Firefox/C2/Introduction/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:00 | Mozilla Firefoxৰ চিনাকী পৰ্বৰ স্পোকেন টিউটোৰিয়ললৈ আদৰনি জনাইছো৷ |
00:05 | আমি এই টিটোৰিয়েলত তলত দিয়া topic বোৰৰ বিতং তথ্য পাব৷ |
00:10 | Mozilla Firefox কি? |
00:12 | Firefox কিয়? |
00:14 | ভাৰচনচ, পদ্ধতি,তথ্য-পাতি আদি জানিবলৈ ডাউনলোড আৰু Firefox install উৱেবচাইট দৰ্শন কৰক৷ |
00:21 | উৱেব ব্ৰাউজাৰৰ Mozilla Firefox বা Firefox এটা মুক্ত, খোলা উৎস৷ |
00:27 | উৱেৰ ব্ৰাউজাৰে নিজে নিজে Ubuntu Linux কাৰনে ইন্টাৰনেটত windowৰ দৰে কাম কৰে৷ |
00:33 | ই আপোনাক ইন্টাৰনেট ওৱেব পৃষ্ঠাবোৰ চাবলৈ দিয়ে আৰু পৃষ্ঠাবোৰ navigate কৰে৷ |
00:39 | চাৰ্চ ইঞ্জিনৰ দ্বাৰা ই ওৱেব পৃষ্ঠাবোৰ বিচাৰে৷ উ্দাহৰণ স্বৰূপে Google, Yahoo Search বা Bing * |
00:47 | Mozilla Foundation ত ডলন্টিয়াৰ প্ৰগেমাৰচৰ দ্বাৰা Firefox ৰ উন্নতিকৰন কৰা হৈছিল৷ |
00:54 | Mozilla ৰ সম্পূর্ণ তথ্যৰ কাৰনে Mozilla.org দৰ্শন কৰক৷ |
00:59 | Windows, Mac OSX আৰু Linux Operating Systems, Firefoxত কাম কৰে৷ |
01:05 | Ubuntu কাৰনে অন্য কিছুমান জনপ্রিয় ওৱেব ব্ৰাউজাৰচ হ’ল Konqueror, Google Chrome আৰু Opera * |
01:12 | Ubuntu10.04 কাৰনে আমি এই টিউটৰিয়েলত ভাৰচন 7.0 ব্যৱহাৰ কৰিম৷ |
01:20 | Firefoxঘে browsing ভাল দৰে কৰে লগতে স্পিড, গোপনীয়তা আৰু অন্য ধৰনৰ আধুনিক কাৰিগৰী দিশবোৰতো উন্নতি সাধন কৰে৷ |
01:27 | ইয়াৰ নানা ধৰনৰ কাৰিগৰী দিশ আছে, যেনে - tabbed windows, spell checking, pop-up blocker আদি কাম, ওৱেব চাৰ্চ ইন্টিগ্ৰেড কৰে, ফিচিংত বাধা দিয়ে৷ |
01:39 | Firefoxৰ ওৱেব ব্ৰাউচিং খুব বেগী, লগতেই ৰৈ যোৱা গ্ৰাফিকচৰ কাম, পেজ লোডিংৰ কামত সহায় কৰে৷ |
01:45 | ই নানা ধৰনৰ নিৰাপত্তা আৰু গোপনীয়তা ৰক্ষা কৰে বিশেষকৈ ওৱেব চাইটৰ ফ্যেডুলেন্টত, স্পাই ওৱেব আৰু ভাইৰাচত ট্ৰোজানত বা অন্য কোনো মালওৱেবৰ বিপৰীতে৷ |
01:56 | পদ্ধতিৰে ইকাষ্টমিজেচন কে আৰু ব্যৱহাৰকাৰি কাৰনে থিমচ ইনচটল কৰাটো হাজাৰ গুন সুবিধাজনক৷ |
02:06 | এইয়া হ’ল LinuxOSত Firefox ৰান কৰিবলৈ Fedora, Ubuntu, RedHat, Debian আৰু SUSE চলাবলৈ প্রয়োজনীয় চিস্টেম সমূহ। |
02:16 | Ubuntu10.04ত Firefox ৰান কৰিবলৈ তলত দিয়া বোৰ libraries বা packages আপোনাৰ দৰকাৰ হব৷ |
02:24 | GTK+ 2.10 বা তাতকৈ বেছি৷ |
02:29 | GLib 2.12 বা তাতকৈ বেছি৷ |
02:32 | libstdc++ 4.3 তাতকৈ ওপৰৰ৷ |
02:37 | Pango 1.14 বা তাতকৈ বেছি৷ |
02:40 | X.Org 1.7 বা তাতকৈ বেছি৷ |
02:44 | আৰু অনুমোদিত হাৰ্ডৱেৰবোৰ হ’ল - Pentium 4 বা তাতকৈ বেছি, 512MBৰ RAM 200MBৰ স্পেচৰ hard drive লাগিব৷ |
02:55 | প্রয়োজনীয় চিষ্টেমৰ বাবে সম্পূর্ণ তথ্যবোৰৰ বাবে, পৰ্দাত দেখুওৱা Firefox ওৱেব চাইট দৰ্শন কৰক৷ |
03:32 | অফিচিয়েল ৱেবচাইটলৈ গৈ mozilla.comৰ আচল ওৱেব চাইটৰপৰা screenত দিয়া মতে, আমি এতিয়া Firefox ডাউনলোড আৰু Install কৰো আহা৷ |
03:11 | ইয়াত আমি সদায় Firefoxৰ শেহতীয়া ভাৰচনটোহে পাম৷ |
03:15 | নতুবা আমি ‘All Systems and Languages” ক্লিক কৰিব পাৰো, য’ত সেউজীয়া ঠাই থাকিব নানাধৰনৰ options ৰ বাবে। |
03:23 | লক্ষ্য কৰিব যে Mozilla+ Firefoxক 70 টাতকৈও অধিক ভাষাৰ সুযোগ দিয়ে ৷ |
03:28 | ইয়াত আমি নানা ধৰনৰ স্থানীয় ভাৰচন ডাউনলোড কৰিব পাৰো৷ যেনে - হিন্দী বা বেংগলী৷ |
03:33 | আমি অপাৰেটিং ছিষ্টেমো পচন্দ কৰিব পাৰো, Windows, Mac বা Linux বা মাত্ৰ বিভিন্ন ধৰনৰ আইকনক ক্লিক কৰি৷ |
03:42 | UbuntuLinuxত, প্ৰথমে স্থান নিৰ্বাচন কৰিব, ফাইল চেড কৰিবৰ কাৰনে (নিজে-নিজে ডাউনলোড directoryত আপোনাৰ হোমফল্ডাৰ নিৰ্বাচিত হৈ যাব)৷ |
03:51 | এতিয়া আপুনি “Save File” অপচন নিৰ্বাচন কৰিব পাৰে আৰু পপ উইনড’ত “OK” বাটন ক্লিক কৰিব পাৰে৷ |
03:58 | Homedirectoryৰ তত্বাৱধানত Downloadsdirectoryত এইটোৱে Firefoxত চেভ আৰকিভ কৰিব৷ |
04:06 | Terminalউইনড’ এটা খোলক আৰু আপোনাৰ Downloadsdirectoryলৈ যাওঁক তলত দিয়া আদেশ টাইপ টাইপ কৰক -command: cd ~/Downloads * |
04:17 | এতিয়া এন্টাৰ কি টিপক৷ |
04:19 | কমান্ড :tar xjf firefox-7.0.1.tar.bz2 টাইপ কৰি ডাউনলোড ফাইলত তথ্যবোৰ বিশ্লেষণ কৰক৷ |
04:35 | এতিয়া এন্টাৰ কি টিপক৷ |
04:38 | এইটোৱে Firefox 7.0ৰ বাবে দৰকাৰি ফাইলচ বোৰ বিশ্লেষণ কৰিবৰ বাবে খুলিব আৰু চলাব পাৰিম৷ |
04:44 | কমান্ড: cd firefoxö টাইপ কৰি Terminal উইনড’ত Firefoxdirectoryত যাওক ৷ |
04:52 | এতিয়া এন্টাৰ কি টিপক৷ |
04:54 | এইটোৱে আপোনাক Firefoxdirectoryত আনিব৷ |
04:58 | Firefox ব্ৰাউজাৰত আৰম্ভ কৰিবলৈ টাইপ কৰক টাইপ কমান্ড./firefox আৰু এন্টাৰ কি টিপক৷ |
05:06 | বিপৰীতকৈ, আপুনি Firefoxত পদাৰ্পণৰ কৰিব পাৰে তলত দিয়া কমান্ড homedirectory ব্যৱহাৰ কৰি যদিহে আপোনাৰ কাৰেন্ট directoryত নহয়৷ |
05:15 | তেতিয়ালৈকে Downloads/firefox/firefox õ |
05:21 | পিছলৈ হোমপেজ নিজে-নিজে সংস্থাপন কেনেকৈ হয় আমি চাম৷ |
05:25 | এতিয়াৰ পৰা, উদাহৰণ স্বৰূপে আমি Rediff.com - শেহতীয়া বাৰ আৰু তথ্যৰ কাৰনে ৱেবছাইটত যাওঁ আহা৷ |
05:33 | মেনু বাৰৰ তলত থকা Address barত টাইপ কৰক: www.rediff.com |
05:40 | rediff.com উৱেবচাইটত হোমপেজৰ তথ্যবোৰ প্ৰদৰ্শিত হব৷ |
05:47 | এতিয়া, এই পৃষ্ঠাৰপৰা, আমি নানা ধৰনৰ লিংকচ নেভিগেট কৰিব পাৰো সকলোবোৰ পৃষ্ঠাৰ তথ্যবোৰ৷ |
05:53 | Headlines tabৰ তলত থকা প্ৰথম linkত ক্লিক কৰো আহা৷ |
05:58 | Firefox ব্যৱহাৰ কৰি এনেদৰে আমি উৱেৰ ছাইট দৰ্শন কৰিব পাৰো আৰু তাত থকা নানা ধৰনৰ পৃষ্ঠাবোৰ নেভিগেট কৰিব পাৰো৷ |
06:05 | ভবিষ্যতত টিউটোৰিয়েলতে, আমি Firefox interface আৰু লগতে নানা ধৰনৰ তথ্যও শিকিব পাৰিম৷ |
06:12 | http://spoken-tutorial.org/What_is_a_Spoken_Tutorialত থকা ডিডিঅ চাওক৷ |
06:16 | ই স্পোকেন টিউটৰিয়েলচত প্ৰজেক্ট সংক্ষিপ্ত কৰে৷ |
06:19 | যদি আপোনাৰ ভাল বেন্ডউইথ নহয় আপুনি এইটো ডাউনলোড কৰিব পাৰে আৰু চাব পাৰে৷ |
06:24 | স্পোকেন টিউটোৰিয়েলচ ব্যৱহাৰ কৰি স্কোকেন টিউটোৰিয়েলচ প্ৰজেক্ট দলে কৰ্মশালা পাতে৷ |
06:29 | অনলাইন পৰীক্ষাত যিসকলে উত্তীর্ণ হৈছেগৈ সিহঁতবোৰক চাৰ্টিফিকেট দিয়ে৷ |
06:33 | বিতং তথ্যৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লিখক৷ |
06:39 | টক টু এ টিচাৰ প্ৰজেক্ট ৰ স্পোকেন টিউটোৰিয়েল প্ৰজেক্ট এটা অংশ৷ |
06:44 | ইয়াক National Mission on Education through ICT, MHRD, Government of India ই সমৰ্থন কৰে৷ |
06:51 | এই মিছনৰ বিতং তথ্য বোৰ http://spoken-tutorial.org/NMEICT-Intro আছে৷ |
07:02 | এই টিউটোৰিয়েলক DesiCrew Solutions Pvt. Ltd. ঘে কনট্ৰিবিউট কৰিছে৷ধন্যবাদ৷ |