Firefox/C3/Popups/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:00 | নমস্কাৰ দৰ্শক সকল. মোজিলা ফায়াৰফক্সত (Mozilla Firefox) পপ আপ আৰু ইমেজ অপশন সেটিংসৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
| 00:07 | এই টিউটোৰিয়েলত আমি পপ আপ আৰু ইমেজ প্রেফাৰেন্সস সেট কৰা শিকিম। |
| 00:13 | টুলবাৰ কাস্টমাইজ কৰা। |
| 00:15 | পপ আপ উইন্ডোজ, বা পপ আপ, উইন্ডোজ হয়, যি আপোনাৰ অনুমতি নোহোৱাকৈ স্বয়ংক্রিয়ভাবে প্রদর্শিত হয়। |
| 00:21 | সিহত আকাৰত ভিন্ন হয়, কিন্তু সাধাৰণতে গোটেই স্ক্রিনখন ঘিৰাই নিদিয়ে। |
| 00:27 | কিছু পপ-আপ বর্তমান ফায়াৰফক্স উইন্ডোৰ উপৰত খোলে, যতনেকি অন্যবোৰ ফায়াৰফক্সৰ তলত প্রদর্শিত হয়। |
| 00:37 | pop-up ভীষণ বিৰক্তিকৰ হৈ য়ায় আৰু সেয়ে আপোনি তাক নিষ্ক্রিয় কৰিবলৈ চাই। |
| 00:42 | এই টিউটোৰিয়েলত আমি ফায়াৰফক্স সংস্কৰণ 7.0 ব্যবহাৰ কৰিছো যি উবুন্টু 10.04ত উপলব্ধ। |
| 00:50 | এটা ফায়াৰফক্স ব্রাউজাৰ খুলো। |
| 00:53 | URL বাৰত লিখক, ‘www.popuptest.com’ |
| 01:01 | ENTER কী টিপক। |
| 01:03 | এই সাইটে আপোনাক কয় যে pop-up কি। |
| 01:07 | 'Multi-PopUp Test' লিঙ্কত টিপক। |
| 01:12 | আপোনি 6 টা পপ আপস দেখিব। |
| 01:20 | Backত টিপক। |
| 01:22 | আৰো 2 টা পপ আপ প্রদর্শিত হয়। চাওক সিহত কিভাবে বিৰক্তিকৰ হয়? |
| 01:28 | ফায়াৰফক্সে pop-ups আৰু pop-unders নিয়ন্ত্রণ কৰাৰ অনুমতি দিয়ে। এইটোক Edit আৰু তাৰপিছত Preferencesত টিপি কৰা হয়। |
| 01:37 | উইন্ডোজ ইউসাৰ, অনুগ্ৰহ কৰি Tools আৰু তাৰপিছত Optionsত টিপক। |
| 01:43 | Preferences উইন্ডোত Content ট্যাবত টিপক। |
| 01:48 | ডিফল্টৰুপে Block pop-up windows অপসন ইতিমধে অন থাকে। |
| 01:53 | নহলে এইটোক আপোনি চোৱা দৰকাৰ। |
| 01:56 | সেয়ে pop-up প্রদর্শনক প্রতিৰোধ কৰিবলৈ এইটোক সক্ষম কৰাৰ সমপৰ্কে চিন্তাৰ প্রয়োজন নাই। |
| 02:02 | এতিয়া আপোনি Close বোতামত টিপি Firefox Preferences উইন্ডোটো বন্ধ কৰিবলৈ পাৰিব। |
| 02:09 | আপোনি এক্সেপশন ও বাছিব পাৰিব। |
| 02:12 | এক্সেপশন সাইট বোৰ হয় যাৰ পপ-আপ আপোনাৰ বাবে গ্রহণযোগ্য হয়। |
| 02:17 | Edit আৰু তাৰপিছত Preferencesত টিপক। |
| 02:20 | উইন্ডোজ ইউসাৰ অনুগ্ৰহ কৰি Tools আৰু তাৰপিছত Optionsত টিপক। |
| 02:26 | এক্সেপশন যোগ কৰিবলৈ, Block pop-up windows ফীল্ডৰ পাশৰ Exceptions বোতামত টিপক। |
| 02:34 | এইটোৱে এটা ডায়লগ বাক্স খোলে। |
| 02:37 | Address of website ফীল্ডত ‘www.google.com’ লিখক। |
| 02:44 | Allow বোতামত টিপক। |
| 02:46 | Closeত টিপি ডায়লগ বক্স বন্ধ কৰক। |
| 02:50 | Closeত টিপি প্রেফাৰেন্সস ডায়লগ বাক্স বন্ধ কৰক। |
| 02:55 | এতিয়া google.com ৰ বাহিৰে সকলো সাইটৰ পৰা পপ-আপ অস্বীকৃত হয়। |
| 03:01 | URL বাৰত ‘www.popuptest.com’ লিখক আৰু Enter কী টিপক। |
| 03:09 | 'Multi-PopUp Test' লিঙ্কত টিপক। |
| 03:12 | এটাও পপ-আপ প্রদর্শিত হোৱা নাই। |
| 03:15 | আপোনাৰ পপ-আপ ব্লকাৰ এতিয়া কার্যকৰ। |
| 03:20 | ইমেজেস ডাউনলোড হবলৈ সময় আৰু ব্যান্ডউইথ লাগে। |
| 03:24 | মোজিলা ফায়াৰফক্সত ইমেজ নির্বাচন কৰি ডাউনলোড বন্ধ কৰাৰ এটা বিকল্প আছে। |
| 03:30 | Edit আৰু Preferencesত টিপক। |
| 03:33 | উইন্ডোজ ইউসাৰ, অনুগ্ৰহ কৰি Tools আৰু Optionsত টিপক। |
| 03:39 | Preferences ডায়লগ বক্সত Content ট্যাবত টিপক। |
| 03:44 | Load images automatically চেক বাক্স অক্ষম কৰক। |
| 03:49 | Closeত টিপি ডায়লগ বক্স বন্ধ কৰক। |
| 03:53 | এতিয়া সার্চ বাৰত, Flowers লিখক আৰু Enter কী টিপক। |
| 04:00 | গুগল হোম পেজৰ পৰা 'Images'ত টিপক। |
| 04:04 | প্রদর্শিত প্রথম ইমেজ লিঙ্কত টিপক। |
| 04:08 | আমি দেখো যে ইমেজ লোড হোৱা নাই। |
| 04:12 | মোজিলা ফায়াৰফক্সে, টুলবাৰ কাস্টমাইজ কৰিবলৈ অনেকবোৰ বিকল্প প্রদান কৰে। |
| 04:18 | ধৰক, আমি কোনো টুলবাৰ লুকোবলৈ চাও। যেনে Menu bar |
| 04:23 | Menu bar এৰ খালি বিভাগত ৰাইট ক্লিক কৰি, |
| 04:27 | এইটোক আনচেক কৰক। |
| 04:30 | Menu bar আকৌ এবাৰ দেখিবলৈ, টুলবাৰৰ খালি বিভাগত আকৌ এবাৰ ৰাইট ক্লিক কৰক। |
| 04:36 | এতিয়া Menu bar অপসন চাওক। |
| 04:40 | টুলবাৰ কাস্টমাইজ কৰিবলৈ এইটোক অ্যাডভান্সড অপসন্স প্রদান কৰে। কিছু অপসন্স চাও। |
| 04:46 | টুলবাৰত এটা আইকন যোগ কৰো, যিয়ে আমাক এটা ক্লিকত ওয়েব পেজ প্রিন্ট কৰাৰ অনুমতি দিব। |
| 04:54 | টুলবাৰৰ খালি বিভাগত ৰাইট ক্লিক কৰক। |
| 04:58 | Customizeত টিপক। |
| 05:00 | Customize Toolbar ডায়লগ বাক্স প্রদর্শিত হয়। |
| 05:04 | ডায়লগ বাক্সত, আপোনি Print আইকন দেখে। |
| 05:09 | টুলবাৰত আইকনটো ড্রেগ কৰক। |
| 05:12 | Doneত টিপি ডায়ালগ বাক্স বন্ধ কৰক। |
| 05:17 | টুলবাৰত Print আইকনত টিপক। |
| 05:21 | এইটোৱে Print ডায়লগ বাক্স আনে। |
| 05:25 | এতিয়া আমি প্রিন্ট নকৰো। |
| 05:28 | সেয়ে ডায়ালগ বাক্স বন্ধ কৰিবলৈ Cancelত টিপক। |
| 05:32 | আপোনি টুলবাৰ জুড়াব বা অতৰাব পাৰিব। |
| 05:35 | এইটোক কৰিবলৈ, টুলবাৰত ৰাইট ক্লিক কৰি Customize নির্বাচন কৰক। |
| 05:40 | Add New Toolbar বোতামত টিপক। |
| 05:44 | নতুন টুলবাৰৰ বাবে এটা নাম লিখক। একেই Sample Toolbar নাম দিয়ক। |
| 05:50 | OK বোতামত টিপক। |
| 05:53 | এতিয়া Sample Toolbarত এটা আইকন, Downloads, ড্রেগ আৰু ড্রপ কৰক। |
| 06:01 | ব্রাউজাৰত নতুন টুলবাৰত ধ্যান দিয়ক। |
| 06:04 | এটা টুলবাৰ অতৰাবলৈ, Restore Default Set বোতামত টিপক। |
| 06:10 | কন্টেন্টস এৰিয়া অধিকতম কৰিবলৈ, আমি আইকনৰ আকাৰ কম কৰিবলৈ পাৰো। |
| 06:16 | Use Small Icons নামৰ চেক-বাক্সত ছেক কৰক। |
| 06:22 | ডায়ালগ বাক্স বন্ধ কৰিবলৈ Doneত টিপক। |
| 06:27 | আমি দেখো যে আইকন্সেৰ আকাৰ সৰু হৈ গৈছে। |
| 06:32 | আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। |
| 06:36 | ইয়াত পপ-আপ আৰু ইমেজ প্রেফাৰেন্সস সেট কৰা শিকিছো। |
| 06:41 | টুলবাৰ কাস্টমাইজ কৰা। |
| 06:43 | ইয়াতে আপোনাৰ বাবে এটা কাম. |
| 06:46 | এটা নতুন মোজিলা ফায়াৰফক্স উইন্ডো খুলক। WWW.yahoo.com পৰা যি আছে, তাৰ বাহিৰে সকলো পপআপস ব্লক কৰক। এটা বুকমার্কস টুলবাৰ প্রবিষ্ট কৰক। |
| 06:59 | স্পৌকেন টিওটৰিয়েল প্ৰজেক্টৰ বিষয়ে অধিক জানিবৰ বাবে, তলৰ সংযোগত থকা ভিদিয়'তো চাওক । |
| 07:02 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে । |
| 07:05 | যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে । |
| 07:10 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে: স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে |
| 07:15 | এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
| 07:18 | অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org |
| 07:25 | স্পৌকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ । |
| 07:29 | ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় । |
| 07:38 | এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro' |
| 07:48 | আই আই টি বম্বেৰ পৰা মই অনামিকা মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. অংশগ্রহনৰ বাবে ধন্যবাদ। |