Difference between revisions of "Java/C2/Default-constructor/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 1: Line 1:
 
{| border=1
 
{| border=1
|| ''Time'''
+
|| '''Time'''
 
|| '''Narration'''  
 
|| '''Narration'''  
 
 
 
 
 
|-
 
|-
|  00:02
+
|00:02
 
|  জাভাত '''default constructor''' ৰ স্পকেন টিউটোৰিয়েলৈ আপনাক স্বাগতম ।
 
|  জাভাত '''default constructor''' ৰ স্পকেন টিউটোৰিয়েলৈ আপনাক স্বাগতম ।
 
|-
 
|-
|  00:07  
+
|00:07  
 
|  এই টিউটোৰিয়েলত আমি শিকিম
 
|  এই টিউটোৰিয়েলত আমি শিকিম
 
|-
 
|-
|  00:10
+
|00:10
 
|  default constructor সম্পর্কে,
 
|  default constructor সম্পর্কে,
  
 
|-
 
|-
|  00:12
+
|00:12
 
|  আৰু এটা '''constructor''' তৈয়াৰ কৰা
 
|  আৰু এটা '''constructor''' তৈয়াৰ কৰা
  
 
|-
 
|-
|  00:15
+
|00:15
 
|  এই টিউটোৰিয়েলত আমি  
 
|  এই টিউটোৰিয়েলত আমি  
 
উবুন্টু 11.10,  
 
উবুন্টু 11.10,  
Line 24: Line 24:
 
Eclipse 3.7 ব্যবহাৰ কৰিছো।  
 
Eclipse 3.7 ব্যবহাৰ কৰিছো।  
 
|-
 
|-
|  00:26
+
|00:26
 
|  এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনি জাভাত
 
|  এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনি জাভাত
 
|-
 
|-
|  00:29
+
|00:29
 
| eclipse বয়ৱহাৰ কৰি কেনেকৈ ক্লাস আৰু ক্লাসৰ অবজেক্ট তৈয়াৰ কৰে তাৰ সম্পর্কে জানিবই লাগিব।
 
| eclipse বয়ৱহাৰ কৰি কেনেকৈ ক্লাস আৰু ক্লাসৰ অবজেক্ট তৈয়াৰ কৰে তাৰ সম্পর্কে জানিবই লাগিব।
 
|-
 
|-
|  00:34
+
|00:34
 
| যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক (http://www.spoken-tutorial.org)  
 
| যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক (http://www.spoken-tutorial.org)  
  
 
|-
 
|-
|  00:42
+
|00:42
 
|  Constructor ইনস্ট্যান্স ভ্যাৰিয়েবলস ইনিসিয়েলাইজ কৰিবলৈ ব্যবহৃত হয়।
 
|  Constructor ইনস্ট্যান্স ভ্যাৰিয়েবলস ইনিসিয়েলাইজ কৰিবলৈ ব্যবহৃত হয়।
 
|-
 
|-
|  00:46  
+
|00:46  
 
| এইটোক নতুন অবজেক্ট তৈয়াৰ কৰা সময়ত কোরা হয়।
 
| এইটোক নতুন অবজেক্ট তৈয়াৰ কৰা সময়ত কোরা হয়।
  
 
|-
 
|-
|  00:46  
+
|00:46  
 
| এইটোক নতুন অবজেক্টৰ তৈয়াৰ হোৱা সময়ত কল কৰা হয়।
 
| এইটোক নতুন অবজেক্টৰ তৈয়াৰ হোৱা সময়ত কল কৰা হয়।
  
 
|-
 
|-
|  00:50
+
|00:50
 
|  এতিয়া চাও যে constructor জাভাত কিভাবে সংজ্ঞায় কৰা হৈছে।
 
|  এতিয়া চাও যে constructor জাভাত কিভাবে সংজ্ঞায় কৰা হৈছে।
  
 
|-
 
|-
|  00:55
+
|00:55
 
| সেয়ে এক্লীপ্সত, আমি ইতিমধ্যে '''Student.java''' নামৰ এটা জাভা ফাইল তৈয়াৰ কৰিছো ।
 
| সেয়ে এক্লীপ্সত, আমি ইতিমধ্যে '''Student.java''' নামৰ এটা জাভা ফাইল তৈয়াৰ কৰিছো ।
  
 
|-
 
|-
| 01:02
+
|01:02
 
|  Student ক্লাসত আমি দুটা ভ্যাৰিয়েবল ঘোষিত কৰিম।
 
|  Student ক্লাসত আমি দুটা ভ্যাৰিয়েবল ঘোষিত কৰিম।
  
 
|-
 
|-
|  01:07
+
|01:07
 
| সেয়ে লিখক '''int roll_number''' সেমিকোলন আৰু '''String name''' সেমিকোলন।
 
| সেয়ে লিখক '''int roll_number''' সেমিকোলন আৰু '''String name''' সেমিকোলন।
 
|-
 
|-
|  01:20
+
|01:20
 
|  এতিয়া এটা মেথড তৈয়াৰ কৰা হক ।
 
|  এতিয়া এটা মেথড তৈয়াৰ কৰা হক ।
  
 
|-
 
|-
|  01:22
+
|01:22
 
| সেয়ে লিখক  '''void studentDetail()'''
 
| সেয়ে লিখক  '''void studentDetail()'''
  
 
|-
 
|-
|  01:33
+
|01:33
 
| কাৰ্ড়লী বন্ধনীত লিখক '''System dot out dot println roll_number'''
 
| কাৰ্ড়লী বন্ধনীত লিখক '''System dot out dot println roll_number'''
  
 
|-
 
|-
|  01:50   
+
|01:50   
 
| তাৰপিছত '''System dot out dot println name'''
 
| তাৰপিছত '''System dot out dot println name'''
 
|-
 
|-
Line 79: Line 79:
  
 
|-
 
|-
|  02:08
+
|02:08
 
| সেয়ে এটা অবজেক্ট তৈয়াৰ কৰো আৰু মেথড কল কৰো ।
 
| সেয়ে এটা অবজেক্ট তৈয়াৰ কৰো আৰু মেথড কল কৰো ।
  
 
|-
 
|-
|  02:14
+
|02:14
 
| সেয়ে লিখক '''Student''' অবজেক্ট নেম '''stu''' ইকুয়েল টু '''new Student'''
 
| সেয়ে লিখক '''Student''' অবজেক্ট নেম '''stu''' ইকুয়েল টু '''new Student'''
  
 
|-
 
|-
|  02:28
+
|02:28
 
| তাৰপিছত '''stu''' ডট মেথড নেম '''studentDetail'''
 
| তাৰপিছত '''stu''' ডট মেথড নেম '''studentDetail'''
 
|-
 
|-
|  02:41
+
|02:41
 
|প্রোগ্রাম সংৰক্ষণ কৰক ৰান কৰক ।
 
|প্রোগ্রাম সংৰক্ষণ কৰক ৰান কৰক ।
  
 
|-
 
|-
|   02:46
+
|02:46
 
|   আমি দেখো যে আউটপুট হল শূন্য আৰু null.
 
|   আমি দেখো যে আউটপুট হল শূন্য আৰু null.
  
 
|-
 
|-
|  02:49
+
|02:49
 
| সেয়ে int ভ্যাৰিয়েবল '''roll_number''' তাৰ ডিফল্ট মান শূন্যলৈ ইনিসিয়েলাইজ কৰা হৈছে।
 
| সেয়ে int ভ্যাৰিয়েবল '''roll_number''' তাৰ ডিফল্ট মান শূন্যলৈ ইনিসিয়েলাইজ কৰা হৈছে।
  
 
|-
 
|-
|  02:56
+
|02:56
 
|আৰু স্ট্রিং নাম তাৰ ডিফল্ট মান '''null'''লৈ ইনিসিয়েলাইজ কৰা হৈছে।
 
|আৰু স্ট্রিং নাম তাৰ ডিফল্ট মান '''null'''লৈ ইনিসিয়েলাইজ কৰা হৈছে।
  
 
|-
 
|-
|  03:02
+
|03:02
 
| আমি যদি constructor সংজ্ঞায় নকৰো তেনেহলে ডিফল্ট কনস্ট্রাক্টৰ তৈয়াৰ কৰা হব।
 
| আমি যদি constructor সংজ্ঞায় নকৰো তেনেহলে ডিফল্ট কনস্ট্রাক্টৰ তৈয়াৰ কৰা হব।
  
 
|-
 
|-
|  03:08     
+
|03:08     
 
| ডিফল্ট কনস্ট্রাক্টৰৰ কোনো প্যাৰামিটাৰ নাথাকে ।
 
| ডিফল্ট কনস্ট্রাক্টৰৰ কোনো প্যাৰামিটাৰ নাথাকে ।
  
 
|-
 
|-
|  03:11
+
|03:11
 
| ই ইনস্ট্যান্স ভ্যাৰিয়েবলক তাৰ ডিফল্ট মানলৈ ইনিসিয়েলাইজ কৰে।
 
| ই ইনস্ট্যান্স ভ্যাৰিয়েবলক তাৰ ডিফল্ট মানলৈ ইনিসিয়েলাইজ কৰে।
  
 
|-
 
|-
|  03:16
+
|03:16
 
| এতিয়া এটা কনস্ট্রাক্টৰ সংজ্ঞায় কৰো ।
 
| এতিয়া এটা কনস্ট্রাক্টৰ সংজ্ঞায় কৰো ।
  
 
|-
 
|-
|  03:18
+
|03:18
 
| সেয়ে লিখক '''Student''' প্রথম বন্ধনী আৰু কাৰ্ড়লী বন্ধনী।
 
| সেয়ে লিখক '''Student''' প্রথম বন্ধনী আৰু কাৰ্ড়লী বন্ধনী।
  
 
|-
 
|-
|  03:30
+
|03:30
 
| মনত ৰাখক যে কনস্ট্রাক্টৰৰ নাম ক্লাস নামৰ মতে একে থকা দৰকাৰ।  
 
| মনত ৰাখক যে কনস্ট্রাক্টৰৰ নাম ক্লাস নামৰ মতে একে থকা দৰকাৰ।  
 
|-
 
|-
| 03:38
+
|03:38
 
|  কনস্ট্রাক্টৰও মেথডৰ অনুৰুপ হয় কিন্তু তাত  কিছু গুৰুত্বপূর্ণ তফাৎ আাছে।  
 
|  কনস্ট্রাক্টৰও মেথডৰ অনুৰুপ হয় কিন্তু তাত  কিছু গুৰুত্বপূর্ণ তফাৎ আাছে।  
  
 
|-
 
|-
|  03:44
+
|03:44
 
|   প্রোগ্রাম সংৰক্ষণ কৰক ৰান কৰক।
 
|   প্রোগ্রাম সংৰক্ষণ কৰক ৰান কৰক।
  
 
|-
 
|-
|  03:48
+
|03:48
 
|  আমি একেই আউটপুট দেখিব পাৰো।
 
|  আমি একেই আউটপুট দেখিব পাৰো।
  
 
|-
 
|-
|  03:51  
+
|03:51  
 
| ইয়াৰ কাৰন হল কনস্ট্রাক্টৰ যি আমি সংজ্ঞায়িত কৰিছো তাৰ কনস্ট্রাক্টৰ নাথাকাৰ নিচিনা হয়।
 
| ইয়াৰ কাৰন হল কনস্ট্রাক্টৰ যি আমি সংজ্ঞায়িত কৰিছো তাৰ কনস্ট্রাক্টৰ নাথাকাৰ নিচিনা হয়।
  
 
|-
 
|-
|  03:58
+
|03:58
 
| কিন্তু ইয়াত কোনো ডিফল্ট কনস্ট্রাক্টৰ তৈয়াৰ কৰা হোৱা নাই কাৰণ আমি এটা কনস্ট্রাক্টৰ সংজ্ঞায়িত কৰিছো ।
 
| কিন্তু ইয়াত কোনো ডিফল্ট কনস্ট্রাক্টৰ তৈয়াৰ কৰা হোৱা নাই কাৰণ আমি এটা কনস্ট্রাক্টৰ সংজ্ঞায়িত কৰিছো ।
  
 
|-
 
|-
|  04:06
+
|04:06
 
|  এতিয়া আমি  ভ্যাৰিয়েবলৰ মান দিও।
 
|  এতিয়া আমি  ভ্যাৰিয়েবলৰ মান দিও।
  
 
|-
 
|-
|  04:11
+
|04:11
 
| সেয়ে কনস্ট্রাক্টৰৰ ভিতৰত লিখক '''roll_number''' ইকুয়েল টু '''10''' সেমিকোলন।
 
| সেয়ে কনস্ট্রাক্টৰৰ ভিতৰত লিখক '''roll_number''' ইকুয়েল টু '''10''' সেমিকোলন।
  
 
|-
 
|-
|  04:25
+
|04:25
 
| আৰু '''name''' ইকুয়েল টু ডাবল উদ্ধৃতি চিনহত '''Raman'''
 
| আৰু '''name''' ইকুয়েল টু ডাবল উদ্ধৃতি চিনহত '''Raman'''
 
|-
 
|-
|  04:35
+
|04:35
 
| এখন প্রোগ্রাম সংৰক্ষণ কৰক ৰান কৰক।
 
| এখন প্রোগ্রাম সংৰক্ষণ কৰক ৰান কৰক।
  
 
|-
 
|-
| 04:43  
+
|04:43  
 
|   আমি আউটপুটত দেখো যে '''roll_number''' হল '''10''' আৰু '''name''' হল''' Raman'''.
 
|   আমি আউটপুটত দেখো যে '''roll_number''' হল '''10''' আৰু '''name''' হল''' Raman'''.
 
|-
 
|-
|  04:50
+
|04:50
 
| সেয়ে কনস্ট্রাক্টৰ ইনস্ট্যান্স ফীল্ড ইনিসিয়েলাইজ কৰক ।
 
| সেয়ে কনস্ট্রাক্টৰ ইনস্ট্যান্স ফীল্ড ইনিসিয়েলাইজ কৰক ।
 
|-
 
|-
|  04:55
+
|04:55
 
|   এতিয়া মেথড আৰু কনস্ট্রাক্টৰৰ মাজত কিছো অন্তৰ দেখো ।
 
|   এতিয়া মেথড আৰু কনস্ট্রাক্টৰৰ মাজত কিছো অন্তৰ দেখো ।
  
 
|-
 
|-
|  05:01
+
|05:01
 
| কনস্ট্রাক্টৰৰ ওচৰত কোনো ৰিটার্ন টাইপ নাই।
 
| কনস্ট্রাক্টৰৰ ওচৰত কোনো ৰিটার্ন টাইপ নাই।
  
 
|-
 
|-
|  05:05
+
|05:05
 
|যত মেথডৰ এটা ৰিটার্ন টাইপ আছে  
 
|যত মেথডৰ এটা ৰিটার্ন টাইপ আছে  
  
 
|-
 
|-
|   05:10
+
|05:10
 
|  কনস্ট্রাক্টৰক '''new''' অপাৰেটৰ ব্যবহাৰ কৰি  কল কৰা হয়।
 
|  কনস্ট্রাক্টৰক '''new''' অপাৰেটৰ ব্যবহাৰ কৰি  কল কৰা হয়।
  
 
|-
 
|-
|  05:16
+
|05:16
 
|যিনেকি মেথডক '''dot''' অপাৰেটৰ ব্যবহাৰ কৰি কল কৰা হয়।
 
|যিনেকি মেথডক '''dot''' অপাৰেটৰ ব্যবহাৰ কৰি কল কৰা হয়।
  
 
|-
 
|-
|  05:21
+
|05:21
 
| সেয়ে এইবিলাক হল মেথড আৰু কনস্ট্রাক্টৰৰ কিছো অন্তৰ হয় ।
 
| সেয়ে এইবিলাক হল মেথড আৰু কনস্ট্রাক্টৰৰ কিছো অন্তৰ হয় ।
 
|-
 
|-
|  05:29
+
|05:29
 
|   সেয়ে এই টিউটোৰিয়েলত আমি শিকিছো
 
|   সেয়ে এই টিউটোৰিয়েলত আমি শিকিছো
  
 
|-
 
|-
|  05:32  
+
|05:32  
 
| ডিফল্ট কনস্ট্রাক্টৰ সম্পর্কে,
 
| ডিফল্ট কনস্ট্রাক্টৰ সম্পর্কে,
 
|-
 
|-
|  05:34
+
|05:34
 
|কনস্ট্রাক্টৰ সংজ্ঞায়িত কৰা।
 
|কনস্ট্রাক্টৰ সংজ্ঞায়িত কৰা।
 
|-
 
|-
|  05:36
+
|05:36
 
| আৰু মেথড আৰু কনস্ট্রাক্টৰৰ অন্তৰৰ সম্পর্কে।
 
| আৰু মেথড আৰু কনস্ট্রাক্টৰৰ অন্তৰৰ সম্পর্কে।
  
 
|-
 
|-
|  05:41
+
|05:41
 
|  আত্ম মূল্যায়নৰ বাবে ,
 
|  আত্ম মূল্যায়নৰ বাবে ,
  
 
|-
 
|-
|  05:42
+
|05:42
 
| ভ্যাৰিয়েবলৰ সৈতে '''Employee''' ক্লাস আৰু ভ্যাৰিয়েবলবোৰ চাবলৈ এটা মেথড তৈয়াৰ কৰক  
 
| ভ্যাৰিয়েবলৰ সৈতে '''Employee''' ক্লাস আৰু ভ্যাৰিয়েবলবোৰ চাবলৈ এটা মেথড তৈয়াৰ কৰক  
 
|-
 
|-
|  05:47
+
|05:47
 
|আৰু  '''Employee''' ক্লাসৰ বাবে এটা কনস্ট্রাক্টৰ তৈয়াৰ কৰক ।
 
|আৰু  '''Employee''' ক্লাসৰ বাবে এটা কনস্ট্রাক্টৰ তৈয়াৰ কৰক ।
 
|-
 
|-
|  05:52
+
|05:52
 
| স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ,
 
| স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ,
  
 
|-
 
|-
|  05:54
+
|05:54
 
|  এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
 
|  এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
 
|-
 
|-
|  06:00
+
|06:00
 
|  কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
 
|  কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
  
 
|-
 
|-
|  06:03
+
|06:03
 
|যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
 
|যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
  
 
|-
 
|-
|  06:06
+
|06:06
 
|  কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
 
|  কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
  
 
|-
 
|-
|  06:08
+
|06:08
 
| কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.  
 
| কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.  
  
 
|-
 
|-
|  06:11
+
|06:11
 
| এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.  
 
| এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.  
  
 
|-
 
|-
|  06:14
+
|06:14
 
| অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
 
| অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
  
 
|-
 
|-
| 06:20
+
|06:20
 
|  কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
 
|  কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
  
 
|-
 
|-
|  06:24
+
|06:24
 
|  ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
 
|  ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
  
 
|-
 
|-
|  06:29
+
|06:29
 
| ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
 
| ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
  
 
|-
 
|-
|  06:38
+
|06:38
 
|আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিলো ।
 
|আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিলো ।
  
 
|-
 
|-
|  06:40
+
|06:40
 
| যোগদানৰ বাবে ধন্যবাদ।
 
| যোগদানৰ বাবে ধন্যবাদ।
  
 
|-
 
|-
|  06:42
+
|06:42
 
| আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . 
 
| আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . 

Revision as of 11:52, 23 June 2014

Time Narration

 

00:02   জাভাত default constructor ৰ স্পকেন টিউটোৰিয়েলৈ আপনাক স্বাগতম ।
00:07   এই টিউটোৰিয়েলত আমি শিকিম
00:10   default constructor সম্পর্কে,
00:12   আৰু এটা constructor তৈয়াৰ কৰা
00:15   এই টিউটোৰিয়েলত আমি

উবুন্টু 11.10, JDK 1.6 আৰু Eclipse 3.7 ব্যবহাৰ কৰিছো।

00:26   এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনি জাভাত
00:29 eclipse বয়ৱহাৰ কৰি কেনেকৈ ক্লাস আৰু ক্লাসৰ অবজেক্ট তৈয়াৰ কৰে তাৰ সম্পর্কে জানিবই লাগিব।
00:34 যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক (http://www.spoken-tutorial.org)
00:42   Constructor ইনস্ট্যান্স ভ্যাৰিয়েবলস ইনিসিয়েলাইজ কৰিবলৈ ব্যবহৃত হয়।
00:46 এইটোক নতুন অবজেক্ট তৈয়াৰ কৰা সময়ত কোরা হয়।
00:46 এইটোক নতুন অবজেক্টৰ তৈয়াৰ হোৱা সময়ত কল কৰা হয়।
00:50   এতিয়া চাও যে constructor জাভাত কিভাবে সংজ্ঞায় কৰা হৈছে।
00:55 সেয়ে এক্লীপ্সত, আমি ইতিমধ্যে Student.java নামৰ এটা জাভা ফাইল তৈয়াৰ কৰিছো ।
01:02   Student ক্লাসত আমি দুটা ভ্যাৰিয়েবল ঘোষিত কৰিম।
01:07 সেয়ে লিখক int roll_number সেমিকোলন আৰু String name সেমিকোলন।
01:20   এতিয়া এটা মেথড তৈয়াৰ কৰা হক ।
01:22 সেয়ে লিখক  void studentDetail()
01:33 কাৰ্ড়লী বন্ধনীত লিখক System dot out dot println roll_number
01:50  তাৰপিছত System dot out dot println name
02:03     এতিয়া মেন মেথডত আমি এই মেথড কল কৰিম।
02:08 সেয়ে এটা অবজেক্ট তৈয়াৰ কৰো আৰু মেথড কল কৰো ।
02:14 সেয়ে লিখক Student অবজেক্ট নেম stu ইকুয়েল টু new Student
02:28 তাৰপিছত stu ডট মেথড নেম studentDetail
02:41 প্রোগ্রাম সংৰক্ষণ কৰক ৰান কৰক ।
02:46    আমি দেখো যে আউটপুট হল শূন্য আৰু null.
02:49 সেয়ে int ভ্যাৰিয়েবল roll_number তাৰ ডিফল্ট মান শূন্যলৈ ইনিসিয়েলাইজ কৰা হৈছে।
02:56 আৰু স্ট্রিং নাম তাৰ ডিফল্ট মান nullলৈ ইনিসিয়েলাইজ কৰা হৈছে।
03:02 আমি যদি constructor সংজ্ঞায় নকৰো তেনেহলে ডিফল্ট কনস্ট্রাক্টৰ তৈয়াৰ কৰা হব।
03:08    ডিফল্ট কনস্ট্রাক্টৰৰ কোনো প্যাৰামিটাৰ নাথাকে ।
03:11 ই ইনস্ট্যান্স ভ্যাৰিয়েবলক তাৰ ডিফল্ট মানলৈ ইনিসিয়েলাইজ কৰে।
03:16 এতিয়া এটা কনস্ট্রাক্টৰ সংজ্ঞায় কৰো ।
03:18 সেয়ে লিখক Student প্রথম বন্ধনী আৰু কাৰ্ড়লী বন্ধনী।
03:30 মনত ৰাখক যে কনস্ট্রাক্টৰৰ নাম ক্লাস নামৰ মতে একে থকা দৰকাৰ।
03:38   কনস্ট্রাক্টৰও মেথডৰ অনুৰুপ হয় কিন্তু তাত  কিছু গুৰুত্বপূর্ণ তফাৎ আাছে।
03:44    প্রোগ্রাম সংৰক্ষণ কৰক ৰান কৰক।
03:48   আমি একেই আউটপুট দেখিব পাৰো।
03:51 ইয়াৰ কাৰন হল কনস্ট্রাক্টৰ যি আমি সংজ্ঞায়িত কৰিছো তাৰ কনস্ট্রাক্টৰ নাথাকাৰ নিচিনা হয়।
03:58 কিন্তু ইয়াত কোনো ডিফল্ট কনস্ট্রাক্টৰ তৈয়াৰ কৰা হোৱা নাই কাৰণ আমি এটা কনস্ট্রাক্টৰ সংজ্ঞায়িত কৰিছো ।
04:06   এতিয়া আমি  ভ্যাৰিয়েবলৰ মান দিও।
04:11 সেয়ে কনস্ট্রাক্টৰৰ ভিতৰত লিখক roll_number ইকুয়েল টু 10 সেমিকোলন।
04:25 আৰু name ইকুয়েল টু ডাবল উদ্ধৃতি চিনহত Raman
04:35 এখন প্রোগ্রাম সংৰক্ষণ কৰক ৰান কৰক।
04:43    আমি আউটপুটত দেখো যে roll_number হল 10 আৰু name হল Raman.
04:50 সেয়ে কনস্ট্রাক্টৰ ইনস্ট্যান্স ফীল্ড ইনিসিয়েলাইজ কৰক ।
04:55    এতিয়া মেথড আৰু কনস্ট্রাক্টৰৰ মাজত কিছো অন্তৰ দেখো ।
05:01 কনস্ট্রাক্টৰৰ ওচৰত কোনো ৰিটার্ন টাইপ নাই।
05:05 যত মেথডৰ এটা ৰিটার্ন টাইপ আছে
05:10   কনস্ট্রাক্টৰক new অপাৰেটৰ ব্যবহাৰ কৰি  কল কৰা হয়।
05:16 যিনেকি মেথডক dot অপাৰেটৰ ব্যবহাৰ কৰি কল কৰা হয়।
05:21 সেয়ে এইবিলাক হল মেথড আৰু কনস্ট্রাক্টৰৰ কিছো অন্তৰ হয় ।
05:29    সেয়ে এই টিউটোৰিয়েলত আমি শিকিছো
05:32 ডিফল্ট কনস্ট্রাক্টৰ সম্পর্কে,
05:34 কনস্ট্রাক্টৰ সংজ্ঞায়িত কৰা।
05:36 আৰু মেথড আৰু কনস্ট্রাক্টৰৰ অন্তৰৰ সম্পর্কে।
05:41   আত্ম মূল্যায়নৰ বাবে ,
05:42 ভ্যাৰিয়েবলৰ সৈতে Employee ক্লাস আৰু ভ্যাৰিয়েবলবোৰ চাবলৈ এটা মেথড তৈয়াৰ কৰক
05:47 আৰু  Employee ক্লাসৰ বাবে এটা কনস্ট্রাক্টৰ তৈয়াৰ কৰক ।
05:52  স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ,
05:54   এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
06:00   কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
06:03 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
06:06   কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
06:08 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
06:11  এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
06:14  অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
06:20   কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
06:24   ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
06:29 ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
06:38 আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিলো ।
06:40 যোগদানৰ বাবে ধন্যবাদ।
06:42 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . 

Contributors and Content Editors

Mousumi, Pratik kamble