাৰ কৰি তাক কেনেকৈ সংশোধন কৰে।
|
00:20 | এই টিউটৰিয়েলৰ কাৰনে আমি Ubuntu 11.10 আৰু Eclipse 3.7.0 বয়ৱহাৰ কৰিম |
00:27 | এই টিউটৰিয়েলটো পালন কৰিবলৈ আপোনি জানিব লাগিব |
00:30 | Eclipse অত কেনেকৈ Java Program স্ৰস্টি আৰু ৰান কৰে |
00:33 | যদি নাজানে তেনেহলে সঠিক টিউটৰিয়েল আমাৰ ৱেবচাইটত চাওক |
00:41 | এটা সহজ 'জাভা প্রোগ্রাম' ত কিছু এৰৰ যেনে |
00:45 | অনুপস্থিত সেমিকোলন (;) |
00:47 | মেছেজৰ চাৰিউকাষে অনুপস্থিত ডবল উদ্ধৃতি(" ") |
00:50 | ফাইল নেম আৰু ক্লাস নিমৰ অসমানতা আৰু |
00:52 | প্রিন্ট স্টেটমেন্টটো সৰু হাতৰ আখৰত লিখা |
00:55 | আমি এটা প্রোগ্রাম লিখিম আৰু তাৰপিছত প্রতিটোক এৰৰ বনাও আৰু চাও Eclipseত কি হয়। |
01:04 | ইয়াতে Eclipse IDE আছে আৰু এই প্রকল্প HelloWorld টিউটোৰিয়েলৰ কাৰনে ব্যবহৃত হয়। |
01:11 | আমাৰ প্রকল্পত এটা নতুন ক্লাস তৈয়াৰ কৰিম আৰু ব্যবহাৰ কৰো. New Class. আমি ক্লাসক নাম দিও "ErrorFree" আৰু method stubs " public static void main" নির্বাচন কৰক। |
01:37 | মিনিমাইজ কৰো। কমেন্টবোৰ মছি পেলাওক আৰু সেই এৰৰবোৰক প্রিন্ট স্টেটমেন্ট যোগ কৰক। |
02:23 | Eclipseঅত যিদাল লাইনত এৰৰ আছে তাক red cross mark দ্বাৰা বাও মার্জিনত নির্দেশিত হব। |
02:35 | এই ক্ষেত্রত System.out.println লাইনত এৰৰ আছে অৰু সেয়ে তাত red cross mark দেখোৱাইছে। |
02:44 | এৰৰ তালিকাবোৰ cross markৰ ওপৰত মাউচটো ৰখাত দেখোৱাই। |
02:51 | প্ৰদৰ্শিত প্ৰথম এৰৰ হৈছে syntax এৰৰ , semi-colon ভৰাওক ব্লক স্টেতমেন্ট বোৰ সম্পুৰ্ণ কৰিবলৈ |
02:58 | ইয়াৰ কাৰন আমি প্ৰগ্ৰামৰ প্ৰতিটো স্তেটমেন্ট চেমিকলনৰ সৈতে অন্ত কৰিব লাগিব |
03:03 | সেয়ে, স্তেটমেন্টৰ শেষত semicolon অন্তৰ্ভুত্ত কৰো |
03:08 | ফাইলটো Ctrl sৰে দি সংৰক্ষন কৰক
|
03:16 | মন কৰক যে যেতিয়াই আমি semi-colon যোগ দি আৰু ফাইল টো চেভ মানে সংৰক্ষন কৰো, তেতিয়া প্ৰথম এৰৰ টো গুচি যায়
|
03:21 | এতিয়া খালী এটা এৰৰ আছে যি কয় hello world cannot be resolved to a variable, যাৰ মানে কনচলত যিকোনো মেছেজ প্ৰদৰ্শিত কৰা. মেছেজটো double quotesঅত অন্তভুৰ্ত্ত কৰিব লাগিব |
03:37 | quotes নহলে, Javaয়ে HelloWorld অক variableঅৰ নাম বুলি ভাবে |
03:41 | মেছেজৰ আগত আৰু পিছত double quotes যোগ কৰা যাওক |
03:55 | Ctrl s চেভ কৰিবলৈ, আমি দেখিছো যে red cross mark গুচি গল আৰু প্ৰগ্ৰামটো এৰৰ মুত্ত. সেয়ে প্ৰগ্ৰামটো ৰান কৰো আৰু চাও কি হয় |
04:10 | 'Java applications হিচাপে ৰান কৰক
|
04:15 | আমি দেখিছো যে মেছেজ কনছলত প্ৰীন্ট কৰা হৈছে |
04:22 | এতিয়া পিছৰ এৰৰ চাও |
04:25 | এইটো file name and class name অসমানতাৰ কাৰণে ঘটে |
04:29 | এইটো Eclipseত সাধাৰণতে নঘটে। |
04:31 | এইটোৰ কাৰণ হল, আমি এটা ফাইল তৈয়াৰ কৰিবলৈ New Class wizard ব্যবহাৰ কৰো আৰু eclipseয়ে |
04:39 | ফাইল এটা স্বয়ংক্রিয়ভাবে তৈয়াৰ কৰে |
04:41 | কিন্তু আমি যদি Eclipseৰ বাহিৰত Java file এটা তৈয়াৰ কৰো আৰু প্রকল্পত যোগ কৰো, সেখিনিতে এৰৰ হোৱা সম্ভাবনা আছে। |
04:47 | সেয়ে ক্লাস নেম পৰিবর্তন কৰি, এৰৰ উদ্দীপিত কৰা যাওক। |
04:59 | যিহেতু জাভা কেস সংবেদনশীল হয় , এতিয়া ক্লাস নেম আৰু ফাইল নেম মিল নাখায় |
05:09 | লক্ষ্য কৰক যে, বাও মার্জিনত 'red cross চিহ্ন আছে। |
05:14 | আৰু এৰৰ ম্যাসেজ দেখাইছে " The public type errorfree must be defined in its own file."
|
05:20 | আৰু মন কৰক যে errorfree শব্দটি ৰঙা ৰঙত আন্ডাৰলাইন কৰা আছে।
|
05:29 | জাভায়ে বুদ্ধিশালী সংশোধন প্রস্তাবিত কৰে আৰু ইয়াত 2টা সংশোধন উপলব্ধ। |
05:35 | প্ৰথম টো হল rename compilation unit to errorfree java |
05:39 | দ্বীতিয় টো হল 'rename the type to errorfree . |
05:43 | আমি চাই থকা সংশোধন হৈছে দ্বিতীয়টো আৰু আমি দেখো যে যেতিয়াই আপোনি ফাইলটোক পুনৰ নাম দিয়ে, ক্লাসটো errorfree হয়, ইয়াত এৰৰ অনুপস্থিত হয়। |
06:03 | পিছৰ এৰৰটো প্রিন্ট স্টেটমেন্টেত ভুল লেখাৰ কাৰণে ঘটে। |
06:09 | ডাঙৰ ফলা Sটোক সৰু ফলা s দ্বাৰা প্রতিস্থাপিত কৰো । |
06:15 | আমি দেখিছো যে সেইখিনিত red-cross চিহ্ন আছে। |
06:18 | এটা এৰৰ মেছেজে কয় system cannot be resolved. |
06:23 | ইয়াৰ মানে জাভায়ে system নামৰ এটা ক্লাস বা অবজেক্ট বা এটা ভ্যাৰিয়েবলৰ আশা কৰিছে । |
06:28 | কিন্তু কোডত system অবজেক্টেৰ নিচিনা একো নাই। |
06:33 | সেয়ে সম্ভব সংশোধন বোৰ দেখা যাওক |
06:39 | তাত 11 টা সংশোধনবোৰ আছে, ইয়াৰ পৰা, আমি যি সংশোধন চাই আছো সেই টো হৈছে অষ্টম বিকল্পটো। |
06:48 | 'System' লৈ সলনি কৰক (java.lang) |
06:58 | আমি দেখিব পাৰো যে যেতিয়াই আমি ডাঙৰফলা S টোলৈ সলনি কৰো, এৰৰটো অনুপস্থিত হয়। |
07:06 | এনেদৰে যি আপোনি জাভাত Eclipse ব্যবহাৰ কৰি এৰৰ চিহ্নিত কৰে আৰু শুধৰনি কৰে। |
07:15 | ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে |
07:18 | এই টিউটৰীয়েলত আমি দেখিলো |
07:20 | এটা জাভা প্রোগ্রাম লিখোতে সাধাৰনতে এৰৰ বোৰ কি হয় আৰো
|
07:23 | Eclipse ব্যবহাৰ কৰি কিভাবে সিহতক চিহ্নিত আৰু সংশোধন / শুধৰনি কৰে। |
07:30 | এই টিউটৰীয়েলৰ কাৰনে এটা কাৰ্য্, তলত দিয়াৰ দৰে কদত এৰৰ বোৰ বিচাৰক আৰু সংশোধন কৰক |
07:39 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ |
07:42 | তলৰ সংযোগত থকা ভিডিঅ’ চাওক। কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
07:48 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
07:53 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
07:57 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
08:07 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
08:11 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
08:17 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
08:23 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |