Difference between revisions of "Firefox/C2/Introduction/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with '{| border=1 |Visual Cue ||Narration |- |00:00 ||Mozilla Firefoxৰ চিনাকী পৰ্বৰ স্পোকেন টিউট্ৰয়েলৈ আদৰনি জ…')
 
Line 1: Line 1:
 
{| border=1
 
{| border=1
|Visual Cue
+
|VISUAL CUE
||Narration
+
||NARRATION
  
 
|-
 
|-
 
|00:00
 
|00:00
||Mozilla Firefoxৰ চিনাকী পৰ্বৰ স্পোকেন টিউট্ৰয়েলৈ আদৰনি জনাইছো৷
+
||Mozilla Firefoxৰ চিনাকী পৰ্বৰ স্পোকেন টিউটোৰিয়ললৈ আদৰনি জনাইছো৷
  
 
|-
 
|-
Line 21: Line 21:
 
|-
 
|-
 
|0014
 
|0014
||ডাৰচনচ, পদ্ধতি, ত্যথ-পাতি আদি জানিবলৈ ডাউনলোড আৰু Firefox install উৱেবচাইট দৰ্শন কৰক৷
+
||ভাৰচনচ, পদ্ধতি,তথ্য-পাতি আদি জানিবলৈ ডাউনলোড আৰু Firefox install উৱেবচাইট দৰ্শন কৰক৷
  
 
|-
 
|-
 
|00:21
 
|00:21
||উৱে ব্ৰাউজাৰৰ Mozilla Firefox বা Firefox এটা মুক্ত, খোলা উৎস৷
+
||উৱেব ব্ৰাউজাৰৰ Mozilla Firefox বা Firefox এটা মুক্ত, খোলা উৎস৷
  
 
|-
 
|-
 
| 00:27
 
| 00:27
||উৱেৰ ব্ৰাউজাৰে নিজে নিজে Ubuntu Linux কাৰনে ইন্টাৰনেটত windowৰ দে কাম কৰে৷
+
||উৱেৰ ব্ৰাউজাৰে নিজে নিজে Ubuntu Linux কাৰনে ইন্টাৰনেটত windowৰ দৰে কাম কৰে৷
  
 
|-
 
|-
Line 37: Line 37:
 
|-
 
|-
 
|00:39
 
|00:39
||চাৰ্চ ইন্জিন ৰ দ্বাৰা ই ওৱেব পৃষ্ঠাবোৰ বিচাৰে৷ উসাহৰণ স্বৰুপে Google, Yahoo Search বা Bing *
+
||চাৰ্চ ইঞ্জিনৰ দ্বাৰা ই ওৱেব পৃষ্ঠাবোৰ বিচাৰে৷ উ্দাহৰণ স্বৰূপে Google, Yahoo Search বা Bing *
  
 
|-
 
|-
Line 45: Line 45:
 
|-
 
|-
 
|00:54
 
|00:54
||Mozilla ৰ সমপুৰ্ন তথ্যৰ কাৰনে Mozilla.org দৰ্শন কৰক৷
+
||Mozilla ৰ সম্পূর্ণ তথ্যৰ কাৰনে Mozilla.org দৰ্শন কৰক৷
  
 
|-
 
|-
Line 53: Line 53:
 
|-
 
|-
 
|01:05
 
|01:05
||Ubuntu কাৰনে অন্য কিছুমান ওৱেব ব্ৰাউজাৰচ হ’ল Konqueror, Google Chrome আৰু Opera * 
+
||Ubuntu কাৰনে অন্য কিছুমান জনপ্রিয় ওৱেব ব্ৰাউজাৰচ হ’ল Konqueror, Google Chrome আৰু Opera * 
  
 
|-
 
|-
 
|01:12
 
|01:12
||Ubuntu10.04 কাৰনে আমি এই টিউটৰিয়েলত ডাৰচন 7.0 ব্যৱহাৰ কৰিম৷
+
||Ubuntu10.04 কাৰনে আমি এই টিউটৰিয়েলত ভাৰচন 7.0 ব্যৱহাৰ কৰিম৷
  
 
|-
 
|-
 
|01:20
 
|01:20
||Firefoxঘে browsing ডাল দৰে কৰে লগতে স্পিড, গোপনীয়তা আৰু অন্য ধৰনৰ আধুনিক কাৰিকৰী দিশবোততো উন্নতি সাধন কৰে৷
+
||Firefoxঘে browsing ভাল দৰে কৰে লগতে স্পিড, গোপনীয়তা আৰু অন্য ধৰনৰ আধুনিক কাৰিগৰী দিশবোৰতো উন্নতি সাধন কৰে৷
  
 
|-
 
|-
 
|01:27
 
|01:27
||ইয়াৰ নানা ধৰনৰ কাৰিকৰী দিশ আছে, ঘেনে - tabbed windows, spell checking, pop-up blocker  আদি কাম, ওৱেব চাৰ্চ ইন্টিগ্ৰেড কৰে, ফিচিংত বাধা দিয়ে৷
+
||ইয়াৰ নানা ধৰনৰ কাৰিগৰী দিশ আছে, যেনে - tabbed windows, spell checking, pop-up blocker  আদি কাম, ওৱেব চাৰ্চ ইন্টিগ্ৰেড কৰে, ফিচিংত বাধা দিয়ে৷
  
 
|-
 
|-
 
|01:39
 
|01:39
||Firefoxৰ ওৱেব  ব্ৰাউচিং খুব বেগী, লগতেই ৰৈ ঘোয়া গ্ৰাফিকচকৰ কাক, পেজ লোডিংৰ কামত সহাত কৰে৷
+
||Firefoxৰ ওৱেব  ব্ৰাউচিং খুব বেগী, লগতেই ৰৈ যোৱা গ্ৰাফিকচৰ কাম, পেজ লোডিংৰ কামত সহায় কৰে৷
  
 
|-
 
|-
 
|01:45
 
|01:45
||ই নানা ধৰনৰ নিৰপত্তা আৰু গোপনীয়তা ৰক্ষা কৰে বিশেষকৈ ওৱেব চাইটৰ ফ্যেডুলেন্টত, স্পাই ওৱেব আৰু ডাইৰাচত ট্ৰোজানত বা অন্য কোনো মালওৱেবৰ বিপৰীতে৷
+
||ই নানা ধৰনৰ নিৰাপত্তা আৰু গোপনীয়তা ৰক্ষা কৰে বিশেষকৈ ওৱেব চাইটৰ ফ্যেডুলেন্টত, স্পাই ওৱেব আৰু ভাইৰাচত ট্ৰোজানত বা অন্য কোনো মালওৱেবৰ বিপৰীতে৷
  
 
|-
 
|-
 
|01:56
 
|01:56
||পদ্ধতিৰৰে ইকাষ্টমিজেচন কে আৰু ব্যৱহাৰকাৰিৰৰকৰনে থিমচইনচটন কৰাটো হাজাৰ গুন শুবিধাঘুক্ত৷
+
||পদ্ধতিৰে ইকাষ্টমিজেচন কে আৰু ব্যৱহাৰকাৰি কাৰনে থিমচ ইনচটল কৰাটো হাজাৰ গুন সুবিধাজনক৷
  
 
|-
 
|-
 
|02:06
 
|02:06
||LinuxOSত  Firefox ৰান কৰিবলৈ Fedora, Ubuntu, RedHat, Debian আৰু  SUSE দৰকাৰ৷
+
||এইয়া হ’ল LinuxOSত  Firefox ৰান কৰিবলৈ Fedora, Ubuntu, RedHat, Debian আৰু  SUSE চলাবলৈ প্রয়োজনীয় চিস্টেম সমূহ।
  
 
|-
 
|-
Line 89: Line 89:
 
|-
 
|-
 
|02:24
 
|02:24
||GTK+ 2.10 বা তাতকৈ ওপৰৰ৷
+
||GTK+ 2.10 বা তাতকৈ বেছি৷
  
 
|-
 
|-
 
|02:29
 
|02:29
||GLib 2.12 বা তাতকৈ ওপৰৰ৷
+
||GLib 2.12 বা তাতকৈ বেছি৷
  
 
|-
 
|-
Line 101: Line 101:
 
|-
 
|-
 
|02:37
 
|02:37
||Pango 1.14 বা তাতকৈ ওপৰৰ৷
+
||Pango 1.14 বা তাতকৈ বেছি৷
  
 
|-
 
|-
 
|02:40
 
|02:40
||X.Org 1.7 বা তাতকৈ ওপৰৰ৷
+
||X.Org 1.7 বা তাতকৈ বেছি৷
  
 
|-
 
|-
 
|02:44
 
|02:44
||হাৰ্ডওৱেৰ দৰকাৰ - Pentium 4 বা তাতকৈ ওপৰৰ, 512MBৰ  RAM 200MBৰ স্পেচৰ hard drive লাগিব৷
+
||আৰু অনুমোদিত হাৰ্ডৱেৰবোৰ হ’ল - Pentium 4 বা তাতকৈ বেছি, 512MBৰ  RAM 200MBৰ স্পেচৰ hard drive লাগিব৷
  
 
|-
 
|-
 
|02:55
 
|02:55
||চিষ্টেমৰ বাবে দৰকাৰী খবৰৰ বাবে, পৰ্দাত থকা Firefox ওৱেব চাইট দৰ্শন কৰক৷
+
||প্রয়োজনীয় চিষ্টেমৰ বাবে সম্পূর্ণ তথ্যবোৰৰ বাবে, পৰ্দাত দেখুওৱা Firefox ওৱেব চাইট দৰ্শন কৰক৷
  
 
|-
 
|-
 
|03:32
 
|03:32
||mozilla.comৰ আচল ওৱেব চাইটৰপৰা screenত দিঘা মতে, আমি এতিয়া Firefox ডাউনলোড আৰু Install কৰো আহা৷
+
||অফিচিয়েল ৱেবচাইটলৈ গৈ mozilla.comৰ আচল ওৱেব চাইটৰপৰা screenত দিয়া মতে, আমি এতিয়া Firefox ডাউনলোড আৰু Install কৰো আহা৷
  
 
|-
 
|-
 
|03:11
 
|03:11
||ইয়াত আমি সদায় Firefoxৰ শেহতীয়া ডাৰচনটোহে পাম৷
+
||ইয়াত আমি সদায় Firefoxৰ শেহতীয়া ভাৰচনটোহে পাম৷
  
 
|-
 
|-
 
|03:15
 
|03:15
||নতুবা আমি ‘All Systems and Languages” ক্লিক কৰিব পাৰো, ঘত সউজিয়া ঠাই থাকিম নানাধৰনৰ options বাবে*
+
||নতুবা আমি ‘All Systems and Languages” ক্লিক কৰিব পাৰো, য’ত সেউজীয়া ঠাই থাকিব নানাধৰনৰ options ৰ বাবে।
  
 
|-
 
|-
 
|03:23
 
|03:23
||লক্ষ্য কৰিব ঘে Mozilla+ Firefoxক 70 টাতকৈও অধিক ডাষাৰ শুঘোগ দিয়ে ৷
+
||লক্ষ্য কৰিব যে Mozilla+ Firefoxক 70 টাতকৈও অধিক ভাষাৰ সুযোগ দিয়ে ৷
  
 
|-
 
|-
 
|03:28
 
|03:28
||ইয়াত আমি নানা ধৰনৰ স্থানীয় ডাৰচন ডাউনলোড কৰিব পাৰো৷ ঘেনে - হিন্দী বা বেংগলী৷
+
||ইয়াত আমি নানা ধৰনৰ স্থানীয় ভাৰচন ডাউনলোড কৰিব পাৰো৷ যেনে - হিন্দী বা বেংগলী৷
  
 
|-
 
|-
 
|03:33
 
|03:33
||আমি অপাৰেটিং ছিষ্টেমো পচন্দ কৰিব পাৰো, Windows, Mac বা Linux বা মাত্ৰ বিডিন্ন ধৰনৰ আইকনক ক্লিক কৰি৷
+
||আমি অপাৰেটিং ছিষ্টেমো পচন্দ কৰিব পাৰো, Windows, Mac বা Linux বা মাত্ৰ বিভিন্ন ধৰনৰ আইকনক ক্লিক কৰি৷
  
 
|-
 
|-
 
|03:42
 
|03:42
||UbuntuLinuxত, প্ৰথমে স্থান নিৰ্বাচন কৰিব, ফাইল চেড কৰিবৰ কাৰনে (নিজে-নিজে ডাউনলোড directoryত আপোনাৰ হোমফল্ডাৰ নিৰ্বাচিত হৈ ঘাব)৷
+
||UbuntuLinuxত, প্ৰথমে স্থান নিৰ্বাচন কৰিব, ফাইল চেড কৰিবৰ কাৰনে (নিজে-নিজে ডাউনলোড directoryত আপোনাৰ হোমফল্ডাৰ নিৰ্বাচিত হৈ যাব)৷
  
 
|-
 
|-
Line 149: Line 149:
 
|-
 
|-
 
|03:58
 
|03:58
||Homedirectoryৰ তত্বৱধানত Downloadsdirectoryত এইটোৱে Firefoxত চেড আৰকিডকৰিব৷
+
||Homedirectoryৰ তত্বাৱধানত Downloadsdirectoryত এইটোৱে Firefoxত চেভ আৰকিভ কৰিব৷
  
 
|-
 
|-
 
|04:06
 
|04:06
||Terminalউইনড’ এটা ঘোলক আৰু আপোনাৰ Downloadsdirectoryলৈ ঘাওঁক তলত দিয়া আদেশ টাইপ টাইপ কৰক -command: cd ~/Downloads *
+
||Terminalউইনড’ এটা খোলক আৰু আপোনাৰ Downloadsdirectoryলৈ যাওঁক তলত দিয়া আদেশ টাইপ টাইপ কৰক -command: cd ~/Downloads *
  
 
|-
 
|-
Line 161: Line 161:
 
|-
 
|-
 
| 04:19
 
| 04:19
||কমান্ড :tar xjf firefox-7.0.1.tar.bz2 টাইপ কৰি ডাউনলোড ফাইলত তথ্যবোৰ বিশ্লেষন কৰক৷
+
||কমান্ড :tar xjf firefox-7.0.1.tar.bz2 টাইপ কৰি ডাউনলোড ফাইলত তথ্যবোৰ বিশ্লেষণ কৰক৷
  
 
|-
 
|-
 
|04:35
 
|04:35
 
||এতিয়া এন্টাৰ কি টিপক৷
 
||এতিয়া এন্টাৰ কি টিপক৷
 
|-
 
|04:38
 
||This will start extracting the files required to run Firefox 7.0.
 
  
 
|-
 
|-
 
| 04:38
 
| 04:38
||এইটোৱে Firefox 7.0ৰ বাবে দাকাৰি ফাইলচ বোৰ বিশ্লেষন কৰিবৰ বাবে খোলা আৰ কৰিব৷
+
||এইটোৱে Firefox 7.0ৰ বাবে দৰকাৰি ফাইলচ বোৰ বিশ্লেষণ কৰিবৰ বাবে খুলিব আৰু চলাব পাৰিম৷
  
 
|-
 
|-
 
|04:44
 
|04:44
||কমান্ড: cd firefoxö টাইপ কৰি Terminal উইনড’ত Firefoxdirectoryত ঘাওক
+
||কমান্ড: cd firefoxö টাইপ কৰি Terminal উইনড’ত Firefoxdirectoryত যাওক
  
 
|-
 
|-
Line 189: Line 185:
 
|-
 
|-
 
|04:58
 
|04:58
||Firefox ব্ৰাউজাৰত পৰ্দাপন কৰিবলৈ টাইপ কৰক টাইপ কৰক কমান্ড./firefox আৰু ইন্টাৰ কি টিপক৷
+
||Firefox ব্ৰাউজাৰত আৰম্ভ কৰিবলৈ টাইপ কৰক টাইপ কমান্ড./firefox আৰু এন্টাৰ কি টিপক৷
  
 
|-
 
|-
 
|05:06
 
|05:06
||বিপৰীতকৈ, আপুনি Firefoxত পদাৰ্পৰ কৰিবপাৰে তলত দিয়া কামন্ড homedirectory ব্যৱহাৰকৰি ঘদিহে আপোনাৰ কাৰেন্ট  directoryত নহয়৷
+
||বিপৰীতকৈ, আপুনি Firefoxত পদাৰ্পণৰ কৰিব পাৰে তলত দিয়া কমান্ড homedirectory ব্যৱহাৰ কৰি যদিহে আপোনাৰ কাৰেন্ট  directoryত নহয়৷
  
 
|-
 
|-
Line 201: Line 197:
 
|-
 
|-
 
|05:21
 
|05:21
||পিছলৈ হোমপেজ নিজে-নিজেসংস্থাপন কেনেকৈ হয় আমি চাম৷
+
||পিছলৈ হোমপেজ নিজে-নিজে সংস্থাপন কেনেকৈ হয় আমি চাম৷
  
 
|-
 
|-
 
|05:25
 
|05:25
||এতিয়াৰ কাৰনে, উদাহৰণ স্বৰুপে আমি Rediff.com ৱেবছাইটত ঘাওঁ আহা - শেহতীয়া বাৰ আৰু তথ্যৰ কাৰনে৷
+
||এতিয়াৰ পৰা, উদাহৰণ স্বৰূপে আমি Rediff.com - শেহতীয়া বাৰ আৰু তথ্যৰ কাৰনে ৱেবছাইটত যাওঁ আহা৷
  
 
|-
 
|-
 
|05:33
 
|05:33
||মেনু বাৰতথকা Address barত টাইপ কৰক: www.rediff.com  
+
||মেনু বাৰৰ তলত থকা Address barত টাইপ কৰক: www.rediff.com  
  
 
|-
 
|-
Line 217: Line 213:
 
|-
 
|-
 
|05:47
 
|05:47
||এতিয়া, এই পৃষ্ঠাৰপৰা, আমি নানা ধৰনৰ লিংকচ নেজিগেট কৰিব পাৰো সকলোবোৰ পৃষ্ঠাৰ তথ্যবোৰ৷
+
||এতিয়া, এই পৃষ্ঠাৰপৰা, আমি নানা ধৰনৰ লিংকচ নেভিগেট কৰিব পাৰো সকলোবোৰ পৃষ্ঠাৰ তথ্যবোৰ৷
  
 
|-
 
|-
Line 225: Line 221:
 
|-
 
|-
 
|05:58
 
|05:58
||Firefox ব্যৱহাৰ কৰি এনেদৰে আমি উৱেৰ ছাইট দৰ্শন কৰিব পাৰো আৰু তাত থকা নানা ধৰনৰ পৃষ্ঠাবোৰ নেডিগেট কৰিব পাৰো৷
+
||Firefox ব্যৱহাৰ কৰি এনেদৰে আমি উৱেৰ ছাইট দৰ্শন কৰিব পাৰো আৰু তাত থকা নানা ধৰনৰ পৃষ্ঠাবোৰ নেভিগেট কৰিব পাৰো৷
  
 
|-
 
|-
 
|06:05
 
|06:05
||ডিবষ্যৎ টিউটৰিয়েলতে, আমি Firefox interface শিকিব পাৰিম আৰু লগতে নানা ধৰনৰ তথ্যও৷
+
||ভবিষ্যতত টিউটোৰিয়েলতে, আমি Firefox interface আৰু লগতে নানা ধৰনৰ তথ্যও শিকিব পাৰিম৷
  
 
|-
 
|-
 
|06:12
 
|06:12
||http://spoken-tutorial.org/What_is_a_Spoken_Tutorialত থকা ডিডিঅ ল্ক্ষ্য কৰক৷
+
||http://spoken-tutorial.org/What_is_a_Spoken_Tutorialত থকা ডিডিঅ চাওক৷
 
+
|-
+
|06:16
+
||It summarises the Spoken Tutorial project
+
  
 
|-
 
|-
 
| 06:16
 
| 06:16
||ই স্পোকেন টিউটৰিয়েলচত প্ৰজেক্ট সাৰাংশ কৰে৷
+
||ই স্পোকেন টিউটৰিয়েলচত প্ৰজেক্ট সংক্ষিপ্ত কৰে৷
  
 
|-
 
|-
 
|06:19
 
|06:19
||ঘদি আপোনাৰ ডাল বেন্ডউইথ নহয় আপুনি এইটো ডাউনলোড কৰিব পাৰে আৰু চাব পাৰে৷
+
||যদি আপোনাৰ ভাল বেন্ডউইথ নহয় আপুনি এইটো ডাউনলোড কৰিব পাৰে আৰু চাব পাৰে৷
  
 
|-
 
|-
 
|06:24
 
|06:24
||স্পোকেন টিউটৰিয়েলচ ব্যৱহাৰ কৰি স্কোচকন টিউটৰিয়েলচ প্ৰজেক্ট দলে কৰ্মশালা পাতে৷
+
||স্পোকেন টিউটোৰিয়েলচ ব্যৱহাৰ কৰি স্কোকেন টিউটোৰিয়েলচ প্ৰজেক্ট দলে কৰ্মশালা পাতে৷
  
 
|-
 
|-
 
|06:29
 
|06:29
||অনলাইন পৰীক্ষাত ঘিবোৰ উৰ্ত্তীনহৈচগে সিহঁতবোৰক চাৰ্টিফিকেট দিয়ে৷
+
||অনলাইন পৰীক্ষাত যিসকলে উত্তীর্ণ হৈছেগৈ সিহঁতবোৰক চাৰ্টিফিকেট দিয়ে৷
  
 
|-
 
|-
Line 261: Line 253:
 
|-
 
|-
 
|06:39
 
|06:39
||টক টু এ টিচাৰ প্ৰজেক্ট ৰ স্পোকেন টিউটৰিয়েল প্ৰজেক্ট এটা অংশ৷
+
||টক টু এ টিচাৰ প্ৰজেক্ট ৰ স্পোকেন টিউটোৰিয়েল প্ৰজেক্ট এটা অংশ৷
  
 
|-
 
|-
 
|06:44
 
|06:44
||ইয়াক National Mission on Education through ICT, MHRD, Government of India ই সমৰ্থনকৰে৷
+
||ইয়াক National Mission on Education through ICT, MHRD, Government of India ই সমৰ্থন কৰে৷
  
 
|-
 
|-
Line 272: Line 264:
  
 
|-
 
|-
|07:41
+
|07:02
||এই টিউটৰিয়েলক DesiCrew Solutions Pvt. Ltd. ঘে কনট্ৰিবিউট কৰিছে৷
+
||এই টিউটোৰিয়েলক DesiCrew Solutions Pvt. Ltd. ঘে কনট্ৰিবিউট কৰিছে৷ধন্যবাদ৷
 
+
|-
+
|07:46
+
||ধন্যবাদ৷
+
  
 
|-
 
|-
 
|}
 
|}

Revision as of 10:07, 20 March 2014

VISUAL CUE NARRATION
00:00 Mozilla Firefoxৰ চিনাকী পৰ্বৰ স্পোকেন টিউটোৰিয়ললৈ আদৰনি জনাইছো৷
00:05 আমি এই টিটোৰিয়েলত তলত দিয়া topic বোৰৰ বিতং তথ্য পাব৷
00:10 Mozilla Firefox কি?
00:12 Firefox কিয়?
0014 ভাৰচনচ, পদ্ধতি,তথ্য-পাতি আদি জানিবলৈ ডাউনলোড আৰু Firefox install উৱেবচাইট দৰ্শন কৰক৷
00:21 উৱেব ব্ৰাউজাৰৰ Mozilla Firefox বা Firefox এটা মুক্ত, খোলা উৎস৷
00:27 উৱেৰ ব্ৰাউজাৰে নিজে নিজে Ubuntu Linux কাৰনে ইন্টাৰনেটত windowৰ দৰে কাম কৰে৷
00:33 ই আপোনাক ইন্টাৰনেট ওৱেব পৃষ্ঠাবোৰ চাবলৈ দিয়ে আৰু পৃষ্ঠাবোৰ navigate কৰে৷
00:39 চাৰ্চ ইঞ্জিনৰ দ্বাৰা ই ওৱেব পৃষ্ঠাবোৰ বিচাৰে৷ উ্দাহৰণ স্বৰূপে Google, Yahoo Search বা Bing *
00:47 Mozilla Foundation ত ডলন্টিয়াৰ প্ৰগেমাৰচৰ দ্বাৰা Firefox ৰ উন্নতিকৰন কৰা হৈছিল৷
00:54 Mozilla ৰ সম্পূর্ণ তথ্যৰ কাৰনে Mozilla.org দৰ্শন কৰক৷
00:59 Windows, Mac OSX আৰু Linux Operating Systems, Firefoxত কাম কৰে৷
01:05 Ubuntu কাৰনে অন্য কিছুমান জনপ্রিয় ওৱেব ব্ৰাউজাৰচ হ’ল Konqueror, Google Chrome আৰু Opera *
01:12 Ubuntu10.04 কাৰনে আমি এই টিউটৰিয়েলত ভাৰচন 7.0 ব্যৱহাৰ কৰিম৷
01:20 Firefoxঘে browsing ভাল দৰে কৰে লগতে স্পিড, গোপনীয়তা আৰু অন্য ধৰনৰ আধুনিক কাৰিগৰী দিশবোৰতো উন্নতি সাধন কৰে৷
01:27 ইয়াৰ নানা ধৰনৰ কাৰিগৰী দিশ আছে, যেনে - tabbed windows, spell checking, pop-up blocker আদি কাম, ওৱেব চাৰ্চ ইন্টিগ্ৰেড কৰে, ফিচিংত বাধা দিয়ে৷
01:39 Firefoxৰ ওৱেব ব্ৰাউচিং খুব বেগী, লগতেই ৰৈ যোৱা গ্ৰাফিকচৰ কাম, পেজ লোডিংৰ কামত সহায় কৰে৷
01:45 ই নানা ধৰনৰ নিৰাপত্তা আৰু গোপনীয়তা ৰক্ষা কৰে বিশেষকৈ ওৱেব চাইটৰ ফ্যেডুলেন্টত, স্পাই ওৱেব আৰু ভাইৰাচত ট্ৰোজানত বা অন্য কোনো মালওৱেবৰ বিপৰীতে৷
01:56 পদ্ধতিৰে ইকাষ্টমিজেচন কে আৰু ব্যৱহাৰকাৰি কাৰনে থিমচ ইনচটল কৰাটো হাজাৰ গুন সুবিধাজনক৷
02:06 এইয়া হ’ল LinuxOSত Firefox ৰান কৰিবলৈ Fedora, Ubuntu, RedHat, Debian আৰু SUSE চলাবলৈ প্রয়োজনীয় চিস্টেম সমূহ।
02:16 Ubuntu10.04ত Firefox ৰান কৰিবলৈ তলত দিয়া বোৰ libraries বা packages আপোনাৰ দৰকাৰ হব৷
02:24 GTK+ 2.10 বা তাতকৈ বেছি৷
02:29 GLib 2.12 বা তাতকৈ বেছি৷
02:32 libstdc++ 4.3 তাতকৈ ওপৰৰ৷
02:37 Pango 1.14 বা তাতকৈ বেছি৷
02:40 X.Org 1.7 বা তাতকৈ বেছি৷
02:44 আৰু অনুমোদিত হাৰ্ডৱেৰবোৰ হ’ল - Pentium 4 বা তাতকৈ বেছি, 512MBৰ RAM 200MBৰ স্পেচৰ hard drive লাগিব৷
02:55 প্রয়োজনীয় চিষ্টেমৰ বাবে সম্পূর্ণ তথ্যবোৰৰ বাবে, পৰ্দাত দেখুওৱা Firefox ওৱেব চাইট দৰ্শন কৰক৷
03:32 অফিচিয়েল ৱেবচাইটলৈ গৈ mozilla.comৰ আচল ওৱেব চাইটৰপৰা screenত দিয়া মতে, আমি এতিয়া Firefox ডাউনলোড আৰু Install কৰো আহা৷
03:11 ইয়াত আমি সদায় Firefoxৰ শেহতীয়া ভাৰচনটোহে পাম৷
03:15 নতুবা আমি ‘All Systems and Languages” ক্লিক কৰিব পাৰো, য’ত সেউজীয়া ঠাই থাকিব নানাধৰনৰ options ৰ বাবে।
03:23 লক্ষ্য কৰিব যে Mozilla+ Firefoxক 70 টাতকৈও অধিক ভাষাৰ সুযোগ দিয়ে ৷
03:28 ইয়াত আমি নানা ধৰনৰ স্থানীয় ভাৰচন ডাউনলোড কৰিব পাৰো৷ যেনে - হিন্দী বা বেংগলী৷
03:33 আমি অপাৰেটিং ছিষ্টেমো পচন্দ কৰিব পাৰো, Windows, Mac বা Linux বা মাত্ৰ বিভিন্ন ধৰনৰ আইকনক ক্লিক কৰি৷
03:42 UbuntuLinuxত, প্ৰথমে স্থান নিৰ্বাচন কৰিব, ফাইল চেড কৰিবৰ কাৰনে (নিজে-নিজে ডাউনলোড directoryত আপোনাৰ হোমফল্ডাৰ নিৰ্বাচিত হৈ যাব)৷
03:51 এতিয়া আপুনি “Save File” অপচন নিৰ্বাচন কৰিব পাৰে আৰু পপ উইনড’ত “OK” বাটন ক্লিক কৰিব পাৰে৷
03:58 Homedirectoryৰ তত্বাৱধানত Downloadsdirectoryত এইটোৱে Firefoxত চেভ আৰকিভ কৰিব৷
04:06 Terminalউইনড’ এটা খোলক আৰু আপোনাৰ Downloadsdirectoryলৈ যাওঁক তলত দিয়া আদেশ টাইপ টাইপ কৰক -command: cd ~/Downloads *
04:17 এতিয়া এন্টাৰ কি টিপক৷
04:19 কমান্ড :tar xjf firefox-7.0.1.tar.bz2 টাইপ কৰি ডাউনলোড ফাইলত তথ্যবোৰ বিশ্লেষণ কৰক৷
04:35 এতিয়া এন্টাৰ কি টিপক৷
04:38 এইটোৱে Firefox 7.0ৰ বাবে দৰকাৰি ফাইলচ বোৰ বিশ্লেষণ কৰিবৰ বাবে খুলিব আৰু চলাব পাৰিম৷
04:44 কমান্ড: cd firefoxö টাইপ কৰি Terminal উইনড’ত Firefoxdirectoryত যাওক ৷
04:52 এতিয়া এন্টাৰ কি টিপক৷
04:54 এইটোৱে আপোনাক Firefoxdirectoryত আনিব৷
04:58 Firefox ব্ৰাউজাৰত আৰম্ভ কৰিবলৈ টাইপ কৰক টাইপ কমান্ড./firefox আৰু এন্টাৰ কি টিপক৷
05:06 বিপৰীতকৈ, আপুনি Firefoxত পদাৰ্পণৰ কৰিব পাৰে তলত দিয়া কমান্ড homedirectory ব্যৱহাৰ কৰি যদিহে আপোনাৰ কাৰেন্ট directoryত নহয়৷
05:15 তেতিয়ালৈকে Downloads/firefox/firefox õ
05:21 পিছলৈ হোমপেজ নিজে-নিজে সংস্থাপন কেনেকৈ হয় আমি চাম৷
05:25 এতিয়াৰ পৰা, উদাহৰণ স্বৰূপে আমি Rediff.com - শেহতীয়া বাৰ আৰু তথ্যৰ কাৰনে ৱেবছাইটত যাওঁ আহা৷
05:33 মেনু বাৰৰ তলত থকা Address barত টাইপ কৰক: www.rediff.com
05:40 rediff.com উৱেবচাইটত হোমপেজৰ তথ্যবোৰ প্ৰদৰ্শিত হব৷
05:47 এতিয়া, এই পৃষ্ঠাৰপৰা, আমি নানা ধৰনৰ লিংকচ নেভিগেট কৰিব পাৰো সকলোবোৰ পৃষ্ঠাৰ তথ্যবোৰ৷
05:53 Headlines tabৰ তলত থকা প্ৰথম linkত ক্লিক কৰো আহা৷
05:58 Firefox ব্যৱহাৰ কৰি এনেদৰে আমি উৱেৰ ছাইট দৰ্শন কৰিব পাৰো আৰু তাত থকা নানা ধৰনৰ পৃষ্ঠাবোৰ নেভিগেট কৰিব পাৰো৷
06:05 ভবিষ্যতত টিউটোৰিয়েলতে, আমি Firefox interface আৰু লগতে নানা ধৰনৰ তথ্যও শিকিব পাৰিম৷
06:12 http://spoken-tutorial.org/What_is_a_Spoken_Tutorialত থকা ডিডিঅ চাওক৷
06:16 ই স্পোকেন টিউটৰিয়েলচত প্ৰজেক্ট সংক্ষিপ্ত কৰে৷
06:19 যদি আপোনাৰ ভাল বেন্ডউইথ নহয় আপুনি এইটো ডাউনলোড কৰিব পাৰে আৰু চাব পাৰে৷
06:24 স্পোকেন টিউটোৰিয়েলচ ব্যৱহাৰ কৰি স্কোকেন টিউটোৰিয়েলচ প্ৰজেক্ট দলে কৰ্মশালা পাতে৷
06:29 অনলাইন পৰীক্ষাত যিসকলে উত্তীর্ণ হৈছেগৈ সিহঁতবোৰক চাৰ্টিফিকেট দিয়ে৷
06:33 বিতং তথ্যৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লিখক৷
06:39 টক টু এ টিচাৰ প্ৰজেক্ট ৰ স্পোকেন টিউটোৰিয়েল প্ৰজেক্ট এটা অংশ৷
06:44 ইয়াক National Mission on Education through ICT, MHRD, Government of India ই সমৰ্থন কৰে৷
06:51 এই মিছনৰ বিতং তথ্য বোৰ http://spoken-tutorial.org/NMEICT-Intro আছে৷
07:02 এই টিউটোৰিয়েলক DesiCrew Solutions Pvt. Ltd. ঘে কনট্ৰিবিউট কৰিছে৷ধন্যবাদ৷

Contributors and Content Editors

Desicrew, Pratik kamble