C-and-Cpp/C2/Nested-If-And-Switch-Statement/Assamese

From Script | Spoken-Tutorial
Revision as of 01:36, 24 December 2014 by Dhrubaghy (Talk | contribs)

Jump to: navigation, search
Time Narration
00:01 নেষ্টেদ ইফ(nested-if) & চুইত্চ ষ্টেটমেন্ত(switch statement) ইন C এণ্ড C++ ৰ স্পকেন টিউট’ৰিয়েল ( Spoken Tutorial)লৈ আদৰণি জনাইছো
00:07 এই টিউট’ৰিয়েল ( tutorial)ত আমি শিকিম,
00:09 নেষ্টেদ ইফ(nested-if) ষ্টেতমেন্ত (statement) কেনেকৈ ব্যৱহাৰ কৰা হয় । আৰু
00:12 চুইত্চ ষ্টেটমেন্ত(switch statement)
00:13 আমি কিছু উদাহৰণৰ জৰিয়তে এইয়া কৰিম
00:17 এই শিকনিতো( tutorial) বাণীবদ্ধ( record) কৰোতে, মই ব্যৱহাৰ‍‌ কৰিছো,
00:20 উবুনটো অপাৰেটিং ছিচটেমৰ( Ubuntu operating system) 11.10 তাঙৰণ(version)
00:24 উবুনটোত gcc আৰু g++ কমপাইলাৰ(Compiler) ৰ 4.6.1 তাঙৰণ(version)
00:30 প্ৰথমে আমি শিকিম, nested if and switch statement(নেষ্টেদ ইফ আৰু চুইত্চ ষ্টেটমেন্ত) কেনেকৈ লিখে এটা উদাহৰণৰ সৈতে
00:36 মই ইতিমধ্যে প্ৰোগ্ৰাম( program) টো লিখি থৈছো
00:39 আহক আমি চাওঁ
00:40 এই প্ৰোগ্ৰামটোত,আমি ইন্তিজাৰ(integer)ৰ পৰিসৰ ( range) পৰীক্ষা( check) কৰিবলে শিকিম
00:45 লক্ষ্য কৰিব যে আমাৰ ফাইল নামটো nested-if.c
00:50 এতিয়া মই ক’ড( code)টো বৰ্ণনা( explain) কৰিম
00:52 এইটো আমাৰ হেদাৰ ফাইল( Header file)
00:54 এইটো আমাৰ মেইন ফাংচন( main function)
00:56 মেইন ফাংচনৰ( main function) ভিতৰত আমি দুটা ইন্তিজাৰ ভেৰিয়েবল( integer variable) 'x আৰু y' ঘোষণা(declare) কৰিছো
01:02 ইয়াত আমি ব্যৱহাৰ কৰোতা(user)ক 0 ৰ পৰা 39ৰ পৰিসৰ( range)ৰ ভিতৰত এ্টা সংখ্যা এন্টাৰ কৰিবলৈ ক’ম
01:08 আমি ব্যৱহাৰ কৰোতা( user)ৰ পৰা yৰ মানটো ইনপুট( input) হিচাবে ল’ম
01:12 এইটো আমাৰ ইফ চৰ্ত( if condition)
01:14 ইয়াত,আমি y/10=0 হয়নে নহয় পৰীক্ষা( check) কৰিম
01:19 যদি চৰ্ত( condition)টো সত্য( true) হয়
01:20 আমি ছপা কৰিম "you have entered a number in the range of 0-9.
01:25 এইটো আমাৰ এলচ-ইফ চৰ্ত( else- if condition)
01:28 ইয়াত আমি পৰীক্ষা( check) কৰিম যে y/10 1ৰ সমান হয়
01:32 যদি চৰ্ত( condition)টো সত্য হয়
01:34 আমি ছপা কৰিম you have entered a number in the range of 10-19.
01:39 এই এলচ-ইফ চৰ্ত( else- if condition)ত আমি পৰীক্ষা( check) কৰিম যে সংখ্যাটো 20-29 পৰিসৰ( range)ৰ ভিতৰত আছেনে নাই
01:45 আৰু ইয়াত আমি চাম যে সংখ্যাটো 30ৰ পৰা 39 পৰিসৰ( range)ৰ ভিতৰত আছেনে নাই
01:51 এইটো আমাৰ এলচ চৰ্ত( else condition)
01:53 যদি ওপৰৰ সকলো চৰ্ত(condition) অসত্য( false) হয়
01:55 আমি ছপা কৰিম number not in range.
01:58 আৰু এইটো আমাৰ ৰিটাৰ্ণ ষ্টেটমেন্ত( return statement)
02:01 এতিয়া আমি প্ৰোগ্ৰামটো কাৰ্যকৰী( execute) কৰিম
02:03 অনুগ্ৰহ কৰি তাৰমিনেল উইনদ’(terminal window) খুলিবলৈ, আপোনাৰ কিবৰ্ডত একেলগে 'Ctrl, Alt আৰু T কীছ( keys) টিপক
02:12 কাৰ্যকৰী( execute) কৰিবলৈ, লিখক “gcc” space(স্পেছ)“nested-if.c” space( স্পেছ) hyphen “-o” space(স্পেছ) “nested”. এন্টাৰ (Enter) টিপক
02:23 লিখক দত শ্লাচ( dot slash) “nested” এন্টাৰ (Enter) টিপক
02:28 আমি দেখিম, Enter a number between 0 to 39.
02:32 মই 12 এন্টাৰ কৰিম
02:34 আউতপুতটো দেখুৱাব যেঃ
02:35 you have entered the number in the range of 10-19.
02:40 আহক আমি অন্য এটা সংখ্যা এন্টাৰ কৰো
02:42 আহক আকৌ কাৰ্যকৰী( execute) কৰো আপ এৰৌ কীছ( up arrow key) টিপক, এন্টাৰ টিপক
02:48 মই এইবাৰ 5 দিম
02:50 আমি আউতপুটটো দেখিম যে:
02:52 you have entered the number in the range of 0-9.
02:56 চৰ্তজনীত কাৰ্যকৰণ( conditional execution) আন এক ধৰণেও কৰিব পাৰি
03:00 চুইত্চ ষ্টেটমেন্ত(switch statement)ৰ ব্যৱহাৰৰ দ্বাৰা
03:02 আহক চাও এইটো কেনেকৈ কৰিব পাৰি
03:05 আমি একেটা প্ৰোগ্ৰাম switch (চুইত্চ) ব্যৱহাৰ কৰি চাম
03:08 মই ইতিমধ্যে প্ৰোগ্ৰাম( program) টো খুলি থৈছো


03:10 আহক আমাৰ টেকষ্ট এদিটৰ( text editor)লৈ ঘূৰি যাওঁ
03:13 মই এইবিষয়ে আগৰ প্ৰোগ্ৰামটোত বৰ্ণনা (explained) কৰিছিলো
03:16 গতিকে মই Switch statements(চুইত্চ ষ্টেটমেন্ত)লৈ যাম


03:20 ইয়াত,আমি ইনপুট( input) উদাহৰণস্বৰূপে yক 10ৰে হৰণ( divide) কৰিম আৰু ফলাফলটো x ভেৰিয়েবল( variable)ত জমা হব
03:28 তাৰমানে কৌচেন্ট(quotient)টো xত জমা হব
03:32 কৌচেন্ট(quotient)টো্ৰ সহায়ত আমি সংখ্যাটোৰ পৰিসৰ( range)চিনাক্ত( identify) কৰিব পাৰিম
03:36 ইয়াত,আমি চুইতচ কমান্ড( switch command) টোক জনাম যে পৰীক্ষা কৰিবলগীয়া ভেৰিয়েবল( variable)টো হৈছে x
03:41 এইটো case 0 । যদি case 0টো সন্মত( satisfied) হয়
03:45 তেতিয়া আমি ছপা কৰিম you have entered the number in the range of 0-9.
03:51 যদি কেচ( case)টো সন্মত( satisfied) হয় লুপ( loop)টোৰপৰা বাহিৰলৈ ওলাবলৈ আমি break (ব্ৰেক) যোগ কৰিম
03:55 আমি প্ৰতিবাৰে( each time.) লুপ( loop)টো break (ব্ৰেক) কৰিব লাগিব
03:58 এইটো এইকাৰণে যে এসময়্ত মাত্ৰ এটা চৰ্ত( condition)হে সত্য( true) হব পাৰে
04:03 এইটো “case 1” . “case 1” য়ে বুজায়( means) যদি x ৰ মান 1 হয়


04:08 আমি ছপা কৰিম you have entered a number in the range of 10-19.
04:12 এইটো “case 2”
04:14 ইয়াত আমি ছপা কৰিম you have entered a number in the range of 20-29.
04:20 আৰু এইটো case 3 । ইয়াত আমি পৰীক্ষা( check) কৰিম যে সংখ্যাটো 30-39 পৰিসৰ( range)ৰ ভিতৰত আছেনে নাই
04:26 এইটো দিফল্ট কেচ( default case)। যদি ওপৰৰ এ্টাও কেচ(case) সন্মত নহয় দিফল্ট কেচে( default case) কি কৰিব লাগিব সূচীত( specifies) কৰে
04:36 ইয়াত আমি পৰিসৰ( range)ত নথকা সংখ্যা ছপা কৰিম


04:39 আৰু এইটো আমাৰ ৰিটাৰ্ণ ষ্টেটমেন্ত( return statement)
04:41 আহক আমি প্ৰোগ্ৰামটো কাৰ্যকৰী( execute) কৰো


04:43 তাৰ্মিনেল(terminal)লৈ ঘূৰি আহক
04:46 লিখক:gcc space(স্পেছ) switch.c space(স্পেছ) -o space(স্পেছ) switch. এন্টাৰ টিপক
04:55 লিখক:./switch. এন্টাৰ টিপক


05:00 Enter a number between of 0 to 39. (0 ৰ পৰা 39ৰ ভিতৰত এটা সংখ্যা এন্টাৰ কৰক) মই 35 এন্টাৰ কৰিম
05:06 আউতপুটটো দেখিম যে,“you have entered the number in the range of 30 to 39”.
05:10 এতিয়া আমি C++ত প্ৰোগ্ৰামসমূহ কেনেকৈ কাৰ্যকৰী(execute) কৰা হয় চাম
05:16 টেকষ্ট এদিটৰ(text editor)লৈ ঘূৰি যাওঁ
05:18 লক্ষ্য কৰিব আমাৰ ফাইল নামটো nested-if.cpp হয়
05:23 ইয়াত ল’জিক( logic) আৰু ইমপ্লিমেন্তেচন( implementation)খিনি একে হয়
05:27 মাত্ৰ কিছু সলনি হয় যেনে
05:30 হেদাৰ ফাইল(header file)টো stdio.hৰ সলনি iostream হয়
05:35 ইয়াত আমি ইউজিং ষ্টেটমেন্ত( using statement) সংলগ্ন( included) কৰিছো
05:39 Using namespace(ইউজিং নেমস্পেছ) std
05:41 আৰু printf আৰু scanf.ৰ সলনি cout আৰু cin ফাংচন
05:46 আপুনি দেখিছে যে বাকী ক’ডসমূহ আমাৰ C প্ৰোগ্ৰামৰ সৈতে একেবাৰে একে
05:51 আহক ক’ডটো কাৰ্যকৰী( execute) কৰো
05:53 তাৰ্মিনেললৈ ঘূৰি আহক
05:56 লিখক: g++ space( স্পেছ) nested-if.cpp space (স্পেছ) -o space(স্পেছ) nested1. এন্টাৰ টিপক
06:07 লিখক: ./nested1. এন্টাৰ টিপক
06:11 enter a number between 0 and 39. (0 ৰ পৰা 39ৰ ভিতৰত এটা সংখ্যা এন্টাৰ কৰক) মই 40 এন্টাৰ কৰিম
06:16 আউতপুটটো দেখিম যে: “number not in range”
06:20 এতিয়া আহক C++ত চুইতচ প্ৰোগ্ৰাম( switch program)টো চাওঁ
06:24 টেকষ্ট এদিটৰ( text editor)লৈ ঘূৰি আহক
06:27 ইয়াতো ল’জিক আৰু ইমপ্লিমেন্তেচন( logic and implementation)খিনি একে হয়
06:31 আপুনি দেখিছে হেদাৰ ফাইল( header file)টো iostream হয়
06:34 এইটো ইউজিং ষ্টেটমেন্ত( using statement)
06:37 আৰু আমি cout আৰু cin ফাংচনটো সলনি( changed) কৰিছো
06:41 বাকী ক’ডসমূহ আমাৰ switch.c প্ৰোগ্ৰামৰ সৈতে একেবাৰে একে( similar)
06:45 আহক আমি কাৰ্যকৰী( execute) কৰো
06:46 তাৰ্মিনেললৈ ঘূৰি আহক
06:48 লিখক:g++ space(স্পেছ) switch.cpp space( স্পেছ) -o space(স্পেছ) switch1 এন্টাৰ টিপক
06:58 লিখক ./switch1. এন্টাৰ টিপক
07:02 Enter a number between 0 and 39. (0 ৰ পৰা 39ৰ ভিতৰত এটা সংখ্যা এন্টাৰ কৰক)
07:05 মই 25 এন্টাৰ কৰিম
07:09 আউতপুতটো দেখুৱাব যে
07:11 “you have entered the number in the range of 20-29”
07:15 এতিয়া আমাৰ শ্লাইড(slides) লৈ উভতি আহো
07:18 আমি চুইত্চ(switch) আৰু নেষ্টেদ ইফ(nested-if) ষ্টেটমেন্ত(statement)ৰ মাজৰ তুলনা( comparison) চাম
07:23 চুইত্চ ষ্টেটমেন্ত(Switch statement)টো সমীকৰণ (expression)টোৰ ফলাফল অনুসৰি( according) সমাধান(evaluate) কৰা হয়
07:28 নেষ্টেদ ইফ ষ্টেটমেন্ত( Netsed-if statement)ৰান( run)হ’ব,একমাত্ৰ যদি সমীকৰণ(expression) টোৰ ফলাফল শুদ্ধ হয়
07:34 চুইত্চ( switch)ত আমি ভেৰিয়েবল( variable)ৰ বিভিন্ন মানক কেচেচ( cases) হিচাবে ব্যৱহাৰ কৰো
07:39 নেষ্টেদ ইফ( nested-if)ত আমি ভেৰিয়েবল( variable)ৰ প্ৰত্যেক মানৰ বাবে কন্দিচনেল ষ্টেটমেন্ত( conditional statement) লিখিব লাগে
07:45 চুইত্চ ষ্টেটমেন্তে( Switch statement) মাত্ৰ ইন্তিজাৰ মান( integer values)হে পৰীক্ষা কৰিব পাৰে
07:50 নেষ্টেদ ইফে( Nested if) ইন্তিজাৰ( integer) আৰু ভগ্নাংশিক( fractional) দুয়োটা মান পৰীক্ষা কৰিব পাৰে
07:55 ইয়াৰ দ্বাৰাই আমাৰ টিউটৰিয়েলটো( tutorial) সামৰনি মাৰিম
07:58 আহক আমি মূলভাব( summarize) চাওঁ
08:00 এই টিউটৰিয়েল( tutorial)ত আমি শিকিলো, নেষ্টেদ ইফ ষ্টেটমেন্ত(nested if statement)উদাহৰণ: else if( y/10 equals to 0)
08:08 চুইত্চ ষ্টেটমেন্ত(switch statement)

উদাহৰণ Switch(x)

08:12 আৰু নেষ্টেদ ইফ(nested-if) আৰু চুইত্চ ষ্টেটমেন্ত(switch statement)ৰ মাজৰ পাৰ্থক্য


08:16 অনুশিলনী হিচাবে,
08:17 এটা প্ৰোগ্ৰাম লিখক যি এমপ্লয়ীৰ (employee) বয়স 20 ৰ পৰা 60ৰ ভিতৰত হয়নে নহয় পৰীক্ষা কৰে
08:23 তলত দেখুওৱা সংযোজন (ink)ত দেখিবলৈ পোৱা কথা চিত্ৰটো( video) চাব http://spoken-tutorial.org /What\_is\_a\_Spoken\_Tutorial
08:26 এইটো স্পকেন টিউট’ৰিয়েল প্ৰকল্প (spoken tutorial project) ৰ মূলভাৱ
08:29 আপোনাৰ যদি বেণ্ডউইথ(bandwidth)ভাল নহয় তেন্তে এই কথা চিত্ৰ্টো দাউনলদ(download)কৰি চাওঁক
08:33 স্পকেন টিউট’ৰিয়েল প্ৰকল্প(Spoken Tutorial Project)ৰ দলে স্পকেন টিউট’ৰিয়েল (Spoken Tutorial)ৰ ব্যৱ্হাৰৰ কৰ্মশালাও(workshop) পাতে
08:38 অনলাইন পৰীক্ষাত উত্তীৰ্ন সকলক প্রমাণপত্র দিয়ে
08:42 অধিক জানিবলৈ অনুগ্রহ কৰি contact @ spoken hyphen tutorial dot org লৈ লিখক
08:49 স্পকেন টিউট’ৰিয়েল প্ৰকল্প( Spoken Tutorial Project) ট’ক তু এ টিছাৰ প্রকল্প( Talk to a Teacher project)ৰ অংশ হয়
08:52 ইয়াক আই চি তি(ICT), এম এইচ আৰ দি( MHRD), ভাৰত চৰকাৰৰ জৰিয়তে নেচনেলমিচন অন এডুকচনে সহায় কৰিছে৷
08:58 ইয়াৰ বিষয়ে অধিক তলত দেখুওৱা সংযোজন(link)ত দেখা পাব৷
09:04 মই কৃষ্ণ কমল দুৱৰা

উপভোগ কৰাৰ বাবে ধন্যবাদ ।

Contributors and Content Editors

Dhrubaghy, Mousumi