Java/C2/Default-constructor/Assamese

From Script | Spoken-Tutorial
Revision as of 11:52, 23 June 2014 by Pratik kamble (Talk | contribs)

Jump to: navigation, search
Time Narration

 

00:02   জাভাত default constructor ৰ স্পকেন টিউটোৰিয়েলৈ আপনাক স্বাগতম ।
00:07   এই টিউটোৰিয়েলত আমি শিকিম
00:10   default constructor সম্পর্কে,
00:12   আৰু এটা constructor তৈয়াৰ কৰা
00:15   এই টিউটোৰিয়েলত আমি

উবুন্টু 11.10, JDK 1.6 আৰু Eclipse 3.7 ব্যবহাৰ কৰিছো।

00:26   এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনি জাভাত
00:29 eclipse বয়ৱহাৰ কৰি কেনেকৈ ক্লাস আৰু ক্লাসৰ অবজেক্ট তৈয়াৰ কৰে তাৰ সম্পর্কে জানিবই লাগিব।
00:34 যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক (http://www.spoken-tutorial.org)
00:42   Constructor ইনস্ট্যান্স ভ্যাৰিয়েবলস ইনিসিয়েলাইজ কৰিবলৈ ব্যবহৃত হয়।
00:46 এইটোক নতুন অবজেক্ট তৈয়াৰ কৰা সময়ত কোরা হয়।
00:46 এইটোক নতুন অবজেক্টৰ তৈয়াৰ হোৱা সময়ত কল কৰা হয়।
00:50   এতিয়া চাও যে constructor জাভাত কিভাবে সংজ্ঞায় কৰা হৈছে।
00:55 সেয়ে এক্লীপ্সত, আমি ইতিমধ্যে Student.java নামৰ এটা জাভা ফাইল তৈয়াৰ কৰিছো ।
01:02   Student ক্লাসত আমি দুটা ভ্যাৰিয়েবল ঘোষিত কৰিম।
01:07 সেয়ে লিখক int roll_number সেমিকোলন আৰু String name সেমিকোলন।
01:20   এতিয়া এটা মেথড তৈয়াৰ কৰা হক ।
01:22 সেয়ে লিখক  void studentDetail()
01:33 কাৰ্ড়লী বন্ধনীত লিখক System dot out dot println roll_number
01:50  তাৰপিছত System dot out dot println name
02:03     এতিয়া মেন মেথডত আমি এই মেথড কল কৰিম।
02:08 সেয়ে এটা অবজেক্ট তৈয়াৰ কৰো আৰু মেথড কল কৰো ।
02:14 সেয়ে লিখক Student অবজেক্ট নেম stu ইকুয়েল টু new Student
02:28 তাৰপিছত stu ডট মেথড নেম studentDetail
02:41 প্রোগ্রাম সংৰক্ষণ কৰক ৰান কৰক ।
02:46    আমি দেখো যে আউটপুট হল শূন্য আৰু null.
02:49 সেয়ে int ভ্যাৰিয়েবল roll_number তাৰ ডিফল্ট মান শূন্যলৈ ইনিসিয়েলাইজ কৰা হৈছে।
02:56 আৰু স্ট্রিং নাম তাৰ ডিফল্ট মান nullলৈ ইনিসিয়েলাইজ কৰা হৈছে।
03:02 আমি যদি constructor সংজ্ঞায় নকৰো তেনেহলে ডিফল্ট কনস্ট্রাক্টৰ তৈয়াৰ কৰা হব।
03:08    ডিফল্ট কনস্ট্রাক্টৰৰ কোনো প্যাৰামিটাৰ নাথাকে ।
03:11 ই ইনস্ট্যান্স ভ্যাৰিয়েবলক তাৰ ডিফল্ট মানলৈ ইনিসিয়েলাইজ কৰে।
03:16 এতিয়া এটা কনস্ট্রাক্টৰ সংজ্ঞায় কৰো ।
03:18 সেয়ে লিখক Student প্রথম বন্ধনী আৰু কাৰ্ড়লী বন্ধনী।
03:30 মনত ৰাখক যে কনস্ট্রাক্টৰৰ নাম ক্লাস নামৰ মতে একে থকা দৰকাৰ।
03:38   কনস্ট্রাক্টৰও মেথডৰ অনুৰুপ হয় কিন্তু তাত  কিছু গুৰুত্বপূর্ণ তফাৎ আাছে।
03:44    প্রোগ্রাম সংৰক্ষণ কৰক ৰান কৰক।
03:48   আমি একেই আউটপুট দেখিব পাৰো।
03:51 ইয়াৰ কাৰন হল কনস্ট্রাক্টৰ যি আমি সংজ্ঞায়িত কৰিছো তাৰ কনস্ট্রাক্টৰ নাথাকাৰ নিচিনা হয়।
03:58 কিন্তু ইয়াত কোনো ডিফল্ট কনস্ট্রাক্টৰ তৈয়াৰ কৰা হোৱা নাই কাৰণ আমি এটা কনস্ট্রাক্টৰ সংজ্ঞায়িত কৰিছো ।
04:06   এতিয়া আমি  ভ্যাৰিয়েবলৰ মান দিও।
04:11 সেয়ে কনস্ট্রাক্টৰৰ ভিতৰত লিখক roll_number ইকুয়েল টু 10 সেমিকোলন।
04:25 আৰু name ইকুয়েল টু ডাবল উদ্ধৃতি চিনহত Raman
04:35 এখন প্রোগ্রাম সংৰক্ষণ কৰক ৰান কৰক।
04:43    আমি আউটপুটত দেখো যে roll_number হল 10 আৰু name হল Raman.
04:50 সেয়ে কনস্ট্রাক্টৰ ইনস্ট্যান্স ফীল্ড ইনিসিয়েলাইজ কৰক ।
04:55    এতিয়া মেথড আৰু কনস্ট্রাক্টৰৰ মাজত কিছো অন্তৰ দেখো ।
05:01 কনস্ট্রাক্টৰৰ ওচৰত কোনো ৰিটার্ন টাইপ নাই।
05:05 যত মেথডৰ এটা ৰিটার্ন টাইপ আছে
05:10   কনস্ট্রাক্টৰক new অপাৰেটৰ ব্যবহাৰ কৰি  কল কৰা হয়।
05:16 যিনেকি মেথডক dot অপাৰেটৰ ব্যবহাৰ কৰি কল কৰা হয়।
05:21 সেয়ে এইবিলাক হল মেথড আৰু কনস্ট্রাক্টৰৰ কিছো অন্তৰ হয় ।
05:29    সেয়ে এই টিউটোৰিয়েলত আমি শিকিছো
05:32 ডিফল্ট কনস্ট্রাক্টৰ সম্পর্কে,
05:34 কনস্ট্রাক্টৰ সংজ্ঞায়িত কৰা।
05:36 আৰু মেথড আৰু কনস্ট্রাক্টৰৰ অন্তৰৰ সম্পর্কে।
05:41   আত্ম মূল্যায়নৰ বাবে ,
05:42 ভ্যাৰিয়েবলৰ সৈতে Employee ক্লাস আৰু ভ্যাৰিয়েবলবোৰ চাবলৈ এটা মেথড তৈয়াৰ কৰক
05:47 আৰু  Employee ক্লাসৰ বাবে এটা কনস্ট্রাক্টৰ তৈয়াৰ কৰক ।
05:52  স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ,
05:54   এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
06:00   কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
06:03 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
06:06   কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
06:08 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
06:11  এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
06:14  অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
06:20   কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
06:24   ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
06:29 ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
06:38 আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিলো ।
06:40 যোগদানৰ বাবে ধন্যবাদ।
06:42 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . 

Contributors and Content Editors

Mousumi, Pratik kamble