C-and-Cpp/C2/Nested-If-And-Switch-Statement/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | নেষ্টেদ ইফ(nested-if) & চুইত্চ ষ্টেটমেন্ত(switch statement) ইন C এণ্ড C++ ৰ স্পকেন টিউট’ৰিয়েল ( Spoken Tutorial)লৈ আদৰণি জনাইছো |
| 00:07 | এই টিউট’ৰিয়েল ( tutorial)ত আমি শিকিম, |
| 00:09 | নেষ্টেদ ইফ(nested-if) ষ্টেতমেন্ত (statement) কেনেকৈ ব্যৱহাৰ কৰা হয় । আৰু |
| 00:12 | চুইত্চ ষ্টেটমেন্ত(switch statement) |
| 00:13 | আমি কিছু উদাহৰণৰ জৰিয়তে এইয়া কৰিম |
| 00:17 | এই শিকনিতো( tutorial) বাণীবদ্ধ( record) কৰোতে, মই ব্যৱহাৰ কৰিছো, |
| 00:20 | উবুনটো অপাৰেটিং ছিচটেমৰ( Ubuntu operating system) 11.10 তাঙৰণ(version) |
| 00:24 | উবুনটোত gcc আৰু g++ কমপাইলাৰ(Compiler) ৰ 4.6.1 তাঙৰণ(version) |
| 00:30 | প্ৰথমে আমি শিকিম, nested if and switch statement(নেষ্টেদ ইফ আৰু চুইত্চ ষ্টেটমেন্ত) কেনেকৈ লিখে এটা উদাহৰণৰ সৈতে |
| 00:36 | মই ইতিমধ্যে প্ৰোগ্ৰাম( program) টো লিখি থৈছো |
| 00:39 | আহক আমি চাওঁ |
| 00:40 | এই প্ৰোগ্ৰামটোত,আমি ইন্তিজাৰ(integer)ৰ পৰিসৰ ( range) পৰীক্ষা( check) কৰিবলে শিকিম |
| 00:45 | লক্ষ্য কৰিব যে আমাৰ ফাইল নামটো nested-if.c |
| 00:50 | এতিয়া মই ক’ড( code)টো বৰ্ণনা( explain) কৰিম |
| 00:52 | এইটো আমাৰ হেদাৰ ফাইল( Header file) |
| 00:54 | এইটো আমাৰ মেইন ফাংচন( main function) |
| 00:56 | মেইন ফাংচনৰ( main function) ভিতৰত আমি দুটা ইন্তিজাৰ ভেৰিয়েবল( integer variable) 'x আৰু y' ঘোষণা(declare) কৰিছো |
| 01:02 | ইয়াত আমি ব্যৱহাৰ কৰোতা(user)ক 0 ৰ পৰা 39ৰ পৰিসৰ( range)ৰ ভিতৰত এ্টা সংখ্যা এন্টাৰ কৰিবলৈ ক’ম |
| 01:08 | আমি ব্যৱহাৰ কৰোতা( user)ৰ পৰা yৰ মানটো ইনপুট( input) হিচাবে ল’ম |
| 01:12 | এইটো আমাৰ ইফ চৰ্ত( if condition) |
| 01:14 | ইয়াত,আমি y/10=0 হয়নে নহয় পৰীক্ষা( check) কৰিম |
| 01:19 | যদি চৰ্ত( condition)টো সত্য( true) হয় |
| 01:20 | আমি ছপা কৰিম "you have entered a number in the range of 0-9. |
| 01:25 | এইটো আমাৰ এলচ-ইফ চৰ্ত( else- if condition) |
| 01:28 | ইয়াত আমি পৰীক্ষা( check) কৰিম যে y/10 1ৰ সমান হয় |
| 01:32 | যদি চৰ্ত( condition)টো সত্য হয় |
| 01:34 | আমি ছপা কৰিম you have entered a number in the range of 10-19. |
| 01:39 | এই এলচ-ইফ চৰ্ত( else- if condition)ত আমি পৰীক্ষা( check) কৰিম যে সংখ্যাটো 20-29 পৰিসৰ( range)ৰ ভিতৰত আছেনে নাই |
| 01:45 | আৰু ইয়াত আমি চাম যে সংখ্যাটো 30ৰ পৰা 39 পৰিসৰ( range)ৰ ভিতৰত আছেনে নাই |
| 01:51 | এইটো আমাৰ এলচ চৰ্ত( else condition) |
| 01:53 | যদি ওপৰৰ সকলো চৰ্ত(condition) অসত্য( false) হয় |
| 01:55 | আমি ছপা কৰিম number not in range. |
| 01:58 | আৰু এইটো আমাৰ ৰিটাৰ্ণ ষ্টেটমেন্ত( return statement) |
| 02:01 | এতিয়া আমি প্ৰোগ্ৰামটো কাৰ্যকৰী( execute) কৰিম |
| 02:03 | অনুগ্ৰহ কৰি তাৰমিনেল উইনদ’(terminal window) খুলিবলৈ, আপোনাৰ কিবৰ্ডত একেলগে 'Ctrl, Alt আৰু T কীছ( keys) টিপক |
| 02:12 | কাৰ্যকৰী( execute) কৰিবলৈ, লিখক “gcc” space(স্পেছ)“nested-if.c” space( স্পেছ) hyphen “-o” space(স্পেছ) “nested”. এন্টাৰ (Enter) টিপক |
| 02:23 | লিখক দত শ্লাচ( dot slash) “nested” এন্টাৰ (Enter) টিপক |
| 02:28 | আমি দেখিম, Enter a number between 0 to 39. |
| 02:32 | মই 12 এন্টাৰ কৰিম |
| 02:34 | আউতপুতটো দেখুৱাব যেঃ |
| 02:35 | you have entered the number in the range of 10-19. |
| 02:40 | আহক আমি অন্য এটা সংখ্যা এন্টাৰ কৰো |
| 02:42 | আহক আকৌ কাৰ্যকৰী( execute) কৰো আপ এৰৌ কীছ( up arrow key) টিপক, এন্টাৰ টিপক |
| 02:48 | মই এইবাৰ 5 দিম |
| 02:50 | আমি আউতপুটটো দেখিম যে: |
| 02:52 | you have entered the number in the range of 0-9. |
| 02:56 | চৰ্তজনীত কাৰ্যকৰণ( conditional execution) আন এক ধৰণেও কৰিব পাৰি |
| 03:00 | চুইত্চ ষ্টেটমেন্ত(switch statement)ৰ ব্যৱহাৰৰ দ্বাৰা |
| 03:02 | আহক চাও এইটো কেনেকৈ কৰিব পাৰি |
| 03:05 | আমি একেটা প্ৰোগ্ৰাম switch (চুইত্চ) ব্যৱহাৰ কৰি চাম |
| 03:08 | মই ইতিমধ্যে প্ৰোগ্ৰাম( program) টো খুলি থৈছো |
| 03:10 | আহক আমাৰ টেকষ্ট এদিটৰ( text editor)লৈ ঘূৰি যাওঁ |
| 03:13 | মই এইবিষয়ে আগৰ প্ৰোগ্ৰামটোত বৰ্ণনা (explained) কৰিছিলো |
| 03:16 | গতিকে মই Switch statements(চুইত্চ ষ্টেটমেন্ত)লৈ যাম |
| 03:20 | ইয়াত,আমি ইনপুট( input) উদাহৰণস্বৰূপে yক 10ৰে হৰণ( divide) কৰিম আৰু ফলাফলটো x ভেৰিয়েবল( variable)ত জমা হব |
| 03:28 | তাৰমানে কৌচেন্ট(quotient)টো xত জমা হব |
| 03:32 | কৌচেন্ট(quotient)টো্ৰ সহায়ত আমি সংখ্যাটোৰ পৰিসৰ( range)চিনাক্ত( identify) কৰিব পাৰিম |
| 03:36 | ইয়াত,আমি চুইতচ কমান্ড( switch command) টোক জনাম যে পৰীক্ষা কৰিবলগীয়া ভেৰিয়েবল( variable)টো হৈছে x |
| 03:41 | এইটো case 0 । যদি case 0টো সন্মত( satisfied) হয় |
| 03:45 | তেতিয়া আমি ছপা কৰিম you have entered the number in the range of 0-9. |
| 03:51 | যদি কেচ( case)টো সন্মত( satisfied) হয় লুপ( loop)টোৰপৰা বাহিৰলৈ ওলাবলৈ আমি break (ব্ৰেক) যোগ কৰিম |
| 03:55 | আমি প্ৰতিবাৰে( each time.) লুপ( loop)টো break (ব্ৰেক) কৰিব লাগিব |
| 03:58 | এইটো এইকাৰণে যে এসময়্ত মাত্ৰ এটা চৰ্ত( condition)হে সত্য( true) হব পাৰে |
| 04:03 | এইটো “case 1” . “case 1” য়ে বুজায়( means) যদি x ৰ মান 1 হয় |
| 04:08 | আমি ছপা কৰিম you have entered a number in the range of 10-19. |
| 04:12 | এইটো “case 2” |
| 04:14 | ইয়াত আমি ছপা কৰিম you have entered a number in the range of 20-29. |
| 04:20 | আৰু এইটো case 3 । ইয়াত আমি পৰীক্ষা( check) কৰিম যে সংখ্যাটো 30-39 পৰিসৰ( range)ৰ ভিতৰত আছেনে নাই |
| 04:26 | এইটো দিফল্ট কেচ( default case)। যদি ওপৰৰ এ্টাও কেচ(case) সন্মত নহয় দিফল্ট কেচে( default case) কি কৰিব লাগিব সূচীত( specifies) কৰে |
| 04:36 | ইয়াত আমি পৰিসৰ( range)ত নথকা সংখ্যা ছপা কৰিম |
| 04:39 | আৰু এইটো আমাৰ ৰিটাৰ্ণ ষ্টেটমেন্ত( return statement) |
| 04:41 | আহক আমি প্ৰোগ্ৰামটো কাৰ্যকৰী( execute) কৰো |
| 04:43 | তাৰ্মিনেল(terminal)লৈ ঘূৰি আহক |
| 04:46 | লিখক:gcc space(স্পেছ) switch.c space(স্পেছ) -o space(স্পেছ) switch. এন্টাৰ টিপক |
| 04:55 | লিখক:./switch. এন্টাৰ টিপক |
| 05:00 | Enter a number between 0 to 39. (0 ৰ পৰা 39ৰ ভিতৰত এটা সংখ্যা এন্টাৰ কৰক) মই 35 এন্টাৰ কৰিম |
| 05:06 | আউতপুটটো দেখিম যে,“you have entered the number in the range of 30 to 39”. |
| 05:10 | এতিয়া আমি C++ত প্ৰোগ্ৰামসমূহ কেনেকৈ কাৰ্যকৰী(execute) কৰা হয় চাম |
| 05:16 | টেকষ্ট এদিটৰ(text editor)লৈ ঘূৰি যাওঁ |
| 05:18 | লক্ষ্য কৰিব আমাৰ ফাইল নামটো nested-if.cpp হয় |
| 05:23 | ইয়াত ল’জিক( logic) আৰু ইমপ্লিমেন্তেচন( implementation)খিনি একে হয় |
| 05:27 | মাত্ৰ কিছু সলনি হয় যেনে |
| 05:30 | হেদাৰ ফাইল(header file)টো stdio.hৰ সলনি iostream হয় |
| 05:35 | ইয়াত আমি ইউজিং ষ্টেটমেন্ত( using statement) সংলগ্ন( included) কৰিছো |
| 05:39 | Using namespace(ইউজিং নেমস্পেছ) std |
| 05:41 | আৰু printf আৰু scanf.ৰ সলনি cout আৰু cin ফাংচন |
| 05:46 | আপুনি দেখিছে যে বাকী ক’ডসমূহ আমাৰ C প্ৰোগ্ৰামৰ সৈতে একেবাৰে একে |
| 05:51 | আহক ক’ডটো কাৰ্যকৰী( execute) কৰো |
| 05:53 | তাৰ্মিনেললৈ ঘূৰি আহক |
| 05:56 | লিখক: g++ space( স্পেছ) nested-if.cpp space (স্পেছ) -o space(স্পেছ) nested1. এন্টাৰ টিপক |
| 06:07 | লিখক: ./nested1. এন্টাৰ টিপক |
| 06:11 | enter a number between 0 and 39. (0 ৰ পৰা 39ৰ ভিতৰত এটা সংখ্যা এন্টাৰ কৰক) মই 40 এন্টাৰ কৰিম |
| 06:16 | আউতপুটটো দেখিম যে: “number not in range” |
| 06:20 | এতিয়া আহক C++ত চুইতচ প্ৰোগ্ৰাম( switch program)টো চাওঁ |
| 06:24 | টেকষ্ট এদিটৰ( text editor)লৈ ঘূৰি আহক |
| 06:27 | ইয়াতো ল’জিক আৰু ইমপ্লিমেন্তেচন( logic and implementation)খিনি একে হয় |
| 06:31 | আপুনি দেখিছে হেদাৰ ফাইল( header file)টো iostream হয় |
| 06:34 | এইটো ইউজিং ষ্টেটমেন্ত( using statement) |
| 06:37 | আৰু আমি cout আৰু cin ফাংচনটো সলনি( changed) কৰিছো |
| 06:41 | বাকী ক’ডসমূহ আমাৰ switch.c প্ৰোগ্ৰামৰ সৈতে একেবাৰে একে( similar) |
| 06:45 | আহক আমি কাৰ্যকৰী( execute) কৰো |
| 06:46 | তাৰ্মিনেললৈ ঘূৰি আহক |
| 06:48 | লিখক:g++ space(স্পেছ) switch.cpp space( স্পেছ) -o space(স্পেছ) switch1 এন্টাৰ টিপক |
| 06:58 | লিখক ./switch1. এন্টাৰ টিপক |
| 07:02 | Enter a number between 0 and 39. (0 ৰ পৰা 39ৰ ভিতৰত এটা সংখ্যা এন্টাৰ কৰক) |
| 07:05 | মই 25 এন্টাৰ কৰিম |
| 07:09 | আউতপুতটো দেখুৱাব যে |
| 07:11 | “you have entered the number in the range of 20-29” |
| 07:15 | এতিয়া আমাৰ শ্লাইড(slides) লৈ উভতি আহো |
| 07:18 | আমি চুইত্চ(switch) আৰু নেষ্টেদ ইফ(nested-if) ষ্টেটমেন্ত(statement)ৰ মাজৰ তুলনা( comparison) চাম |
| 07:23 | চুইত্চ ষ্টেটমেন্ত(Switch statement)টো সমীকৰণ (expression)টোৰ ফলাফল অনুসৰি( according) সমাধান(evaluate) কৰা হয় |
| 07:28 | নেষ্টেদ ইফ ষ্টেটমেন্ত( Netsed-if statement)ৰান( run)হ’ব,একমাত্ৰ যদি সমীকৰণ(expression) টোৰ ফলাফল শুদ্ধ হয় |
| 07:34 | চুইত্চ( switch)ত আমি ভেৰিয়েবল( variable)ৰ বিভিন্ন মানক কেচেচ( cases) হিচাবে ব্যৱহাৰ কৰো |
| 07:39 | নেষ্টেদ ইফ( nested-if)ত আমি ভেৰিয়েবল( variable)ৰ প্ৰত্যেক মানৰ বাবে কন্দিচনেল ষ্টেটমেন্ত( conditional statement) লিখিব লাগে |
| 07:45 | চুইত্চ ষ্টেটমেন্তে( Switch statement) মাত্ৰ ইন্তিজাৰ মান( integer values)হে পৰীক্ষা কৰিব পাৰে |
| 07:50 | নেষ্টেদ ইফে( Nested if) ইন্তিজাৰ( integer) আৰু ভগ্নাংশিক( fractional) দুয়োটা মান পৰীক্ষা কৰিব পাৰে |
| 07:55 | ইয়াৰ দ্বাৰাই আমাৰ টিউটৰিয়েলটো( tutorial) সামৰনি মাৰিম |
| 07:58 | আহক আমি মূলভাব( summarize) চাওঁ |
| 08:00 | এই টিউটৰিয়েল( tutorial)ত আমি শিকিলো, নেষ্টেদ ইফ ষ্টেটমেন্ত(nested if statement)উদাহৰণ: else if( y/10 equals to 0) |
| 08:08 | চুইত্চ ষ্টেটমেন্ত(switch statement)
উদাহৰণ Switch(x) |
| 08:12 | আৰু নেষ্টেদ ইফ(nested-if) আৰু চুইত্চ ষ্টেটমেন্ত(switch statement)ৰ মাজৰ পাৰ্থক্য |
| 08:16 | অনুশিলনী হিচাবে, |
| 08:17 | এটা প্ৰোগ্ৰাম লিখক যি এমপ্লয়ীৰ (employee) বয়স 20 ৰ পৰা 60ৰ ভিতৰত হয়নে নহয় পৰীক্ষা কৰে |
| 08:23 | তলত দেখুওৱা সংযোজন (ink)ত দেখিবলৈ পোৱা কথা চিত্ৰটো( video) চাব http://spoken-tutorial.org /What\_is\_a\_Spoken\_Tutorial |
| 08:26 | এইটো স্পকেন টিউট’ৰিয়েল প্ৰকল্প (spoken tutorial project) ৰ মূলভাৱ |
| 08:29 | আপোনাৰ যদি বেণ্ডউইথ(bandwidth)ভাল নহয় তেন্তে এই কথা চিত্ৰ্টো দাউনলদ(download)কৰি চাওঁক |
| 08:33 | স্পকেন টিউট’ৰিয়েল প্ৰকল্প(Spoken Tutorial Project)ৰ দলে স্পকেন টিউট’ৰিয়েল (Spoken Tutorial)ৰ ব্যৱ্হাৰৰ কৰ্মশালাও(workshop) পাতে |
| 08:38 | অনলাইন পৰীক্ষাত উত্তীৰ্ন সকলক প্রমাণপত্র দিয়ে |
| 08:42 | অধিক জানিবলৈ অনুগ্রহ কৰি contact @ spoken hyphen tutorial dot org লৈ লিখক |
| 08:49 | স্পকেন টিউট’ৰিয়েল প্ৰকল্প( Spoken Tutorial Project) ট’ক তু এ টিছাৰ প্রকল্প( Talk to a Teacher project)ৰ অংশ হয় |
| 08:52 | ইয়াক আই চি তি(ICT), এম এইচ আৰ দি( MHRD), ভাৰত চৰকাৰৰ জৰিয়তে নেচনেলমিচন অন এডুকচনে সহায় কৰিছে৷ |
| 08:58 | ইয়াৰ বিষয়ে অধিক তলত দেখুওৱা সংযোজন(link)ত দেখা পাব৷ |
| 09:04 | মই কৃষ্ণ কমল দুৱৰা
উপভোগ কৰাৰ বাবে ধন্যবাদ । |