Firefox/C3/Popups/Assamese

From Script | Spoken-Tutorial
Revision as of 13:02, 12 March 2015 by Anamika (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:00 মোজিলা ফায়াৰফক্সত (Mozilla Firefox) পপ আপ আৰু ইমেজ অপশন সেটিংসৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:07 এই টিউটোৰিয়েলত আমি পপ আপ আৰু ইমেজ প্রেফাৰেন্সস সেট কৰা শিকিম।
00:13 টুলবাৰ কাস্টমাইজ কৰা।
00:15 পপ আপ উইন্ডোজ, বা পপ আপ, উইন্ডোজ হয়, যি আপোনাৰ অনুমতি নোহোৱাকৈ স্বয়ংক্রিয়ভাবে প্রদর্শিত হয়।
00:21 সিহত আকাৰত ভিন্ন হয়, কিন্তু সাধাৰণতে গোটেই স্ক্রিনখন ঘিৰাই নিদিয়ে।
00:27 কিছু পপ-আপ বর্তমান ফায়াৰফক্স উইন্ডোৰ উপৰত খোলে, যতনেকি অন্যবোৰ ফায়াৰফক্সৰ তলত প্রদর্শিত হয়।
00:37 pop-up ভীষণ বিৰক্তিকৰ হৈ য়ায় আৰু সেয়ে আপোনি তাক নিষ্ক্রিয় কৰিবলৈ চাই।
00:42 এই টিউটোৰিয়েলত আমি ফায়াৰফক্স সংস্কৰণ 7.0 ব্যবহাৰ কৰিছো যি উবুন্টু 10.04ত উপলব্ধ।
00:50 এটা ফায়াৰফক্স ব্রাউজাৰ খুলো।
00:53 URL বাৰত লিখক, ‘www.popuptest.com’
01:01 ENTER কী টিপক।
01:03 এই সাইটে আপোনাক কয় যে pop-up কি।
01:07 'Multi-PopUp Test' লিঙ্কত টিপক।
01:12 আপোনি 6 টা পপ আপস দেখিব।
01:20 Backত টিপক।
01:22 আৰো 2 টা পপ আপ প্রদর্শিত হয়। চাওক সিহত কিভাবে বিৰক্তিকৰ হয়?
01:28 ফায়াৰফক্সে pop-ups আৰু pop-unders নিয়ন্ত্রণ কৰাৰ অনুমতি দিয়ে। এইটোক Edit আৰু তাৰপিছত Preferencesত টিপি কৰা হয়।
01:37 উইন্ডোজ ইউসাৰ, অনুগ্ৰহ কৰি Tools আৰু তাৰপিছত Optionsত টিপক।
01:43 Preferences উইন্ডোত Content ট্যাবত টিপক।
01:48 ডিফল্টৰুপে Block pop-up windows অপসন ইতিমধে অন থাকে।
01:53 নহলে এইটোক আপোনি চোৱা দৰকাৰ।
01:56 সেয়ে pop-up প্রদর্শনক প্রতিৰোধ কৰিবলৈ এইটোক সক্ষম কৰাৰ সমপৰ্কে চিন্তাৰ প্রয়োজন নাই।
02:02 এতিয়া আপোনি Close বোতামত টিপি Firefox Preferences উইন্ডোটো বন্ধ কৰিবলৈ পাৰিব।
02:09 আপোনি এক্সেপশন ও বাছিব পাৰিব।
02:12 এক্সেপশন সাইট বোৰ হয় যাৰ পপ-আপ আপোনাৰ বাবে গ্রহণযোগ্য হয়।
02:17 Edit আৰু তাৰপিছত Preferencesত টিপক।
02:20 উইন্ডোজ ইউসাৰ অনুগ্ৰহ কৰি Tools আৰু তাৰপিছত Optionsত টিপক।
02:26 এক্সেপশন যোগ কৰিবলৈ, Block pop-up windows ফীল্ডৰ পাশৰ Exceptions বোতামত টিপক।
02:34 এইটোৱে এটা ডায়লগ বাক্স খোলে।
02:37 Address of website ফীল্ডত ‘www.google.com’ লিখক।
02:44 Allow বোতামত টিপক।
02:46 Closeত টিপি ডায়লগ বক্স বন্ধ কৰক।
02:50 Closeত টিপি প্রেফাৰেন্সস ডায়লগ বাক্স বন্ধ কৰক।
02:55 এতিয়া google.com ৰ বাহিৰে সকলো সাইটৰ পৰা পপ-আপ অস্বীকৃত হয়।
03:01 URL বাৰত ‘www.popuptest.com’ লিখক আৰু Enter কী টিপক।
03:09 'Multi-PopUp Test' লিঙ্কত টিপক।
03:12 এটাও পপ-আপ প্রদর্শিত হোৱা নাই।
03:15 আপোনাৰ পপ-আপ ব্লকাৰ এতিয়া কার্যকৰ।
03:20 ইমেজেস ডাউনলোড হবলৈ সময় আৰু ব্যান্ডউইথ লাগে।
03:24 মোজিলা ফায়াৰফক্সত ইমেজ নির্বাচন কৰি ডাউনলোড বন্ধ কৰাৰ এটা বিকল্প আছে।
03:30 Edit আৰু Preferencesত টিপক।
03:33 উইন্ডোজ ইউসাৰ, অনুগ্ৰহ কৰি  Tools আৰু Optionsত টিপক।
03:39 Preferences ডায়লগ বক্সত  Content ট্যাবত টিপক।
03:44 Load images automatically চেক বাক্স অক্ষম কৰক।
03:49 Closeত টিপি ডায়লগ বক্স বন্ধ কৰক।
03:53 এতিয়া সার্চ বাৰত, Flowers লিখক আৰু Enter কী টিপক।
04:00 গুগল হোম পেজৰ পৰা 'Images'ত টিপক।
04:04 প্রদর্শিত প্রথম ইমেজ লিঙ্কত টিপক।
04:08 আমি দেখো যে ইমেজ লোড হোৱা নাই।
04:12 মোজিলা ফায়াৰফক্সে, টুলবাৰ কাস্টমাইজ কৰিবলৈ অনেকবোৰ বিকল্প প্রদান কৰে।
04:18 ধৰক, আমি কোনো টুলবাৰ লুকোবলৈ চাও। যেনে Menu bar
04:23 Menu bar এৰ খালি বিভাগত ৰাইট ক্লিক কৰি,
04:27 এইটোক আনচেক কৰক।
04:30 Menu bar আকৌ এবাৰ দেখিবলৈ, টুলবাৰৰ খালি বিভাগত আকৌ এবাৰ ৰাইট ক্লিক কৰক।
04:36 এতিয়া Menu bar অপসন চাওক।
04:40 টুলবাৰ কাস্টমাইজ কৰিবলৈ এইটোক অ্যাডভান্সড অপসন্স প্রদান কৰে। কিছু অপসন্স চাও।
04:46 টুলবাৰত এটা আইকন যোগ কৰো, যিয়ে আমাক এটা ক্লিকত ওয়েব পেজ প্রিন্ট কৰাৰ অনুমতি দিব।
04:54 টুলবাৰৰ খালি বিভাগত ৰাইট ক্লিক কৰক।
04:58 Customizeত টিপক।
05:00 Customize Toolbar ডায়লগ বাক্স প্রদর্শিত হয়।
05:04 ডায়লগ বাক্সত, আপোনি Print আইকন দেখে।
05:09 টুলবাৰত আইকনটো ড্রেগ কৰক।
05:12 Doneত টিপি ডায়ালগ বাক্স বন্ধ কৰক।
05:17 টুলবাৰত Print আইকনত টিপক।
05:21 এইটোৱে Print ডায়লগ বাক্স আনে।
05:25 এতিয়া আমি প্রিন্ট নকৰো।
05:28 সেয়ে ডায়ালগ বাক্স বন্ধ কৰিবলৈ Cancelত টিপক।
05:32 আপোনি টুলবাৰ জুড়াব বা অতৰাব পাৰিব।
05:35 এইটোক কৰিবলৈ, টুলবাৰত ৰাইট ক্লিক কৰি Customize নির্বাচন কৰক।
05:40 Add New Toolbar বোতামত টিপক।
05:44 নতুন টুলবাৰৰ বাবে এটা নাম লিখক। একেই Sample Toolbar নাম দিয়ক।
05:50 OK বোতামত টিপক।
05:53 এতিয়া Sample Toolbarত এটা আইকন, Downloads, ড্রেগ আৰু ড্রপ কৰক।
06:01 ব্রাউজাৰত নতুন টুলবাৰত ধ্যান দিয়ক।
06:04 এটা টুলবাৰ অতৰাবলৈ, Restore Default Set বোতামত টিপক।
06:10 কন্টেন্টস এৰিয়া অধিকতম কৰিবলৈ, আমি আইকনৰ আকাৰ কম কৰিবলৈ পাৰো।
06:16 Use Small Icons নামৰ চেক-বাক্সত ছেক কৰক।
06:22 ডায়ালগ বাক্স বন্ধ কৰিবলৈ Doneত টিপক।
06:27 আমি দেখো যে আইকন্সেৰ আকাৰ সৰু হৈ গৈছে।
06:32 আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো।
06:36 ইয়াত পপ-আপ আৰু ইমেজ প্রেফাৰেন্সস সেট কৰা শিকিছো।
06:41 টুলবাৰ কাস্টমাইজ কৰা।
06:43 ইয়াতে আপোনাৰ বাবে এটা কাম.
06:46 এটা নতুন মোজিলা ফায়াৰফক্স উইন্ডো খুলক। WWW.yahoo.com পৰা যি আছে, তাৰ বাহিৰে সকলো পপআপস ব্লক কৰক। এটা বুকমার্কস টুলবাৰ প্রবিষ্ট কৰক।
06:59 স্পৌকেন টিওটৰিয়েল প্ৰজেক্টৰ বিষয়ে অধিক জানিবৰ বাবে, তলৰ সংযোগত থকা ভিদিয়'তো চাওক ।
07:02 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
07:05 যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
07:10 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে: স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে
07:15 এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
07:18 অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org
07:25 স্পৌকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ ।
07:29 ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় ।
07:38 এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro'
07:48 মই অনামিকা মেধী এই টিউটোৰিয়েলটো অনুবাদ কৰিছো। অংশগ্রহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Anamika, Mousumi