Difference between revisions of "Java/C2/Default-constructor/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with '{| border=1 || ''Time''' || '''Narration'''   |- |  00:02 |  জাভাত '''default constructor''' ৰ স্পকেন টিউটোৰিয়েলৈ আপন…')
 
Line 23: Line 23:
 
JDK 1.6 আৰু  
 
JDK 1.6 আৰু  
 
Eclipse 3.7 ব্যবহাৰ কৰিছো।  
 
Eclipse 3.7 ব্যবহাৰ কৰিছো।  
 
 
 
|-
 
|-
 
|  00:26
 
|  00:26
Line 31: Line 29:
 
|  00:29
 
|  00:29
 
| eclipse বয়ৱহাৰ কৰি কেনেকৈ ক্লাস আৰু ক্লাসৰ অবজেক্ট তৈয়াৰ কৰে তাৰ সম্পর্কে জানিবই লাগিব।
 
| eclipse বয়ৱহাৰ কৰি কেনেকৈ ক্লাস আৰু ক্লাসৰ অবজেক্ট তৈয়াৰ কৰে তাৰ সম্পর্কে জানিবই লাগিব।
 
 
 
|-
 
|-
 
|  00:34
 
|  00:34
Line 124: Line 120:
 
|  03:16
 
|  03:16
 
| এতিয়া এটা কনস্ট্রাক্টৰ সংজ্ঞায় কৰো ।
 
| এতিয়া এটা কনস্ট্রাক্টৰ সংজ্ঞায় কৰো ।
 
  
 
|-
 
|-
Line 132: Line 127:
 
|-
 
|-
 
|  03:30
 
|  03:30
| মনত ৰাখক যে কনস্ট্রাক্টৰৰ নাম ক্লাস নামৰ মতে একে থকা দৰকাৰ। **********
+
| মনত ৰাখক যে কনস্ট্রাক্টৰৰ নাম ক্লাস নামৰ মতে একে থকা দৰকাৰ।  
 
|-
 
|-
 
| 03:38
 
| 03:38
|  কনস্ট্রাক্টৰও মেথডৰ অনুৰুপ হয় কিন্তু তাত  কিছু গুৰুত্বপূর্ণ তফাৎ আাছে। *******
+
|  কনস্ট্রাক্টৰও মেথডৰ অনুৰুপ হয় কিন্তু তাত  কিছু গুৰুত্বপূর্ণ তফাৎ আাছে।  
  
 
|-
 
|-
Line 235: Line 230:
 
|  06:00
 
|  06:00
 
|  কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
 
|  কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
 
  
 
|-
 
|-
 
|  06:03
 
|  06:03
 
|যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
 
|যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
 
  
 
|-
 
|-
 
|  06:06
 
|  06:06
 
|  কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
 
|  কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
 
  
 
|-
 
|-
 
|  06:08
 
|  06:08
 
| কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.  
 
| কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.  
 
  
 
|-
 
|-
 
|  06:11
 
|  06:11
 
| এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.  
 
| এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.  
 
  
 
|-
 
|-
Line 264: Line 254:
 
| 06:20
 
| 06:20
 
|  কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
 
|  কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
 
  
 
|-
 
|-
 
|  06:24
 
|  06:24
 
|  ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
 
|  ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
 
  
 
|-
 
|-
 
|  06:29
 
|  06:29
 
| ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
 
| ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
 
  
 
|-
 
|-

Revision as of 13:27, 10 February 2014

Time' Narration

 

  00:02   জাভাত default constructor ৰ স্পকেন টিউটোৰিয়েলৈ আপনাক স্বাগতম ।
  00:07   এই টিউটোৰিয়েলত আমি শিকিম
  00:10   default constructor সম্পর্কে,
  00:12   আৰু এটা constructor তৈয়াৰ কৰা
  00:15   এই টিউটোৰিয়েলত আমি

উবুন্টু 11.10, JDK 1.6 আৰু Eclipse 3.7 ব্যবহাৰ কৰিছো।

  00:26   এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনি জাভাত
  00:29 eclipse বয়ৱহাৰ কৰি কেনেকৈ ক্লাস আৰু ক্লাসৰ অবজেক্ট তৈয়াৰ কৰে তাৰ সম্পর্কে জানিবই লাগিব।
  00:34 যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক (http://www.spoken-tutorial.org)
  00:42   Constructor ইনস্ট্যান্স ভ্যাৰিয়েবলস ইনিসিয়েলাইজ কৰিবলৈ ব্যবহৃত হয়।
  00:46 এইটোক নতুন অবজেক্ট তৈয়াৰ কৰা সময়ত কোরা হয়।
  00:46 এইটোক নতুন অবজেক্টৰ তৈয়াৰ হোৱা সময়ত কল কৰা হয়।
  00:50   এতিয়া চাও যে constructor জাভাত কিভাবে সংজ্ঞায় কৰা হৈছে।
  00:55 সেয়ে এক্লীপ্সত, আমি ইতিমধ্যে Student.java নামৰ এটা জাভা ফাইল তৈয়াৰ কৰিছো ।
01:02   Student ক্লাসত আমি দুটা ভ্যাৰিয়েবল ঘোষিত কৰিম।
  01:07 সেয়ে লিখক int roll_number সেমিকোলন আৰু String name সেমিকোলন।
  01:20   এতিয়া এটা মেথড তৈয়াৰ কৰা হক ।
  01:22 সেয়ে লিখক  void studentDetail()
  01:33 কাৰ্ড়লী বন্ধনীত লিখক System dot out dot println roll_number
  01:50  তাৰপিছত System dot out dot println name
02:03     এতিয়া মেন মেথডত আমি এই মেথড কল কৰিম।
  02:08 সেয়ে এটা অবজেক্ট তৈয়াৰ কৰো আৰু মেথড কল কৰো ।
  02:14 সেয়ে লিখক Student অবজেক্ট নেম stu ইকুয়েল টু new Student
  02:28 তাৰপিছত stu ডট মেথড নেম studentDetail
  02:41 প্রোগ্রাম সংৰক্ষণ কৰক ৰান কৰক ।
   02:46    আমি দেখো যে আউটপুট হল শূন্য আৰু null.
  02:49 সেয়ে int ভ্যাৰিয়েবল roll_number তাৰ ডিফল্ট মান শূন্যলৈ ইনিসিয়েলাইজ কৰা হৈছে।
  02:56 আৰু স্ট্রিং নাম তাৰ ডিফল্ট মান nullলৈ ইনিসিয়েলাইজ কৰা হৈছে।
  03:02 আমি যদি constructor সংজ্ঞায় নকৰো তেনেহলে ডিফল্ট কনস্ট্রাক্টৰ তৈয়াৰ কৰা হব।
  03:08    ডিফল্ট কনস্ট্রাক্টৰৰ কোনো প্যাৰামিটাৰ নাথাকে ।
  03:11 ই ইনস্ট্যান্স ভ্যাৰিয়েবলক তাৰ ডিফল্ট মানলৈ ইনিসিয়েলাইজ কৰে।
  03:16 এতিয়া এটা কনস্ট্রাক্টৰ সংজ্ঞায় কৰো ।
  03:18 সেয়ে লিখক Student প্রথম বন্ধনী আৰু কাৰ্ড়লী বন্ধনী।
  03:30 মনত ৰাখক যে কনস্ট্রাক্টৰৰ নাম ক্লাস নামৰ মতে একে থকা দৰকাৰ।
03:38   কনস্ট্রাক্টৰও মেথডৰ অনুৰুপ হয় কিন্তু তাত  কিছু গুৰুত্বপূর্ণ তফাৎ আাছে।
  03:44    প্রোগ্রাম সংৰক্ষণ কৰক ৰান কৰক।
  03:44    প্রোগ্রাম সংৰক্ষণ কৰক ৰান কৰক।
  03:48   আমি একেই আউটপুট দেখিব পাৰো।
  03:51 ইয়াৰ কাৰন হল কনস্ট্রাক্টৰ যি আমি সংজ্ঞায়িত কৰিছো তাৰ কনস্ট্রাক্টৰ নাথাকাৰ নিচিনা হয়।
  03:58 কিন্তু ইয়াত কোনো ডিফল্ট কনস্ট্রাক্টৰ তৈয়াৰ কৰা হোৱা নাই কাৰণ আমি এটা কনস্ট্রাক্টৰ সংজ্ঞায়িত কৰিছো ।
  04:06   এতিয়া আমি  ভ্যাৰিয়েবলৰ মান দিও।
  04:11 সেয়ে কনস্ট্রাক্টৰৰ ভিতৰত লিখক roll_number ইকুয়েল টু 10 সেমিকোলন।
  04:25 আৰু name ইকুয়েল টু ডাবল উদ্ধৃতি চিনহত Raman
  04:35 এখন প্রোগ্রাম সংৰক্ষণ কৰক ৰান কৰক।
04:43    আমি আউটপুটত দেখো যে roll_number হল 10 আৰু name হল Raman.
  04:50 সেয়ে কনস্ট্রাক্টৰ ইনস্ট্যান্স ফীল্ড ইনিসিয়েলাইজ কৰক ।
  04:55    এতিয়া মেথড আৰু কনস্ট্রাক্টৰৰ মাজত কিছো অন্তৰ দেখো ।
  05:01 কনস্ট্রাক্টৰৰ ওচৰত কোনো ৰিটার্ন টাইপ নাই।
  05:05 যত মেথডৰ এটা ৰিটার্ন টাইপ আছে
   05:10   কনস্ট্রাক্টৰক new অপাৰেটৰ ব্যবহাৰ কৰি  কল কৰা হয়।
  05:16 যিনেকি মেথডক dot অপাৰেটৰ ব্যবহাৰ কৰি কল কৰা হয়।
  05:21 সেয়ে এইবিলাক হল মেথড আৰু কনস্ট্রাক্টৰৰ কিছো অন্তৰ হয় ।
  05:29    সেয়ে এই টিউটোৰিয়েলত আমি শিকিছো
  05:32 ডিফল্ট কনস্ট্রাক্টৰ সম্পর্কে,
  05:34 কনস্ট্রাক্টৰ সংজ্ঞায়িত কৰা।
  05:36 আৰু মেথড আৰু কনস্ট্রাক্টৰৰ অন্তৰৰ সম্পর্কে।
  05:41   আত্ম মূল্যায়নৰ বাবে ,
  05:42 ভ্যাৰিয়েবলৰ সৈতে Employee ক্লাস আৰু ভ্যাৰিয়েবলবোৰ চাবলৈ এটা মেথড তৈয়াৰ কৰক
  05:47 আৰু  Employee ক্লাসৰ বাবে এটা কনস্ট্রাক্টৰ তৈয়াৰ কৰক ।
  05:52  স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ,
  05:54   এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
  06:00   কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
  06:03 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
  06:06   কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
  06:08 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
  06:11  এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
  06:14  অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
06:20   কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
  06:24   ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
  06:29 ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
  06:38 আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিলো ।
  06:40 যোগদানৰ বাবে ধন্যবাদ।
  06:42 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . 

Contributors and Content Editors

Mousumi, Pratik kamble