Difference between revisions of "Firefox/C3/Bookmarks/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border=1 || '''Time''' || '''Narration''' |- ||00:00 || মোজিলা ফায়াৰফক্সত "বুকমার্কস সংগঠন আৰু প্...")
 
Line 530: Line 530:
 
|-
 
|-
 
|| 10:47
 
|| 10:47
||আমি পন্কজটিউটোৰিয়ালটি অনুবাদ কৰিছো। যোগ দিয়াৰ বাবে ধণ্যবাদ ।
+
||মই অনামিকা মেধী এই টিউটোৰিয়েলটো অনুবাদ কৰিছো। অংশগ্রহনৰ বাবে ধন্যবাদ।
  
 
|-
 
|-
 
|| 10:52
 
|| 10:52
 
||অংশগ্রহনেৰ বাবে ধন্যবাদ।
 
||অংশগ্রহনেৰ বাবে ধন্যবাদ।

Revision as of 13:14, 12 March 2015

Time Narration
00:00 মোজিলা ফায়াৰফক্সত "বুকমার্কস সংগঠন আৰু প্রিন্টিং" এৰ স্পোকেন টিউটোৰিয়েললৈ আপোনক স্বাগত।
00:07 এই টিউটোৰিয়েলত, আমি বুকমার্কস সম্পর্কে শিকিম।
00:11 আমি বুকমার্কস সংগঠন কৰা, ফায়াৰফক্স পৃষ্ঠা সেটআপ কৰা, প্রিভিউ আৰু প্রিন্ট কৰাও শিকিম।
00:18 ইয়াত আমি উবুন্টু 10.04ত ফায়াৰফক্স সংস্কৰণ 7.0 ব্যবহাৰ কৰিছো।
00:26 ফায়াৰফক্স ব্রাউজাৰ খোলা যাওক।
00:29 ডিফল্টৰুপে ইয়াহু হোম পেজ খোলে।
00:32 প্রায়ই ব্যবহৃত পৃষ্ঠাসমূহত নেভিগেট কৰিবলৈ বুকমার্কসে আপোনাকে সাহায্য কৰে।
00:37 আমি আগৰ টিউটোৰিয়েলত বুকমার্কস সম্পর্কে অলপ শিকিছো।
00:42 আমি জীমেইলৰ বাবে এটা বুকমার্কও যোগ কৰিছো।
00:46 জীমেইল হোম পেজ খুলিবলৈ এইটোত টিপক।
00:50 আপোনাক জীমেইল হোম পেজলৈ লৈ যোৱা হৈছে।
00:53 আপোনি এড্রেস বাৰত থকা জীমেইল এড্রেসৰ সোফালে হালধীয়া স্তাৰ, তাক লক্ষ্য কৰিছেনে?
00:59 এইটোৱে নির্দেশ দিয়ে যে এই সাইটক বুকমার্ক কৰা হৈছে।
01:03 আপোনি বুকমার্কৰ নাম পৰিবর্তন কৰিবলৈ স্তাৰক ব্যবহাৰ কৰি এইটোক ভিন্ন ফোল্ডাৰত ৰাখিব পাৰিব।
01:09 "gmail" এৰ নাম "mygmailpage"লৈ সলাওক আৰু এইটোক “MyNewBookmarks” নামৰ নতুন ফোল্ডাৰত ৰাখক।
01:18 এড্রেস বাৰত হালধীয়া স্তাৰত টিপক।
01:22 "Edit This Bookmark" ডায়লগ বাক্স প্রদর্শিত হয়।
01:25 “Name” ক্ষেত্রত "mygmailpage" লিখক।
01:29 “Folder” ড্রপ ডাউনত টিপক আৰু "Choose" নির্বাচন কৰক।
01:34 “Bookmarks ” মেনু নির্বাচন কৰক আৰু “New Folder”ত টিপক।
01:39 এটা “New Folder”  তৈয়াৰ হয়।
01:41 এই ফোল্ডাৰৰ নাম “MyBookmarks”লৈ সলাওই।
01:45 “Tags”“email” টাইপ কৰক।
01:49 ট্যাগে বুকমার্কস শ্রেণীবদ্ধ কৰিবলৈ সাহায্য কৰে।
01:52 বুকমার্কৰ সৈতে আপোনি ট্যাগবোৰক যুক্ত কৰিবলৈ পাৰিব।
01:55 উদাহৰণস্বৰুপে, যেতিয়া আপোনি এটা শপিং সাইট বুকমার্ক কৰিব,
01:58 আপোনি এইটোক gifts, books, বা toys শব্দ দ্বাৰা ট্যাগ কৰিবলৈ পাৰিব।
02:03 “Done”ত টিপক।
02:06 অথবা, আপোনি পৃষ্ঠাক বুকমার্ক কৰিবলৈ,
02:09 “CTRL” আৰু “D” কী ও টিপিব পাৰিব।
02:12 Menu বাৰ পৰা “Bookmarks”ত টিপক।
02:16 “Bookmarks” মেনুত "MyBookMarks" ফোল্ডাৰ প্রদর্শিত হয়।
02:20 ফোল্ডাৰৰ উপৰত কার্সাৰ ৰাখক।
02:23 ইয়াত "mygmailpage" বুকমার্ক সংৰক্ষিত আছে।
02:27 এতিয়া "এড্রেস" বাৰত “email” ট্যাগ টাইপ কৰক।
02:31 লক্ষ্য কৰক যে "mygmailpage" সাইট, তালিকাত প্রথম বিকল্প হিসাবে দেখা হৈছে।
02:38 সেয়ে আমি বুকমার্কৰ নাম সলনি কৰিছো, এইটোক অন্য ফোল্ডাৰত ৰাখিছো আৰু ট্যাগ দ্বাৰাৰ ইয়াক অবস্থিত কৰাইছো  !
02:45 এতিয়া www.google.com এই ওয়েবসাইটক বুকমার্ক কৰক।
02:53 এড্রেস বাৰত এড্রেস নির্বাচন কৰক আৰু এইটোক মুছি পেলাওক।
02:56 এতিয়া www.google.com লিখক।
03:01 “Enter” টিপক।
03:03 এতিয়া, "এড্রেস" বাৰৰ সো কোনাত starত টিপক।
03:08 গুগল ওয়েবসাইট বুকমার্ক হৈ গৈছে।
03:12 একেইভাবে, আৰো চাৰিটা সাইটক বুকমার্ক কৰো Spoken Tutorial, Yahoo, Firefox Add-ons আৰু Ubuntu
03:36 লক্ষ্য কৰক যে, আমি এই বুকমার্ক, ফোল্ডাৰত সংৰক্ষিত কৰা নাই।
03:40 আৰু আমি তৈয়াৰ কৰা বুকমার্ক কিভাবে মুছি দিয়া হয়?
03:44 অবশ্যই, আপোনি ইতিমধেই “Edit This Bookmark” ডায়লগ বাক্সত “Remove bookmark” বোতাম দেখিছে।
03:50 “www.google.com” বুকমার্ক মুছি পেলাও ।
03:55 "এড্রেস" বাৰত www.google.com লিখক।  হালধীয়া স্তাৰত টিপক।
04:03 “Edit This Bookmark” ডায়লগ বাক্সত “Remove Bookmark” বোতামত টিপক।
04:09 Menu বাৰ পৰা “Bookmarks আৰু MyBookmarks”ত টিপক।
04:14 “Bookmarks” মেনুত “google” বুকমার্ক এতিয়া আৰু দৃশ্যমান নহয় ।
04:19 আপোনি তৈয়াৰ কৰা বুকমার্কসক, আপোনি কিভাবে অ্যাক্সেস কৰিবলৈ পাৰিব?
04:23 আপোনি নানাভাবে বুকমার্কস অ্যাক্সেস কৰিবলৈ পাৰিব।
04:26 আপোনাৰ দ্বাৰা বুকমার্ক কৰা সাইট অ্যাক্সেস কৰাৰ সবতচে সহজ উপায় হল, এড্রেস বাৰত নাম লেখা।
04:33 “Address bar”ত টিপক, প্রদর্শিত এড্রেস নির্বাচন কৰক আৰু এইটোক মুছি পেলাওক।
04:39 এতিয়া "এড্রেস" বাৰত অাক্ষৰ “G” লিখক।
04:43 লক্ষ্য কৰক যে “G” অাক্ষৰ দিয়ে আৰম্ভ হোৱা ওয়েবসাইটৰ এটা তালিকা প্রদর্শিত হয়।
04:49 এইবোৰ সেই সাইটবোৰো হয় যাক আপোনি বুকমার্ক, ট্যাগ আৰু পৰিদর্শন কৰিছিলে।
04:55 আপোনি আপোনাৰ বুকমার্ক “Library” উইন্ডোত দেখোবলৈ আৰু ব্যবস্থিতও কৰিবলৈ পাৰিব।
05:00 Menu বাৰ পৰা “Bookmarks”ত টিপক আৰু “Show All Bookmarks” নির্বাচন কৰক।
05:06 “Library” উইন্ডো প্রদর্শিত হয়।
05:09 ডিফল্টৰুপে আপোনি তৈয়াৰ কৰা সকলো বুকমার্ক “Unsorted Bookmarks” ফোল্ডাৰত সংৰক্ষিত হয়।
05:16 লক্ষ্য কৰক যে “Yahoo”, “Spoken Tutorials”, “Ubuntu” আৰু “Firefox Add-ons” বুকমার্কস ইয়াত তালিকাভুক্ত।
05:24 ধৰক আমি “Bookmarks” মেনুত “Yahoo India” বুকমার্ক জুড়াব পাৰো।
05:29 প্রথমে, "Library" উইন্ডোক পর্দাৰ কেন্দ্রলৈ লৈ যাও।
05:34 এতিয়া আমি "Menu" বাৰ আৰু বিকল্পক স্পষ্টৰুপে দেখিবলৈ পাৰো।
05:39 “Unsorted Bookmarks ” ফোল্ডাৰ পৰা “Yahoo” বুকমার্ক নির্বাচন কৰক।
05:43 বাও মাউস বোতাম টিপক আৰু বুকমার্কক “Bookmarks” মেনুলৈ ড্রেগ কৰক।
05:49 নিশ্চিত কৰক যে কার্সাৰ “Bookmarks” মেনুত থাকে।
05:53 “Bookmarks” মেনু খোলে।
05:56 মাউস সূচকক মেনুত ৰাখক আৰু বাও মাউস বোতাম এৰি দিয়ক।
06:01 এতিয়া “Bookmarks” মেনুত টিপক।
06:04 এতিয়া “Yahoo” বুকমার্ক “Bookmarks” মেনুত প্রদর্শিত হয়।
06:08 প্রত্যক্ষভাবে “Library” উইন্ডোৰ পৰা বুকমার্ক খুলিবলৈ এইটোত ডাবল ক্লিক কৰক।
06:15 এতিয়া “Library” উইন্ডোটো বন্ধ কৰক।
06:19 ফায়াৰফক্সে আপোনাক বুকমার্কস ক্রমবদ্ধও কৰিবলৈ দিয়ে।
06:23 বুকমার্কসক নাম দ্বাৰা ক্রমবদ্ধ কৰো।
06:26 “Menu” বাৰ পৰা “View” ত টিপক, “Sidebar” নির্বাচন কৰি তাৰপিছত “Bookmarks”ত টিপক।
06:32 “Bookmarks” সাইডবাৰ বাও প্যানেলত খোলে।
06:37 “google.com” ক আকৌ এবাৰ বুকমার্ক কৰো।
06:42 “Bookmarks” সাইডবাৰ পৰা “Unsorted Bookmarks” ফোল্ডাৰ নির্বাচন কৰক আৰু ইয়াত সো ক্লিক কৰক।
06:48 “Sort By Name” নির্বাচন কৰক।
06:51 বুকমার্কস, নাম দ্বাৰা ক্রমবদ্ধ হয়।
06:54 আপোনি বুকমার্ক নিজেও পুনঃ ব্যবস্থিত কৰিবলৈ পাৰিব।
06:57 “Bookmarks” সাইডবাৰ পৰা “Bookmarks Menu” ফোল্ডাৰত টিপক আৰু সেইটোক খুলক।
07:03 ইয়াৰ পিছত “Unsorted Bookmarks” ফোল্ডাৰত টিপক আৰু সেইটোক খুলক।
07:08 মাউসক “Spoken Tutorial” বুকমার্কলৈ লৈ যাওক।
07:12 এতিয়া, বাও মাউস বোতামত টিপি বুকমার্কক  “Bookmarks” সাইডবাৰৰ “Ubuntu and Free Software” ফোল্ডাৰ পর্যন্তলৈ ড্রেগ কৰক।
07:22 মাউস বোতাম এৰি দিয়ক।
07:25 বুকমার্ক “Ubuntu and Free Software” ফোল্ডাৰলৈ লৈ যায়।
07:30 আপোনাৰ দ্বাৰা “Bookmarks” সাইডবাৰত কৰা পৰিবর্তনসমূহ, “Bookmarks” মেনুত  প্রতিফলিত হয়।
07:35 আপোনি বুকমার্কসক স্বয়ংক্রিয়ভাবেও ক্রমবদ্ধ কৰিবলৈ পাৰিব।
07:39 Menu বাৰ পৰা “Bookmarks”ত টিপক আৰু “Show all bookmarks” নির্বাচন কৰক।
07:45 প্রদর্শিত “Library” উইন্ডোত, বাও প্যানেলৰ পৰা “Unsorted Bookmarks” নির্বাচন কৰক।
07:51 এতিয়া “Views”, “Sort” আৰু “Sort by Added”ত টিপক।
07:57 এড্রেস, যি ক্রমত বুকমার্ক হিসাবে জুড়িছিল, সেই অনুসাৰে ক্রমবদ্ধ হয়। “Close”ত টিপক।
08:04 অবশেষত, এই ওয়েব পেজ কিভাবে প্রিন্ট কৰে, শিকো।
08:08 প্রথমে আমি এই ওয়েব পেজ প্রিন্টিং এৰ বাবে সেট কৰো।
08:12 ফায়াৰফক্স মেনু বাৰ পৰা, “File”ত টিপক আৰু “Page Setup” নির্বাচন কৰক।
08:17 “Page Setup” ডায়লগ বাক্স প্রদর্শিত হয়।
08:21 পৃষ্ঠাৰ আকাৰ “A4” নির্বাচন কৰক।
08:24 “Portrait” হিসাবে “Orientation” নির্বাচন কৰক।
08:28 “Apply”ত টিপক।
08:30 সেটিংস কিভাবে প্রয়োগ কৰা হৈছে, তাক চাবলৈ “File”ত টিপক আৰু “Print Preview” নির্বাচন কৰক।
08:36 আপোনি পৃষ্ঠাক ঠিক সেইভাবে দেখিবলৈ পাৰিব, যেনেভাবে ই প্রিন্ট কৰা হৈছিল।
08:40 প্রস্থান কৰিবলৈ “Close”ত টিপক।
08:42 ফায়াৰফক্স মেনু বাৰ পৰা, “File”ত টিপক আৰু “Print” নির্বাচন কৰক।
08:47 পর্দাত “Print” ডায়ালগ বাক্স প্রদর্শিত হয়।
08:50 ইয়াত আমি “General” ট্যাবত “Generic Printer” বিকল্পটো নির্বাচন কৰো।
08:55 ইয়াৰ পিছত, “Range” ক্ষেত্রত “All Pages” নির্বাচন কৰক।
09:01 “Copies” ত, আমি “1” নির্বাচন কৰিম।
09:04 “Options” ট্যাবত টিপক আৰু “Ignore Scaling and Shrink To Fit Page Width” নির্বাচন কৰক।
09:10 “Print”ত টিপক।
09:12 প্রিন্টাৰ যদি সঠিকভাবে কনফিগাৰ হৈ আছে, প্রিন্টাৰত প্রিন্ট আৰম্ভ কৰা উচিত।
09:17 এই টিউটোৰিয়েলৰ শেষলৈ আহিছো। ইয়াত আমি শিকিছো:
09:23 বুকমার্কস সম্পর্কে,
09:24 আৰু শিকিছো যে বুকমার্কস সংগঠন কৰা, ফায়াৰফক্স পৃষ্ঠা সেটআপ কৰা, প্রিভিউ আৰু প্রিন্ট কৰা।
09:32 এতিয়া নির্দেশিত কাম।
09:35 এটা নতুন মোজিলা ফায়াৰফক্স উইন্ডো খুলক,
09:38 পাঁচটা নতুন সাইটলৈ যাওক।
09:41 সকলোকে বুকমার্ক কৰক।
09:43 সকলো বুকমার্কসক নতুন ফোল্ডাৰত সংৰক্ষণ কৰক।
09:47 বুকমার্কসক বিপৰীত বর্ণমালা ক্রমত সংগঠিত কৰক।
09:51 অন্তিম বুকমার্ক কৰা সাইটলৈ যাওক।
09:55 প্রিন্টৰ বাবে ওয়েব পেজ সেটআপ কৰি তাক প্রিন্ট কৰক।
09:58 স্পৌকেন টিওটৰিয়েল প্ৰজেক্টৰ বিষয়ে অধিক জানিবৰ বাবে, তলৰ সংযোগত থকা ভিদিয়'তো চাওক ।
10:02 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
10:05 যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
10:10 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে:
10:11 স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে
10:15 এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
10:18 অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org
10:25 স্পৌকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ ।
10:29 ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় ।
10:37 এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব
10:40 spoken hyphen tutorial dot org slash NMEICT hyphen Intro
10:47 মই অনামিকা মেধী এই টিউটোৰিয়েলটো অনুবাদ কৰিছো। অংশগ্রহনৰ বাবে ধন্যবাদ।
10:52 অংশগ্রহনেৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Anamika, Mousumi