Java/C2/Default-constructor/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:02 | জাভাত default constructor ৰ স্পকেন টিউটোৰিয়েলৈ আপনাক স্বাগতম । |
| 00:07 | এই টিউটোৰিয়েলত আমি শিকিম |
| 00:10 | default constructor সম্পর্কে, |
| 00:12 | আৰু এটা constructor তৈয়াৰ কৰা |
| 00:15 | এই টিউটোৰিয়েলত আমি
উবুন্টু 11.10, JDK 1.6 আৰু Eclipse 3.7 ব্যবহাৰ কৰিছো। |
| 00:26 | এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনি জাভাত |
| 00:29 | eclipse বয়ৱহাৰ কৰি কেনেকৈ ক্লাস আৰু ক্লাসৰ অবজেক্ট তৈয়াৰ কৰে তাৰ সম্পর্কে জানিবই লাগিব। |
| 00:34 | যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক (http://www.spoken-tutorial.org) |
| 00:42 | Constructor ইনস্ট্যান্স ভ্যাৰিয়েবলস ইনিসিয়েলাইজ কৰিবলৈ ব্যবহৃত হয়। |
| 00:46 | এইটোক নতুন অবজেক্ট তৈয়াৰ কৰা সময়ত কোরা হয়। |
| 00:46 | এইটোক নতুন অবজেক্টৰ তৈয়াৰ হোৱা সময়ত কল কৰা হয়। |
| 00:50 | এতিয়া চাও যে constructor জাভাত কিভাবে সংজ্ঞায় কৰা হৈছে। |
| 00:55 | সেয়ে এক্লীপ্সত, আমি ইতিমধ্যে Student.java নামৰ এটা জাভা ফাইল তৈয়াৰ কৰিছো । |
| 01:02 | Student ক্লাসত আমি দুটা ভ্যাৰিয়েবল ঘোষিত কৰিম। |
| 01:07 | সেয়ে লিখক int roll_number সেমিকোলন আৰু String name সেমিকোলন। |
| 01:20 | এতিয়া এটা মেথড তৈয়াৰ কৰা হক । |
| 01:22 | সেয়ে লিখক void studentDetail() |
| 01:33 | কাৰ্ড়লী বন্ধনীত লিখক System dot out dot println roll_number |
| 01:50 | তাৰপিছত System dot out dot println name |
| 02:03 | এতিয়া মেন মেথডত আমি এই মেথড কল কৰিম। |
| 02:08 | সেয়ে এটা অবজেক্ট তৈয়াৰ কৰো আৰু মেথড কল কৰো । |
| 02:14 | সেয়ে লিখক Student অবজেক্ট নেম stu ইকুয়েল টু new Student |
| 02:28 | তাৰপিছত stu ডট মেথড নেম studentDetail |
| 02:41 | প্রোগ্রাম সংৰক্ষণ কৰক ৰান কৰক । |
| 02:46 | আমি দেখো যে আউটপুট হল শূন্য আৰু null. |
| 02:49 | সেয়ে int ভ্যাৰিয়েবল roll_number তাৰ ডিফল্ট মান শূন্যলৈ ইনিসিয়েলাইজ কৰা হৈছে। |
| 02:56 | আৰু স্ট্রিং নাম তাৰ ডিফল্ট মান nullলৈ ইনিসিয়েলাইজ কৰা হৈছে। |
| 03:02 | আমি যদি constructor সংজ্ঞায় নকৰো তেনেহলে ডিফল্ট কনস্ট্রাক্টৰ তৈয়াৰ কৰা হব। |
| 03:08 | ডিফল্ট কনস্ট্রাক্টৰৰ কোনো প্যাৰামিটাৰ নাথাকে । |
| 03:11 | ই ইনস্ট্যান্স ভ্যাৰিয়েবলক তাৰ ডিফল্ট মানলৈ ইনিসিয়েলাইজ কৰে। |
| 03:16 | এতিয়া এটা কনস্ট্রাক্টৰ সংজ্ঞায় কৰো । |
| 03:18 | সেয়ে লিখক Student প্রথম বন্ধনী আৰু কাৰ্ড়লী বন্ধনী। |
| 03:30 | মনত ৰাখক যে কনস্ট্রাক্টৰৰ নাম ক্লাস নামৰ মতে একে থকা দৰকাৰ। |
| 03:38 | কনস্ট্রাক্টৰও মেথডৰ অনুৰুপ হয় কিন্তু তাত কিছু গুৰুত্বপূর্ণ তফাৎ আাছে। |
| 03:44 | প্রোগ্রাম সংৰক্ষণ কৰক ৰান কৰক। |
| 03:48 | আমি একেই আউটপুট দেখিব পাৰো। |
| 03:51 | ইয়াৰ কাৰন হল কনস্ট্রাক্টৰ যি আমি সংজ্ঞায়িত কৰিছো তাৰ কনস্ট্রাক্টৰ নাথাকাৰ নিচিনা হয়। |
| 03:58 | কিন্তু ইয়াত কোনো ডিফল্ট কনস্ট্রাক্টৰ তৈয়াৰ কৰা হোৱা নাই কাৰণ আমি এটা কনস্ট্রাক্টৰ সংজ্ঞায়িত কৰিছো । |
| 04:06 | এতিয়া আমি ভ্যাৰিয়েবলৰ মান দিও। |
| 04:11 | সেয়ে কনস্ট্রাক্টৰৰ ভিতৰত লিখক roll_number ইকুয়েল টু 10 সেমিকোলন। |
| 04:25 | আৰু name ইকুয়েল টু ডাবল উদ্ধৃতি চিনহত Raman |
| 04:35 | এখন প্রোগ্রাম সংৰক্ষণ কৰক ৰান কৰক। |
| 04:43 | আমি আউটপুটত দেখো যে roll_number হল 10 আৰু name হল Raman. |
| 04:50 | সেয়ে কনস্ট্রাক্টৰ ইনস্ট্যান্স ফীল্ড ইনিসিয়েলাইজ কৰক । |
| 04:55 | এতিয়া মেথড আৰু কনস্ট্রাক্টৰৰ মাজত কিছো অন্তৰ দেখো । |
| 05:01 | কনস্ট্রাক্টৰৰ ওচৰত কোনো ৰিটার্ন টাইপ নাই। |
| 05:05 | যত মেথডৰ এটা ৰিটার্ন টাইপ আছে |
| 05:10 | কনস্ট্রাক্টৰক new অপাৰেটৰ ব্যবহাৰ কৰি কল কৰা হয়। |
| 05:16 | যিনেকি মেথডক dot অপাৰেটৰ ব্যবহাৰ কৰি কল কৰা হয়। |
| 05:21 | সেয়ে এইবিলাক হল মেথড আৰু কনস্ট্রাক্টৰৰ কিছো অন্তৰ হয় । |
| 05:29 | সেয়ে এই টিউটোৰিয়েলত আমি শিকিছো |
| 05:32 | ডিফল্ট কনস্ট্রাক্টৰ সম্পর্কে, |
| 05:34 | কনস্ট্রাক্টৰ সংজ্ঞায়িত কৰা। |
| 05:36 | আৰু মেথড আৰু কনস্ট্রাক্টৰৰ অন্তৰৰ সম্পর্কে। |
| 05:41 | আত্ম মূল্যায়নৰ বাবে , |
| 05:42 | ভ্যাৰিয়েবলৰ সৈতে Employee ক্লাস আৰু ভ্যাৰিয়েবলবোৰ চাবলৈ এটা মেথড তৈয়াৰ কৰক |
| 05:47 | আৰু Employee ক্লাসৰ বাবে এটা কনস্ট্রাক্টৰ তৈয়াৰ কৰক । |
| 05:52 | স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, |
| 05:54 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক । |
| 06:00 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
| 06:03 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
| 06:06 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
| 06:08 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. |
| 06:11 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. |
| 06:14 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
| 06:20 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
| 06:24 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
| 06:29 | ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
| 06:38 | আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিলো । |
| 06:40 | যোগদানৰ বাবে ধন্যবাদ। |
| 06:42 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . |