Firefox/C3/Bookmarks/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:00 | নমস্কাৰ দৰ্শক সকল. মোজিলা ফায়াৰফক্সত "বুকমার্কস সংগঠন আৰু প্রিন্টিং" এৰ স্পোকেন টিউটোৰিয়েললৈ আপোনক স্বাগত। |
| 00:07 | এই টিউটোৰিয়েলত, আমি বুকমার্কস সম্পর্কে শিকিম। |
| 00:11 | আমি বুকমার্কস সংগঠন কৰা, ফায়াৰফক্স পৃষ্ঠা সেটআপ কৰা, প্রিভিউ আৰু প্রিন্ট কৰাও শিকিম। |
| 00:18 | ইয়াত আমি উবুন্টু 10.04ত ফায়াৰফক্স সংস্কৰণ 7.0 ব্যবহাৰ কৰিছো। |
| 00:26 | ফায়াৰফক্স ব্রাউজাৰ খোলা যাওক। |
| 00:29 | ডিফল্টৰুপে ইয়াত ইয়াহু পেজ খোলে। |
| 00:32 | প্রায়ই ব্যবহৃত পৃষ্ঠাসমূহত নেভিগেট কৰিবলৈ বুকমার্কসে আপোনাকে সাহায্য কৰে। |
| 00:37 | আমি আগৰ টিউটোৰিয়েলত বুকমার্কস সম্পর্কে অলপ শিকিছো। |
| 00:42 | আমি জীমেইলৰ বাবে এটা বুকমার্কও যোগ কৰিছো। |
| 00:46 | জীমেইল হোম পেজ খুলিবলৈ এইটোত টিপক। |
| 00:50 | আপোনাক জীমেইল হোম পেজলৈ লৈ যোৱা হৈছে। |
| 00:53 | আপোনি এড্রেস বাৰত থকা জীমেইল এড্রেসৰ সোফালে হালধীয়া স্তাৰ, তাক লক্ষ্য কৰিছেনে? |
| 00:59 | এইটোৱে নির্দেশ দিয়ে যে এই সাইটক বুকমার্ক কৰা হৈছে। |
| 01:03 | আপোনি বুকমার্কৰ নাম পৰিবর্তন কৰিবলৈ স্তাৰক ব্যবহাৰ কৰি এইটোক ভিন্ন ফোল্ডাৰত ৰাখিব পাৰিব। |
| 01:09 | "gmail" এৰ নাম "mygmailpage"লৈ সলাওক আৰু এইটোক “MyNewBookmarks” নামৰ নতুন ফোল্ডাৰত ৰাখক। |
| 01:18 | এড্রেস বাৰত হালধীয়া স্তাৰত টিপক। |
| 01:22 | "Edit This Bookmark" ডায়লগ বাক্স প্রদর্শিত হয়। |
| 01:25 | “Name” ক্ষেত্রত "mygmailpage" লিখক। |
| 01:29 | “Folder” ড্রপ ডাউনত টিপক আৰু "Choose" নির্বাচন কৰক। |
| 01:34 | “Bookmarks ” মেনু নির্বাচন কৰক আৰু “New Folder”ত টিপক। |
| 01:39 | এটা “New Folder” তৈয়াৰ হয়। |
| 01:41 | এই ফোল্ডাৰৰ নাম “MyBookmarks”লৈ সলাও। |
| 01:45 | “Tags”ত “email” টাইপ কৰক। |
| 01:49 | ট্যাগে বুকমার্কস শ্রেণীবদ্ধ কৰিবলৈ সাহায্য কৰে। |
| 01:52 | বুকমার্কৰ সৈতে আপোনি ট্যাগবোৰক যুক্ত কৰিবলৈ পাৰিব। |
| 01:55 | উদাহৰণস্বৰুপে, যেতিয়া আপোনি এটা শপিং সাইট বুকমার্ক কৰিব, |
| 01:58 | আপোনি এইটোক gifts, books, বা toys শব্দ দ্বাৰা ট্যাগ কৰিবলৈ পাৰিব। |
| 02:03 | “Done”ত টিপক। |
| 02:06 | অথবা, আপোনি পৃষ্ঠাক বুকমার্ক কৰিবলৈ, |
| 02:09 | “CTRL” আৰু “D” কী ও টিপিব পাৰিব। |
| 02:12 | Menu বাৰ পৰা “Bookmarks”ত টিপক। |
| 02:16 | “Bookmarks” মেনুত "MyBookMarks" ফোল্ডাৰ প্রদর্শিত হয়। |
| 02:20 | ফোল্ডাৰৰ উপৰত কার্সাৰ ৰাখক। |
| 02:23 | ইয়াত "mygmailpage" বুকমার্ক সংৰক্ষিত আছে। |
| 02:27 | এতিয়া "এড্রেস" বাৰত “email” ট্যাগ টাইপ কৰক। |
| 02:31 | লক্ষ্য কৰক যে "mygmailpage" সাইট, তালিকাত প্রথম বিকল্প হিসাবে দেখা হৈছে। |
| 02:38 | সেয়ে আমি বুকমার্কৰ নাম সলনি কৰিছো, এইটোক অন্য ফোল্ডাৰত ৰাখিছো আৰু ট্যাগ দ্বাৰাৰ ইয়াক অবস্থিত কৰাইছো ! |
| 02:45 | এতিয়া www.google.com এই ওয়েবসাইটক বুকমার্ক কৰক। |
| 02:53 | এড্রেস বাৰত এড্রেস নির্বাচন কৰক আৰু এইটোক মুছি পেলাওক। |
| 02:56 | এতিয়া www.google.com লিখক। |
| 03:01 | “Enter” টিপক। |
| 03:03 | এতিয়া, "এড্রেস" বাৰৰ সো কোনাত starত টিপক। |
| 03:08 | গুগল ওয়েবসাইট বুকমার্ক হৈ গৈছে। |
| 03:12 | একেইভাবে, আৰো চাৰিটা সাইটক বুকমার্ক কৰো Spoken Tutorial, Yahoo, Firefox Add-ons আৰু Ubuntu |
| 03:36 | লক্ষ্য কৰক যে, আমি এই বুকমার্ক, ফোল্ডাৰত সংৰক্ষিত কৰা নাই। |
| 03:40 | আৰু আমি তৈয়াৰ কৰা বুকমার্ক কিভাবে মুছি দিয়া হয়? |
| 03:44 | অবশ্যই, আপোনি ইতিমধেই “Edit This Bookmark” ডায়লগ বাক্সত “Remove bookmark” বোতাম দেখিছে। |
| 03:50 | “www.google.com” বুকমার্ক মুছি পেলাও । |
| 03:55 | "এড্রেস" বাৰত www.google.com লিখক। হালধীয়া স্তাৰত টিপক। |
| 04:03 | “Edit This Bookmark” ডায়লগ বাক্সত “Remove Bookmark” বোতামত টিপক। |
| 04:09 | Menu বাৰ পৰা “Bookmarks আৰু MyBookmarks”ত টিপক। |
| 04:14 | “Bookmarks” মেনুত “google” বুকমার্ক এতিয়া আৰু দৃশ্যমান নহয় । |
| 04:19 | আপোনি তৈয়াৰ কৰা বুকমার্কসক, আপোনি কিভাবে অ্যাক্সেস কৰিবলৈ পাৰিব? |
| 04:23 | আপোনি নানাভাবে বুকমার্কস অ্যাক্সেস কৰিবলৈ পাৰিব। |
| 04:26 | আপোনাৰ দ্বাৰা বুকমার্ক কৰা সাইট অ্যাক্সেস কৰাৰ সবতচে সহজ উপায় হল, এড্রেস বাৰত নাম লেখা। |
| 04:33 | “Address bar”ত টিপক, প্রদর্শিত এড্রেস নির্বাচন কৰক আৰু এইটোক মুছি পেলাওক। |
| 04:39 | এতিয়া "এড্রেস" বাৰত অাক্ষৰ “G” লিখক। |
| 04:43 | লক্ষ্য কৰক যে “G” অাক্ষৰ দিয়ে আৰম্ভ হোৱা ওয়েবসাইটৰ এটা তালিকা প্রদর্শিত হয়। |
| 04:49 | এইবোৰ সেই সাইটবোৰো হয় যাক আপোনি বুকমার্ক, ট্যাগ আৰু পৰিদর্শন কৰিছিলে। |
| 04:55 | আপোনি আপোনাৰ বুকমার্ক “Library” উইন্ডোত দেখোৱাবলৈ আৰু ব্যবস্থিতও কৰিবলৈ পাৰিব। |
| 05:00 | Menu বাৰ পৰা “Bookmarks”ত টিপক আৰু “Show All Bookmarks” নির্বাচন কৰক। |
| 05:06 | “Library” উইন্ডো প্রদর্শিত হয়। |
| 05:09 | ডিফল্টৰুপে আপোনি তৈয়াৰ কৰা সকলো বুকমার্ক “Unsorted Bookmarks” ফোল্ডাৰত সংৰক্ষিত হয়। |
| 05:16 | লক্ষ্য কৰক যে “Yahoo”, “Spoken Tutorials”, “Ubuntu” আৰু “Firefox Add-ons” বুকমার্কস ইয়াত তালিকাভুক্ত। |
| 05:24 | ধৰক আমি “Bookmarks” মেনুত “Yahoo India” বুকমার্ক জুড়াব পাৰো। |
| 05:29 | প্রথমে, "Library" উইন্ডোক পর্দাৰ কেন্দ্রলৈ লৈ যাও। |
| 05:34 | এতিয়া আমি "Menu" বাৰ আৰু বিকল্পক স্পষ্টৰুপে দেখিবলৈ পাৰো। |
| 05:39 | “Unsorted Bookmarks ” ফোল্ডাৰ পৰা “Yahoo” বুকমার্ক নির্বাচন কৰক। |
| 05:43 | বাও মাউস বোতাম টিপক আৰু বুকমার্কক “Bookmarks” মেনুলৈ ড্রেগ কৰক। |
| 05:49 | নিশ্চিত কৰক যে কার্সাৰ “Bookmarks” মেনুত থাকে। |
| 05:53 | “Bookmarks” মেনু খোলে। |
| 05:56 | মাউস সূচকক মেনুত ৰাখক আৰু বাও মাউস বোতাম এৰি দিয়ক। |
| 06:01 | এতিয়া “Bookmarks” মেনুত টিপক। |
| 06:04 | এতিয়া “Yahoo” বুকমার্ক “Bookmarks” মেনুত প্রদর্শিত হয়। |
| 06:08 | প্রত্যক্ষভাবে “Library” উইন্ডোৰ পৰা বুকমার্ক খুলিবলৈ এইটোত ডাবল ক্লিক কৰক। |
| 06:15 | এতিয়া “Library” উইন্ডোটো বন্ধ কৰক। |
| 06:19 | ফায়াৰফক্সে আপোনাক বুকমার্কস ক্রমবদ্ধও কৰিবলৈ দিয়ে। |
| 06:23 | বুকমার্কসক নাম দ্বাৰা ক্রমবদ্ধ কৰো। |
| 06:26 | “Menu” বাৰ পৰা “View” ত টিপক, “Sidebar” নির্বাচন কৰি তাৰপিছত “Bookmarks”ত টিপক। |
| 06:32 | “Bookmarks” সাইডবাৰ বাও প্যানেলত খোলে। |
| 06:37 | “google.com” ক আকৌ এবাৰ বুকমার্ক কৰো। |
| 06:42 | “Bookmarks” সাইডবাৰ পৰা “Unsorted Bookmarks” ফোল্ডাৰ নির্বাচন কৰক আৰু ইয়াত সো ক্লিক কৰক। |
| 06:48 | “Sort By Name” নির্বাচন কৰক। |
| 06:51 | বুকমার্কস, নাম দ্বাৰা ক্রমবদ্ধ হয়। |
| 06:54 | আপোনি বুকমার্ক নিজেও পুনঃ ব্যবস্থিত কৰিবলৈ পাৰিব। |
| 06:57 | “Bookmarks” সাইডবাৰ পৰা “Bookmarks Menu” ফোল্ডাৰত টিপক আৰু সেইটোক খুলক। |
| 07:03 | ইয়াৰ পিছত “Unsorted Bookmarks” ফোল্ডাৰত টিপক আৰু সেইটোক খুলক। |
| 07:08 | মাউসক “Spoken Tutorial” বুকমার্কলৈ লৈ যাওক। |
| 07:12 | এতিয়া, বাও মাউস বোতামত টিপি বুকমার্কক “Bookmarks” সাইডবাৰৰ “Ubuntu and Free Software” ফোল্ডাৰ পর্যন্তলৈ ড্রেগ কৰক। |
| 07:22 | মাউস বোতাম এৰি দিয়ক। |
| 07:25 | বুকমার্ক “Ubuntu and Free Software” ফোল্ডাৰলৈ লৈ যায়। |
| 07:30 | আপোনাৰ দ্বাৰা “Bookmarks” সাইডবাৰত কৰা পৰিবর্তনসমূহ, “Bookmarks” মেনুত প্রতিফলিত হয়। |
| 07:35 | আপোনি বুকমার্কসক স্বয়ংক্রিয়ভাবেও ক্রমবদ্ধ কৰিবলৈ পাৰিব। |
| 07:39 | Menu বাৰ পৰা “Bookmarks”ত টিপক আৰু “Show all bookmarks” নির্বাচন কৰক। |
| 07:45 | প্রদর্শিত “Library” উইন্ডোত, বাও প্যানেলৰ পৰা “Unsorted Bookmarks” নির্বাচন কৰক। |
| 07:51 | এতিয়া “Views”, “Sort” আৰু “Sort by Added”ত টিপক। |
| 07:57 | এড্রেস, যি ক্রমত বুকমার্ক হিসাবে জুড়িছিল, সেই অনুসাৰে ক্রমবদ্ধ হয়। “Close”ত টিপক। |
| 08:04 | অবশেষত, এই ওয়েব পেজ কিভাবে প্রিন্ট কৰে, শিকো। |
| 08:08 | প্রথমে আমি এই ওয়েব পেজ প্রিন্টিং এৰ বাবে সেট কৰো। |
| 08:12 | ফায়াৰফক্স মেনু বাৰ পৰা, “File”ত টিপক আৰু “Page Setup” নির্বাচন কৰক। |
| 08:17 | “Page Setup” ডায়লগ বাক্স প্রদর্শিত হয়। |
| 08:21 | পৃষ্ঠাৰ আকাৰ “A4” নির্বাচন কৰক। |
| 08:24 | “Portrait” হিসাবে “Orientation” নির্বাচন কৰক। |
| 08:28 | “Apply”ত টিপক। |
| 08:30 | সেটিংস কিভাবে প্রয়োগ কৰা হৈছে, তাক চাবলৈ “File”ত টিপক আৰু “Print Preview” নির্বাচন কৰক। |
| 08:36 | আপোনি পৃষ্ঠাক ঠিক সেইভাবে দেখিবলৈ পাৰিব, যেনেভাবে ই প্রিন্ট কৰা হৈছিল। |
| 08:40 | প্রস্থান কৰিবলৈ “Close”ত টিপক। |
| 08:42 | ফায়াৰফক্স মেনু বাৰ পৰা, “File”ত টিপক আৰু “Print” নির্বাচন কৰক। |
| 08:47 | পর্দাত “Print” ডায়ালগ বাক্স প্রদর্শিত হয়। |
| 08:50 | ইয়াত আমি “General” ট্যাবত “Generic Printer” বিকল্পটো নির্বাচন কৰো। |
| 08:55 | ইয়াৰ পিছত, “Range” ক্ষেত্রত “All Pages” নির্বাচন কৰক। |
| 09:01 | “Copies” ত, আমি “1” নির্বাচন কৰিম। |
| 09:04 | “Options” ট্যাবত টিপক আৰু “Ignore Scaling and Shrink To Fit Page Width” নির্বাচন কৰক। |
| 09:10 | “Print”ত টিপক। |
| 09:12 | প্রিন্টাৰ যদি সঠিকভাবে কনফিগাৰ হৈ আছে, প্রিন্টাৰত প্রিন্ট আৰম্ভ কৰা উচিত। |
| 09:17 | এই টিউটোৰিয়েলৰ শেষলৈ আহিছো। ইয়াত আমি শিকিছো: |
| 09:23 | বুকমার্কস সম্পর্কে, |
| 09:24 | আৰু শিকিছো যে বুকমার্কস সংগঠন কৰা, ফায়াৰফক্স পৃষ্ঠা সেটআপ কৰা, প্রিভিউ আৰু প্রিন্ট কৰা। |
| 09:32 | এতিয়া নির্দেশিত কাম। |
| 09:35 | এটা নতুন মোজিলা ফায়াৰফক্স উইন্ডো খুলক, |
| 09:38 | পাঁচটা নতুন সাইটলৈ যাওক। |
| 09:41 | সকলোকে বুকমার্ক কৰক। |
| 09:43 | সকলো বুকমার্কসক নতুন ফোল্ডাৰত সংৰক্ষণ কৰক। |
| 09:47 | বুকমার্কসক বিপৰীত বর্ণমালা ক্রমত সংগঠিত কৰক। |
| 09:51 | অন্তিম বুকমার্ক কৰা সাইটলৈ যাওক। |
| 09:55 | প্রিন্টৰ বাবে ওয়েব পেজ সেটআপ কৰি তাক প্রিন্ট কৰক। |
| 09:58 | স্পৌকেন টিওটৰিয়েল প্ৰজেক্টৰ বিষয়ে অধিক জানিবৰ বাবে, তলৰ সংযোগত থকা ভিদিয়'তো চাওক । |
| 10:02 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে । |
| 10:05 | যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে । |
| 10:10 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে: |
| 10:11 | স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে |
| 10:15 | এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
| 10:18 | অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org |
| 10:25 | স্পৌকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ । |
| 10:29 | ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় । |
| 10:37 | এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব |
| 10:40 | spoken hyphen tutorial dot org slash NMEICT hyphen Intro |
| 10:47 | আই আই টি বম্বেৰ পৰা মই অনামিকা মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. |
| 10:52 | অংশগ্রহনৰ বাবে ধন্যবাদ। |